কিহৰ কাৰণে আলফাই কৰিলে আত্মসমৰ্পণ? মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ม.ค. 2024
  • কিহৰ কাৰণে আলফাই কৰিলে আত্মসমৰ্পণ?
    ১২ বছৰে আলোচনা কৰি এয়া নেকি আলফা চুক্তি?
    আলফাৰ হৈ মূল আলোচনাকাৰী আছিল শশধৰ চৌধুৰী
    সেই শশধৰ চৌধুৰী আজি প্রথমবাৰৰ বাবে ষ্টুডিঅ’ত
    অসমত আজি সৰ্বত্র নিন্দাৰ সন্মুখীন আলফা
    পৰেশ বৰুৱা সম্পৰ্কে কি কয় চৌধুৰীয়ে?
    ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কিয় হ’ব নোৱাৰে?
    অসমীয়াৰ আৱেগ বনাম আলোচনাৰ মেল
    সাংবিধানিক ৰক্ষাকৱচ কিদৰে পোৱা যাব?
    জাতীয় আত্মসমৰ্পণ বনাম কৌশলগত কূটনীতি
    ৰাষ্ট্র, দল, ৰাজ্য, আলফা আৰু অসমীয়াৰ আৱেগ
    আলফা চুক্তি বিজেপিৰ লোকসভাৰ নিৰ্বাচনী এজেণ্ডা
    মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

ความคิดเห็น • 57

  • @milanborah7503
    @milanborah7503 7 หลายเดือนก่อน +13

    ভোগ-বিলাসত মত্ত হবৰ বাবে | এই জধামূৰ্খ কেইটাৰ বাবে বহুত অসমীয়া লৰা মৰিল ,সেনাই বহু ছোৱালীক ধৰ্ষণ কৰিলে ,বহু অসমীয়া যুৱক জীৱনলে ঘুনিয়া হল | এই জধামূৰ্খ কেইটাই দিল্লীৰ পৰা আনিলে কি ?
    সেইখিনি এইকেইটাই ঘুৰাই দিব পাৰিবনে ?
    ইঁহত কেইটাই বাংলাদেশত ধৰা দি ,দিল্লীৰ গড়াঁলত নিজে বন্দী হৈছিল |পৰিপক্ক মগজৰ হোৱা হলে ,আলফা কৰিবলৈ নগলহেঁতেন | বেয়া লাগে ,ইহঁতৰ দোষৰ কাৰণে ,বহু অসমীয়াৰ ক্ষতি হল |
    এই বিদগ্ধ পন্ডিত জনক কি প্ৰশ্ন সুধি সময় নস্ত কৰিছে...
    ৰাইজৰ ওচৰত ইহঁত নাঙঠ হল |

  • @JiyaHayaan
    @JiyaHayaan 7 หลายเดือนก่อน +6

    What ever you did really for Assam. The condition of 90 s was different and now totally different so it is right to change with time. বহুতে বহুত কব কিন্তু কোনেও নিজে নকৰে আৰু আপোনালোকে যি কৰিছে বহুত খিনি কৰিছে।

  • @leelahazarika7587
    @leelahazarika7587 7 หลายเดือนก่อน +6

    ' ইনাৰ লাইন 'পাৰমিট'ৰ বিষয়টো চুক্তি খনত সন্নিৱিষ্ট কৰিলে কিবা অসুবিধা হ'ল হয় নেকি বাৰু ?

    • @hritamkashyap
      @hritamkashyap 3 หลายเดือนก่อน

      একদম ঠিক কথা কৈছে আপুনি

  • @rajibkumarrabha201
    @rajibkumarrabha201 6 หลายเดือนก่อน +1

    শশধৰ straight forward. ভাল লাগিছে তেখেতৰ ব্যক্তিত্ব

  • @mradurparssnagogoi242
    @mradurparssnagogoi242 7 หลายเดือนก่อน +2

    অনুস্থান টো ছাই ভাল লাগিল

  • @hemantaborah3953
    @hemantaborah3953 7 วันที่ผ่านมา

    সাধাৰণ চিপাহী বোৰ গুলিৰ আগত মৰে ডাঙৰ ডাঙৰ কেইজন কেৱল ভাৰতীয় সেনাৰ হাতত ধৰা পৰে !!কেচটো কি !!!!। গণতান্ত্ৰিক শাসন ব্যৱস্থাত বন্ধুকৰ নলীয়েদি স্বাধীনতা আহিব জানো !!! নাজানো বাবেহে সুধিছো দেই চাৰ সকল ! দায়-দোষ নধৰে যেন !!!!

  • @arunpathak2120
    @arunpathak2120 7 หลายเดือนก่อน +11

    তালুকদাৰ ডাঙৰীয়াই পৰিবেশন কৰা সকলো অনুস্থানেই খুব মনোগ্ৰাহী। আজিও তেখেতৰ অনুস্থান ভাল লাগিল।

    • @anandagogoi3444
      @anandagogoi3444 6 หลายเดือนก่อน

      কছটখটঙঘকঞগকচথ

  • @bhaskardeka9007
    @bhaskardeka9007 7 หลายเดือนก่อน +7

    Govt should use his knowledge in good way.
    Great talk

  • @bishwajeetgogoi
    @bishwajeetgogoi 7 หลายเดือนก่อน

    Good initiative

  • @njyotinjyoti7541
    @njyotinjyoti7541 7 หลายเดือนก่อน +9

    অসমত একো নাই বুলি কৈছে যে আগতে বুজি পোৱা নাছিল নেকি।ইমান সাহসী লৰা মৰিল আৰু আপোনালোকৰ কথাত কিমান মানু্হ ঘুনিয়া হ'ল।এতিয়া চালে বাৰে কোবাই কথা কৈ পাল মাৰিছে

  • @pypypnpn4077
    @pypypnpn4077 7 หลายเดือนก่อน

    Bohut val kotha koise

  • @PunaswarDas
    @PunaswarDas 6 หลายเดือนก่อน

    ভাল লাগিল চাই

  • @greatindia5003
    @greatindia5003 6 หลายเดือนก่อน +2

    ইহঁতৰ বেংক একাউণ্ট ৰাজহুৱা হব লাগে ।

  • @manujgogoi7232
    @manujgogoi7232 6 หลายเดือนก่อน +3

    Apuni real ulfa ne

  • @user-iq1qe8hs5m
    @user-iq1qe8hs5m 7 หลายเดือนก่อน +1

    উল্ফাই যদি politically parallel government bonaise negotiation r karone tente thik ase nhle enebor genta surrender manuhok ami pradhonyo nidiu.

  • @BubulNath-gw7mm
    @BubulNath-gw7mm 7 หลายเดือนก่อน +2

    Sudur.bhai

  • @user-ox3wg9jw3d
    @user-ox3wg9jw3d 7 หลายเดือนก่อน

    😊

  • @mintubharali3092
    @mintubharali3092 7 หลายเดือนก่อน +2

    Akebare dhua tilosir pat...

  • @pranabgoswami6872
    @pranabgoswami6872 7 หลายเดือนก่อน

    Good man

  • @JiyaHayaan
    @JiyaHayaan 7 หลายเดือนก่อน +12

    মানুহে জাতি টোৰ কাৰণে অকমান ত্যাগ কৰিব নোৱাৰে আৰু তেখেত সকলে নিজৰ জীৱন মূল্যবান সময় ত্যাগ কৰিছে। পথ ভুল হব পাৰে কিন্ত লক্ষ্য ঠিকে আছিল।

  • @premvidyarnavmusical
    @premvidyarnavmusical 6 หลายเดือนก่อน +1

    Kotha bilak jongholi manuhor dore

  • @rajibkumarrabha201
    @rajibkumarrabha201 6 หลายเดือนก่อน

    Inner line permit ব্যবস্থা কৰিব লাগে অসমত

  • @iamwhatiam8261
    @iamwhatiam8261 7 หลายเดือนก่อน +7

    আপোনাকৰ সাধ্য অনুসাৰে যি কৰিছে সেইয়া যথেষ্ট কৰিছে, মই আপোনালোকৰ কামত সন্তুষ্ট।

  • @jyotiprbrahma73
    @jyotiprbrahma73 7 หลายเดือนก่อน +1

    49:48 You have been allready discriminated

  • @lachitphukan7495
    @lachitphukan7495 7 หลายเดือนก่อน

    It's a political game

  • @BubulNath-gw7mm
    @BubulNath-gw7mm 7 หลายเดือนก่อน +1

    Sasadhar.narack.khabi.Tahate

  • @user-dl7kx5lp9p
    @user-dl7kx5lp9p 7 หลายเดือนก่อน +1

    Ai karona aponi alfaloi goisel naki

  • @greentomato2638
    @greentomato2638 7 หลายเดือนก่อน +1

    Ei kla hero boni gol dekhun.. Bhut attitude kla yar

  • @pradipkalita6363
    @pradipkalita6363 7 หลายเดือนก่อน

    Eta bixex aponar chintat moi asorit je aponi kono bexex byektik logot noloi bor bhal paisu , ejon ajiloi bixex xahoxi Budhijibi aponi

  • @MdMIslam-zv6en
    @MdMIslam-zv6en 7 หลายเดือนก่อน +1

    Tokar babei korile neki.

  • @diluwarhussain6024
    @diluwarhussain6024 6 หลายเดือนก่อน

    ধৰা পৰা নাছিল ধৰাহে দিছিল

  • @basantabaruah8479
    @basantabaruah8479 7 หลายเดือนก่อน

    Axomia bidruhir aeitue charitra.Asorit hobo logia aku nai.

  • @bishnuramdas2708
    @bishnuramdas2708 6 หลายเดือนก่อน +1

    Hijirai uttar dia Jen lagise

  • @brojenkhargharia15
    @brojenkhargharia15 7 หลายเดือนก่อน +1

    Soso na foso aebor kam naie ehota assamor manuhok fake desa odaeso ke acel

  • @greentomato2638
    @greentomato2638 7 หลายเดือนก่อน +1

    First faltu manuh invite korise eitu channel e..

  • @user-iq1qe8hs5m
    @user-iq1qe8hs5m 7 หลายเดือนก่อน

    Report বনোৱা যদি ভালদৰে বনাবি। উল্ফাই surrender kora nai। কেইজন মানে কৰিছে।

  • @pankajkumarnath3093
    @pankajkumarnath3093 6 หลายเดือนก่อน

    He justify the failure of ulfa

  • @kushalbaruah8438
    @kushalbaruah8438 6 หลายเดือนก่อน

    CAA HATAW ASOM BASAW... APUNI AKU nakale..sehe.ako ALOSANAT ag bhag lowk...

  • @ajitneog8624
    @ajitneog8624 7 หลายเดือนก่อน

    Arabinda rajkhowa k aanibo xonkale

  • @lakheswarborah3046
    @lakheswarborah3046 6 หลายเดือนก่อน

    এইজনৰ লগত কথোপ-কথন কৰি লাভ নাই । তেওঁ ওপৰত আস্থা ৰখাটো আলোচনা পণ্ঠি সকলৰ উচিত নাছিল । তেওঁ কিয় আলফাত যোগ দিছিল সেইটোৱে আমাৰ বাবে সাথৰ হৈ ৰল । অসমত তেওঁৰ মতে একো সম্পদেই নাই । আমি আচৰিত ।

  • @user-iq1qe8hs5m
    @user-iq1qe8hs5m 7 หลายเดือนก่อน +1

    Paresh Baruah zindabad.

  • @woman178
    @woman178 7 หลายเดือนก่อน

    NRC nawhuwar karawn tu ki 6 Janagosthi r janajatikaran st hawlae agawt st hoi thawka bilake opposition kawratu sabhabik mahuh barhi gole sawmawshya hawbaw 371 Karnataka t asae Karnataka janajati state nawhawi

  • @chittaranjankalita1249
    @chittaranjankalita1249 6 หลายเดือนก่อน

    Aponaloke ulfa kori axom khon bahut pisuai dile, aponalok axomiar Malik nohoi, apona r kone right nai axomiar hoi

  • @sonybigtv6160
    @sonybigtv6160 6 หลายเดือนก่อน +1

    Hijira

  • @ajbora3990
    @ajbora3990 6 หลายเดือนก่อน

    Good boss you are admitted you are losser

  • @samudradeka9250
    @samudradeka9250 7 หลายเดือนก่อน

    বেছেৰা

  • @user-dl7kx5lp9p
    @user-dl7kx5lp9p 7 หลายเดือนก่อน

    Tokar lovot ai Kam korila naki

  • @user-iq1qe8hs5m
    @user-iq1qe8hs5m 7 หลายเดือนก่อน

    Fokotiya report bonali

  • @tanuramdas1946
    @tanuramdas1946 7 หลายเดือนก่อน

    Tohotor ako Kam nai

  • @user-sj5yi6nm2j
    @user-sj5yi6nm2j 6 หลายเดือนก่อน

    Kam nai

  • @user-ox3wg9jw3d
    @user-ox3wg9jw3d 7 หลายเดือนก่อน

    😊