ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

এনেকুৱা প্ৰেমিকা ভগৱানে কাকো নিদিয়ক😭 Rishi Breakup Story

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ต.ค. 2023
  • Created by:
    Mustaq ahmed
    ...)
    Anchor: Himashree Saikia
    ( ...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    WhatsApp: 7002237286
    Connect with us on Social media.
    FB:
    www.facebook.c...
    INSTA:
    / jumpingspiderstudios

ความคิดเห็น • 5K

  • @Priyanka_dutta66
    @Priyanka_dutta66 10 หลายเดือนก่อน +485

    কোনে কয় লৰা'ই সঁচা ভাল নাপায় বুলি? চাওঁক এই দাদাজনক।
    সঁচাই হৃদয় চুই গ'ল!!😭♥️

    • @ranasaikia510
      @ranasaikia510 10 หลายเดือนก่อน +5

      Asariyaarsalmankhankaajadabgankahindiphilim

    • @dipanjalisharma1929
      @dipanjalisharma1929 10 หลายเดือนก่อน +5

      Apuner storyto shoni bohut Bea lagil

    • @DeepjyotiChangmai-km5qp
      @DeepjyotiChangmai-km5qp 9 หลายเดือนก่อน

      ​@@dipanjalisharma1929🎉 hmm uuh🎉h🎉 u uhh u trr 🎉🎉 trr and Mohan da r 🎉🎉

    • @DeepjyotiChangmai-km5qp
      @DeepjyotiChangmai-km5qp 9 หลายเดือนก่อน

      Llokkmmkm
      Jm

    • @rakhitamuly9022
      @rakhitamuly9022 9 หลายเดือนก่อน +3

      আপোনাৰ কথা কেইটা শুনি বহুত বেয়া লাগিল

  • @Chumpee_official
    @Chumpee_official 10 หลายเดือนก่อน +59

    ৰিচি দা , আপোনাৰ অশ্ৰু দেখি সচাকৈ নিলিখি নোৱাৰিলো । আপোনাৰ জীৱনত ঘটি যোৱা ঘটনাখিনি শুনি বেয়া লাগিল , বাৰু যিকি নহওক জীৱনটো তেনেকুৱাই । মানুহ জীৱনত দুখ সুখ থাকেই, আশাকৰোঁ আপুনি আপোনাৰ অতীতৰ কথা পাহৰি আগন্তুক জীৱনটো এটা নতুন ৰূপত সজাই আগুৱাই যাব বুলি।।।

  • @user-rv6on1wg2v
    @user-rv6on1wg2v 9 หลายเดือนก่อน +101

    আপুনি সদায় ভালে থাকক,আপোনাৰ কথা বোৰ শুনি আপোনাক বহুত ভাল যেন লাগিছে.

    • @lakhidas9227
      @lakhidas9227 9 หลายเดือนก่อน

      আপুনি সদায় ভালেথাকক.আপোনাৰ..কথাবোৰশুনিবহুত..বেয়া..লাগিল

  • @user-tb4jg6rv8i
    @user-tb4jg6rv8i 9 หลายเดือนก่อน +73

    তোমাৰ কথা বিলাকে মনত বৰ দুখ দিলে। তুমি চিন্তা নকৰিবা, ভগৱানে তোমাক বহুত মঙ্গল কৰিব ।

  • @jutikachakrabartyofficial3843
    @jutikachakrabartyofficial3843 10 หลายเดือนก่อน +182

    ল’ৰা মানুহৰ চকুত চকুপানী দেখিলে খুব দুখ লাগে ৷ঈশ্বৰে আপোনাৰ সুখৰ দিন ঘুৰাই আনক৷আপোনাৰ কাহিনী শুনি নিজৰ এৰি অহা দিনবোৰৰ কথা মনত পৰিল৷সচা ভালপোৱা মানেই যেন এক অভিশাপ!😢

  • @monjitadutta9588
    @monjitadutta9588 10 หลายเดือนก่อน +78

    তুমি সেইজনীৰ বাবে মৰিবলৈ কাপুৰুষ নেকি, সত্যৰ মুখামুখি হোৱা আগবাঢ়ি যোৱা

  • @dhirajrabha1491
    @dhirajrabha1491 9 หลายเดือนก่อน +127

    দাদা দুুখ কৰি লাভ নাই, হৃদয়টো শিলৰ দৰে কঠিন কৰি আগবাঢ়িব,
    এজনী ছোৱালীয়ে মোকো বহুত বেয়াকৈ ঠোগিছে, নিজৰ জীৱনটোকে শেষ কৰিব মন যায় 😢😢😢
    হৃদয়টো শিলৰ দৰে কঠিন কৰি কিছুমান সিদ্ধান্ত Challenge লৈছিলো এজনী ছোৱালীৰ কাৰণে নিজৰ জীৱন পৰিয়াল শেষ নকৰো, এদিন সেই ছোৱালীজনীক দেখুৱাই দিম 👍, এতিয়া লৈকে মই তাইতকৈ বহুত আগবাঢ়ি গৈছো দুবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ Competition game খেলি Silver and Bronze 🥉 medal আনিব সক্ষম হৈছো, আৰু এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত,

  • @sumandeka9812
    @sumandeka9812 9 หลายเดือนก่อน +37

    Rishi bro never give up ❤😊 মা দেউতাৰ কথা ভাৱি নতনত্ব বিছাৰি জীৱনটো আৰম্ভ কৰা

  • @RanjanVibes711
    @RanjanVibes711 10 หลายเดือนก่อน +264

    1st time ইমান দীঘল ভিডেও সম্পূৰ্ণ চালোঁ -anekuwa লাগিছে যেন মোৰ শুনি a mon tu beya লাগি গল -
    এই পৃথিৱীত অকল মা দেউতা মৰম হে স্বাৰ্থ বিহীন বাকী সকলো মিছা😢😢😢

    • @Dhun720
      @Dhun720 10 หลายเดือนก่อน +2

      Hoii 🥲 bki vl pua bur misa

    • @dhurbajyotigogoi4850
      @dhurbajyotigogoi4850 10 หลายเดือนก่อน

      Hxa kotha au

    • @dssaikia5655
      @dssaikia5655 10 หลายเดือนก่อน +1

      Mio

    • @simaboruah7463
      @simaboruah7463 10 หลายเดือนก่อน +2

      Jiye hosa hridayar morom lage,he napay,Jak nalage,teuhe pay

    • @r.d.creator8235
      @r.d.creator8235 10 หลายเดือนก่อน

      Ekdom xosa Bhai

  • @sunaligogoi8551
    @sunaligogoi8551 10 หลายเดือนก่อน +575

    তোমাৰ কথা শুনি নিলিখি নোৱাৰিলোঁ,বাদ দিয়া তেনেকুৱা চৰিত্ৰ হিনা ছোৱালী ভগৱানে কেতিয়াও ক্ষমা নকৰে তাইক ।কোনো ছোৱালী বা লৰাই হওঁক এনেকৈ এখন সচা হৃদয় লগত নেখেলিবা । হৃদয় ভঙা জনেহে জানে কিমান বেদনা দায়ক ।ভাল পুৱা অভিসাপ বৰ ভয়ানক

    • @Gitumoni1993
      @Gitumoni1993 10 หลายเดือนก่อน +5

      Hosakoi dei nokoba aru😢😢😢😢

    • @AnamikaMainu
      @AnamikaMainu 10 หลายเดือนก่อน +2

      Akdom xsa khta xihot a poisa he saisil mon tu nhoi

    • @chiranjitmoran7938
      @chiranjitmoran7938 10 หลายเดือนก่อน +10

      নতুনক আদরি লোৱা অতীতক পাহৰি পলোৱা সময়ে বেয়াবোর মচি পেলাব।

    • @krishangkukashyap4453
      @krishangkukashyap4453 10 หลายเดือนก่อน +1

      😊😊😊😊😊😊😊

    • @kailashkumarnath2342
      @kailashkumarnath2342 10 หลายเดือนก่อน +1

      তাইৰ ভাল নহব

  • @DeepaDevi-pf1de
    @DeepaDevi-pf1de 9 หลายเดือนก่อน +6

    বহুত দুখ লাগিল কথাখিনি শুনি। এনেকুৱা চৰিত্ৰহীন ছোৱালীক ত্যাগ কৰিব লাগে। ভগৱানে যি কৰিছে আপোনাৰ ভবিষ্যতৰ কল্যাণৰ কাৰনে কৰিছে।মা দেউতাৰ মুখলৈ চাই নতুন জীৱন সজাওক। আগবাঢ়ি যাওক জীৱন বৰ মূল্যবান।দূখবোৰ পাহৰিবলৈ চেষ্টা কৰক। ভবিষ্যতে সুখী হোৱাৰ কামনা কৰিছো।

  • @Sunu453
    @Sunu453 9 หลายเดือนก่อน +43

    অতীতক সুঁৱৰি ভৱিষ্যত নষ্ট নকৰিবা দাদা 😊❤👍

  • @ndevi1491
    @ndevi1491 10 หลายเดือนก่อน +19

    তুমি সাহসী হোৱা ঋষি,তাইৰ পৰা ইমানতে তোমাক ভগৱানে আঁতৰাই আনিছে। দুখ নকৰি ভগৱানক ধন্যবাদ দিয়া।

  • @anjaliborgohain820
    @anjaliborgohain820 10 หลายเดือนก่อน +42

    🙏🙏 লৰাজনৰ ভালপোৱা বিলাক সচঁা আছিল বাবেই দুখ হয্য কৰিবলৈ টাণ হৈছে । তেওলৈ ধন্যবা দ জাছিছো।কাৰন পুৰুষৰ অন্তৰ ও ইমান মৰমিয়াল হোৱাৰ বাবে ।এটা কথাই কওঁ যে ভগৱানে যি কৰে ভালেই কৰে !ৰ্নটকী ৰ হাতৰ পৰা বছাই দিলে ।ভগৱানৰ ওপৰত সকলো এৰি জিৱন টো সন্দৰ কৈ পৰিচালনা কৰিবা বোলি আশা ৰাখিলো ভাইটি ।সুখি হোৱ ভৱিষ্যতলৈ ।ধন্যবাদ ।

  • @user-ej6nu2ln3x
    @user-ej6nu2ln3x 9 หลายเดือนก่อน +7

    পুৰুষ হৈ ইমান দুৰ্বল হ’লে কেনেকৈ হ’ব ঈশ্বৰে যি কৰে মঙ্গল কৰে ৷সত্যৰ সদায় জয় ৷

  • @banajitdas953
    @banajitdas953 9 หลายเดือนก่อน +12

    এনেকৈ কোনো মানুহৰ জীৱনক লৈ হেতালি খেলিব নালাগে। আপুনি ভাগৰি নপৰিব জীৱনত, এটা বেয়া সপোন দেখিছিল বুলি ভাবি পাহৰি পেলাওক সেই অতীতৰ সেই সময়বোৰ। এতিয়া সকলোবোৰ পাহৰি জীৱনত বহুত বেছি আগুৱাই যাওক আপুনি।.......

  • @rekhamonibordoloi8936
    @rekhamonibordoloi8936 10 หลายเดือนก่อน +21

    বহুত বেছি বেয়া লাগিল ভাইটি তোমাৰ কথাবোৰ শুনি । তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো। ভগৱানে মংগল কৰক তোমাক । এনেকুৱা যেন কাৰো জীৱনত নহওক.❤

  • @anuboruah4928
    @anuboruah4928 10 หลายเดือนก่อน +48

    ৰিচি তোমাক ভগৱানে সহায় কৰিলে সেই জনী অনা হলে গোটেই জীৱনটো ভুগীব লগিয়া হল হেতেন । তুমি মা দেউতা মুখলৈ চাই শান্তনা লোৱা ভগৱানে সহায় কৰিব । এদিন বশুত সুখী হবা । 😊😊❤❤❤❤😊❤❤❤❤

  • @likukalita6771
    @likukalita6771 9 หลายเดือนก่อน +56

    তাই সঁচা মৰম হেৰুৱালে.... তাইৰ জীৱনত কেতিয়াও সুখ নহয় ....সঁচা ভালপোৱা পাবলৈ ভাগ্য লাগিব...আমি যাক বেছিকৈ ভাল পাওঁ তেওঁ সদায় এনেকুৱা কৰে কিন্তু আমি হাজাৰ কষ্ট দিলেও সেই মানুহ জনক ভাল পাওঁ সেইটোৱে আমাৰ জীৱনৰ ভুল...ভালপোৱাই মানুহক শেষ কৰি দিয়ে...

    • @ddas6665
      @ddas6665 9 หลายเดือนก่อน

      Write

    • @user-oo2re7pq2q
      @user-oo2re7pq2q 5 หลายเดือนก่อน

      Hsa kotha

    • @madhusmitadeka6025
      @madhusmitadeka6025 3 หลายเดือนก่อน

      Xasa katha mor lagat o sem hal mor lagat rilestion t thakar Pisat o an ajonir lagat rilestion t asil mor lagat khelile

  • @TapanDas-bl2qe
    @TapanDas-bl2qe 9 หลายเดือนก่อน +8

    সচা প্রেমৰ পূৰ্ণতা বিয়া নহয় ।বিয়া সচাই আচৰিত যাৰ লগত লিখা থাকে তাৰ লগত হে হয়।
    মনে বিচৰা জন কম লোকৰ কপালত হে থাকে। সেয়ে আপুনি আপোনাৰ ভৱিষ্যত জীৱন গঢ়িবলৈ
    কৰ্ম কৰি যাক..... প্রেমৰ নামত আৱেগিক হৈ নিজৰ জীৱনটো ধ্বংস নকৰিব ...🙏🙏
    মিচা প্ৰেমৰ প্রলোভনেৰে নিজকে গঢ়াৰ,লগতে নিজৰ ঘৰখনকো গঢ়িবলৈ চেষ্টা কৰিছে।
    ....এক কথাত কবলৈ গলে তাই এজনী বেশ্যা লৈ পৰিণত হৈছে....৷
    🙏🙏🙏🙏🙏

  • @trishnakalita3501
    @trishnakalita3501 10 หลายเดือนก่อน +57

    ধেই মৰাৰ নাম নলবা ।জীয়াই থাকি দেখাই দিয়া তাইক । ভৱিষ্যত যাতে সকলোৰে আদৰ্শ হব পাৰা সেইটো দেখাই দিয়া । তোমাৰপৰা যাতেই সকলোৱে সাহস পাই সেইটো দেখাই দিয়া ।তুমি ইমান কমজৰি নহয় যে এজনী ছোৱালীৰ কাৰণে মৰি যাবা ভগৱানে যি কৰে ভালৰ কাৰনে কৰে ।হনুমান বাবা সদায় আছে তোমাৰ লগত ।

  • @Dewri11
    @Dewri11 10 หลายเดือนก่อน +84

    এনেকুৱা জহৰী বনৰী ছোৱালীক ভগৱানে সোনকালে পৃথিৱীৰ পৰা উঠাই লৈ যাওঁক

    • @assamesevedio6562
      @assamesevedio6562 10 หลายเดือนก่อน +1

      Hoi da bl bahut axa kri aso bee

    • @FarukAhmed-zz6gw
      @FarukAhmed-zz6gw 9 หลายเดือนก่อน

      Nai vhai lge enekwa swali kisuman ...nohole keneke korim 😂😂😂

  • @Music_barbie
    @Music_barbie 6 หลายเดือนก่อน +10

    এনেকুৱা এজন সঁচা প্ৰেমিক পোৱাটো সকলো ছোৱালীৰে সপোন ❤

  • @sanjibpegu5834
    @sanjibpegu5834 9 หลายเดือนก่อน +3

    সচাকৈ বাস্তৱিক কাহিনী এটা শুনি পালোঁ। এইখন অসমত ছোৱালীয়ে ল'ৰাক ৰেপ কৰি আছে কিন্তু কোনোৱে মাণি লব পৰা নাছিল। এতিয়া কি চলি আছে সকলোৱে গম পাইছে চাগৈ। ভাইটি যি কৰিছে ভগৱানে তোমাক ভালেই কৰিছে। নতুন জীৱন এটা আৰম্ভ কৰা চাবা জীৱন টো কিমান ৰঙীন হ'ব। সচা মনৰ মানুহ হোৱাৰ কাৰণে ভগৱানে তোমাক বচালে। ধৰ্য্য ধৰাৰ বাহিৰে একো উপায় নাই। ভৱিষ্যত উজ্বল কামনা কৰিলোঁ তোমাৰ। বহুত বেছি দুখ লাগিল।

  • @MotivationBeautystory234
    @MotivationBeautystory234 10 หลายเดือนก่อน +28

    খৃষি তোমাৰ দূখৰ কথাবোৰ শুনি মোৰ সচাই চকুপানী ওলাই গৈছে ।এনেকুৱা এজনী বনৰীয়া ছোৱালীৰ কাৰণে নিজৰ জীৱন ধংস নকৰিবা ।তুমি মৰিম বুলি কৈছা তেনেকুৱা কেতিয়াও নকৰিবা । এজনী অসভ্য,ব্যভিচাৰী ছোৱালীৰ কাৰণে তুমি নমৰিবা ভাই । তাতেই তুমি ঘৰখনৰ একমাত্ৰ লৰা সন্তান । তুমি মৰি গলে সেই অসভ্য ছোৱলীজনীৰ সতি একো নহয় ।খতি হব তোমাৰ মা দেউতাৰ । সেই অসভ্য ছোৱালী জনীৰ কথা যেনেদৰে কল্পনা কৰি তুমি কষ্ট পাই আছা ঠিক তেনেদৰে তুমি নহলে বা তুমি মৰি গলে তোমাৰ মা দেউতাৰ কি আলাই আথানি হব এবাৰ কল্পনা কৰাছোন । আল্লাই যি কৰে ভালেই কৰে ।অলপ কষ্টতে তোমাক তাইৰ পৰা আতৰাই আনিছে ভালেই হৈছে । নহলে বিয়া পাতি অনাৰ পিছত গোটেই জীৱন কষ্টত ভুগিব লাগিলহেতেন ।এতিয়া অলপ দিন কষ্ট পাবা । পিছত লাহে লাহে ঠিক হৈ যাব । শেষত আকৌ কৈছোঁ মৰাৰ কথা নাভাবিবা । সকলোবোৰ পাহৰি সুখী হোৱা শান্তিত থাকা । মা দেউতাৰ কথা ভাবি সকলোবোৰ পাহৰি যোৱা ।

  • @ritumonirajkhowa9592
    @ritumonirajkhowa9592 10 หลายเดือนก่อน +40

    আপোনি কেতিয়াও চিন্তা নকৰিব তাইৰ কাৰণে।কাৰণ সচা মানুহৰ কেতিয়াও বিপদ নহয়। আপোনাৰ ভবিষ্যত আছে। আপোনি নিজৰ পথত আগুৱাই যাওক। প্ৰেম চিনি নোপোৱা মানুহক কোনোবা প্ৰেমত পৰে নেকি। কঠিন হ'বলৈ শিকক।

  • @utpalggoi2.082
    @utpalggoi2.082 9 หลายเดือนก่อน +24

    চকু পানী ওলায় গল ওঁ মোৰ 🥺, শুনি দুখ লাগিল দাদা🥲 , এনেকুৱা কৰিব নেপায় কিন্তু ছোৱালী জনি , পাপ লাগিব তাইৰ , কেতিয়াও ভগৱান মাফ নকৰিব😣

  • @mkdyt5989
    @mkdyt5989 9 หลายเดือนก่อน +14

    মোৰ লগত ও এনেকুৱা হৈছিল 75% একে। বহুত কষ্ট পোৱা যায় আপোনাৰ দুখ বুজি পাইছোঁ মইও ভুক্তভোগী
    প্ৰেমৰ জালত যাতে আন বেলেগ কোনো নপৰে এবাৰ পৰিলে ওলায় অহা টো টান আৰু এই জাল ত জোন পৰিব দুৰ্বল মানুহে জীৱন ধ্বংস kori dib মই ভগৱান ৰ কৃপাত বাছি গলোঁ
    এতিয়া মই সাপ ক বিশ্বাস কৰিলে ও ছোৱালী ক বিশ্বাস নকোৰো
    আৰু প্ৰেম ভাল পোৱা ৰ পৰা বিশ্বাস বোলা বস্তু টো নাই আৰু
    সকলোৱে হাজাৰ বাৰ ভাবিব।
    যি জনি ছোৱালী য়ে বাৰে বাৰে দুখ দিয়ে ঢৌকা দিছে আকৌ বিশ্বাস লৈ লোৱা টো আমাৰ ভুল কিন্ত্ত আমি প্ৰেমত অন্ধ হৈ যাও যে
    আৰু এনেকুৱা ধৰণৰ ছোৱালী এ বহুত নিপুণ খেলয়ৈ কেনেকৈ খেলিব লাগে জানে মানে আপুনি ধৰিব e নোৱাৰিব
    আপোনাৰ এই ঘটনা আমাৰ আগত অৱগত kori বহুত ভাল কৰিলে বহুত তে সাৱধান হব পাৰিব আৰু বহুত লৰা অনেকে সম্পৰ্ক ত থাকিলে ওলাই আহিব পাৰিব আৰু সাৱধান হব পাৰিব আৰু বহুত কব বিচাৰোঁ কিন্তু নকওঁ আৰু
    দাদা আপুনি আগুৱাই যাওক যি হল বাদ diok আপুনি সঁচা ভাল পোৱা k ভগৱান e বচাই দিলে হনুমান মন্দিৰ ত গৈ বহি থাকে যে ইমান দুখ বোৰ লৈ গতিকে ভগৱানে ও আপোনাৰ বেয়া হব কেতিয়া ও নিদিয়ে আৰু নিদিলে ভগৱান ৰ স্বৰণ ত গৈ ঈশ্বৰ প্ৰতি থকা শ্ৰদ্ধা e আপুনি প্ৰেমৰ জাল ৰ পৰা উদ্ধাৰ কৰিলে ।দুখ লাগিল লাহে লাহে ঠিক হব সকলোবোৰ মনত পৰিব কথা বোৰ এটা সময় t sab ঠিক হৈ যাব ভগৱান r usrt pratharna কৰিছোঁ। ।

    • @rombhapatir
      @rombhapatir 3 หลายเดือนก่อน

      Muk lora ajon korile aneka same condition 😭😭😭

  • @manomatideka7004
    @manomatideka7004 10 หลายเดือนก่อน +25

    তোমাৰ কাহিনী টো শুনি আৰু তোমাৰ হিয়া ভঙা কান্দন দেখি
    সচাকৈ বহুট দুখ পাইছো ।
    তুমি শুনা ভাইটি তুমি আৰু নাকানদি বা তুমি তাইৰ লগত চেলেঞ্জ কৰা
    আন এজনী জীৱন লগৰী লৈ সুন্দৰ ঘৰ এখন পাট আৰু মা‌‌‍‌‌ ,দেউতাক সুক্ষি কৰা। আমাৰ আখীৰবাদ থাকিল তোমাৰ জীৱনলৈ এজনী খুবেই ভাল ছোৱালী আহিব।
    তুমি আজিৰ পৰাই তাইক গান কৰিবলৈ লোৱা ।
    তাই যেতিয়া তাইৰ‌‌ দেহৰ জৌৱন শেষ হ'ব তেতিয়া তুমাৰ সুন্দৰ সংসাৰ দেখি নিজকে ঘিন কৰিব।

  • @naziabegum4403
    @naziabegum4403 10 หลายเดือนก่อน +26

    ৰিছি তুমি তেনেকোৱা ছোৱালীৰ কাৰণে কোনোদিন দুখ নকৰিবা তুমি তোমাৰ মনটো ডাঠ কৰি সকোলো পাহৰি নতুন জীবন গঢ়িবলৈ চেষ্টা কৰিবা দেই.তুমি চুইচাটৰ কথা নাভাবিবা তোমাৰ মা-দেউতাক দুখ-ক’ষ্ট নিদিবা দেই ৰিছি.

  • @lakhibhadoi
    @lakhibhadoi 9 หลายเดือนก่อน +6

    পাপে চুব হেই জনিক । বন্ধু জীৱনটো গঢ়া কিবা এটা কৰা এনেকোৱাকে কৰা পৃথিৱী এ মনত থব তোমাক । মানুহৰ জীৱনত সূখ দুখ থাকেই দুখ থাকিলেহে সূখ কাক কৈ চিনিবা । প্ৰকৃতিকো লাগে দেখুন ৰদ বৰষুণ ।

  • @khatiaxomiya2400
    @khatiaxomiya2400 2 หลายเดือนก่อน +3

    rishi da apunar maa dewtar kotha alop vabibo ❤

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 10 หลายเดือนก่อน +204

    প্ৰতাৰণাৰ ফল এদিন তাই পাব‌ই। তুমি কান্দিব নেলাগে তেনেকুৱা এগৰাকী অসভ্য ছোৱালীৰ বাবে। এটা কথাত সুখী হৈছোঁ তোমাৰ জীৱনটো বাচি গ'ল।তাইৰ লগত নৰক যান্ত্ৰণা ভুগিলা হেতেন। ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে। এতিয়া মন বান্ধি নিজৰ কামত আগুৱাই যোৱা ।

    • @geetanjalideka1659
      @geetanjalideka1659 10 หลายเดือนก่อน +1

      Hoi ktha tu .. dada basi gl 🥺👍

    • @binusaikia2749
      @binusaikia2749 10 หลายเดือนก่อน +1

      Tumi maiki neki ajani Diwali karane kandisa

    • @physicswallah766
      @physicswallah766 10 หลายเดือนก่อน

      ​@@binusaikia2749 Diwali mane

    • @SubhajitMoran
      @SubhajitMoran 9 หลายเดือนก่อน +1

      '"সত্য সদায় জয় "'

  • @ridesafetywithsurajit1537
    @ridesafetywithsurajit1537 10 หลายเดือนก่อน +327

    Thanks for a big reality jss ba.....
    এটি কলংকিত অধ্যায়.........
    ৰিচি তোমাৰ ভাল হোৱাৰ কামনা কৰিলো.... সত্য কেতিয়াও ধাকিব নোৱাৰি তাৰ প্ৰমাণ দিলা।

    • @JerifaBegom123-du8gd
      @JerifaBegom123-du8gd 10 หลายเดือนก่อน +9

      Teneka suali pahori jua bhut vl suali paba vlke nijor Kam kra apunar val pua khosa asil jetia tar fol tai pabo

    • @anamikakalita8822
      @anamikakalita8822 10 หลายเดือนก่อน +4

      Sabe Rishi Rishi koi asa Kun hoi

    • @gojensonowal2182
      @gojensonowal2182 10 หลายเดือนก่อน +2

      Apuni brohut vl manur apuni brohut vl suwali paba

    • @islamuddinahmed6717
      @islamuddinahmed6717 10 หลายเดือนก่อน +1

      God bless u rieci .don t worry .

    • @user-dp8yx7fn3m
      @user-dp8yx7fn3m 10 หลายเดือนก่อน +2

      Taiku mata tair story tu dekhuwa. Yat gome puwa goise khi taik pabo nuwara babe bodnam korise.

  • @rajaxom3917
    @rajaxom3917 9 หลายเดือนก่อน +15

    অতীতক সুঁৱৰি ভৱীষ্যত নষ্ট নকৰিবা দাদা
    দাদা তুমি জীয়াই থাকিব লাগিব
    দাদা তুমি যুঁজিবলৈ লাগিব
    এজনী ছোৱালীৰ বাবে তুমি তোমাৰ ৰঙীন জীৱনটো কষ্ট নিদিবা দাদা

  • @gitalichutia997
    @gitalichutia997 9 หลายเดือนก่อน +2

    আপোনাৰ কথাবোৰ শুনি বহুত দুখ লাগিল । আপুনি এজনী ছোৱালীৰ কাৰণে জীৱনটো শেষ কৰি নিদিব।তাইতকৈ আৰু বহুত ভাল ছোৱালী পাব।

  • @mousumiborahchaliha1990
    @mousumiborahchaliha1990 10 หลายเดือนก่อน +124

    ৰিছি তুমি যদি সঁচাই ভাল পাইছিলা এদিন ভগৱানে তোমাক সঁচা ভালপোৱায়ে দিব কিন্তু তাই নহয় । তুমি বেয়া ছোৱালী কাৰণে জীৱন টো ধ্বংস নকৰিবা । মা দেউতা মুখলৈ চোৱা এবাৰ তেওলোকে তোমাৰ জীৱন দিছে তেওঁলোকৰ বাবে জীৱন টো নতুন কৈ সজাই লোৱা ।

    • @horekishnolahokor3026
      @horekishnolahokor3026 9 หลายเดือนก่อน +1

      ৰিচি আপোনাৰ জীৱন টো নতুন কৈ আৰম্ভ কৰক। পৃথিৱীত যদি ভগৱান আছে তাই নিশ্চয় ইয়াৰ পৰিণাম পাব। আপুনি মা দেউতা ক সুখী কৰি ৰাখোক

    • @tpmultimedia
      @tpmultimedia 9 หลายเดือนก่อน

      😢😢😢

    • @PoddarToyota-wq7jy
      @PoddarToyota-wq7jy 9 หลายเดือนก่อน

      Humm.. Thik koise

    • @moonmahanta6913
      @moonmahanta6913 9 หลายเดือนก่อน

      Rish xunilu tumar love❤ story br dukh lagil but he ain't toke sinta kri nathaki agoloi ag barhi juya bhogibane tumak mongol krib vl suali pabe tumi bhut mrmial good bless you take cair always Rish

    • @zone6197
      @zone6197 8 หลายเดือนก่อน

      যি হৈছে ভালৰ কাৰণেই হৈছে, আৰু
      যি হোৱা নাই সি অতি ভালৰ কাৰণেই হোৱা নাই।
      আগুৱাই যোৱা, শুভেচ্ছা জনালোঁ।

  • @debajitgogoi8102
    @debajitgogoi8102 10 หลายเดือนก่อน +51

    হেৰৌ বুৰ্বক গুবৰত ভৰি এটা সোমালে মানুহে ধুই পেলাই। তই অকৌ মূৰটো ভৰাব বিছাৰিছ।বৰ লেতেৰা গোন্ধাব। পলা তাৰ পৰা। পৃথিৱীখন বহুত ডাঙৰ। তোৰ শিকিবলৈ বহুত বাকী আছে। এইবোৰ জীৱনৰ অ আ ক খ ,মহাভাৰত পঢ়িবলৈ বহু বাকী।

    • @chanakyagogoi2500
      @chanakyagogoi2500 10 หลายเดือนก่อน +2

      Bor dhuniya kotha ekhar koly

  • @anismitabrown2238
    @anismitabrown2238 9 หลายเดือนก่อน +30

    তুমি কিয় কান্দিচা , তুমি এজন বুকুত সাহক থকা দেকা লৰা তুমি কিয় মানুহৰ হাৰিত নথকা এজনিৰ কৰনে মৰিবা। তুমি strong হোৱা আৰু আগলে আগবাঢ়ি যোৱা ।

  • @bijanjyotikalita8966
    @bijanjyotikalita8966 9 หลายเดือนก่อน +5

    কিমান নীচ হলে এনে কৰিব পাৰে 🥺 দাদা আপুনি চিন্তা নকৰিব চাই থাকক আপুনি move on কৰিব পাৰিব কিন্তু তাই চাওক জীৱনত কেতিয়াও নোৱাৰে শান্তি কেতিয়াও নেপাই ।। একনম্বৰ বেশ্যা আছিলে তাই ।। আৰু সম্পূৰ্ণ পৰিয়ালতো

  • @HimaSaikia-sh3uo
    @HimaSaikia-sh3uo 10 หลายเดือนก่อน +19

    বহুত দুখ লাগিল সঁচাকৈ তোমাৰ কথা খিনি শুনি ,তোমাৰ কথাতেই বুজি পোৱা গৈছে তুমি বহুত সৰল ,,,নিজক চম্ভালি লৈ জীৱনটো থিৰ কৰি আগুৱাই যোৱা ,, হয় ইমান সহজ নহয় তথাপি পাহৰি যোৱা এনেকুৱা ছোৱালী ক তোমাক দুখ হে দিলে হয় বিয়া হলেও

    • @asomiyabuwaripuja4537
      @asomiyabuwaripuja4537 10 หลายเดือนก่อน

      youtube.com/@asomiyabuwaripuja4537?feature=shared

  • @dollykalita9151
    @dollykalita9151 10 หลายเดือนก่อน +104

    তাইৰ নিচিনা চৰিত্ৰ হিনৰ দৰে আপোনাৰ জীৱনটো শেষ নকৰিব দাদা | মা দেউতাক ভালকে চাওঁক আৰু জীৱনত ভালকে আগ বাঢি যাওঁক | এদিন আপোনাৰ জীৱনত ভাল হ'ৱ আৰু তাই পাপৰ শাস্তি পাব |

    • @dipjyotimazumdar9743
      @dipjyotimazumdar9743 10 หลายเดือนก่อน +3

      Ai duniat pap puinno ako ni ,baya bilakore vl hoi dekho sesot

    • @user-il3oh1kc6c
      @user-il3oh1kc6c 10 หลายเดือนก่อน +1

      ৰিচি দাদা তোমাৰ ভাল দিন অহিব

  • @Abhiii878
    @Abhiii878 9 หลายเดือนก่อน +7

    আকৌ কৈ ভাল লৰা পালে হল..... বিশ্বাস অকল মা দেউতাক কৰিবা ❤

  • @khargeswarkalita4630
    @khargeswarkalita4630 9 หลายเดือนก่อน +10

    তুমি বহুত বেছি বিশ্বাস কৰিছা আৰু এতিয়াও আশাবাদী যেন লাগিছে। তাইৰ চৰিত্ৰ ৰ কথা জনাৰ পিছত ভুলটো তাইক মনত nakaribaa। তুমি জানি লোৱা তুমি অন্ধকাৰ জীৱনৰ পৰা ৰক্ষা পালা

    • @Faxfex149
      @Faxfex149 9 หลายเดือนก่อน

      Thik koisa

  • @upenchutia5100
    @upenchutia5100 10 หลายเดือนก่อน +55

    ৰিচি,তুমি দুখ কৰিছা ।দুখ নকৰিবা ।ধৈয্য ধৰা ।বুকুত সাহস বান্ধা। প্ৰথমে নিজকে বনাই লোৱা। পাছত বহুত হৃদয়বান ছোৱালীৰ লগত তোমাৰ বিবাহ হব ।নবৈ দশকত কলেজত পঢ়ি থাকোতে মোৰো অৱস্থা তোমাৰ দৰেই হৈছিল।ধনৱান হাতীৰ মালিক এজন পাই তিনি বছৰিয়া মোৰ ভালপোৱাক প্ৰতাৰনা কৰি আতঁৰি গৈছিল ।গম পাইছিলো শেষত গৈ সেই টোৱেও খাই বৈ আতঁৰি গল ।সেই সময়ত মইও পগলাৰ দৰে হৈ গৈছিলো । পাছত দেখিলো ,নিজক বনাই লোৱাটোহে আচল কথা। শেষত এখন এম ই স্কুলত চাকৰিত সোমাই এগৰাকী শিক্ষয়িত্ৰীৰ লগত বিয়া বাৰু কৰি ,টাউনত ঘৰ দুৱাৰ সাজি, নাতিনীৰ লগত খেলা ধুলা কৰি ,শান্তিৰে দিনবোৰ পাৰ কৰি আছো ।গতিকে কওঁ,ধৈয্যৰ ফল সদায়ে মিঠা ।

  • @dipakar7885
    @dipakar7885 10 หลายเดือนก่อน +28

    অতি দুঃখ জনক ঘটনা । আশা কৰো ভৱিষ্যতে দুই নম্বৰ জন ৰিচি বলিপথা নহওঁক তাৰেই কামনা কৰিলোঁ । কাৰণ এজন লৰা তেনেই সৰু কথাত চকুপানী নোলাই । কিমান দুখত কান্দি কান্দি কৈছে কথাখিনি শুনিয়েই অনুভৱ কৰিব পাৰিছো । শেষত এটাই কওঁ দোষী জীৱন অন্ধকাৰ হওঁক তাৰে কামনা কৰিলোঁ 🙏🙏🙏

  • @user-ep4re1ds1v
    @user-ep4re1ds1v 9 หลายเดือนก่อน +2

    Rishi তুমি বৰ ভাল ল'ৰা, এতিয়াও তোমাৰ সুন্দৰ জীৱনটো আছে। হয়তো তোমাৰ ৰাহু কেতুৰ বেয়া প্ৰভাৱ পৰিছিল বুলি ভাবা। আজিৰ পৰা সেই বেয়া প্ৰভাৱ বোৰৰ পৰা আতৰি আহিলা। তুমি কেলৈই তাইৰ কাৰণে অমূল্য জীৱন ধ্বংস কৰিবা। ভাবি ছোৱা , তোমাৰ মৰমৰ মা দেউতা ,ভাই ভণী আৰু বহুতো উজ্জ্বল জীৱনৰ সপোন আছে। গতিকে তাইৰ কথা পাহৰি বেলেগ এজনী কথা চিন্তা কৰা। তুমি জীৱনত এতিয়াৰ পৰা কেৱল সুফলেই পাই থাকিবা। পিতৃ মাতৃ ও পৰিয়াল বৰ্গ লৈ সুখ ও সুখ্যাতি আনিব পাৰিবা। ধন্যবাদ। তোমাৰ সফলতা কামনাৰে।

  • @user-nl7vv5vx6c
    @user-nl7vv5vx6c 9 หลายเดือนก่อน +3

    😢😢😢 বহূত দুখ পালো। কালনাগিনীজনী প্স্তাই প্স্তাই মৰিব।

  • @dharitridas1201
    @dharitridas1201 10 หลายเดือนก่อน +12

    এজন পুৰুসে তেতিয়া হে এজনী ছোৱালীৰ বাবে কান্দে যেতিয়া এজনী ছোৱালীক মাকৰ ঠাইত থৈ নিজৰ কৈ বেছি ভাল পোৱা আৰু সন্মান দিয়ে,,,,,,,,,,,,,,,,,,আপোনাৰ জীৱনত ঘটা ঘটনাটিৰ লগত হয়টো কোনোবা খিনিত মোৰ লগত ও মিল আছে ,,,,,,,

  • @user-do8ek6wn1m
    @user-do8ek6wn1m 10 หลายเดือนก่อน +68

    জীৱনত Rj পাহি বা প্ৰেম কাহিনী বহুত শুনিছো আজিলৈকে এনে কুৱা কাহিনী শুনা নাছিলো 😢😢দুখৰ কথা কি কম ভাই তোমাৰ কথাখেনি শুনি মোৰে চকুৰ পানী ওলাছে বহুত বেয়া লাগিল

  • @asongjamir5091
    @asongjamir5091 9 หลายเดือนก่อน +15

    This was so Intense. I could feel it. Don't worry Bro, you didn't lose anything. Its her , who lost a Gem in this Selfish World. The Love you have for her is beyond Comparison. But she didn't deserve it. I know it hurts like hell but you got this, You can do it. This is Not the End of the World. Dont lose hope in Life. You have a Beautiful Heart ..🫡Just Let go n live Life to the Fullest without forgetting the Lesson she taught You. Life is all about Karma .There is a Supreme Power Above us. Lots of Love from Nagaland.

  • @UkhamonidewriUkhamonidewri
    @UkhamonidewriUkhamonidewri 9 หลายเดือนก่อน +1

    সচাই কথা খিনি খুনি বহুত দুখ লাগিল এনেকোৱা ছোৱালী নে ছি ইমান ভাল দাদা যন আৰু কথা খিনি খুনিয়ে গম পোৱা গৈছে যে কিমান সচা অন্তৰে ভাল পাইছিল আৰু ইমান বোৰ কথা গম পোৱাৰ পিছত ও তাইক দাদা যনে ইমান সহজ ভাবে লৈ ভাল পাইছিল তাৰ পিছতো এনেকোৱা কৰিলে এনেকোৱা যাতে আৰু কাৰো লগতে নহয় 😢😢 আৰু হয় সচা অন্তৰে ভাল পোৱা মন হে যানে কিমান কচতকৰ 😢😢😢😢 মই মাথো দাদা যনক এতা কথাই কম দাদা আপোনি কেতিয়াও হাৰি নাজাব 😊 আপোনাৰ জীৱন তো বহুত বাকি আছে 😊হয় যানো যে সচা ভাল পোৱা এনেকৈ এৰা বহুত কচতকৰ 😢

  • @renubaishya6653
    @renubaishya6653 10 หลายเดือนก่อน +30

    ল'ৰা জনক কৈছোঁ তুমি কান্দি নাথাকিবা আগলৈ তোমাৰ ভাল হ'ব ভগৱানে তোমাক পৰীক্ষা কৰিছে আশীৰ্বাদ কামনা কৰিছোঁ জয় গুৰু শংকৰ।

  • @ourlivecircle8014
    @ourlivecircle8014 10 หลายเดือนก่อน +8

    ইন্টাৰনেটৰ যুগত হৃদয় নহয় নেটপেকৰ প্ৰয়োজন হয় মনত ৰাখিৱা !! নেট পেক থকালৈকে চলি থাকিৱ শিষ হলেই আকৌ ৰিচাৰ্জ ,এয়াই প্ৰেমৰ সংজ্ঞা এতিয়া.🙏

  • @user-uf8eb1im5e
    @user-uf8eb1im5e 9 หลายเดือนก่อน +4

    লৰা হৈ সাহস নেহেৰুৱাব দাদা। নিজৰ কথা ভাবক। কথা খিনি শুনি চিনেমা ৰ কাহিনী যেন
    লগিলে। বহুত দুখ লগিলে।

  • @jyotikamoran1175
    @jyotikamoran1175 9 หลายเดือนก่อน +8

    ইমান কথা জানি তুমি কিয নিজক শেষ কৰা কথা কৈছা তুমাৰ জীৱনৰ পৰা আতৰি গৈছে ভালে হৈছে দুখ নকৰিবা তাইক বিয়াৰ কৰিলে ইয়াত কৈ বহু কষ্ট পাবা

  • @mrinalkumar8736
    @mrinalkumar8736 10 หลายเดือนก่อน +10

    ঋষি তোমাৰ কাহিনী শুনি বৰ দুখ লাগিলে । এতিয়া তুমি এনেদৰে ভাঙি পৰিলে নহব তুমি ভাল লৰা হৈ দেখুৱাই দিয়া তাই কাৰ লগত কিমান সুখী হয় তুমি চাই থাকা হীলী নাযাবা । এনেদৰে এটা সময়ত প্ৰৱঞ্চনাৰ বলি ময়ো হৈছিলো । মই কিন্তু হাৰি যোৱা নাই ।মোক যথেষ্ট সহায় কৰিলে। একমাত্ৰ ভগৱানে কিন্তু লাগিব কেৱল বিশ্বাস আৰু ধয্য কথা বোৰ পাহৰিব নোৱাৰি ঘৰত কোন কোন আছে ।আমি একে পথৰ পথিক কিবাকৈ জীয়াই আছো।

  • @manibankalitanath3648
    @manibankalitanath3648 10 หลายเดือนก่อน +65

    জীৱনত কিছু ঘটনা এনেদৰে ঘটি যায় । যিটো খুবেই বেদনা দায়ক। সত্যত তুমি আছা ভগবান তোমাৰ সহায় হব । হয়তো মানসিক যন্ত্ৰণা কিছু পাবা। এটাই সত্য ভগবানে যি কৰে ভালৰ কাৰণেই কৰে। যিটো বেয়া বস্তু সেইটো তোমাৰ পৰা আতৰাই নিয়া হৈছে এয়াও হয়তো নেদেখা জনৰ দ্বাৰাই হৈছে । সেয়ে এই ঘটনাটো জীৱনৰ এটা বেয়া অধ্যায় বুলি পাহৰি যোৱা। তোমাৰ জীৱনলৈ শতগুণে ভাল এজনী জীৱন সংগী আহিব। তুমি প্ৰথমে অন্তৰৰ পৰা ছোৱালীজনীৰ প্ৰতি থকা ভালপোৱা ত্যাগ কৰা । তোমাৰ লগত মা দেউতা আছে ।

  • @pkrsongs3382
    @pkrsongs3382 9 หลายเดือนก่อน +2

    আপুনি সেইজনী ছোৱালীক পাহৰি যাওক মৰি যোৱা বুলি ভাৱক । আপোনাৰ কামত ফোকাছ কৰক আপোনাৰ ভৱিষ্যত ভাল হওক তাকে কামনা কৰিলোঁ।

  • @SubhajitMoran
    @SubhajitMoran 9 หลายเดือนก่อน +16

    এদিন নিশ্চয় আপোনীএগৰাকী সতী সাধনী জীৱন সংগী বিছাৰি পাব ।এয়া মোৰ আশীৰ্বাদ ।

  • @karnakamaldutta
    @karnakamaldutta 10 หลายเดือนก่อน +108

    আজি যি পৰিস্থিতি লৈ কান্দিছা বা দুখ কৰিছা এটা সময়ত গৈ এইবোৰ মনত পৰিলে হাহিঁ উঠিব তোমাৰ এদিন চাই থাকা ভাই। ইমান দুৰ্বল নহবা ভাই আজিৰ দিনত গিলি পেলাব এচাম মানুহে। আৰু এটা কথা এইবোৰ কথা ৰাইজৰ মাজত কৈ নিজৰ দুৰ্বলতা খিনি হে দেখাইছা নিজৰ। karma ত বিশ্বাস ৰাখা ভাই। ভগৱানৰ ছাগে ভাল plan এটা আছে তোমাৰ কাৰণে।

    • @Barasarane
      @Barasarane 10 หลายเดือนก่อน

      Akdm right koise apuni

  • @moinaborah1495
    @moinaborah1495 10 หลายเดือนก่อน +32

    মানুহে কয় ল'ৰাই সঁচা ভাল নাপায় কিন্তু প্ৰেমৰ ক্ষেত্ৰত লৰাই সদায় কান্দিব লগীয়া হয়😢 ছোৱালীৰ বোৰে কিয় মিচাঁ প্ৰতাৰনা কৰিৱ লাগে 😌
    ❤from Dhemaji 💖

    • @rohitchetry4372
      @rohitchetry4372 10 หลายเดือนก่อน +2

      ছোৱালী ও কান্দিব লগা হৈ দাদা , পাগলৰ দৰে হৈ পাইছোঁ , ভৰিত ও ধৰিচিলো 😔😭

    • @moinaborah1495
      @moinaborah1495 10 หลายเดือนก่อน

      @@rohitchetry4372 mrm vl puwa hbo lge ata relationshipot

  • @jungogoi7735
    @jungogoi7735 9 หลายเดือนก่อน +2

    সচাঁকৈ বৰ দুখ লাগিল কথাবোৰ শুনি😢😢

  • @Ajit_nita_official
    @Ajit_nita_official 9 หลายเดือนก่อน +2

    ভাল‌পোৱা অন্ধ হয়, উদাহৰণ স্বৰূপে বুজি পালো আপোনাৰ প্ৰেম কাহিনী শুনি

  • @Elumoni
    @Elumoni 10 หลายเดือนก่อน +42

    তাইৰ বাবে কিয় কান্দিছা,বদমাচি তাই,তুমি চিনি পোৱা দেৰি হ'ল তোমাৰ,ভাল ছোৱালী পাবা ,তোমাৰ সচাঁ মৰম ভাল লাগিল। আজিকালি পাবলৈ নাই এনেকুৱা মৰম।

    • @rubidas6138
      @rubidas6138 10 หลายเดือนก่อน +2

      তুমিও টো অন্যায় কৰিছা তোমাৰ মা দেউতাৰ ওচৰত।এই সুদীৰ্ঘ সময়ছোৱাত তোমাক লৈ তোমাৰ মা দেউতাই কিমান কষ্ট পাইছিল।আজি তুমি মৰাৰ কথা কৈচা কিন্তু সেইটো কৰিলে তোমাৰ মা দেউতাই পোৱা কষ্ট ক তুমি আজি অনুভৱ কৰা আৰু কি কৰিব লাগিব তাক তুমি নিজে বিবেচনা কৰা।বাকী মা কামাখ্যা সদায় তোমাৰ লগত থাকিব।

  • @rameswarmalakar4898
    @rameswarmalakar4898 10 หลายเดือนก่อน +20

    যিখিনি শুনিলো বৰ দুখ লাগিল ম ই এগৰাকী মা হ ও সকলোবোৰ বাদ দি তোমাৰ মা দেউতা আছে তেওঁলোকৰ আশীৰ্বাদ আজীৱন থাকিব নতুন কৈ জীৱন তো সজোৱা ইমানতে তুমি বাচি গলা তোমাৰ আগলৈ বহু ভাল হোৱাৰ কামনাৰে,::::::;;;;;;;;;;মা হিচাপে

  • @nizaraborah8246
    @nizaraborah8246 9 หลายเดือนก่อน +3

    নিজৰ জীৱনটোক আগতে ভাল পাবা তেতিয়াহে জীৱন সাৰ্থক হ’ব

  • @kumarparaawc9491
    @kumarparaawc9491 9 หลายเดือนก่อน +2

    এৰি যোৱা টোভালেই তোমাৰ বাবে ।ভবিষ্যতে আগবাঢ়ি যোৱা।

  • @jintukumarnath1923
    @jintukumarnath1923 10 หลายเดือนก่อน +18

    ভাই এইটো তোমাৰ জীৱন ..তুমি সাহসী হোৱা..তোমাৰ কাৰণে তাই নাছিল,সেই কাৰণে তোমাৰ নহল..তুমি বাছি গলা..জীৱনটো নতুনকৈ উদযাপন কৰা.ভাল হওঁক তোমাৰ..এজনী ভাল জীৱন সঙ্গী পোৱা তাৰে কামনাৰে

    • @pranitadas8206
      @pranitadas8206 10 หลายเดือนก่อน +1

      Rishi tumar kothabur xuni saku pani olai goise 😭kintu tumk atai kotha kou tumi tair karone ketiao vul poth nloba tumi bhut khahoki hoi tair agot tumi vl manuh hua vogoban ase tumar lgot tair xasti tai nijei pabo.axar kotha ase nhoi ji hoi valor karone hoi pahori jua sb ma deutar axirbad loi xodai aguai jua.

  • @queenrani7261
    @queenrani7261 10 หลายเดือนก่อน +38

    Heart touching story 🥺🥺bohut dukh lagil dadar story tu xuni..apuni har namanibo bhogobanr uport vishakh rakhok ji hoi vlr krnei hoi to jar life ot apunar aku value a ni tair krne kandi aku lv ni...aapuni bohu gune vl suwali pabo...ghoror ekmatro hontan to jonmo diya maa deutar ktha vaba...tmi nhle hehote kenekoi thakibo tmr lgte maa deutaiu dukhot ase krn nijr hontanok dukhot thokatu kunu maak deutake nibisare... bhogobane tumar mongol korok 🙌 love from Guwahati noonmati ❤❤❤

  • @himasritalukdar809
    @himasritalukdar809 9 หลายเดือนก่อน +1

    Bapre bap story 💔 salute you boss

  • @dadulsaikia6561
    @dadulsaikia6561 9 หลายเดือนก่อน +2

    Risi tumi bahut val ontoror lora vagi noporiba ma deuta ase tumar

  • @baputibaro2582
    @baputibaro2582 10 หลายเดือนก่อน +28

    You need not cry for her, you are lucky because you have saved your self,may God bless you.

  • @rituparnapathak1932
    @rituparnapathak1932 10 หลายเดือนก่อน +47

    নিজৰ মা দেউতা ৰ কাৰণে জীয়াই থাকক। এনেকুৱা চৰিত্ৰ হীন ছোৱালীৰ কাৰণে নিজৰ জীৱন টো শেষ নকৰিব। ভাল হওঁক আপোনাৰ। ভাল আৰু সঁচা জীৱন সংগী বিচাৰি পাওক।

    • @arunkumargupta4869
      @arunkumargupta4869 10 หลายเดือนก่อน +1

      no need to repeat suuch type of character give up yu dear fromjht

    • @pankajmakrari7981
      @pankajmakrari7981 10 หลายเดือนก่อน

      😢😢😢😢

  • @nurboxalinur7218
    @nurboxalinur7218 9 หลายเดือนก่อน +1

    দাদা, আপুনি সচা প্রেমিক। আ্পোনাক ছেলুট। আপুনি‌ আগবাঢ়ি যাওক....

  • @rinkudas9450
    @rinkudas9450 10 หลายเดือนก่อน +17

    সেই ছোৱালীজনীৰ কাৰনে তুমি নিজৰ জীৱন ধংস নকৰিবা । তুমি আগুৱাই যোৱা দাদা সময়ে তোমাক কৈই দিব তুমি কাৰ হবা আৰু কোন তোমাৰ হব।❤ From jorhat

  • @ritasaikia8322
    @ritasaikia8322 9 หลายเดือนก่อน

    Aponi ajoni honest swali life partner hisape pabo nichoi God bless you

  • @success_mindmanstar
    @success_mindmanstar 9 หลายเดือนก่อน +2

    আপোনাক ভগৱানে ভালে ৰাখক তাৰে প্ৰাৰ্থনা কৰিছোঁ।।।।

  • @bbsgaming5156
    @bbsgaming5156 10 หลายเดือนก่อน +33

    ইশ্বৰৰ বাহিৰে কতো শান্তি নাপাবা ৷তোমাৰ দৰে মোৰো একেই হৈছিল কৃষ্ণৰ চৰনত যোৱা সকলো ঠিক হৈ যাব ৷মইও তোমাৰ দৰে চকুপানী ৰাখিব নোৱাৰিছিলো আৰু এতিয়া মোক কোনো দুখেই পৰাস্ত কৰিব নোৱাৰে ❤ৰাধে ৰাধে❤

    • @sangitasaikia2927
      @sangitasaikia2927 10 หลายเดือนก่อน +1

      Radhe radhe

    • @bbsgaming5156
      @bbsgaming5156 10 หลายเดือนก่อน

      @@sangitasaikia2927 ৰাধে ৰাধে

    • @nashekiduniya1007
      @nashekiduniya1007 9 หลายเดือนก่อน

      Bbsgaming 5156 shree krishna putekor nam ki asil ko son😂😂😂😂

    • @bbsgaming5156
      @bbsgaming5156 9 หลายเดือนก่อน

      @@nashekiduniya1007চাম

    • @bbsgaming5156
      @bbsgaming5156 9 หลายเดือนก่อน

      @@nashekiduniya1007 ইশ্বৰ কৃষ্ণৰ পুত্ৰৰ নামে তোমাক কি সহায় কৰিব ?

  • @MoniGogoi-fm3hx
    @MoniGogoi-fm3hx 10 หลายเดือนก่อน +9

    বৰ ভাল লাগিল তোমাৰ কথাখিনি শুনি জীৱনত এনে এজন ব্যক্তি পাবলৈ কপাল লাগিব। তুমি বহুত ভাল লৰা চিন্তা নকৰিবা ভাল দিন আহিব।

  • @bishaldas3964
    @bishaldas3964 9 หลายเดือนก่อน +1

    দাদা যি হয় হেনো ভালৰ বাবেই হয়,মুঠতে আপুনি এইবোৰ লেতেৰা ঐতিত পাহৰি বৰ্তমানক আঁকোৱালি লৈ আগবাঢ়ি যাওক,,,, আপোনাৰ ভাল হব।

  • @sangitakalita8375
    @sangitakalita8375 9 หลายเดือนก่อน +1

    Tomar dare lorak val paboli vaigo lagibo... Ji tai nubujile tomar xasa val powak... Dada Tomi atiya aebur vabi nathakiba jibon tu tomar Tomi tumar ma dautar katha vabi jibon tu aguwai niya... Tai ari gol ki hol tait koi val kunuba roi ase .. Jun suwali ahibo tomar life ot bohut happy hoba..xukhi huwa Dada tomi....🙏🏻🙏🏻🙏🏻

  • @abhigamer9193
    @abhigamer9193 10 หลายเดือนก่อน +13

    তোমাৰ কথাখিনি শুনি বহুত দুখ লাগিল‌‌একো‌ চিন্তা নকৰিবা‌ ‌ সকলোখিনি ভগবানৰ ‌ওপৰত‌ এৰি দিয়া।,

  • @harishkumardeka7218
    @harishkumardeka7218 10 หลายเดือนก่อน +83

    তুমি শ্ৰীহনুমান বাবাৰ মন্দিৰত গৈ আছিলা। বাবাই তোমাৰ লগত অন্যায় হোৱাতো কেতিয়াওঁ বিচৰা নাছিল বাবে এনেকুৱা ছোৱালীৰ পৰা আতৰাই আনিছে। গতিকে তুমি সাহসী হোৱা।
    তাই যদি তোমাক ঠগাই আছে, তেতিয়াহলে তুমি কিয় আঁতৰি অহা নাই। মা-দেউতাক লৈ সুখী হব চেষ্টা কৰা ভাইটি।
    ছোৱালী জনীয়ে তোমাক একো কৰিব নোৱাৰে।
    জয় শ্ৰীৰাম, জয় শ্ৰীহনুমান বাবা ।🕉️🕉️

    • @samendeka4735
      @samendeka4735 10 หลายเดือนก่อน +1

      Right

    • @Luckysaha648
      @Luckysaha648 10 หลายเดือนก่อน +1

      Jai Shree Ram ♥️🤞

    • @Luckysaha648
      @Luckysaha648 10 หลายเดือนก่อน +1

      Jai Shree Ram ♥️🤞

    • @Luckysaha648
      @Luckysaha648 10 หลายเดือนก่อน +1

      Jai Shree Ram ♥️🤞

    • @bolinch.hazarika5151
      @bolinch.hazarika5151 10 หลายเดือนก่อน +1

      Prabhu shree ram, laxman, sita mata ki jai.
      Mahabir ki jai ho
      Jai shree ram

  • @Dhemajirsampriti
    @Dhemajirsampriti 9 หลายเดือนก่อน +1

    Bhagawane ji kore hodai bhal kore dada ❤ stay strong ❤

  • @axomiacutie
    @axomiacutie 9 หลายเดือนก่อน +1

    কোনো এজন মানুহে ছোৱালী জনিক ভাল বুলি কোৱা নাই আৰু মই ও নকওঁ, ইমান মানুহৰ শাও পাত তাইৰ গাত ভালকৈ লাগিবই,জীৱনত সুখ নহয় এ বাৰু তাইৰ কেতিয়াও,মিছা কথা কওঁতে তাইৰ দেউতাক পিছদিনাই মাৰা গৈছে,, মিচাতে ভাগিন কেইজনৰ বিষয়ে খপত খাই সিহঁতৰ জীৱনত দুখ আনিব তাই,,ইমান পাপি ছোৱালী থাকিব পাৰে নে,,নিজৰ দেহাটো সকলোকে কেনেকৈ এৰি দিব পাৰে ooooo,,হে ভগৱান😢

  • @ddcreations1049
    @ddcreations1049 10 หลายเดือนก่อน +7

    তেনেকুৱা চৰিত্ৰহীনা ছোৱালীৰ পৰা আতৰি আহি নিজৰ জীৱন ৰক্ষা কৰক ৷ জীৱনটো ভালদৰে আগুৱাই লৈ যাওক , সুখী হওক

  • @sahenforzana7265
    @sahenforzana7265 10 หลายเดือนก่อน +39

    মাক চাই জীয়েক, মাকৰ স্বভাৱ বেয়া কাৰণে, জীয়েকৰ বেয়া , দাদা তুমি নিজৰ ঘৰৰ কথা ভাৱি একো বেয়া কাম নকৰিবা......

  • @deepaffyt_98
    @deepaffyt_98 9 หลายเดือนก่อน

    সচাকৈ কথা বোৰ শুনি বহুত দুখ লাগিল ছোৱালী সকলত কৈ এনেকুৱা নকৰিবা ল'ৰা ক।

  • @Johamal
    @Johamal 9 หลายเดือนก่อน +1

    Anekuwa suwali jate sobe pai .
    Bhogobanok 🙏 korim 🤧

  • @rumiborah7914
    @rumiborah7914 10 หลายเดือนก่อน +277

    ভগৱানে তাইক কেতিয়াও ক্ষমা নকৰে। এনেকুৱা নীচ চৰিত্ৰৰ ছোৱালী বাদ দিয়া ।তাইক বিয়া কৰালে তোমাৰ জীৱন অশান্তি হ'ব । তুমি নতুনকৈ জীৱনটো আৰম্ভ কৰা । তোমাৰ ভৱিষ্যত জীৱন সুখৰ হ'ব। ইমান মানসিক কষ্ট দিয়াৰ বাবে তাই শান্তি নাপাব । তোমাৰ চকুপানী দেখি নিলিখি নোৱাৰিলোঁ।

    • @kalpanarai77M
      @kalpanarai77M 10 หลายเดือนก่อน +2

      right🙏

    • @SudarkhanRajbongshi
      @SudarkhanRajbongshi 10 หลายเดือนก่อน +3

      Right

    • @parinitatalukdar1927
      @parinitatalukdar1927 10 หลายเดือนก่อน +1

      Right

    • @THG953
      @THG953 10 หลายเดือนก่อน +1

      Ekhet kon hoi rumi baideu... Korobat dekha dekha jen lagil

    • @kishorbarman8531
      @kishorbarman8531 10 หลายเดือนก่อน

      Right 👍

  • @AnuSonowal-pk6zv
    @AnuSonowal-pk6zv หลายเดือนก่อน

    ভাইটি ৰিশি এদিন তোমাৰ জয় হ'ব 💪❤❤❤❤

  • @pranitadas1039
    @pranitadas1039 9 หลายเดือนก่อน

    Tai xasti pabo dada ...........tumi dukh nokoriba aru tumr ma dewta ase xehotr karone jiya thka aru ag barhi juwa taik dukhuwai dia je tair abhihone tumi solibo para .......god bless you da

  • @Wwk2197
    @Wwk2197 10 หลายเดือนก่อน +7

    আপোনাৰ লগত সদাই ভগৱান থাকিব কাৰণ আপুনি এজন বহুত চিধা লৰা আৰু এজন সৎ মনৰ বেক্তি,,,সদাই ভগৱান ক পাৰ্থনা কৰক আৰু মা দেউতা যতন লওক

  • @abhiduttaabhidutta167
    @abhiduttaabhidutta167 10 หลายเดือนก่อน +129

    মানুহে কয় ল'ৰাই সঁচা ভাল নাপায় কিন্তু প্ৰেমৰ ক্ষেত্ৰত লৰাই সদায় কান্দিব লগীয়া হয়😢

    • @ilovemytravel9681
      @ilovemytravel9681 10 หลายเดือนก่อน +3

      Right

    • @manowarhussain7803
      @manowarhussain7803 10 หลายเดือนก่อน

      Xosakoi o ...

    • @armanhussain8598
      @armanhussain8598 10 หลายเดือนก่อน

      Right

    • @sumayaDM
      @sumayaDM 10 หลายเดือนก่อน

      বহুত ছোৱালীয়ে এতিয়াও কান্দি আছে, কেৱল ৰাজহুৱাকৈ প্ৰকাশ নকৰে

    • @abhiduttaabhidutta167
      @abhiduttaabhidutta167 10 หลายเดือนก่อน +1

      @@sumayaDM চাওক লৰাই কান্দিব লাগে বুলি কোৱাৰ কাৰণ আছে কাৰণ ছোৱালী এজনীয়ে পতককৈ move on koribo pare but লৰা এজনৰ move on কৰিবলৈ গোটেই জীৱন লাগে নহলেও তেওঁ বেয়া বস্তুত মূখ দিয়ে আৰু sob suwali akai nhoi dei হয় ছোৱালী জীৱনটো দুখ থাকে but সেইদুখ চিৰস্থায়ী নহয়

  • @Rocky-wt3md
    @Rocky-wt3md 9 หลายเดือนก่อน +1

    Kamakhya Maa blessed you...
    Xei suwali joni aru tair makok ekdom beya vaxaidi moi rendi buli kolu duyuke.. Poisa r krone emn tolot namibo pare ne.. Ehote lora bilak r life dhonkho kori ase.. Sabo sn.. Oha 1 mah r vitorot tai enekuwa dukh pabo je tai life tu ses hoi jabo.. Postabo xihote.. Saba xokoluwe

  • @runjundas9056
    @runjundas9056 10 วันที่ผ่านมา

    মানুহৰ জীৱন বহু মূল্যৱান ঋশি। এনেকুৱা মানুহৰ আকৃতিত পিশাচিনীৰ হৃদয়ত হৃদয় মিলাই সংসাৰৰ জালত নপৰাকৈ ভগৱানে বচোৱাৰ বাবে ভগৱানক ধন্যবাদ জনালো। পৃথিৱীত সঁচা প্ৰেম কৰা সকলৰ দুখৰ অন্ত নাই। কিন্তু সেই বুলি কান্দি থাকিলে নৰ পিশাচিনীহতে বৰ আনন্দ পাব দেই।😂😂

  • @sangita_das1
    @sangita_das1 10 หลายเดือนก่อน +6

    বহুত দুখ লাগিল, তাই তোমাৰ মৰমৰ যোগ্য নহয়। তোমাৰ অৱস্থা দেখি কবলৈ একো ভাষা নাইকিয়া হৈ গৈছে, কিন্তু তোমাৰ জীৱনটো বাছিল এগৰাকী অসৎ যুৱতীৰ পৰা। ইমান মৰম দিয়াৰ পাছত তাই তোমাৰ জীৱনক লৈ যি খেল খেলিলে তাৰ ফল তাই এদিন ভালকৈ পাব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তুমি সুখী হোৱা।

  • @khiruddaflari3083
    @khiruddaflari3083 10 หลายเดือนก่อน +9

    আপোনাৰ কথা বোৰে মোৰ অতীতলৈ ঘূৰাই আনি সেই দুখ লগা ছবি খন মনত পেলাই দিলে।কি যে দুৰ্ভগীয়া আমাৰ লৰা মানুহৰ জীৱনটো।যিটো সময় মই এটা সময়ত অতিবাহিত কৰি আহিলো।এনেকুৱা কথাবোৰে মোৰ হৃদয় চুই যায়।মোৰ সাত বছৰ ভাল পোৱাৰ পিছতো দুৰ্ভাগ্যই মোৰ এনেকুৱা পৰিস্থিতি কৰিলে।এনেকুৱা ঘটনা যেন কাৰো লগত নহয় মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।দাদা আপুনি এজন সৎ সাহসী সৎ মনোবলৰ মানুহ অতীতৰ কথাবোৰ পাহৰি কামত ভালকৈ মন দিয়ক মই ভুক্তভোগি হিচাবে আপোনাক অনুৰোধ কৰিছোঁ দাদা।

  • @kdra29
    @kdra29 9 หลายเดือนก่อน +1

    Please... my request Rishi bro... Never accept rndy... Your Mother n Father waiting for u... Rndy is very emotional... Remember... Rishi tumi vaba nki tai happy hoi aase... Baal r happy hoi aase,, tai big rndy hoi,, Rishi tumak bohut beya pam jodi he tumi tair nisina rndy ajonik aakowali luwa,, God ya tumak bosale,, Rishi tumak Maa Deuta ye wait kori aase so tumi Maa Deuta r osrt juwa,, Real Love means Maa Deuta Dada Vaiti Ba Vonti mane nijor family nijor real love,, Remember everyone...