Ekdom thik kotha.... guwahati r hotya kora hoise.... jodhe modhe construction korise.... Permission keneke paise.... sob corrupt... khali nijor pocket or sinta
Ejon ba dujon Manhue vobar kotha ji koisa tar logot aru eta dangor kotha je teolokor ghoiniyek keijeniye ki vabe heitohe implement hoi sage ...I hope so
বহুত ভাল লাগিল...সম্পূৰ্ণ নিৰপেক্ষভাৱে কথাবোৰ উপস্থাপন কৰিছে..এইধৰণৰ আলোচনাৰ নিত্যান্তই আৱশ্যক...এয়াই সময় সচেতনতা জগাই তোলাৰ...
হিমন্ত বিশ্ব ২৫ বছৰ আগতে এজন সাধাৰণ মানুহ আছিল, এতিয়া কোটি কোটি টকাৰ মালিক.... ইমান টকা ক'ত পালে ... হিমন্ত আটাইতকৈ নিলাজ মূখ্যমন্ত্ৰী
সুন্দৰ বিশ্লেষণ ৷ অভিনন্দন
ji hoisay bohut bohut bhal hoisay karon jot public uri uri gaan gaisil aako ebaar...... Moja Tu luok public
Borhiya
সুন্দৰ ❤❤❤
গুৱাহাটী কেনেকে উন্নতি হব ।হিমন্তই চোন হাজাৰ মানুহৰ ঘৰ ভাঙি মানুহক কাপোৰ সলাব জাগা নোহোৱাকৈ মাটি ঘৰ ঘৰ কাঢ়ি লৈ আজি লৈকে কোনো নিৰা পত্তা নিদি শিলশাকো বা অন্য উচ্ছেদিত লোকৰ ৰং চাই থকা চৰকাৰে কি কৰিব ।অভাৰ ব্ৰীজ বনাই গৌৰৱ লোৱা চৰকাৰে গুৱাহাটীৰ উন্নয়নৰ কাৰনে অহা টকা কলৈ গল ।কেৱল নিজৰ ২২তালা বিল্দিং হাজাৰ বিঘা মাটি এইবোৰ কৰি থাকিলে গুৱাহাটী গুৱাহাটী হৈ থাকিব নে ।আমিও গুৱাহাটীত আছো কব লাজে লাগে ।যত ঘৰত পানী ৰাস্তাত পানী কিন্তু খাবলৈ নাই পানী ।
Nice explanation bohut bhal lagil video to sai
সুন্দৰ
সুন্দৰ কথা কৈছে
ধন্যবাদ
Hundor kotha koisa.
সুন্দৰ বিশ্লেষণ
সঠিক বিশ্লেষণ।
Val kotha
বিশ্লেষনাত্মক সুন্দৰ ব্যাখ্যা কিন্ত ৰজাঘৰ আৰু প্ৰজাঘৰে কিমান বুজে সিয়ে ডাঙৰ প্ৰশ্ন??
Ekdom thik kotha.... guwahati r hotya kora hoise.... jodhe modhe construction korise.... Permission keneke paise.... sob corrupt... khali nijor pocket or sinta
এনেকৈয়ে থাকিবা ।
Ashok Singhal 🤡
Dada 7 sister r history kobo please ❤
Tridib, Bangladesh r uport video eta bonaba hu. Prottek to bishlekhn vl lge tumr.
*গুৱাহাটীৰ বানপানী: CM Sir আৰু ৰাইজলৈ মুকলি আবেদন।*
১) Sir দীপৰ পানী বিলৰ পানী বহন ক্ষমতা আৰু বঢ়াব পৰা নাযায়। দীপৰ বিলত মেঘালয়ৰ পানী আহেই। দিপৰ বিলৰ ওচৰে পাজৰে ৰানীত নাইবা আন এঠাইত অমৃত সৰোবৰ বনোৱা উচিত। আৰু অমৃত সৰোবৰটো Fishery Industry আৰু Tourism Industry ৰ বাবে ব্যবহাৰ কৰা উচিত। নহলে গুৱাহাটীৰ মাটিৰ valuation zero হৈ যোৱাটো বৃহৎ লোকচান। অমৃত সৰোবৰ সমূহ মাছ উৎপাদন কৰিলে বছৰি বহুত টকা উপাৰ্জন কৰিব পৰা যাব। লগতে অমৃত সৰোবৰত boating, অমৃত সৰোবৰ চাৰিওকাষে সৰু লৰা ছোৱালীৰ বাবে Children Park, Restaurant আদি খুলিব পৰা যাব। উপাৰ্জনৰ লগতে বহুতে কৰ্ম সংস্থাপন পাব। গুৱাহাটীত ধান খেতিৰ পৰা লাভ নহয়। মেঘালয়ৰ নামনি অংশ বিলাক বহুত ধুনীয়া।
২) মেঘালয়ৰ পানী শিলসাঁকো বিলত পেলাই তাৰ পৰা ব্ৰহ্মপুত্ৰত পেলাব লাগে। পানীখিনি বিৰকুচি নাৰেঙ্গীলৈ নিব পাৰিব কিন্তু তাৰ আগত কেনেকৈ নিব ব্ৰহ্মপুত্ৰলৈ চিন্তা কৰি চোৱা উচিত। বৰ্তমান যি system আছে হয়তো সেইটো গণ্ডগোল আছে চাগে। যিহেতু শিলসাঁকো সম্পূৰ্ণ কৈ recover কৰিব পৰা নাযায় গতিকে যদি সম্ভৱ ব্ৰহ্মপুত্ৰ পাৰত বোন্দা, পানিখাইতি আদি অঞ্চলত আন এটা অমৃত সৰোবৰ বনোৱা উচিত শিলসাঁকো connected। ১০ বছৰ পাছত গুৱাহাটীৰ খালী মাটি বিলাকতো ঘৰ হৈ যাব। গতিকে গুৱাহাটীৰ আশে পাশে যত সম্ভৱ অমৃত সৰোবৰ বনোৱা উচিত।
৩) শ্বিলংৰ পাহাৰ কেইটাৰ কথাৰ লগতে গুৱাহাটীৰ পাহাৰ কেইটাৰ কথা ভাবিব লাগে। গুৱাহাটীৰ বেছিভাগ মানুহে TAX নিদিয়ে। কিন্তু গুৱাহাটী ধ্বংস যজ্ঞত পূৰ্ণ সহযোগ কৰে? গুৱাহাটীৰ পাহাৰ বিলাকে 1% ও পানী ধৰি ৰাখিব নোৱাৰে চাগে। চৰকাৰ লৈ অনুৰোধ এটা আইন আনক যাৰ সহায়ত পাহাৰত নতুনকৈ আৰু Electricity Connection দিয়া নহয় যাতে। আগৰ বিলাক যেনেকৈ আছে তেনেকৈ থাকিব দিয়াক। পাহাৰত চৰকাৰী building ক বাদ দি আন building ত 5kW তকৈ বেছি Electricity load দিয়া নহয় যাতে নতুনকৈ। ৰাইজৰ টকা খৰচ কৰি কৰি কিমান নলা চাফা কৰিব। গোটেই নলা বিলাক পাহাৰৰ মাটিৰে ভৰি যায়।
৪) গুৱাহাটীত আজিকালি গছ লগোৱাটো ৰাইজে বাদ দিছে। Residential আৰু Commercial building ত গছ লগোৱাটো বাধ্যতামূলক কৰা উচিত। পাহাৰৰ ঘৰ বিলাকত গছ বেছিকৈ থাকিব লাগে। Commercial Establishment বিলাকৰ চৌহদৰ চাৰিওদিশে গছ লগাব পাৰে কিন্তু কোনেও নলগায় সেইটো চিন্তাজনক। GMDA permission (Residential & Commercial) দিব নালাগে যদি গছ নালগাই। গছেহে পানী ধৰি ৰাখিব। GMDA য়ে গছ লগোৱাৰ কিছুমান নীতি নিৰ্দেশনা দিয়া উচিত।
৫) CM Sir, যোৰবাতত পানী হলে কিছু বাহন সোণাপুৰ চন্দ্ৰপূৰ হৈ পথাই দিব লাগে। ৰস্তাটোৰ দুই কাষে লাইট লগাব লাগে। ৰাস্তাটোৰ গুৱাহাটীলৈ বুলি sign board লগাব লাগে ঠায়ে ঠায়ে যাতে ৰাইজৰ ৰাস্তা ভুল নহয়। লগতে বানপানী হোৱাৰ সময়ত ঠায়ে ঠায়ে দিনে ৰাতি পুলিচ থব লাগে যাতে ৰাইজৰ অসুবিধা নহয়।
Guwahati should be declared as major tributary of Brahmaputra...😢😢😢
❤️❤️
Prabashi , janagathanir bhyabahata, Mahatma gadhijik aharanar habitat, Sarkari anusthan pratisthanar lov,pratinidhir parikalpanar abhab ityadi Aru Samalochana shahaj karjya paritygere karmasprihar proyojaniyatar proyojan. Thanks.
Guwahatir river side tu clear koribo parile partial solution pua jabo.
Fine
Guwahati smart city project was just a cosmetic change; it was not designed for sustainability.
আপুনি মুখ্যমন্ত্ৰী শুৰ ধাৰ সমালোচনা কৰিব ভয় কৰে
Bamune bamunor bodnam negai
হিমন্ত বিশ্ব শৰ্মা চাৰে জবাব দিব পাৰিব।
Smart City r project or pora Smart Politician hol.
🙏❤️💮🌟
Smart flood😂😂😂😂
একে বছৰে সজা কথা কৌছে
video quality and audio tu alop off lagise bro pls fix it
গুৱাহাটী কথা শুনিৱ মন নোযোৱা হল এিদীপ।
দাদা বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিক লৈ অসমত কিবা সমস্যা হব পাৰে নেকি।
এই বিষয়ে এটা ভিডিঅ' বনাবলৈ অনুৰোধ জনালোঁ।
ফেকুৱা ভতূৱা এইবোৰে শুনিবনে। ?
আপোনালৈ এটা বিষেশ অনুৰোধ জনালো, বৰ্তমানৰ বাংলাদেশৰ স্তিতিক লৈ এটা ভিডিও প্ৰস্তুক কৰক, প্ৰকৃততে তাত হৈছে কি? আৰু সেই পৰিস্তিতিৰ বাবে আমি অৰ্থাৎ অসমবাসী বা ভাৰতীয় সকলে কিবা বেয়া পৰিস্তিতিৰ সম্মুখিন হ'বলৈ গৈ আছু নেকি?
Ejon ba dujon Manhue vobar kotha ji koisa tar logot aru eta dangor kotha je teolokor ghoiniyek keijeniye ki vabe heitohe implement hoi sage ...I hope so
25/ 26 snt fly over bhongar news kribo ready thakok
Guwahati eribo loise manuhe..upai napai he ase ..retire huar pisot akou gaon mukhi hoise manuh
টকা মাৰি মাৰি বিহাৰি অশুক কি কম
Zindagi to asan hogya
Lekin jina Muskil.... Anonymous
আজি অসম ৰাজ্যৰ বানত অসমৰ ৰাইজে কি ভুগিছে এই বোৰ পিছলৈ থৈ অকল এখন নগৰৰ বিষয়ে হে আলোচনা ত লাগি থকা দেখিছোঁ অসমখনৰ বাকী মানুহৰ বিষয়ে বাদ দিলে নেকি প্ৰভু সকল।
Oversmart now a days
Tumar bibeke ki koi? Guwahati r artificial flood r solution kot?
Government ok o xodhi ba sn enka alp 😅
@@sasankaborah9347 Government e jodi hokolu problem okole solve koribo parile heten ....
@@Hemantaraj45 kotha a nasil
এই সকলৰ কথা নকব এই বোৰ হৈছে বলিয়া কুকুৰ এই বাক্য তে খেতে নিজ মুখেৰে কৈছে ।
ভাইটি Politicsত কেতিয়া অহিবা তুমি
সুন্দৰ বিশ্লেষণ।
সুন্দৰ বিশ্লেষণ