ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
জুমন আগবাঢ়ি যোৱা ৷বৰ সুন্দৰ হৈছে ৷ তোমাৰ কণ্ঠটো বৰ ধুনীয়া ৷
I like juman Verry nice Madhab...
এচাম অসমীয়া মানুহে এনেকৈ আমাৰলোক সম্পদ বোৰ ধৰিৰাখিবলৈ যত্ন নকৰে, লাজপায়, পশ্চিমীয়া সংস্কৃতিক হে বেছি গুৰুত্ব দিয়ে। জুমনলৈ অশেষধন্যবাদ।
🎉 🎉🎉🎉🎉🎉
বৰ ভাল লাগিছে জুমন ৰ বিয়াৰ নাম সুনি 🎉🎉🎉
জুমন ভাই বহুত সুন্দৰ তোমাৰ কন্ঠ । তোমালৈ আন্তৰিক মৰম ও অভিনন্দন থাকিল ভগৱানে তোমাক সহায় কৰক আগুৱাই নিয়ক ।❤ 💐😍
বহুত বহুত সুন্দৰ হৈছে❤❤❤
বিয়া নামটো বৰ ভাল লাগিছে। বিয়াত আমন্ত্ৰণ দিমদে।
জুমন তোমাৰ বিয়ানামৰ মিঠা সুৰ,এক আৰু অন্যতম,,অন্তৰ চুই গৈছে,, আগবাঢ়ি যোৱা ❤
সুন্দৰ কণ্ঠত ধুনীয়া বিয়ানাম। উজনি অসমৰ বিয়া নামৰ সুৰেই বেলেগ। বৰ ভাল লাগিল বিয়ানাম শুনি।
সঁচাকৈ খুব সুন্দৰ গাইছে হিয়াভাঙি চকু পানী ওলায় আহিছে
জুমন আশীৰ্বাদ কৰিছো আগুৱাই যোৱা ভাল লাগিল
বহুত ধুনীয়া তোমাৰ কন্ঠ বহুত দুখ লাগে হয়তু তোমাৰ কন্ঠ তে কিবা আছে ❤
ধুনীয়া লাগিছে❤❤
Very. Sweet. So Go ahead Good Luck 15:18
ইমান ধুনীয়া কন্ঠ নিগৰাইছে। আবেগিক হৈ পৰিলোঁ।
অতি সুন্দৰ আকৰ্ষণীয় ধন্যবাদ জ্ঞাপন কৰিছো জুমন।
সুন্দৰ জুমন। তুমি ভাল গাইছে।
সচাঁই বহুত ভাল লাগিছে।কিন্ত বহুত দুখো লাগিছে। ভাল লাগিল। আগুৱাই যোৱা..❤❤❤
Wegxgc
Bohut bohut val hoisa😊
❤ বৰ ধুনীয়া লাগিছে বিয়া নাম
খুব ভাল লাগে জুমনৰ বিয়ানাম সমুহ । অতি সুন্দৰ
সচাঁই বহুত ভাল লাগিছে.....
বহুত বহুত ধন্যবাদ। আগুৱাই যোৱা❤
সুন্দৰ, অতি সুন্দৰ । জুমন অতি সুন্দৰ কণ্ঠ তোমাৰ ।
অতি সুন্দৰ জুমন তোমাৰ বিয়ানাম শুনি বহুতো ভাল লাগিল আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্ 🙏🙏🙏।
ভাইটি তোমাৰ বিয়া নাম শুনি অতীতলৈ মনত পৰিল৷তুমি আগুৱাই যোৱা
😢😢
Bianam Honi. Val lgil.
বিয়া নাম শুনি শুনি আপ্লুত হৈ পৰিলো। বহুত ভাল লাগিল
বহুত ধুনীয়া গাইছে দে
Bahut dhuniya lagil juman daa aguway jowa take kamona karilu
বৰ ভাল লাগিল ❤❤❤❤
জুমন বহুত ধুনীয়া বিয়া নাম গাইছ। সদায় গাই থাকিবো 👌👍❤
Xuni val lagil xasakoi .tumi aguwai juwa ye kamona karilu.god bless you jumon.
বৰ সুন্দৰ কণ্ঠ ধন্যবাদ। ❤❤
বিয়াৰ নাম শুনিলে মোৰ চকুৰ পানি ওলাই যায় ! জুমন তোমাক ধন্যবাদ ।
W
বহুত ধুনীয়া কন্ঠ তোমাৰ দাদা শুনি ভাল লাগিল
সুন্দৰ❤
বৰ সুন্দৰ ৷মোৰ বিয়াৰ কথা ভাবিলে এই লৰা জনক মাতিব লাগিব গাবলৈ ৷
এই বোৰ বিয়া নাম নবৈ দশকত শুনিছিলো আৰু গাইছিলো ❤ বৰ দুখ লাগিল শুনি ❤
বৰ ভাল লাগিল তোমাৰ বিয়া নাম শুনি
বহুত বেছি ভাল লাগিলে তোমাৰ বিয়া নাম শুনি ধন্যবাদ মাইটি
ধুনীয়া লাগিছে বিয়া নাম টু
Bohut val lage biya nam huni aaguwai jua❤
সুন্দৰ জুমন,চকুৰ পানী ৰাখিব নোৱাৰিলো । আগবাঢ়ি যোৱা ।
বৰ ধুনীয়া লাগে তুমাৰ কন্ঠ
বহুত সুন্দৰ কণ্ঠ ভাইটি তোমাৰ
বিয়াৰ দিনটো মনত পৰি গল 😢 সঁচাই বহুত বেছি দুখ লাগিছিল দৰা আহি থকা বুলি শুনি আৰু বিদায় মূহুৰ্তত, এতিয়াও চকু পানী ওলায় 😢
🎉ttyyr
বিয়া নাম শুনা লগে লগে মোৰ বা লৈ মনত পৰিছে বহুত ....😢 দাদা আপুনি আৰু আগুৱাই যাওঁক ☺️🥺
বহুত দুখ লাগে অ'।।তোমাৰ কণ্ঠ ত বিয়া নাম শুনি😢😢😢😢
বহুত ভাল লাগিল ভাইটি
অতি সুন্দৰ কণ্ঠ ! মন -প্ৰাণ মুহি যায় !😰😰😰😰
ছোৱালীজনী কম নহয় দেই ❤❤❤❤
বহুত ভাল লাগিল মই শুনি এতিয়া ৰাতি 1 বাজি 30 মিনিট গৈছে মই কান্দি কান্দি শুনি আছোঁ
Bahut bahut val lagil bhogobane tumak aaguai just hohay korok
কৃষ্ণ। অতি সূন্দৰ। প্ৰভুৱে কৃপা কৰক।
তোমাৰ বিয়া নাম শুনি বহুত ভাল লাগিছে
মজা,নেৰিবা আমাৰ লোক সংস্কৃতি
বহুত ভাল লাগিছে
Bohut sundor hoise.God bless you. Jumon.
Oo
Hosai eman dhunia kontho❤😊
বাইদেউক❤❤ উলিয়ায় দিয়া মূহুৰ্তটো মনত কৰা মন নাছিল,নোৱাৰিলো😢😢।
সুন্দৰ অনুষ্ঠান। এনেকৈ আমাৰ কলা সংস্কৃতি বোৰ আমি ধৰি ৰাখিব চেষ্টা কৰিব লাগিব। জুমন তুমি আগুৱাই যোৱা আৰু🙏🙏
জুমন তোমাৰ সুমধুৰ কন্ঠত বিয়া নাম শুনি আপ্লুত হ'লো। আগুৱাই যোৱা....
বহুত ভাল লাগিল ঘৰৰ থকা গীতটো শুনি 😢😢😢ললো
Bohut bohut val lagil
খুব সুন্দৰ।এনেকুৱা বিয়া নাম শুনিলে চকু পানী ওলাই ।
জুমন বহুত ধুনীয়া
Very beautiful song you should also participate iin bihu song and mother song because your voice is very good
I love zumon 😢😢😢 bhal lagil Sai but kandi golu.super very nice aguai juwa God bless you ❤❤❤
Bohut bohut basic val lagile dai Bhaiti 👍 kintu shoku lu boy ahilya Mur dudhare😢😢
😢😢😢bahut vala lagise dada
Bhout bhal lagil❤
Moi 50 bar hunilu holew amoni nalage so love song❤❤❤
বহুত ভাল লাগিছে আপোনাক বহুত শুভেচ্ছা জনালোঁ,,,,,
Jumon beta tumar biyar nam bhag suni bohut dukh lagil bohut bhal gaisa muru ajoni suwali aase tair biyar kotha bhabilu aaguwai juwa agoli ❤♥️♥️♥️♥️🌹🌹🌹🌻🌻
Val lagisy vaiti
সঁচাকে বহুত ভাল লাগিছে, কিন্তু বহুত বেয়াও লাগিছে কাৰণ এদিন আমাক এনেকৈয়ে উলিয়ায় দিয়ে ❤❤😢
অন্তৰ চুই গৈছে ❤️ তুমি আগুৱাই যোৱা।
ভাল লাগিছে শুনি আগুৱাই যোৱা।
Biya nam xuni bor bhal pao. Kintu soku pani dhori rakhibo nuwaru. Zuman Bora aru aguwai juwa ashirbad korisu 🙏.
Mojaaa 😢😢😢
দাদা আপুনি বৰ ভাল বিয়া নাম গাই ❤❤❤😂😂😂🎉🎉
বহুত বহুত ভাল লাগিল ❤❤❤
Biya namor Eman dhuniya kantha aru aguyai jua
সচাকৈ সুন্দৰ
Uff ki hundor sumonor beya nam hunile huni thakibo mon ❤❤❤
Matu bohut val ❤❤❤❤
জুমন ভাইটি তোমাৰ বিয়া নাম শুনি ম ই নে কান্দি থাকিব নোৱাৰিলোঁ।পাহৰি যোৱা কথা আজি মনত জাগি উঠিছে। তুমি আৰু আগবাঢ়ি যোৱা।মোৰ ফালৰ পৰা আশিবাদ থাকিল
ইমান সুন্দৰ কণ্ঠ চকু পানী ওলাই যায় Jumon great 👍👍
তোমাৰ উজ্জল ভবিষ্যত কামনা কৰিলোঁ ।
Tumr biya nam huni bhut bhal lagil bhut bhut dhuniya hoise agoloi Jen anekoie aguwai ja ba buli akhirbad korisu
Tumar biyar naam bahut vaal lage
Bahut 2 bhal lagil aru bahut kandilou dai.....
ধুনীয়া
Excellent voice brother tumar,,best of luck
Dada apunak vogobane kukhole rakhok.❤❤❤
Val lagil bhout
Val.lagese.aaguaai.jua❤❤❤
ভাল লাগিছে ধীশ বিলাক ডাঙৰ কৈ দেখুৱাব
খুব সুন্দৰ আগুৱাই যোৱা
Bohut bohut val lagil.nakandi nuwarilu.dhanyabad jonalu❤️
বুকুৰ।।ভিতৰত।।কৰ,বাত।।কপিউথিছে❤
বহুত ধুনীয়া ❤❤
জুমন আগবাঢ়ি যোৱা ৷বৰ সুন্দৰ হৈছে ৷ তোমাৰ কণ্ঠটো বৰ ধুনীয়া ৷
I like juman Verry nice Madhab...
এচাম অসমীয়া মানুহে এনেকৈ আমাৰ
লোক সম্পদ বোৰ ধৰিৰাখিবলৈ যত্ন নকৰে, লাজপায়, পশ্চিমীয়া সংস্কৃতিক
হে বেছি গুৰুত্ব দিয়ে। জুমনলৈ অশেষ
ধন্যবাদ।

ইমান সুন্দৰ কণ্ঠ চকু পানী ওলাই যায়
Jumon great 👍👍
তোমাৰ উজ্জল ভবিষ্যত কামনা কৰিলোঁ ।
Tumr biya nam huni bhut bhal lagil bhut bhut dhuniya hoise agoloi Jen anekoie aguwai ja ba buli akhirbad korisu
Tumar biyar naam bahut vaal lage
Bahut 2 bhal lagil aru bahut kandilou dai.....
ধুনীয়া
Excellent voice brother
tumar,,best of luck