বিজেপিৰ ‘গোপন কক্ষত’ হেনো ফাট মেলিছে

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 เม.ย. 2024
  • মুখ্যমন্ত্ৰীৰ গোপন কক্ষত হোৱা প্ৰতিখন বৈঠকৰ প্ৰতিটো খবৰ হেনো আছে কংগ্ৰেছৰ ওচৰত। এই বিস্ফোৰক মন্তব্য গুৱাহাটী সমষ্টিৰ প্ৰার্থী তথা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। মীৰা বৰঠাকুৰক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা আৰু মন্ত্ৰী অতুল বৰাই বহুবল্কী আখ্যা দিয়াৰ প্ৰত্যুত্তৰ দিলে নেত্ৰীগৰাকীয়ে।
    #pratidintime #assam #electionwithpratidintime #নিৰ্বাচনমানেইপ্ৰতিদিনটাইম

ความคิดเห็น • 184

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6m 3 หลายเดือนก่อน +99

    আমি হলে শ্ৰীমতী মীৰা বৰঠাকুৰক ভোট দিম । মীৰা বৰঠাকুৰ অনায়াসে গুৱাহাটী লোক সভা সমষ্টিৰ পৰা নিৰ্বাচিত হব।
    জয় আই অসম !

    • @narayankumarbora3762
      @narayankumarbora3762 3 หลายเดือนก่อน +1

      Smart City kintu prati mahe panir namat hazar hazar taka kharas karib lage. Bjp a guwahatir Oli golit Pani van dekha nai neki? 2012 t panir pipe bohaisil. Andhavakta sakale unnayan dekhise. Saye Mira barthakur dangorianik Mur vote to di bjp hatau abhijanat sahai Karim.

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 3 หลายเดือนก่อน +100

    মীৰা বৰঠাকুৰ এগৰাকী সু বক্তা ।এই কথা সকলোৱে স্বীকাৰ কৰিব। তেওঁ কি দলৰ এইটো ডাঙৰ কথা নহয় ,বা ক'ব লগা নাই।

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw 3 หลายเดือนก่อน +95

    ❤❤❤ মীৰা বৰঠাকুৰ গোস্বামী বাইদেউ জিন্দাবাদ❤❤❤

  • @pabindas6525
    @pabindas6525 3 หลายเดือนก่อน +73

    মীৰা,গৌৰব,আৰু লুৰিনক লোক সভাত পালে অসমৰ সন্মান বাঢ়িব

  • @moromorkokaidew
    @moromorkokaidew 3 หลายเดือนก่อน +74

    মীৰা বৰঠাকুৰ বাইদেউক 🎉🎉🎉 জনালোঁ

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw 3 หลายเดือนก่อน +74

    আপোনাৰ বিজয় নিশ্চিত❤❤❤

  • @joyantakumargogoi9204
    @joyantakumargogoi9204 3 หลายเดือนก่อน +79

    বাইদেউ বৰ স্পষ্টবাদী। গুৱাহাটীৰ ৰাইজক দলে বলে ভোট দিবলৈ অনুৰোধ কৰিলোঁ।

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 3 หลายเดือนก่อน +68

    অসমীয়াই সংসদ ভবন কপাব পৰা সাংসদ কহে ভোট দি জয় যুক্ত কৰা উচিত। নিমাতী কইনাবোৰ পঠালে কোনোভাবেই লাভ নহব। সেয়ে বিবেক ভোট দিয়া উচিত।

    • @kanaklalsutradhar6998
      @kanaklalsutradhar6998 3 หลายเดือนก่อน +2

      Nimati konya aakou ahise nohy Axomok muror porai gilibloi

  • @abushamamollah4984
    @abushamamollah4984 3 หลายเดือนก่อน +39

    মীৰা বৰঠাকুৰ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ ৰকিবুল হুছেইন জিন্দাবাদ লুৰিণ জ্যোতি গগৈ জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ

    • @narayankumarbora3762
      @narayankumarbora3762 3 หลายเดือนก่อน +1

      লগতে প্ৰদ্যুৎ বৰদলৈ জিন্দাবাদ।

  • @dipankarhazarika5213
    @dipankarhazarika5213 3 หลายเดือนก่อน +38

    মীৰা বৰঠাকুৰ বাইদেউ জিকিবৈ। কাৰণ গুৱাহাটী লোকসভা সমষ্টিত ৯৫% শিক্ষিত ভোটাৰ আছে।
    আটাইতকৈ হাজো সমষ্টিত বেচি ভোট পাব। মই কৈছো। মই শিৱসাগৰৰ। হাজোৰ খবৰ লৈছো মই।

    • @chittathakuria3359
      @chittathakuria3359 3 หลายเดือนก่อน +1

      Hajo aibar barpeta khomostit khumaise

    • @ss6758
      @ss6758 3 หลายเดือนก่อน

      ​@@chittathakuria3359😂😂😂

    • @user-in7dg7hp5u
      @user-in7dg7hp5u หลายเดือนก่อน

      Mira baidou Haril dekhun

  • @KumarDhirendraNarayanDev
    @KumarDhirendraNarayanDev 3 หลายเดือนก่อน +62

    Congress Zindabad আমাৰ ঘৰৰ ৫ টা ভোট কংগ্ৰেছক দিম

    • @pratimasarma1737
      @pratimasarma1737 3 หลายเดือนก่อน +5

      আমাৰ চাৰিটা।

    • @pratimasarma1737
      @pratimasarma1737 3 หลายเดือนก่อน +4

      আমাৰ চাৰিটা।

    • @kumarsonjitofficial7888
      @kumarsonjitofficial7888 3 หลายเดือนก่อน +4

      Amar 6 ta

    • @trishnakalita4154
      @trishnakalita4154 3 หลายเดือนก่อน +2

      আমাৰ গোটেই পৰিয়ালৰ ৪০ টা ভোট পাব

    • @kamalkakati-of2zw
      @kamalkakati-of2zw 3 หลายเดือนก่อน

      Congress k Ami ketiyao nidio. Ehote etao latrino bonabo nowarile

  • @JasimBarbhuiya-nj7ef
    @JasimBarbhuiya-nj7ef 3 หลายเดือนก่อน +51

    Congress zindabad ❤

  • @RehanAhmed-re9lo
    @RehanAhmed-re9lo 3 หลายเดือนก่อน +40

    Congress jindabad

  • @runudeka2509
    @runudeka2509 3 หลายเดือนก่อน +52

    Mira Baidew zindabad...

  • @bakulboruah2026
    @bakulboruah2026 3 หลายเดือนก่อน +20

    আমি মীৰা বাইদেউক ভোট দিম।

  • @JasimBarbhuiya-nj7ef
    @JasimBarbhuiya-nj7ef 3 หลายเดือนก่อน +41

    Mira baidew Zindabad ❤

  • @mridupawanboruah6068
    @mridupawanboruah6068 3 หลายเดือนก่อน +35

    Mira ba jindabaad

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n 3 หลายเดือนก่อน +26

    মীৰা বাইদেৱে মাৰ্জিত ভাবে কথা কয় আৰু এই বাৰ জিকিব

  • @pabindas6525
    @pabindas6525 3 หลายเดือนก่อน +34

    অতুল বৰাই AGP ক বন্ধক ঠোৱা নাই অতুল নিজে বন্ধক হৈছে

  • @Assameselyricssongs-kl1ez
    @Assameselyricssongs-kl1ez 3 หลายเดือนก่อน +38

    I LOVE I.N.D.I.A
    #RahulGandhiZindabad
    #Miraborthakurzindabad
    #Congress_Zindabad

  • @tirthajyotigogoi9942
    @tirthajyotigogoi9942 3 หลายเดือนก่อน +15

    অসমৰ ভৱিষ্যতৰ এগৰাকী মহিলা মুখ্যমন্ত্ৰী 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @muned6442
    @muned6442 3 หลายเดือนก่อน +18

    মীৰা বাইদো জিন্দা বাদ কংগ্ৰেছ জিন্দা বাদ 🖐️🖐️🖐️🙏🙏🙏🙏

  • @user-se1vm4xb2q
    @user-se1vm4xb2q 3 หลายเดือนก่อน +16

    অতুল নিজৰ ঘৰৰ সমষ্টিতেই জিকিব নোৱাৰে।

  • @khogenborah8276
    @khogenborah8276 3 หลายเดือนก่อน +27

    Best wishes to Meera Borthakur ! 🙏🙏🙏

  • @jyotirekha.bhuyan
    @jyotirekha.bhuyan 3 หลายเดือนก่อน +15

    মীৰা বৰঠাকুৰ বাইদেউ vote দিব লাগে

  • @hndekari8011
    @hndekari8011 3 หลายเดือนก่อน +10

    আমবাৰীৰ অগপ-ৰ কাৰ্যালয়টো বৰ্তমান আছেনে নাই, আমিবোৰে কোনো খবৰ নাপাওঁ । তাৰমানে, মীৰা বৰঠাকুৰৰ কথাবোৰ সঁচা । অগপ-ৰ আঞ্চলিকতাবাদ ধোৱাচাঙত নেকি???

  • @user-lp7nv4ri9h
    @user-lp7nv4ri9h 3 หลายเดือนก่อน +11

    Congress jindabaad

  • @mainudavi9510
    @mainudavi9510 3 หลายเดือนก่อน +12

    একে বাৰে সঁচা কথা। হিমন্ত AGP লৈ আহিবযে তাৰ কুচকবাচ চলাই আছে

  • @Bnb717
    @Bnb717 3 หลายเดือนก่อน +7

    Jindabad mira mam

  • @narayankumarbora3762
    @narayankumarbora3762 3 หลายเดือนก่อน +19

    আপোনালোকৰ চৰকাৰ আহিলে ইতিকিংকাৰী মামা জনক ' ইতিকিং ৰত্ন' উপাধিৰে সন্মানিত কৰিবলৈ নাপাহৰিব।

  • @Doricksonsangma-ih8uj
    @Doricksonsangma-ih8uj 3 หลายเดือนก่อน +5

    Congress zindabad Baido zindabad

  • @ruhitmahanta1124
    @ruhitmahanta1124 3 หลายเดือนก่อน +19

    I pray God for your victory

  • @user-iy9cd7ts1t
    @user-iy9cd7ts1t 3 หลายเดือนก่อน +6

    Mira Bai zindabad

  • @HiyaHiya-vg3mv
    @HiyaHiya-vg3mv 3 หลายเดือนก่อน +12

    হিমন্ত বিশ্বৰ বিৰাট ফুৰ্তি। ভিতৰি ভিতৰি হাঁহি থাকে । ইয়াৰ কাৰণ হল - অসমৰ ৰাইজক মূৰ্খ বনাব পৰা শক্তি তেওঁৰ আছে । কুকুৰ বশ কৰিবলৈ মাংস, বান্দৰ বশ কৰিবলৈ কল , আৰু দল সংগঠনৰ নেতাক বশ কৰিবলৈ টকা দিব লাগিব ।এই ফৰ্মূলা খটুৱাই বাৰে ভচহু কথা কৈ মহিলা সকলক নচুৱায় । অসমত শিক্ষিত মানুহ নায়েই নেকি ? যদি শিক্ষিত মূৰ থকা মানুহ অসমত আছেই তেন্তে কিছুমান ফুচুৰি কথা কৈ মোদী আৰু হিমন্ত বিশ্ব ই বছৰৰ পিছত বছৰ কেনেকৈ ৰাজপাটত বহে? মোদীৰ দক্ষতা ?? সাধাৰণ ৰেল বিভাগটো চলাব নোৱাৰিয়ে বিক্ৰী কৰিলে । দেশৰ সম্পদ ইটোৰ পিছত সিটো বিক্ৰী কৰিলে এই দহ বছৰত । তদুপৰি দূ‌য়োজনা গুণী দক্ষ পুৰুষে মাহে পষেকে হাজাৰ হাজাৰ কোটি ঋণ লৈ বস্তুৰ ‌দাম সাধাৰণ মানুহে ঢুকি নোপোৱাকৈ ব‌ঢ়াই আছে ।দক্ষ হিমন্ত বিশ্বমহোদয়ে দুটাকৈ কাগজ কল চলাবলৈ সক্ষম নহ'ল । চৰকাৰী বিদ্যালয় বোৰ এফালৰপৰা বিলোপ কৰি গৈ আছে । অসমীয়া ভাষাৰ ভবিষ্যত কি ? C A A আইন কৰিবলৈ জাতিয়তাবাদীয়ে ভোট দিয়ে তপন গগৈ , সৰ্বানন্দ, প্ৰদানহতক আৰু C A A আইন নালাগে আমাক , আবেদন জনায় আদালতক ।এয়া এটা মূৰ্খ জাতিৰ পৰিচয় নহয়নে ?? অসমীয়া যে এটা জীয়া জাতি তাৰ প্ৰমাণ দি এইবাৰ বিজেপি দলক বৰ্জন কৰি সচেতনতাৰ পৰিচয় দিব লাগিব ।

    • @BLASTER6300
      @BLASTER6300 3 หลายเดือนก่อน +1

      Right ❤❤❤❤❤

  • @nitulmudoi5483
    @nitulmudoi5483 3 หลายเดือนก่อน +6

    Good

  • @songitag7323
    @songitag7323 3 หลายเดือนก่อน +4

    ❤️❤️❤️❤️❤️❤️❤️👍👍👍👍👍

  • @monuwarabegam5708
    @monuwarabegam5708 3 หลายเดือนก่อน +1

    মিৰা বৰঠাকুৰ জিন্দা বাদ বাইদেউ জয়ে গুৱাহাটী জয় বাইদেউ আমাৰ আশিৰ বাদ আপোনালৈ থাকিল ❤❤❤❤❤

  • @nitulmudoi5483
    @nitulmudoi5483 3 หลายเดือนก่อน +11

    BJP kita আতৰাই মুক্ত চৰকাৰ হ'ব bjp ৰাইজে গমেই পোৱা নাই

  • @priyopratimbora4888
    @priyopratimbora4888 3 หลายเดือนก่อน +9

    মীৰা বাইদৈও জয় হব।

  • @iamTakla
    @iamTakla 3 หลายเดือนก่อน +7

    Misalia ..cm

  • @RajibMedak-nc5rg
    @RajibMedak-nc5rg 3 หลายเดือนก่อน +4

    Mira borathaku comments right comments.

  • @santanurajkonwar4093
    @santanurajkonwar4093 3 หลายเดือนก่อน +1

    মাননীয় মূখ্য মন্ত্রীক মানুহৰ আমুৱাইছে, সেইয়া একেবাৰে সত্যলৈ পৰিণত হবলৈ গৈ আছে। মীৰা বৰঠাকুৰ জয়ী হলে অসমবাসীয়ে এগৰাকী শক্তিশালী সাংসদ পাব।

  • @RupaDeka-ld4je
    @RupaDeka-ld4je 3 หลายเดือนก่อน +5

    C. M k amuwaise aru raij

    • @pratimasarma1737
      @pratimasarma1737 3 หลายเดือนก่อน

      লাখপতি বাইদেউ সকলে কি কয় ক'ব খোজে বা!

  • @eusufahmed9564
    @eusufahmed9564 3 หลายเดือนก่อน +4

    Atul Bora prothome sidha hoi khoj kahribo hikok

  • @bishaldas3964
    @bishaldas3964 3 หลายเดือนก่อน +6

    Mamar beya din bohut xunkale ahi ase....

  • @rajensarmah6804
    @rajensarmah6804 3 หลายเดือนก่อน

    Good comments... Weldon... Keep the spirit up....

  • @khogenborah8276
    @khogenborah8276 3 หลายเดือนก่อน

    Long live Mira Borthakur ! May GOD bless her ! 🙏🙏🙏

  • @collectionvideo.7763
    @collectionvideo.7763 3 หลายเดือนก่อน +1

    Congres jindabad

  • @basantakalita5369
    @basantakalita5369 3 หลายเดือนก่อน +2

    Mira baideo jikiboi✌✌✌

  • @krishnagogoi1657
    @krishnagogoi1657 3 หลายเดือนก่อน

    মীৰা জিন্দাবাদ

  • @RitaGogoi-yp9rz
    @RitaGogoi-yp9rz 3 หลายเดือนก่อน

    Verygood baidew

  • @bhupenkumar8191
    @bhupenkumar8191 3 หลายเดือนก่อน +2

    Dance !!. It's not enough for your win , time is over.

  • @ganeshkeot5298
    @ganeshkeot5298 2 หลายเดือนก่อน

    Mira Barthakur Baideo Zindabad.

  • @swarnalatahandique675
    @swarnalatahandique675 3 หลายเดือนก่อน +3

    ❤❤❤❤

  • @abhijitkalita3209
    @abhijitkalita3209 3 หลายเดือนก่อน +7

    মীৰা বৰঠাকুৰ জিন্দাবাদ

  • @renasharma8968
    @renasharma8968 3 หลายเดือนก่อน

    একেবাৰেই সঁচা কথা।

  • @NazimKhan-pf9vn
    @NazimKhan-pf9vn 3 หลายเดือนก่อน +1

    Congress party

  • @sakedalisk8837
    @sakedalisk8837 2 หลายเดือนก่อน

    I want to see Mira Barthakur as chief Minister in 2024.

  • @user-ku3zo5sp5j
    @user-ku3zo5sp5j 3 หลายเดือนก่อน

    Mira mam jindabad

  • @dipenbora3693
    @dipenbora3693 3 หลายเดือนก่อน

    Mira borthkur zindabad

  • @padmonathhaloi9365
    @padmonathhaloi9365 3 หลายเดือนก่อน

    Vote for mira barthakur.

  • @user-yt1sk5el7n
    @user-yt1sk5el7n 2 หลายเดือนก่อน

    Mira barthakur baido jindabad

  • @MontuKhakhlary
    @MontuKhakhlary 2 หลายเดือนก่อน

    Bjb zindabad zindabad ❤❤❤❤ako abar modi sarkar

  • @RehanAhmed-re9lo
    @RehanAhmed-re9lo 3 หลายเดือนก่อน

    Congress jindabad Rahul Gandhi jindabad Congress ji ki boy

  • @nivasaikia2249
    @nivasaikia2249 3 หลายเดือนก่อน

    Good news

  • @MontuKhakhlary
    @MontuKhakhlary 2 หลายเดือนก่อน

    Bjb zindabad ❤❤❤❤

  • @Digubodo-ek3ml
    @Digubodo-ek3ml 2 หลายเดือนก่อน

    🙏🙏🙏🙏🙏

  • @secrethuntersrp8884
    @secrethuntersrp8884 3 หลายเดือนก่อน

    Good.coment

  • @HotThupka
    @HotThupka 3 หลายเดือนก่อน

    দুয়োজন একে বংশৰ, অসমৰ নাগৰিকে তেওঁলোকক সহজে বিশ্বাস কৰিব নালাগে।

  • @MontuKhakhlary
    @MontuKhakhlary 2 หลายเดือนก่อน

    Jai ai axom bjb zindabad ❤❤❤

  • @himashreedas4356
    @himashreedas4356 3 หลายเดือนก่อน +1

    💯 jikibo😂😂😂😂😂

  • @anjanjyotidas1429
    @anjanjyotidas1429 3 หลายเดือนก่อน +5

    EVM ot baimani nokorile apunar joi h nissit

  • @SafikulIslam-tf3vt
    @SafikulIslam-tf3vt 2 หลายเดือนก่อน

    Coongris jindabad

  • @hiralalbiswas5225
    @hiralalbiswas5225 หลายเดือนก่อน

    ফেভিকুইক কত লগায়নো ?

  • @JayantiSaikia-qm6vj
    @JayantiSaikia-qm6vj 3 หลายเดือนก่อน +1

    Right, B. J. P. dalat A. G. P natara bhari patil.

  • @user-se1vm4xb2q
    @user-se1vm4xb2q 3 หลายเดือนก่อน

    বিজেপি শেষ হৈ যাব।

  • @inglishvlogs1015
    @inglishvlogs1015 3 หลายเดือนก่อน

    এইজনা মূখ্যমন্ত্ৰী অতিকৈ অসভ্য মানুহ, তেওঁৰ ভিতৰত বা কিমান বেয়া বস্তু আছে,

  • @thanendraborah5956
    @thanendraborah5956 3 หลายเดือนก่อน

    Write

  • @kowserlaskar-qt7kv
    @kowserlaskar-qt7kv 2 หลายเดือนก่อน

    😮😮😮😮

  • @shahidurrahman872
    @shahidurrahman872 3 หลายเดือนก่อน

    Mira Barthakur Jindabad

  • @PremaDas-vl7iw
    @PremaDas-vl7iw หลายเดือนก่อน

    হাৰি হাৱি। লাজনাই

  • @runudeka2509
    @runudeka2509 3 หลายเดือนก่อน

    Aponak bor Val Lage.,.

  • @dhormendradoley7382
    @dhormendradoley7382 3 หลายเดือนก่อน

    উদয় শংকৰ হাজৰিকা= মীৰা বৰঠাকুৰ।

  • @paramanandabora1047
    @paramanandabora1047 3 หลายเดือนก่อน

    What secret information is about our CM, In case does not any secrecy about him, why does our
    CM needed to be afraid of ?

  • @gh12138.
    @gh12138. 3 หลายเดือนก่อน +3

    Thik dise👍👌❤️🙏

  • @BaruahGogoi
    @BaruahGogoi หลายเดือนก่อน

    তহতি হাৰিলে এনূকোবা কৰ

  • @rajenbora3219
    @rajenbora3219 3 หลายเดือนก่อน

    Hbs zindabad

  • @TCF573
    @TCF573 3 หลายเดือนก่อน

    Gourov Aru Miraba khub hongjota aru histasar. Jona hahokhi Candidate

  • @kandarpa2622
    @kandarpa2622 3 หลายเดือนก่อน

    Atul Bora has catching the tail of BJP. He has no existance of his own.

  • @bhadrahira6578
    @bhadrahira6578 3 หลายเดือนก่อน +1

    Miya ❤

  • @TCF573
    @TCF573 3 หลายเดือนก่อน

    Jorhat t pathasagolie napai. Goirov a pabo..

  • @jupango460
    @jupango460 3 หลายเดือนก่อน

    😂😅😅😂

  • @user-dr1pp6ot3h
    @user-dr1pp6ot3h 2 หลายเดือนก่อน

    Mira.ba.joi.hok.vogoban.kipa.korok

  • @nripendeka5014
    @nripendeka5014 3 หลายเดือนก่อน

    লোড়িনজ্যোতি ক সহায় কৰিব সকলোৱে গোপনে ,, অগপ ক হাতত ধৰি অসমত BJP ৰ খোপনি ,, বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে পুৰণি BJP ক বিদায় দিব সাধাৰণ জনগণৰ মাজৰ পৰা , এতিয়া গোপনে AGP ক বিদায় দিব নতুন BJP য়ে ,, লগতে আদৰিব লোড়িনজ্যোতি ডাঙৰীয়াক ,,, দিল্লীত জনাব ,, পুৰণি BJP বুলিবলৈ কোনো নাই ,,, এতিয়া সকলো মোৰ অনুগামী ,, মই ,, মোৰ পিছত হে BJP ,,
    দিল্লীৰ পৰা এটাই খবৰ আহে ,, যিয়ে আগত তেওঁৱেই BJP ,, বুজি পাইছেনে ৰাইজ ,,

  • @lnl6069
    @lnl6069 3 หลายเดือนก่อน

    Amar okhomt kisuman Neta ase, jar Pthir pisfale Raj hara nothoka manuhr dore hoi....kam korib nuare, kebol kotha kob pare. 🙏🙏

  • @nijamuddin-228
    @nijamuddin-228 3 หลายเดือนก่อน

    Baideu apuni zikibo aito nichito

  • @pegurock421
    @pegurock421 3 หลายเดือนก่อน +4

    Vote for মীৰা বৰঠাকুৰ

  • @user-hq6lh4it9n
    @user-hq6lh4it9n 3 หลายเดือนก่อน +1

    Bea val tumru thake

  • @mridulkumarborah4181
    @mridulkumarborah4181 3 หลายเดือนก่อน

    Pratinidhir sale bere kobowa kathat Raijor anubhab haba lage. Thanks.

  • @hridaychoudhury8527
    @hridaychoudhury8527 3 หลายเดือนก่อน

    ফটুৱা সংবাদ মেল