ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

গোপীনাথ বৰদলৈ আৰু গ্ৰুপিং আঁচনি|| অসম পাকিস্থানৰ সলনি ভাৰতৰ অংগ হোৱাৰ কাহিনী || TRIDIB BHAGABATI

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ส.ค. 2024
  • Chapters
    0:00-1:37 - আৰম্ভণি
    1:38-2:21 - অসমলৈ অবাধ প্ৰব্ৰজন আৰু সমস্যাৰ সৃষ্ঠি
    2:22 - 2:56 - কেবিনেট মিছনৰ প্ৰস্তাৱ - বংগৰ সৈতে অসম
    2:57 - 4:18 - গোপীনাথ বৰদলৈৰ নেতৃত্বত APCC ৰ তীব্ৰ বিৰোধিতা
    4:19-5:20 - কেবিনেট মিছন, কেন্দ্ৰীয় নেতৃত্বক বৰদলৈৰ সাক্ষাৎ
    5:21 -5:36 - কেন্দ্ৰীয় নেতৃত্বক কঠোৰ সকীয়নী
    5:37-6:43 - মহাত্মা গান্ধীৰ অসমৰ পক্ষত অৱস্থান
    7:02 -7:40 - হাইকামাণ্ডৰ বিৰুদ্বে যোৱাৰ তেতিয়াৰ সাহস, আজিৰ ভয়
    8:43-8:57- সংবিধানৰ ষষ্ঠ অনুসুচীত ভূমিকা
    8:58-9:08- ভীমবৰ দেউৰীৰ ভূমিকা
    9:09-9:26 - স্বাধীন অসমৰ ভেঁটি নিৰ্মাণ
    9:27- 11:47- কিয় পাহৰিব নোৱাৰি গোপীনাথ বৰদলৈক
    #assamesevideo #gopinathbordoloi #tridibbhagabati
    গোপীনাথ বৰদলৈ আৰু গ্ৰুপিং আঁচনি|| অসম ভাৰতৰ অংগ হোৱাৰ কাহিনী || TRIDIB BHAGABATI
    গোপীনাথ বৰদলৈ বিষয়ে ৰচনাlokpriya gopinath bordoloifirst chief minister of assamলোকপ্ৰিয় গোপীনাথ বৰদলৈGopinath bordoloiGrouping and assamBhimbor deoriSadullah assamHimanta biswa sharma on gopinath bordoloiTridip bhagbatiGopinath bordoloi biographyGopinath bordoloi essay in assameseগ্ৰুপিং প্ৰস্তাৱভীমবৰ দেউৰীAssam independence movementhimanta biswa sarmaGopinath bordoloi death anniversaryToday assamese newsTridib bhagabati talk show

ความคิดเห็น • 73

  • @nilotpalchaliha2208
    @nilotpalchaliha2208 2 หลายเดือนก่อน +15

    ভাল লাগিল,সুন্দৰ উপস্থাপন🙏

    • @Anjanavlog-ql5mw
      @Anjanavlog-ql5mw 2 หลายเดือนก่อน

      সঁচাই বহুত কথা শিকিব পাৰি কিন্তু এওঁৰ পৰা

  • @ProbalKhataniar
    @ProbalKhataniar 2 หลายเดือนก่อน +10

    সুন্দৰ আলোচনা,বৰদলৈ ডাঙৰীয়াৰ ত্যাগ আৰু বুদ্ধিমতাক অসমীয়াই সদায় মনত ৰাখিব🙏🙏

  • @urbijadas4547
    @urbijadas4547 2 หลายเดือนก่อน +13

    যথেষ্ট তথ্যপূৰ্ণ কথা উপস্থাপন কৰিছে..আপোনাৰ উপস্থাপন শৈলী প্ৰশংসনীয়..অলেখ শুভেচ্ছা থাকিল❤

  • @swapnilmusicstudio1891
    @swapnilmusicstudio1891 2 หลายเดือนก่อน +14

    সুন্দৰ বিশ্লেষণ। আচলতে এইবোৰ কথা আমাৰ যুৱ প্ৰজন্মৰ মাজত আলোচনা হ'ব লাগে। এইবোৰ দিশ হয়তু আজিৰ বহু যুৱপ্ৰজন্মৰ বাবে অজ্ঞাত।

  • @amalchandrasarmah2849
    @amalchandrasarmah2849 2 หลายเดือนก่อน +3

    সুন্দৰ ইতিহাস দাঙি ধৰিলা ভাল লাগিলে

  • @saratkalita7685
    @saratkalita7685 2 หลายเดือนก่อน +4

    আপোনাৰ কথা সম্পূৰ্ণ সমৰ্থন কৰিলো মই । বৰ্তমান অসমৰ যুৱ প্ৰজন্মৰ বাবে অতি গুৰুত্বপূৰ্ণ জয় আই অসম

  • @PrbinChutia
    @PrbinChutia หลายเดือนก่อน

    অশেষ ধন্যবাদ ত্ৰিদিপ ভাইটি। গভীৰ অধ্যয়ন সুলভ আৰু যথেষ্ট তথ্য সমৃদ্ধ বিশ্লেষন আগবঢ়াইছা। তোমাৰ বিশ্লেষনত ইতিহাসৰ জীয়া সত্য সমূহ উন্মোচিত হয়। এজন বিজ্ঞানৰ ছাত্ৰ হৈয়ো ইতিহাসৰ ইমন জ্ঞান থকাতো গভীৰ অধ্যয়নৰ বাবেই সম্ভৱ হৈছে। কিন্তু দূখৰ বিষয় যে একাংশ মূল সুঁতিৰ অসমীয়া লোকেও নিজৰ ৰাজনৈতিক অভিষ্ঠ সিদ্ধিৰ বাবে বহু ক্ষেত্ৰত ইতিহাসৰ প্ৰকৃত সত্যক আওকাণ কৰি বা অপব্যাসা কৰি সমাজক বিপথে পৰিচালিত কৰি আহিছে। সেয়েহে বৰ্তমান প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকলে যি বিষয়তেই অধ্যয়ন নকৰক কিয়, ইতিহাস অধ্যয়ন কৰিব ই লাগিব,তেহে নিজক বোজিব, সমাজৰ, জাতিৰ সমস্যা ৰাজিক বোজিব আৰু ভৱিষ্যত পৰিকল্পনা কৰি নিজৰ জাতি তথা দেশক সুৰক্ষিত কৰিব পাৰিব। ধন্যবাদ।

  • @kkalita6071
    @kkalita6071 2 หลายเดือนก่อน +3

    সত্যবোৰ জানিবলৈ পাই ভাল লাগিল ককাইদেউ

  • @Chinmay_Hazarika
    @Chinmay_Hazarika 2 หลายเดือนก่อน +9

    দাদা বহুত ভাল লাগে আপোনাৰ video বোৰ চাই

  • @debakrsaikia2993
    @debakrsaikia2993 11 วันที่ผ่านมา

    Tridib, you are doing some exceptional work. Keep it up.

  • @UZZALMONIPHUKAN
    @UZZALMONIPHUKAN 2 หลายเดือนก่อน +4

    সুন্দৰ বিশ্লেষণ। 👍🌷

  • @rajusarma9691
    @rajusarma9691 2 หลายเดือนก่อน +2

    এই video টো বাবে বহুত ধন্যবাদ থাকিল।

  • @jayantachetia4488
    @jayantachetia4488 หลายเดือนก่อน

    আপোনালে বহুত ধন্যবাদ জনালো অসমৰ বুৰঞ্জী ভাৰত বুৰঞ্জী পাথ্যপুথিৰ পৰা চক্রান্ত কৰি আতৰ কৰা হল কিমান দুখৰ বুজা অসমীয়াই লব ধর্য্য হেৰাই গৈছে এক ভয়ানক ভবিষ্যৎ বাংলাদেশৰ দৰে পৰি স্তি তি অসমত হব ই সাতাং

  • @bhargavbayan7121
    @bhargavbayan7121 หลายเดือนก่อน

    Very informative 👍🏻

  • @pakhirajrabha6008
    @pakhirajrabha6008 2 หลายเดือนก่อน

    ❤❤ বহুত ধন্যবাদ। আগুৱাই যোৱা। এইবাৰ জ্ঞান আমাৰ অসমীয়াক সম্প্ৰতি দৰকাৰ।

  • @mrinalkumarsarmah3468
    @mrinalkumarsarmah3468 หลายเดือนก่อน

    Beautifully Explained. Thank you.

  • @chintunath7450
    @chintunath7450 2 หลายเดือนก่อน +1

    সুন্দৰ আলোচনা।

  • @kashyabhazarika5323
    @kashyabhazarika5323 2 หลายเดือนก่อน +9

    বৰ ভাল লাগিল ককাইদেউ। সম্ভৱ হ'লে তৰুণ গগৈ ডাঙৰীয়া বিষয়ে ভিডিঅ'এটি বনাব ।😊

  • @digantadeka7201
    @digantadeka7201 2 หลายเดือนก่อน +5

    Moza❤❤❤ explanation❤

  • @bhesojbaruah6265
    @bhesojbaruah6265 2 หลายเดือนก่อน

    আপোনাৰ ভিডিঅ'টি তথ্য সমৃদ্ধ -এইবোৰ কথা নতুন চামে হৃদয়ঙ্গম কৰিলে ভাল ।
    ধন্যবাদ

  • @shaanali6072
    @shaanali6072 หลายเดือนก่อน

    আমি অৰ্থাৎ খিলঞ্জীয়া মুছলমান মানুহ খিনিয়ে অতীতৰ পৰাই আজিলৈ অসমীয়াৰ অংগ হৈ থাকিলো, কিন্তু আজি বেয়া লগে, আন অসমীয়াই আহি কিছুমান সংগঠনৰ লগত মিলি নিজকে শুদ্ধ অসমীয়া বুলি অভিনয় কৰি বেছি হিন্দু দেখুৱাই আমাকো অৰ্থাৎ খিলঞ্জীয়া মানুহৰ বিৰোধ কৰে, কিন্তু আমি সহজে হাৰ নামানো kela, জয় আই অসম ❤❤

  • @abdullaalfarug5292
    @abdullaalfarug5292 2 หลายเดือนก่อน +5

    ভীমবৰ দেউৰীৰ ওপৰত এটা পৃথককৈ ভিডিঅ' দিবচোন।

  • @nababeharidas4822
    @nababeharidas4822 2 หลายเดือนก่อน

    Tumar katha khini emman suwalakoi bujaisa, suni thakibar mon jay....Bar dhuniyakoi bujilo....Dhanyabad tumak.......❤

  • @drkknath
    @drkknath 2 หลายเดือนก่อน

    প্ৰতিজন অসমীয়াই অৱশ্যেই জানিবলগীয়া কথা। এই চেগতে গোপীনাথ বৰদলৈ, মহাত্মা গান্ধী আৰু সমূহ স্বতন্ত্ৰতা সেনানী সকললৈ সশ্ৰদ্ধ প্ৰণাম🙏

  • @HazarikaDaaVlogs__
    @HazarikaDaaVlogs__ 2 หลายเดือนก่อน +3

    Hundor

  • @MohidulIslam-cx6um
    @MohidulIslam-cx6um 2 หลายเดือนก่อน +4

    Nice explanation👍

  • @17Hirumoni
    @17Hirumoni 2 หลายเดือนก่อน +3

    very nice talking talent acquisition 😃🔥❤️🙏

  • @jdulanta
    @jdulanta 2 หลายเดือนก่อน

    Highly informative. Thanks

  • @গেৰচনভদীয়া
    @গেৰচনভদীয়া 2 หลายเดือนก่อน +6

    অনুগ্ৰহ কৰি Next Videoটো বলিয়া কুকুৰ ওপৰত লাগে৷

  • @phoenixfromashes1
    @phoenixfromashes1 หลายเดือนก่อน +1

    1941 চনত বাংলাদেশ আছিল নেকি?

  • @Simple_Bgv
    @Simple_Bgv 2 หลายเดือนก่อน

    Great content. ❤ looking forward for more……!

  • @susantasaikia6078
    @susantasaikia6078 2 หลายเดือนก่อน +1

    অসম আন্দোলনৰ বিষয়ে অলপ বহল ভাবে video এটা কৰিবা বুলি আশা কৰিলোঁ।

  • @sanjibborah6718
    @sanjibborah6718 2 หลายเดือนก่อน

    Very nice explanation..Keep it up...👍🏻

  • @bhargovborah5355
    @bhargovborah5355 2 หลายเดือนก่อน +1

    Hundor bisleson 👍🏻

  • @gautamburagohain1086
    @gautamburagohain1086 2 หลายเดือนก่อน

    সুন্দৰ

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 หลายเดือนก่อน +3

    বিজয় কৃষ্ণ সন্দিকৈ ।গোপিজিম কৰোঁতে ভোটা ভোটৰ জৰিয়তে অসমক পুৱপাকিসাঠানৰ অন্তৰ্ভুক্ত এতিয়া বাঙলাদেশৰ অন্তৰ্গত কৰা কাৰ্যক মাত দিয়া কোন কোন। ভোটৰ ফলাফল। ছিলেট কিয় মুছলমান প্ৰধান হলগৈ।অসম বা বঙ্গৰ নহ'লগৈ। এই ভোটৰ দ্বাৰা অসম যে অসমীয়াৰ নহবগৈ জানিও ও মুখ্যমন্ত্ৰী হৈ অসমক কেৱল অসমীয়াৰ তাক নকৰি আজিও এক অনিশ্চিত ভৱিষ্যতৰ ফালে টানি অনা হ'ল। মধ্যৰ পৰা নামনি অসমৰ অৱস্থা এদিন যে অসমীয়া সঙক্ষালঘু হ'বলৈ যাব দুৰদশীতাৰ অভাৱ ক'ত থাকিল। অলপ ভাবিবৰ কথা।

    • @gunakantabaruah6243
      @gunakantabaruah6243 2 หลายเดือนก่อน

      মুখ্যমন্ত্ৰী তেতিয়া বহু মতত জয়ী হৈয়ো কিহৰ কাৰণে নিজ শক্তিক অসমীয়াৰ ভবিষ্যত সুৰক্ষিত নকৰিলে।কাষৰ পাহাৰৰ ৬ ভনীয়ে জানিলে যে আমাৰ মাটি ও আমাৰ মানুহৰ বাবেহে আমাৰ দেশ ।ইতয়াদি বহু লাখটকীয়াৰ প্ৰশ্ন আহি যায়। ক্ষমতাত থাকোঁতে সকলো কোনোবাই দেখুৱাই দিবলৈ নিদি সাহসেৰে উৎঠাপন কৰাৰ দৰকাৰ আছিল।অকল তেতিয়াই নহয় পিছত অসমে বহু কেইজন মুখ্যমন্ত্ৰীৰ পৰাও সেই একে সাহস দেখা নাপালে। গতিকে বুৰঞ্জী খুচৰিলে কেঁচুৰ লগত সাপো দেখা পোৱা যায়।

  • @dhirendrakumarbordoloi3709
    @dhirendrakumarbordoloi3709 2 หลายเดือนก่อน

    Sundar paryalochana bhal lagil

  • @BikiBoruah-bw9yq
    @BikiBoruah-bw9yq 2 หลายเดือนก่อน +2

    অসম কৃষি বিশ্ববিদ্যালয়ৰ জন্মৰ ওপৰত এটা video লাগে

  • @NKMedia-d6k
    @NKMedia-d6k 2 หลายเดือนก่อน +2

    শ্বেখ হাছিনাৰ বিষয়ে এটা Story কবছোন
    শেহতীয়াভাবে তেওঁৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰালৈকে আচল কাহিনী কি?

  • @changmaisnotebook1914
    @changmaisnotebook1914 2 หลายเดือนก่อน +1

    Video bur khub vhal lage tmr 💯 kintu tmi boha jega dokhor olop hari musi loba sun hdai eyat a bohi video bonua eman letera hoi thake !! Ktha khar kua krne bea napaba vhal vhabi a koisu

  • @debanandabharali5111
    @debanandabharali5111 2 หลายเดือนก่อน +1

    Good

  • @ajaybarman516
    @ajaybarman516 2 หลายเดือนก่อน

    ভাগৱতী নেতা হ'ব মন আছে যদি অতি সোনকালে ৰাজনীতিত যোগদান কৰা।30/35 বছৰ পিছত নেতা অসমত হ'ৱ পৰাটো অতি কঠিন হৈ পৰিব। Lower Assam expiry date 30/35 year n Upper Assam expiry date 70/80 year. বাকী ইতিহাসত নাম সন্নিৱিষ্ট থাকিব যদিহে তোমালোকৰ দৰে যুৱকে বাস্তৱ ৰাজনীতিৰ চৰ্চা নকৰে।

    • @Mr_rocky776
      @Mr_rocky776 2 หลายเดือนก่อน

      Axom ketiau expire hobo nuare
      Axom amar asil aru Amarei hoi thakibo

  • @শব্দ-ধ৪শ
    @শব্দ-ধ৪শ 2 หลายเดือนก่อน

    Val lage tumr concept khini....kintu murt kiba ata lagi ase dada❤

  • @arsadhaque9884
    @arsadhaque9884 2 หลายเดือนก่อน +2

    1st

  • @Gitz74
    @Gitz74 หลายเดือนก่อน

    You should also research on why kochbehar is merged with West Bengal and not with Assam. You will find a different role of Gopinath Bordoloi in that case😊.

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 หลายเดือนก่อน +2

    Bijoy Chandra Bhagoboti M P . Minister.

  • @MamoniYesmin-t5f
    @MamoniYesmin-t5f 2 หลายเดือนก่อน

    7 sister or khota kobo sun. India r kobolot pori ase ❤

  • @kangandas1547
    @kangandas1547 2 หลายเดือนก่อน +10

    2026 ত বৰ্তমানৰ কংগ্ৰেছ দল জিকিলে আকৌ মুছলিম প্ৰধান ৰাজ্য কৰিব 😂

    • @Hirakoggg
      @Hirakoggg 2 หลายเดือนก่อน +1

      আপোনাৰ নিছিনা মানুহবোৰৰ কাৰণে আজি বাংলাদেশীবোৰ ভাৰতৰ নাগৰিকত্ব পালে
      Bjp এ কা আনিলে সেইবোৰ আপোনালোকে দেখা নাপাই
      কিন্তু আগৰ পৰা ভাৰতত থকা
      মুছলিম সকলৰ ওপৰতহে আপোনালোকৰ চকু
      কংগ্ৰেছে অসমীয়া কব নোৱাৰা লোকসকলক Support কৰা নাই
      কা খনৰ কাৰণে আজি বাংলাদেশীৰে দেশ ভৰি পৰিছে
      প্ৰথমে এইবোৰক খেদক

    • @dilippanyang4748
      @dilippanyang4748 2 หลายเดือนก่อน

      ​@@Hirakogggআৰু কাৰ দিনত অবৈধ বাংলাদেশীয়ে অসমত বাহৰ পাতি ললে সেইটোকো জনাই দিব।

    • @Hirakoggg
      @Hirakoggg 2 หลายเดือนก่อน

      @@dilippanyang4748 আজিলৈকে দেখোন আহি আছে বাংলাদেশীবোৰ
      দিন হিচাপত কব গলে বাংলাদেশ স্বাধীন হোৱাৰ পৰা আজিলৈকে আহি এ আছে
      আৰু দুখৰ খবৰ যে TH-cam ot ভিডিঅ' ও বনাইছে কেনেকৈ ভাৰতত আহিব পাৰি
      এই 2024 ot o কেনেকৈ আহি আছে বা ইমান security থকাৰ পিছতো 🤔

  • @kapildevdasofficial5167
    @kapildevdasofficial5167 2 หลายเดือนก่อน +3

    Aru Ami Neheru k puja koru....😂

  • @mousumigogoi8971
    @mousumigogoi8971 หลายเดือนก่อน

    Gopinath aru cong ahom associationok ram thogon nidiya hole ajir dore poristhiti nohol heten .

  • @nexpertgaming4130
    @nexpertgaming4130 2 หลายเดือนก่อน +12

    Apuni history student neki dada

    • @অসমীয়াজোবান
      @অসমীয়াজোবান 2 หลายเดือนก่อน +8

      Political science atia Guwahati university t PHD koribo

    • @nexpertgaming4130
      @nexpertgaming4130 2 หลายเดือนก่อน

      ​@@অসমীয়াজোবানmoiu political r student

    • @Uniligent
      @Uniligent 2 หลายเดือนก่อน +4

      You need not have to be a history student to study History. Me being a Science student keep studying history whenever I get time.

  • @jennieshorts4450
    @jennieshorts4450 2 หลายเดือนก่อน +2

    Basilu nohole aji moribo loga hole hoi 😂

  • @RobinDutta-st2mk
    @RobinDutta-st2mk 2 หลายเดือนก่อน

    Anekua alosoa bur aglou karibsoon khub lagotial katha koise

  • @Nafl112-t2p
    @Nafl112-t2p 2 หลายเดือนก่อน

    Atiya cmr kotha kiman a vl buli koi bru sobe bokehe karon kaam a tenekuwa. Eyate gom puwa jai aru agot ki asil atiya ki hoise

  • @Kumar00199
    @Kumar00199 หลายเดือนก่อน

    But you don't mention sama Prasad Mukherjee role.. kitna hate karta hai bengali o se ,

  • @educationrelated4124
    @educationrelated4124 2 หลายเดือนก่อน

    Fotua video t view bht. Bt aibur vl video kintu view km

  • @AxomPower
    @AxomPower 2 หลายเดือนก่อน +4

    Bangla bhakhi musolman ketyao khilonjia hbo nware ...Amr axomia manuhr bor beya eta soritro ase...xokoloke akowali lwa..Ami Axomia buli kole june Axomt thake axomia koi ba khilonjia bhakha koi xihtk he axomia buli kou....Kintu Asolote eitu sintar karone aji bongo bhakhi musolman aru hindu bengali e axom khnk borbaad kori dise...Axomia Manei hol Axomr axomia kwa Hindu,Khilonjia Jonojati xokolo...Baki bur kunu axomia nhoi

    • @deepjyotichamuah3867
      @deepjyotichamuah3867 2 หลายเดือนก่อน +1

      Khoob pitibo lgibo Bangladeshi miya k

    • @xoxoxo4567
      @xoxoxo4567 2 หลายเดือนก่อน

      Koch kingdom, barak valley, cachar haibur or nam khinisa, alop bhalke geographically divided kori suwa.

    • @AxomPower
      @AxomPower 2 หลายเดือนก่อน

      @@xoxoxo4567 moi nije koch Rajbongshi hoi bupa

  • @xoxoxo4567
    @xoxoxo4567 2 หลายเดือนก่อน +1

    Khilonjiya muslim aku nohoi ana ana khilonjiya buli title loi thoise. Converted converted a thakibo nijor jatik dhormok dhoka d faida karone convert hoi goise, like the way we see today in missionary schools that if you get converted you get facilities etc. "Dogla dogla e hota hai"

  • @jayprakashrai9819
    @jayprakashrai9819 หลายเดือนก่อน

    Assam ok Bangladesh logot join kori diok..eneo Bangladesh hoboloi besi din nii😅😅..jiman joldi join kore emane val 😅