জ্যেষ্ঠ নেতাৰ বিজেপি ত্যাগৰ সম্ভাৱনাৰ চৰ্চিত খবৰে ধুমুহাৰ সৃষ্টি কৰিছে গেৰুৱা শিবিৰত

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ค. 2024
  • একাংশ বিধায়ক, প্রাক্তন বিধায়ককে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ বিজেপি ত্যাগৰ সম্ভাৱনাৰ চৰ্চিত খবৰে ধুমুহাৰ সৃষ্টি কৰিছে গেৰুৱা শিবিৰত। উঠিছে অসম জনসংঘ গঠনৰ উকমুকনি। এনে পৰিস্থিতিত বিভাজনৰ আশংকাই শংকিত কৰিছে বিজেপিক। দলৰ সন্মুখত আহি পৰা এনে আচম্বিত সংকটৰ মাজত আজি মুখ্যমন্ত্রীৰে বিশেষ বৈঠকত মিলিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।
    #pratidintime #assam #bjp #bjpnews

ความคิดเห็น • 104

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2tr 23 วันที่ผ่านมา +52

    গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী❤❤❤

  • @user-rx9qc2gl8w
    @user-rx9qc2gl8w 23 วันที่ผ่านมา +41

    এইজন সভাপতিৰ নামত মাত্র চকীখন । কথাই কব নাজানে । চলাই আছে বেলেগে এইজনক ।

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 21 วันที่ผ่านมา +1

      মাৰাত্মক সত্য কথা কলে দেই।

  • @bakulboruah2026
    @bakulboruah2026 22 วันที่ผ่านมา +12

    গৌৰৱৰ ধুমুহাত তচনচ অসম BJP । উৰি গল হিমন্ত, পিযুছ, জয়ন্ত, দিগন্ত, মানৱ,ৰূপজ‍্যোতিৰ অহংকাৰ।

  • @C.Barman7
    @C.Barman7 23 วันที่ผ่านมา +13

    ২০২৬ ত অহংকাৰৰ পতন হব ।

  • @user-vo7ei8ki5v
    @user-vo7ei8ki5v 23 วันที่ผ่านมา +28

    ভৱেশ কলিতা সৰ্বকালৰ নিকম্মা সভাপতি

    • @kumudbaruah2001
      @kumudbaruah2001 23 วันที่ผ่านมา +1

      হয়নে? ভবেশ কলিতা যদি নিস্কৰমা তেন্তে তুমি কৰ্ম যোগীজনেই ৰাজ্যিক সভাপতি নোহোৱা কিয়। কংগ্রেসৰ জৰিয়তেই দেখোন প্রস্তাব টো ৰাষ্ট্ৰীয় সভাপতি জে পি নডডালৈ পঠিয়াই দিব পাৰি। বৰ্তমান অসমৰ প্ৰায়বোৰ বাতৰি গোষ্ঠীয়েই জৰ্জ ছৰোচৰ কবলত পৰিল যেন অনুমান হৈছে। নহলেনো এই মেডিয়া বোৰে দৈনিক চৰকাৰ খন ভঙা পতাত লাগি থাকেনে?

    • @user-vo7ei8ki5v
      @user-vo7ei8ki5v 23 วันที่ผ่านมา +2

      @@kumudbaruah2001 ৰাজেন গোহাইৰ দৰে ব্যক্তিৰ দলত যি আলৈ আথানি ,মৃণাল শ‌ইকীয়া ,বিজয়া চক্ৰৱৰ্তী ,ৰমেন ডেকা ,অশোক শৰ্মা দীঘলীয়া তালিকা ।
      পৰিভ্ৰমী চৰাইক নিয়ন্ত্ৰণ কৰক অহংকাৰ এৰি ।নহলে বিজেপিৰ লগতে অসমত অসমীয়া জাতি ধ্বংস হব ।
      বিজেপিৰ হাতত অসমৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ দায়িত্ব আছে ।।

    • @kumudbaruah2001
      @kumudbaruah2001 23 วันที่ผ่านมา

      ​@@user-vo7ei8ki5vবৃদ্ধ অৱস্থালৈকে দলৰ পদবীত থাকিবও নালাগে আৰু ৰখাও উচিত নহয়। এইবিলাক গতিশীল ধাৰা। ব্যতিক্রম কেৱল কংগ্রেসত হে দেখা পোৱা যায়। নতুনক কৰ্ম দক্ষতাৰে উপযোগী কৰি দেশখন আগুৱাই নিবলৈ দিব লাগিব। নহলে ভৱিষ্যত কাৰ হাতত অৰ্পন কৰা হব। ছুপাৰ ছিনিয়ৰ সকলে বৰ্তমান উপদেশ বা দিহা পৰামৰ্শৰে আগুৱাই যোৱাত সহায় কৰিব লাগে। বিষয় বাসনাৰ বাবে ৰাজনীতি কৰিবলৈ গলে পৰিবেশ পৰিস্থিতিত নিজৰ আকাংখা পূর্ণ নহবও পাৰে৷

    • @DurgeshwarDeka
      @DurgeshwarDeka 22 วันที่ผ่านมา +2

      ​@@kumudbaruah2001😂😂😂😂 kene pala dekh biki kora ata dol hol bjp.jiburecongressthaki beya kam kori ahisil atiya kheybur bjpt ahil khihot ki val hoi gol nki.

    • @yogeshborpatragohain6775
      @yogeshborpatragohain6775 22 วันที่ผ่านมา +1

      @@kumudbaruah2001Saroda mama jot bikhombad tot

  • @bakulboruah2026
    @bakulboruah2026 22 วันที่ผ่านมา +15

    BJP ৰ অহংকাৰেই BJP ক ডুবালে।

  • @prabinsarma7499
    @prabinsarma7499 23 วันที่ผ่านมา +8

    Hbs দলত থাকিলে অসমত bjp ধ্বংস হোৱাটো খাটাঙ

  • @mukutsaikia6302
    @mukutsaikia6302 23 วันที่ผ่านมา +6

    I love congress❤❤❤❤❤❤❤❤

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 22 วันที่ผ่านมา +3

    Congress zindabad Rahul Gandhi zindabad Gaurav Gogoi zindabad 💯🙏💪💪💪💪💪💪💪💪💪💪💪💪💪

  • @user-zw1sl3zs1s
    @user-zw1sl3zs1s 22 วันที่ผ่านมา +4

    বিজেপি মুক্ত হ'ব।

  • @nababaishya9194
    @nababaishya9194 23 วันที่ผ่านมา +5

    অহংকাৰ বেছি হৈছে

  • @Destiny1999
    @Destiny1999 22 วันที่ผ่านมา +3

    দাদা বিগ্ৰেড শেষ😂😂😂

  • @jyotideepofficial5801
    @jyotideepofficial5801 20 วันที่ผ่านมา +1

    Mojjah

  • @purnanandarajkhowa8712
    @purnanandarajkhowa8712 22 วันที่ผ่านมา +1

    ধুমুহাৰে বান!

  • @bhaikonphukan7761
    @bhaikonphukan7761 21 วันที่ผ่านมา +1

    Sarbananda sonowal cm hbo lge

  • @pankajdas2249
    @pankajdas2249 17 วันที่ผ่านมา

    অহা যোৱা চলি থাকিব ।

  • @janardanbora2803
    @janardanbora2803 22 วันที่ผ่านมา +1

    এইটোক কোনে সভাপতি ৰূপে বহাই থৈছে হয় নে কিবা কথা কব জানে না কিবা কৰিব পাৰে 😅😅

  • @honest_gaming
    @honest_gaming 22 วันที่ผ่านมา +1

    ভবেশ কলিতা এজন ফিতা হিসেবে মাৰি ফুৰা মানুহ

  • @brainybytez
    @brainybytez 22 วันที่ผ่านมา

    Gaurav gogoi next Cm .....ami vote dm vaiiiiii.......moi lower Assam r

  • @rafikulali4396
    @rafikulali4396 22 วันที่ผ่านมา

    যদি কোনো নাযায়
    তেতিয়া হলে সেই বিষয়ত বৈঠক কিয়

  • @JamalUddin-il2nt
    @JamalUddin-il2nt 16 วันที่ผ่านมา

    আপোনা সকলৰ বাবে ধন্যবাদ

  • @bigboss.3213
    @bigboss.3213 22 วันที่ผ่านมา

    মিঞাৰ ভোটত জয় হৈ আহা নেতাৰ নেতৄত্ব কিয় মানি ল'ব বাৰু ???

  • @mintunath2680
    @mintunath2680 22 วันที่ผ่านมา

    এইজনেই শেষ কৰিলে অসম বিজেপিৰ দৰে এটা দলক ।।

  • @ratuldas4987
    @ratuldas4987 20 วันที่ผ่านมา

    এতিয়াও অহংকাৰ কমা নাই কিন্তু!!!

  • @bishaldas3964
    @bishaldas3964 22 วันที่ผ่านมา +1

    Bhabesh kalitar post tu thakibone kheyau voy ase bhabesh kalitar...namothe khovapoti pise kamot fofou fou...

  • @jatinkonwar883
    @jatinkonwar883 22 วันที่ผ่านมา

    Best of luck.I.n.c p.

  • @user-rq4lx1jd1x
    @user-rq4lx1jd1x 19 วันที่ผ่านมา

    Next government congress in Assam

  • @pradipbarman6150
    @pradipbarman6150 16 วันที่ผ่านมา

    Aahok sarma aajon bohut bhal maanhu , sir aapunaloke teuk aanekuwa koribo nalagicil

  • @pankajhazarika7296
    @pankajhazarika7296 20 วันที่ผ่านมา

    ভৱেশ কলিতা।।ডুবালা ভাৰতীয় জনতা পাৰ্টিক।কাম নাই তোৰ।।

  • @RaijeswarMili
    @RaijeswarMili 23 วันที่ผ่านมา

    Good night

  • @dhanjitnath4013
    @dhanjitnath4013 22 วันที่ผ่านมา

    আপুনি দলত চুন লাৰা বাৰী ডাঙৰীয়া.🙏🌹

  • @Axomi567
    @Axomi567 21 วันที่ผ่านมา

    Lakhman rekha par korile rehai diya nohobo......
    Waoo bhobesh da waoo.....

  • @kaushiksaloi160
    @kaushiksaloi160 22 วันที่ผ่านมา

    Himanta mukto axom lge

  • @kamaltalukdar46
    @kamaltalukdar46 23 วันที่ผ่านมา +1

    Parobrti CM Gourov gogoi .

    • @kumudbaruah2001
      @kumudbaruah2001 23 วันที่ผ่านมา

      পৰবৰ্তী মূখ্য মন্ত্রী গৌৰৱ খান, প্রয়াত তৰুণ মিঞাৰ পুত্র। কোনে পাতিব? এই মিঞাৰ চৰডাৰ হতে অসম খন তুলি দিলে। চশ বছৰীয়া আহোমৰ শাসন কালত মিঞা মুছলমানে অসম দখল কৰিব পৰা নাছিল। এতিয়া এই মিঞাৰ চৰডাৰ হতে অসমখন ভোটৰ লালসাত মিঞাৰ হাতত তুলি দিলে। অসম আৰু অসমীয়াৰ বাবে ইয়াতকৈ দুখৰ কথা একো হব নোৱাৰে। কংগ্রেস অসমীয়াৰ চিৰ শত্ৰু। এই শত্রুক কোনো দিনে শাসনত আহিবলৈ দিব নোৱাৰি।

    • @yogeshborpatragohain6775
      @yogeshborpatragohain6775 22 วันที่ผ่านมา

      @@kumudbaruah20011500 tokiya vikhare hupai hazar seyorelau gourov gogoik aku krebo nuwaro modi nija ahi meeting mare a nuwarela

    • @ASSAMBJP84730
      @ASSAMBJP84730 19 วันที่ผ่านมา

      ​@@kumudbaruah2001গৌৰব ৰেনদিক অসমে নিজিকাই যোৰহাটতে জিকাৱ কেৱল

  • @user-lc6rb2pb1q
    @user-lc6rb2pb1q 20 วันที่ผ่านมา

    Arw. Kam. Nohobo. B. J. P.

  • @mukshedullah6863
    @mukshedullah6863 23 วันที่ผ่านมา

    Diplomatic answer e xotyok besi din dhakibo nuware 😂😂

  • @surojitbasumatary5264
    @surojitbasumatary5264 19 วันที่ผ่านมา

    তোমালোকে ৰাইজৰ বাবে ভাল কাম নকৰে!!!!!! সেইবাবেই ভাল মানুহবোৰ বেয়া পায়গৈ ।

  • @hemangakalita3273
    @hemangakalita3273 19 วันที่ผ่านมา

    কি congres BJP পাৰ্টিত যাব লাগে তাত কৰি দল a বাদ দিব লাগে।

  • @MAHARUMALI-j8y
    @MAHARUMALI-j8y 23 วันที่ผ่านมา

    নাও বুৰিলেও টিঙৰপৰা নানামিবি ।

  • @NaliniDeka-mq1rf
    @NaliniDeka-mq1rf 20 วันที่ผ่านมา

    বিজেপিৰ যাৰ অঙ্ক নিমিলে তেওঁ নাথাকে তাৰ মানে কি কবলৈ গৈ আছে

  • @Assam123-m2r
    @Assam123-m2r 22 วันที่ผ่านมา

    Sob ahibo pare congratulations.
    But congresi k lobo nalage ji ari goisil

  • @harrisnarahcreation3355
    @harrisnarahcreation3355 23 วันที่ผ่านมา

    Orthohin manuhor Orthohin bakya 😂😂

  • @movieclips9771
    @movieclips9771 23 วันที่ผ่านมา +1

    Aku nai aborjona kaita gusi jabo aru

  • @ratuldas4987
    @ratuldas4987 20 วันที่ผ่านมา

    অহং কাৰ দৰ্প চুৰ্ণ

  • @user-lc6rb2pb1q
    @user-lc6rb2pb1q 20 วันที่ผ่านมา

    Last. Lagil.

  • @dineshroy8410
    @dineshroy8410 20 วันที่ผ่านมา

    26 r agt bjpr pra lakhe lakhe congt jog dan kribo.

  • @jyotibordoloi2822
    @jyotibordoloi2822 20 วันที่ผ่านมา

    Axom minister 3 jon ase ase baki sob MLA

  • @dhansaikia5840
    @dhansaikia5840 2 วันที่ผ่านมา

    World top 1 team bjp.aku helabo nuware

  • @pranabjyotihazarika1479
    @pranabjyotihazarika1479 20 วันที่ผ่านมา

    পুতলা সভাপতিৰ কাম নাই।পাদিবলেও মোমাই ক সুধিব লাগে।

  • @Destiny1999
    @Destiny1999 22 วันที่ผ่านมา

    বিজেপি শেষ।।

  • @rameshpayang7871
    @rameshpayang7871 19 วันที่ผ่านมา

    BJP sarkar strong ❤❤❤❤, right kolita sir , gela manuh bilak congress juwa, kongkal sarkar 😂😂😂

  • @RubulBora-t7o
    @RubulBora-t7o 22 วันที่ผ่านมา

    Anko nimelela vobesh u bagoribo lagibo. Bortoman vobesh r anko mili ase.

  • @BaserAli-up1mz
    @BaserAli-up1mz 22 วันที่ผ่านมา

    Babesh kolita ata pagol manuh

  • @HemantaNath-yf9ce
    @HemantaNath-yf9ce 13 วันที่ผ่านมา

    Lage loga ni

  • @DwiganBaro
    @DwiganBaro 18 วันที่ผ่านมา

    Congress. Zindabad,

  • @Bnb717
    @Bnb717 21 วันที่ผ่านมา

    BJP By by 2026

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 3 วันที่ผ่านมา

    BJP Sarkar kam nai 2026 00000000

  • @bijoypanging3410
    @bijoypanging3410 23 วันที่ผ่านมา +1

    Tur bapar mur tô news

  • @NayanKalita-s5q
    @NayanKalita-s5q 20 วันที่ผ่านมา

    😂😂😂

  • @DwiganBaro
    @DwiganBaro 18 วันที่ผ่านมา

    B,J,P, Go. Back,

  • @truetrack5949
    @truetrack5949 18 วันที่ผ่านมา

    E robot e rajnitir akoi najane

  • @TuleswarTuleswar-f4o
    @TuleswarTuleswar-f4o 22 วันที่ผ่านมา

    B j p munda bat

  • @gh12138.
    @gh12138. 23 วันที่ผ่านมา

    Ehotor dhori tou ulbu😂😂😂😂😂

  • @monuranjanhazarika9548
    @monuranjanhazarika9548 22 วันที่ผ่านมา

    ফটোৱা

  • @user-zw9wh9ez8p
    @user-zw9wh9ez8p 18 วันที่ผ่านมา

    Teo lokar onka mila nai

  • @uddiptasarma6473
    @uddiptasarma6473 23 วันที่ผ่านมา

    Kor ki manuh eibur..

  • @lokheswarronghang607
    @lokheswarronghang607 22 วันที่ผ่านมา

    Dol eri jabo ahibo, kintu hangbadiku ba chenel bohut misa posar Kora manuh bur beya paise.

  • @rajanewar3634
    @rajanewar3634 23 วันที่ผ่านมา

    😂😂😂😂😂

  • @gameplay-dp8nd
    @gameplay-dp8nd 23 วันที่ผ่านมา

    BJP r rajyik xobhapotijon namarhe xobhapoti

  • @bipulmali7080
    @bipulmali7080 22 วันที่ผ่านมา

    Bogori neki

  • @bitupondeka8367
    @bitupondeka8367 23 วันที่ผ่านมา

    Tumalukar Kam nai

  • @SongitaPatir-qh6hm
    @SongitaPatir-qh6hm 20 วันที่ผ่านมา

    News sob borbat

  • @Kamalkamal-jj7xz
    @Kamalkamal-jj7xz 23 วันที่ผ่านมา +4

    সংবাদ মাধ্যমত এইবোৰ কি হৈছে.... প্ৰতিদিন Time নিচিনা নিউজ চেনেলেও যদি মিছা মাতে কেনেকৈ হব ! বিধায়ক বলীন চেতিয়া, সুৰেন ফুকন ৰমেন ডেকা আদিৰ দৰে নেতাই বাৰম্বাৰ স্পষ্টিকৰণ দিছে যে এইবোৰ সংবাদ মাধ্যমৰ মনে সজা গোকাত মিছা কথা তেওঁলোকে বিজেপি এৰি কলৈকো নাযায়... আজিকালি সংবাদ মাধ্যমে মিছলীয়া কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশতহে চলা অনুমান হৈছে.... !

    • @BarshaJyotiDeuri
      @BarshaJyotiDeuri 23 วันที่ผ่านมา

      Karma 🎉

    • @ayangentertainer9975
      @ayangentertainer9975 23 วันที่ผ่านมา +2

      নেতাৰ স্পষ্টিকৰণ আৰু বালিত মোতা একেই কথা...বিজেপিত যে সংঘাট চলিছে প্ৰতিদিনে নকলেও সাধাৰণ মানুহেও জানে..বাকী ফিউজ লাইভ চোৱা কিটাই প্ৰতিদিনক টাৰ্গেট কৰে

  • @bhabanihazarika8148
    @bhabanihazarika8148 23 วันที่ผ่านมา

    00×00=00

  • @user-ne8jf2rg3k
    @user-ne8jf2rg3k 23 วันที่ผ่านมา

    😂😂