ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

বিজেপিক কোনোৱে শ'লঠেকত পেলাব নোৱাৰে, কোনো বিধায়কে দল ত্যাগ নকৰেঃ ভৱেশ কলিতা

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ค. 2024
  • বিজেপিক কোনোৱে শ'লঠেকত পেলাব নোৱাৰে, কোনো বিধায়কে দল ত্যাগ নকৰে...সকলো বিধায়ক দলত আছে...চৰকাৰত কোনো বিসম্বাদ নাই...দলত কোনো বিসম্বাদ নাই...এচাম সংবাদ মাধ্যমৰ এইবিলাক সৃষ্টিঃ ভৱেশ কলিতা
    #pratidintime #assam #bjp

ความคิดเห็น • 73

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 23 วันที่ผ่านมา +16

    সভাপতি মহাশয় নাইডুয়ে ইতোমধ্যেই ৬০ হাজাৰ কোটিৰ পেকেজ লৈ গল কেন্দ্রীয় চৰকাৰৰ পৰা তহতে মুখ চেলেকি থাক। অসমৰ জনসাধৰনে বানপানীত ককবকাই আছে অসমত বিজেপিৰ চৰকাৰ হৈয়ো এটকাও আনিব নোৱাৰিলি। চিঃ চিঃ হিন্দুত্ববাদী নেতাৰ এই অৱস্থা।

  • @anantagogoi7206
    @anantagogoi7206 23 วันที่ผ่านมา +11

    ফিটাহি মৰা এচাম নেতা আৰু অহংকাৰে বি জে পি দলক শেষ কৰিব

  • @papuborgohain8156
    @papuborgohain8156 23 วันที่ผ่านมา +35

    এনে অহংকাৰৰ কাৰনে তহত শেষ হবি গৰু

    • @Sexyboyoh190
      @Sexyboyoh190 23 วันที่ผ่านมา

      Rendir putek gourov johora

    • @user-zi9fh7ne2s
      @user-zi9fh7ne2s 23 วันที่ผ่านมา +5

      ১০০% শুদ্ধ ইহঁতৰ অহংকাৰী

    • @khargeswarbaruah8139
      @khargeswarbaruah8139 23 วันที่ผ่านมา +4

      এইটো এটা মুৰ্খ আৰু অহংকাৰী।

    • @bkp9774
      @bkp9774 23 วันที่ผ่านมา

      ​@@khargeswarbaruah8139 কোন হয় এইটো, হিমন্তৰ ধুমা ধৰা হয় নেকি বাৰু ।

  • @HirenNath-vm1dk
    @HirenNath-vm1dk 23 วันที่ผ่านมา +17

    বাজপেয়ী নাম মুখত সুভা নাপায় ।

  • @bakulboruah2026
    @bakulboruah2026 23 วันที่ผ่านมา +6

    গৌৰৱৰ ধুমুহাত তচনচ BJP ৰ বৰঘৰ।নাওঁ বুৰিলেও টিঙৰ পৰা নানামে। ২০২৬ ত ১৫ খনৰ ওপৰত BJP য়ে আসন নাপায়।

  • @Gjpchannel23
    @Gjpchannel23 23 วันที่ผ่านมา +4

    পাবা এইবাৰ ভোট জলকীয়া।

  • @utpalgogoi7199
    @utpalgogoi7199 23 วันที่ผ่านมา +9

    সকলো সময়ত হব।হলথেকত পৰে নে নপৰে বুজা যাব 26 অত।

  • @sonalisenguota176
    @sonalisenguota176 23 วันที่ผ่านมา +22

    Next cm Gaurav gogoi ahi ase sir ki kobo

    • @IndalulKhalong...
      @IndalulKhalong... 23 วันที่ผ่านมา +1

      Gourav Gogoi t koi Ajmol a val

    • @PrajenBorman-ud9ih
      @PrajenBorman-ud9ih 23 วันที่ผ่านมา +4

      @@IndalulKhalong... himut koi prodip sarkar besi val

    • @Sexyboyoh190
      @Sexyboyoh190 23 วันที่ผ่านมา +1

      @@PrajenBorman-ud9ih rendir putek gourov johora

    • @tankeswarmrinmoy5316
      @tankeswarmrinmoy5316 23 วันที่ผ่านมา +1

      ​@@PrajenBorman-ud9ihmojja disa 😂😂😂

  • @pankajchetia8107
    @pankajchetia8107 23 วันที่ผ่านมา +3

    অসম বিজেপিলৈ মোৰ তৰফৰ পৰা আগতীয়াকৈ অশ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, শ্মশান যাত্ৰা আৰম্ভ কৰিব লাগে

  • @ranjitgowsami7891
    @ranjitgowsami7891 23 วันที่ผ่านมา +10

    কংগ্ৰেছও কৈছিল কোনোবা দল এৰি গলে ক্ষতি নহয় বুলি

  • @dayanandadoley4926
    @dayanandadoley4926 23 วันที่ผ่านมา +6

    ভৱেশ কলিতাক অতি সোনকালে সভাপতি পদৰ পৰা অপসাৰণ কৰিব লাগে।।

  • @Aditygogoi123
    @Aditygogoi123 23 วันที่ผ่านมา +12

    নাও বুৰিলেও টিঙৰ পৰা নেনামিবা।।

  • @riturajboruahsgkclass5510
    @riturajboruahsgkclass5510 23 วันที่ผ่านมา +6

    ভবেশ কলিতাই কাৰ শ্ৰুতলিপি পাঠ কৰি আছে জনা আছে

    • @bkp9774
      @bkp9774 23 วันที่ผ่านมา

      হেমন্ত ই ফোন কৰা লগে লগে ধপলিয়া ই গৈছে , বেছেৰা টো ।

  • @bkp9774
    @bkp9774 23 วันที่ผ่านมา +2

    তহতৰ অহং কাৰণে ৰাইজেই দলক বাদ দিব, কোনোৱেই দল ত্যাগ কৰিব নালাগে।
    আঙুৰ টেঙা হোৱা দৰে চবেই টেঙাই যাবি।
    ভৱেশ ৰ মুখ খন দেখিলে বেয়াই লাগে। 😢😢😢

  • @puspadhardowarah1932
    @puspadhardowarah1932 23 วันที่ผ่านมา +4

    ৰাজনীতি কৰা"মানুহে কাহানিও সচা কথা নকয়!মিছলীয়া;ঠগৰামী;মৰাক মাৰি খোৱা বোৰেহে ৰাজনীতি কৰিব"পাৰে।পদত্যাগ কৰিম"বুলি কোৱা মানুহেও পদত্যাগ নকৰে।গতিকে এইবোৰ মিছলীয়া"নহয়"কি?

  • @manikeswardeka8996
    @manikeswardeka8996 23 วันที่ผ่านมา +3

    বাজপেয়ী নামটোত তহতে কলংক সানিছা

  • @ambikakrishna5793
    @ambikakrishna5793 23 วันที่ผ่านมา +1

    অহংকাৰী হতৰ দৰ্পসূৰ্ণ হৈছে,ভালৰ লক্ষণ।

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 23 วันที่ผ่านมา +3

    তাকে নকৈ আৰু কবি কি মিছা কথা কৈ একো লাভ নাই 26 ত by by BJP

  • @Santoshimaa0039
    @Santoshimaa0039 23 วันที่ผ่านมา +5

    এনে মন্তব্য কৰি যাওঁক বহুত ভাল লাগে । অহংকাৰ বুলি নকয় দেই এনে কথাবোৰ ।

  • @kakoligayan2065
    @kakoligayan2065 22 วันที่ผ่านมา +1

    বিজেপি বৰ ভোজ
    খাব লৈ নাপা বি
    বিজেপিৰ বৰ ভোজ খোৱাৰ
    দিন শেষ হ'ল
    ' বিদায় কুমিতিৰ
    বিজেপি

  • @bububorah
    @bububorah 23 วันที่ผ่านมา +5

    লিখি ৰাখক এই সকলোবোৰ এদিন কংগ্ৰেছলৈ আহিব!! কাৰণ এখেতৰ কোনো নিজৰ base নাই!!!

  • @rambalram2610
    @rambalram2610 23 วันที่ผ่านมา +3

    ই জবাব পাব ২০২৬ ত 😅😅😅 তাৰ বাইত এটা লব ২৬ ত....😅😅😅😂😂

  • @sahidulsvlogs7862
    @sahidulsvlogs7862 23 วันที่ผ่านมา +1

    আপুনি এনে ধৰণৰ কথা ক'লে খুব ভাল লাগে।

  • @rakashdas9087
    @rakashdas9087 23 วันที่ผ่านมา +2

    এতিয়া আগৰ নেতাও নাই সংঘৰ আদৰ্শ থকা নেতাও নাই বি জে পিত লুটি পুতি খোৱা মানুহে আছে যিজন মানুহে নিজৰ ঘৰৰ মুৰব্বীজন মৰিলে একো ক্ষতি নহয় বুলি কয় তেও কি মুৰ্খ নে কি কাৰোবাক ভৰিত ধৰি মন্ত্রীত্বৰ লোভত দলতো শেষ কৰিব পাৰে এই মানুহ বোৰে এই বিলাক জাৱৰ ইহতে ক্ষতি কৰি আছে দলতো

  • @bulbulAxom099
    @bulbulAxom099 23 วันที่ผ่านมา +2

    এই দম্ভালি মৰা কথাৰ বাবেই আজি অমানিশা নামি আহিছে 🤣🤣

  • @user-in8vm2el6r
    @user-in8vm2el6r 23 วันที่ผ่านมา +2

    এই কেলা কথা কলে টোপনি মাৰি কথা কয়।.😅

  • @santanukumardas6602
    @santanukumardas6602 23 วันที่ผ่านมา +3

    Bhabesh kalitar mukhor mate nulai ki lecture dibo ahise . Agote ki asil Atia je Iman Property korise kot paise Bhabesh kalitai

  • @amu536
    @amu536 23 วันที่ผ่านมา +1

    ফিটাহিয়ে শেষ কৰিব বি জে পি দ'ল। সভাপতি এইজনা হৈ থাকিলে শেষ 😂

  • @bibekbhatta254
    @bibekbhatta254 23 วันที่ผ่านมา +2

    অধপতন অনিবাৰ্য।

  • @hemchandraborah-vd6nz
    @hemchandraborah-vd6nz 23 วันที่ผ่านมา +1

    গুৰিৰ পৰা ওলোৱা গছ বোৰ সহজে নমৰে পাবত গজা গজালি বেছি দিন নাথাকে।

  • @khirodkr.laskar8486
    @khirodkr.laskar8486 23 วันที่ผ่านมา +2

    Ai2r kunu kam nai CM r repid reader hoi...

  • @radhachura11
    @radhachura11 23 วันที่ผ่านมา

    Yes karon himasuror soon sada, botol kormi bahut ase😊

  • @ratuldas4987
    @ratuldas4987 19 วันที่ผ่านมา

    লেই লেই ছেই ছেই,,,

  • @IndalulKhalong...
    @IndalulKhalong... 23 วันที่ผ่านมา +1

    Good news..
    Original BJP leader hokolor value naikiya hoi gose..
    Only Congress pora aha mla hokole BJP t value ase..
    Asol BJP hokolok full support koru..
    Moi 22 years pora BJP k support kori ahisu..
    Piyush Hajarika, Jayanta Mallab Boruah nisina keita babei BJP Akhomor hekh hoi jabo.

  • @diliphazarika8581
    @diliphazarika8581 23 วันที่ผ่านมา +1

    অহংকাৰ হলে পতন হয়

  • @user-kd1ft7vi8f
    @user-kd1ft7vi8f 23 วันที่ผ่านมา +1

    Bhabesh kalita ata katha kabo najana murkha hoi

  • @anonymous_assamese4838
    @anonymous_assamese4838 23 วันที่ผ่านมา +1

    😂😂😂 ৰাজ্যিক সভাপতিৰ অৱস্থা 😂😂😂

  • @gh12138.
    @gh12138. 23 วันที่ผ่านมา +1

    Bjp ses hobo ar🙏

  • @yogeshborpatragohain6775
    @yogeshborpatragohain6775 19 วันที่ผ่านมา

    RIP washing machine party ….. ha ha hahhh

  • @jituborah5788
    @jituborah5788 23 วันที่ผ่านมา

    👍👍👍👍

  • @deadlydrax2711
    @deadlydrax2711 22 วันที่ผ่านมา

    26 ot poriborton hobo.

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 18 วันที่ผ่านมา

    BJP Sarkar 2026 Sarkar 00000000000000000000000000000000000000 Kam hai Modi Sarkar go back

  • @rahulamin659
    @rahulamin659 22 วันที่ผ่านมา

    ভবেশ কলিতা হৈছে ভাটৌ চৰাই।

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 22 วันที่ผ่านมา

    নাও ডুবিলেও টিঙত উঠিয়েই থাক।

  • @binoykumarsarma1840
    @binoykumarsarma1840 22 วันที่ผ่านมา

    আপোনাৰ কোনো স্থিতি নিজৰ নাই। পুতলা ৰ সূতাৰ দৰে টানি আছে।

  • @hindulukjeluviyatareiudaho7737
    @hindulukjeluviyatareiudaho7737 22 วันที่ผ่านมา

    BJP এটা নিছ পাৰ্টি, BJP idologi congress অৰ পৰাও নিচ এয়াত সাধাৰণ জনতাৰ স্থান নাই , BJP ত নেতাৰ হে ময়মতালিত চৰকাৰ চললে । মই BJP বুথ সভাপতি পদ তিয়াগ কৰিলো সেইবাবে।

  • @user-cp2ep2gh1e
    @user-cp2ep2gh1e 22 วันที่ผ่านมา

    Bjp is great

  • @TCF573
    @TCF573 23 วันที่ผ่านมา

    Aku khyati nohoitu..
    Atya je Modi sorkar gusi NDA holgoi.. 😅😅😅 Modir power i naikia hol lukok hontusta korilehe atya NDA borti thakibo...😅😅😅Aku khyati nohoi no????? 😅😅😅

  • @rituparnasaikia8281
    @rituparnasaikia8281 22 วันที่ผ่านมา

    Manuhok bhal paok

  • @hairprasaddeori2325
    @hairprasaddeori2325 22 วันที่ผ่านมา

    😂 beya din ahi gol , lukor ghart humai e korisil atiya nijor ghart hei corona entry marise😂

  • @pabankalita4473
    @pabankalita4473 23 วันที่ผ่านมา

    এনেকুৱা কঠাৱতৰা শুনিৱলৈ আমী ৱহুত ভাল পাও আমি পিচত আচো ডাঙৰীয়া🍆🍆🍆🍆

  • @user-kd1ft7vi8f
    @user-kd1ft7vi8f 23 วันที่ผ่านมา

    Tumar kam nai bhabesh kalita tumar katha mate purana b j p hakole kam nakore tumaluk ak nomber cuwa selska misalia

  • @AbdulSamad-oh8sc
    @AbdulSamad-oh8sc 23 วันที่ผ่านมา

    Astrologer

  • @TCF573
    @TCF573 23 วันที่ผ่านมา

    Aku khyatu nohoi tu heikarone Modi atya Nitish Naidur sabi diya pootola huwa nai janu??? Ha ha ha. E yu je kotha koi dei.. Jomoni 😅😅😅Modi ye moyei Bhogowan. Poromattmar ongkha buli koi Vote bisariu magic no subo nuwari atya lukor pithit uthilgoi. 😅😅😅😅

    • @Sexyboyoh190
      @Sexyboyoh190 23 วันที่ผ่านมา +1

      @@TCF573 rendir putek chamchas creating their own happiness

  • @paramakathar8333
    @paramakathar8333 23 วันที่ผ่านมา

    Kam nai