জীৱনসংগীক কাষত লৈ DY365ৰ ষ্টুডিঅ'ত নয়ন নীলিম!

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ม.ค. 2025

ความคิดเห็น • 601

  • @LyricLighthouse104
    @LyricLighthouse104 10 หลายเดือนก่อน +77

    প্ৰেমে নামানে বয়সৰ সীমনা
    প্ৰমে মাথোঁ জানে প্ৰেমৰ ঠিকনা
    নৌকাই বিচাৰি লয় নিজৰ ঘাট
    মানুহে বিচাৰি মৰে সুখৰ বাত
    কিমান এই আকুল এই হৃদয় তোমাৰ বাবে...
    কোনে বুজিব! কিদৰে আশাৰ সমাধি বনাই ৰই আছোঁ মাথোঁ তোমাৰ বাবে

    • @HRvlogs2205
      @HRvlogs2205 10 หลายเดือนก่อน +3

      Album to saboloi roi asu

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 10 หลายเดือนก่อน +232

    তেওঁৰ জীৱন তেওঁৰ কথা তেওঁ কাক ভাল পায় কোন সময়ত মনৰ মিলন হয় কাক জীৱন সংগী কৰে তেওঁৰ নিজৰ এক ব্যক্তিগত কথা ইমান খুঁচৰি থকাৰ প্ৰয়োজন নাথাকে...!!

    • @abinashkalita4067
      @abinashkalita4067 10 หลายเดือนก่อน +7

      👍💯

    • @sunishakalita53
      @sunishakalita53 10 หลายเดือนก่อน +5

      Hoi o. Karnu past nathake? Eta samayt Sagarikak bhal pale kopalt nasil teulok duyu atori gol aru. Take eneke thake ne bare bare

    • @bobigogoi6029
      @bobigogoi6029 10 หลายเดือนก่อน +1

      সঁচাকৈ কথা সুধিব নাজানে ।

    • @Sagormotovlog
      @Sagormotovlog 10 หลายเดือนก่อน +1

      Right brother 👍

    • @animaburagohain5271
      @animaburagohain5271 10 หลายเดือนก่อน

      Ancor howar jugyata nai

  • @nurmdhasan1290
    @nurmdhasan1290 9 หลายเดือนก่อน +4

    নয়ন নীলিম দা you are great। কিন্তু এয়া যে কোনো এটা চিনেমাৰ অংশ বিশ্লেষণ কৰিলে পিছতহে গম পালোঁ।

  • @nikhesmili7255
    @nikhesmili7255 10 หลายเดือนก่อน +101

    নয়ন দা সুন্দৰ জীৱন আৰম্ভ কৰক ধন্যবাদ আপোনালৈ

  • @KpDehingia
    @KpDehingia 10 หลายเดือนก่อน +64

    সঁচা এটা সম্পৰ্ক হলে ভাল লাগিব , দুয়ো বুজা বুজিৰ মাজত আগুৱাই যাব লাগে❤

    • @HRvlogs2205
      @HRvlogs2205 10 หลายเดือนก่อน

      Promotion kori ase eta new vdo

  • @Dubu_with_mom
    @Dubu_with_mom 10 หลายเดือนก่อน +17

    কোনো শ্ৰেণী ত নপৰা এজন সাংবাদিক। কথা সুধাৰ কোনো লাগ বান নাই। ইমান কৈ ভিতৰুৱা কথা সুধি অপদস্ত কৰিব নালাগে। তেওঁ তেনেকৈ সুখী🎉❤❤

    • @BitoponSaikia-dy5ho
      @BitoponSaikia-dy5ho 9 หลายเดือนก่อน

      Right ..aro repotar nesina soeetanor hyykh nai AE prthbeet.

    • @Rulipayeng
      @Rulipayeng 8 หลายเดือนก่อน +1

      Hosake dei 👍

  • @DebajitGogoi-p6c
    @DebajitGogoi-p6c 9 หลายเดือนก่อน +12

    নিউজ ৰিডাৰ যেতিয়া সাক্ষাৎকাৰী হয়, তেতিয়াই এনে দুৰাৱস্থা হয় ! আগতে কথা পাতিবলৈ শিকি ল'ব লাগে । আলহী মাতি গৃহস্থই ককৰ্থনা কৰাতো ভাল নাইলগা দেই । ছোৱালীজনী দেখি তাৰেই মন লিকলিকাইছে যেন পাইছো ।

  • @latikabachan
    @latikabachan 10 หลายเดือนก่อน +19

    Enekua bea anchor prothom dekhilu dei.. Honman dibole prothome hiki louk... Love to Nayan da from Chennai❤

    • @awmultimedia
      @awmultimedia 10 หลายเดือนก่อน +1

      anchor tuk kune select krile

  • @mandirabordoloi5708
    @mandirabordoloi5708 10 หลายเดือนก่อน +1

    নয়নীলিমৰ জীৱন ডেকালৰা হৈ উকাহব বুলিও ভাবিছিলো এতিয়া কিন্তু ৰাইজৰ ভাল লাগিছে তেওক ঠগিলে কাৰণে চেহেৰা বুঢ়া নিচিনা হৈছিলেগৈ ভাল পাইছো এতিয়া সুখী হৈথাকা সুখী জীৱনযাপন কৰা 😂😂😂😂

  • @sumitradeb8538
    @sumitradeb8538 9 หลายเดือนก่อน +1

    নয়ন নিলীমক আমি ভালেই পাওঁ সুন্দৰ অভিনয় কৰে তেওঁ ভালেই❤❤ দুয়োকে মৰম ❤️ দিছু❤

  • @karpunpulivlogs1005
    @karpunpulivlogs1005 10 หลายเดือนก่อน +3

    জানমণিৰ লগত বিয়া খন পাতক নয়ন দা,জানমণিৰ লগত বহুত ভাল লাগে আপোনাক। বাকীবোৰৰ লগত মিছা মিছা প্ৰেম লাগে। জানমণিৰ লগতহে আপোনাক সঁচা সঁচা প্ৰেম লাগে ❤

    • @Sagormotovlog
      @Sagormotovlog 10 หลายเดือนก่อน +1

      Nayan da virgin hoi
      Nayan Dak virgin he lage henu 👁️👁️

  • @nayanpatgiriii
    @nayanpatgiriii 10 หลายเดือนก่อน +54

    আপোনাৰ সাংবাদিকতাৰ চাৰ্টিফিকেট নিশ্চয় নাই,আৰু যদি আছেও টাইম পাছ কৰি পাইছে।
    কথা কবলৈ শিকিব আগতে

  • @BhabnasVlog
    @BhabnasVlog 10 หลายเดือนก่อน +8

    Ankur তুমি কেনেধৰণৰ প্ৰশ্ন কৰিছা ভাল লগা নাই ইমান ব্যক্তিগত কথাবোৰ খুচৰি খুচৰি কৰিছা! নয়নদাৰ ভৱিষ্যত জীৱনটো সুন্দৰ হওক তাৰেই কামনা কৰিলো🎉কবিতাটো আৰু ভিডিওটি সুন্দৰ হৈছে❤
    তোমাক তুমি ক’লো দিয়া আমি যে একেলগে পঢ়িছিলোঁ Dk ত😅

  • @PabitraPanging-f6u
    @PabitraPanging-f6u 10 หลายเดือนก่อน +6

    নয়ন দাই নতুনকৈ নৌৱ আনিলেনে? Congratulations to you❤🎉

  • @papul914
    @papul914 10 หลายเดือนก่อน +44

    vedio টু আধা চাই congress দিয়া কেইজনৰ বাবে এক মিনিট মৌন পাৰ্থনা 😂

    • @sumibegum6585
      @sumibegum6585 10 หลายเดือนก่อน

      😂

    • @Dipanjali_Roy
      @Dipanjali_Roy 10 หลายเดือนก่อน

      😂😂😂😂

    • @ranjanneog245
      @ranjanneog245 8 หลายเดือนก่อน +1

      😢😢😢Congress nohoi bjp😅😅😅

  • @bonjurybaruah876
    @bonjurybaruah876 10 หลายเดือนก่อน +34

    মানুহৰ ব্যক্তিগত কথাসুধি মানুহক অতিস্থ কৰিব নাপায় ৷নয়ন নীলিমক আমাৰ ভাললাগে কিয়নো তেওঁ সুন্দৰ অভিনয় কৰে ৷জীৱনসংগীক লৈ ইমান প্ৰশ্ন কিয় ?

  • @Ritachangmai-qg9ze
    @Ritachangmai-qg9ze 10 หลายเดือนก่อน +9

    প্ৰথমে মই সঁচা বুলি ভাবিছিলো।কমেণ্টবোৰ চাই গম পাইছো যে পায়সকল দৰ্শকেই শেষলৈকে চোৱা নাই

    • @allizwell9993
      @allizwell9993 10 หลายเดือนก่อน

      😅😅, pise misa neki

  • @RanjitDowarah-dc3vc
    @RanjitDowarah-dc3vc 7 หลายเดือนก่อน +1

    ভাল লাগিল নয়ন দা...❤❤❤

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 10 หลายเดือนก่อน +1

    এংকৰ জনে সৰ্বনাম পদ কাক কয় সচাঁকৈ বুজি নাপায় নে নাজানে .? প্ৰতিটো বাক্যত নয়ন নীলিম, নয়ন নীলিম বুলি আমনি লাগি যোৱাকৈ উচ্চাৰণ কৰি থাকে দেখোন !!
    সন্মান সহকাৰে এজন অভিনেতাক সম্বোধন কৰিব ও নাজানে ।

  • @HireswarBoro-zf3ob
    @HireswarBoro-zf3ob 10 หลายเดือนก่อน +1

    Example kintu pura.. preparation kore sage..😂 Nayan nilim daii..❤

  • @mrinalinichakrabarti6206
    @mrinalinichakrabarti6206 8 หลายเดือนก่อน +2

    নয়ন নীলিমক ভাল লাগে 👌💕,যিজনে question কৰি আছে তেওঁ কি question কৰিব নাজানে নেকি কি faltu anchor

  • @dipudas1526
    @dipudas1526 10 หลายเดือนก่อน +7

    Ki prosno bur korise.its proud moment for the new couple.congrats.

  • @bulbulisarmah1530
    @bulbulisarmah1530 10 หลายเดือนก่อน +12

    ❤❤❤আগতে নযনৰ প্ৰেম হৈছিল সচা কথা আৰু আগৰ কথাবোৰ নতুন জীৱন সংগীজনীৰ আগত কিয বাৰে বাৰে কৈ আছে সাগৰিকাৰ মূখলৈ এবাৰ চাব লাগে ❤ যদি আপোনাৰ আগৰ কথা বোৰ আপোনাৰ মানুহ জনীৰ আগত আনে কয আপোনাৰ কেনেকুৱা লাগিব আগলৈ আৰু যোৱা কথা সোৱৰায নিদিব ❤❤❤❤

    • @LipikaRoy-w5v
      @LipikaRoy-w5v 9 หลายเดือนก่อน

      Hosa koise aapune

  • @prabitraborahborah9423
    @prabitraborahborah9423 10 หลายเดือนก่อน +20

    Congratulations 🎉🎉🎉🎉
    Nayan Bhai. I wish Your Bright future

  • @debajitborgohain1655
    @debajitborgohain1655 10 หลายเดือนก่อน +4

    ই কি প্ৰশ্ন কৰি আছে বাৰু পিছৰ জীৱনটো কথা সুধিব লাগে পিছৰ জীৱনটো কি কৰিব কেনেদৰে পাৰ কৰিব 🤔

  • @KOUSHIKRAY-g3t
    @KOUSHIKRAY-g3t 7 หลายเดือนก่อน

    My favourite Assamese actor 👌🥀❣️ I love you Nayan Da 💫💫💫💫💜💜💜💕

  • @JosephFoodTravelMore
    @JosephFoodTravelMore 7 หลายเดือนก่อน

    Nayan before i never use see Assamese movie .. but salute u and actor Ravi sharma, jotin borah, jubin da and kk da ❤❤❤❤❤❤❤love u guys also Local Kungfu team

  • @budhinsaikia6300
    @budhinsaikia6300 10 หลายเดือนก่อน +15

    বহু বছৰৰ অভিজ্ঞতা বুল জানিলোঁ ডাঙৰীয়া আপোনাৰ ৷ কিন্তু অপৰিপক্ব আপুনি ৷
    তেখেত সকলক
    কেনেকৈ কথা উপস্থাপন কৰিব লাগে সেইকণ -!!- থাকিব লাগে ৷
    তেখেত সকলৰ এই যাত্ৰাই সেন্দূৰীয়া পথ অতিক্ৰম কৰক , সময়বোৰ মধুময় হওক❤🙏

  • @TarunGogoi-zt2ox
    @TarunGogoi-zt2ox 10 หลายเดือนก่อน +1

    ছোৱালীজনীলৈ আগতীয়াকৈ ----। বাকী শুভেচ্ছা জনালোঁ।

  • @geetabhandari9787
    @geetabhandari9787 10 หลายเดือนก่อน +6

    নয়ণদা আপোনালোকৰ দাম্পত্য জীবন সফল হক

    • @simantasarma6088
      @simantasarma6088 9 หลายเดือนก่อน +1

      Tumar akhirbad tule he roi asil nayan nilim 😂😂😂😂😂

  • @nayandeka7606
    @nayandeka7606 10 หลายเดือนก่อน +15

    God bless him

  • @bishalbarundutta2943
    @bishalbarundutta2943 10 หลายเดือนก่อน +14

    ভাল লাগিল , কুশলে থাকক। সাংবাদিক জনে আৰু ভাল কৰিব পৰিলে হয়।

  • @manjilkmusafir2533
    @manjilkmusafir2533 10 หลายเดือนก่อน +2

    Dhuniya ase de Bowjoni 🤩

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 10 หลายเดือนก่อน +52

    কি কথা কৈছে। বয়সৰ কথা তেনেকৈ নকয়।সাংবাদিক এজন সাহিত্যিক । গতিকে ইমান খাৰা খাৰা কথা নকয়।

  • @debajithazarika5879
    @debajithazarika5879 10 หลายเดือนก่อน +5

    Nayan দাৰ ইমান বয়স হোৱা নাই, সাংবাদিক জনে যি ধৰণে কৈছে। কিন্তু এটা কথা মই surly কম যে নয়ন দাৰ প্ৰেমিকাক দেখি সাংবাদিক জন যেন জ্বলিছে।

    • @pankajrabha7500
      @pankajrabha7500 10 หลายเดือนก่อน

      Rite kotha সাংবাদিক জন মাইকী পাগল হেনো 😂

  • @LoboSutradhar-t9x
    @LoboSutradhar-t9x 10 หลายเดือนก่อน

    প্ৰমে নামানে বয়সৰ ভাল লাগিছে বহু দিনৰ মূৰত নয়ন দাৰ❤❤❤❤

  • @Ridipaxom
    @Ridipaxom 10 หลายเดือนก่อน +13

    Congratulations bro..... Sob kam timet a hoii.. Hosa kotha

  • @nayanbarman9077
    @nayanbarman9077 10 หลายเดือนก่อน +22

    Congratulations Nayan Da

  • @bdas04637
    @bdas04637 10 หลายเดือนก่อน

    Val powar majot manu hor kio suku olai ba manur jibon huki hobo diya nayan nelim dak 🤞🏿👐

  • @priyankabora8552
    @priyankabora8552 10 หลายเดือนก่อน +1

    Real life বুলি এনেই ১৪ মিনিট চালো, পাছত হে গম পালো reel life বুলি 😂

  • @porimolmedimedi5640
    @porimolmedimedi5640 5 หลายเดือนก่อน

    যদি অসমৰ নয়ন নীলিমে জীৱন সঙ্গী পালে আমি বহুত ভাল লাগিব।

  • @utpaltaidofficial2511
    @utpaltaidofficial2511 10 หลายเดือนก่อน

    Nayan da...duniya pale deiiiiiii........

  • @surojitpaik361
    @surojitpaik361 10 หลายเดือนก่อน +3

    এন্কৰজনক DY365 ৰ পৰা খেদিব লাগে অসমৰ এজন জনপ্ৰিয় অভিনেতাক অপমান কৰাৰ দৰে প্ৰশ্ন কৰাটো গ্ৰহণ যোগ্য নহয়।

    • @ArcadeProz
      @ArcadeProz 10 หลายเดือนก่อน

      ভাল লাগে এখন নাটকহে । বুজি পোৱা নাই নেকি?

  • @junali-sonowal95vlog
    @junali-sonowal95vlog 9 หลายเดือนก่อน

    Val lage album name,promotion of the song and album 😂 Nayan da kotha te gom palu

  • @hemantadas2357
    @hemantadas2357 10 หลายเดือนก่อน +1

    Dear Ankur bohu din hol tumak log nupuwa miss Kori asilu dei tumak, Dekha pai bohut Val lagil, Dhuniatu hola bohut tumi

  • @koushikray1945
    @koushikray1945 10 หลายเดือนก่อน

    Bohut bohut val lagile Sai video to khub anondo holo Moi Nayan Da obosek ot jibon songi pale aaru xonkale marriage or dinoloi jabo lage ❤❤❤❤❤❤❤💚💚💚❣️👌👍😍♥️👍💓💕💖

  • @mrinalphukan5425
    @mrinalphukan5425 10 หลายเดือนก่อน

    ভাল লাগে আৰু ভাল পোৱা মাজত পাৰ্থক্য আছে 😊

  • @sanatanraj984
    @sanatanraj984 10 หลายเดือนก่อน +13

    নতুন চিনেমা ভাল লাগিব আমি ৰৈ আছো😊

  • @sewalideori6811
    @sewalideori6811 หลายเดือนก่อน

    Thank dada

  • @pPnaturaltv2697
    @pPnaturaltv2697 10 หลายเดือนก่อน +21

    ঠিকে আছে নয়ন দা।। ভাল লাগিছে।।। কিন্তু বন্ধু চিনেমা খন চালোঁ।।। বহুত ফকটীয়া লাগিল।।

  • @ankitaborah3072
    @ankitaborah3072 9 หลายเดือนก่อน +1

    আগৰ কথাবোৰ কৈ কৈ বা সুধি সুধি আচলতে নয়ন দাক বাৰে বাৰে কষ্ট দিয়ে আৰু অপমানিত কৰিবলৈ চায়, বুজি নাপাওঁ মানুহজনক আগৰ কথা বোৰ সুধিবলৈ নেৰে কিয় আপোনালোকে

  • @mamonisaikia39
    @mamonisaikia39 หลายเดือนก่อน

    ভাল লাগিল

  • @ratulsaikia91
    @ratulsaikia91 10 หลายเดือนก่อน +7

    New ..Movie Ahibo...Nayan Nilimr Promotion karise

  • @ভাওনাসংস্কৃতি-জ৫ফ
    @ভাওনাসংস্কৃতি-জ৫ফ 10 หลายเดือนก่อน +15

    নয়ন দা যাকে ভাল পায় ।তাতে আপোনাৰ কিদাল হল।

  • @Rukmo9887
    @Rukmo9887 10 หลายเดือนก่อน

    কবিতা প্ৰচাৰৰ সুন্দৰ পন্থা দেই 😀😀😀😀

  • @debenborah2905
    @debenborah2905 10 หลายเดือนก่อน +3

    নতুন জীৱনৰ নতুন সময়ৰ আহ্বানৰ প্ৰতি নয়নে জনোৱা সঁহাৰিৰ বাবে অলেখ শুভকামনা যাচিলোঁ। এই সম্পৰ্ক স্থায়ী হওঁক আৰু সুন্দৰ হওঁক। সাগৰিকালৈ অনুৰোধ নয়নৰ সকলো দিশৰ নজৰ ৰাখে যেন। নয়নৰ যুগ্ম-জীৱন সম্পৰ্কে আমি বৰ উদ্বিগ্ন হৈ আছিলোঁ। আকৌ শুভেচ্ছা জনালোঁ ❤❤❤

  • @LohitDihingia-l5b
    @LohitDihingia-l5b 2 หลายเดือนก่อน +1

    ভাল পাইছো ধনৎবাদ সচাঁ- পেম ভাল পোৱা🎉🎉🎉🎉🎉

  • @mamonidevi617
    @mamonidevi617 10 หลายเดือนก่อน

    Congratulations gutei jibon xukhot thaka

  • @ankitaborah3072
    @ankitaborah3072 9 หลายเดือนก่อน +1

    তেওঁ নতুনকৈ কিবা এটা কবলৈ আহিছে বা নতুনকৈ আৰম্ভ কৰিছে জীৱনটো তাত আপোনালোকে অতীতৰ কথাবোৰ কিয় খুচৰে? ভাল নালাগে বাৰে বাৰে মানুহজনক এনেকৈ অশান্তি দিয়া

  • @joshnaray3117
    @joshnaray3117 10 หลายเดือนก่อน +1

    এইবাৰ বহাগতে নয়ন দাৰ বিয়া আমাক মাতিব দেই | আৰু বেছি দিন বাত চাব নেলাগে আপুনিতু বুঢ়া হৈছে বেছি দিন হলে দাঁত সৰিব 😂😂😂

  • @yolojobs3777
    @yolojobs3777 10 หลายเดือนก่อน +24

    ভাল লাগিল নয়ন দা । শুভেইছা থাকিল ❤❤। বিয়াত মাতিব দেই ।

  • @PranabDeka-u7w
    @PranabDeka-u7w 10 หลายเดือนก่อน

    নয়ন দাৰ বাবে এটা লাইক❤😍

  • @tumimurusortthakileholDas
    @tumimurusortthakileholDas 7 หลายเดือนก่อน

    Vl lagilgood news

  • @monjulahon7712
    @monjulahon7712 10 หลายเดือนก่อน +32

    এঙকৰজনৰ কথা বোৰ ফাল্টু দৰে লাগিল ।

  • @jireality.6377
    @jireality.6377 10 หลายเดือนก่อน

    Waiting for new Vedio
    @ভাল লাগে ।

  • @DibakarPathak-m5o
    @DibakarPathak-m5o 4 หลายเดือนก่อน

    Anchor jn bhtt smart ru dhemelia, bhttee interview tu last loike nusuakei comments korise...jihetu ata light mode t discuss korise tatei gm pabo lge j aitu serious nhoi ,kiba nhoi kiba ata fact asei.

  • @pankajgogoi5395
    @pankajgogoi5395 10 หลายเดือนก่อน

    Congratulations 👏👍❤ Nayan Daa

  • @ariyammixtv317
    @ariyammixtv317 10 หลายเดือนก่อน

    Bohut val lage Nayan daak ❤❤❤

  • @BhaskarBoruahOfficial
    @BhaskarBoruahOfficial 10 หลายเดือนก่อน +2

    সোনকালে বিয়াখন হওঁক দেইই 😊

  • @dreamymedhi
    @dreamymedhi 7 หลายเดือนก่อน

    The host really should really be sensitive while asking questions

  • @danswrangswargiary
    @danswrangswargiary 10 หลายเดือนก่อน +3

    congratullation, all of you.

  • @MinalSonowal28
    @MinalSonowal28 10 หลายเดือนก่อน +2

    Nayan da All rounder 🎉

  • @PilingaDeka-g8h
    @PilingaDeka-g8h 10 หลายเดือนก่อน +5

    Very nice good news hundor pavor jura ami khukhi hoisu xbr tu pai demful da god bless you ❤

  • @SHAWMITRANATH
    @SHAWMITRANATH 10 หลายเดือนก่อน +3

    Very good decision

  • @arun-boruah1616
    @arun-boruah1616 10 หลายเดือนก่อน +10

    মানুহটোৱে এনেকুৱা ফকটিয়াবোৰ কৰি কৰি নিজৰ জনপ্ৰিয়তা নিজেই কমাই লব এতিয়া ৷ ভালপোৱা অভিনেতা এজনৰ কিবা উলালে মানুহে চাবই ৷ দুবাৰ মানুহক ঠগিছে তৃতীয়বাৰ ক্ষমা কৰি নিদিব আকৌ ৷

  • @sanjoyopswelofficial4976
    @sanjoyopswelofficial4976 9 หลายเดือนก่อน

    Aei2k anchor kune bonale😮😮 4:01

  • @Shreeb17
    @Shreeb17 10 หลายเดือนก่อน

    Nayan daa aru mur mamar voice same 🔥🔥🔥aru kotha bur same 😮😮😮 i think age v same lag raha hai 😮

  • @amritdeori4241
    @amritdeori4241 10 หลายเดือนก่อน

    Very good ❤❤❤❤

  • @sanjibmedhi4235
    @sanjibmedhi4235 10 หลายเดือนก่อน

    Val lagise kotha khini nayan da

  • @huntusingingstar781
    @huntusingingstar781 10 หลายเดือนก่อน

    Govn job,rich man নাইবা মানু্হ popular হলে সকলো সম্ভৱ, বুঢ়া হলেও মতলব নাই কিন্তু দুখীয়া লৰালৈ নাহে, সুখী হওঁক😊

  • @HariBoro-m7x
    @HariBoro-m7x 7 หลายเดือนก่อน

    Love you damfull ❤ from sivasagar

  • @nk14378
    @nk14378 10 หลายเดือนก่อน +1

    Oohh my God hey dy365 anchor Brother.....Good question but not for the Nayan nilim da ......can you invite the politician of Assam which have not responsible for people of Assam...

  • @nabocreation6125
    @nabocreation6125 10 หลายเดือนก่อน +3

    Natun natok mja 😂
    Suwali jonik kotha koboi nidiye 👏
    Natun cinema/video song ahi ase raij

  • @nareshwaribhuyan5306
    @nareshwaribhuyan5306 10 หลายเดือนก่อน +3

    Nayan daa manuh Tu boom critical....

  • @blueocean9430
    @blueocean9430 10 หลายเดือนก่อน

    Nilim sagar ❤

  • @lrboy
    @lrboy 10 หลายเดือนก่อน

    So very nice💖💖💖💖💖

  • @chinuthengal2493
    @chinuthengal2493 10 หลายเดือนก่อน +8

    Demfull....❤❤❤

  • @JyotshnaborahJyotshnaborah
    @JyotshnaborahJyotshnaborah หลายเดือนก่อน

    Val lagise noyon da

  • @DrunMili
    @DrunMili 10 หลายเดือนก่อน

    Congratulation 🎉🎉

  • @hemkantaborah2503
    @hemkantaborah2503 10 หลายเดือนก่อน

    Nayan da hodai hukhi houk❤

  • @assamboy2162
    @assamboy2162 10 หลายเดือนก่อน +1

    Nayan nilim daaa Ketya biya hb ❤🎉

  • @pabitraneog1133
    @pabitraneog1133 10 หลายเดือนก่อน +31

    ভগৱানে যি কৰে ভালেই কৰে।

  • @manashpratim224
    @manashpratim224 10 หลายเดือนก่อน

    ধুনীয়া ছোৱালী পালে আপুনি নিলিম দা🤣

    • @kishorepegu
      @kishorepegu 10 หลายเดือนก่อน

      Gaanor promotion geda

  • @shriarchana8844
    @shriarchana8844 7 หลายเดือนก่อน

    নিদিবা ইমান মৰম ভয় লাগে।কি জানি কাৰোবাৰ চকুত পৰে। পাৰিলে ভাল পোৱা মনতে ৰাখি বা নহ'লে মৰমবো যাব আতৰি।

  • @SankarTalukdar-eb1bl
    @SankarTalukdar-eb1bl 10 หลายเดือนก่อน +4

    Congratulations

  • @angshumitadevi8830
    @angshumitadevi8830 10 หลายเดือนก่อน +3

    Dhunia accting dei movie khonar karone eman bur acting

  • @Xapon1054
    @Xapon1054 10 หลายเดือนก่อน +3

    Congratulation

  • @djahomchannel8730
    @djahomchannel8730 10 หลายเดือนก่อน

    Noyan dai ji koixe hosekei anekua manuh ajon huwar, ba, hobole, bohut kosto, aru dhoizo lagib

  • @gakulkrishna8822
    @gakulkrishna8822 10 หลายเดือนก่อน

    Nayan da Kaku nkaba nijar kotha lav ni aku bas aguai jua

  • @hirakkalita8283
    @hirakkalita8283 10 หลายเดือนก่อน +11

    Good News