উচুপি উঠি শ্যামন্তিকাই ক’লে আপোনালোকে ভৱাৰ দৰে মই ইমান বেয়া ছোৱালী নহয়।

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ก.ย. 2024
  • আপোনালোকে ভৱাৰ দৰে মই ইমান বেয়া ছোৱালী নহয়। মই বিয়াত বহি সাংঘাতিক ভুল কৰিলোঁ। মই যে তৃতীয়গৰাকী পত্নী মই নাজানিছিলোঁ। কোঠাত বন্ধ কৰি মোক মাৰপিট কৰিছিল। কেমেৰাত সন্মুখত কিয় উচুপি উঠিল শ্যামন্তিকা শৰ্মা।
    #dy365 #shyamantikasharma #haridrahazarika #assam #sidhakotha
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

ความคิดเห็น • 2.4K

  • @himangshubarman2135
    @himangshubarman2135 ปีที่แล้ว +18

    যদি সম্ভৱ এবাৰ তেখেতৰ স্বামীৰ সাক্ষাৎকাৰ লোৱাৰ ব্যবস্থা কৰক,দুধ কা দুধ পানী কা পানী হৈ যাব....!

  • @madhujyasarmah8717
    @madhujyasarmah8717 ปีที่แล้ว +13

    ভাগি নপৰিবা তুমি। দেৱী সীতাৰ লগতো জীৱনটো কঠিন হৈ পৰিছিল। ভাল খিনি আগত ৰাখি আগুৱাই যোৱা । মানুহ দুদিনীয়া তোমাৰ সৌন্দৰ্য দেখি তোমাক ভালপোৱা বহুত ওলাব কিন্তু গোটেই জীৱন তোমাৰ হাতত ধৰি একেলগে থকা জন ভগবান হ'ব লাগিব। গতিকে মানুহে কি ভাবে কি কয় does not matter . নিজৰ খিনি কৰি যোৱা। অন্তৰ খন কোমল কৰিয়ে ৰাখা সদায় হাঁহি থাকা। যিহেতু ঈশ্বৰেও সদায় কোমল অন্তৰৰ আৰু হাঁহি থকা জনকেই ভাল পাই।

  • @shikhamanisahariah6383
    @shikhamanisahariah6383 ปีที่แล้ว +48

    আকৌ জানমণি জনী হৈ ৰাইজৰ মাজলৈ ঘুৰি আহা বা আমি তাকে বিছাৰো☺️❤️

  • @karishmasaikia5279
    @karishmasaikia5279 9 หลายเดือนก่อน +4

    আপুনি আপোনাৰ বৌক মানসিক অত্যাচাৰ কৰিছিল যে... আনৰ সংসাৰ ভাঙিছিল সেই বাবে নিজৰ সংসাৰখনও তেনে হল.... অানক কন্দুৱাই কোনো হাঁহিব নোৱাৰে.... হয় হাঁহিব, সেই হাঁহি ক্ষন্তেকীয়াহে হয় চিৰযুগমীয়া নহয়.... গতিকে সদায় সৎ অনুকৰণ কৰিব লাগে 🙂

  • @জয়মহাকাল-শ৯ভ
    @জয়মহাকাল-শ৯ভ ปีที่แล้ว +3

    বহুত বেছি আৱেগিক মানুহৰ লগত এনেকুৱায়ে হয় ছাগে ৷ মানুহে ভাবে অকল ছোৱালীবোৰৰ দোষ ৷ গানবোৰতো সদায় ছোৱালীয়েহে ল’ৰাক প্ৰতাৰণা কৰা দেখাই কিন্তু বাস্তৱত তেনেকুৱা নহয় ৷ ল’ৰাৰ দোষবোৰ , ভুলবোৰ সদায় লুকাই থাকে ৷ কাৰোবাক ভালকৈ নজনাকৈ এনেকুৱা মন্তব্য কৰিব নাপাই ৷ কাৰোবাৰ বিষয়ে কৰা একোটা ভুল মন্তব্যই সেই মানুহজনৰ জীৱন শেষ কৰি দিব পাৰে ৷ শ্যামন্তিকা বাৰ ব্যক্তিগত জীৱনৰ কথাবোৰতো সদায় ৰাইজে একপক্ষীয়ভাৱে তেওঁকে দোষী সজাই আহিছে ৷ কিন্তু কোনোবাই জানো জানে নয়ন নীলিম আৰু তেওঁৰ মাজৰ বিচ্ছেদৰ প্ৰকৃত কাৰণ ? ল’ৰাবোৰে কৰা প্ৰতাৰণাবোৰ কিয় প্ৰকাশ নহয় বাস্তৱ জীৱনত ? গানবোৰত , কাহিনীবোৰত কিয় সদায় ছোৱালীকে দোষী সজোৱা হয় একপক্ষীয়ভাৱে ? ছোৱালীৰ জীৱন লৈ চাব এবাৰ ,তেতিয়া বুজিব কোনো ৯৯% ছোৱালীয়েই বাধ্যত পৰিহে প্ৰেমক ত্যাগ কৰি আনৰ লগত সংসাৰ কৰে ৷ নিজে মৰি মৰি জীয়াই থাকে অথচ কাকো ক’ব নোৱাৰে একো , ক’লেও কোনেও নুবুজে ৷ ভুলকৈহে বুজিব ৷ ইচ্ছা কৰিলে এনেকুৱা বহুজন ল’ৰাৰ চৰিত্ৰ উদঙাই দিব পাৰোঁ যিয়ে নেকি নিজৰ এগৰাকী স্থায়ী প্ৰেমিকা/জীৱনসংগী থকাৰ পাছতো আন ছোৱালীক প্ৰেমৰ জালত পেলাই আকৌ পাছত পলাই ফুৰে নাইবা ছোৱালীজনীৰহে বদনাম গাই ছোৱালীজনীয়েহে ফচাইছে বুলি ৷ পুৰুষপ্ৰধান সমাজখনত এইবোৰ চলি আছে চলিয়েই থাকিব ৷ তাৰোপৰি কিছু নাৰী নাৰীৰেই শত্ৰু ৷ গতিকে ভুক্তভোগী নাৰীসকলে নিজেই নিজৰ সাহস হৈ জীয়াই থাকিব লাগিব ৷ শ্যামন্তিকা বায়েই হওক বা জুবিন-গৰিমায়ে যুতিয়ে হওক বা বৰষা বায়ে হওক তোমালোকে সামাজিক মাধ্যমত এনেদৰে ব্যক্তিগত জীৱনটো উদঙাই দিয়াৰ প্ৰয়োজন নাই ৷ এই চেনেলবোৰে কেৱল নিজৰ স্বাৰ্থৰ বাবে তোমালোকক ব্যৱহাৰ কৰিব তাৰ বাদে একো নহয় ৷ তোমালোকৰ প্ৰতি এই চেনেলবোৰৰ কোনো সহানুভূতি নাই বা তেওঁলোক তোমালোকৰ কোনো শুভাকাংক্ষী নহয় ৷ আমি তোমালোকক ভালপাওঁ ৷ তোমালোকৰ চকুত চকুপানী আমাৰ কাম্য নহয় , সহ্য নহয় ৷

  • @budhiramteron1960
    @budhiramteron1960 ปีที่แล้ว +8

    মনত ৰাখিব পাতল মনৰ মানুহৰ কিবা নহয় কিবা বেয়া হয়। কিয়নো সহজ সৰল, থগীব সহজে পাৰি। কিন্তু ভাগী নপৰিব, ঈশ্বৰে বেয়া নকৰে জীৱন টোত নিশ্চয়ই ভাল হব। আৰু এনে সময়ত অযথা প্ৰস্তাৱ বহু লোকে সাহস কৰি দিব। প্রথম কথা ভাল কাম কৰক জানিনা হবলৈ লাগীব।

  • @diipakkgogoi3252
    @diipakkgogoi3252 ปีที่แล้ว +310

    ইতিহাস শাসি আছে আনক দুখ দি নিজে সুখত থাকিম বুলি ভবাটো ভুল 😢

  • @hirakjyotidas_
    @hirakjyotidas_ ปีที่แล้ว +15

    নয়ন দাৰ অভিশাপ 😂.
    বেয়া লাগিল কথা খিনি শুনি😢😢.😢

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 ปีที่แล้ว

      Nayan nillim jdi hosa premik kio ovishap dibo he

    • @hirakjyotidas_
      @hirakjyotidas_ ปีที่แล้ว +1

      @@jonalikalitavlogs6244 xituo noha Nhy jeniba kotha2 ,,, সঁচাকৈ বেয়া লাগিল বা লৈ 🙏😢😭

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 ปีที่แล้ว

      ​@@hirakjyotidas_nayan nillime shyman baak biya ptibo bisora nsil.. abr ata interviewt paisilu

    • @minakshi667
      @minakshi667 ปีที่แล้ว +1

      ​​@@hirakjyotidas_ মাক দেউতাকৰ একান্ত বাধ্য পুত্ৰ আৰু ছোৱালী হলে আচলতে কিছুমান নিজৰ ভাল লগা বেয়া লগা বস্তুবোৰৰ পৰা আঁতৰি মা দেউতাৰ মনে বিচৰা ধৰণেও কৰিব লগা হয় ৷ মই 2006 মানত নয়ন নীলিম দা হতঁৰ উচৰৰ মানুহ এঘৰত ফুৰিব গৈছিলোঁ ৷ তেতিয়া গম পাইছিলো যে শ্যামন্তিকাক নয়ন দাৰ মাকে বিয়া পাতিব নিদিয়ে আৰু সেই কাৰণেই ছাগে নয়নদাই বিয়া পাতিব পৰা নাছিল এক মাত্ৰ মাতৃৰ কথাত লাগি ৷ অৱশ্যে কাৰ জীৱনত কি ঘটি আছে আমি নিজৰ বাদে আনৰ কথা কেতিয়াও নাযানো সেয়ে বেলেগৰ কথা শুনি আনৰ চৰিত্ৰৰ উপৰত মাত মতাটো আমাৰ উচিত নহয় বুলি মই ভাৱোঁ ৷ তেওঁলোকৰ ব্যক্তিগত কথা তাত বেয়াকৈ কৈ একো লাভ নাই। 🙏

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 ปีที่แล้ว +1

      @@minakshi667 moi o hunisu..sobe sowali jnike dhokh di ase

  • @pranabjyotikalita3117
    @pranabjyotikalita3117 ปีที่แล้ว +10

    Manuhor monot dukh dile nijeu pai adin ..... Nayan nilim da k kosto disile adin... Atiya nije paise .

  • @rkdhaj9099
    @rkdhaj9099 ปีที่แล้ว +43

    আনক দুখ দিলে নিজে দুখ পাব এ। কৃষ্ণ 🙏

  • @hiteshdeka2368
    @hiteshdeka2368 ปีที่แล้ว +71

    বৈবাহিক জীৱনৰ তিক্ততাৰ কাহিনী শুনি বহুত দুখ লাগিল।ভাঙি নিদিব মনটো।এদিন ভাল হব।

  • @lolenybird9008
    @lolenybird9008 ปีที่แล้ว +11

    আমি অসমীয়াবোৰ আন ভাৰতীয় বোৰ তকৈ কমেও ২০০ বছৰমান পিছত আছো।কাৰন আন ভাৰতীয় বোৰে আমাতকৈ বহু ত আগতেই ইংৰাজৰ শাসন পাই আগবাঢ়িছিল। চতুৰতাত আমি এতিয়াও শিকিবলৈ বাকী আছে।

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 ปีที่แล้ว +30

    অচিন কাঠৰ থুৰা লগোৱাৰ ফল । আমাৰ অসমৰ অসমীয়া ছোৱালী কিছুমান নিজৰ অসমীয়া ডেকা ভাল নালাগে । কিন্তু কিছু দিনৰ পিছত তাৰ ফল পায় ।
    বেয়া লাগিল প্ৰিয়া অভিনেত্ৰী আছিল মোৰ ।

    • @chandana966
      @chandana966 ปีที่แล้ว +1

      Dada bya npabo mi Assamese hy ghtyt thaku dekhatu vle
      But vl Assamese lora bisari npau khub besi character vl hlei vl lge
      Kntu npai mi bihari lora ejonok vl pao dutai bhut happy asu

    • @jakhashyaphukan8938
      @jakhashyaphukan8938 ปีที่แล้ว +1

      ​@@chandana966Right...axomia lora u ase ji nijor wife k buji napai...bangle hok ba bihare hok ba axomia manuh vl hobo lagi..biya patila manuh jonik bujibo paribo lagibo...taw mnr kotha...duijona duijon k buji puw tu ai main..axomia lora vl hai tu nohoi kisuman axomia lorai u nijor wife k jantu dora hasti dia..dakhisu nija...manuh vl hobo lagi ..sovab,sorotro,bisakhi ...sb axomia lora nohoi kantu tar vitort ase bea...nijor jati nijor cast r lgt biya patiu kisuman suwali jibon borbad hoisa...

    • @rabhasowali1433
      @rabhasowali1433 ปีที่แล้ว +1

      সকলো অসমীয়া ছোৱালী যে অসমীয়া লৰাক বিয়া পাতিব লাগি তেনেকুৱা নহয় । ভাগ্যই যাৰ জীৱনত যি দিছে তেনেকুৱাই হব‌।

    • @pranabjyotihazarika7145
      @pranabjyotihazarika7145 ปีที่แล้ว

      @@jakhashyaphukan8938 মেইন কথা হল দুয়ো জনৰ মাজত নিজা বুজা বুজি ।

    • @pranabjyotihazarika7145
      @pranabjyotihazarika7145 ปีที่แล้ว

      @@rabhasowali1433 😁 কি কম ?

  • @nilakrishna81
    @nilakrishna81 ปีที่แล้ว +65

    ৰাইজে বুজিব লাগে যে সংসাৰ কৰাৰ অৰ্থ টকা নহয়,

  • @damayantitalukdar2801
    @damayantitalukdar2801 ปีที่แล้ว +14

    তুমি দুখ নকৰিবা ভগবানে জি কৰে ভালে কৰে তুমাৰ ভাল হ'ব ❤❤❤😂👍🏼👍🏼👍🏼🪔🪔💕👌

  • @musicindustry9259
    @musicindustry9259 11 หลายเดือนก่อน +2

    Nayan Nilim jiyay asa janmoni atiau😍

  • @digiincome
    @digiincome ปีที่แล้ว +6

    মিছা ক'লে কি হব।সেয়া নয়নদাক প্ৰতাৰণা কৰাৰ ফল।চিন্তা নকৰিব মই আছোঁ।

  • @siddhartharoy2727
    @siddhartharoy2727 ปีที่แล้ว +26

    দেমফুলক আঘাত দিয়াৰ পৰিণাম?

  • @myselfjanmoni2729
    @myselfjanmoni2729 ปีที่แล้ว +23

    তুমি অসম এৰি গুচি গৈছিলা বহুত বেয়া লাগিছিল আকৌ জানমণি আমাৰ মাজত ঘুৰি আহিলা সুকলমে,,, যি হয় ভালৰ বাবে হয়,,, জীৱন টোত বহুত আছে সময় উপভোগ কৰা,,,god bless u my favorite hiroine,❤️❤️❤️

  • @himanikhaklary8563
    @himanikhaklary8563 ปีที่แล้ว +2

    Apunar kotha bure koduwai dile

  • @rinkusut2348
    @rinkusut2348 ปีที่แล้ว +11

    তোমাৰ জীৱনত আকৌ হাঁহি আহিব ❤️

  • @pallab1982
    @pallab1982 ปีที่แล้ว +21

    স্যামন্তিকা বাৰ অভিনয় সৰুৰ পৰাই প্ৰিও বিহু নাচবোৰ বহুত ভাল লাগে সদাই প্ৰিও হৈ থকা সকলোৰে মৰমৰ জানমণি স্যামন্তিকা বা এতিয়াও আপোন তুমি সকলোৰে কুনে জনে নো কাৰ জীৱনত কি হৈ যায় সচাকে কব নোৱাৰি স্যামন্তিকা বা আগৰ দৰে হৈ থকা তুমি পৰ্থনা কৰিছো ভালে থকা তুমি 😘😢😭

  • @kapil912
    @kapil912 ปีที่แล้ว +407

    চাকৰি কৰা ল'ৰা মানেই সৰ্বেসৰ্বা বুলি ভৱা ছোৱালী বোৰে এই কাহিনীটোৰ পৰা শিকক অলপ

  • @rekhabhuyan3878
    @rekhabhuyan3878 ปีที่แล้ว +34

    সহজ সৰল বা ❤️...বহুত মৰম লগা .. টোমাৰো আহিব ভাল দিন🙏 জীৱন মানেই সংগাম বা 🙏 ভালে ৰাখক ভগবানে সদাই তোমাক 🙏

  • @riturajunofficial
    @riturajunofficial ปีที่แล้ว +1

    প্ৰায় দেখিছোঁ, শুনিছোঁ...অসমীয়া মহিলা বাহিৰৰ মানুহৰ প্ৰতি আকৰ্ষিত হয়, টকা, গ্লেমাৰ নে অসমীয়া পুৰুষৰ প্ৰতি অৱহেলা সেইটো নাজানো। এটা জাতিৰ অস্তিত্ব জীয়াই ৰখাৰ দায়িত্ব পুৰুষৰ সমানে নাৰীৰো আছে। অসমীয়া পুৰুষৰ কমি কতো নাই , জাতিৰ ভৱিষ্যতৰ বাৱে অসমীয়া অসমীয়া সকলৰ মাজতে বিবাহ পাশত আবদ্ধ হওক । অসমীয়া দৰে সহজ সৰল জাতি আজিৰ তাৰিখত পৃথিৱীৰ কতোৱেই নাই।

  • @blissfulsoul2933
    @blissfulsoul2933 ปีที่แล้ว +201

    এসময়ত আপোনাৰ হাঁহি মুখিয়া মুখখনৰ লগত জানমণিৰ❤ গান এটা চালেই হিয়া জুৰ পৰিছিল। আপোনাৰ জীবনৰ দুখবোৰ জানি বহুত বেয়া লাগিল।
    God bless you

    • @assamriding5003
      @assamriding5003 6 หลายเดือนก่อน

      কিয় কাৰোবাৰ জীৱন ধংস কৰি নিজে শান্তিত থাকিব পাৰে‌ নেকি

  • @manuranjankonwar4346
    @manuranjankonwar4346 ปีที่แล้ว +11

    অতি চালাক গলাই ফাচী Best of luck

  • @priyankasaikia5302
    @priyankasaikia5302 ปีที่แล้ว +21

    Comment বোৰ পঢ়ি বেয়া লাগিল,,, কিছুমানে কৈছে আনক দুখ দিলে নিজেও পায়,,,, কিন্তু এইটো সছা যে আনক হাঁহিব নাপায়,,,,,, তেওঁ নিজে নিজে কৰা নাই,,, জীৱন টো এনেকুৱা ই,,,,, 😭👍বাকী জীৱন টো শেষ নোহোৱালৈকে লাগি থাকক ভাল দিন আহিব 😭

  • @shurabhichetia7307
    @shurabhichetia7307 ปีที่แล้ว +9

    জন্ম, মৃত্যু, বিবাহ কাৰো হাতত নাথাকে। ছোৱালী জীৱন ইমান সহজ নহয়। সংগ্ৰাম কৰি যাওক।

  • @rupabora3347
    @rupabora3347 ปีที่แล้ว +14

    একো নাই ধুমুহা আহিব আৰু যাব বুলি ধৰিলে ই হ'ল❤️❤️❤️❤️❤️

  • @avijitsaikia8433
    @avijitsaikia8433 ปีที่แล้ว +19

    একো নাই,এইবোৰক পাৰ হৈ যোৱা সময়ৰ কথা এতিয়া আগলৈ মনোযোগ দিয়াটোহে বুদ্ধিমানৰ কাম৷শুভেচ্ছা থাকিল সদায় অসমৰ মৰমৰ জানমনি জনী হৈ থাকা৷

  • @AtoZ-su3iv
    @AtoZ-su3iv ปีที่แล้ว +47

    কি যে হব বাল্যবন্ধু ৰ লগত বিয়া হৈছিল বোলে। তেওঁৰ আকৌ পোৱালি ওলাল । আপোনাৰ কথাত সত্যতা বিছাৰি নাপালোঁ

  • @sivasagarroasterboy2128
    @sivasagarroasterboy2128 ปีที่แล้ว +7

    দুবাৰকৈ নহয় আৰু বেছি থগন খাগ লাগিছিল আপুনি । নয়ন দাক ঠগাৰ ফল এইয়া

  • @pompydevi769
    @pompydevi769 ปีที่แล้ว +12

    অকলশীয়াকৈ থকা সমান খুখ নাই সদায় নিজক লৈ খুখে থকা

  • @dipankarpathak2290
    @dipankarpathak2290 ปีที่แล้ว +1

    কিয়নো যাব লগা হৈছিল বেঙ্গল লৈ বিয়া হৈ। তেতিয়া কিমান কথা বিয়াক লৈ কিন্তু এতিয়া কি হল? বেঙ্গলত কি ছোৱালীৰ অভাৱ নেকি সি অসমত বিয়া পাতিবলৈ আহিছিল আৰু আজিৰ সমাজত বিয়া পতা তান কিন্তু এৰা সিমান সহজ। একপ্ৰকাৰ কবলৈ গলে আমাৰ সংস্কৃতি বান্ধোনৰ লাগাম নোহোৱা কৰিছে। ইয়াৰ মূলতঃ বিপৰ্যয়ৰ কাৰণ হ'ল পশ্চিমীযৰ প্ৰভাৱ আৰু আধুনিকতাৰ অবিবেক হীন প্ৰচলন।

  • @mohansarania8130
    @mohansarania8130 ปีที่แล้ว +30

    আনক দুখ দিলে নিজেও এদিন ভুগিৱ লাগিৱ।

  • @heerasvlogs4231
    @heerasvlogs4231 ปีที่แล้ว +187

    ভাঙি নপৰিবা,নিজক লৈ সুখী হৈ থাকা । ঘাট প্ৰতিঘাট সকলোৰে থাকে।

    • @ৰুচাওমানস
      @ৰুচাওমানস ปีที่แล้ว +6

      কেলা আনক কনোৱাই নিজে সুখী হব গৈছিল কেনে পাইচ 😂😂😂

    • @realhero5657
      @realhero5657 ปีที่แล้ว +2

      @@ৰুচাওমানস মজা

    • @sonaliassam.6043
      @sonaliassam.6043 ปีที่แล้ว

      জীৱনটো হল সংগ্ৰাম ।অপেক্ষ্যা কৰক ভগবানে ভাল ফলাফল দেখাব এদিন

    • @Hit-Hop
      @Hit-Hop ปีที่แล้ว

      Mayu tumar dare jiban trejidi.mai kuchar rajbangshi lora. Lora.suyali patni aase. Kintu tumar jiban auru mur. Jibanar samajanshya eake buli bhabu?

  • @sewaktamuli9294
    @sewaktamuli9294 ปีที่แล้ว +24

    জানমণি গুণা গঠা চলি আছে তোমাক বিয়া দিবলে....তুমি ও ভাবিচা চাগে মোকে এৰি যাবলে ❣️

  • @mridulkachari9978
    @mridulkachari9978 ปีที่แล้ว +1

    Demfulok pahori pawarfulok bisari juwa porinam

  • @diptrick3141
    @diptrick3141 ปีที่แล้ว +1

    Frvt Actor Asil Mor😢😢 Boya Lagil Janmoni & Samontika

  • @tutumonibaishya4235
    @tutumonibaishya4235 ปีที่แล้ว +6

    কলকাতাৰ বেংগলী ‌মুখত‌ মিঠাই। আমাৰ লগৰবিলাক‌ বেংগলী‌ কলকাতা ৰ।নিজৰ‌ তু‌ এৰি‌ নিদিয়ে‌ সিহতে। কোম্পানীৰ কামত‌ একেলগে‌ আছিলো‌ ঠায়ে‌ ঠায়ে। বদমাছ‌ লয়্।😂❤trai again 🎉gbu❤

  • @hrittikhazarika7857
    @hrittikhazarika7857 ปีที่แล้ว +9

    এই পৃথিৱীত আটাইতকৈ টান কাম হৈছে মানুহক চিনি পোৱাতো । খুব দুখ লাগিল বা😢😢আপুনি মোৰ সকলোতকৈ Fevorite Actress.

  • @RajdipSaikia189
    @RajdipSaikia189 ปีที่แล้ว +5

    অসমত ইমান ইমান ভাল লৰা আছিল । টকা পইচা নাথাকিব পাৰে কিন্তু অসমৰ লৰাৰ অন্তৰ খন ভাল। বাৰু যি হওক আপোনাৰ জীৱনটো সুখৰ হওঁক বা । আপুনি বহুত ভাল ভগৱানে ভালে কৰিব আপোনাক। ❤❤

  • @Jeu501
    @Jeu501 ปีที่แล้ว +1

    Biya hwar agt vl koi janibo lagisil..... Atiya o xmy ase nijr jibn Tu vl koi sojai lowar

  • @rajeshkalita5394
    @rajeshkalita5394 ปีที่แล้ว +2

    Atiwao Nayan da biya pata ni...monor dukhot 😔😔...

  • @ToraliB
    @ToraliB ปีที่แล้ว +13

    😢দুখ নকৰিবা বা তোমাৰ লগত যি হ'ল সপোন বুলি পাহৰি যো যোৱা তোমাৰ জীৱনটো আকৌ নতুন কৈ গঢ়ি তুলক ♥️

  • @jrbanamali
    @jrbanamali ปีที่แล้ว +115

    অসমৰ ডেকাসকলক পাত্তা নিদিয়াৰ পাপ লাগিলে । নয়ন দাক আপুনি বহুত দুখ দিলে কিন্তু ,নয়ন দাই এতিয়াও পস্তাই আছে 😣 নয়ন দাৰ লগত আগবাঢ়ি ব লাগে আৰু নতুন জীৱনৰ পাতনি মেলিব লাগে 🤗 দুয়োকে ভাল লাগিব

    • @bikibazikor
      @bikibazikor ปีที่แล้ว +9

      বেলেগ ক ঠগিলে নিজে ঠগ খাই

    • @amorjyotibarman
      @amorjyotibarman ปีที่แล้ว

      হয়। বেছি। দেৰি। কৰি। লাভ। নাই

    • @pronabbora7889
      @pronabbora7889 ปีที่แล้ว +1

      Noyondai akou patta ndye j

    • @gitudeka9455
      @gitudeka9455 ปีที่แล้ว

      Apuni jane baai thoguwa Buli ?

  • @Raj_deep5426
    @Raj_deep5426 ปีที่แล้ว +103

    নয়ন দাৰ দৰে হৃদয়বান মানুহ এজনক প্ৰতাৰণা কৰি পাইছাতো শিক্ষা।
    কোনোবাই যদি কাৰোবাক প্ৰতাৰণা কৰে। তেন্তে তোমাকো আন কোনোবাই প্ৰতাৰণা কৰিব। এয়াই সু নিশ্চিত।

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 ปีที่แล้ว +7

      Aji kli kintu dhukh Diya mnuh bur he hukht thka dekhisu

    • @AnupamaChutia
      @AnupamaChutia 5 หลายเดือนก่อน

      Motivation
      Niranjan

  • @plabonborgohain6786
    @plabonborgohain6786 ปีที่แล้ว +1

    Vgban ase soku Meli sb sinta nkrib ba..vl dn ahib

  • @BituMunda-b5l
    @BituMunda-b5l หลายเดือนก่อน +1

    Akole thaka ba bohut happy thakiba aaji kali karubak bohut basi val pai lav nii mrom kri lav ni😬😅😐😒😑😫😢😰😭💀

  • @juggiiij
    @juggiiij ปีที่แล้ว +21

    বেয়া লাগিল 😢😢😢 ছোৱালীৰ হৈ নকও যদিও,,, আপুনি ভাল মানুহ হয়।।❤❤❤

    • @ৰুচাওমানস
      @ৰুচাওমানস ปีที่แล้ว

      तू कहना क्या चाहते हो ? তই কি বেলেগ বেলেগ ৰূপত আহি কথা ক নেকি । কমেণ্ট কি লৰা হৈ কৰিছ নে গে হই 😮😮😮

  • @ritupongogoi7870
    @ritupongogoi7870 ปีที่แล้ว +150

    আনক দুখ দি নিজে কেতিযাও সুখী হব নোৱাৰে ! সেইটো কথা সকলোযে মনত ৰখা উচিত ।

    • @purabisonowal2242
      @purabisonowal2242 ปีที่แล้ว +1

      Umm hosa kotha koisa

    • @gitudeka9455
      @gitudeka9455 ปีที่แล้ว +7

      Apuni dekhise ne apunk koise tai thoguwa buli 😆😆personal lifet mat mate 😏😏

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 ปีที่แล้ว +3

      Apuni nojonake keneke kb pre...aji kli tu dhukh Diya bur he hukht thka dekhisu

    • @rupaschannel5856
      @rupaschannel5856 ปีที่แล้ว +1

      Toi dekhiso neki. Tai dukh dise ne nai

    • @jhonekram6165
      @jhonekram6165 ปีที่แล้ว +1

      noyan dak dhoka di belegor logt biat bohil.. ki hol etia....sowalibore mont rakha usit hoi

  • @sangeetatamuli7429
    @sangeetatamuli7429 ปีที่แล้ว +3

    অতিতৰ কামৰ ফল ভোগ কৰিছে তাই ৷ মনত আছেনে এজন নাট্যদলৰ মানুহৰ যে অকাল মৃত্যু হৈছিল ? ইয়াৰ লগত এই আৰু এইৰ Boy Frind জৰিত আছিল বুলি শুনিছিিলো ৷

  • @BiniBora-q5r
    @BiniBora-q5r ปีที่แล้ว +1

    ওচৰৰ পুঠি খলিহনা দূৰৰ ৰৌ বৰালি কথাষাৰ ফলিয়ালে।।।গতিকে আগতেই ভাবিব লাগিছিল

  • @gangster7464
    @gangster7464 3 หลายเดือนก่อน +1

    ভাল মানুহক এৰি অচিন কাঠৰ ঢোৰা লগালে এনেকা হব এ

  • @PrasantaChutia-ly3xx
    @PrasantaChutia-ly3xx ปีที่แล้ว +6

    আমি ভূল বুজো মানুহৰ শৰীৰটো বেছি ধুনীয়াও হ'ব নেলাগে, তাতকৈ বেছি ধুনীয়া হ'ব লাগে মানুহৰ মন, স্বভাৱ, চৰিত্ৰ, মানসিকতা ... সেইবুলি মই কাৰোবাক ডাউন দিব বিচৰা নাই ।

  • @binudmili4814
    @binudmili4814 ปีที่แล้ว +24

    এইয়া স্বাৰ্থপৰ মানুহক ভগৱানে দিয়া উপহাৰ। ডেমফুল ,,,,,,,,,,,,,,,,।।।।।।

  • @suramanath5523
    @suramanath5523 ปีที่แล้ว +16

    অচিন কাঠৰ থোৰা লগাব নালাগে । লেবেল টো অলপ কমাব লাগে 😢 বেছি কৰিবলৈ গলে । থগন খাৱয় ।

  • @tonmoykalita2310
    @tonmoykalita2310 4 หลายเดือนก่อน +1

    Tumak bohut vl lage shyamantika baa❤ mor bar name o shyamantika e hoi tumar dore e lage alp😊

  • @ankitasarkar7078
    @ankitasarkar7078 ปีที่แล้ว +1

    Hosake kolkata bohut jotil ..moi nije pohi aasu iyat..bohut jotil hoi manuhbur iyar...Amar oxomor manuh bur hosakei bohut kumoliya ontoror hoi ..

  • @prakashnarzary4007
    @prakashnarzary4007 ปีที่แล้ว +283

    বেয়া লাগিল মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ কাহিনী শুনি। সময় এতিয়াও বহুত আছে। দুগুণ উৎসাহ লৈ আগ বাঢ়ি যোৱা ।😢

  • @pranjalkalita3347
    @pranjalkalita3347 ปีที่แล้ว +87

    Naver give up আপুনি নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ক পিছত মনে বিচৰা লৰা পালে বৰষা বাৰ দৰে আকৌ বিয়াত বহিব !! ❤❤❤❤❤❤❤❤

  • @jogendas7193
    @jogendas7193 ปีที่แล้ว +43

    "অতিমাএা উচ্ছকাংখাই অভিশাপ" অতীত বাদদি ভৱিষ্যত ভাল হোৱাৰ কামনা কৰিলোঁ ।

    • @dekhoviralshorts
      @dekhoviralshorts ปีที่แล้ว

      thik koise,,,toka pasot dorile xodai poton hoboe

  • @mylifetension482
    @mylifetension482 ปีที่แล้ว +2

    Love you my dear Jaanmoni

  • @nabuariparismita2725
    @nabuariparismita2725 6 หลายเดือนก่อน +2

    Ami sun xunisilu nayon da he buly kuor purr kurr swalijoni lgt kiba relation ase buli xunisilu haikarone era eri hoisil.

  • @girinbora7820
    @girinbora7820 ปีที่แล้ว +48

    কিছুমান কুকুৰ পোৱালি হতে নিজৰ নীৰ্লজ চৰিত্ৰবোৰ লুকুৱাই ৰাখে আৰু ছোৱালীজনীৰ ওপৰত দোষ দিয়ে এই সব কুকুৰ পৰিয়ালৰ গেলা অহংকাৰ আছে আৰু ইহঁতে ছোৱালীৰ জীৱন ধ্বংস কৰিব পাৰে আৰু নিজকে অভিজাত দেখাই থাকে এনে কুকুৰৰ পৰিয়াল আমাৰ অসমতো বহুত আছে। এই সকল কুকুৰক বিশ্বাস কৰিব নালাগে ইহঁত সন্ত্ৰাসবাদীৰ প্ৰজাতিৰ হয় নিজকে বহুত ভদ্ৰ দেখাই থাকে।

  • @indrachutia7351
    @indrachutia7351 ปีที่แล้ว +5

    নিজৰ জীৱটো এতিয়া ভাল ধৰণে গঢ়ক অসমৰ সকলো মানুহৰ মৰম আপুনি এতিয়াও পাব । সকলো মানুহ একেই নহয়

  • @simibegum8665
    @simibegum8665 ปีที่แล้ว +6

    সময় সকলোৰে এদিন আহে।নিজৰ বৌৱেকজনীক কমখন অত্যাচাৰ কৰা নাছিল।এটা সাক্ষৎকাৰত বৌৱেকজনীয়ে কৈছিল আনক দুখ দিলে নিজৰো এদিন সেই দুখ আহিব।bdy নয়ন নিলীমৰ লগত হোৱা মুখামুখিৰ পিছতেই আকো নতুনকৈ প্ৰেমত পৰিল।আপোনাৰ আনক দুখ দি নিজে ধোৱাতুলসী হোৱা স্বাভাৱটু আছে।বৌৱেকক শান্তিত থাকিব নিদিলে।।

  • @archanarabha1881
    @archanarabha1881 ปีที่แล้ว +2

    Nayan da aru syamontika bar prem mudhur asile, kiba karonot nohol jeniba take koi duyujonok kio nu amuni d thako, hole to atiyao hobo pare duyujon ei single. Kintu punor agor dore hbo janu? Hoy 2 ketiyao nhy.Bissakh abar bhangile homporko hekh hoi, dujunor majot bissakh ei ata homporkor mul bheti. Teo lokor majot ami mat matibo loga kun, specially ami jetiya asol kotha2 najanu. So love yourself first not others, otherwise it'll destroy you forever. Jibonot tetiya he hukhi hbo pariba jetiya tumi nijok val paboloi hikiba anok nhy, nijot koi anok besi val paboloi hika prem hoise borbad r karon, this is the most stupid thing ever. Self love always should be your first priority.

  • @debasishboruahvlog8962
    @debasishboruahvlog8962 ปีที่แล้ว +1

    Aru kiba thakil neki al bal news di thake

  • @jyotishgogoi8634
    @jyotishgogoi8634 ปีที่แล้ว +8

    আপোনাৰ মুখৰ এই সুন্দৰ হাঁহিটি কেতিয়াও ম্লান পৰিব নিদিব বা Bravo 🫰

  • @gayatriray2270
    @gayatriray2270 ปีที่แล้ว +31

    বিয়াৰ ৫/৬ মাহ পিছত এগৰাকী you tuberএ আপোনাৰ স্বুটিং চলি থকা জেগাত গৈ সুধিছিলে আপোনাৰ সংসাৰৰ কথা,,, আপুনি কিন্তু বহুত ভাল বুলি কৈছিল,, বহুত ভাল friend বহু বছৰৰ পৰা বন্ধুত্ব,, শাহু মা বহুত ভাল, চাই বাবা পুজা কৰি থাকে,, কলকাতাত ঘৰখন নিজৰ মতে সজাইছে জাপি শৰাই আদিকৰি সকলো অসমীয়া বস্তুৰে,,,এতিয়া কৈছে ১/২ মাহ পিছতে গম পাইছে 3rd wife বুলি,, ইমান আতি গুৰি নোভোবা নোচোৱাকৈ বিয়া হৈছিলনে,,, অসমত ভাল ল'ৰাৰ অভাৱ আছিল নেকি,,, ভাল চাকৰি এটা বা বহুত টকা থাকিলেই এজন মানুহ ভাল নহয়,, মই আগতেই ভাবিছিলো এনেকুৱা কিবা এটা হ'ব যে,,, অচিন কাঠৰ ঠোৰা লগাই কি হ'ল এতিয়া,,,
    যি নহওঁক ভালে থাকক আমাৰ জানমণি,,, আগুৱাই যাওক,, ❤

    • @niku8723
      @niku8723 ปีที่แล้ว +1

      Akebare apuni Mur monor kotha khini ke koise dei😊😊😊

    • @animaray-xd9he
      @animaray-xd9he ปีที่แล้ว

      ​@@niku8723TV
      Hu hu😊
      Hu hu by by

  • @khogenrajkhowa3479
    @khogenrajkhowa3479 ปีที่แล้ว +66

    আমাৰ অসমীয়া ছোৱালী বোৰ টকাকেইটা মান দেখি বঙালী দেখি পাগল অসমীয়া এটাছোৱা

  • @RameshtayeTaye
    @RameshtayeTaye ปีที่แล้ว

    Tumaluk.shof.burboke.kiman.assamet.bidava.mohila.asha.abilakhor.khata.ulak.nokore.ooo.buji.palu.jar.taka.aseih.higotoree 10:12 .besi.ulak.abilak.wrong.khota.hunibo.mon.naiy

  • @atulhazarika4227
    @atulhazarika4227 ปีที่แล้ว +2

    জীৱনত চাগে প্ৰথম খোজতে উজতি খাই পাইয়ো হেৰুৱাৰ বাবে আপুনি দ্বিতীয় বাৰ বহুত বেছি নভবাকৈ সিদ্ধান্ত লৈ জীৱনৰ সেইটোৱে সফলতা বুলি ভাবিলে । আপুনি অসমীয়া অভিনয় জগতত এগৰাকী সফল সকলোৰে ভাল লগা অভিনেত্ৰী। অভিনয়ৰ মাজতে আবদ্ধ থাকি জীৱনক নতুন ৰূপত গঢ় দিবলৈ চেষ্টা কৰক । এইবোৰ কথাত আপুনি অকলশৰীয়া নহয় । বহুতৰে জীৱনত ঘটে । তাকে ভাবি আগবাঢ়ক ভগবানে ৰাষ্টা দেখুৱাব ।

  • @UjjalHazarika-hg6oz
    @UjjalHazarika-hg6oz ปีที่แล้ว +18

    অচিন কাঠৰ থুকুৰা । কাৰোবাক দুখ দিলে নিজে দুখ পোৱা যায়

  • @junmonikalita6363
    @junmonikalita6363 ปีที่แล้ว +6

    বা তুমি আগুৱাই যোৱা,,,,তুমি বহুত সাহসী,,, সাহস নেহেৰুৱাবা,,,,,💓💓💓

  • @JikMikDailyLife
    @JikMikDailyLife ปีที่แล้ว +139

    দুখ লাগিল কথা বোৰ শুনি,যদি ভাল লৰা এজন পোৱা সময় থাকোঁতেই আকৌ জীৱন তো নতুন কৈ সজাই লোৱা। সৌন্দৰ্য থকা লৈকে সকলোৱে ওচৰ চাপি আহিব কিন্তু বয়সে যেতিয়া মেলানি মাগিব তেতিয়া..... জীৱনৰ সাৰথি এজন বৰ প্ৰয়োজন ও আইজনী। সদায় সুখী হোৱা তাৰে কামনা কৰো।

  • @madanchdas5220
    @madanchdas5220 ปีที่แล้ว +1

    হয়তো কিবা অজ্ঞাত ভুলৰ বাবে তেখেতৰ জীৱনলৈ বেয়া সময় আহিল আৰু গ'ল ।
    আহি থকা দিনবোৰ নিশ্চয় ভাল হব। তাকে কামনা কৰিলোঁ । অভিনেত্ৰী হিচাপে শ্যামন্তিকাৰ অভিনয় আমি ভাল পাওঁ ।
    আগলৈ তেওঁ দুৰ্বল নহৈ মনোবল অটুট ৰাখি আগুৱাই যাওঁক।

  • @Pokhiligogoi-b7p
    @Pokhiligogoi-b7p ปีที่แล้ว +1

    সঁচাকৈয়ে এনেকৈ শেষ হৈ যায় এটা দীৰ্ঘদিনীয়া সম্পৰ্ক । বাধ্যত পৰি গ্ৰহণ কৰা এনে সিদ্ধান্ত সঁচাই অতিশয় বেদনাদায়ক।#Syamontika Hoday moi asu tumar lgt

  • @dutiram3812
    @dutiram3812 ปีที่แล้ว +10

    দুখ নহলে জীৱন নহয় বা। হতাশ নহব ধয্যৰে আগবাঢ়ি যাওক।

  • @abinashsaikia6196
    @abinashsaikia6196 ปีที่แล้ว +16

    চিন্তা নকৰিব নয়ন দাই সচাঁ ই ভাল পালে আপোনাক আকৌ আকোৱালিঁ লৱ

  • @lakshajitbora221
    @lakshajitbora221 ปีที่แล้ว +40

    আপোনাৰ তাবিজ এৰি নয়ন দা তাবিজ লওক । মই বহুত বেৱা পাওঁ আমাৰ অসমীয়া নিজৰ জাতিৰ ল'ৰা এৰি বেলেগ জাতিৰ লগত বিবাহ হ'লে । নাপাইছিল নয়ন দাক এনে কৰিব, নয়ন দাৰ জীৱনৰ লগত আকৌ এবাৰ চাব বিচাৰোঁ নহ'লে আমি অসমীয়া ল'ৰা হিচাবে চিন্তা কৰিব পাৰোঁ তুমি তুমি বুলি...

    • @aicheng9185
      @aicheng9185 ปีที่แล้ว +2

      Ataloi biya humuwa jonik toi ani thoi de. 😂😂😂😂😂😂😂

    • @lakshajitbora221
      @lakshajitbora221 ปีที่แล้ว

      @@aicheng9185 ব্যক্তিগতকে মোক কথা কবলৈ আপোনাক মই অধিকাৰ দিয়া নাই, মই কি ক'ব বিছাৰিছো বুজি লৈ কথা কব, কোন হয় আপোনি ?

    • @minakhyee.........official7236
      @minakhyee.........official7236 ปีที่แล้ว +2

      @@aicheng9185 Jdi hosa val puwa acile atar logot biya huwa pisotu aniboo..........

    • @nirmalikalita6823
      @nirmalikalita6823 ปีที่แล้ว +1

      Nayan da dhoa tulsir Pat nhoi oi.natan dai janmoni bak thagaise

  • @truthtriumphs6744
    @truthtriumphs6744 11 หลายเดือนก่อน +1

    She is really unlucky it seems...totally broke my heart 😔bohut beya lagile story tu xuni

  • @intellectualgrowth936
    @intellectualgrowth936 5 หลายเดือนก่อน +1

    Hukhi hua Syamontika ba..jibon tu enekuai..jujiboloi hahokh gutua homoyor hoite

  • @tiputriraj9238
    @tiputriraj9238 ปีที่แล้ว +5

    বা , একো নাই । কথা খিনি বৰ বেয়া লাগিল , মই হোৱা হলে একো কব নোৱাৰিলো হেতেন , আপোনি হাহিঁ মুখেৰে ধুনীয়াকৈ কলে , সাহস এনেকুৱা হব লাগে । বাকী বাদ দিয়ক নতুনকৈ অভিনয় কৰা আৰম্ভ কৰক , চাব এদিন সকলো পাহৰি নতুনকৈ জীৱনে পাখি মেলিব । Luv u ba❤

  • @pd3414
    @pd3414 ปีที่แล้ว +14

    Moi bea buli navabu apunak. Strong hoi thakok baa. Hukhot thakok. Apuni hukhot jiyai thoka r adhikar ase.
    Apunar katha keita huni bahut dukh lagil. Ami apunak agoteu troll kora nai aru nokoru u... Hadai morom thakibo amar jaanmoni joniloi❤

    • @marpatali1733
      @marpatali1733 ปีที่แล้ว +1

      Apunak maduri memor nisina lage akjek

  • @colourfulchandanavlog5286
    @colourfulchandanavlog5286 ปีที่แล้ว +9

    জীৱনত বহুত দুখ থাকে😢😢happy hoi thakok❤

  • @hans656
    @hans656 ปีที่แล้ว +12

    ভগৱানে ভূল কৰিলে কাকো ক্ষমা নকৰে।তুমিহে জানিবা এতিয়া ভুল ক'ত কৰিলা।। কিন্তু এইটোও জানিবা আকাশত ক'লা ডাৱৰ সদায় নাথাকে।

  • @monjitgogoi4260
    @monjitgogoi4260 ปีที่แล้ว +1

    Janmoni ba ❤ apunar jibonot hukh akou ahibo. Apuni amr axom r janmoni axomor buwari rupot dekhibole pam buli mur falor pora akha rakhisu. Apuni nijor kam kori goi thakok apunar adin hukh hbo. Apuni hodai hahi thake amru bhal lage. Aru bhagi noporibo plz😘 karon jibon2 ghat potighat r majote sokolue jiyai ase. Mur falor pora bohut bohut morom jasilu janmoni ba😊❤😘

  • @chandanagogoi2299
    @chandanagogoi2299 ปีที่แล้ว +5

    I appreciate that finally U exposed Nayan Nilim .. seriously in Ritusmin interview I felt they both used ur innocence for their benefit .. one used for TRP another for his film .. and u fell in trap .. be careful girl

  • @munindradas8893
    @munindradas8893 ปีที่แล้ว +6

    জীৱন ত সংঘাত থকাটো ভাল।এই এই সংঘাতৰ পৰা আৰু নতুত্বৰ সিষ্টি হব ।এই আশাৰে আগ বাহক।।।

  • @Sarma.k_123
    @Sarma.k_123 ปีที่แล้ว +13

    O God, eneke u fraud hoi manuhor logot. Plz suwali bur xabodhan hoba. Ba r dore xokolure logot hobo pare.

  • @PutulBora-uv1pi
    @PutulBora-uv1pi ปีที่แล้ว +1

    Baa 2mi assam ar Janmoni hoi aru hidai Janmoni hoi thakiba

  • @Manabsadiya
    @Manabsadiya ปีที่แล้ว +194

    আনক দুখ দি নিজে কেতিযাও সুখী হব নোৱাৰে। সেইটো কথা সকলোযে মনত ৰখা উচিত। সাহসী ছোৱালী, জীৱন টো আকৌ সুন্দৰ হৈ ওঠক,তাৰে কামনা কৰিচু 🙏🙏🙏

    • @nekibhussain4214
      @nekibhussain4214 ปีที่แล้ว +4

      Right

    • @anupamkakati5389
      @anupamkakati5389 ปีที่แล้ว +4

      Tai Axomiya lora bisari napale ejon Ona Axomiya r logote bia t Bohile. Eiburor logot eibilakei hobo lage. Vale paisu moi

    • @Manabsadiya
      @Manabsadiya ปีที่แล้ว +2

      @@anupamkakati5389 ebila ko bai giyo likon hoi kune Jane kar kopalt ki likidise bogbane Jane tair kar ne manuak tene koi kob napai🙏🙏🙏

    • @Kut-t5m
      @Kut-t5m ปีที่แล้ว +2

      @@anupamkakati5389 prem kiba asamiya bihari bengali sai nohoi Tu, tai oo bhal pabo lagibo lora Tu, tur bhonti jodi bengali eta logot polai jai tetiyau eneke kobi gom pali🙄🙄🙄uneducated illiterate

    • @lakheswarkalita6097
      @lakheswarkalita6097 ปีที่แล้ว

      Life can never be tailor made

  • @rupalimahanta2997
    @rupalimahanta2997 ปีที่แล้ว +9

    মানুহ জিয়াই থাকি সংগ্ৰাম কৰে কিন্ত মই সংগ্ৰাম কৰি কৰি জিয়াই আছো ।
    চিন্তা দুখ নকৰিবা নিজৰ কাম কৰি জোৱা ভগবান আছে সকলো ঠিক হৈ জাব

  • @mukulgogoi1453
    @mukulgogoi1453 ปีที่แล้ว +69

    নয়ন দা লগত আকৌ চিন্তা কৰা।

    • @BM-cq8ft
      @BM-cq8ft ปีที่แล้ว +4

      Nayan ye Jabra nakhai sage

    • @rajbackshokrabha9340
      @rajbackshokrabha9340 ปีที่แล้ว +1

      Nayan dai biswasghat val napai, atia ki hobo tair somoy ahe jai kintu joubon ghori nahe

  • @biswajitborthakur2394
    @biswajitborthakur2394 ปีที่แล้ว +73

    দুখকৰিব লগা একো নাই।ধনৰ পাছত দ'ৰিলে এনেকোৱা হয়।

  • @harjitdeka9886
    @harjitdeka9886 ปีที่แล้ว +12

    প্রিয় অভিনেত্রী গৰাকী❤

  • @nitumanitalukdar7595
    @nitumanitalukdar7595 ปีที่แล้ว +1

    Always my fvrt syamontika ba❤