Sosake Kowa Kothati Kowa (সঁচাকে কোৱা কথাটি কোৱা) - by Jayanta Hazarika and Nirmala Mishra.
ฝัง
- เผยแพร่เมื่อ 15 ก.ย. 2024
- Assamese duet song of Jayanta Hazarika and Nirmala Mishra /Lyrics by Nirmalprabha Bordoloi /Melody by Jayanta Hazarika /Film : Dharmokai (1977)/ বোলছবি : ধৰ্মকাই (১৯৭৭) / Lyrics of the song :
সঁচাকে কোৱা কথাটি কোৱা
ভাল জানো মোক পোৱা ?
এ নকওঁ নকওঁ উহু নকওঁ
মোৰ চকুলৈ চোৱা ।
মোলৈ বাৰু তোমাৰ কিমান
মৰম আছে কোৱা ?
এ নকওঁ নকওঁ উহু নকওঁ
নিজক সুধি চোৱা ।
সৌ লুইততে আছে যত ঢৌ
সিমান চাগে সিমান ?
আকাশতে যিমান তৰালি
হ’বনে সিমান ?
সৌ লুইততে আছে যত ঢৌ
সিমান চাগে সিমান ?
আকাশতে যিমান তৰালি
হ’বনে সিমান ?
নকওঁ নকওঁ উহু নকওঁ
নিজক সুধি চোৱা ।
সঁচাকে কোৱা কথাটি কোৱা
ভাল জানো মোক পোৱা ?
এ নকওঁ নকওঁ উহু নকওঁ
মোৰ চকুলৈ চোৱা ।
ভালপোৱা শুনা অপৰূপ এক নৈ
আশাৰ ঢৌৰে চিৰকাল থাকে বৈ
ভালপোৱা শুনা অপৰূপ এক নৈ
আশাৰ ঢৌৰে চিৰকাল থাকে বৈ
আমাৰ হৃদয় একেখনি নৈ
সাগৰলে বৈয়ে যোৱা
আমাৰ হৃদয় একেখনি নৈ
সাগৰলে বৈয়ে যোৱা….. ||
কি সুন্দৰ গান, আৰু নহ'ব কিয়, গানটো লিখিছে কোনে, সুৰ দিছে কোনে আৰু গাইছে কোনে কোনে সেইটোত' চাব লাগিব। আটাইবোৰ এক চে বঢ় কৰ এক গুণী ব্যক্তি!
অপূৰ্ব সৃষ্টি আৰু সুখ অনুভৱ দিয়ে এই গীতটিয়ে…...ধন্যবাদ দেৰিকৈ হ'লেও
Very nice ❤❤❤
পৰম পৱিত্ৰ কণ্ঠ জয়ন্ত হাজৰিকাৰ৷
Iam 48 this is my favorite since class vii.
Iman dhuniya gaan.....moi xosae nepali hoi u Assamese ganor legends ok mur full respect jonalu.....
One of my Most favorite song ❤❤❤
👍👍👍
ধৰ্মকাই বোলছবিৰ এটা চিৰসেউজ গীত। দৰদী শিল্পী স্বৰ্গীয় জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰ বাইদেউৰ এটা অমৰ সংগীত।এই চিৰসেউজ গীতটো শুনি অতিশয় আনন্দিত হলোঁ।
Nice song...
এনে গীত শুনিলে হৃদয় চুই যায় ❤️
ভিডিঅ’ গানটো চোৱাৰ সৌভাগ্য জুতিবনে ? মন মুহি নিয়া চিৰযুগমীয়া গীত ❤❤❤❤❤❤
Oh my god , ki kotha , ki xhur ,ki kontho♥️♥️
বিশাল মনৰ মানুহৰ বিশাল কথা !
Evergreen.
Sirojugomiya git 💕💕hdy priyo mur 😊
Anyone listening to this song aftr getting viral in insta in female version. ❤️
rana dar xokolo geetai prem xulov.bhut vl lage
Bor Sundar geetti......❤️❤️❤️❤️❤️❤️
🔥
এই গীতটো যিমান বাৰ শুনো প্ৰত্যেক বাৰেই বক্ষ ভৰি উঠে
❤❤❤❤
I miss you baidew
What a beautiful song...dont know the meaning
.still love it.❤..how they made such a master piece....Iam a malayali..
It's a love song in Assamese 😊
@@Lee_bhuyan yeah..just superb
Nobody can beat the original. Not even Zubeen da
Zubeen dai purona gaan gai credit bur loi 30000 gaan gua e brubok
very nice
মৰিও অমৰ
❤️❤️❤️❤️
Time machine
মোৰ প্ৰিয় গীত ❤
Nice song.
❤❤melody সুমধুৰ, সুৱলা, মিঠা❤❤
💞💞💗💓💓💓💓🥰🥰🥰👏👏
সদায়ে চিৰসেউজ ❤
Moja
👍👍❤️
Rest in peace 😭🙏Nirmala mem
Please Spotify't upload kori diyok🙏🥺
👍🙏🙏🙏🙏👍
It's a song from the movie NIYATI
Mojja
Where can I get the video
🇮🇳
❤
❤️❤️
How to set this tune on jio caller tune
Dibya J download only the audio from the video.
Is this song available in Jiosavan app
Download it in yt mp 3 then the song will on ur music app then set as ringtone ok 👍👍👍
কত গল এই বিলাক সুৰ....
♥️♥️
Evergreen Super super Assamese hit
Golden melody
কেনে সুমধুৰ গীত !
Ki. J. Kom. Kiman. Val. Laga.
❤❤❤❤
💟
❤️❤️❤️
❤