নয়ন নিলীমৰ সন্মুখতে কান্দি উঠিল শ্যামন্তিকা শৰ্মাই। ৭বছৰৰ মূৰত পুনৰ মুখামুখি শ্যামন্তিকা-নয়ন নিলিম

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ต.ค. 2024
  • নয়ন নিলীমৰ সন্মুখতে কান্দি উঠিল শ্যামন্তিকা শৰ্মাই। ৭বছৰৰ মূৰত পুনৰ মুখামুখি শ্যামন্তিকা-নয়ন নিলিম। ষ্টুডিঅ'তে শ্যামন্তিকাৰ মাতৃ আৰু পৰিয়ালৰ খবৰ শুধিলে নয়ন নীলিমে। TIME8ৰ ষ্টুডিঅ'ত ঋতুস্মিন শৰ্মাৰ সন্মুখত আৰু কি কি ক'লে নয়ন নীলিম আৰু শ্যামন্তিকাই

ความคิดเห็น • 3.4K

  • @dhanirammurmu44
    @dhanirammurmu44 ปีที่แล้ว +2346

    কোনে কোনে নয়ণ দাক ভাল পোৱা like এটা কৰা

    • @nickyop9870
      @nickyop9870 ปีที่แล้ว +8

      Mur favourite ❤️

    • @kpbhai1637
      @kpbhai1637 ปีที่แล้ว +9

      বেয়া পোৱাৰ কোনো কথাই নাই দেমফুলক❤️মোৰ প্ৰিয় শিল্পী নয়ন নীলিম দা।।

    • @bodonortheast
      @bodonortheast ปีที่แล้ว +4

      😍😍😍😍

    • @bkgogoi9273
      @bkgogoi9273 ปีที่แล้ว +4

      Moi vl paw

    • @jayantaray1251
      @jayantaray1251 ปีที่แล้ว +2

      ​@@bodonortheast

  • @jyotismanneogvlogs5241
    @jyotismanneogvlogs5241 ปีที่แล้ว +2280

    নয়ণ দাদাক ভাল পোৱা সকলে laike এটা কৰি দিব

  • @bagniyamusical7283
    @bagniyamusical7283 ปีที่แล้ว +180

    হৃদয় ভঙা মানুহ ৰ হাঁহি নাইকীয়া কৰি দিলে নয়ন দা keep it up ❣️

    • @probalkhataniar2919
      @probalkhataniar2919 ปีที่แล้ว

      জীৱনৰ এই ঘাট প্ৰতিঘাটক জীৱনৰ সম্পদ বুলি ধৰি লৈ আগবঢ়া ।হৈ যোৱা বিলাক অতিত বুলি ধৰিলোৱা❤❤

    • @rinkusonowal1005
      @rinkusonowal1005 ปีที่แล้ว

      ​@probalkhataniar2919

  • @mohantayeofficial2683
    @mohantayeofficial2683 ปีที่แล้ว +713

    যাক মই ভাল পাও তাক কিডনীও দি দিম.. ..যাক মই বেয়া পাওঁ ঘূৰিও নাচাও .....জই নয়ন দা 👍👍👍👍👍👍

  • @topaxomiamusic2348
    @topaxomiamusic2348 ปีที่แล้ว +764

    নয়ন দাৰ (😍)বুকুত একুৰা জুই জ্বলি আছে ||
    নয়ন দা ক ভাল পোৱা সকলে like কৰিব

    • @wildlifevideoandpictures4260
      @wildlifevideoandpictures4260 ปีที่แล้ว +1

      Nayanda k akon dhukh korithokajen lagise.

    • @moonmidas4079
      @moonmidas4079 ปีที่แล้ว

      Hoi Jen lgise

    • @gitaboro3833
      @gitaboro3833 3 หลายเดือนก่อน

      drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk

  • @MinakshiBaruah-gi2ww
    @MinakshiBaruah-gi2ww 8 หลายเดือนก่อน +23

    নয়ম নীলিম দা বহুত দুখত আছে- তেখেত আকৌ আগবাঢ়ি যাওক আগৰদৰে❤👍

  • @gamingwithalex4113
    @gamingwithalex4113 ปีที่แล้ว +339

    নয়ন নিলীম দা👏🏻🙌🏼✨
    ৪২ মিনিটৰ ভিডিঅটোত এবাৰো নাচালে প্ৰাক্তন প্ৰেমিকালৈ , শেষত হেণ্ডচেক দিয়াৰ কথা কোৱাত কভিদৰ দোহাই দি নমস্কাৰ দিলে👏🏻 এইখিনি attitude লাগে কিন্তু মানুহক , নহ'লে আনে সুবিধা লয়😌

  • @bidyut560
    @bidyut560 ปีที่แล้ว +185

    ভালপোৱাৰ মূল্য কেৱল সচাঁ ভালপোৱা জনেহে বুজি পায়। ❤️

  • @sangitabaishya4452
    @sangitabaishya4452 ปีที่แล้ว +31

    Nayan dar attitude...mojjjaaaa👍

  • @alpana5375
    @alpana5375 ปีที่แล้ว +1444

    নয়ন দাৰ ভিতৰৰ প্ৰকৃত মানুহজনক বহুত কম মানুহে বুজি পায়..!ভালে থাকক প্ৰিয় শিল্পীজন💐🙏

  • @MadhabGogoi-v3k
    @MadhabGogoi-v3k ปีที่แล้ว +555

    নয়নদাই সঁচা কথা বোৰ স্পষ্ট কৈছে,,,,,,,, শামন্ত্ৰিকাই সঁচা কথাবোৰৰ পৰা আঁতৰি আঁতৰি গৈছে,,,,,,,,যাক মই ভাল পাওঁ তাক কিডনীটো দি দিম,,,,,,যাক মই বেয়া পাওঁ ঘূৰি নাচাও ,,,,ভাল লাগিল শুনি,,,,,,নয়নদা

  • @nsdboy97
    @nsdboy97 ปีที่แล้ว +126

    নয়ন দাৰ হৃদয় খন হে জানে , কিমান কান্দি আছে নয়ন দাৰ হৃদয় ভিতৰে ভিতৰে।

  • @prabalvlogs7581
    @prabalvlogs7581 ปีที่แล้ว +508

    নয়ন দা তুমি সচাই 🥰🖤😇 । নয়ন দা ভাল পোৱা সকলে like কৰা । ❤️

  • @nituldeka8292
    @nituldeka8292 ปีที่แล้ว +304

    কিয় কিয় সচা ভালপোৱা সকলৰ লগত কিয় এনেকুৱা হয় 🥺 NAYAN DA YOu ARE A GREAT PERSON 🔥🔥

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 ปีที่แล้ว

      Gu.khai.jnmo.picle.tuhr.pareal.tui.kukurot.koreo.adhm.tuhr.pareal.tu.pagla.mutter.aishabho.bdmas

    • @WolF_NinjAA
      @WolF_NinjAA ปีที่แล้ว

      @@kahanindra.thakur5035 ki koitasos tui..mthr chd

    • @rinku99vlogs51
      @rinku99vlogs51 ปีที่แล้ว

      🥲hmmmmmmmmm

    • @joutisankar8972
      @joutisankar8972 ปีที่แล้ว

      @@WolF_NinjAA 🤣🤣

    • @123sibankur
      @123sibankur ปีที่แล้ว

      hosa vl pua e hodai kosto diya

  • @nitulpegu7262
    @nitulpegu7262 ปีที่แล้ว +34

    দুয়োৰে দুখৰ হাঁহি ৷ মন মিলিলে এতিয়াও সময় আছে ৷ মানুহে কি ভাবে এইটো mater নহয় ৷ নয়ন দা মিচিং মাবৰ্লাৰ খন দিঙিত লব তেতিয়া বহুত শুৱনী লাগিব ৷
    জীৱন কিন্তুু জিন্দাবাদ ৷৷

  • @Saikiaparishmita
    @Saikiaparishmita ปีที่แล้ว +172

    আৱেগভৰা মুখখন দেখিলেই গম পাই,কিমান কষ্ট পাইছে।এবাৰ চকুলৈ ভালকৈ নুচোৱাকৈ অনুষ্ঠান সামৰিলে।দুখ লাগিল😔।

    • @MultimediaTr.
      @MultimediaTr. ปีที่แล้ว +5

      Attitude....mur dore attitude ase...val lagil.

    • @jerifawahid2423
      @jerifawahid2423 ปีที่แล้ว +5

      Kio nasaba maa kor katha xudhute saise tu

    • @joutisankar8972
      @joutisankar8972 ปีที่แล้ว

      Mur dre atitude

    • @joutisankar8972
      @joutisankar8972 ปีที่แล้ว

      @@jerifawahid2423 makor kothat he saise tair mukh khon nhy

    • @prasantabordoloi8913
      @prasantabordoloi8913 ปีที่แล้ว

      Hoi dai bar dukh lagil

  • @flyingbird131
    @flyingbird131 ปีที่แล้ว +382

    দুয়োজনেই প্রিয়।💕তেওঁলোকৰ ব্যক্তিগত জীৱনটোত কি হৈছিল কি নাই হোৱা বা বৰ্তমান কি হৈ আছে সেইটো ইমান খুচৰি খুচৰি আমি নাজানিলেও হব।সকলোৰে নিজৰ মতে জীয়াই থকাৰ অধিকাৰ আছে।...কিন্তু দুয়োজনক একেলগে খুব ভাল লাগিছিল।বন্ধুত্বটো অটুট থাকক।❣️

    • @dipataid1008
      @dipataid1008 ปีที่แล้ว +3

      Really

    • @unitedlifeundermicroscope2341
      @unitedlifeundermicroscope2341 ปีที่แล้ว +5

      Toiu ekei Letera Bewafar jaat, reendiii Jharna Saikia

    • @tdas573
      @tdas573 ปีที่แล้ว +9

      Khsa vlpuwa heruwajnehe buje ...

    • @jondas8296
      @jondas8296 ปีที่แล้ว +1

      @@unitedlifeundermicroscope2341 ehote aku bujai npai ei o ake kimn ta mnh dukh di thoise

    • @niharikaborah7470
      @niharikaborah7470 ปีที่แล้ว +2

      really

  • @rinkikalita9507
    @rinkikalita9507 ปีที่แล้ว +74

    নয়ন দাই কিন্তু পাহৰি যোৱা নাই... তেওঁ যে কাৰোবাৰ পত্নী.... সেই বাবেই হাত মিলোৱা নাই.. সঁচাকৈ এজন আদৰ্শৱান ব্যক্তি... my favorite hero Nayanda. 😍😍

  • @rinkurajgogoi5607
    @rinkurajgogoi5607 ปีที่แล้ว +251

    এটা কথা কিন্তু বুজি পালো । নয়ন দাৰ অন্তৰত বহুত দুখ আছে।।। দুই জনকে হাত মিলাবলৈ কওঁতে তেওঁ কিন্তু নমস্কাৰ হে দিলে ।।।

  • @JollywoodUnofficial
    @JollywoodUnofficial ปีที่แล้ว +241

    I support Nayan Nilim, liked his attitude ❤️❤️❤️ love you demphool.

  • @ajsrainbow4548
    @ajsrainbow4548 ปีที่แล้ว +10

    ইনডাইৰেক্ট কে ভালেমান দিছে দেই নয়ন দাই শ্যামনতিকাক। আৰু তেওঁ ঘ্ৰিণা কৰে শ্যামনতাকাক, তাই দেখুৱাবলৈ চেষ্টা কৰি আছে যে দুয়োৰ মাজত এতিয়াও ভাল কিন্তু নয়ন দাই মাজে মাজে ঠেকেচা ভাল দি দিয়ে। 😍
    নয়ন দা অ পি ইন দ্যা চ্চেট। 😍😍

  • @hemennath5866
    @hemennath5866 ปีที่แล้ว +335

    কিমান আঘাত পালে মানুহ এজন এনেদৰে সলনি হৈ যায় সেয়া চাগে একমাত্ৰ তেওঁৰ হৃদয় খন আৰু ভগৱানে হে জানে... হাঁহি-মুখে কথাৰ ভাজেৰে বহুত দুখৰ আভাস দিলে নয়ন দাই... ইমানেই হৃদয় ভঙাৰ ভয় মনত ৰৈ আছে যে অৱশেষত আকৌ এবাৰ হাত খনো আগবঢ়াই নিদিলে তাই চুই চাব বুলি... হৃদয়খন আকৌ ভাঙি যাব বুলি😑

    • @MultimediaTr.
      @MultimediaTr. ปีที่แล้ว +2

      💔💔💔💔💔

    • @mowsumaboro5157
      @mowsumaboro5157 ปีที่แล้ว +2

      Nayan daar reaction to dekhi hia bhangi gaise mor sakur paani nigari aahise mor .kio tanakai karia shyamantika Tumi Nayan daak.
      Bahot gabhir manabhabar manoh Nayan da.adin tumak nissai Kai bhabibo shyamantikai

    • @phatiksaikia9340
      @phatiksaikia9340 ปีที่แล้ว +1

      Hxi dei....😥

    • @bsarma16
      @bsarma16 ปีที่แล้ว +2

      Ekdom

    • @MultimediaTr.
      @MultimediaTr. ปีที่แล้ว +1

      @@bsarma16 Tumi bht cute asa

  • @Radhepallavi108
    @Radhepallavi108 ปีที่แล้ว +68

    এনেকুৱা লাগিছে যে বাইদেউগৰাকীয়ে আমাৰ পৰা কিছুমান কথা লুকুৱাব বিচাৰিছে কিন্তু নয়ন দাই কথাবোৰ খুলা- খুলিকৈ কৈছে । নয়ন দা সঁচা অন্তৰৰ মানুহ❤️

  • @Sophie77772
    @Sophie77772 ปีที่แล้ว +36

    দুয়ো গৰাকীক বহুত দিনৰ পিছত একেলগে দেখি বহুত আনন্দ অনুভৱ কৰিছোঁ ❤️✨
    দুয়ো গৰাকী নিজৰ নিজৰ জীৱনত আগুৱাই যাওঁক তাৰে কামনা কৰিছোঁ ❤️

  • @ssallstatus3914
    @ssallstatus3914 ปีที่แล้ว +340

    নয়ন দাক ভাল পোৱা কিমান আছে like কৰক

    • @pinkyborabonia6239
      @pinkyborabonia6239 ปีที่แล้ว +1

      দাদাক যিমান ভাল পাওঁ বা জনীকো সিমানেই ভাল পাওঁ

    • @ssallstatus3914
      @ssallstatus3914 ปีที่แล้ว

      th-cam.com/channels/o2rjGQ0ibX5AlWFWGr1UNA.html

  • @nilutpalkachari6584
    @nilutpalkachari6584 ปีที่แล้ว +609

    নয়ন দা তুমি আগুৱাই যোৱা....... একো নাই জীৱন জিন্দাবাদ...... জীৱন ত থাকে এইবোৰ 😍

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 ปีที่แล้ว

      Tuhr.pareal.tui.tajpuror.pagla.phatakor.pi.kahna.ahica.

    • @WolF_NinjAA
      @WolF_NinjAA ปีที่แล้ว

      @@kahanindra.thakur5035 😡

    • @Vargav31
      @Vargav31 ปีที่แล้ว

      Kunfale jabo aguai

    • @shyamalPuzari-c9v
      @shyamalPuzari-c9v 7 หลายเดือนก่อน

      Rasta t keba kebe pore thka haibule khug khabo are nedea nhoi

  • @pallabborgohain6585
    @pallabborgohain6585 ปีที่แล้ว +28

    নয়ন‌ দা এজন চিধাচিধি মানুহ হয়।নয়ন নীলিম দাক ভাল পোৱা সকলে like কৰিব। please request কৰিছো। please like কৰক।

  • @hellonaba
    @hellonaba ปีที่แล้ว +129

    নয়ন নীলিমৰ সুস্পষ্টতা, দৃঢ়তা ভাল লাগিল ।
    শ্যামন্তিকা শৰ্মাই কথাবোৰ পাতলীয়াকৈ লৈ উৰাই দিয়া যেন অনুভৱ হ'ল ।

    • @pinkyborabonia6239
      @pinkyborabonia6239 ปีที่แล้ว +6

      তেখেতে দুখবোৰ দেখুৱাব বিচৰা নাই

    • @AzizaSultana-h8k
      @AzizaSultana-h8k 7 หลายเดือนก่อน +1

      ​@@pinkyborabonia6239yes..... Tai nijor dukhkhini belegor agot koi sympathy gain koribo bisora nai. Jitu nayan nilime kori ase...

  • @prasantkasyap3922
    @prasantkasyap3922 ปีที่แล้ว +351

    Nayan da is very honest and kind hearted person..His silence is telling the hidden fact.. He is crying from inside. But he is still too strong..🙏

  • @ribulboruah
    @ribulboruah ปีที่แล้ว +128

    জানমণি মোৰ প্ৰিয়, কিন্তু ডেমফুল❤️ তুমি তেওঁত কৈ মোৰ হাজাৰ গুণে প্ৰিয়।
    "পুৰুষ যদি তোমাৰ পৰা আতঁৰি যাই এবাৰ হাত ধৰি ৰাখিবলৈ চেষ্টা কৰিবা, হয়তো পুনৰ ঘুৰি আহিব,কিন্তু এগৰাকী নাৰী যদি তোমাৰ পৰা আতঁৰি যাই, তেওঁক তুমি ধৰি ৰাখিবলৈ চেষ্টা নকৰিবা,কাৰন এগৰাকী নাৰীয়ে তোমাৰ হাত এৰাৰ বহু আগতেই তোমাৰ পৰা আতঁৰি গৈছে।🙏

  • @sujugyahazarika3683
    @sujugyahazarika3683 ปีที่แล้ว +46

    Nayan da is literally us, he shows his attitude with his that caring attitude. Whatta personality. Hat's off.

  • @prakashdeka3446
    @prakashdeka3446 ปีที่แล้ว +469

    আজি মই আপোনালোক দুয়োজনকে একেলগে দেখি বহুত সুখ অনুভৱ কৰিছো 💞

    • @pallabigogoi8618
      @pallabigogoi8618 ปีที่แล้ว +3

      Val lagil duke akelogot dekhi❤❤❤

    • @manujdas3004
      @manujdas3004 ปีที่แล้ว +2

      Mori nejabi dei?

    • @jantu5923
      @jantu5923 ปีที่แล้ว +1

      vl lagil duyuke akeloge dekhi aru bohut kothai kole duyujone bohut vl.lagil

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 ปีที่แล้ว

      Boyaro.sema.noho.boya.tuhr.pareal.tu.ugro.mutter.aishabho.abhadro.nestur

    • @Bznznznzznjz
      @Bznznznzznjz ปีที่แล้ว

      @@manujdas3004 a das vaity

  • @Mainuphukan16
    @Mainuphukan16 ปีที่แล้ว +13

    "সময় থাকোতেই বুজিব লাগে
    সময় পাৰ হৈ গ'লে পুনৰ ঘুৰাই পোৱা নাযায় "❤️😊
    গতিকে এতিয়া চকুপানী টুকিলেও সেয়া অৰ্থহীন বুলি মই ভাবো।
    নয়ন দাৰ কথাবোৰতে বুজা যায় কিমান বিষাদ লৈ আছে বুকুত। চকুযুৰি এবাৰো ভালকৈ নিমিলোৱাকৈ কথা কোৱা সুৰতে বুজি পোৱা যায় , কাৰোবাক কিমান বেছি ভাল পালে মানুহ এজন এনেকৈ সলনি হৈ যাব পাৰে!
    নয়ন দায়ে কোৱাৰ দৰেই মইও ভাবো...
    পৃথিৱীখন বহুত ডাঙৰ, বহুত বাকী আছে আৰু জীৱনটো। এঠাইতে থমকি ৰ'লে নহ'ব। সময়ে সদায় বেয়াবোৰ আতঁৰাই লৈ যায়...ভালবোৰৰ বাবে❤️😊গতিকে নয়ন দালৈ শুভেচ্ছা যাচিঁলো..আগন্তুক দিনবোৰ সুমধুৰ হওঁক।

  • @ItßRima
    @ItßRima ปีที่แล้ว +103

    নাজানো আপোনালোকৰ মাজত কি হৈ গল,আৰু নজনাকৈ একো বেয়া মন্তব্য দিয়াৰ অধিকাৰ নাই আমাৰ, ইমানেই কম নয়ন দা এজন বহুত ভাল মানুহ সৰলতা দেখি বুজি পাও😊🥰 তেওঁ আজিও বাক ভাল পায় কিন্তু ইমানেই বিচাৰোঁ নয়ন দা ভাঙি নপৰিব,আৰু ভালে থাকক 💞

    • @phulashreebaruah5033
      @phulashreebaruah5033 ปีที่แล้ว

      Exctly

    • @susmitagogoi9999
      @susmitagogoi9999 ปีที่แล้ว

      Leura vl pai🤣🤣

    • @ItßRima
      @ItßRima ปีที่แล้ว

      @@susmitagogoi9999
      Suwali hoii imn letera mat matibo ahiso,baperok kobi ja,okhobhyo suwali

    • @joutisankar8972
      @joutisankar8972 ปีที่แล้ว

      @@susmitagogoi9999 leuri toi sage ake ghator a pani khowa

  • @ajitneog7659
    @ajitneog7659 ปีที่แล้ว +72

    নয়ন দাদা চিধা মানুহ চিধা কথা, "মই খবৰ নাৰাখোঁ "
    I like it..... 🙏

  • @letsbegin4278
    @letsbegin4278 ปีที่แล้ว +26

    Nayan's zed and Semantika's tears told that how much they love each other

  • @abhijit142
    @abhijit142 ปีที่แล้ว +249

    নিজৰ নিজৰ পৃথিৱীত দুয়োজনেই সুখী হওক। দুয়োজনেই প্ৰিয় ❤️

    • @DK12338
      @DK12338 ปีที่แล้ว

      Right

  • @jibonor_anubhuti_official
    @jibonor_anubhuti_official ปีที่แล้ว +180

    🥺🥺🥺🥺🥺🥺🥺
    কথা খিনিয়ে হৃদয় চুই গ'ল 🥺
    যি জনে ভুগিছে তেওঁলোকে হে বুজিছে ,
    ওপৰে ওপৰে টো বহুতে বহুত কথায়ে কয় 😇
    কেতিয়াবা বহুত কিবা কেনি কবলৈ মন গলে ও জুখি মাখি ক'ব লগা হয় 😇
    সময়ত কোনোবাই বহুত বেছি কঠোৰ হৈ পৰে আৰু কোনোবাই সহ্য কৰিব নোৱাৰা হৈ পৰে 😇
    মানুহ বোৰ যে প্ৰকৃতিৰ দাস.... 🥺

  • @NRJ19888
    @NRJ19888 3 หลายเดือนก่อน +2

    নয়ন দাক বহুত বেছি ভাল লাগে........যদি শ্যমন্তিকাক ক্ষেমা কৰিব পাৰে....তেন্তে দুয়ো একেলগে থকাটো বিচাৰোঁ❤❤❤❤❤❤

  • @Trisengkhamang49
    @Trisengkhamang49 ปีที่แล้ว +139

    কৰবাত পঢ়িছিলোঁ"নীৰৱতাৰ মাজতো থাকে বহুতো অপ্ৰকাশিত কোলাহল পূৰ্ণ কাহিনী"। স্মৃতিৰ বোজাবোৰ পাতল হওঁক দুয়োৰে, দোষ যাৰেই নহওঁক সম্পৰ্কবোৰ ভাগি গ'লে জীৱনটোৱেই বৰ জটিল যেন লাগে🙂। কোনোবাজন আগবাঢ়ি যায় আৰু কোনোবাজনে স্মৃতিৰ বোজা বোৰ লৈ ফুৰে,বৰ কষ্টকৰ এইবোৰ🙂।

    • @Rupamborah-fc3zk
      @Rupamborah-fc3zk ปีที่แล้ว

      নিয়ৰ কবিতা নেকি 🤔

    • @auxesis303
      @auxesis303 ปีที่แล้ว +2

      Duio duioke bhal pai era eti hoisil nki baru .. moi najanu koi diok sun

    • @babulgogoi5894
      @babulgogoi5894 ปีที่แล้ว

      bor dhunia kotah kola dada👌

  • @sushmitagogoi7826
    @sushmitagogoi7826 ปีที่แล้ว +37

    ইয়াতে কিছুসংখ্যক মানুহে মহিলা গৰাকীক অলপ negative কৈ আছে। কাৰ ভুল আছিল, কাৰ ভুল নাই আমি এটা video clip চাই সিদ্ধান্ত লব নোৱাৰো। কাৰণ দুয়োজনে একেলগে বহু কেইটা বছৰ পাৰ কৰিছে, তেওঁলোকে হয়টো ইজনে আনজনক ভালদৰে বুজি পাই। নয়ন দাক আগৰ পৰাই ভালপাওঁ, শ্যামন্তিকা বাকো ভাল লাগে, কিন্তু সম্পৰ্ক এটা শেষ হোৱাত মাত্ৰ এজনৰে ভুল থাকিব বুলি ভবাটো কোনোপধ্যেই সঁচা নহয়। ইমান বেয়া হোৱা হ'লে আৰু ৭ বছৰ relationship ত থাকিল হেঁতেন নে? মই এতিয়াও দুইজন এক হোৱাটো বিচাৰোঁ। বেয়াবোৰ শেষ হওঁক সোনকালে আৰু প্ৰেম যুগমীয়া হওঁক, দ্বীপাৱালিৰ শুভকামনাৰে🪔🪔🪔🕯️🕯️🕯️🎇🎇🎇🎇

  • @prankumarnath1616
    @prankumarnath1616 7 หลายเดือนก่อน +10

    শ্যামন্তিকা আৰু নয়ন নীলিম এক লগ হব লাগে । শ্যামন্তিকাই ভাল টাবিজ এটা পিন্ধিব লাগিব আৰু নয়নে খংটো এৰিব লাগিব ।

  • @champaksarma9303
    @champaksarma9303 ปีที่แล้ว +54

    What an attitude Man....more power to you Nayan Da.....love from Nalbari

  • @arniliptaborgohain7247
    @arniliptaborgohain7247 ปีที่แล้ว +168

    ভাল লাগিল। ভালদৰে আগবাঢ়ি যাওক দুয়োৱে নিজৰ নিজৰ জীৱনত। শুভকামনা থাকিল দুইজনলৈ। এনেকুৱা সম্পৰ্ক সদায় অন্তৰত থাকে।

  • @chinmoybhuyan225
    @chinmoybhuyan225 ปีที่แล้ว +178

    জীৱনটো এনেকুৱাই😢কেতিয়াবা ৰ'দ,কেতিয়াবা বৰষুণ☺️

    • @assamrock6743
      @assamrock6743 ปีที่แล้ว +2

      ketiyaba ghurni botah

    • @rubulbarman5642
      @rubulbarman5642 ปีที่แล้ว +2

      aru ketiyaba sukan aru ketiyaba ban pani..

    • @hindustanzindabad4646
      @hindustanzindabad4646 ปีที่แล้ว

      @@assamrock6743 ketyaba tan hoi ketyaba dhila hoi..

    • @utpolphukon2870
      @utpolphukon2870 ปีที่แล้ว

      কেতিয়াবা বিজুলী dharakoni

    • @royalkings6513
      @royalkings6513 ปีที่แล้ว +3

      Ketiaba pada ketiaba haga 🥲

  • @nilimnibash2077
    @nilimnibash2077 ปีที่แล้ว +124

    'ৰং তুমি যদি মোৰ নোহোৱা, তেন্তে আন কৰোৰে হ'ব নোৱাৰা', শ্যামন্তিকা বাই এৰি যোৱা ৭ বছৰৰ পিছতো নয়ন দা(ৰং) বেলেগ কাৰোৰে হোৱা নাই, 2002 চনৰ পৰা এতিয়ালৈ বাক বা দি...... কিছুমান চিনেমাৰ ডায়লগ হ'লেও বাস্তৱ জীৱনটোক বৰ বাৰুকৈ প্ৰভাম্বিত কৰে। বাক্যশাৰীৰ অৰ্থ নয়ন দাই বুজি পালে আৰু ইয়াৰ অৰ্থ বাস্তৱ জীৱনত ৰাখি দেখুৱাই দিলে, বাই হে ইয়াক বুজি নাপালে, আৰু দাদাক এনেদৰে প্ৰতাৰণা কৰি গুচি গ'ল। আজিলৈকে দাদা অবিবাহিত, ইয়াতকৈ আৰু গভীৰ প্ৰেম হব পাৰে নে। অন্তৰত লুকাই থকা কথাবোৰ তেওঁৰ চকু আৰু ভাৱ ভংগীত স্পষ্ট হৈ পৰিছে। শ্যামন্তিক বাই তেতিয়াও বুজি নাপালে আৰু এতিয়াও বুজি পাইছে যেন মোৰ অনুভৱ নহয়।

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 ปีที่แล้ว +1

      Boya.tuhun

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 ปีที่แล้ว

      Mathar.dokh.bohut.hoice.tuhr.pareal.tur.vl.gn.ni.murot.boyaro.sema.boho

    • @nilimnibash2077
      @nilimnibash2077 ปีที่แล้ว +3

      @@kahanindra.thakur5035তোৰ দৰে অভদ্ৰ, নিলাজ, নিধকৰ জাতবোৰে সমাজখন কলুষিত কৰিছে। সৎ সাহস আছে যদি শুদ্ধ অসমীয়াত প্ৰত্যুত্তৰ দি দেখা।

    • @albertrajaboro1653
      @albertrajaboro1653 ปีที่แล้ว

      Absolutely right...💐💐💐💐💐

    • @r.d.creator8235
      @r.d.creator8235 ปีที่แล้ว

      Ekdom xosa. Heikaronei teu aji cinema r ei kotha tu shyamontika r agot koi dile 😭😭😭😭😭

  • @razzranjan7395
    @razzranjan7395 ปีที่แล้ว +241

    নয়ন দাৰ এতিয়াও অভিমান আছে,‌ শ্যামন্তিকা বাৰ ফালে এবাৰো ভালকৈ নাচালে

    • @preronasonowal6841
      @preronasonowal6841 ปีที่แล้ว +12

      Hsakoi anekowai Hb lage👍👍

    • @user-mt2wx2uy7d
      @user-mt2wx2uy7d ปีที่แล้ว +3

      Bhai thke to koi attitude buli

    • @dreamShddch
      @dreamShddch ปีที่แล้ว +3

      saise... ghr r ktha hudute saise...

    • @manujdas3004
      @manujdas3004 ปีที่แล้ว +1

      Sale ki habo raat gaya baat gaya. Saamrar bastu.

    • @mayar6848
      @mayar6848 ปีที่แล้ว +10

      চাব কেনেকৈ পুৰনা কথাবোৰে নয়ন দাক আৱেগিগ কৰি তুলিচে।

  • @pramilakhakhlary9882
    @pramilakhakhlary9882 ปีที่แล้ว +19

    দুয়োজনে আকৌ এবাৰ একেলগে হ'ব পাৰে দেখোন। দুয়োজনে একেলগে হোৱা। দুয়োটাই অলপমান জেদি । জেদি কমাই দুয়োটাই অলপমান সৰল হৈ একেলগে হোৱা ৰ কামনা কৰিলো।সমালোচনা হ'ব লাগে। সমালোচনা হলেহে জীবন বোৰ শুদ্ধতা লাভ কৰে।আমি তথা ৰাইজে তোমালোকৰ পৰা বহুতো আশা কৰো?আশা বিপৰীত ৰূপ ধাৰণ কৰিলেতো ৰাইজে বেয়া পাব।

  • @rajdeepnathofficial1031
    @rajdeepnathofficial1031 ปีที่แล้ว +97

    অভিমানবোৰ সময়ত ভাঙিব‌ লাগে , নহ'লে প্ৰায়বোৰ সম্পৰ্ক‌ই আধৰুৱা হৈ ৰয়।💔 ইমান মৰম ,ইমান বুজাবুজি থকাৰ পাছতো প্ৰাপ্তিত কিয় বিশেষ ব্যক্তিগৰাকীয়ে স্থান নাপায়। 🥀 ভালপোৱাজন হৃদয়ত থাকিলেও প্ৰায়বোৰৰে কপালত নাথাকে ।🙂

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 ปีที่แล้ว

      Tuhr.pareal.tui.pagl.johra.randa.neloitja.bauda.gojmura.apadartha.hobar.kiman.bosor.hoice

    • @educationallearn3253
      @educationallearn3253 ปีที่แล้ว

      Oviman vonga r rastai nai..shyamontika bibahito

    • @monjuhazarika1253
      @monjuhazarika1253 ปีที่แล้ว

      He ejononela golai ki faltu kowa belagor maikek kiyo biya patebo ba bhalpabo nayon da ki bebak nai bole bhabesa ni

  • @mainaphukon4151
    @mainaphukon4151 ปีที่แล้ว +28

    মিছা নকওঁ, এটা সময়ত আমি বোৰ class 12 মানত আছিলো খুব Rj পাহি বাৰ Love story শুনিছিলো, তেতিয়াই শুনিবলৈ পাইছিলো নয়ন নীলিম ককাইদেউ love story তো.. পাহি বাৰ লগত নিজেই shear কৰিছিল তেওঁ, কি কম ঈশ্বৰৰ ইচ্ছা সফল নহল তেওঁলোকৰ সপোনৰ সংসাৰ ভাবিলেই বেয়া লাগে দেই,
    //সেই কাৰনে জুবিন দা এ কোৱাৰ দৰে সময়ক ভয় কৰিব লাগে অকল //
    আৰু নো কি এইবোৰ সকলো, মোহ মায়া

  • @pritydas0697
    @pritydas0697 ปีที่แล้ว +5

    ❤️❤️❤️ bohut val lgil duyujonk akeloge dekhi.... Emn yrs t murot... Soru porai akeloge dekhi ahiclo 🥺🥺 aagbarhi jua dekhilo... Life tu anekuai ... Bor kothin 🥺 love you both ❤️🥺 Nayan da ru Shyamantika Baa.... Luckt duyuru thkile biya khon dekhm bli akha rakhilo .. ❤️

  • @thecrazyboy3297
    @thecrazyboy3297 ปีที่แล้ว +282

    নয়ন দা আনৰ সংসাৰত জুই লাগিব দেই।
    বাকী বাদ দিয়া কবীৰ সিং হব নালাগে নিজৰ কাম কৰি যোৱা All the best

    • @rekhabaruah4023
      @rekhabaruah4023 ปีที่แล้ว +17

      Yes thik koise... aijoni.a akow mur khabo aru borbaad koribo ahise .. tair Bongali mota tuk eri atia iyar pisot lagise

    • @riponbaishya4905
      @riponbaishya4905 ปีที่แล้ว

      Ladki bur sob chutia hoi 😏🤨

    • @dibyajyotidas5298
      @dibyajyotidas5298 ปีที่แล้ว +6

      Aibur tokar luviya Asil..hei krne hosa prem pohori dot dot HL..

    • @joutisankar8972
      @joutisankar8972 ปีที่แล้ว +2

      Xonkhar nabhange bainaok jogio uttar dise ror lgt jetiya hbo xidina bujibi

    • @darkwarrior1608
      @darkwarrior1608 ปีที่แล้ว +1

      @@rekhabaruah4023 😂😂😂😂🤣🤣🤣🤣

  • @manash_saikia
    @manash_saikia ปีที่แล้ว +21

    এবাৰ হৃদয় ভঙাৰ পাছত সেয়া জোৰা দিব পৰা নাযায়।
    নয়ন দাৰ ও তেনে অৱস্থা যেন পাওঁ

  • @manashsaikia8860
    @manashsaikia8860 ปีที่แล้ว +18

    TIME8 লৈ এটাই অনুৰোধ, এই প্ৰচেষ্টা অব্যাহত থাকিব লাগে । যেতিয়ালৈকে তেওঁলোকে মনৰ পৰা handshake নিমিলায় 👍❣️💕

    • @bivur9723
      @bivur9723 3 หลายเดือนก่อน

      👩‍❤️‍💋‍👩

  • @chayanikabarman8110
    @chayanikabarman8110 ปีที่แล้ว +46

    Hats off both of them... How they control their emotions in front of camera... Especially Nayan nilim (bht sakt londa h) Seriously salute......Lots of Love Both of you ❤️

  • @জ্যোতিৰঞ্জনা
    @জ্যোতিৰঞ্জনা ปีที่แล้ว +93

    তেওলোকক আজি একেলগে দেখা পাই , তেওলোকৰ বিষয়ে জানি সচাই বহুত বেছি ভাল লাগিল.. নয়ন দা love you..
    তেওলোকৰ স্মৃতিবোৰে মোকো আবেগিক কৰি তুলিলে..

  • @basantaborgohain5568
    @basantaborgohain5568 6 หลายเดือนก่อน +1

    হৈ যায় এই চুটি জীৱনত । একো নাই, আগ বাঢ়ি যোৱা, be positive.

  • @rinaarandhara5164
    @rinaarandhara5164 ปีที่แล้ว +137

    ডেমপুলৰ জীবন উজ্জ্বল , সফল , সুন্দৰ হওক |

  • @babudeka5221
    @babudeka5221 ปีที่แล้ว +43

    দুয়োজন এক হলে বহুত বহুত সুখি হব পাৰিব দুয়োজনে কাৰণ তেখেত সকলৰ কথাত দুয়োজনৰে মৰম দেখা গৈছে।

  • @sauravgogoi1471
    @sauravgogoi1471 ปีที่แล้ว +6

    One thing that I like about this man is that he maintained his self respect, even if he loved her with all his heart, but If his self respect was at stake it was good that he left her, atleast he is happy 👌🏼👏😇

  • @rahulbaruah9628
    @rahulbaruah9628 ปีที่แล้ว +21

    অসমীয়া ‌চলচ্চিত্ৰ জগতৰ মোৰ অতিকৈ প্ৰিয় অভিনেতা- অভিনেত্ৰী । দুয়োজনকে একেলগে দেখা পাবলৈ বহুতো আশা‌ আছিল, আৰু অৱশেষত Time8 ৰ প্ৰচেষ্টাত দেখা পালে । বিভিন্ন চলচ্চিত্ৰত ভিন্ন ভিন্ন চৰিত্ৰত অভিনয় কৰি দুয়োয়ে যিমান আমাক আমোদ দিলে আমাৰ সৰুকালত যি স্মৃতি দিলে সেয়া সচাকৈয়ে অতুলনীয়। আনক সুখ দিয়া, মুখত হাঁহি খোৰাক তোলা এনেসকলৰ জানো বেয়া হ'ব পাৰে ? অনুভৱ হয়, তেওঁলোকৰ মাজত দেখা বৰ্তমান এই বিচ্ছেদময় সম্পৰ্কটোৱো যেন এখন চলচ্চিত্ৰৰ কিছু অংশহে , প্ৰায়বোৰ চলচ্চিত্ৰ চোৱাৰ মধ্যম অংশত যেনেকৈ দৰ্শকে আশা কৰে অন্তিমটো ভাল হ'ব আৰু তেনেকৈয়ে হয় । ঠিক আমি সদায় আশাবাদী এই জীৱন্ত নাটকখনৰো এটা ধনাত্মক গতি ল'ব আৰু অন্তিম অংশই দৰ্শকৰ মুখত হাঁহি বিৰিঙাই তুলিব । বাকী নয়ন দাৰ "কোঁৱৰপুৰৰ কোঁৱৰ " এখন অতিকৈ ভাললগা ছবি , ঠিক তেনেকৈ "বন্ধু" ও বহুত ভাল হ'ব বুলি মই আশা‌ কৰিছো কিয়নো তেওঁৰ ছবিসমূহত তেওঁ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিব বিচাৰে । ।

  • @ratanray3458
    @ratanray3458 ปีที่แล้ว +313

    নয়ন দাৰ কথাবোৰত কিছু আৱেগিক লাগিল ৷ বাকী সুখী থাকক আগুৱাই যাওক নয়ন দা ❤️

    • @mebo8932
      @mebo8932 ปีที่แล้ว +1

      Really

    • @ndekaentertainment4915
      @ndekaentertainment4915 ปีที่แล้ว +4

      I men jst a very good relationship In life

    • @bikashmili6611
      @bikashmili6611 ปีที่แล้ว +1

      not

    • @bikashmili6611
      @bikashmili6611 ปีที่แล้ว +1

      Cleaning Gloves Reusable Rubber Hand Gloves, Stretchable Gloves for Washing Cleaning Kitchen Garden (Blue, 1 Pair)
      Name: Cleaning Gloves Reusable Rubber Hand Gloves, Stretchable Gloves for Washing Cleaning Kitchen Garden (Blue, 1 Pair)
      Fabric: Modal
      Pattern: Solid
      Net Quantity (N): 1
      Country of Origin: India

    • @bikashmili6611
      @bikashmili6611 ปีที่แล้ว +1

      Cleaning Gloves Reusable Rubber Hand Gloves, Stretchable Gloves for Washing Cleaning Kitchen Garden (Blue, 1 Pair)
      Name: Cleaning Gloves Reusable Rubber Hand Gloves, Stretchable Gloves for Washing Cleaning Kitchen Garden (Blue, 1 Pair)
      Fabric: Modal
      Pattern: Solid
      Net Quantity (N): 1
      Country of Origin: India

  • @basantaborgohain5568
    @basantaborgohain5568 6 หลายเดือนก่อน +1

    Yaa, Attitude is everything, superb, Nayan Nilim 👏👏👏

  • @madhabsonowal5215
    @madhabsonowal5215 ปีที่แล้ว +119

    নয়ন দা , তুমি থাকোতেই যিয়ে গোপনে অন্য কাৰোবাৰ হৈ যায়, তেওঁক আৰু উভতাই অনাৰ কোনো প্ৰয়োজন নাই!

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 ปีที่แล้ว +1

      Murot.kukra.muthce.tuhr.pareal.tur.pagla.saur.uthce.bagh.valukot.koreo.adhm.tuhr.pareal.tu

    • @sikhasonowal2393
      @sikhasonowal2393 ปีที่แล้ว

      Ekdom hosa kotha

    • @MechTech123
      @MechTech123 ปีที่แล้ว +2

      Dhokha dia bilakok ari diai val.. Ghurai anila ako dhoka d dibo aku guarantee nai

    • @joutisankar8972
      @joutisankar8972 ปีที่แล้ว +1

      @@kahanindra.thakur5035 toi pagol neki be

  • @lsworld5664
    @lsworld5664 ปีที่แล้ว +13

    RED FM ৰ lovestory2 শুনি ভাল লাগিছিল দুয়োজনৰ..কিন্ত্ত এক নহল ভালপোৱাবোৰ

    • @lsworld5664
      @lsworld5664 ปีที่แล้ว

      @@nehaslifens7705 👍

  • @miriboysgm9304
    @miriboysgm9304 ปีที่แล้ว +12

    Nayan da val puwa bur ata like kori juha💯👌

  • @nilutpaldas986
    @nilutpaldas986 ปีที่แล้ว +75

    পৃথিৱী খন যে ঘূৰণীয়া আকৌ প্ৰমাণ হল, বাকি যি নহওঁক নয়ন দা সুখী থাকক সুস্থ থাকক 🙏

  • @anuphazarika9467
    @anuphazarika9467 ปีที่แล้ว +4

    নয়ন দা আৰু শ্যামন্তিকা বা আপোনালোকে আকৌ আগৰ দৰে অসমৰ ৰাইজৰ মৰম পাব বুলি আশা কৰিলো।

  • @kangkanakalita
    @kangkanakalita ปีที่แล้ว +24

    ইমান ধুনীয়া সম্পৰ্ক এটা ভাঙি শ্যামন্তিকাই বাহিৰৰ লৰা লগত বিয়া হোৱা কথাটো সহজভাবে লব পৰা নাছিলোঁ।কাৰণ দুইটাক একেলগে দেখি বহুত ভাল লাগিছিল।প্রিয় যোৰা আছিল।কিন্ত হঠাৎ কিয় শ্যামন্তিকাই নয়ন দাক এৰি বেলেগ এজনৰ লগত বিয়া হল গম নাপালোঁ বাৰু যিয়ে নহওঁক এতিয়া নয়ন দাই আৰু শ্যামন্তিকাক আঁকোৱালি নলব এবাৰ আঁতৰি যোৱা মানুহক আকৌ আকোৱালি ললে আগতকৈ বেছি কষ্ট হব।নয়ন দা বহুত সহজ সৰল হয় ডেমফুল।

    • @kangkanakalita
      @kangkanakalita ปีที่แล้ว +1

      @@nehaslifens7705 salu dei ❤️vl lgil ❤️apuni emn mrm lga 😊

    • @nehaslifens7705
      @nehaslifens7705 ปีที่แล้ว

      @@kangkanakalita thnk u so much🥰

    • @binagogoi2258
      @binagogoi2258 ปีที่แล้ว

      Raja ovati nasaba aguwai juwa

    • @nehaslifens7705
      @nehaslifens7705 ปีที่แล้ว

      @@binagogoi2258 thnk you

    • @joutisankar8972
      @joutisankar8972 ปีที่แล้ว

      Xosake ari jowar pist ghurai ani atiya bahut kastor asu 🙃

  • @mrinalmahanta4256
    @mrinalmahanta4256 ปีที่แล้ว +57

    নয়ন দা'ৰ মন খুলি কব লগীয়া বহুত কথা আছে কিন্তু সেইবোৰ মনতে ৰাখি হাহি হাহি খুব সৰলতাৰে উত্তৰ বোৰ দি গৈছে।

  • @bikashtheexplorer2307
    @bikashtheexplorer2307 ปีที่แล้ว +21

    অনুগ্ৰহ কৰি আপোনাৰ দুয়োৰে প্ৰেমৰ ইতিহাসৰ বাবে এখন চিনেমা বনাওক; এইখন অতি জনপ্ৰিয় হ'ব.....

    • @Pranjal7903
      @Pranjal7903 ปีที่แล้ว +2

      Val ktha koisa bndhu

  • @ramenlkathar9577
    @ramenlkathar9577 ปีที่แล้ว +85

    Nayan da Heartily love you .নয়ন দাইয়ে বাক সন্মখত পাই মুখৰ পৰা ভাষাৰ শব্দবোৰ বহুত কষ্টৰে ফুটি উঠিছে ।

  • @dipankarsarmah51
    @dipankarsarmah51 ปีที่แล้ว +49

    নয়ন নিলিমৰ attitude টো বহুত ভাল লাগিল l please carry on and go ahead .

  • @barsharabha3050
    @barsharabha3050 ปีที่แล้ว +11

    Nayan da bhut Val kotha koise Nayan daak Judi Val Pai ata like debo

  • @BhaskarjyotiGoswami
    @BhaskarjyotiGoswami ปีที่แล้ว +46

    Nayan da..Really a kind hearted person❤❤..He is really a true hero and down to earth person❤❤

  • @assamessvlog7846
    @assamessvlog7846 ปีที่แล้ว +18

    নয়ন নীলিম এক পথত চলা মানো তেওঁ কথাত তে বুজিব পাৰি,নয়ন তোমাৰ কথা কিটা শুনি বহুত ভাল লাগিল,

  • @anuragmoran278
    @anuragmoran278 7 หลายเดือนก่อน +2

    শ্যামতিকা বা জনি হচাই দুভগীয়া পেম ইমান দূখত কৈছে নয়ননিলীম দা ইমানএকোৱা জুই লৈ আছে কথা বোৰ তে গম পাই ।

  • @PualiTeam
    @PualiTeam ปีที่แล้ว +27

    এটা কথা গম পালোঁ,
    নয়ন দাৰ অন্তৰত কিন্তু বহুত দুখ আছে
    নায়ন দাই শ্যামন্তিকা বাক চকুত চাই কথা কব পৰা নাই , নায়ন দাই এইবোৰৰ পৰা আঁতৰি থাকিবলৈ ,বহুত কষ্ট কৰিছে।

  • @chitrajitpegu9885
    @chitrajitpegu9885 ปีที่แล้ว +34

    বহুত দিনৰ মূৰত দুয়োকে একেখন পৃথিৱীত দেখি ভাল লাগিল। দুয়োৰে জীৱন যুঁজৰ কথা শুনি চকু পানী নিগৰি ওলাল, ক'ৰবাত নহয় ক'ৰবাত মোৰ জীৱনৰ লগতো সাদৃশ্য আছে। ♥️, অনাগত দিনত দুয়োৰে জীৱন সুখৰ হওঁক ❤️

    • @youthfashion876
      @youthfashion876 ปีที่แล้ว +1

      নয়নদা । ইউ আৰ গ্ৰেট ।আপোনাৰ চিনেমা চামেই ।বাকী আপুনি আপোনাৰদৰেই থাকক ।আই লাইক ইঅৰ এটিটিউদ ।

  • @manibankalitanath3648
    @manibankalitanath3648 ปีที่แล้ว +3

    নিশ্চয় অভিজ্ঞতা আৰু বয়সে বহু কথা কবলৈ শিকায় । দুয়োজনৰ উন্নতি আৰু মঙ্গল কামনা কৰিছোঁ।

  • @parikzgogoi8178
    @parikzgogoi8178 ปีที่แล้ว +38

    Demful 🤍💙একেলগে দেখি বহুত ভাল লাগিল, সদাই দুইজন সুখেৰে থাকক তাৰে কামনা কৰিলো 🌸 ভিডেও টো চাই চকু চলচলীয়া হৈ উঠিল আৰু কিছুমান কথা শুনি ভালো লাগিল 👍

  • @manalishadas2421
    @manalishadas2421 ปีที่แล้ว +211

    দুয়োজনকে একেলগে ইমান ধুনীয়া লাগে ❤

  • @paporiphukan7543
    @paporiphukan7543 ปีที่แล้ว +56

    নয়ন দা সেই আগৰ "ডেমফুল" টো হৈ থকা নাই,য'ত স্ফুৰ্তি আছিল।
    বৰ্তমান তেখেতৰ হাঁহিটোও বিষাদ ভৰা হৈ ৰ'ল 😌😴

  • @devikagogoi2898
    @devikagogoi2898 ปีที่แล้ว +243

    ধনী ধনী বিছাৰিবা ধনীৰে দৰা ধনীৰে নিদিলে সুখ জানানে শ্যামন্তীকা ।

  • @SBSAXOM
    @SBSAXOM ปีที่แล้ว +34

    কবলৈ ভাষা নাই 🥺 খালি এটাই বুজিলো ভালপোৱা মানুহজনহে আতৰি যাই নোহোৱা হৈ যাই কিন্তু মৰম বোৰ একে ভাগেই থাকি যাই🥺 হয়টো সেয়া এজনে নেদেখুৱাওকেই লাগিলে🥺

  • @layanikasaikia
    @layanikasaikia ปีที่แล้ว +5

    কিহৰ বাবে relation টো এনে হ'ল কোনেও নাজানে তেওঁলোক দুয়োৰে বাদে , গতিকে কাকো দোষ দিব নিবিছাৰো। এটা কথা সঁচা জেদ আৰু অভিমান দুয়োটাক অধিক গুৰুত্ব দিলে যাৰ বাবে সম্পৰ্ক ভাঙিলে । কোনো সম্পৰ্ক জীয়াই ৰাখিবলৈ ইচ্ছা থাকিলে কিছুমান কথা এৰাই চলিব লাগে । নয়ন দা মোৰ প্ৰিয় অভিনেতা আৰু দুয়োকে পুনৰ একেলগে দেখি ভাল লাগিছে । জেদ ধৰি নাথাকি দুয়ো একেলগে থকা হ'লে সকলোৱে ভাল পালে হয় । শ্যামন্তিকাই যদি ভাল নাপালে হয় তাই এনেকৈ ক'ব নোৱাৰিলে হয় " মাৰ পাছত নয়ন দাক ভালকৈ মই বুজি পাওঁ " । অভিমানেই দুয়োকে আঁতৰ কৰিলে সেইটো খাটাং । ইটোৰ সিটোৰ প্ৰতি থকা ভালপোৱা আদৰ সুন্দৰকৈ প্ৰতিফলিত হৈছে । এনে লাগিছে দুয়ো দুয়োৰে বাবে ৰৈ আছিল কোনোবা এজনে যদি এবাৰ হলেও নিজৰ EGO এৰিলে হয় , নিজৰ জেদ অভিমান এৰিলে হয় , তেতিয়া আমি দুয়োকে দৰা কইনাৰ সাজত দেখিবলৈ পালো হয় 🥺 কেমেৰাৰ সমুখত সকলো কথা হয়তো দুয়োৱে প্ৰকাশ কৰিব পৰা নাই । দুয়োকে এনেকৈ দেখি চকু পাণী ওলাই গ'ল ।

  • @santanujaishreeram7582
    @santanujaishreeram7582 ปีที่แล้ว +14

    নয়ণ দা মোৰ খুবেই প্ৰিয় অভিনেতা।। সদায় প্ৰিয় হৈ থাকিব। নয়ন দাৰ বেকা হাহিটোৰ অন্তৰত থকা এই সঁচা ভালপোৱা আৰু নিভাজ প্ৰেম কেতিয়াও ইমান দুৰ্বল হব নোৱাৰে। নয়ন দাৰ অন্তৰত বেলেগ কোনেও স্থান লাভ কৰিব নোৱাৰে। শ্যমন্তিকা বাই কথা খিনি বুজক বা নুবুজক, নয়ন দাৰ মৰম কিন্তু সদায় সঁচা।। এই মৰমক নয়ন দাই যথেষ্ট সন্মান কৰে। সেইকাৰণে নয়ন দা অলপ জেদী।

  • @theashik_
    @theashik_ ปีที่แล้ว +35

    41:56 minutes interview চালো কিন্তু নয়ন দাৰ মুখত হাঁহি দেখা নাপালোঁ 😥😢---

  • @jundas3004
    @jundas3004 ปีที่แล้ว +13

    So good to see you both after a long time ❤️❤️ Childhood memories ❤️❤️

  • @mayar6848
    @mayar6848 ปีที่แล้ว +36

    নয়ন দাৰু চকুত চকু পানি আছে কিন্তু ৰাইজক দেখোৱাই কান্দিব হে পৰানাই। যি জন মানুহে বুকুত কুথাৰ মাৰি নিজৰ পথ বাচি লৈচে সি পিচত বোজিব আহিলে কি হব, নয়ন দা কিমান আবেগিক হৈছে বুজাই হে বুজিচে।

    • @jms7671
      @jms7671 ปีที่แล้ว

      comment tu val lgil

  • @monrajpawe2580
    @monrajpawe2580 ปีที่แล้ว +271

    প্ৰেম জীয়াই থকাৰ প্ৰেৰণা হ'ব পাৰে
    কিন্তু, প্ৰেম মানে সমগ্র জীৱন কেতিয়াও হ'ব নোৱাৰে
    🙂🙂🙂

    • @rajdeep2411
      @rajdeep2411 ปีที่แล้ว +2

      শৰীলত একুৰা জুই

    • @sunupanikavlogs
      @sunupanikavlogs ปีที่แล้ว +2

      এনেকোৱা কিছুমান কথা লেখা টো হে সহজ
      কিন্তু মন ভঙা জনে হে বুজি পাই
      কিমান কষ্টত মনটোক বুজাব লগা হয় শান্ত কৰিব লগা হয়

  • @brabha5098
    @brabha5098 ปีที่แล้ว +8

    নয়ন দাক দেখি শ্বাহিদ কাপুুৰৰ Kabir Singh movieলৈ মনত পৰিল

  • @manuranjankonwar4346
    @manuranjankonwar4346 ปีที่แล้ว +58

    আঘাত দিয়া জনে গম নাপাই বিপৰিত জনে কিমান দুখ পাইছে , কষ্ট পাইছে,তেজ ওলাইছে

  • @ranginxopun775
    @ranginxopun775 ปีที่แล้ว +17

    সচাকৈ নয়ন দা বহুত বেছি ভাল পাইছিল
    আজি অনুষ্ঠানটো চাই বুজিলো
    দেখিলোঁ গোটেই সময় এবাৰ চকুত চকুথৈ কথা পাতিব নোৱাৰিলে
    অতীতে চাগৈ কিমান আঘাত দিছে

  • @Dognedirbiope-Tulashi
    @Dognedirbiope-Tulashi ปีที่แล้ว +1

    বহুত বহুত ধন্যবাদ।নয়ন নীলিম আৰু শ্যামন্তিকা আপোনালোকৰ দুয়োৰে কাহিনী শুনি ভাল লাগিল।

  • @lambithazarika0129
    @lambithazarika0129 ปีที่แล้ว +66

    ইয়াতো কিছুমানৰ কমেন্ট দেখি দুখ লাগিছে।।এনেকুৱা মানুহ আছেনে আমাৰ সমাজত।।

  • @Dhantu786
    @Dhantu786 ปีที่แล้ว +70

    বহুত দিন নহয় বহুত বছৰৰ মূৰত প্ৰেমিক প্ৰেমিকা।
    শ্যামন্তিকাই নয়ন নীলিমক ধকা দিছে

  • @pranitakakati9658
    @pranitakakati9658 ปีที่แล้ว +5

    ইমান আন্তৰিকতা পূৰ্ণ ভালপোৱাৰে আৱৰা সম্পৰ্কটো নিশ্চয় জেদ,অভিমানৰ বাবেই শেষ হৈছিল । যি হওক দুয়োৰে সেই ভালপোৱা অনুষ্ঠানটোৰ দ্বাৰা অনুভৱ কৰিব পাৰি । দুয়োজন এতিয়া দুখন পৃথিৱীত আছে ! গতিকে ভালে থাকক দুয়ো! তেওঁলোকক তেওঁলোকৰ দৰে থাকিবলৈ দিয়ক আমাৰ সমাজৰ এই এচাম অদ্ভূত মানুহে তেওঁলোকৰ জীৱনটো তিতা নকৰিব ।

  • @dipasaikia5354
    @dipasaikia5354 ปีที่แล้ว +45

    বিয়া হৈ যাওঁক বৰ ভাল লাগিব দেখি।।। মিলিছে মিলিছিল মিলিবও।। all the best both of you।।।

    • @troilokyagogoi4850
      @troilokyagogoi4850 ปีที่แล้ว

      Cinema cinema hae lagil jen akow milon hobo duijone 😥

    • @jondas8296
      @jondas8296 ปีที่แล้ว +3

      Abeh pagol nk anor sankhar vangibo bisora nk

    • @amorjyotisaikia4415
      @amorjyotisaikia4415 ปีที่แล้ว

      Hb nidiu....nayan main❤

  • @maxxvlogger1574
    @maxxvlogger1574 ปีที่แล้ว +20

    Nayan Da taught great lesson for life. Thanks for your expression God bless him.