Nilima khatun baidew hails from village Bongaon near Rangia college, Rangia and she is now bowari of Guwahati & by profession faculty member (retired)at Guwahati.
Respected Nelama salute to you for your long life, evergreen assamese songs. Manindra Ch Dutta, surendra poultry, fisheries and goat farms, Lochona, Tarapoti, near Rani,Guwahati
চাংসাৰীৰ জীয়ৰী এতিয়া আকৌ ৰঙীয়াৰ বোৱাৰী নীলিমা খাতুন বাইদেউ ॥ কি যে এক মধুৰ উপহাৰ বহুত ধন্যবাদ বাইদেউ
পেহী এটিয়া গুৱাহাটী পাণবজাৰত থাকে
@@niyororxopun9966জানি বৰ ভাল লাগিল।
সুপ্ৰতিষ্ঠিত গীতিকাৰ সূৰ্য্য কুমাৰ ৰাজা, প্ৰসিদ্ধ সুৰকাৰ জে.পি.দাসৰ অমৰ সৃষ্টিক সুকন্ঠী গায়ীকা নীলিমা খাতুন বাইদেউৱে চিৰসেউজ ৰূপ দিবলৈ সক্ষম হৈছে। বাইদেউৰ কন্ঠ চিৰ সজীৱ। পুৰণি অসমীয়া বোলছবিত যিবিলাগ গীত নেপথ্য কণ্ঠশিল্পী হিচাবে পৰিবেশন কৰিছিল,সেইবোৰ আজিও শ্ৰোতাৰ অতি আদৰৰ।
কিমান যে ভাল লাগে গীতটো ভাষাৰে বুজাব নোৱাৰি❤
বৰ প্ৰিয় পুৰণি মন জয় কৰা অতি সাৱলীল গীত ।
Matir geet eibilak..... Evergreen...... Salute Nilima khatun Baidu..... Eman dhuniya kontho......
Baideu Gaai thoa ei gitto bor khundr hoise...bortomanr logot milise 2024...❤❤
সচাঁকৈয়ে বৰ ধুনীয়া সুৱদী গান।
কিমান যে ভাল লাগে গীতটি ভাষাৰে বুজাব নোৱাৰি ❤ সদায় প্ৰিয় ❤
বহুত ভাল লাগিল গীত টি শুনি বাইদেউ
অতি সুন্দৰ❤️
Bohut dhuniya lagise
ল'ৰালি কাললৈ মনটো উৰা মাৰে কিবা ৰিঙা,ৰিঙা ভাবেৰে ❤
🙏
মাহীৰ এই গীতটো শুনিলে লৰালিৰ দিনলৈ উৰা মাৰে ❤❤❤
প্ৰিয় গীত।ইমান মন জুৰ পৰে শুনিলে কি কম।
অতি মনোমোহা গীত.গাবলৈ চেষ্টা কৰিম
Sundor poribexon. Emaan dhuniya.
পুৱাই চাহ কাপ হাতত লৈ শুনি শুনি খাই আছো । ময়ো আজি ঘৰলৈ যাম ।
😊
😂
ইমান যে ভাল লাগে শুনি গীতটি । নিচেই সৰুৰে পৰাই শুনি আহিছো ।
We
এই গীতটো শুনি বৰ ভাল লাগে । বৰ অৰ্থপূৰ্ণ গীত ।
Bohut bohut dhunia gaan. Hunile huniye thakibole Mon jai aamonie nalage
সোন সোনশেৰিয়া গীত ।
গাঁৰ নোম থিয় হৈ যায় আৰু নিজকে স্বাধীন সম্পূৰ্ণ ভিন্ন এটি অসমীয়া জাতিৰ অন্তৰ্গত মানুহ হিচাপে বুকু ফুলি উঠে। দুখ লাগে আজিকালি অসমীয়া কিয় হিন্দী সাংস্কৃতিক সাম্ৰাজ্যৰ অধীনলৈ গমন কৰিলে!? কী আপুৰুগীয়া সম্পদ আছে! কী অপূৰ্ব সুৰ আৰু কথা - বগা ইউৰোপীয় প্ৰতিবেশী চুবুৰীয়া সকলোৱে কিমান প্ৰশংসা কৰে! মই গুৰুচৰিত ৰচয়িতাৰ বংশধৰ আৰু তেখেতৰ কিছুমান ভক্তিমূলক গীতো বাংলা ভাষাত শুনিছোঁ - সিবিলাক বাংলা ভাষাৰ নহয় যদিও তেখেতলোকে বাংলায়ণ কৰি ভাল জনপ্ৰিয় কৰিছে।
"তোমায় হৃদ মাঝাৰে ৰাখিব _ছেড়ে দেবো না..." দ্বিজ ভূষণ বিৰচিত গানটো বাংলাদেশৰ অনুসেহ আনাদিল বা পশ্চিম বংগৰ লোপা মিত্ৰৰ গান ইউটিউবত শুনিলে ধৰিব পাৰিব।❤❤
বাইদেউ অসমীয়া সংগীত জগতৰ এক উজ্জল নক্ষত্ৰ।
Yes
Hiya suijuwa gaan, dhanyawad nilima khatun baa, iman dhuniya gaan amak upohar diyar babe
Very melodious voice. God bless you, baidew.
বৰ সুন্দৰ গান নিলিমা খাতুন বা
Khub val lagil gaan2 huni.
নীলিমা খাতুনৰ তুমি আহিৱা বুলি গীতটো শুনি বৰ ভাল লাগিল
অসাধাৰণ সুৰ ।।গীত কথা ।
Bor xundor geet montu bohut Val lagi gol
Ki j Sur , ki adbhut kanthoswar, ki sundar ganor kotha... asadharon!!!! (From Burdwan WB.). Thanks 👍🙏
Really nice song.. 👌👌👌👌
Mja song
Moja nilima ba❤
অসমীয়া সংগীতজগতৰ এইবোৰ গীত মূল স্তম্ভ সদৃশ👌
অতি সুন্দৰ গীত ❤ শুনি ভাল লাগে
Bahut3 bhal lagil
বাইদেউ বহুত ভাল লাগিছে ভাষাৰে বুজাব নোৱাৰি
সূৰ্য কুমাৰ ৰাজাদেৱৰ অপূৰ্ব সৃষ্টি কোকিলকন্ঠী নিলিমা কণ্ঠত অনবদ্য হৈ উঠা এটি অতি পৰিচিত গান।
Gan tu hunile Bht kotha mnt pori jai 😭😭😭😭😭
You are my fvrt singer from childhood.........your voice,lyrics are so beautiful ❣️❣️❣️❣️
এটি সুন্দৰ গীত, বাৰে বাৰে শুনি থাকিব মন যায়।
Same
বৰ ধুনীয়া গীত মন মোহি যায় !
মই সৰু থাকোতেই ৰেডিওত এই সুন্দৰ গীতটি শুনি আনন্দ পাইছিলো আজি ৫০ বছৰ বয়সতো একেই আনন্দ লাগিছে।ধন্যবাদ নীলিমা ভনী।
কিমান মে ভাল লাগে এই গীতটো ভাষাৰে বুজোৱা কঠিন।
Bohut ismriti ase ai Geet tit.....
তুমি আহিবা বুলি ........ বহুত দিনৰ মূৰত গীতটি শুনিবলৈ পোৱাত ভাল লাগিল !!
Golden song of golden age by Nilima Bai deu.will remain ever green Assam will never forget sweet song of Nilima Baideu.
Bohut dhuniyea lgisa❤❤❤❤❤❤❤❤❤❤❤❤❤❤😂😂❤😂
Ati mon sui jua geet 😊
Assamese old songs are treasure for the music fraternity and for all music lovers. It is ever lasting, feels to hear once more once more.
অতি মনোমোহা সুৰীয়া সংগীত, সৰুৰতে অনাতাঁৰ যন্ত্ৰত শুনিছিলো
Radio koute ki mukh t bikh hoi nki
বহুত ধুনীয়া গান
Baidei ❤️
বাইদেউৰ গান শুনি বহুত ভাল লাগে।
Very nice Sangeet and good Singing 🙏🙏🙏
Mojjha gaan
Nice song. Excellent voice
Nilima khatun baidew hails from village Bongaon near Rangia college, Rangia and she is now bowari of Guwahati & by profession faculty member (retired)at Guwahati.
Awesome ❤❤❤
Mojja🌹
vall lgil♥️
দাউন লদ কৰীব পৰা সুবিধা কন দিবা দে বহুত ধুনিয়া গান |
Bhout. Dhunya sang
নিলীমা বাইদেউৰ প্ৰতিটো গীতেই ইমান যে ভাল পাওঁ । চিৰসেউজ গীত ।
Old is gold.I Love this song ❤️🙏
ধুনীয়া গীত
বহুত বহুত বহুত ভাল লাগে
Respected Nelama salute to you for your long life, evergreen assamese songs. Manindra Ch Dutta, surendra poultry, fisheries and goat farms, Lochona, Tarapoti, near Rani,Guwahati
অতিকে প্ৰিয় গীত।
Bar Val lagil
কি সুন্দৰ কন্ঠ,,, নিগৰাইছে
Assam Assamese beautiful song ❤❤🎉🎉😊😊🙏🙏👏👏
❤️❤️ priyo
Mur kolija Tumi...nilima khatun
Monmoha ....siro seujiya geet
Bor dhunia geet
Nice voice 🙏
EverGreen Song 💚
ভাল লগা গীত।
সোনালী অতীতৰ সোনোৱালী গীত।
অতি প্ৰিয় গীত মন প্ৰাণ ভৰি যোৱা।
Moi jetiya khoru asilu... Mur Mayei tekhetor Gaan khodai gaisale ... Moiyu bhal pao tekhetor Gitbur... Khub Khundor Gaan....
moja
চিৰযুগমীয়া গীত সুমধুৰ কণ্ঠৰ বাবে গায়ীকাক ধন্যবাদ
A2 gan moi bhut Val pau aru sodai xuno....amr bartajonr gan a2❣️❣️♥️♥️
Really nice song
Geet tu huni aaji nostalogic hoi porilu. Agoloiu anedhoronor geet Huna Pam buli akha thakil.
Really baido ki kom... Old is gold
গীতটি ভাল লাগিল
খূৱ সুন্দৰ কন্ঠ। প্ৰায়েই গীতটো শুনো।
Heart touching Evergreen songs 🎉🎉🎉❤🙏
গুড
So nice 💟💟💟
Feeling nostalgic ❤
ধন্যবাদ নিলিমা
Um Super
Nilima baideu gan bur khuni bor bhal lage.
Nice song. Its remember my childhood time.
Q's
Old is gold.
These are called real songs.
That's true
ইমান ভাল লগা গীত
Very nice song , I like it .