ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভীষিকাৰ সৃষ্টি কৰা মহাবাহু ব্ৰহ্মপুত্ৰই এইবাৰ সংকট নমাইছে গুৱাহাটীবাসীলৈ

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ก.ค. 2024
  • ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভীষিকাৰ সৃষ্টি কৰা মহাবাহু ব্ৰহ্মপুত্ৰই এইবাৰ সংকট নমাইছে গুৱাহাটীবাসীলৈ। পাণ্ডু আৰু ভৰলুৰ ভিন্ন অংশইদি মহানগৰীৰ বুকুলৈ সোমাইছে বুঢ়া লুইতৰ বাঢ়নী পানী। প্ৰভাৱিত হৈছে শতাধিক পৰিয়াল, ভাবুকি কঢ়িয়াইছে ফাঁচীবজাৰলৈয়ো। ইয়াৰ মাজতে গুৱাহাটীবাসীলৈ সতর্কতামূলক জাননী জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
    #pratidintime #guwahati #flood

ความคิดเห็น • 15

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z 9 วันที่ผ่านมา +3

    এইবোৰ ঠাইত অশোক সিংহল আৰু মৃগেন শৰনিয়াক ৪৮ঘণ্টাথাকিব দিয়ক গম পাই যাব বান পানী কি

  • @SaifulIslam-ru9ww
    @SaifulIslam-ru9ww 9 วันที่ผ่านมา

    Smart city.

  • @bishnuramrabha4714
    @bishnuramrabha4714 9 วันที่ผ่านมา +1

    Good News for Guwahati basi & BJP .

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j 9 วันที่ผ่านมา +1

    বিজেপীক ভোট দে কেলা ৷ মল্ল আৰু ফিউজ ক’ত গ’ল ?

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 9 วันที่ผ่านมา

    Smart City

  • @eshikshainassamese9184
    @eshikshainassamese9184 8 วันที่ผ่านมา

    গুৱাহাটী আৰু কেতিয়াও নাজাও গুৱাহাটী নমস্কাৰ

  • @prasantarai3921
    @prasantarai3921 9 วันที่ผ่านมา

    Hai bjp,very nice.

  • @hazaratali771
    @hazaratali771 7 วันที่ผ่านมา

    উজনি অসমত পানী হলে ক্ষতি নাই, মিডেলত বান্ধ ধিয়ক

  • @its__me-
    @its__me- 8 วันที่ผ่านมา

    dada bido hat b j p kea vot diya😂

  • @bubuldeka9847
    @bubuldeka9847 9 วันที่ผ่านมา

    Ghy enekua manuh he thake neki?

  • @kangkanboro1288
    @kangkanboro1288 9 วันที่ผ่านมา

    Johorak panit palai d

  • @prasantarai3921
    @prasantarai3921 9 วันที่ผ่านมา

    Pisfale thaka soli kita sing,jahara.

  • @bipulrabha-xg7jr
    @bipulrabha-xg7jr 9 วันที่ผ่านมา

    তোৰ মূৰত কি আছে

  • @vickypasari639
    @vickypasari639 8 วันที่ผ่านมา

    Aibur hol drainage system bhal nohole but sorkar a kio aibur Buji napai amaryaat ami gourav gogoi k vote disu purohi tawa video eta bonale Kali pora Kam start hoi gol rastar o drain or o