কটনত হৈছিল কি? বিক্ৰী, বন্ধক নে লীজ? মুখ্যমন্ত্ৰীৰ বক্তব্য

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ธ.ค. 2024

ความคิดเห็น • 37

  • @DipuBoruah-l5d
    @DipuBoruah-l5d 7 หลายเดือนก่อน +14

    সঁচাকৈ যদি অসমত শৈক্ষিক উন্নতি সাধন কৰিব বিচাৰে,তেন্তে এনেবোৰ কাৰ্যৰ পৰা শিক্ষা অনুষ্ঠান সমূহক আতৰাই, চৰকাৰে শিক্ষা অনুষ্ঠান সমূহক অলপ শকত পুঁজি দিয়াৰ ব্যৱস্থা কৰক ।
    Tridib dar কথাখিনিৰ সৈতেও আমি একমত আৰু আশা আছে যে এনে কৰ্মৰ বিপৰীতে সদাই স্পষ্ট মত আগবঢ়াই যাব।

  • @mukundabora7827
    @mukundabora7827 7 หลายเดือนก่อน +1

    বামুণক সোনকালে বিদায় নিদিলে একো নাথাকিব ।

  • @mahantadimpy
    @mahantadimpy 7 หลายเดือนก่อน

    Well said Tridib

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 7 หลายเดือนก่อน +1

    কটন কলেজৰ কিয়নো চৰকাৰৰ বাজেট নাই

  • @purbakantabarman431
    @purbakantabarman431 7 หลายเดือนก่อน +9

    এই গোটেই কাণ্ডৰ মূলত মুখ্যমন্ত্ৰী নিজেই থকাৰ সম্ভাৱনা আছে। মাটিৰ অধিকাৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত যাব পাৰে। ব্যক্তিগত কলেজ খুলিব তাত।

  • @Destiny1999
    @Destiny1999 7 หลายเดือนก่อน

    ত্ৰিদিব ,অনুগ্ৰহ কৰি অসমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ অধগামী,মামীৰ দামী স্কুল, এজনীয়া শিক্ষক, স্কুল একত্রীকৰন, মদৰ দোকানৰ অনুমতি আৰু দিল্লী চৰকাৰী শিক্ষা মডেলৰ ওপৰত তথ্যভিত্তিক ভিডিও এটা বনাবলৈ অনুৰোধ জনালোঁ।please please

  • @anjubegum6320
    @anjubegum6320 7 หลายเดือนก่อน +14

    মোদী আৰু হিমন্ত ৰ মতে অসম ভাৰতৰ 1 নম্বৰ এই চব বেচাত 1নম্বৰ।

  • @Swapnashreee
    @Swapnashreee 7 หลายเดือนก่อน

    Tridipৰ কথাবিলাক ভাল লাগে ৷

  • @jurisensua-qz1iq
    @jurisensua-qz1iq 7 หลายเดือนก่อน +5

    কোনো কাৰণতে এইটো হব নালাগে।

  • @tulongogoi7884
    @tulongogoi7884 7 หลายเดือนก่อน +2

    সঁচাকৈ আমাৰ শিক্ষাৰ উন্নয়নৰ নমুনা এয়াই নেকি,,

  • @youcan671
    @youcan671 7 หลายเดือนก่อน +2

    উচিত কথা কৈছে দাদা❤

  • @malabikagogoi1328
    @malabikagogoi1328 7 หลายเดือนก่อน +2

    কোনো বা জনে ব্যক্তি গত কলেজ খুলিব শেষ হোৱাৰ পথত অসম

  • @dipankarhazarika5213
    @dipankarhazarika5213 7 หลายเดือนก่อน +7

    উচিত কথা কৈছা ভাইটি।
    কিন্তু মাটিখিনি বৰ্ত্তমান বেলেগ কাৰুবাক দি অলপ দিনৰ পিছত বেলেগ কোনোবাই ল'ম বুলি ভাবিছে যদি কোনেও একো কৰিব নোৱাৰে।
    আৰু যদি কটনক নিজাকৈ ৰাজহ সংগ্ৰহ কৰিবলে চৰকাৰী নিৰ্দ্দেশনা আছিল তেন্তে মুখ্যমন্ত্ৰীয়ে এইটো বন্ধ কৰিলে কিয়? বাহ বাহ লবলে নে কি?
    ৰাইজ মনলে অহা কথাতোহে বেকত কৰিছো দেই বেয়া নাপাব। আমি একেবাৰে সহজ সৰল মানুহ।🙏

  • @kotadigang175
    @kotadigang175 7 หลายเดือนก่อน

    Next CM

  • @fajirali4029
    @fajirali4029 7 หลายเดือนก่อน +3

    সঁচাকৈ এই বোৰ কি হৈ আছে 😢😢

  • @saddamhossain-yw1xb
    @saddamhossain-yw1xb 7 หลายเดือนก่อน +5

    Dadar kotha khini bhut vl lgil salute to you

  • @Jiiintu
    @Jiiintu 7 หลายเดือนก่อน +4

    👍❤️

  • @whoamI23cel
    @whoamI23cel 7 หลายเดือนก่อน +1

  • @dipankarborah6366
    @dipankarborah6366 7 หลายเดือนก่อน +4

    জীৱিত ভাই ❤️✊

  • @achyutbora7746
    @achyutbora7746 7 หลายเดือนก่อน +8

    সম্পূৰ্ণ অনুষ্ঠানটো চালোঁ কালি। ভাল লাগিল সকলোৰে কথাখিনি আৰু বিষয়টো বহু জটিল। সঁচাকৈ এটা সুস্থ আলোচনাৰ দৰকাৰ আছে। ভৱিষ্যত বিপদৰ দিশে গৈ আছে কটন।

  • @gogoisway
    @gogoisway 7 หลายเดือนก่อน +2

    Higher education t sarkare okunu puji dia nai. Phd kri thka gitak hudileo hol

  • @ridulali9326
    @ridulali9326 7 หลายเดือนก่อน +2

    Tridip da well said ❤

  • @rajdeephazarika2355
    @rajdeephazarika2355 7 หลายเดือนก่อน +2

    dhunia kotha koisa

  • @keshabborah5201
    @keshabborah5201 7 หลายเดือนก่อน

    Ache din nhoi bure din

  • @bishmitisharma2513
    @bishmitisharma2513 7 หลายเดือนก่อน +4

    Bolishtho kontho.val lagil.

  • @hiteshchoudhury-cu8nf
    @hiteshchoudhury-cu8nf 7 หลายเดือนก่อน

    এয়াৰটেল দিচত চেনেলটো চাব পোৱা নাই কিয়

  • @pankajaxom8521
    @pankajaxom8521 7 หลายเดือนก่อน +1

    Dospur r goraki a besora nai tu....😂😂😂😂

  • @greenearth6207
    @greenearth6207 7 หลายเดือนก่อน +2

    Dala sab

  • @plabanjyotisharma7534
    @plabanjyotisharma7534 7 หลายเดือนก่อน +5

    Tridib JINDABAD.

  • @AlikBorah-l4w
    @AlikBorah-l4w 7 หลายเดือนก่อน +3

    Good Babu vl Katha kaise selot tomak

  • @parthaprotimborah5999
    @parthaprotimborah5999 7 หลายเดือนก่อน +3

    Keep growing brother 🙌

  • @giyasuddin9294
    @giyasuddin9294 7 หลายเดือนก่อน +2

    Dada xondhor

  • @himangshudeka331
    @himangshudeka331 7 หลายเดือนก่อน

    Parag kumar das aru thaneswar boro debar upart video banabasn

  • @jetstream5255
    @jetstream5255 7 หลายเดือนก่อน +1

    Mur deuta cottonot kam kore dada deuta hotpk retire kori dibo nki ohar pora?

  • @abhijittalukdar7686
    @abhijittalukdar7686 7 หลายเดือนก่อน

    😅