Haliki Puwar by Mahalaxmi

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 มิ.ย. 2018
  • DISCLAIMER : THIS VIDEO SONG IS JUST A HARMLESS AND HONEST AT CREATING ENTERTAINING VIDEO. PLEASE DON’T APPLY A COPYRIGHT TAKE DOWN REQUEST. IF YOU WANT TO REMOVE THIS SONG THAT YOU OWN PLEASE COMMENT BELOW. WE WILL SURELY RESPOND TO IT. THANK YOU.
    শালিকী পুৱাৰ ৰ’দালি দেখিলে
    তোমালৈ মোৰ মনতে পৰে
    বুকুৰ উশাহ হিম হৈ থাকে
    কিজানি তোমাতে গলিব পাৰে
    হিয়াৰ থাপনা থাপিলো তোমাক
    জনমে জনমে পূজিছোঁ তোমাক
    শালিকী পুৱাৰ ৰ’দালি দেখিলে
    তোমালৈ মোৰ মনতে পৰে
    সন্ধিয়াৰ লুইতে জোকালে মোক
    মেঘালী আকাশে জোকালে মোক
    বলিয়া ফাগুনে জোকালে মোক
    অসহায় শাওণে জোকালে মোক
    ক’তে তোমাকেনো পাও
    খুলি মনৰ কথা কও
    ক’তে তোমাকে লুকাও
    চিকুটি চিকুটি চাও
    অ’ মন ভৰি ৰয় মাঠোঁ তোমাৰ বাবে
    শালিকী পুৱাৰ ৰ’দালি দেখিলে
    তোমালৈ মোৰ মনতে পৰে
    বুকুৰ উশাহ হিম হৈ থাকে
    কিজানি তোমাতে গলিব পাৰে
    তিমিৰ বৰণ তোমাৰ চকু
    দেখিছিলোঁ মোৰেই চকুযুৰি
    আঁকিলো তোমাতেই য’ত আশা
    হেৰুৱালোঁ মোৰ ওঁঠৰে ভাষা
    যাযাবৰী দিন যায়
    ৰাতিও যে নুপুৱাই
    মিঠা মিঠা কথা কয়
    হাততো যে নৰয়
    অ’ সপোনে আগছে মনে মনে
    শালিকী পুৱাৰ ....
  • บันเทิง

ความคิดเห็น • 1.1K

  • @PranayDas-me3wy
    @PranayDas-me3wy 2 หลายเดือนก่อน +138

    কোনো কোনো মোৰ দৰে 2024 ত শুনি আছে এই গান টো

  • @jonalidas624
    @jonalidas624 ปีที่แล้ว +86

    এই গীতটি সচাকৈ হৃদয় চুই যায় ।কবলৈ ভাষা বিছাৰি পোৱা নাই কি বুলি ধন্যবাদ জনাম ।আচল কথা মহালক্ষ্মী বাইদেউৱে ইম্মান সুন্দৰকৈ গাইছে খুউৱ ভাল লাগে ।

  • @rajurajsutradhar9498
    @rajurajsutradhar9498 ปีที่แล้ว +55

    সঠিক হিচাপ দিব নোৱাৰো কিন্ত গীতটি ওলোৱাৰ পৰা মোৰ অনুমান হয় ৫০০০+ বাৰ মান শুনিলো । মহালক্ষ্মী বা মোৰ সদায় প্ৰিয় ❤️❤️❤️

  • @sudiptanayandas8324
    @sudiptanayandas8324 ปีที่แล้ว +93

    গীতটো জুবিন দাই নিজকে এজনী ছোৱালীৰ ৰূপত কল্পনা কৰি লিখিছিল বোলে! উফ্❤

    • @baloramdas9626
      @baloramdas9626 ปีที่แล้ว +8

      Recently, comment box t Zubeen Daar naam2 palu.... Tq de vai.

  • @Beautyoflife-bf9fx
    @Beautyoflife-bf9fx 4 หลายเดือนก่อน +9

    কিয় নাজানো, চকুপানী ওলাব যেন হৈ যায়,,,,,,,,কিমান ভাল লাগিলে এনে অনুভৱ হয় বুজাব নোৱাৰি🥺❤️

  • @parulgogoi8211
    @parulgogoi8211 4 ปีที่แล้ว +41

    গানটোৱে কেৱল মোৰেই নহয়,সকলোৰে যে অন্তৰ চুই যায় তাত মোৰ অলপো সন্দেহ নাই। Love u ba....love u so much....thnx

  • @user-ru7ty3zz8d
    @user-ru7ty3zz8d 13 วันที่ผ่านมา +2

    উহঃ কিমান যে সুন্দৰ শুনি ভাল পালো

  • @NEELOFARSULTANA
    @NEELOFARSULTANA 2 ปีที่แล้ว +59

    বৰ ধুনীয়া গান! অনাঅসমীয়া গায়ীকাৰ কণ্ঠত ইমান সুন্দৰ উচ্চাৰণ শুনি আপ্লুত হলো 👍👌👌👌👌👌💖💖💖

    • @axomiyageetsangeet5652
      @axomiyageetsangeet5652 ปีที่แล้ว

      youtube.com/@aneeankitaofficial564?sub_confirmation*1

    • @parash1963
      @parash1963 10 หลายเดือนก่อน

      She isn't assamese😊

    • @NEELOFARSULTANA
      @NEELOFARSULTANA 9 หลายเดือนก่อน +1

      @@parash1963 perhaps you don't understand the term (অনাঅসমীয়া) 😇😅😂

    • @KhanjanBoruah-kw3kb
      @KhanjanBoruah-kw3kb 6 วันที่ผ่านมา

      ​@@NEELOFARSULTANA😂

  • @j.swargiari1323
    @j.swargiari1323 ปีที่แล้ว +66

    বলিউডৰ মহালক্ষ্মী, কবিতা কৃষ্ণমূৰ্তি, সাধনা স্বৰগম, শ্ৰেয়া ঘোষাল এওঁলোকৰ অবদানে অসমীয়া music industry ক জীপাল কৰি ৰাখিছে । ভবিষ্যতে আৰু নতুন সৃষ্টি শুনি বলৈ আশা থাকিল।

  • @sobinborgohain3165
    @sobinborgohain3165 23 วันที่ผ่านมา +13

    Kune kune mur dore huni ase 2024 lik kora

    • @nabajitsarma7032
      @nabajitsarma7032 7 วันที่ผ่านมา

      My first love, this sweet voice.

  • @priyankas779
    @priyankas779 ปีที่แล้ว +72

    যেতিয়াৰ পৰা গানটো প্ৰথম শুনিছোঁ
    যোৱা ৬ তা বছৰ ধৰি প্ৰত্যেকটো ৰাতিপুৱা এই গানটোৰ সৈতেই আৰম্ভণি কৰি আহিছোঁ। স্কুলীয়া জীৱনৰ ৰাতিপুৱাই কুঁৱলী ভাগি টিউচন যোৱা এই গানটো বজাই বজাই আৰু এতিয়া স্নাতক জীৱনৰ হোষ্টেলৰ খিৰিকীৰ সন্মুখত বহি এই গানটো উপভোগ কৰাৰ এই সুকীয়া মাদকতাটো স্মৃতিৰ পাতত ধুনীয়াকৈ সজীৱ হৈ থাকিব। ❤️🥺 উফ্ প্ৰত্যেকতা শব্দই হৃদয়ৰ কোনবা এটা চুকত বৰ গভীৰকৈ চুই যায়।

    • @jadubharali2947
      @jadubharali2947 ปีที่แล้ว +3

      সচাঁই। ইমান সুন্দৰ গীতটি। গীতটিয়ে অন্তৰৰ কোনোবা এচুকত খুন্দা মাৰি আবেগৰ চকুলো বোৱাই দিয়ে। যেন অতীতবোৰ ঘূৰি আহে এনেকুৱা লাগে।

    • @nayanjyotinath8176
      @nayanjyotinath8176 หลายเดือนก่อน

      এইটো গান শুনিলে মোৰ মৰিব মন নাযায় জীৱনত কিবা এটা যেন বিচাৰি পাওঁ মই❤️2মাহ মই ভৰি ভাঙি বিচনাত আছিলো আৰু এইটো গান শুনি শুনি মই দিন পাৰ কৰিছিলোঁ এইটো গানে মোক জীয়াই থকাৰ প্ৰেৰণা দিয়ে

  • @DeepakDas-tl2oe
    @DeepakDas-tl2oe 4 ปีที่แล้ว +67

    এইবোৰকহে প্ৰকৃত গান বুলি কয়

  • @amarjyotinath4351
    @amarjyotinath4351 10 หลายเดือนก่อน +11

    বহুত ভাল লাগে দেই গান টো শুনি। কি ধুনীয়া মিঠা মাত মহালক্ষ্মী বাৰ ❤️💯

  • @epoch6184
    @epoch6184 3 ปีที่แล้ว +15

    হৃদয়ৰ নিভৃত কোণত শিহৰণ সৃষ্টি কৰা এটি চিৰসেউজ গীত...💝

  • @parashmonigogoi7715
    @parashmonigogoi7715 ปีที่แล้ว +43

    ইমান সুন্দৰ কন্ঠ শুনিলে শুনি থাকিবৰ মন যায় wow,❤️❤️

  • @Niranjanbokxi
    @Niranjanbokxi 4 หลายเดือนก่อน +14

    এই গান টো শুনিলে প্ৰিয় মানু্হ জনৰ কথা বহুত মনত পৰে মোৰ 😢 তাই এতিয়া আনৰ 😢 ভঙা হৃদয় খনক কোনে বুজাব 😢

    • @dhanjitgamer6093
      @dhanjitgamer6093 3 หลายเดือนก่อน +2

      Dukh nokoriba bhai

    • @Niranjanbokxi
      @Niranjanbokxi 3 หลายเดือนก่อน +1

      @@dhanjitgamer6093 umm

    • @malabikadas8810
      @malabikadas8810 2 หลายเดือนก่อน +1

      Khosai kisuman monor dukh monote Roy jai.😢😢

    • @Niranjanbokxi
      @Niranjanbokxi 2 หลายเดือนก่อน

      @@malabikadas8810 তাকে টো 😭

  • @parthaborbora6718
    @parthaborbora6718 ปีที่แล้ว +19

    শব্দবোৰ বুকুত লাগি যায় ❤ বহুবাৰ শুনিছোঁ আৰু অসংখ্যবাৰ শুনিম❤❤❤

    • @manjitzinc7405
      @manjitzinc7405 หลายเดือนก่อน

      jubeen dar kothai mon sui jai

  • @mohsinakhanam2837
    @mohsinakhanam2837 ปีที่แล้ว +19

    গানটো শুনি বহুতো স্মৃতি মনত পৰি গল আজি...!!!❤️🥺

  • @halla7654
    @halla7654 5 ปีที่แล้ว +25

    ৰাতিৰ টোপনিৰ ঔষধ এনেকুৱা গানবোৰ😍😍

  • @user-rh5zw5gi4i
    @user-rh5zw5gi4i 4 ปีที่แล้ว +12

    বুজাব নোৱাৰি বহুত সুন্দৰ গান মন প্ৰান চুই গ'ল আৰু যোৱা দিনবোৰলৈ মনত পৰি গ'ল যাতে এইবোৰ গান চিৰ যুগমীয়া হয় ৰই।

  • @priyadas7978
    @priyadas7978 2 หลายเดือนก่อน +14

    2nd year r gutai bosor tu clg jau ta papa lgt ai2 gaan ka hunilu okl 🥺❤emn ja vl lga.....

    • @rikikoch1542
      @rikikoch1542 2 หลายเดือนก่อน

      Results knekua hol

    • @priyadas7978
      @priyadas7978 2 หลายเดือนก่อน +3

      @@rikikoch1542 vl hoisa😇

  • @kapilsekhar7338
    @kapilsekhar7338 ปีที่แล้ว +6

    I become very emotional, I can't keep me in control when I listen to this song.... Zubeen mahalaxmi.... Thank uu very much

  • @minakshibhattacharya4938
    @minakshibhattacharya4938 2 หลายเดือนก่อน +2

    "যাযাবৰী দিন যায়,ৰাতিও যে নোপোৱাই .....মিঠা মিঠা কথা কয় ,হাতটো যে নৰয় .....💕অ' সপোনে আগছে মনে মনে"🙈.....My heart melt here🥺❤️

  • @boishaliankita3525
    @boishaliankita3525 4 ปีที่แล้ว +7

    ইমান মধুৰ কন্ঠ...😍 শুনিলে শুনি থাকিবৰ মন যায়,one of my assmese fav song🤗🤗

  • @pradipgogoi3182
    @pradipgogoi3182 ปีที่แล้ว +7

    সুন্দৰ কণ্ঠ গীতটো শুনি বহুতো ভাল লাগিল, আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্।

  • @aashbir
    @aashbir ปีที่แล้ว +12

    ইমান সুন্দৰ গান, বাৰে বাৰে শুনি থাকিব মন যায়

  • @jeetsaikia5301
    @jeetsaikia5301 ปีที่แล้ว +34

    ইমান মধুৰ গান।কেৱল শুনিবলৈ,ভাবিবলৈ।তাৰ পাছত নীৰৱতাৰ কোলাত আকৌ শুনিবলৈ।এই মধুৰতাৰ শেষ নাই।

  • @tridipbora5599
    @tridipbora5599 5 ปีที่แล้ว +284

    অসীমৰ সীমাত যেন কিবা এটি বিচাৰি ফুৰোঁ। একো নেপাওঁ; তথাপি প্ৰাপ্তিৰ সন্তুষ্টিত ডুব যাওঁ।

  • @leucinachutia9456
    @leucinachutia9456 ปีที่แล้ว +16

    2:18 Ai part tu mur bohut val lage huni 😌Hunile huni a thakibo mon jai😊Atiya loike mur 100 times man hol gaan tu huna😁
    Love from Dhemaji❤❤

  • @dilipk.bordoloi5758
    @dilipk.bordoloi5758 5 ปีที่แล้ว +1018

    ইউ টিউব প্ৰিমিয়ামে বিনা প‌ইছাই গানটি ডাউনল'ড কৰিবলৈ নিদিয়াত ,গানটি 'ছেভ' কৰিয়েই ৰাখিছোঁ কাৰণ গানটি এবাৰ শুনিয়েই মন ভৰা গান নহয় । গানটি শুনি ছল্লিছ বছৰমান আগতেই ভন্টীহঁতে বিশ্বাস কৰা কথা এটালৈ মনত পৰিল ! ৰাতিপুৱাই হেনো এটা শালিকা দেখিলে দিনতো দুখত যায় । এযোৰ দেখিলে দিনটো ৰোমাঞ্চকৰ হয় । তিনিটা দেখিলে প্ৰেমপত্ৰ আহে ‌। চাৰিটা বা অধিক দেখিলেও কিবাকিবি হয় বুলি কৈছিল , পাহৰি থাকিলো । যিকিনহৱক মহালক্ষ্মীৰ কন্ঠৰ মিঠা গানটি শুনি অত্যন্ত ভাল লাগিল । 👌

    • @IK-hf2vb
      @IK-hf2vb  5 ปีที่แล้ว +49

      আপোনাৰ মন্তব্যই মোকো উৎসাহিত কৰিলে। ধন্যবাদ জনালোঁ।

    • @nishitadeka9
      @nishitadeka9 5 ปีที่แล้ว +6

      Xosa ke

    • @bobitadas4917
      @bobitadas4917 4 ปีที่แล้ว +6

      Khosa

    • @madhujyaborgohain3837
      @madhujyaborgohain3837 4 ปีที่แล้ว +6

      Hosakoi khub dhuniya gitti.

    • @kesobsonowal6694
      @kesobsonowal6694 4 ปีที่แล้ว +5

      @@IK-hf2vb Nice song

  • @Ruhi_phukon
    @Ruhi_phukon 4 ปีที่แล้ว +9

    গানটো যিমান বাৰেই শুনো , প্ৰতি বাৰেই এক শিহৰণ তোলে ।
    মন অভিমানী কৰি দিয়ে ।

  • @samelinath6181
    @samelinath6181 17 วันที่ผ่านมา

    গানটো শুনি এনেকুৱা এটি অনুভৱ হয় যেন মনটো কৰোবালৈ উৰি ফুৰিছে😌❤️

  • @lakshyabaruah3260
    @lakshyabaruah3260 2 ปีที่แล้ว +13

    অতি সুন্দৰ গীত হৃদয় চুই যোৱা! ❤❤

  • @assamesvlogertulika343
    @assamesvlogertulika343 4 ปีที่แล้ว +4

    ৰাতি পুৱাই উধিয়ে এই গান তোৱে গুন গুনও।কি য়ে ভাল লগা এটা গান।মন প্রান চুই জাই।

  • @jumasaikia8120
    @jumasaikia8120 ปีที่แล้ว +18

    বুকুভৰা গীত ♥️এক বুজাব নোৱাৰা মিঠা অনুভৱ♥️♥️

  • @kakalikathar1937
    @kakalikathar1937 5 ปีที่แล้ว +68

    মন চুই যোৱা সংগীত !

    • @PankajDas-cu2lp
      @PankajDas-cu2lp 4 ปีที่แล้ว

      তলত দিয়া link টো click কৰিৱলৈ একদম নাপাহৰিব , কাৰণ নতুন নতুন ভাল লগা video পাবলৈ, লগতে channel টো subscribe কৰি থব ।। ধন্যবাদ ।।
      th-cam.com/video/CllGvrDaPII/w-d-xo.html

  • @CreativeSaiman4
    @CreativeSaiman4 ปีที่แล้ว +4

    Jetiya first ay gaan tu xhunisu Movie khnr pra tetiya r pra aru xhunibor mn bsi hoi jai ase ay gaan tu....kb gle addicted with the song nd voice...❤️

  • @aasthavaishnavi2325
    @aasthavaishnavi2325 10 หลายเดือนก่อน +9

    Her versatility omg. She's made for Assamese song❤️

  • @masumgogoi5163
    @masumgogoi5163 5 ปีที่แล้ว +122

    মুখৰ ভাষা হেৰাই যায় গানটো শুনিলে😍😘😌

  • @binoydas7156
    @binoydas7156 5 ปีที่แล้ว +24

    Bohut dinar pisot eta dhuniya romantic gaan khunibaloi palu...love you Mahalaxmi ji..

    • @IK-hf2vb
      @IK-hf2vb  5 ปีที่แล้ว

      thank you

  • @sumisaikia763
    @sumisaikia763 5 ปีที่แล้ว +157

    একেবাৰে নিভাজ হৃদয় চুই যায়

  • @sopnalibordoloi6532
    @sopnalibordoloi6532 ปีที่แล้ว +7

    বহুত ভাল লাগে গানটি শুনিলে , নিৰবতাত আৰু ভাল লাগে

  • @mrinmoydas098
    @mrinmoydas098 9 หลายเดือนก่อน +6

    কেতিয়াও পুৰণি নোহোৱা এটি কণ্ঠ...❤
    গীতটি চিৰযুগমীয়া হৈ ৰওক..🎉
    #Mahalakshmi baa💕

  • @jbcreations5882
    @jbcreations5882 4 ปีที่แล้ว +11

    This song all credit goes to our living legend and our heart through Zubeen Da

  • @bhugeswarsonowal5835
    @bhugeswarsonowal5835 5 ปีที่แล้ว +5

    Imaan hundor eti geetor hubakhere aazi ei hondhiatu zipal kori tulilehi..... Deh mon Sui jua eti gaan.... Mahalaxmi tumi jen aru bohut ene upahar di zuwa aamale..... God bless you!!!

    • @IK-hf2vb
      @IK-hf2vb  5 ปีที่แล้ว

      thank you

  • @upasanadeka7607
    @upasanadeka7607 10 หลายเดือนก่อน +19

    See how beautiful our Assamese language is ❤️😘....
    In English we say "I miss you"
    But in Assamese we express our feelings so beautifully that when it composed as a song , attracts our heart 💓💖

  • @jarnakashyap
    @jarnakashyap 2 ปีที่แล้ว +9

    বহুত বহুত ভাল লাগিল গানটো শুনি ❤❤

  • @dhrubadas7024
    @dhrubadas7024 5 ปีที่แล้ว +74

    কথা, সুৰ আৰু কণ্ঠৰ সচাই কি অনন্য সংমিশ্ৰণ।

    • @IK-hf2vb
      @IK-hf2vb  5 ปีที่แล้ว +1

      thank you

  • @ankurdeka164
    @ankurdeka164 ปีที่แล้ว +5

    ❤ from UDALGURI kalaigaon 🔥🥰

  • @indrani8378
    @indrani8378 ปีที่แล้ว +16

    Assamese diction of Mahalaxmi is amazing...nice song

    • @mosfiqueali4162
      @mosfiqueali4162 ปีที่แล้ว +2

      Amazing her pronounciation of ' শ ' amar axomiya manuhe bohute nuare

    • @indrani8378
      @indrani8378 ปีที่แล้ว

      @@mosfiqueali4162 very true

    • @pranjalthakuria5911
      @pranjalthakuria5911 ปีที่แล้ว

      Assmese diction of Mahalxmi is amazing....nice song

    • @user-nj8kq2dk6p
      @user-nj8kq2dk6p ปีที่แล้ว

      Gaan tu likhise kune baru

  • @ankurdas6026
    @ankurdas6026 4 ปีที่แล้ว +1

    Sad song নহয় এইটো ,কিন্ত মনতো উকা- উকা ,ৰিঙা-ৰিঙা লাগে গীতটো শুনিলে । হৃদয় চুই যোৱা গীতটো শুনিলে সচাকৈ বহুত ভাল লাগে ,ভাৱনাবোৰে মনটো সেমেকাই তোলে😍❣

  • @sushmitapaul8148
    @sushmitapaul8148 4 หลายเดือนก่อน +1

    I and my one and only person knows what this song means to us.Today in life's ups and downs we are not able to exchange our words and feelings for long.Tears roll down my eyes everytime i hear this song and i miss him so much

  • @borshagogoi2826
    @borshagogoi2826 ปีที่แล้ว +3

    Bohut smriti bhahi ahe geet tu hunile 😌🍂🍃

  • @jaavlogssaudi1672
    @jaavlogssaudi1672 5 ปีที่แล้ว +51

    অতি ভাল লগা এটা গান।।বাৰে বাৰে শুনিব মন যায়

    • @IK-hf2vb
      @IK-hf2vb  5 ปีที่แล้ว

      thank you

  • @DikhitaDeka-n3q
    @DikhitaDeka-n3q 25 วันที่ผ่านมา

    আটাইতকৈ প্ৰিয় গীত ❤️🎧🥰😘

  • @jesminsultana1421
    @jesminsultana1421 5 ปีที่แล้ว +4

    অতি সুন্দৰ হৈছে , ভাল লাগিছে শুনি হৃদয় চুই যোৱা এটি গীত, 😘😘😘👍👍💓💓💖💖

  • @popisenapati9697
    @popisenapati9697 5 ปีที่แล้ว +48

    বাৰে বাৰে শুনিবলৈ মন যোৱা এটি ভাল লগা গীত

    • @IK-hf2vb
      @IK-hf2vb  5 ปีที่แล้ว +2

      thank you

  • @jayantatalukdar1966
    @jayantatalukdar1966 9 หลายเดือนก่อน +16

    Composer. Zubeen Garg ❤️
    Lyrics: Zubeen Garg 🔥
    Singer: Mahalakshmi Iyer
    বেয়া হোৱাৰ তো কথা এ আহি নপৰে 🥰

  • @sayanikahaloi2697
    @sayanikahaloi2697 ปีที่แล้ว +2

    Xokolo geetor vitor mor priyo ❤️geeti eman val paw j dine nixai xonu ❣️❣️

  • @kismitaroy
    @kismitaroy 5 ปีที่แล้ว +26

    শুনি শুনি আমনি নলগা এটি গীত♥️♥️

    • @hirensonowal9605
      @hirensonowal9605 3 ปีที่แล้ว

      এনেকোৱা পুৰণি গীত শুনি আমনিনালাগে

  • @dilipdoley8072
    @dilipdoley8072 ปีที่แล้ว +7

    এই গানটি এবাৰ শুনিয়েই দিনটো আৰম্ভণি কৰোঁ।

  • @bhriguroy1799
    @bhriguroy1799 5 ปีที่แล้ว +5

    Iman dhunia oxomiya uccharan bur ... Wow ... It's just wow ...

    • @IK-hf2vb
      @IK-hf2vb  5 ปีที่แล้ว

      thank you

  • @SunuBailung
    @SunuBailung 8 วันที่ผ่านมา

    গানটো সঁচাকৈ অতি সুন্দৰ

  • @pradipgogoi3182
    @pradipgogoi3182 ปีที่แล้ว +3

    সুন্দৰ গীতটো শুনি বহুতো ভাল লাগিল।

  • @ushasaikia3414
    @ushasaikia3414 4 ปีที่แล้ว +5

    Mur bohut val loga eti gaan...hodaie hunu...😊

  • @sangitaboruah7776
    @sangitaboruah7776 ปีที่แล้ว +1

    Uff kiman val lage ei gaantu ru Jen uliyai enakua gaan ❤️❤️❤️❤️❤️

  • @AnjanaSaikia-hn8bi
    @AnjanaSaikia-hn8bi หลายเดือนก่อน +1

    শুনি আমনি নলগা গান ❤❤❤

  • @pritomborah4406
    @pritomborah4406 ปีที่แล้ว +6

    অতি সুন্দৰ লাগিল গানটো শুনি।

  • @uttamgogoi8471
    @uttamgogoi8471 ปีที่แล้ว +1

    ধুনীয়া ❤, সু প্ৰভাত।। 🌄

  • @dilipchandrabora6161
    @dilipchandrabora6161 4 ปีที่แล้ว +1

    বহুত ভাল লগা গান, মন প্ৰাণ পুলকিত হৈ পৰে।

  • @murtazaakhtar6797
    @murtazaakhtar6797 5 ปีที่แล้ว +10

    মনটো ছুই যায়

  • @raazkhan190
    @raazkhan190 ปีที่แล้ว +4

    হিয়া চুই গৈছে , Awesome ma'am

  • @satyamadas546
    @satyamadas546 4 ปีที่แล้ว +2

    শুনিলে শুনি থাকিব মন যোৱা এটি ভাল লগা গীত,,,,,

  • @PrasantaBora-nh4eb
    @PrasantaBora-nh4eb หลายเดือนก่อน

    Wonderful song,xunile xuni amoni nologa song,Mohalaxmi Ba voice aru besi xundor lagise

  • @snigdhajunak
    @snigdhajunak 9 หลายเดือนก่อน +5

    Just imagine ---"solo driving +morning time+showeeing +mountain vibe+this song

  • @abanidas6664
    @abanidas6664 5 ปีที่แล้ว +14

    For the last few days I have been listening and listening this song but could not quench my thirst. What a marvellous presentation. Awesome, heart touching and perfectly perfect singing. Appreciate you Mahalakshmi Iyar.

    • @IK-hf2vb
      @IK-hf2vb  5 ปีที่แล้ว

      thank you

  • @bluenightingle1996
    @bluenightingle1996 ปีที่แล้ว +1

    The are legend.....eeman dhunia kontho ....we r blessed

  • @localvoiceaxom9411
    @localvoiceaxom9411 15 วันที่ผ่านมา

    ২০২৪ চনৰ শাওনৰ এটি পুৱাতে শুনি আছো । হেঁপাহ নপলোৱা এটি গান..!

  • @namasteyindia2239
    @namasteyindia2239 ปีที่แล้ว +25

    Can't express what I feel whenever I listen this song ❤ much love

  • @deepkalita8436
    @deepkalita8436 5 ปีที่แล้ว +25

    বহুত দিনৰ পিছত মন চুই যোৱা গান এটী হুুনিলো

    • @IK-hf2vb
      @IK-hf2vb  5 ปีที่แล้ว

      thank you

    • @kuljitdas4545
      @kuljitdas4545 4 ปีที่แล้ว

      Assamese word to likhisai jetiya bhal koi likha. Bht bhal loga gaan aitu

  • @lakhinarayan1257
    @lakhinarayan1257 2 หลายเดือนก่อน

    জুবিন দাৰ কথা - সুৰ - সংগীত আৰু মহালক্ষ্মী বাৰ দৰদী কন্ঠ __ উফ 🙏🙏🙏♥️

  • @pradiplahkar2286
    @pradiplahkar2286 ปีที่แล้ว +1

    Gaan tu hunile mon hitol hoi pore ...ratipua Hui utha pora dintut kimn bar j Huna hoi gaan tu hisap ny🥰

  • @abongoswami3992
    @abongoswami3992 7 หลายเดือนก่อน +3

    মোৰ হিয়া খন বাৰে বাৰে ঠেকেচিবলৈকে এনেকুৱা গান গাই
    থাকা মহালখী ।

  • @mrinmaymili5614
    @mrinmaymili5614 5 ปีที่แล้ว +45

    Southern singer.but proper pronouncing. Love you

  • @kusumbardeka
    @kusumbardeka 12 วันที่ผ่านมา

    বৰ ধুনীয়া গীত

  • @pallavigogoi2014
    @pallavigogoi2014 4 ปีที่แล้ว +3

    Sometimes you need serene moments to realise how much love you treasure for someone.....which you can't realise in post marriage hectic schedule of duty bound life........this song is just what you need to trigger those old memories......the singer is awesome. Love this

  • @arabindgohain6352
    @arabindgohain6352 5 ปีที่แล้ว +3

    Thnx to zubeen da, apuni amak mahalaxmi aru anandita Paul dore legend gift diyar babe... I love mahalaxmi n anandita Paul singing too much

    • @IK-hf2vb
      @IK-hf2vb  5 ปีที่แล้ว

      thank you

  • @parikhitdas5401
    @parikhitdas5401 ปีที่แล้ว +8

    Heart touching song.

  • @vlogerpriyakhi1885
    @vlogerpriyakhi1885 ปีที่แล้ว +2

    Aiii gan tu je mur kimn priyo❤️🥺ekk nubuja hihoron jgi uthe aii gan tu hunile🥺❤️ hosaii imn hundor gan 🙃💞

  • @manashprotimbora6674
    @manashprotimbora6674 8 หลายเดือนก่อน +3

    Still missing her 🥺

  • @nabulbg6246
    @nabulbg6246 5 ปีที่แล้ว +66

    কোমল অনুভুতিৰে সিক্ত এটি সুন্দৰ গীত।

    • @IK-hf2vb
      @IK-hf2vb  5 ปีที่แล้ว

      👍👍👍

    • @Jyotishmita6929
      @Jyotishmita6929 5 ปีที่แล้ว

      Huni bohut vl lagil

    • @pompikakoti8258
      @pompikakoti8258 5 ปีที่แล้ว

      সচাকৈ বুকু জুৰ পৰি গৈছে

    • @IK-hf2vb
      @IK-hf2vb  5 ปีที่แล้ว

      thank you

    • @sambudas9859
      @sambudas9859 4 ปีที่แล้ว

      খুব ভাল লগে এই গীতটো,আজিকালি এনে লাগে নতুকে কাৰোবাৰ কাৰণে জীয়াবলৈ লৈছো ।

  • @priyankanath5970
    @priyankanath5970 4 ปีที่แล้ว +2

    ধুনীয়া এটি গীত তাতে আপোনাৰ কন্ঠ সঁচাকৈয়ে ভাল লাগিল বহুত

  • @rimjimdas9597
    @rimjimdas9597 3 ปีที่แล้ว

    Mahalaxmi Iyer ....what an artist ... really close to heart

  • @pranabkalita8102
    @pranabkalita8102 4 ปีที่แล้ว +7

    প্ৰকৃত জীবনৰ অৰ্থপূৰ্ণ গীত , সকলো পোৱা গৈছে এই গীতটোৰ মাজেৰে

  • @tulikabharali1111
    @tulikabharali1111 5 ปีที่แล้ว +4

    Gaantu bor hundor..enekua gaane mon sui jai...

  • @pori0_0
    @pori0_0 4 ปีที่แล้ว +3

    Iman xundor geet xuna nai dei...... Iman dhuniya geet to❤❤❤❤

  • @bubuldas8502
    @bubuldas8502 3 ปีที่แล้ว +1

    Notun somoyt no puroni surere gowa gan bohut val lagil suni

  • @dipika.borah.9399
    @dipika.borah.9399 4 ปีที่แล้ว

    গীট টো কথা সুৰ শব্দ সঁচাকৈ মন চুই জাই মন সাট পৰি জায়। গানটো শুনি ভাল লাগি জায়।

  • @sayangamisaikia3004
    @sayangamisaikia3004 5 ปีที่แล้ว +9

    Really mam,you have a amazing voice...it cannot be explained only by words... really mam I'm wordless.....I have heared this song more than 10 times

    • @IK-hf2vb
      @IK-hf2vb  5 ปีที่แล้ว

      thank you

  • @europabarman6041
    @europabarman6041 ปีที่แล้ว +12

    Devi Mahalaxmi.....🙏🙏🙏