সকলোকে আনন্দ দিব পাৰিছেনে সৰ্বানন্দ সোণোৱালে

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ต.ค. 2024

ความคิดเห็น • 919

  • @mitulborah1983
    @mitulborah1983 6 หลายเดือนก่อน +54

    এখেত এজন সৎ আৰু সৰল মনৰ মানুহ । কাকো অপমান নকৰাকৈ বা কাৰো অন্তৰত আঘাত নকৰাকৈ যি দৰে কথাবোৰ কয়, সেই গুণৰ বাবেই সদাই মোৰ আদৰ্শ ব্যক্তি হৈ থাকিব।

  • @hemjyotideka9790
    @hemjyotideka9790 6 หลายเดือนก่อน +91

    আপোনাৰ সাজ-পোছাক, কথা-বতৰা, চিন্তা-ধাৰা , গহীনতা মন কৰিবলগীয়া। আপোনালৈ ধন্যবাদ।

  • @santimoni7949
    @santimoni7949 6 หลายเดือนก่อน +72

    অসমৰ এজন আদৰ্শবান পুৰুষ। বহুত ভাল লাগিল ।

  • @amiokachari4375
    @amiokachari4375 6 หลายเดือนก่อน +51

    ৰাজনীতি ক্ষেত্ৰখনত তেখেত থাকক বা নাথাকক তেখেতৰ নাম আৰু তেখেতৰ চৰিত্ৰ গঠনত প্ৰতিষ্ঠিত মই সদায় নিজৰ ককাইদেউ বুলিয়ে বিশ্বাস কৰোঁ !❤

  • @protivamahanta1076
    @protivamahanta1076 6 หลายเดือนก่อน +56

    সৰ্বানন্দ সোণোৱাল এজন নিকা ৰাজনীতিবিদ, অসমৰ প্ৰত্যেক জন ব্যক্তিৰ হিয়াৰ আমঠু, তেওঁৰ ব্যক্তিত্ব মোৰ ভাল লাগে।

  • @A.D....2187
    @A.D....2187 6 หลายเดือนก่อน +5

    বহুত ভাল পাওঁ মানুহ জনক ❤ শুভেচ্ছা থাকিল ছাৰ

  • @pinkiscreativity2810
    @pinkiscreativity2810 6 หลายเดือนก่อน +12

    ভাল লগা এজন ব্যক্তি ইমান সহজ সৰল

  • @arnabkotoky544
    @arnabkotoky544 8 วันที่ผ่านมา +2

    জীৱনত শিকিব লগা বহুত আছে ❤❤sir পৰা

  • @anantaananta4187
    @anantaananta4187 6 หลายเดือนก่อน +17

    মানুহজন ভাল ❤ অৱশ্যে। বৰ সহজ সৰল ব্যক্তি সোণোৱাল sir 🙏

  • @montimahanta1977
    @montimahanta1977 6 หลายเดือนก่อน +25

    খুব সুন্দৰ ভাল লাগিল তেখেতৰ বক্তব্য মন মুহি যোৱা।

  • @ilovetravelandfood7597
    @ilovetravelandfood7597 6 หลายเดือนก่อน +78

    আছুৰ পৰা আজিলৈকে দেখা গৈছে টেতু ফালি জাতীয়তাবাদ দেখুৱা ব্যক্তি সৰ্বা দেব নহয়। সদায় ভদ্ৰ ভাবে সকলোকে সন্মান জনাই হে তেওঁ ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰে। কাৰো পৰিয়ালক কেন্দ্ৰ কৰি কথা নকয় । সৰল সহজ এজন ব্যক্তি সৰ্বা ডাঙৰীয়া । সকলোৰে আনন্দ সৰ্বান্দ।❤❤❤❤️

  • @misiki...---0
    @misiki...---0 6 หลายเดือนก่อน +48

    ইমান যে ভ্দ্ৰ মানুহ।।প্ৰকৃত এজন ব্যক্তি।।

  • @pawankumarchaurasiya9865
    @pawankumarchaurasiya9865 6 หลายเดือนก่อน +9

    Great personality❤.....He is my fav politician ❤....Long Live Sarbananda Sonowal

  • @RanuBuragohain-h2z
    @RanuBuragohain-h2z 6 หลายเดือนก่อน +62

    ল'ৰা ৰজা সজাই আপোনাক ঠগিলে। আপুনি মহান আপোনাৰ সৰলতাৰ সুবিধা ল'লে

  • @mukutadevi302
    @mukutadevi302 6 หลายเดือนก่อน +11

    বহুত ভাল লাগিল। তেখেতৰ কথা শুনি আৱেগিক হৈ গৈছোঁ। বহুত বহুত ভাল লাগিল।

  • @hirakjyotiburagohain4307
    @hirakjyotiburagohain4307 6 หลายเดือนก่อน +120

    সৰ্বানন্দ সোণোৱাল,গৌৰৱ গগৈ,লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ একলগ হৈ আগবাঢ়ি যোৱাতো বিচাৰো ।

    • @rupprasad4861
      @rupprasad4861 6 หลายเดือนก่อน +6

      Sarbananda sonuwal aaru gourav gogoi log holei jathestha ❤

    • @RosmiSonowal
      @RosmiSonowal 6 หลายเดือนก่อน

      😊😊😊😊😊 ok

    • @dipubailung5822
      @dipubailung5822 6 หลายเดือนก่อน +2

      Tetiya HBS pani pani hoi jabo 😅

    • @devankursaikia2111
      @devankursaikia2111 6 หลายเดือนก่อน

      Akhilor guaranty lua2 tan

    • @thedevogramstory7483
      @thedevogramstory7483 5 หลายเดือนก่อน

      Hska sarba da plz hemanta ari bjp pora gusi ahok... Nhla apubak political murder kora plan kora hoisa.... Plz lurin akhil gourab apuni akelog houk plzz

  • @nirumonichutia8169
    @nirumonichutia8169 6 หลายเดือนก่อน +39

    বিপৰীত পাৰ্টি হলেও যে লুৰিন জ্যোতিক ইমান শুভেশ্যা দিছে,,তেওঁৰ মনটো সঁচাই বহুত কোমল,,, শুভেশ্যা জনালোঁ আগন্তুক নিৰ্বাচনৰ,,,

  • @BobitaSonowal-m8p
    @BobitaSonowal-m8p 6 หลายเดือนก่อน +22

    U can watch Lurin jyoti interview too wid Chakra daa... difference i found between these two politician is sarbada has no negativity..not a single negative word uttered on Lurin Jyoti...Love u sarbada❤❤

  • @priyankahazarika7810
    @priyankahazarika7810 6 หลายเดือนก่อน +18

    সৰ্বা দা ভাৰতবৰ্ষৰ এজন ডাঙৰ নেতা হওঁক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ,.

  • @AmirHussain-vd4lo
    @AmirHussain-vd4lo 6 หลายเดือนก่อน +24

    পৃথিৱীৰ ভিতৰত মোৰ আটাইতকৈ জনপ্ৰিয় ৰাজনৈতিক নেতা ।

    • @rimadeka9509
      @rimadeka9509 6 หลายเดือนก่อน

      Sir আপোনাৰ কথাত মই একমত পৃথিৱীৰ ভিতৰত আটাইতকৈ প্ৰিয় নেতা আজীৱন আপুনিয়ে থাকিব।।❤❤

  • @nanditadutta6770
    @nanditadutta6770 6 หลายเดือนก่อน +14

    যথেষ্ট ভাল লাগিল তেখেতৰ কথাবোৰ শুনি।

  • @purnanandagam5501
    @purnanandagam5501 6 หลายเดือนก่อน +18

    স্বচ্ছ নিকা ৰাজনীতিৰ তেখেত এজন অন্যতম ব্যক্তি সৰ্বানন্দ সোণোৱাল

  • @life.zindabad
    @life.zindabad 6 หลายเดือนก่อน +12

    সহজ সৰল ব্যক্তিত্ব, নম্ৰ ভদ্ৰ অমায়িক ব্যৱহাৰৰ কাৰনে ৰাজনৈতিক ক্ষেত্ৰত জিলিকি আছে....।

  • @surajburagohain874
    @surajburagohain874 6 หลายเดือนก่อน +8

    Sunuwal sir bahut bhal manhu hoi,I like sunuwal Sir.

  • @jyotibaillung3044
    @jyotibaillung3044 6 หลายเดือนก่อน +22

    তেখেত এজন অত্যন্ত ভাল আৰু সৰল মনৰ মানুহ ,

  • @ashimadas76
    @ashimadas76 6 หลายเดือนก่อน +2

    খুব সুন্দৰ কথোপকথন,,খুব সুন্দৰ মনৰ ব্যক্তি,,বহুত বহুত ধন্যবাদ জনালো আগুৱাই যাওঁক ,,আৰ্শীবাদ থাকিল,,🎉🎉🎉

  • @kanakbarman1387
    @kanakbarman1387 6 หลายเดือนก่อน +10

    Sarba Sir good politician... best wishes

  • @pallabirabha8829
    @pallabirabha8829 6 หลายเดือนก่อน +39

    আপোনাক CM হিচাপে বিচাৰো❤❤

  • @bkgogoi8636
    @bkgogoi8636 6 หลายเดือนก่อน +37

    অকৌ এবাৰ সোনোৱাল চৰকাৰ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 🙏🙏🙏🙏🙏

  • @rajkumardoley5315
    @rajkumardoley5315 6 หลายเดือนก่อน +9

    Knowledge, commonsense , wisdom,man of value, honesty, integrity,........all are with our sarba sir, stay same as today always.

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI 6 หลายเดือนก่อน

      Lurin ata dhurandhar dagabaj lompot sur dokait gunda

  • @geetadas1015
    @geetadas1015 6 หลายเดือนก่อน +6

    Nice to listen his respected Sri Sarbananda Sonowal speaking way. Bhal lagil program tu

  • @madhabborah798
    @madhabborah798 6 หลายเดือนก่อน +21

    প্রিয় ব্যক্তি দুয়োজন ,,,, সোণোৱাল ছাৰৰ জয় লগতে সু স্বাস্থ্য কামনা কৰিলোঁ🙏💐

  • @birenpegu4220
    @birenpegu4220 6 หลายเดือนก่อน +31

    মোৰ আপোনাৰ ওপৰত কি কমেন্ট লিখিম। শব্দ বিছাৰি নাপাওঁ। এদিন আপোনাৰ চৰণ স্পৰ্শ কৰিব পৰাকৈ মোক ঈশ্বৰে শক্তি দিয়ক। Great Great সৰ্বা দা।

  • @arijitsaikia8439
    @arijitsaikia8439 6 หลายเดือนก่อน +5

    Khub bhal lagil interview tu sai, bohut bohut dhanyawad tumaloi

  • @gourangaksm1805
    @gourangaksm1805 6 หลายเดือนก่อน +49

    ৰাজনিতী ক্ষেক্ৰত নাজানো কিন্তু বেলেক ক্ষেক্ৰত মানুহজনক বৰ ভাল লাগে বৰ সহজ সৰল ❤

  • @ankurdas012
    @ankurdas012 6 หลายเดือนก่อน +235

    কোনে কোনে এওঁৰ সহজ সৰল স্বভাৱৰ কাৰণে এখেতক ভাল পায় 😎🤠

    • @anantanath6453
      @anantanath6453 6 หลายเดือนก่อน +8

      Selfish hoi apuni sir caa anile

    • @jugeswarphukan9726
      @jugeswarphukan9726 6 หลายเดือนก่อน +4

      Self is manuhak Ku neo.bhalnapai

    • @BobitaSonowal-m8p
      @BobitaSonowal-m8p 6 หลายเดือนก่อน +4

      ​@@jugeswarphukan9726Lurin r mitha matot Pori postabo apuni Sai thakok...

    • @papudasinfo
      @papudasinfo 6 หลายเดือนก่อน

      Xohoj xorol ? Caa kar time't anile . Bahirole manuh ulabo pora naisle ,police'r bet'r kubot kiman pongu hol

    • @allvideos6213
      @allvideos6213 6 หลายเดือนก่อน

      xanto xisto moha......

  • @DenyDoley-qb6sf
    @DenyDoley-qb6sf 6 หลายเดือนก่อน +3

    সৰ্বানন্দ সোণোৱালৰ দা কাৰণে ভগৱানৰ ওচৰত দীৰ্ঘয়ূ কামনা কৰিলোঁ

  • @rimadeka9509
    @rimadeka9509 6 หลายเดือนก่อน +1

    এইটো video সকলোৱে share কৰিব লাগে ইমান সুন্দৰ কথাৰ interview এটা সঁচাকৈ আকৰ্ষণীয়।। পৰাশৰ ডাঙৰীয়া বহুত বহুত ধন্যবাদ আপোনাক।।

  • @bhabenborah6730
    @bhabenborah6730 6 หลายเดือนก่อน +75

    আপোনাৰ দিনৰ পৰা বহুত উন্নতি দেখিছো আমি বিষেশ কৈ মাটিৰ পট্ৰা দিলে খিলজ্ঞিয়া মানুহক

    • @jeautiborah5861
      @jeautiborah5861 6 หลายเดือนก่อน +4

      Val lagil. Sarbananda sir zindabad.

  • @sanjibroy9083
    @sanjibroy9083 5 หลายเดือนก่อน +1

    চক্ৰপাণি পৰাশৰক ধন্যবাদ জনইছো
    মোৰ যিমান বোৰ প্ৰশ্ন আছিল সৰ্বানন্দ সোণোৱালক লৈ গোটেই উত্তৰ পালোঁ আপোনাৰ বাৰ্তালাপৰ জৰিয়তে।
    ধন্যাবাদ।

  • @bipulmorang5903
    @bipulmorang5903 6 หลายเดือนก่อน +6

    Bohut hundor

  • @binoyhazarika6054
    @binoyhazarika6054 6 หลายเดือนก่อน +22

    মহান পুৰুষ হয় সৰ্বানন্দ দা ৷ এনেকুৱা বেক্তি আৰু লাগে আমাৰ অসমক ৷ তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৷

    • @mahanandakonch5583
      @mahanandakonch5583 6 หลายเดือนก่อน

      comen likhobo najanile aku comen koribo nalage eman vul biyokti tu beketi bonai dile

    • @binoyhazarika6054
      @binoyhazarika6054 6 หลายเดือนก่อน

      @@mahanandakonch5583 অনুগ্ৰহ কৰি আপুনি শিকাই দিয়ক কেনেকৈ লিখিব লাগে ৷

  • @youaremine1236
    @youaremine1236 6 หลายเดือนก่อน +26

    He is the one of politicians with zero haters ❤️

    • @BobitaSonowal-m8p
      @BobitaSonowal-m8p 6 หลายเดือนก่อน +1

      There is one ... He is Lurin Congresi Gogoi.

    • @youaremine1236
      @youaremine1236 6 หลายเดือนก่อน

      @@BobitaSonowal-m8p lol

    • @rimadeka9509
      @rimadeka9509 6 หลายเดือนก่อน +1

      He is the best person I have ever seen in my life,,I want to meet him once more

    • @rimadeka9509
      @rimadeka9509 6 หลายเดือนก่อน +2

      You saying right,,he loves people, people loves him so much ❤❤

    • @MadonBoruah
      @MadonBoruah 4 หลายเดือนก่อน

  • @pallabchutia3512
    @pallabchutia3512 6 หลายเดือนก่อน +2

    বিশাল ব্যক্তিত্বৰ এজন নেতা..🙏

  • @hemeswarboro8372
    @hemeswarboro8372 6 หลายเดือนก่อน +32

    অতি সুন্দৰ বাৰ্তালাপ। ভাল লাগিল। তেখেত জিকক।

  • @HarjyotibhuyanBhuyan
    @HarjyotibhuyanBhuyan 6 หลายเดือนก่อน +1

    Nice.... Bartalaap.... Thanks sakra sir

  • @bulukantadutta8912
    @bulukantadutta8912 6 หลายเดือนก่อน +14

    অসমৰ এজন অতি সহজ সৰল ভদ্ৰ ব্যক্তি ।তেখেত কদীৰ্ঘদিন কুশলে ভগৱানে ৰাখক ।

  • @joydevdoley6588
    @joydevdoley6588 6 หลายเดือนก่อน +6

    Great Man of Assam ❤❤

  • @dhurbadas209
    @dhurbadas209 6 หลายเดือนก่อน +3

    ধুনীয়া কথা কৈছে। অভিনন্দন জনালো

  • @BirenkumarGogoi-k1k
    @BirenkumarGogoi-k1k 5 หลายเดือนก่อน

    Excellent interview. It also included his feeling of spirituality. Nation is first and Assam is with the Nation ...leading...

  • @haimabatikakati4041
    @haimabatikakati4041 6 หลายเดือนก่อน +10

    Thanks to Chakrapani for the interview.

  • @dbaruah3999
    @dbaruah3999 หลายเดือนก่อน

    বৰ ভালপায় এই মানুহজনক লগতে আপোনাকো চক্ৰপাণি দা👏🏻👏🏻👏🏻ভাল কামবোৰ ভাল ভাল interview বোৰ কৰি যাওঁক।।

  • @birnookoch
    @birnookoch 6 หลายเดือนก่อน +8

    Sir, sarbananda is great leader of Assam, love from meghalaya, west garo hills

  • @BirenkumarGogoi-k1k
    @BirenkumarGogoi-k1k 5 หลายเดือนก่อน

    Wonderful deliberation. Hon'ble Minister has very clearly explained the rapidly changing vision of BHARAT under pragmatic Leadership of our PM Modiji.

  • @balenboro8709
    @balenboro8709 6 หลายเดือนก่อน +10

    He has saved the Assamese people / Nation by defeating" IMDT Act in Supreme court. His speech is like God which expresses spritua,l Intelectua l,physical, tolerent thought.Long live Sorbananda Sonowal.

  • @lomix6099
    @lomix6099 6 หลายเดือนก่อน +5

    Wow great bartalaap ... Aji bohut happy j Amar Sonowal sir the great visionary leader of India is on your site. Not only Assam he is leading now whole nation . Youth e bohut janibo lgiya Kotha ase tekhetr pora.He is the Pride of Assam and Northeast.

  • @mintubharali952
    @mintubharali952 6 หลายเดือนก่อน +7

    ছাৰ আপোনাক আকৌ এবাৰ মুখ্য মন্ত্ৰী হিচাপে সকলো অসমে বিচাৰে।

  • @dibyadhardeori5261
    @dibyadhardeori5261 5 หลายเดือนก่อน

    সৰ্বানন্দ সোণোৱাল এজন ধৈৰ্য্যশীল Politician. ভৱিষ্যত উজ্জল কামনা কৰিলো৷

  • @PushpaDevi-hg5eu
    @PushpaDevi-hg5eu 6 หลายเดือนก่อน +3

    Greatest. Bartalap....all. The. Best...

  • @utpalborpatra7131
    @utpalborpatra7131 6 หลายเดือนก่อน +4

    মহান ।

  • @majorchaporitalahi7546
    @majorchaporitalahi7546 6 หลายเดือนก่อน +14

    পৰাশৰৰ এই বাৰ্তালাপ অনুষ্ঠান মোৰ বৰ প্ৰিয় আজিৰ বাৰ্তালাপৰ প্ৰাথি জনক বহুত বহুত শুভেচ্ছা জনাইছো আমি তেখেতক বৰ ভাল পাওঁ । জয়ী হ ওক ❤❤❤ । লখিমপুৰ পানী গাঁও ।

  • @uttamthapa9214
    @uttamthapa9214 6 หลายเดือนก่อน +4

    Bartalab ekdam moja..... Bohut bhal lagil

  • @mithunkulitwo4720
    @mithunkulitwo4720 6 หลายเดือนก่อน +7

    Next CM lage apunak ❤

  • @hemkantaborah7434
    @hemkantaborah7434 6 หลายเดือนก่อน +214

    সৰ্বানন্দ সোণোৱালেই বিজেপিক প্ৰথম অসমত প্ৰতিষ্ঠা কৰিলে। পিছত তেখেতেই প্ৰতাৰণাৰ বলি হ'ল।

    • @ManoranjanPegu-ss3dh
      @ManoranjanPegu-ss3dh 6 หลายเดือนก่อน +6

      potaronar boli nhoi ai2 tak koi hohoj horol.congressor dore dol tyag korile nhoi jana

    • @deepjyotitalukdar3470
      @deepjyotitalukdar3470 6 หลายเดือนก่อน

      ​@@ManoranjanPegu-ss3dh agp

    • @FIFAMBL-w8h
      @FIFAMBL-w8h 6 หลายเดือนก่อน +3

      অগপৰ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সৰ্ব্বানন্দই ইউদিফকক লৈ আজি ৰাজনীতি কৰি আছে ।নিলজ্য এইজনা।

    • @shyamkumarboro1154
      @shyamkumarboro1154 6 หลายเดือนก่อน +1

      E😢😮🎉​@@ManoranjanPegu-ss3dh

    • @juliphukon4304
      @juliphukon4304 6 หลายเดือนก่อน +1

  • @antammmsneevent1717
    @antammmsneevent1717 6 หลายเดือนก่อน +7

    What a personality .,what a behaviour…he doesn’t need to say that he is a king but his behaviour reflect it that he is the real king…who deserves the king crown 🙏

  • @renuboro6011
    @renuboro6011 6 หลายเดือนก่อน +17

    Good news. Very very good. Sarbada good man of Assam.

  • @ambikasaharia1445
    @ambikasaharia1445 6 หลายเดือนก่อน +3

    বাৰ্তালাপ শুনি বৰ আকৃষ্ট হলো শুনি থাকিবলৈ মন গৈছে।

  • @rajensarma7291
    @rajensarma7291 5 หลายเดือนก่อน

    I have met Sarbananda Sunuwal Sir, two times in my service life in the Office Chamber of C.E. PWD Building before he was C.M. of Assam. I am totally unknown to him . But during every meet he responded me by tilting his head towards me with a smiling face , which I can't forget in my life. I salute him as a great leader, not only in Assam but in India.

  • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন

    আনে যি মন্তব্য নকৰে মই নাজানো কিন্তু কোনো দিন ৰাজনৈতিক জীৱনত কালিমা তথা দুৰ্নীতি নথকা এই নিকা মানুহজনৰ ব্যক্তিত্ব মোৰ বাবে বৰ প্ৰিয়।১৯৮৩ চনত কেৱল অসমৰ বাবে ভয়াৱহ আইএমডিটি আইন জাপি দিয়া হৈছিল৷ ন্যায়ালয়ত গৈ এই ক’লা আইনখনক প্ৰত্যাহ৩ান জনাইছিল সোণোৱাল চাৰে।প্ৰায় ছবছৰকাল অসমৰ ৰাইজৰ সহযোগত এই বৈষম্যমূলক আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আইনী যুঁজ চলাই ইয়াক বাতিল কৰাবলৈ সক্ষম হৈছিল। তাৰোপৰি বিৰোধী হিচাপে লুৰিণ গগৈয়ে যিমান সোণোৱাল চাৰৰ পিতৃ মাতৃ ক ধৰি ও কথা কৈছে কিন্তু এইজন লোকে কেতিয়াও তেঁওৰ ওপৰত বেয়া মন্তব্য নাইকৰা। ইয়াৰ পৰাই প্ৰমাণ পায় যে আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।কোন জয় হয় নাজানো কিন্তু মোৰ প্ৰিয় ব্যক্তি এইজন।❤

    • @Rupsarma216
      @Rupsarma216 6 หลายเดือนก่อน +5

    • @BSW27
      @BSW27 6 หลายเดือนก่อน +2

      Popidoley😮ration card ako dibo lage sar

    • @kamelgogoi4916
      @kamelgogoi4916 6 หลายเดือนก่อน +4

      ধন বল সকলো থকা পাচতো কিয় বিফল ?

    • @bakulboruah2026
      @bakulboruah2026 6 หลายเดือนก่อน +6

      তুমি যোৰহাটত মাথা মাৰা ভন্টী।গৌৰৱ গগৈয়ে বোলে তোমালোকৰ মামাৰ টোপনি নাইকিয়া কৰিলে।পিয়াঁজ, মল্লহঁতে বোলে আজিকালি সপোনতো গৌৰৱক দেখা হল।তপন গগৈয়ে কেৱল কান্দিবলৈহে বাকী।বাৰু যি কি নহওক এতিয়া BJP কৰি থাকা।কিন্তু ২০২৬ ত গৌৰৱ গগৈ মূখ‍্যমন্ত্ৰী হলে তোমাক কংগ্ৰেছৰ মিটিংত আগশাৰীত দেখা পাম বুলি আশা ৰাখিলোঁ।জয় আই অসম।
      অসম প্ৰথম, সদায় আৰু চিৰদিন।

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 6 หลายเดือนก่อน +13

      প্ৰথম কথা আপোনাক আগতে ও কৈছোঁ যে বিজেপিৰ সমৰ্থনকাৰী হ'লেই দলত যোগদান কৰি সভা শুৱনি কৰিব লাগে বুলি মই নাভাবো। আৰু এটা কথা মোৰ মুৰ ঘমাবলৈ কোনো প্ৰয়োজন নাই। বিজেপিৰ কাৰ্যকালত এক টকা নিদিয়াকৈ এটা সন্মানীয় চাকৰি পাইছোঁ যেতিয়া সদায় বিজেপিৰ ওচৰত কৃতজ্ঞ হৈ ৰম। আৰু ফলাফল সময়ত সকলোৱে দেখিব। আমি ও ভোট দান কেন্দ্ৰত ডিউটি পৰিছে বাবে প্ৰশিক্ষণ লৈছোঁ আলেখ লেখ নিজে দেখিম।

  • @Sofiqul_01
    @Sofiqul_01 5 หลายเดือนก่อน

    সৰ্বানন্দ সোণোৱাল চাৰ আপুনি ধন্য। ❤❤❤❤❤
    আজি এই সাক্ষাৎকাৰটো চাই গম পালো ৰাজনীতি ত আপোনাৰ দৰে ব্যক্তি ও থাকিব পাৰে ।
    আপুনি সদায় নৱ প্ৰজন্মৰ আদৰ্শ হৈ থাকিব

  • @mamonirajkhowa674
    @mamonirajkhowa674 6 หลายเดือนก่อน +9

    অতি সুন্দৰ গুৰুত্ব পূৰ্ণ বাৰ্তালাপ মান নিয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত হোৱা বাৰ্তালাপ 😁👌👌👍👍👌👌👍👍

  • @WinstonBasumatary-k2g
    @WinstonBasumatary-k2g 6 หลายเดือนก่อน +2

    Very good speechsir mayGodblessyou always sir.

  • @Axomgiyananu
    @Axomgiyananu 6 หลายเดือนก่อน +26

    অসমৰ ৰাজনীতিত মোৰ আটাইতকৈ প্ৰিয় ব্যক্তি গৰাকী হ'ল সোণোৱাল ডাঙৰীয়া। কিন্তু দুখ লাগে যি সময়ত তেওঁ এটা বিশেষ দলৰ বেয়া দিনবোৰত সেই দলটোক একত্ৰিত কৰিছিল কিন্তু ভাল সময়ত সহজ সৰল আৰু নিকা মনৰ মানুহজনক প্ৰতাৰণা কৰিলে।

  • @prashannajyotihazarika1668
    @prashannajyotihazarika1668 6 หลายเดือนก่อน +12

    এজন সৎ আৰু ভদ্ৰ মানুহ❤️❤️love frm Bihpuria

    • @MadonBoruah
      @MadonBoruah 4 หลายเดือนก่อน +1

      Very nice

  • @peteredward9562
    @peteredward9562 6 หลายเดือนก่อน +7

    Ami lurin jyoti'k sini npao kintu amar sarba dak sini pao.... Great leader... Teo jika tuye bisaru aru jikiboi 🙏

  • @ima-mara-6011
    @ima-mara-6011 6 หลายเดือนก่อน +1

    তেখেতৰ মহানুভৱতা সচাকৈয়ে আদৰণীয় ❤ ৰাজনীতিত মোৰ আটাইতকৈ ভাল লগা ব্যক্তিত্ব মানুহগৰাকীয়ে হৈছে সৰ্বানন্দ❤❤

  • @rajivrabha3187
    @rajivrabha3187 6 หลายเดือนก่อน +21

    একাত্মাবোধেই জগতত শান্তিৰ মূল । ( গুৰুবাণী )
    তেখেত এজন আধ্যাত্মিক জ্ঞান থকা লোক ।

  • @RituGuha-zl7mq
    @RituGuha-zl7mq 6 หลายเดือนก่อน +1

    Gentle man good person

  • @haimabatikakati4041
    @haimabatikakati4041 6 หลายเดือนก่อน +6

    Sonowal is a very good gentleman. The interview is very good. Thanks to chakrapani.

  • @angkandas6283
    @angkandas6283 5 หลายเดือนก่อน

    বহুত ভাল লাগিল❤❤ আপোনাক ভগৱানে সদায় এনেকৈ ৰাখক❤

  • @deepdhadumia9684
    @deepdhadumia9684 6 หลายเดือนก่อน +4

    Bahut basi vl lagil sir ponr kotha bilk huni . love from Kuwait

  • @jugalbaruah1232
    @jugalbaruah1232 6 หลายเดือนก่อน +1

    Great SarbaDa🙏

  • @joydevpegu4664
    @joydevpegu4664 6 หลายเดือนก่อน +2

    Bohut Bohut Bhal lagil Joydev Lagachu (jonai)

  • @Nareshkumar-bk2ki
    @Nareshkumar-bk2ki 6 หลายเดือนก่อน +1

    white and honestly honorable central minister we ate all indian proudly thanks for you sir.god bless 🙌 you political life sir with C.pani dada .🎉🎉

  • @Axomi567
    @Axomi567 6 หลายเดือนก่อน +4

    Aapunar karone axomor manuhai miyadipatta pabole hokhyam holu. Olekh Dhanyabad aapunaloi

  • @dilipgorh2921
    @dilipgorh2921 6 หลายเดือนก่อน +1

    নমস্কাৰ 🙏🙏🙏 ভাল কাম কৰি লে ভগৱানে আশীৰ্বাদ কৰে। বহু ভাল লাগিল 🙏🙏🙏।

  • @oukhymimi
    @oukhymimi 6 หลายเดือนก่อน +12

    ভাল লাগে মানুহ জনক 🌼❤️
    তেখেতৰ সৰলতা , ভদ্ৰতা মোৰ প্ৰিয় হোৱাৰ একমাত্ৰ কাৰণ ❤️

  • @surajitphukan3357
    @surajitphukan3357 6 หลายเดือนก่อน +1

    Khubei Val lagile huni 🙏🙏

  • @ronline7074
    @ronline7074 6 หลายเดือนก่อน +19

    ২০২৪ চনত চাহক লৈ ৰাজনীতি কৰাটোহে বৰ দুঃখ লাগিল। অসমৰ চাহৰ খেতিয়ক সকল বৰ বিপাঙত

  • @bhadraamsi5897
    @bhadraamsi5897 6 หลายเดือนก่อน +1

    আপোনালৈ শ্ৰদ্ধা জনাই ভগৱানৰ ওচৰত আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো মহাশয়।

  • @hemantahazarika9855
    @hemantahazarika9855 6 หลายเดือนก่อน +4

    Supper.Today baartalaap program is really mind-blowing. Mr S.Sonuwal long Live.His unbelievable contribution for us.
    Thanks to C Porachar.

  • @RambhaDeka-v5c
    @RambhaDeka-v5c 6 หลายเดือนก่อน +2

    বহুত শিকিলোঁ। ধন্যবাদ।

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 6 หลายเดือนก่อน +4

    এটা ভাল সাক্ষাৎকাৰ শুনাৰ সুযোগ পালো ৷

  • @bakulboruah2026
    @bakulboruah2026 6 หลายเดือนก่อน +37

    বহুত সুবিধা দিলোঁ আপোনাক।ডিব্ৰুগড়ৰ কাৰণে একোৱেই কৰিব নোৱাৰিলে আপুনি।এইবাৰ আমি ডেকা লৰা লুৰীণক জিকাম।

    • @jaan-pp5oq
      @jaan-pp5oq 6 หลายเดือนก่อน +3

      👎🏻

    • @CRBORAH
      @CRBORAH 6 หลายเดือนก่อน +4

      Lurin jyoti zindabad

    • @GitaaDevi-j5y
      @GitaaDevi-j5y 6 หลายเดือนก่อน +4

      Kaam nai

    • @CRBORAH
      @CRBORAH 6 หลายเดือนก่อน +3

      অসমীয়া ৰ শক্তিশালী কন্ঠ লুৰনজ্যোতি।

    • @jugeswarphukan9726
      @jugeswarphukan9726 6 หลายเดือนก่อน

      Assamar karane kikarile akukariba nuarakarane bjpae khedile hang had ale akunai Mara diburgar karane kikaril dekhuaknaharani gaou a dark ha gaou diklardile kintu maharani nah ajargaut nijar manuhak kidile matar dile akhanadarkha sainburd tarbahire kidilemisalia sarkar tee garden bilakat kidile Ari ur falkibaji akunapai baba gab bikire dhandat lagil khudara garden bilak ass am at bahut misakuadol bujipak dukhialuke ajidhangkha path ale thelidise damkamaidise bag an bilak Bjo ml a minister Blake kinidhanihak Aida akhibad Karu aponaluk dhanihak

  • @ranasarmah7465
    @ranasarmah7465 6 หลายเดือนก่อน +3

    Good discussion

  • @rinasaikia6436
    @rinasaikia6436 6 หลายเดือนก่อน +1

    Bohut val lagil .

  • @mixedindia6977
    @mixedindia6977 6 หลายเดือนก่อน +18

    মোৰ অতি আপোন ব্যক্তি ....এজন সৎ নিষ্ঠাবান ব্যক্তি ...

  • @JagadishDoley-93
    @JagadishDoley-93 6 หลายเดือนก่อน +2

    Bht vl lagil sui sir r kotha bilake,comment nkorake thakiboi nuarilu.❤

  • @pkcreation8221
    @pkcreation8221 6 หลายเดือนก่อน +5

    Great personality...❤❤❤

  • @SaifulIslam-rn1qg
    @SaifulIslam-rn1qg 5 หลายเดือนก่อน

    এখেতেৰ পৰা বহুত শিকিব লগীয়া আমাৰ আছে .... ধন্যবাদ সোনোৱাল ডাঙৰীয়া ।