ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
মোৰে দুচকুলে চোৱা ঘনে ঘনেপাইছা জানো মোৰ মন,তোমাৰে লিহিৰি মনৰে বাতৰি উমানতে পালোঁ গম।।কি যাদু কৰিলা মোকে মনে মনেবন জুই জ্বলালা গাত,,ফাগুনৰ বতৰে বনজুই জ্বলালেদোষ নাই মোৰে অ' গাত।।মোৰে দুচকুলে....সঁচাই ভাল পোৱাটো মোক?সন্দেহৰ থল ক'তে।মধুৰ কথাত সজাতে নাইপ্ৰতিশ্ৰুতি দুচকুতে।।সদায় কাষতে থাকিবা নে ? অচিনকৈ নদীতে পানশৈ উতালাএতিয়া কপিছে মন।।মোৰে দুচকুলে......তোমাক জানো জীৱনত পাম?নদী বয় সাগৰলে।মইও নদীত কৰিছোঁ পণস্বাগতম জীৱনলে।।বাধাৰ শিলনি কেনেকে যাম?কাইটৰ মাজতহে পিৰীতি পাপৰিৰজিলিকে সেন্দুৰী ৰং।।কি যাদু কৰিলা....ফাগুনৰ বতৰে বনজুই জ্বলালেদোষ নাই আমাৰে গাত।।❤️❤️
সুন্দৰ
❤
এই চিৰসেউজ গীতবোৰৰ মাজত সৃষ্টিৰ মাদকতাৰ লগতে সুৰৰ মায়াজাল সনা আছে!❤️❤️
চিৰসুন্দৰ গীত। মন -প্ৰাণ জুৰ পৰি যায় গীতটি শুনিলে। প্ৰাণৰ শিল্পী গৰাকীৰ দৰদী কন্ঠৰ অনুৰণন হৃদয়ত আজীৱন থাকিব। লগতে নীলিমা বাইদেউৰ সুৰীয়া কণ্ঠইও সদায়ে মুগ্ধ কৰে। নীলা বাইদেউৰ সুন্দৰ ৰোমান্টিক অনুভৱৰ অনন্য গীতি-সাহিত্যভৰা সুনিপুন শব্দৰ প্ৰকাশ....অপূৰ্ব।💐💐💐💐
Jayanta Hazarika was ahead of his time ...he would have ruled India with his voice music and composition more than Bhupen Hazarika ... Such a legend he was
Do not compare. Both were legends. And in terms of voice, composition, and expression none is there in this world to surpass Bhupen da.
Jayanta Hazarika...was way ahead of his time...shame we lost him so early...❤❤
শব্দ,অনুভৱ আৰু প্ৰেমৰ কি অৰ্পূব সংমিশ্ৰণ ❤❤❤
সদায় কাষতে থাকিবা নে ?🥺💗🦋
Eman romantic
❤❤❤
Bohut dhunia gn jugomiya hoi rouk sklure mnt ❤❤❤❤❤❤❤🙏🙏🙏
Masterpiece
Ufff ki gaaan ❤️😭😭
চিৰসেউজ যাউতিযুগীয়া নজহা নপমা গীত। ❤️🎉
অতি সুন্দৰ গীত! ইম্মান যে ভাল লাগে! ছুপাৰ!
সদায় কাষতে থাকিবা নে ।।।😇🌼
Mur bht vl loga geet Tu❤️🔥
মন চুই যোৱা গীত, অপূৰ্ব কণ্ঠ তুলনা নাই। এইসকল শিল্পী চিৰ নমস্য 🙏 , সদায়েই মুগ্ধ হওঁ ।
Eman dhuniya git tu❤️❤️❤️❤️
কি যাদু কৰিলা, মোকে মনে মনে, বনজুই জ্বলালা গাত❤
Jayanta Hazarika's sings are just so soothing ❤️
Bahut val lage de
Ki je dhunia gaan uff...
Mon bhori gol 🙏
মোৰ অতি প্ৰিয় গীত। ভাল লাগিল শুনি। ❤
ইমান সুন্দৰ গীতৰ কথা গীত ❤️❤️❤️
Searching for this from last year and today my friend send this to me ♥️
90s song is the best ❤
Greatandavergreen,thanku,you
মন চুই গ'ন।
Xongeet buli kole eiburei sage 💕
Iman dhuniya Geet ❤️
Viral on reels and every Assamese song lover's status
Evergreen Song ❤️😍
Fantastic efforts
Hasai bor vall loga ati geet.
Evergreen ❤
aei😮geetei mor khatei mileikhei geetti dilo
Old is Gold.
সুন্দৰ❤️
সঁচাই ভাল পোৱানে মোক ❤️সন্দেহৰ থল ক'তে
❤️❤️ maa songs ❤️🌸🙏
❤️❤️
Divine music
Kun Kun ahisa eyt reels sai
Old is gold
❤️
খুব সুন্দৰ
Sttus sai oha hosai val pwane muk
💜🕊
Oti mitha git
❤🥺
💘
Nice
nice
চিৰ সেউজ গীত৷
Gamei napalo atiheiahei paso
Um paisu moi
♥️
♥️♥️♥️
মোৰে দুচকুলে চোৱা ঘনে ঘনে
পাইছা জানো মোৰ মন,
তোমাৰে লিহিৰি মনৰে বাতৰি
উমানতে পালোঁ গম।।
কি যাদু কৰিলা মোকে মনে মনে
বন জুই জ্বলালা গাত,,
ফাগুনৰ বতৰে বনজুই জ্বলালে
দোষ নাই মোৰে অ' গাত।।
মোৰে দুচকুলে....
সঁচাই ভাল পোৱাটো মোক?
সন্দেহৰ থল ক'তে।
মধুৰ কথাত সজাতে নাই
প্ৰতিশ্ৰুতি দুচকুতে।।
সদায় কাষতে থাকিবা নে ?
অচিনকৈ নদীতে পানশৈ উতালা
এতিয়া কপিছে মন।।
মোৰে দুচকুলে......
তোমাক জানো জীৱনত পাম?
নদী বয় সাগৰলে।
মইও নদীত কৰিছোঁ পণ
স্বাগতম জীৱনলে।।
বাধাৰ শিলনি কেনেকে যাম?
কাইটৰ মাজতহে পিৰীতি পাপৰিৰ
জিলিকে সেন্দুৰী ৰং।।
কি যাদু কৰিলা....
ফাগুনৰ বতৰে বনজুই জ্বলালে
দোষ নাই আমাৰে গাত।।
❤️❤️
সুন্দৰ
❤
এই চিৰসেউজ গীতবোৰৰ মাজত সৃষ্টিৰ মাদকতাৰ লগতে সুৰৰ মায়াজাল সনা আছে!❤️❤️
চিৰসুন্দৰ গীত। মন -প্ৰাণ জুৰ পৰি যায় গীতটি শুনিলে। প্ৰাণৰ শিল্পী গৰাকীৰ দৰদী কন্ঠৰ অনুৰণন হৃদয়ত আজীৱন থাকিব। লগতে নীলিমা বাইদেউৰ সুৰীয়া কণ্ঠইও সদায়ে মুগ্ধ কৰে। নীলা বাইদেউৰ সুন্দৰ ৰোমান্টিক অনুভৱৰ অনন্য গীতি-সাহিত্যভৰা সুনিপুন শব্দৰ প্ৰকাশ....অপূৰ্ব।💐💐💐💐
Jayanta Hazarika was ahead of his time ...he would have ruled India with his voice music and composition more than Bhupen Hazarika ... Such a legend he was
Do not compare. Both were legends. And in terms of voice, composition, and expression none is there in this world to surpass Bhupen da.
Jayanta Hazarika...was way ahead of his time...shame we lost him so early...❤❤
শব্দ,অনুভৱ আৰু প্ৰেমৰ কি অৰ্পূব সংমিশ্ৰণ ❤❤❤
সদায় কাষতে থাকিবা নে ?🥺💗🦋
Eman romantic
❤❤❤
Bohut dhunia gn jugomiya hoi rouk sklure mnt ❤❤❤❤❤❤❤🙏🙏🙏
Masterpiece
Ufff ki gaaan ❤️😭😭
চিৰসেউজ যাউতিযুগীয়া নজহা নপমা গীত। ❤️🎉
অতি সুন্দৰ গীত! ইম্মান যে ভাল লাগে! ছুপাৰ!
সদায় কাষতে থাকিবা নে ।।।😇🌼
Mur bht vl loga geet Tu❤️🔥
মন চুই যোৱা গীত, অপূৰ্ব কণ্ঠ তুলনা নাই। এইসকল শিল্পী চিৰ নমস্য 🙏 , সদায়েই মুগ্ধ হওঁ ।
Eman dhuniya git tu❤️❤️❤️❤️
কি যাদু কৰিলা, মোকে মনে মনে,
বনজুই জ্বলালা গাত❤
Jayanta Hazarika's sings are just so soothing ❤️
Bahut val lage de
Ki je dhunia gaan uff...
Mon bhori gol 🙏
মোৰ অতি প্ৰিয় গীত। ভাল লাগিল শুনি। ❤
ইমান সুন্দৰ গীতৰ কথা গীত ❤️❤️❤️
Searching for this from last year and today my friend send this to me ♥️
90s song is the best ❤
Greatandavergreen,thanku,you
মন চুই গ'ন।
Xongeet buli kole eiburei sage 💕
Iman dhuniya Geet ❤️
Viral on reels and every Assamese song lover's status
❤
Evergreen Song ❤️😍
Fantastic efforts
Hasai bor vall loga ati geet.
Evergreen ❤
aei😮geetei mor khatei milei
khei geetti dilo
Old is Gold.
সুন্দৰ❤️
সঁচাই ভাল পোৱানে মোক ❤️সন্দেহৰ থল ক'তে
❤️❤️ maa songs ❤️🌸🙏
❤️❤️
Divine music
Kun Kun ahisa eyt reels sai
Old is gold
❤️
খুব সুন্দৰ
Sttus sai oha hosai val pwane muk
💜🕊
Oti mitha git
❤🥺
💘
Nice
nice
চিৰ সেউজ গীত৷
Gamei napalo atiheiahei paso
Um paisu moi
❤❤❤
♥️
Nice
♥️♥️♥️
Nice