মন্ত্ৰী পিযুষৰ জলসম্পদ বিভাগৰ নিম্নমানৰ মথাউৰিয়ে পুনৰ বিপদ মাতিলে কলিয়াবৰলৈ!

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ต.ค. 2024
  • ⛔"হাতীমুৰা মথাউৰি ভাঙিবলগীয়া মথাউৰি নাছিল!"
    ⛔মন্ত্ৰী কেশৱ মহন্তৰ স্বীকাৰোক্তিৰ পাছতেই আমাৰ প্ৰশ্ন "নাভাঙিবলগীয়া মথাউৰি কেনেকৈ ভাঙিল"?
    ⛔ঠিকাদাৰৰ দুই নম্বৰী নে বিভাগীয় বিষয়া-অভিযন্তাৰ গাফিলতি?
    ⛔নিৰ্মাণৰ পাছতেই কিয় বিসংগতিয়ে দেখা দিছিল শ্লুইছগেটত?
    ⛔মন্ত্ৰী পিযুষৰ অধীনৰ জলসম্পদ বিভাগৰ গাফিলতিৰ ফল ভুগিলে কলিয়াববাসীয়ে!___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

ความคิดเห็น • 99