বানাক্ৰান্তৰ মাজত বাহুবলী মন্ত্ৰী...বানাক্ৰান্তক আক্ৰমণ কৰিবলৈ উদ্যত এজন কেবিনেট মন্ত্ৰী

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ก.ค. 2024
  • বানাক্ৰান্তৰ মাজত বাহুবলী মন্ত্ৰী। বানাক্ৰান্তক আক্ৰমণ কৰিবলৈ উদ্যত এজন কেবিনেট মন্ত্ৰী। বানাক্ৰান্তক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ অভিযোগ। কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ এই কাণ্ড।
    #PratidinTime #assam #keshabmahanta

ความคิดเห็น • 259

  • @AnandaMudoi
    @AnandaMudoi หลายเดือนก่อน +109

    বানাকান্ত ৰাইজ আতৰি দিয়ক আতৰি দিয়ক দিছপুৰৰ গুন্দা আহিছে।

    • @vandyavlogs
      @vandyavlogs หลายเดือนก่อน +1

      😅😅😅😅😅😅

    • @hemantaborgohain4493
      @hemantaborgohain4493 หลายเดือนก่อน +1

      Wow 😂😂😂😂Wow

    • @theeasternworld
      @theeasternworld หลายเดือนก่อน +1

      Gundaraj

    • @dumahusoroniya6691
      @dumahusoroniya6691 29 วันที่ผ่านมา

      গৌৰৱ অখিল 😅😅 মাত নাই অসমৰ পাপু

    • @sailendrasaikia630
      @sailendrasaikia630 29 วันที่ผ่านมา

      ​@@dumahusoroniya6691news ot Sai lobo nij nij xomostit kaam Kori ase.

  • @koushik3717
    @koushik3717 หลายเดือนก่อน +47

    এতিয়া এনেকে কাজিয়া কৰাত কৈ নিৰ্বাচন ত ভালদৰে চিন্তা কৰি ভোট দিব লাগে ।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 หลายเดือนก่อน +102

    ৰিলিফ নেপালেও ভোট দি থাকিব দেই!!

    • @user-vj2kb1sb8k
      @user-vj2kb1sb8k หลายเดือนก่อน +4

      বিজেপি জিন্দাবাদ ❤❤❤

    • @hemantaborgohain4493
      @hemantaborgohain4493 หลายเดือนก่อน +2

      ৰাইজৰ উন্নয়নৰ বাবেহে গুণ্ডাগিৰি । আগৰ চিচটেম নাই নহয় চিচটেমো পৰিবৰ্তন হ'ল ।

    • @robeendas3623
      @robeendas3623 หลายเดือนก่อน

      BJPGundabad​@@user-vj2kb1sb8k

    • @robeendas3623
      @robeendas3623 หลายเดือนก่อน

      Raije Nokh Jukarile Nui Boi.Ei kothatuke pahorile sage Dangoriyai

    • @Assame430
      @Assame430 หลายเดือนก่อน

      😂

  • @akashdowari3479
    @akashdowari3479 หลายเดือนก่อน +75

    আৰু ভোট দিব, ভাল হৈছে বান্ধি নথলে কিয়

    • @user-vj2kb1sb8k
      @user-vj2kb1sb8k หลายเดือนก่อน +2

      জয় বিজেপি ❤❤❤

    • @bichitrahazarika2461
      @bichitrahazarika2461 หลายเดือนก่อน

      ​@@user-vj2kb1sb8kBJP neta r guu khaa... Nilaj....

    • @JayPrakashKumar-gc3iv
      @JayPrakashKumar-gc3iv หลายเดือนก่อน +6

      ​@@user-vj2kb1sb8kতহতৰ দৰে মানুহৰ কাৰনে এই অৱস্থা ৷ অন্ধ বিজেপিৰ

    • @shanki360
      @shanki360 หลายเดือนก่อน +2

      ​@@JayPrakashKumar-gc3ivtohotor nixina manuh r karone ajir date t axom west bangal aru kerela r pixot 2nd Bangladesh hoixil aru monipur jar hoi aji r date t tar nai , aru axom r pora sylhet Bangladesh t diya hol , aru North East t Val Val company ahi kaam koribo bixari naxil

    • @hemantaborgohain4493
      @hemantaborgohain4493 หลายเดือนก่อน

      @@shanki360 হিমু মামা & কোম্পানীয়ে কংগ্ৰেছত থাকোতে এইসকলক গোটাইছিল আৰু আজি বিজেপিলৈ জপিয়াই বাংলাদেশী হিন্দু গোটাইছে । খাই পাতফলা চূৱা চেলেকা ডলাৰ বগৰীমখাই অসম ভচম কৰিলে । দালাল ধাৰুৱা মখা ।

  • @sjhazarika5437
    @sjhazarika5437 หลายเดือนก่อน +5

    আপোনালোকেই ভোট দি মন্ত্ৰী পতা নাছিলে জানো,অপাত্ৰৰ হাতত ক্ষমতা দিয়াৰ ফল এইয়া।

  • @amiyabaruah3534
    @amiyabaruah3534 หลายเดือนก่อน +42

    বাৰে বাৰে ভোট দি জয যুক্ত কৰাৰ বিধায়কে আপোনালোকক এনেদৰেই কৰিব ।

    • @ankurok1969
      @ankurok1969 หลายเดือนก่อน

      😅😂😂ihote pabo lage mosola vote diye bare bare😂😂

  • @TrailokyaHazarika-og3xs
    @TrailokyaHazarika-og3xs หลายเดือนก่อน +61

    Powerful হৈ মুৰত ধৰিচে

  • @kushalkalita7921
    @kushalkalita7921 หลายเดือนก่อน +5

    পৈত্ৰিক সম্পতি হয় কলিয়াবৰ খন মহন্ত পৰিআলৰ ,কিমান চাহ বাগান এবাৰ চাওক,সঁচাকৈ সেই মাতিবোৰ সঁচা কৈ নিজৰ নে

  • @Randeep-kb1xh
    @Randeep-kb1xh หลายเดือนก่อน +62

    কংগ্ৰেছৰ নেতা সন্মানীয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ প্ৰাক্তন প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ সুপুত্ৰ গৌৰৱ গগৈ
    ডাঙৰীয়াই দিল্লী সংসদত ভৱনৰ অধিবেশনত প্ৰধানমন্ত্ৰী মোদীক
    অসমৰ এই বানপিড়িত ৰাইজক শীঘ্ৰেই তাৎক্ষণিক ভাৱে সকলো প্ৰকাৰে সহায় কৰিবলৈ আহ্বান জনাইছে, জল সম্পদ মন্ত্ৰীক অসম ভ্ৰমণ কৰাৰ দাবী তুলিছে আৰু অসমৰ মন্ত্ৰী সভাৰ বিজেপি দলৰ চৰকাৰৰ এই মন্ত্ৰীৰ ৰাইজক দম দিছে ।
    ৰাইজে ভোট দি নিৰ্বাচন কৰিছিল নহয় বিজেপি এইবোৰক । বিজেপি নেতাৰ ৰাইজৰ বহুমূলীয়া ভোটৰ প্ৰতিদান এইয়া ।

    • @atulsarma1476
      @atulsarma1476 หลายเดือนก่อน +1

      Gourab gogoi Delhi t ase etiya

    • @Msvlogs12346
      @Msvlogs12346 หลายเดือนก่อน

      Areh bro parliament t ase ​@@atulsarma1476

    • @Randeep-kb1xh
      @Randeep-kb1xh หลายเดือนก่อน

      @@atulsarma1476 লোকসভা অধিৱেশন আৰম্ভ হৈছে থাকিবই লাগিব ।
      অসমৰ বানপানীত অসহায় হোৱা দুখীয়া জনসাধাৰণৰ বাবে মাত মাতিছে অসমক আৰ্থিক ভাৱে আৰু অন্য সকলো প্ৰকাৰে সহায় কৰিব লৈ প্ৰধানমন্ত্ৰী ক আহ্বান জনাইছে জল শক্তি মন্ত্ৰীক এই সময়ত অসম ভ্ৰমণ কৰিবলৈ দাবী তুলিছে তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে মাত মাতিছে ।
      গৌৰৱ গগৈয়ে সংসদ ভৱন শুই থকা নাই অন্য সংসদৰ দৰে ।

    • @shanki360
      @shanki360 หลายเดือนก่อน +3

      Late torun gogoi koi goixil America London t banpani hoi to axom t hole kinu dangor kotha ,aponar monot axe ne ai kotha

    • @Randeep-kb1xh
      @Randeep-kb1xh หลายเดือนก่อน +2

      @@shanki360 প্ৰয়াত মুখ্যমন্ত্ৰী বক্তব্যৰ কথা অৱতাৰণা কৰি কি বুজাব বিচাৰিছে ?
      প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া ক সেই সময়ত বিৰোধী পক্ষই বহুত সমালোচনা কৰিছিল এতিয়া কথাটো হৈছে তৰুণ গগৈ ডাঙৰীয়া ক সমালোচনাই কৰা সকলে এতিয়া নিজে শাসনত আহি কি কৰিছে ?
      আজিৰ এই চৰকাৰ মন্ত্ৰীৰ কিয় এই দুৰ্দশাৰ হৈছে ? মন্ত্ৰীত্বৰ মান সন্মান জলাঞ্জলি দি আৰক্ষী সহায় সুৰক্ষা লৈ পলায়ন কৰিব লগা হল কিয় ? কত সফল কোনটো দিশত সফল বিজেপি ?
      যধে মধে নগৰ - মহানগৰত উৰণ সেতু নিৰ্মাণ কৰিছে কিছু পথ নিৰ্মাণ কৰিছে তাৰ বাদে কি কৰিছে?
      বিদ্যালয় বন্ধ সুৰাত অন্ধ কৰিব বিচাৰিছে , শিক্ষাৰ বিপৰীতে সুৰাসক্ত সমাজ সৃষ্টি কৰিছে ।
      ৰাজ্যৰ চাৰিওফালে আজি আৰক্ষীৰাজ , গণতন্ত্ৰহীন অৰাজক পৰিৱেশ পৰিস্থিতি ,
      বানপানী দুৰ্যোগৰ মাজত জনতাই প্ৰতিবাদ কৰিব লগা হৈছে কিয় ?

  • @hemantamahanta5578
    @hemantamahanta5578 หลายเดือนก่อน +18

    ৰাইজৰ সুন্দৰ পদক্ষেপ. ।

  • @vandyavlogs
    @vandyavlogs หลายเดือนก่อน +18

    কলিয়াবৰৰ ৰাইজে যোৰহাট বাসিৰ দৰেই সিদ্ধান্ত গ্ৰহণ কৰক। পৰিবৰ্তন নিশ্চয়কৈ আহিব ।

  • @user-qg9dt9zb1c
    @user-qg9dt9zb1c หลายเดือนก่อน +62

    নিৰ্লজ নিৰ্দয় জনপ্ৰতিনিধি!!

  • @bipuldas7674
    @bipuldas7674 หลายเดือนก่อน +5

    এওঁলোকৰ পৰা এইটোৱেই আশা কৰিব পাৰি।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 หลายเดือนก่อน +4

    আচৰিত। এওঁ জন প্ৰতিনিধি। বানে সৰ্বহাৰা কৰা বন্যাৰ্তৰ হৃদয়ৰ ভাষা আৰু বেদনা এনেবোৰ নেতাই বুজি নাপায়।

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go หลายเดือนก่อน +26

    দিল্লীৰ লোকসভাত প্ৰতিনিধিত্ব কৰা চৰকাৰী এম পি সকল নিমাতী কইনা, বানপানীত ডুবিছে ৰাইজ, আমাৰ ৰাজ্যৰ বিশেষ ৰাজ্যৰ মৰ্যদা ঘুৰাই আনক, ৰাষ্ট্ৰীয় সমস্যা ৰূপে বানপানীক ঘোষণা কৰি ভোক্তভোগী সকলক সকাহ দিয়ক,পালমাৰি মথাউৰি বনায় ৰাইজক কিমান থগ দিব, দিল্লীত ভেটা ৰখিব গৈছে নে টোপনি মাৰিব গৈছে, লাজ লাগিব লাগে

  • @dhanjitnath4013
    @dhanjitnath4013 หลายเดือนก่อน +9

    বাহুবলী নহয় অসুৰ অমানবীয় 🙏🌹

  • @user-se1vm4xb2q
    @user-se1vm4xb2q หลายเดือนก่อน +15

    পাগল ক্ষমতাৰ খকত থকা ব্যক্তিক জিকাই কি ফল পায়ছে ?

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u หลายเดือนก่อน +20

    ৰাইজ ইহঁতক ভাল কৈ এসেকা দিয়ক।

  • @arpitadutta9888
    @arpitadutta9888 หลายเดือนก่อน +14

    Aru
    Bhut
    Diyak

  • @ArupBora-td6wc
    @ArupBora-td6wc หลายเดือนก่อน +6

    আৰু কেইদিনমান পিছত ডিঙিত কামোৰি তেজ খাব এই বিলাক মন্ত্রী বিধায়কে।

  • @nabajitgogoi3792
    @nabajitgogoi3792 หลายเดือนก่อน +10

    টপা টপা টপা

  • @bulbulbora-cw1el
    @bulbulbora-cw1el หลายเดือนก่อน +16

    বোকাখাট অতুল বৰা কলিয়াবৰত কেশৱ মহন্ত মানে অসম গনপৰিষদৰ ২০২৬ বাই বাই ।

    • @ezonihumtsoe1687
      @ezonihumtsoe1687 29 วันที่ผ่านมา

      ae 2yers bajai Mans khaw ki olp gömbi sa

  • @ArjunBoro-v8r
    @ArjunBoro-v8r 27 วันที่ผ่านมา +1

    Right aru olop val koi dhubo lagisil raij

  • @rahulaxom2603
    @rahulaxom2603 หลายเดือนก่อน +7

    Mojjjjja... Ako ebar vote di jikau bolok.. BJP, AGP k... 😮😮

  • @sadeksaikia8168
    @sadeksaikia8168 หลายเดือนก่อน +3

    একেটাকে জিকাই থাকক।

  • @jibanka87
    @jibanka87 หลายเดือนก่อน +7

    Power a murot dhorise

  • @umeshhandique6856
    @umeshhandique6856 หลายเดือนก่อน +1

    ঠিকাদাৰৰ পৰা কমিচন লোৱা জনে দুৰৈৰ পৰা চাই মজা লৈ আছে।

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n หลายเดือนก่อน +7

    জনতাৰ সেৱা কি নাজানে

  • @pranjalpdeka6111
    @pranjalpdeka6111 หลายเดือนก่อน +9

    আচৰিত, কেশৱ মহন্তই এনেদৰে ধৈৰ্য হেৰোৱাব বুলি ভবা নাছিলোঁ।

    • @hemantaborgohain4493
      @hemantaborgohain4493 หลายเดือนก่อน

      @@pranjalpdeka6111 অসমগণ পৰিষদক ভচম গণ পৰিষদ বনাই দিলে ।

  • @commenti5459
    @commenti5459 หลายเดือนก่อน +3

    ৰাইজেই ভোট দিছে

  • @MukutChudhary
    @MukutChudhary หลายเดือนก่อน +14

    তাক ধুলাই দিয়া

  • @darpandeka5141
    @darpandeka5141 หลายเดือนก่อน +2

    পানীৰ মাজলৈ দলিয়াই দিয়ক কেশৱ মহন্তৰ নিচিনা এজন মিছলীয়া মন্ত্ৰীক ।

  • @rantukalita7099
    @rantukalita7099 หลายเดือนก่อน +1

    আকৌ এবাৰ ........ চৰকাৰ

  • @probingogoi9774
    @probingogoi9774 หลายเดือนก่อน +8

    এই দুখৰ সময়ত দুখৰ সমভাগী হব নোৱাৰিলে বান বিধ্বস্ত ৰাইজৰ মাজলৈ যোৱাটো উচিত নহয়। এই অধমটোৰ ঘৰত বানে বুৰাই পেলালেহে বান বিধ্বস্ত ৰাইজৰ দুখ উপলব্ধি কৰিব। ৰাইজে সময় বুজি কঠিয়া পাৰিব লাগে।

  • @najimali-se8cr
    @najimali-se8cr หลายเดือนก่อน +1

    Mja

  • @gautamtalukdar1702
    @gautamtalukdar1702 หลายเดือนก่อน +2

    Moja

  • @banjitchangmai4047
    @banjitchangmai4047 หลายเดือนก่อน

    xomoyot pahori juwa axomiya aaru obostha beya houk ,dhoinybad

  • @arpanbora8423
    @arpanbora8423 หลายเดือนก่อน +4

    Good....very good...laaj naikiya voter e teuk e vote dibo...arunudoi...lakhpati baideu...bandhan loan maaf..microfinance loan maaf...free ghar..latrin...eibur dibo...aru maar khaok...laaj paok..
    Well done keshab

  • @user-cy9dt4bi8x
    @user-cy9dt4bi8x หลายเดือนก่อน +2

    নেতা নিৰ্বাচন কৰোতে চাব লাগে

  • @apurbadutta4261
    @apurbadutta4261 หลายเดือนก่อน

    Bohut vl krise Minister Jane...Asoni louk 1200 taka ..Nadi bandh...rasta ghat ..bostu r dam kom kra .. Medical hewa devolpment kra ..kribo lga kam t saku nidiyar parinam...bohut vl hoise ..ji krise ..vote dibo lage boss 200 ata palei hl..nijak bikki kri diye aji jugatu besi vag manuhe..

  • @AkashDGphukan
    @AkashDGphukan หลายเดือนก่อน +5

    বি জে পি চৰকাৰ সকলো মন্ত্রী বিধায়ক প্রকৃততে গুন্দা হে অসমৰ ৰাইজে বুজি পোৱাত ৰাইজৰ অলপ পলম হ'ল। যেতিয়া নিবাৰ্চন পাইহি তেতিয়া ইহতৰ কথা আৰু নিবাচনৰ পাছত ইহতে আপোনাক চিনিয়েই নাপায় কাৰণে তেতিয়া এওঁলোক ডাঙৰ মানুহ চালাহ ভোট ভিষাৰি হত তহতৰ বতমান এই অৱস্থাত ৰাইজৰ লগত এনেকুৱা কৰিবলৈ অলপু বেয়া নালাগিল নে। কত লাগিব কাৰণ তহত দিছপুৰৰ গুন্দা তহতৰ ওপৰত কোনো নাই। যদিও কয় তাৰ কাৰণে তহতে ৰঙা ঘৰ সাজু কৰি থইচ কিন্তু আগন্তুক ২০২৬ আহি আছে নাপাহৰিব।

  • @amulyagogoi6943
    @amulyagogoi6943 หลายเดือนก่อน +2

    Good

  • @pranambaruah7086
    @pranambaruah7086 หลายเดือนก่อน +10

    26 অত আকৌ এবাৰ vote tu diba kintu

    • @champak8757
      @champak8757 หลายเดือนก่อน +3

      Diboloi vote ready ase

  • @sendorclegane7858
    @sendorclegane7858 29 วันที่ผ่านมา +1

    0:42 4ta exact topa ekeloge. Glitch in the matrix 😂

  • @HemantaBora-dj4rb
    @HemantaBora-dj4rb หลายเดือนก่อน +1

    Val dekha nogol
    Homoi thakutei Val kodok sir

  • @joshnaray3117
    @joshnaray3117 หลายเดือนก่อน

    আকৌ এবাৰ বিজেপি চৰকাৰ মৰ আৰু বাপেক সতক ভোট দে

  • @anuragg8299
    @anuragg8299 หลายเดือนก่อน

    নিজৰ আচল ৰূপ দেখুৱাই দিছে।

  • @user-lm6ih9lk9p
    @user-lm6ih9lk9p หลายเดือนก่อน +3

    BJP k vote dibo

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my หลายเดือนก่อน

    Bamunor dinot enekkuai hobo.

  • @user-km6nx1rx1j
    @user-km6nx1rx1j หลายเดือนก่อน +6

    ভালহৈছে ভোট দিওকহিতাধিকাৰী কুপণ লওক পানী হুকাইজাবো

    • @user-vj2kb1sb8k
      @user-vj2kb1sb8k หลายเดือนก่อน

      জয় বিজেপি ❤❤❤

  • @kidsbabykidsbaby5447
    @kidsbabykidsbaby5447 หลายเดือนก่อน +2

    Vote disile nahai raij.. Etia kene mojja😂

  • @BikashHandiaque
    @BikashHandiaque หลายเดือนก่อน

    Vl hoisa

  • @titasgmomin4553
    @titasgmomin4553 หลายเดือนก่อน +1

    Montri dom ase dei

  • @dipankartaid4129
    @dipankartaid4129 หลายเดือนก่อน +3

    26 ot dekha jabo

  • @jaihind8229
    @jaihind8229 หลายเดือนก่อน

    কলিয়াবৰৰ ৰজা ৰাইজে উচিত শিক্ষা দিব লাগে।

  • @One-of-a-kind1_ADRE
    @One-of-a-kind1_ADRE หลายเดือนก่อน +3

    Aei bur AGPr mnuh mntri huar jugyoi nhoi AGP a bht lutil axomok bht AGPr party axomot nlagy...oha electiont mukh thekesa khble ready thak. Fotua ht

  • @RinaBasumatary-xz9rs
    @RinaBasumatary-xz9rs หลายเดือนก่อน

    26 bay bay diba koliyabor Rai's

  • @mukunmisra7083
    @mukunmisra7083 หลายเดือนก่อน

    Swicht gate হৈছে সোণৰ কণী পৰা হাঁহ !!

  • @rajuborah683
    @rajuborah683 หลายเดือนก่อน +2

    Tak moi pitim

  • @pragyanjyotibora9985
    @pragyanjyotibora9985 หลายเดือนก่อน

    Next MLA election t akou Jikalei hol...

  • @hibjurrahman6107
    @hibjurrahman6107 หลายเดือนก่อน

    26ভোত দি জিকাব দেই

  • @rjvlogs7189
    @rjvlogs7189 หลายเดือนก่อน +5

    Raijor vul asa

  • @Abhishek99411
    @Abhishek99411 27 วันที่ผ่านมา +1

    Guliai debo lagisil 😂😂😂

  • @tulandoley3921
    @tulandoley3921 หลายเดือนก่อน

    ৰজা প্ৰশ্ন কৰিব নোৱাৰি।

  • @user-nq5kb7dh4y
    @user-nq5kb7dh4y หลายเดือนก่อน

    Vote kintu tike dile😂

  • @JagatSaikia-jo3nu
    @JagatSaikia-jo3nu หลายเดือนก่อน

    B,j,p many s ur sarkar

  • @rupenchdeka6297
    @rupenchdeka6297 หลายเดือนก่อน +6

    ২৬ ত কেশবক নিজিকাব

  • @bipulkalita6608
    @bipulkalita6608 หลายเดือนก่อน

    ২৬ আকৌ ভোট দিব😂😂😂

  • @user-eh1pg2zv5h
    @user-eh1pg2zv5h หลายเดือนก่อน

    AGP dhakha kora manuh.

  • @529gjjjbbbjhgvgguoppkhcx
    @529gjjjbbbjhgvgguoppkhcx หลายเดือนก่อน +1

    Bhria

  • @diliphazarika8581
    @diliphazarika8581 หลายเดือนก่อน

    অহা নিৰ্বাচনত বিপুল ভোটত জয় কৰাব নে

  • @kulajitsarma3925
    @kulajitsarma3925 หลายเดือนก่อน

    Dharm. R. Namot...vot.. Diiyk... Ako

  • @user-vc9hu7sh9i
    @user-vc9hu7sh9i หลายเดือนก่อน +1

    Atoridiok dangoria ahise 😅😅😅

  • @ratneswarbora6756
    @ratneswarbora6756 หลายเดือนก่อน

    Next time nijike

  • @test-ix9im
    @test-ix9im 29 วันที่ผ่านมา

    Haiyai baki asil....aru vote dia BJP k......nirdolio t vote dim aibar ro ..aimokhak vote di jikai labh nai

  • @dumahusoroniya6691
    @dumahusoroniya6691 29 วันที่ผ่านมา

    গৌৰৱ গগৈ আৰু অখিল গগৈয় কত

  • @gh12138.
    @gh12138. หลายเดือนก่อน

    😢

  • @BijitBorah-fn2zi
    @BijitBorah-fn2zi หลายเดือนก่อน

    Powere murot dhorise

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z หลายเดือนก่อน

    ২৬তভোট নিদিব

  • @XubarnaMoran
    @XubarnaMoran หลายเดือนก่อน

    আমাৰ ইয়াতো ওলাইছেএটা গুণ্ডা, যাৰ নাম ভাস্কৰ শৰ্মা

  • @healthworld9935
    @healthworld9935 หลายเดือนก่อน

    Aibilak krileo agir netai laj napai. Apunaloke akou vote B.j.p ba A. G. P k dib Jana ase.

  • @AbiCricketNews
    @AbiCricketNews 29 วันที่ผ่านมา

    সন্ত সামন্ত লৈ কাক বৰ মতা দেখাব আহিছে এই নিবোকাটোয়ে । এতিয়া হিমন্ত শৰ্মা ই কি সাফাই দিব

  • @pallabisaikia6134
    @pallabisaikia6134 หลายเดือนก่อน

    Aru vote de. Valei hoise. Ako aber BJP jika.

  • @JunAliKumarAshique
    @JunAliKumarAshique หลายเดือนก่อน

    Aru vote diok gunda partik

  • @probirsharma3703
    @probirsharma3703 หลายเดือนก่อน +1

    Jago Asam ka log Jago😅 Is Tarah Neta ko jawab nahin karna chahie Har public😂😂

  • @dipkumardas2126
    @dipkumardas2126 หลายเดือนก่อน

    ইয়াক বান্ধি থ।

  • @TuniramGohain-sm2rj
    @TuniramGohain-sm2rj หลายเดือนก่อน +5

    Akou vote dibo mohapurukh jonok

  • @kartik7818
    @kartik7818 หลายเดือนก่อน

    Hi, hi, b, j, p❤❤❤❤

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 28 วันที่ผ่านมา

    BJP ক ভোট দি আৰু মজা পাওক / মজা ল‌ওক । এয়াও আন এক পৰিবৰ্তন আৰু উন্নতি ।

  • @jagatchakraborty6964
    @jagatchakraborty6964 หลายเดือนก่อน +1

    Shame shame

  • @PaglababaDas
    @PaglababaDas หลายเดือนก่อน

    Public dhulai di dibo pora ni je

  • @roujahmed3935
    @roujahmed3935 หลายเดือนก่อน

    অসম চৰকাৰে বানাক্ৰান্তক বানসাহাৰ্য দিয়াত ইমান বিলম্ব কিয়?

  • @DhirajkrDeka
    @DhirajkrDeka 27 วันที่ผ่านมา

    Vote dialog napaharibo kintu

  • @hirakjyotisarma5395
    @hirakjyotisarma5395 หลายเดือนก่อน

    উয়াক থুই

  • @kinaramdas5198
    @kinaramdas5198 23 วันที่ผ่านมา

    আপোনালোকৰ বুকুৰ কুটুম কেশব মহন্ত আপোলোকেই ভোট দি নিৰ্বাচন কৰিছে যেতিয়া আপোলোকক তেনেদৰে কোৱাটো ডাঙৰ কথা নহয় আপোনালোকক খুব পিটিব লাগিছিল সেইটোৱে ভুল কৰিলে কেশব মহন্তই।

  • @manashpratim3811
    @manashpratim3811 หลายเดือนก่อน

    তেওঁ মায়া মামীৰ কাৰণে মাটি বিচাৰি থাকোঁতেই ৰাইজলৈ সময় নাপায়।।

  • @BREEZE724
    @BREEZE724 หลายเดือนก่อน

    বুজিও নুবুজিলে এনেকুৱাই হ'ব

  • @joshnaray3117
    @joshnaray3117 หลายเดือนก่อน

    মন্ত্রী বিলাকে এনেকৈ গলে বান্ধী থব লাগে বিজেপি মন্ত্রী বিলাকৰ তেল হৈছে

  • @tamjidahmed5119
    @tamjidahmed5119 27 วันที่ผ่านมา

    মন্ত্ৰী নে ডাকু?

  • @radhachura11
    @radhachura11 29 วันที่ผ่านมา

    Aku ebar... Sarkar, ayega to😂... Jai shree ram