Dihanam// দিহানাম //আলি পুখূৰীতে পদুমৰ কলিতে By Bhagyashree Devi //cntc 7399692438

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 มี.ค. 2022
  • #dihanam #BhagyshreeDevi #assamessongs
    #2023newassamessong #voktimulok #zubeensongs #sangkarguru
    কণ্ঠ- ভাগ্যশ্ৰী দেৱী ।
    কথা সুৰ- পুস্পেন্দ্ৰ কলিতা ।

    অনুগ্ৰহ কৰি সকলোৱে মোৰ চেনেলটো subscribe কৰিব আৰু,লিংকটো চেয়াৰ কৰি , লাইক , কমেণ্ট কৰিব । জাননী- বিনা অনুমতিত যিকোনো চছিয়েল মিডিয়াত কোনেও যাতে এই ভিডিঅটো ডাউনলোড কৰি প্ৰচাৰ নকৰে । কেৱল এই ভিডিঅটোৰ লিংকহে share কৰিব পাৰিব যিকোনো চছিয়েল মিডিয়াত।

ความคิดเห็น • 1K

  • @madhusmitabora6615
    @madhusmitabora6615 2 ปีที่แล้ว +245

    অপূৰ্ব সুন্দৰ হৈছে, কৃষ্টিৰ পথাৰত সৃষ্টিৰ বিজ সিচিঁ বিশ্বৰ বুকুত জিলিকি থাকক আমাৰ সংস্কৃতি । আপোনাৰ সুৰ সুমধুৰ আৰু আগুৱাই যাঁওক । কৃষ্ণ 🙏

  • @jayantanath5645
    @jayantanath5645 ปีที่แล้ว +19

    ইমান ধুনীয়া কণ্ঠ তোমাৰ শুনি থাকিবৰে মন যায়

  • @rajashreechangmai3518
    @rajashreechangmai3518 11 หลายเดือนก่อน +17

    বহুত সুন্দৰ কণ্ঠ, শুনিলে শুনি থাকিবৰ মন যোৱা

  • @katakibishwajit7001
    @katakibishwajit7001 9 หลายเดือนก่อน +19

    ❤❤❤❤❤ শুনি বৰ ভাল লাগিল🥰🥰 কৃষ্ণ কৃষ্ণ

  • @nripendeka9800
    @nripendeka9800 ปีที่แล้ว +4

    very good this diha nam. krishna. joy guru Sankardev

  • @gitanjoliborah2604
    @gitanjoliborah2604 6 หลายเดือนก่อน +9

    বৰ সুন্দৰ কণ্ঠ , ৰাতিপুৱাই শুনিলেই মন প্ৰাণ ভৰি যায় ।

  • @khewaliborah544
    @khewaliborah544 9 หลายเดือนก่อน +13

    বহুত ধুনীয়া ভাল লাগিছে কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @susilkalita8039
    @susilkalita8039 ปีที่แล้ว +11

    সুন্দৰ মনোমোহা নাম শুনি বৰ ভাল‌লাগিছে‌ কৃষ্ণ কৃষ্ণ হৰি হৰি‌ ৰাম ‌ৰাম‌‌ হৰেকৃষ্ণ হৰে ৰাম

  • @nabajyotibora61
    @nabajyotibora61 11 หลายเดือนก่อน +13

    অপূৰ্ব সুন্দৰ হৈছে, কৃষ্টিৰ পথাৰত সৃষ্টিৰ বিজ সিচিঁ বিশ্বৰ বুকুত জিলিকি থাকক আমাৰ সংস্কৃতি

  • @gmk2677
    @gmk2677 9 หลายเดือนก่อน +3

    বহুত ভাল লাগিছে আপোনাৰ সুৰ আগবাঢ়ি যাওক আই ধেমাজি জিলাৰ পৰা

  • @abhidasdewri4959
    @abhidasdewri4959 8 หลายเดือนก่อน +22

    সচাকৈয়ে বুজাব নোৱাৰা এক কণ্ঠ। জয় শ্ৰী কৃষ্ণ জয় গুৰু শংকৰ।

  • @subhashsaikia9129
    @subhashsaikia9129 ปีที่แล้ว +21

    কন্ঠ ধুনীয়া 👌।নাম ভাগি বৰ সুন্দৰ হৈছে।।

  • @bipingogoi3278
    @bipingogoi3278 ปีที่แล้ว +14

    বৰ সুন্দৰ আপোনাৰ কণ্ঠ ইমান সুন্দৰ হৈছে ।

  • @utpalbhuyan6267
    @utpalbhuyan6267 10 หลายเดือนก่อน +4

    অতি সুন্দৰ ৱৰ ভাল লাগিল।।ভগৱানে সহায় কৰক

  • @papupapu2486
    @papupapu2486 10 หลายเดือนก่อน +10

    সুন্দৰ অতি সুন্দৰ শুনিলে শুনিয়েই থাকিব মন ‌যাই আৰু আগুৱাই যাওক ভগৱানে আপোনাক আৰু আপোনালোকৰ সদস্য সকলক ভালে ৰাখক ভগৱান ওচৰত প্ৰাৰ্থনা জনালোঁ ধন্যবাদ কৃষ্ণ কৃষ্ণ

  • @tileswaryein1295
    @tileswaryein1295 5 หลายเดือนก่อน +4

    সূন্দৰ দিহানাম আৰু সূন্দৰ কণ্ঠ । ভাগ্যশ্ৰী বা আপোনালৈ ভক্তিভৰা মৰম যাচিলো।🎉🎉🎉🎉।

  • @InnocentHorse-pm6we
    @InnocentHorse-pm6we 2 หลายเดือนก่อน +5

    Excellent ma'am dhuniya lagil de khuni

  • @kishorgayan5012
    @kishorgayan5012 11 หลายเดือนก่อน +9

    Bohut Bohut Bohut dhunia voice namoti goraki gutai namoti dol tua dhunia

  • @risharock3301
    @risharock3301 ปีที่แล้ว +6

    Bor dhuniya hoise...xunile xuni thakib mn jai....aguai jaok all the bst

  • @sangitasvlog8315
    @sangitasvlog8315 9 หลายเดือนก่อน +13

    মনপৰশা হৰিনাম 🙏

  • @rebaboruah1696
    @rebaboruah1696 11 หลายเดือนก่อน +11

    কৃষ্ণ আই বাপ সকল সুন্দৰ

  • @kakukalita7671
    @kakukalita7671 ปีที่แล้ว +8

    বহুত।ভাল।লাগিল।বাইদেও।আগলৈও।আগবাঢ়ি।যাওখ

  • @syamantabordoloi749
    @syamantabordoloi749 ปีที่แล้ว +17

    সুন্দৰ হৈছে। আমাৰে ভাগ্য এনে এগৰাকী নামতী আমাৰ সমাজত আছে । আইগৰাকীৰ অচলা ভকতি হক । জয় কৃষ্ণ

    • @BHAGYASHREEDEVIOfficial
      @BHAGYASHREEDEVIOfficial  ปีที่แล้ว +1

      ধন্যবাদ

    • @budhinsaikia6300
      @budhinsaikia6300 11 หลายเดือนก่อน +1

      সঁচাকৈ সৌভাগ্যবান এনে মধুময় কুকিলকণ্ঠী নামতীৰ দ্বাৰা ভক্তিৰসৰ মধুপান কৰিবলৈ পোৱাতো 🙏

  • @kabitasaikia5272
    @kabitasaikia5272 ปีที่แล้ว +9

    Bahut dhuniya. Aihakal

  • @binitakakati1561
    @binitakakati1561 11 หลายเดือนก่อน +11

    অতি সুন্দৰ🙏🙏🙏 কৱলৈ ভাষা নাই ❤❤❤

  • @mridupabandhadumia7899
    @mridupabandhadumia7899 ปีที่แล้ว +8

    বৰ ভাল লাগিছে শুনি
    কথা সুৰ কন্ঠ

  • @user-fj1wd1nx3w
    @user-fj1wd1nx3w 8 หลายเดือนก่อน +12

    সুন্দৰ কণ্ঠ সখী❤ৰাতিপুৱাৰ পৰা গধূলীলৈ ১৫/২০ নুশুনিলে ভালেই নালাগে সখী❤তোমাৰ আটাইকেইটা নামেই ভাল লাগে সখী❤❤❤❤

  • @ajantasaikia2738
    @ajantasaikia2738 ปีที่แล้ว +5

    Kotha hur kontho bor hundor hoise

  • @girindrahazarika4400
    @girindrahazarika4400 ปีที่แล้ว +3

    Krishna krishna . Aie .eman dhunia koi gurojanar oparat gaisa . Thanks

  • @uddhabdas3864
    @uddhabdas3864 ปีที่แล้ว +3

    Dhuniya kontha de, val lagishe, krishna,,

  • @thelifevlogzs7211
    @thelifevlogzs7211 11 หลายเดือนก่อน +12

    ৰাতিপুৱাই মন ভাল লাগি গ’ল ৷ তিনিচুকীয়াৰ (কাকপথাৰৰ) পৰা অশেষ মৰম আৰু শুভকামনা

  • @blazyvlogs6830
    @blazyvlogs6830 ปีที่แล้ว +9

    Krishna.. Bhut bhal lagil..

  • @dipakbarman2760
    @dipakbarman2760 ปีที่แล้ว +4

    Khosakoi bhut val lagise

  • @janmonisonowalvlog9731
    @janmonisonowalvlog9731 ปีที่แล้ว +4

    Hundor contho Krishna

  • @monishabharali7200
    @monishabharali7200 9 หลายเดือนก่อน +3

    অপূৰ্ব সুন্দৰ কণ্ঠদান সুনি বৰ ভাল লাগিলে

  • @nayanjyotircreation6230
    @nayanjyotircreation6230 10 หลายเดือนก่อน +9

    কৃষ্ণ 🙏

  • @ajittukaria
    @ajittukaria ปีที่แล้ว +3

    Very nice and beautiful 😍😍

  • @purabichelleng7289
    @purabichelleng7289 ปีที่แล้ว +4

    অষেশ ধন্যবাদ জ্ঞাপন কৰিছো

  • @hemantabhuyan3120
    @hemantabhuyan3120 7 หลายเดือนก่อน +9

    ❤কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ

  • @rinkuborah1328
    @rinkuborah1328 ปีที่แล้ว +10

    সুন্দৰ হৈছে নাম ভাগ। কৃষ্ণ

  • @mohengohain3598
    @mohengohain3598 8 หลายเดือนก่อน +11

    সুন্দৰ কণ্ঠ আপোনাৰ ❤️♥️ আগুৱাই যাওক 🙏🙏

  • @rajdeepnath109
    @rajdeepnath109 ปีที่แล้ว +5

    Bhagrashri ba tuma nam xuni bhut val lage

  • @basantaneog8649
    @basantaneog8649 ปีที่แล้ว +15

    শংঙ্কৰ গুৰা জনাৰ সুন্দৰ ভাবে চৰিত্ৰ সমুহ প্ৰকাশ পাইছে। সমুহ শিল্পী সকললৈ শুভেচ্ছা থাকিল। সুন্দৰ হৈছে আগুৱাই গৈ থাকা ভগৱানে শক্তি প্ৰদান কৰিব!

  • @lakhyajitsaikia2541
    @lakhyajitsaikia2541 9 หลายเดือนก่อน +14

    বহুত ধুনীয়া হৈছে বাইদেউ , আপোনাৰ কণ্ঠ অপূৰ্ব , আপোনাৰ কণ্ঠত এই দিহানাম ভাগি শুনি বহুত ভাল লাগিছে, 🥰😍

  • @bhadragogoi2351
    @bhadragogoi2351 2 ปีที่แล้ว +5

    Dhuniya Lagil bahut hundar kantha

  • @jyotiprokashdutta6183
    @jyotiprokashdutta6183 ปีที่แล้ว +30

    নাম ভাগ সুন্দৰ হৈছে গীতিকাৰৰ কণ্ঠ বৰ মীঠা। বাদ্য যন্ত্ৰ মন দিব লাগিব।

    • @lxmituraj725
      @lxmituraj725 ปีที่แล้ว

      th-cam.com/video/UqwpQuxc4mY/w-d-xo.html

  • @amiyaphukan397
    @amiyaphukan397 ปีที่แล้ว +7

    Happy. New. Year

  • @bishalnath1260
    @bishalnath1260 11 หลายเดือนก่อน +9

    Very good song

  • @anjumaneog3863
    @anjumaneog3863 ปีที่แล้ว +7

    বৰ সুন্দৰ হৈছে দেই ৷ কৃষ্ণ

  • @bishalborah5083
    @bishalborah5083 7 หลายเดือนก่อน +7

    সঁচাকৈ বহুত ভাল লাগে।any time শুনি থাকিব মন যায়।

  • @dhananjoydas6714
    @dhananjoydas6714 10 หลายเดือนก่อน +3

    দিহা নাম ভাগ শুনি ভাল লাগিল । দলটোৰ উজ্বল

  • @user-xl5ed9ej8f
    @user-xl5ed9ej8f 2 หลายเดือนก่อน +4

    Apunar kontho eman hundor♥️♥️

  • @anupamborah4872
    @anupamborah4872 ปีที่แล้ว +26

    কথা সুৰ, কণ্ঠ বহুত সুন্দৰ প্ৰদৰ্শন, বহুত বহুত শুভেচ্ছা থাকিল।

    • @lxmituraj725
      @lxmituraj725 ปีที่แล้ว

      th-cam.com/video/UqwpQuxc4mY/w-d-xo.html

    • @birenpegu1732
      @birenpegu1732 ปีที่แล้ว +1

      Godbless..you..in..future

  • @lakshmibhowal1463
    @lakshmibhowal1463 ปีที่แล้ว +13

    সুন্দৰ উপস্থাপন গুৰুজনাৰ জীৱনী। কৃষ্ণ কৃষ্ণ

  • @swapnasaikia9501
    @swapnasaikia9501 ปีที่แล้ว +7

    সুন্দৰ

  • @alakatalukdar5739
    @alakatalukdar5739 ปีที่แล้ว +7

    বহুত ধুনীয়া হৈছে

  • @momisaikia4669
    @momisaikia4669 8 หลายเดือนก่อน +2

    Very nise❤❤❤❤বহুত,ভাল,লাগিল

  • @atulchutia3632
    @atulchutia3632 ปีที่แล้ว +13

    আই সকলৰ দিহা নাম অতি সুন্দৰ হৈছে ।ঈশ্বৰে কৃপা কৰক ।কৃষ্ণ

  • @shibkumarbin9446
    @shibkumarbin9446 ปีที่แล้ว +8

    ধুনীয়া 🙏🙏🙏🍧🍧

  • @LoknathBhuyan-jo8ge
    @LoknathBhuyan-jo8ge หลายเดือนก่อน +3

    Bhal lagi se ♥️❤️♥️♥️♥️♥️❤️♥️♥️♥️♥️❤️♥️❤️💗😻♥️

  • @lachitkonwar3223
    @lachitkonwar3223 10 หลายเดือนก่อน +2

    Dhuniya lagise dihanam to Aru আগবাঢ়ি jauk apunaluk

  • @renubaruah360
    @renubaruah360 ปีที่แล้ว +16

    কথা সুৰ বৰ ধুনীয়া হৈছে, আৰু শুনিবলৈ আশা কৰিলোঁ ।🙏🙏🙏।কৃষ্ণ কৃষ্ণ ।

  • @user-he7yo8js4n
    @user-he7yo8js4n 11 หลายเดือนก่อน +9

    Nice song

  • @sabitarabha3142
    @sabitarabha3142 3 หลายเดือนก่อน +3

    অতি সুন্দৰ তথা মিঠা কণ্ঠ ।হৰিনামৰ জৰিয়তে শঙ্কৰদেৱৰ জীৱনৰ কিছু কথা জানিব পাৰি।

  • @sumiborahkolita2957
    @sumiborahkolita2957 11 หลายเดือนก่อน +6

    বাইদেউ‌ আপোনাৰ‌ দিহানাম‌ মন‌ প্ৰান‌ ভৰি‌ জোৱাৰ❤❤❤

  • @Aparnagogoi379
    @Aparnagogoi379 ปีที่แล้ว +5

    অতি সুন্দৰ ।

  • @dipokgogoi202
    @dipokgogoi202 8 หลายเดือนก่อน +4

    সচাকৈ অপূৰ্ব। কৃষ্ণ কৃষ্ণ

  • @jayantagogoi271
    @jayantagogoi271 ปีที่แล้ว +6

    Hundor

  • @debajitvlog
    @debajitvlog ปีที่แล้ว +6

    Krishna hundor kontho kotha hur huni val lagil 🙏

  • @triptivlogs3758
    @triptivlogs3758 8 หลายเดือนก่อน +5

    শুন্দৰ কৃষ্ণ কৃষ্ণ🙏

  • @dipakgogoi8052
    @dipakgogoi8052 ปีที่แล้ว +5

    Ari hundor ❤️❤️❤️

  • @binadas5619
    @binadas5619 ปีที่แล้ว +5

    অতি সুমধুৰ

  • @achintachutia221
    @achintachutia221 ปีที่แล้ว +7

    Bohut val lagesa, kontho tu bohut val lagesa

  • @debadhargogoi5613
    @debadhargogoi5613 ปีที่แล้ว +6

    কথা আৰু সুৰ বৰ সুন্দৰ হৈছে

  • @surobhiborah9627
    @surobhiborah9627 ปีที่แล้ว +3

    Hosakoi bohut val lagil huni🙏🙏🙏

  • @dipankarrabha727
    @dipankarrabha727 ปีที่แล้ว +6

    সুন্দৰ।

  • @QpQp529
    @QpQp529 ปีที่แล้ว +7

    Mazaa

  • @pinkidevi6067
    @pinkidevi6067 8 หลายเดือนก่อน +4

    Bohut vl lagise tumak 😎😎😍😍😍

  • @abhijitborah3183
    @abhijitborah3183 10 หลายเดือนก่อน +4

    Bohut bohut dhunia

  • @firujkhan517
    @firujkhan517 9 หลายเดือนก่อน +3

    বহুত ভাল গাইচে দীহা নাম

  • @sanjibbora1789
    @sanjibbora1789 ปีที่แล้ว +5

    বৰ সুন্দৰ হৈছে গায়ন শৈলী

  • @amiyaphukan397
    @amiyaphukan397 2 ปีที่แล้ว +2

    Mur. Babe. One. Of. Best. Aei. Namtu. Thanku. Bhagyashree. Devi

  • @bababora8395
    @bababora8395 ปีที่แล้ว +5

    ATI Sundor Shubhashikh jonalu

  • @raidiongiaphulogurikhagari5187
    @raidiongiaphulogurikhagari5187 10 หลายเดือนก่อน +6

    ,🙏🙏🙏🙏🙏 অতি সুন্দৰ প্ৰদৰ্শন কৰিছে,♥️♥️♥️♥️

  • @krishnadas-247
    @krishnadas-247 9 หลายเดือนก่อน +6

    Nice ❤❤❤❤❤❤❤

  • @RameshchMikir-xe3qe
    @RameshchMikir-xe3qe 8 หลายเดือนก่อน +2

    Apuni eman dhuniya dhuniya nam gai khuni val lagi jai Krishna Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jitudas3457
    @jitudas3457 ปีที่แล้ว +3

    Oti khundar Krishna 🙏🙏🙏

  • @dipakborah2301
    @dipakborah2301 ปีที่แล้ว +4

    Ati sundar.

  • @sonatondas4865
    @sonatondas4865 ปีที่แล้ว +7

    সুন্দৰ কণ্ঠ , শুনি ভাল লাগিছে। কিন্তো ভিদিঅ টোত মন দিবলাগিব।

  • @ankurnath3108
    @ankurnath3108 2 ปีที่แล้ว +2

    Good morning val lagise khuni baydo

  • @bantilaskar1354
    @bantilaskar1354 6 หลายเดือนก่อน +3

    Jay guru sangkar dev ❤❤❤

  • @jupitaradevi9926
    @jupitaradevi9926 ปีที่แล้ว +8

    🙏🙏🙏🙏

  • @pranayeenath
    @pranayeenath ปีที่แล้ว +4

    সুন্দৰ অতি সুন্দৰ হৈছে

  • @user-xr3ce6jd4e
    @user-xr3ce6jd4e 3 หลายเดือนก่อน +3

    Bohut xundor nam❤❤❤

  • @user-pm8tl7tn2b
    @user-pm8tl7tn2b 4 หลายเดือนก่อน +3

    Val lagil agoloi aguwai juwok

  • @amritsaikia7566
    @amritsaikia7566 ปีที่แล้ว +4

    tumi val gaisa dei huni val lagil

  • @injudhanyabadbaideuxundorr7655
    @injudhanyabadbaideuxundorr7655 8 หลายเดือนก่อน +9

    সুমধুৰ কণ্ঠত সুমধুৰ নাম,,বৰ ভাল লাগিল শুনি,, ঈশ্বৰে কৃপা কৰক,, দলটোৰ সকলোকে শুভেচ্ছা জনালোঁ

  • @murulidhar57
    @murulidhar57 2 หลายเดือนก่อน +1

    অপূৰ্ব , আমাৰ গৌৰৱ। মৰিগাঁও বাসিৰ গৌৰৱ। ভাষা নাই। ধন্যবাদ।।

  • @DEKA2199
    @DEKA2199 ปีที่แล้ว +3

    oi utam mojjaa hoise

  • @jonsaikia5699
    @jonsaikia5699 ปีที่แล้ว +6

    ধুনীয়া হৈছে