I Mejmel with Editor-in-Chief Prasanta Rajguru ft. Piyush Hazarika I Watch only at Prag News
ฝัง
- เผยแพร่เมื่อ 19 พ.ค. 2024
- I Mejmel with Editor-in-Chief Prasanta Rajguru ft. Piyush Hazarika I Watch only at Prag News
Watch the full clip to know more about this story.
#pragnews #mejmel #prasantarajguru #piyushhazarika #assamgovt
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com
এই গৰুটোৰ কথা কোৱাৰ আচৰণেই বেলেগ।
Nijoke ki buli vabo, pappu vakto hot
এইটোক মতা মানেই আমাৰ প্ৰিয় অনুষ্ঠানটো বৰবাদ কৰা ৷তাৰ দুই নম্বৰী টকাই ভোট কিনিছে স৺চা কিন্তু গৌৰৱক লৈ ৰাইজে যেনেদৰে গৌৰৱ কৰিলে সেয়া কেইটামান ভোটৰ ব্যৱধানত হৰা জিকাতকৈ বহুত ওপৰত ৷তাৰ দৰে হাজাৰটা মন্ত্ৰীয়েও গৌৰৱৰ ভৰিৰ ধুলিৰো যোগ্য নহয় ৷
গৌৰৱ গগৈয়ে ভদ্ৰভাবে অসমীয়া কথা এইজনতকৈ ভালকৈ কয় । অসমৰ জনতাই এইজনতকৈ গৌৰৱ গগৈক ভাল পায় ১০০% ।
অহংকাৰেই পটনৰ কাৰণ ।
এইটোক কিয় মাতিলে।
Tuke mativo lagicil
Uporor maal
Ohankari pijush bllei@@monikadas3103
Hospital স্থাপন কৰিলে নহয় তাত ডক্টৰো থাকিব লাগিব।তই কি কৰিছ
😊
মূল্যবোধ ৰ ৰাজনীতি কৰিব নজনা
এনেকোৱা ভদ্ৰতাৰ সীমা চেৰাই যোৱা মানুহক দয়া কৰি 🙏সাক্ষাৎকাৰ ল'বলৈ নামাতিব।
😂
২০২১চৰনিবাচনত সৰ্বানন্দ মুখলৈ চাই ভোজত দিছিল , ক্ংগেছৰ দালালি কেইটাক চাই ভোট দিয়া নাছিল ।
100 % Sure❤
Akdom hosa kotha
এইজন নেতা নেকি ।
ওপৰৰ মালক বহু দিনৰ মূৰত দেখিলো।
Moi kintu ajiloike nejanilu dei oporor maal ki naiba tolor mol ki....🤔
Tetiyahole toi eta burbok😂😂@@AbulHussain-dl6og
@@user-sd5vm7sg2m Haow moha burbok dexun a , kor pai topkili ?
Hon'ble Rajguru Dangoriya , Apuni apunar bohumuliya xomoy misate nosto korise....beya paisu apunak....Sukur Ali r interview lowk , sai bohut amod paam....Apunaloi bohut 🙏🏼🙏🏼
সাংবাদিকৰ লগত এজন মন্ত্ৰীৰ সাক্ষাতকাৰ যেন লাগিছে নে মোৰ কিন্তু একেবাৰে লাগা নাই
Jorhat Gourav Gogoi Jikibo Tapon Gogoi haribo
Apuni Congressi dalal nki? ne Miya hoi? Apuni Congress government time t sage bohut huta kombol paril
Congres sur asil kintu bjp standrd dokaet
100% Bjp Higprofile dokait
Nitumoni Da হে পাব লাগিছিল
এনেকুৱা অভদ্ৰ মালৰ সাক্ষাৎকাৰ লোৱাৰ কিবা অৰ্থ আছে বুলি মই নাভাবো।
পিয়ুজ অসমৰ মন্ত্ৰী. আমাৰ সকলোৱে মন্ত্ৰী গতিকে অভদ্ৰ বুলি আপোনাৰ কোৱা অধিকাৰ নাই
@@nawanitapator3572 apdartha ata
😂😂😂😂@@nawanitapator3572
@@nawanitapator3572moi ovodro buli nkou bll buli kom😊
বাকি -ফাকি চৰকাৰ অসমবাসিয়ে নিবিচাৰে। ।
মন্তী পিযুয হাজৰিকাই সাবাদিকক কেনে ব্যবহাৰ কৰিব লাগে সেইটোও নাজানে ? এনেকুবা মন্তীক ষ্টুডিঅলৈ মাতিব ই নালাগে ।।
২০২৬ ত জিকি দেখুৱাবি 😂 বিপুল ভোটত হৰুৱাম... অহংকাৰ যে পতনৰ মূল নিজ চকুৰে দেখিবি 😊
Tor 1 ta vote nlge
@@user-ql1qt3gn5dmoiu nedu pijush bllsingak
এইজন মানুহক ভাল লাগে। কথা কোৱা ষ্টাইল কনফিডেন্স লেভেল মানিবলগীয়া।
এইজনক অহংকৰে মুৰ টো গেলি গৈছে বেছি দিন নাই বেয়া দিন লৈ ৰৈ আছোঁ
kihor strong step loi baa😮
এতিয়া গৌৰৱে খুবেই ধুনিয়া অসমীয়া কয়।
হয়। গৌৰৱ গগৈৰ কথা শুনিলে শুনি থাকিব মন যায়। কিছুমান লোকৰ কথা একেবাৰেই শুনিবৰ মন নাযায়।
Motamass ru maiki mass
হাজৰিকা দাদাৰ খং আৰু দম্ভালি টু অলপ বেছি যেন লাগিল...আপুনি গোটেই অসমৰ মানুহক প্ৰতিনিধিত্ব কৰে ,গতিকে আপোনাৰ কথা বৰ্তা বোৰ অলপ মাৰ্জিত হোৱাতো বিচাৰো...
একে বাৰে এই জনক দেখিবলৈ মন নাই
এজন ইমান সন্মানীয় জ্যেষ্ঠ সাংবাদিকে মাৰ্জিত ভাবে প্ৰশ্ন কৰিছে আৰু এজন মন্ত্ৰীৰ উত্তৰ মাৰ্জিত ভাবে কেনেকৈ দিব লাগে আৰু বহুত শিকিবলৈ জানিবলৈ বাকী আছে ।ইমান উত্তেজিত হৈ উত্তৰ দিয়া মানে এখেত যে নিকৃষ্ট স্বভাৱৰ মানুহ বুজি পাইছোঁ।এখেত যোগ্য হবৈ নোৱাৰে মন্ত্ৰী পদৰ বাবে
Apunak raije vote di minister bonaise. Apunak raije uthaise raije namabo. Ohangkar bea bostu. Congres t apunio khai khai ahise. Apunio eman dangor manuh nahoi vorit vori tuli bohiboloi. Janata burbok nahoi Jani thaok.
Jayanta Mallab Boruah and Piyush Hajarika BJP rupi Congressi duta val nalage..
Kotha kobo nojona tuk kio mati show tur xonman komaise
Pijush Hazarika jindabad
প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়ালৈ অশেষ অশেষ ধন্যবাদ যে এই অনুষ্ঠানৰ জৰিয়তে ইমান এজন প্ৰগতিশীল বৌদ্ধিক চিন্তা চেতনা সমৃদ্ধ জননেতাক আমাৰ দৰে সাধাৰণ জনতাৰ সন্মুখত আকৌ নতুনকৈ পৰিচয় কৰি দিয়াৰ বাবে।
ইয়াৰ দৰে মদগৰ্বী আৰু অহংকাৰে মূৰত ধৰা ফটুৱা এটাক কিয় মাতিব লাগে এনেকুৱা গাম্ভীৰ্যপূৰ্ণ অনুস্থানলৈ!
Tak dekile Kong ute mur
এইজনক নিতুমণি শইকীয়াই পাব লাগিছিল।
Deserve for no interview. But can give last chance for interview when Gaurav Sir will win
Bjp go back no caa
Great thinking ❤
Faltu
NDA 200-210 seat(MP) Approx pabo buli onuman korisu.
Pranam jonalu My sweet Dada. You are right
Good ❤
Val nalage aijonok
এই পিয়াঁজ টোক লেংটা কৰি পিটিব লাগে
এও আকৌ ওপৰৰ মাল।মাতৃভূমিক বিক্ৰী কৰি সকলোৱে কৰিব পাৰিব। হেজাৰ খন AIMS কৰিব পাৰিব
শিয়ালৰ শিং গজিলে পৰ্বতকো হানে নিধনীৰ ধন হ'লে গুৰুকো নামানে ।
গৌৰৱ গগৈৰ পৰা বহুত শিকিব লগীয়া আছে ওপৰৰ মালজনৰ। বিশেষকৈ কথা কোৱাৰ শৈলী।
Hosa
Gaurav Gogoi 💯
Barashun a howa nai dhemajit kene koi baan pani hobo, burbak buli vabe manuhak
Syndicate dadak dekhie logot logot video skipped. Thank you
Gela piyaj😂😂😂😂
Gaurav Gogoi ❤
যুদ্ধ খন ভাল লাগিল। =
Matric 😂 means ward member Election 😂 Graduation and Master's first class tu he main 😂
Napai imn dangaria 400
Bahh bhigya amar axmor mantri 😊😊😊
ই এটা পাগল।
পশান দা মজা উজনী অসমৰ কথা সুধিলে ভাল লাগিৱ
seems like he believe Assam entirely belongs to them, but I want to tell them that change doesn't take much time.Too much pride isn't good.I don't support the Congress, but those who speak without logic, Gaurav Gogoi is indeed very talented.
আমি জোনে যিমান আলটো ফালটো কিবা কিবি কৰি লাভ নাই।আপোনালোকে চাব আকৌ, বি জে পি এই চৰকাৰ হ'ব ।
Not a single comment in favour of Mr. Piyush
গৌৰৱ গগৈয়ে সুন্দৰ অসমীয়া কয়।অসমীয়াত ভাষণ দিলে এটাও ইংৰাজী শব্দ নকয়।আৰু এইজনে অসমীয়া কথাৰ মাজে মাজে ইংৰাজী শব্দ কয়।মানে অসমীয়া শব্দবোৰ নাজানে।
নি জিকে ১০০%
Aitu moribo ahile....
BJP মানুহে কংগ্ৰেছক ভোট দিলে গৌৰৱ গগৈ জিকিব
Tar sob kothaat ohonkari lokai asa, pizza ar khothat rokh nai
সাক্ষাৎকাৰ টো পিছত নিজে চালে অনুভৱ টো কেনে লাগে বাৰু??
Asorit hoisu mr Prashanta Rajguru mohaxoy ..ki Kim aaru
Aaai tuk aami akebare suport nakaru..!
আপোনাৰ ব্যৱহাৰ এই আপোনাৰ পৰিচয়
400 pale petrolar damo 150 hobo per litre
পিয়াজ..তোৰ নিচিনা ফটুৱাকেইটা কাৰনে বিজেপিক জনতাই চৰকাৰ বনাবলৈ ভোট দিয়া নাচিল
আমাক টকা দিছিলে প্ৰদান বৰুৱাই
Axmor Dalal, Syndicat king, Salute you
ওপৰ মাল যিমানেই অহংকাৰী tv সাক্ষাৎকাৰ লোৱা ব্যক্তি নহয়।
Rajguru dangoria, aponi samoi lost kori boloi aponar balag kam nai neki.
Pijuhh daa allwes great
পিয়ুষ হাজৰিকাই ১৫০ খন আসন পায় মেট্ৰিকত ফেল কৰিব বুলি কবলৈ বেয়া পাইছে ।
Pijush Hazarika Jindabad
হাহ হাহ পিযুচ, জয়ন্ত খোদ হিমন্ত হাতত ধৰি একেলগে হাহ।
তহত যদি হাহ আমি গৌৰভ, অখিল, লুৰিণজ্যোতি হলো তাতোকৈ ডাঙৰ
ৰাজহাহ। সৰু গুৰু, বৰগুৰু তাতোকৈ ডাঙৰ ৰাজগুৰু আপুনি অখিলৰ কথা শুনে কিন্তু পিযুচৰ কথা নুশুনে, তেন্তে বিজেপিত আহিব কেনেকৈ আহিব ৰাজযোগ,
কেনেকৈ কৰিম ৰাজভোগ,কিয় প্রশ্ন
কৰি মোক মনত দিয়ে দুখ।।
ঐ পুলিচে চাকৰি কৰে।
Manuh Tu e jomabo pare dei🤣🤣
নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়।
Jorhatt pise simple koi harila aji😂😂😂
মূখ
Comment khini sauk .... kunu ajon byoktia jodi bhal comment kore ..laj pabo lage
দেশৰ কথা কব অহাটো চোৱা
এই জন থকাৰ বাবে আজিৰ মেজমেল অনুস্থান নাচালো ।
পীয়াযৰ কথাশুনি হাঁহিছোঁ দেই
100% মিছা কথা।
Power murat dharise.
😂এইটোৰ কথা নুশুনো।মতাটোৱে ভূল।এনেয়ে ভিউজ দিলো।good bye
Commission Maneger,,, Hazarika Bulajan,,, Ahankari ,,past Pahari juwa,,,Mala ,
Eata mosto pagolor bapek
এতিয়া পিছে কি হল কানে কান মাৰি পাঁচ কৰাটো দুৰৰে কথা গেছ মাৰ্ক হৈহে পাঁচ কৰিছাঁ 😂😂😂😂😂😂
Aa bdd diaaa heeee
Vai toi dekh solua o 😂
Pijush Hajorika 2014 t Congressotai asil ,
Upor mal Kam nai😊
Uttar dibo nuware kam nai
Obodro Pizzus ok mati nija opoman nohobo, dada. Upor ar mal ar maathat mal kom asa