ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Bor xundor lagil songbur xuni
ইমান সুন্দৰ, সুমধুৰ আৰু অৰ্থবহ গীত জগততে বিৰল।চিৰ সেউজীয়া আৰু অতি সুন্দৰ আৰু শ্ৰুতি মধুৰ এই গীত সমূহ সঁচাকৈয়ে আমাৰ চিৰ চেনেহী ভাষা জননীৰ আপোৰুগীয়া সম্পদ।যুগে যুগে আই অসমীৰ সন্তান সকলৰ অন্তৰত ই চিৰ প্ৰবাহমান হৈ থাকি মনত আনবিল আনন্দ দি থাকিব।শেষত কবিৰ ভাষাৰে জয় মোৰ চিৰ চেনেহী ভাষা জননী। ধন্যবাদ।
ধন্যবাদ 💐🎉💐💐
আপোনালৈও অশেষ ধন্যবাদ থাকিল, ইমান এটি সুন্দৰ, চিৰ সেউজ আৰু শ্ৰুতি মধুৰ গীতৰ সংকলন শ্ৰুতা মণ্ডলীলৈ আপলোড কৰাৰ বাবে।
M0m
সুমধুৰ অতি আকৰ্ষণীয় মন পৰশা গীতৰ বাক্যবোৰৰ কোহে কোহে গভীৰতা সাগৰৰ সমান।্জয় শ্ৰী কৃষ্ণ জয় শ্ৰী ৰাম।। সুপ্ৰভাতম ।।
ধন্যবাদ 💐💐
এইবোৰক হে গীত বুলিব পাৰি।বৰ্তমানৰ গীতৰ লগত অলপমানো নিমিলে। কি ধুনীয়া অৰ্থ সামঞ্জস্য থকা গীত।❤❤❤
Khasake
কিমান ধুনীয়া যে। প্ৰকৃতি, মন আৰু আত্মাৰ যেন মহামিলন❤🎉
Mjj0, pl pl@@AnitaHaloi-zl7dc
Nice song
চিৰস্মৰণীয় গীত | মই প্রায়ে এই গীতবোৰ শুনি শুনি গুনগুনাই থাকো , কিবা নিজকে ৰোমান্টিক ৰোমান্তিক লাগে | কি যে মধুৰ কন্ঠ , কি লাহী মিউজিক , কি গীতৰ ভাষা সকলোবোৰ মিলি এক সুন্দৰ আধুনিক ৰোমান্টিক গীতৰ সৃষ্টি |
ধন্যবাদ 💐💐 আগলৈ এনেকৈ মেচেজ কৰিব বুলি আশা কৰিলো ধন্যবাদ 💐💐🎉🎉💐💐
খুব ধুনীয়া মনপৰশা গীত❤🙏🤔
purona gan bilak hunile rediyotu loi mont pori jai val lage huni❤❤
এই কালজয়ী গীতবোৰে শ্ৰোতাৰ মনচুই যায় ❤❤❤
অতি সুন্দৰ । হিয়া - মন শাত পৰি যায় এই গীত সমূহ শুনিলে । শৈশৱলৈ মনত পৰি যায় । ♥️♥️♥️
ধন্যবাদ 💐🎉
সুন্দৰ প্ৰয়াস
Bhal lagise gan bur khuni😊😊
দেহ মন সাত পৰি গল বহুত সুন্দৰ
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
মনটো কিমান যে ভাল লাগিল একমাত্ৰ ময় হে জানু 🥰🥰🥰
Excellent and soothing.
বৰ ধুনীয়া গীত 🤩❤
বহুত সুন্দৰ গীত। বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে।
Beautiful Song 👌👌👌👌
পুৰণা গীত বোৰ শুনিলেই টুপণি আহি জাই। বাৰে বাৰে শুনিবলৈ মন যায়।পুৰণা গীত বোৰ সমাজৰ মাজত জিয়াই ৰাখিব লাগিব। ❤❤❤❤❤ বহুত বহুত ধন্যবাদ।
ধন্যবাদ জনালো আগলৈ এনেকৈ মেচেজ দিব বুলি আশা কৰিলো ধন্যবাদ 💐💐🎉🎉🙏🙏💐💐
Moi hokolo puroni git Bor recording Kori rakhiso.
এইবোৰ গীতক লৈহে আমি গৌৰৱ কৰো।এইয়া আমাৰ কালজয়ী গীত😊
পুৰণি সুৱলা গীত। শুনিলে শুনি থাকিবৰ মন।মাজে মাজে শুনা যায়।
Moza git mur bohut prio
Old is gold... ল'ৰলি কাল লৈ মনত পৰে।
Bohut xundor song
অতুলনীয় গীত আৰু সুৰ।My most favorite songs of school age.
এই গীতবোৰৰ মাদকতাই বেলেগ ।❤😊
Moja git❤
ধুনীয়া গিত❤❤❤❤❤
ধুনীয়া 😀😀
❤❤ ki khobor
এইবিলাক গান আমাৰ মা দেউতা khamoy, কিন্তু এই বোৰ গান আমাৰ দৰেই বহুতৰে ভাল লাগে চাগে
❤ গীতটি শুনি মনটো প্ৰফুল্লিত হৈ পৰিল
Old is gold. We should remember these songs who sang for us. Nice bro.
❤❤ Super Duper Evergreen Melodies of Mighty BOR OXOM❤❤
এনেকুৱা ভাল গীত বোৰ দি থাকিব ভাল লাগে ❤
ধন্যবাদ 💐
Bhal lagi Jai purana git huni
প্ৰতিটো গীততেই এক সুকীয়া মায়াসনা মাদকতা বিচাৰি পোৱা যায়।❤❤❤❤
ধন্যবাদ 💐🙏🏽
Hosake aebur gan hunile lorali kalor din bilak mont pori jai. Hosake bhut dhuniya gann.
Tx
চিৰস্মৰণীয় গান❤
make the sound speed please
Aihen geet huni thakile mon bur bhal lagi thake❤
Nice song ❤
Bohut xundor song ❤❤❤
Eman je duniya gan..hunile val lagi jai..
Bohut val lagijai
Mon sui jua geet
Dhuniya 👍👍
A bur geet khonile montu val lagi jai.ati xundar
Very nice song ❤❤❤❤❤❤
Moi khuni asu bhai morom loga gan
Bohut,vhal,loga,geet❤❤❤
Bor Dhuniya geet youtubot Diya babe aponak danyabat jonaicho.
ধন্যবাদ জনালো আগলৈ এনেকৈ মৰম দিব বুলি আশা কৰিলো
Krishna bahotsundar song's ❤❤❤
Enekoi protidinei puroni asomiya geet bilak hunai thakib buli akha thakil.bhut val lage mur.
মিতালী চৌধুৰীৰ বাইদেউ গীত বোৰ মোৰ বহুতে বেছি প্ৰিয় ❤❤❤
very beautiful song
Nice song ❤😊
সুন্দৰ গীত❤❤🙏
Bohot Acha ligi golo 🎉😢😮😮😊😅
এনে ধৰণৰ পুৰণি গীত সমূহত সকলো সাহিত্য জৰিত থকাৰ প্ৰৰনা পোৱা যায়।।সলোলৈ প্ৰেৰণ কৰিলো প্ৰণাম।।
ৰেডিঅ শুনা যুগৰ অতুলনীয় গীত।
লৰালি দিনবোৰলৈ মনত পৰে কিমান ধুনীয়া গান শুনি আমনি নেলাগে
Soda
19:29 😂
sidda 19:36 😊😊😊😅😮😮😢😂❤😊😊😊😅😅😅😅😅😮😊😊😊😊😊😊😊😂❤😂 19:36 19:36 19:36 19:36 19:36 19:36 19:36 19:36
Hoi muru
Wow🎉🎉
Mon jur pori jai ❤
Old is gold love you bhut val lagise gan keta xuni ❤😊
Bohut 2 val lagil❤
Bht bht val lagill
এইবোৰ গীত শুনিলে দেহা মন জুৰ পৰি যায় ।লৰালিকাললৈ বৰকৈ মনত পৰে,আগতে মোৰ জ্বৰ বেমাৰ হলে ৰেডিঅ টো বজাই গান শুনি থাকো
Asom
Ason anjali
শুনি থাকিলে শুনি থাকিব এই মন যায় .....
Same
অতি সুন্দৰ ্।
Bohut bhal lage o puroni geet bur hunile❤❤❤
❤❤❤vary.good.sohg
Hoihobol monat pore dei ' thanks
Awesome song.Reminds of our early childhood.
Bor dhuniya gan aiburhe
সদায় পোৱা ৰ আশা কৰিলোঁ
নিশ্চয়
আৰু আধুনিকতালৈ ঘূৰি যাব মন যাই এনেকুৱা গীতবোৰ শুনিলে।
Really nice song.
আকাশ পাতাল সামঞ্জস্য অটিত আৰু বৰ্তমানৰ, সঁচাই পোৰণি গীত বিলাকে মন বিলাকে বহুত আনন্দ দিয়ে।
❤nice song
অতুলনীয়
বঢ়িয়া
Val lagil❤
আপোনাৰ গীত ভাল লাগেমোক
Oxomia siro heujia geet.Bohut vaal lage.
❤❤❤hundor🎉🎉❤❤❤
Nice song.
আগৰ গান বৰ ভাল লগে
বহুত ভাল লাগিছে গান কেইটা শুনি 😊😊😊😊😊❤❤
Bohut val loga gitt
ক'ত যে হেৰাই গল সেই সময়ছোৱাৰ সুমধুৰ সুৰৰ গীত সমূহ। 😢❤
ধুনীয়া গীত অ
Amazing songs jst love it's ❤
Classic .
,😅😊😢😮😢😢🎉😂😂😂❤❤❤😂❤❤❤❤😂❤❤😂
Bar xundar gan suniye xuni thakibar mon jai
Old memories are so hilarious, i just loved it. ❤
Yes excellent, my favorite song
অতি সুন্দৰ ❤️
Old Song is very nice ♥️♥️♥️
Moi Bengaluru rt soni aso bahut val lage geet to
ধন্যবাদ জনালো 💐💐🎉🎉
Very nice
Val lage gitkeita
চিৰ যুগমীয়া❤❤❤
Most logical song
কালজয়ী সংগীত🎉
Bor xundor lagil songbur xuni
ইমান সুন্দৰ, সুমধুৰ আৰু অৰ্থবহ গীত জগততে বিৰল।চিৰ সেউজীয়া আৰু অতি সুন্দৰ আৰু শ্ৰুতি মধুৰ এই গীত সমূহ সঁচাকৈয়ে আমাৰ চিৰ চেনেহী ভাষা জননীৰ আপোৰুগীয়া সম্পদ।যুগে যুগে আই অসমীৰ সন্তান সকলৰ অন্তৰত ই চিৰ প্ৰবাহমান হৈ থাকি মনত আনবিল আনন্দ দি থাকিব।শেষত কবিৰ ভাষাৰে জয় মোৰ চিৰ চেনেহী ভাষা জননী। ধন্যবাদ।
ধন্যবাদ 💐🎉💐💐
আপোনালৈও অশেষ ধন্যবাদ থাকিল, ইমান এটি সুন্দৰ, চিৰ সেউজ আৰু শ্ৰুতি মধুৰ গীতৰ সংকলন শ্ৰুতা মণ্ডলীলৈ আপলোড কৰাৰ বাবে।
M0m
সুমধুৰ অতি আকৰ্ষণীয় মন পৰশা গীতৰ বাক্যবোৰৰ কোহে কোহে গভীৰতা সাগৰৰ সমান।্জয় শ্ৰী কৃষ্ণ জয় শ্ৰী ৰাম।। সুপ্ৰভাতম ।।
ধন্যবাদ 💐💐
এইবোৰক হে গীত বুলিব পাৰি।
বৰ্তমানৰ গীতৰ লগত অলপমানো নিমিলে। কি ধুনীয়া অৰ্থ সামঞ্জস্য থকা গীত।❤❤❤
ধন্যবাদ 💐💐
Khasake
কিমান ধুনীয়া যে। প্ৰকৃতি, মন আৰু আত্মাৰ যেন মহামিলন❤🎉
Mjj0, pl pl
@@AnitaHaloi-zl7dc
Nice song
চিৰস্মৰণীয় গীত | মই প্রায়ে এই গীতবোৰ শুনি শুনি গুনগুনাই থাকো , কিবা নিজকে ৰোমান্টিক ৰোমান্তিক লাগে | কি যে মধুৰ কন্ঠ , কি লাহী মিউজিক , কি গীতৰ ভাষা সকলোবোৰ মিলি এক সুন্দৰ আধুনিক ৰোমান্টিক গীতৰ সৃষ্টি |
ধন্যবাদ 💐💐 আগলৈ এনেকৈ মেচেজ কৰিব বুলি আশা কৰিলো ধন্যবাদ 💐💐🎉🎉💐💐
খুব ধুনীয়া মনপৰশা গীত❤🙏🤔
purona gan bilak hunile rediyotu loi mont pori jai val lage huni❤❤
এই কালজয়ী গীতবোৰে শ্ৰোতাৰ মনচুই যায় ❤❤❤
অতি সুন্দৰ । হিয়া - মন শাত পৰি যায় এই গীত সমূহ শুনিলে । শৈশৱলৈ মনত পৰি যায় । ♥️♥️♥️
ধন্যবাদ 💐🎉
সুন্দৰ প্ৰয়াস
Bhal lagise gan bur khuni😊😊
দেহ মন সাত পৰি গল বহুত সুন্দৰ
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
মনটো কিমান যে ভাল লাগিল একমাত্ৰ ময় হে জানু 🥰🥰🥰
ধন্যবাদ 💐🎉
Excellent and soothing.
বৰ ধুনীয়া গীত 🤩❤
বহুত সুন্দৰ গীত। বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে।
Beautiful Song 👌👌👌👌
পুৰণা গীত বোৰ শুনিলেই টুপণি আহি জাই। বাৰে বাৰে শুনিবলৈ মন যায়।পুৰণা গীত বোৰ সমাজৰ মাজত জিয়াই ৰাখিব লাগিব। ❤❤❤❤❤ বহুত বহুত ধন্যবাদ।
ধন্যবাদ জনালো আগলৈ এনেকৈ মেচেজ দিব বুলি আশা কৰিলো ধন্যবাদ 💐💐🎉🎉🙏🙏💐💐
Moi hokolo puroni git Bor recording Kori rakhiso.
এইবোৰ গীতক লৈহে আমি গৌৰৱ কৰো।এইয়া আমাৰ কালজয়ী গীত😊
পুৰণি সুৱলা গীত। শুনিলে শুনি থাকিবৰ মন।মাজে মাজে শুনা যায়।
Moza git mur bohut prio
Old is gold... ল'ৰলি কাল লৈ মনত পৰে।
Bohut xundor song
অতুলনীয় গীত আৰু সুৰ।My most favorite songs of school age.
এই গীতবোৰৰ মাদকতাই বেলেগ ।❤😊
Moja git❤
ধুনীয়া গিত❤❤❤❤❤
ধুনীয়া 😀😀
❤❤ ki khobor
এইবিলাক গান আমাৰ মা দেউতা khamoy, কিন্তু এই বোৰ গান আমাৰ দৰেই বহুতৰে ভাল লাগে চাগে
❤ গীতটি শুনি মনটো প্ৰফুল্লিত হৈ পৰিল
Old is gold. We should
remember these songs who sang for us. Nice bro.