মৃণাল তালুকদাৰৰ সৈতে ড০ হিমন্ত বিশ্ব শৰ্মা ||
ฝัง
- เผยแพร่เมื่อ 18 ก.ค. 2023
- ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতীয় চিনাকিৰ পাছত, হিন্দু নে অসমীয়া?
‘অসমীয়াৰ আৱেগক মই অকণো গুৰুত্ব নিদিও’
‘মিঞাই সকলোতে আগবাঢ়িছে, আমি মাথোঁ আৱেগিক’
‘১৫-২০ বছৰলৈ বিজেপিৰ কোনো competition নাই’
সোণোৱালৰ লগত মোৰ confrontation নাই competition আছে
ড০ হীৰেন গোহাঁইক expose কৰাই মোৰ কাম, আৰু কৰি যাম
যোৱা ১৬ বছৰে ড০ গোহাঁইৰ বিৰোধিতা কৰিছো
ড০ গোহাঁইৰ appointment পালে -জনসম্পৰ্কৰ কাৰণে ঘৰলৈও যাম
মৃণাল তালুকদাৰৰ সৈতে ড০ হিমন্ত বিশ্ব শৰ্মা
#HimantaBiswaSarma #assamnews #assamcm #cm #PratidinTime #BISLESHAN
মৃণাল তালুকদাৰে বৰ ভালদৰে Interview ললে। কথাবোৰ ভালদৰে আলোচনাও কৰিলে❤
প্ৰথম বাৰৰ বাবে প্ৰতিদিন ত দেখিছোঁ,,
সুন্দৰ আলোচনা। ভাল লাগিল
সুন্দৰ আলোচনা অসমৰ উন্নতিৰ বাবে এয়া যোগাত্মক দিশ ৷
বৰ সুন্দৰ আৰু ইতিবাচক কথোপকথন ৷ধন্যবাদ ৷
মামা দৰেই ময় ধাৰ লৈ ঘৰ ঢলাই আছো দেই
মামাৰ পৰাই শিকিলা নিকি
¹1df😅😮😢@@RanjanDey123
Thank you
Excellent 👍
Thanks cm
প্ৰাদেশীকৃৃত টিউটৰ সকলক শিক্ষকৰ ময্যদা দিয়ক
চেনেল কেইটাই টকা অলপ কামোৱাৰ সুবিধাটো লৈ ল'ওক। মিছলীযাটোৰ কথা কিমান শুনিব, ইলেকচনৰ এডভাৰটাইজটো কৰাৰহে সুবিধা দিছে আপোনালোকে ।বাপুৰাই অলপ অলপ টকা দি এই কেইদিন তামাম চেনেলত মিছা কথাৰ ফুলজাৰি মাৰি আছে বদৰুদিনৰ ভাইজানে। বপুৰাৰ কালেকচনৰ কাম কৰা ছোৱালীজনীৰ খবৰবোৰ নোহোৱা কৰিলে ,সকলো মেনেজ হ'ল যেতিযা লোকসভাৰ ইলেকচনলৈ অলপ লৈ সহায কৰি দিযক। নকল টকা, নকল সোণৰ বেপাৰৰ কমিছনৰ টকাবোৰ আছে নহয, মেনেজ মাষটাৰে দি দিব নহলে দালালিৰ টকাবোৰ আৰূ নিজে কিমান ৰাখিব। টকাৰে টকা ধৰিব জানে দিযক, নামবাৰ এক, মানে দালালিৰ। সেইকাৰণেইটো সৰু সৰু দালালবোৰ নোহোৱা কৰি লৈ নিজৰ মানুহ বহাই দিছে সকলোঠাইটে, কোনোবাই বেইমানি কৰিলে জোনমণিৰ গতিযে হব, চাউথৰ চিনেমা!
Love you mama❤❤❤❤
Bulk of the Assamese youths are factory worker, security guards, house keeping staff, school bus driver, maid, cook etc in other developed states like Karnataka, Kerela, Tamil Nadu, Gujrat, Maharastra etc. If poverty reduction is 12% in Assam 8% are due to people working outside the states and not because of govt scheme or development happening in Assam. Just giving self certificate or to tell Assam's strike rate is better than national rate in poverty reduction without proper economic research is like living in a fool's paradise.
Righty said
Saitam shivam sundaram thank s.
*ৰাজনীতিৰ only one চতুৰ ব্যক্তি*
Very good discussion, school timing should be at 7 o'clock.
এৰা ১৫/২০ বছৰ হলেই হ'ল। এজন চতুৰ নহয় মহাচতুৰ লোক।
মামাই অকলে আহি নিজৰ কথাখিনি কৈ যায়, কাৰো লগত মুকলি বিতৰ্কত বহিব নোখোজে।
এবাৰ ভুপেন বৰাৰ লগত বিতৰ্কত বহাই দিলে ভাল হ'ল হেতেন
তৰুণ গগৈ ডাঙৰীয়াৰ দিনৰ মডেল তেন্তে আপুনিও তো আছিলে তেতিয়া।
Very good talk show/discussions.Honb'le C.M very clearly and simply elaborate the all answers of the questions.We are expecting to see such types of talk show in future also. Thanks.
Junmonir case tu ki hol
Pahorile
Investigation hoi ase najana nki , jodi Investigation ba Court t thake tatiya kone o Comment nokore eyt
@@LACHIT07 badde ebur bongali ane comment dise nvabibi ehotei axomiyar bondhu buli
@@andwedidourway4802 takei
Best interview moi ajileke sua...enekua hobo lage fact and figures based analytical criticism...HBS r pora kotha khusoribo janile intellectual kotha ulai, my faith on HBS increased 15% watching this interview
হিমন্ত মামাই যিমান কথা জানে ,,তাৰে যদি ১ শতাংশ তিনি গগৈ আৰু বাকী বোৰ মানুহে জানিলে হৈ ... মুখ্যমন্ত্ৰী হবলে মাথা লাগিব ,,,,আন্দোলন নহয়...অসমত মাত্ৰ দুটা প্ৰজাতি আছে জোনে মামাক বেয়া পায়....আজিকালি মূল অসমীয়া মানুহে গম পায় প্ৰজাতি দুটা ..
Sahi me
Awesome cm for assam.......
সেইকাৰনেই বস্তুৰ দাম
NRC khon complete নহল আৰু কি কি নিয়ম উলিয়াইছে
Congress nhoi apunar kotha kouk
mama 💪✌🏻❤
Nitumoni saikia thakibo lagisil. Unique hol heten...
I also agree with the timing of the schools and offices should change. It was interesting discussion. Thanks Pratidin time for sharing this video.
ইলেকচনৰ আগতিয়া প্ৰচাৰ যেন লাগিছে
Yes I
Thik twice before you promise.
Anchor looks nervous
Vry good mama
Apuni Arunachal lok 3000 sq km land kio dile..
আমি সচাকৈয়ে সৌভাগ্য ৱান ,হিমন্ত বিশ্ব শৰ্মা আজি আমাৰ মূখ্য মন্ত্ৰী।ইমান দক্ষতা সম্পন্ন মূখ্য মন্ত্ৰী ভাৰতত প্ৰথম।
তুমি চাকে বিজেপি দলৰ
😂😂😂
Best of the Best Respected CM of Assam Dr Himanta Biswa Sarma Sir. Very Very good and wonderful speech. UCC LAW Anib sir. Bhu Mafiya k dhora karone Raijor babe help No hob lage. Praman huwa pisat khei BhuMafiya r 2nambri khampati jobda korib lage. Thank you so much sir. God bless you sir. Jaihind Jaibharat.
মামা , আপুনি কথাৰ মায়া জাল ত সাধাৰণ মানুহ ক ফচাই আছে,
Guessfree
Superb reply of the interview
Assam will be developed
Public ok 1ta ane kua platform lage jot neki ami general public a complaint kribo paru email kri
Good program
First time dekhilu kunuba CM imn clearly state or bikhoyot ktha koise
It's a misnomer that stoppages of MRTS require to be separated by 4-5 kilometers. Moreover; what's the point in having any MRTS stoppages separated by 4-5 kilometers? It will not resolve the very purpose of easing traffic within the city. I urge the Honourable CM, Assam to get a first hand experience by taking a Mumbai Metro ride from Andheri to Ghatkopar and the BRTS ride in Ahmedabad.
অত্যাধিক ক্ষমতাৰে কেতিয়াও সুশাসন কৰিব নোৱাৰে।
ধাৰ লৈ কেতিয়াবা ৰাজ্য ধন সকলো হেৰুৱাব লগা হব পাৰে।
Mama❤
Ki achorit🥱🥱🥱,,,aijon Pratidin Time t???
Vulot ahi gol sage🤔🤔🤔jijon News Live t thokar ktha,,,
HBS only one mane of great CM in our Assam.
Intelligent talking
টিউটৰ সকলক কেতিয়া শিক্ষকলৈ উননীত হব তাকো জনাব
Ba ba shokuni
Asarit ktha j pratin din time ahise j mama
চিণ্ডিকেত মামা।
Mama good
Bhal lagil
Very nice
Please listen to what it has been going on Mr Akhil Gogoi ,MLA.
HBS is HBS. Son of Assam.
Nrc implement karok
Thankiyou, Prodin,Time, AssamNetionele, CP, minister,.
Very nice 14:38
Mama tmi🔥🔥
Delhi. Aro Punjab sarkar loan nloy
best interviws lhaveseen in good respectful
,Sankrit Toll ৰ প্ৰতি থকা অসত্য মনোভাৱ আতৰা ওক.......সকলো Sanskrit Toll ৰ শৈক্ষিক ব্যৱস্থা বেয়া বুলি ভবাটো অজ্ঞতাৰ পৰিচায়ক.....বৰং সংস্কৃত টোলৰ পৰীক্ষাৰ বহিবোৰ কঠোৰ ভাবেহে ছোৱাহে হৈ
মামা জিন্দাবাদ ৷
মানু্হ জন আৰু কথা বেলগ
Sir,
Population is very very danger for Assam.
Assam t amak Mia nalage
GooD❤
Sir, you can only develop our state. So, sir ,please do only developmental work which will able to bring our state as developed state.
Very Good All Man Published This Discussion Sussesfully.
One of the best interviews I have seen in recent times. Very good questions by Mrinal talukdar and very good answers by the CM.
মামা আপোনাৰ কৰ্মৰাজিক সদায় শলাগ লৈছোঁ আৰু অনাগত দিনত লম কিন্তু মামা আপোনালৈ মোৰ এটা অনুৰোধ ADREনিযুক্তি পোৱা মহিলাসকলক যিহেতু গৃহ জিলাত নিযুক্তি দিয়া কথা কৈছিল যদিও আমি গৃহ জিলাত নিযুক্তি লাভ নকৰিলো কিবা উপায়ে আমাক গৃহ জিলাত নিযুক্তি দিয়া ব্যৱস্থা কৰি দিয়ক
We are back to bhakha andolan for Assam futurei.i think
Very nice step respected CM Sir.
Advertise koribo ahise 😂
Koch Rajbongshi ST status?
But giving money can also increase inflation
অখিল গগৈ ডাঙৰীয়াৰ লগত এবাৰ বিতৰ্কত বহিলে সকলো চতুৰামী ওলাই যাব,,,,,,, ধুৰ,,,,,,,,,,
Natakor sas show buji paisu.
Bostu dam bohai rin ghurai lav nai nhoi....... Massor tel massote vaji ase eikhn sarkare
Eibilak agotei alosona kori thoa jen lagise 😁
Jui mama 🔥🔥🔥🔥🔥
Bjp zindabad
I agree, GDP includes central funded projects. If we remove projects like Dhala-Sadiya bridge, Bogibeel, Suwanshiri Dam, Highways, Airports etc, real Assam's GDP growth will be 2-3%
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
O mama arunudoi apunar bjp voters hey pai ase.beleg dolor dise jodiw dolilot signed loi dise.
মামা মজা লাগিল welcome
ADRE second additional list ketia ulab hei update tu he dib lgisil
Love you mama 😘 no competition hosa kotha and ans kita tu nkw a rahul gandhi 🔥 savage🤣🖐️🖐️
Mama laisensh poisa nidile atiyaw nobone
Himsnta sir aponak mai khub bhal pao
Loan টো বন্ধন বেংক ললে বেছি ভাল হব নেকি
It is election trips!!!!!Ha ha ha!!!!!
মৃণাল ক ধুই দিলে মিহি কৈ 😂
Minal Talukder hote H B S tolot kamkori thake agor protidin time nohoi.
নিতুমণি শইকীয়া থাকিলে ভাল লাগিল হয়
চিমপোল কথা।ধৰক এখন ঘৰত ভাৰাতীয়া ও মালিক থাকে।উলআওতএ সোমাওতে অকল মালিকেহে গেটখন বন্ধ কৰিব লাগে নেকি?চাৰে এতিয়া সকলো কৰে। উন্নতি সকলোৰে সহযোগতহে হৱ। আন্দোলনে কি দিব?
Sir..a sob jana
Still prevail land corruption in Assam