ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก
JIBON NAMOR BONTI GOSI // ANKUR JYOTI // Deh Bisar Geet // Vokti Geet // Hori Naam
ฝัง
- เผยแพร่เมื่อ 3 ก.พ. 2024
- JIBON NAMOR BONTI GOSI // ANKUR JYOTI // Deh Bisar Geet, Vokti Geet // Hori Naam // Devotional Song
"জীৱন নামৰ
বন্তি গছি"
কন্ঠশিল্পী:- অংকুৰ জ্যোতি বৰুৱা ।
কোৰাচ : প্ৰভাত বৰা
বিশেষ কৃতজ্ঞতা: কমলা গগৈ
কথা : প্ৰভাত বৰা
বাণীবন্ধন :- Make Music Studio
সংগীত : চিন্ময় বৰুৱা, নয়নমণি বৰুৱা
বাঁহী: চিন্ময় বৰুৱা
খোল/নেগেৰা / তাল : দধি দাস
টোকাৰী:- মুকুট মলিয়া
শব্দ সংমিশ্ৰণ: নয়নমণি বৰুৱা
🎶🎶🎶🎶🎶🎶🎶
✍️✍️
জীৱন নামৰ বন্তি গছি হিয়াৰ মাজে জ্বলে
এই বন্তি নুমাই যাব শলীতা পুৰিলে
মোৰ হৰি ঐ
শলীতা পূৰিলে ।।
কত পুণ্যৰ বলে পাইলোঁ
মানৱী জীৱন
পৰমাত্মা কৃপাময়ৰ
এয়ে মহাদান
হে ৰাম ৰাম হেন হৰিক নভজিয়া
কি কাৰ্য কৰয়
পাপ' সাগৰত বুৰী তল বল কৰ'
মোৰ হৰি ঐ
তল বল কৰ'
হৰিত শৰণ লোৱা হৰিত শৰণ'
তেঁৱেসে সমফল হৈব মানৱী জীৱন'
🎶🎶🎶🎶🎶🎶🎶🎶
ভঙিতা:-
কি কৰিলোঁ কি কৰিলোঁ ভকতি নকৰি
অন্তেক' পাইলেক' আসি ৰক্ষা কৰা হৰি
নকৰিলো শিৰে মাধৱক' নমস্কাৰ'
ইটো মাথা গোট মোৰ ভৈল মহাভাৰ'
🎶🎶🎶🎶🎶🎶🎶🎶🎶
এ মানৱী দেহা নিয়ে শ্মশান শালে
মানৱী দেহা নিয়ে শ্মশান শালে
মানৱী দেহা নিয়ে শ্মশান শালে
জীৱন মৰণ কথা কোনেও নাজানে
মানৱী দেহা নিয়ে শ্মশান শালে
ৰৈ জাব পুত্ৰ ভাৰ্যা
ৰৈ যাব ধন'
অন্তিম কালত নাযায়
ভাতৃ বন্ধু গণ'
মানৱী দেহা নিয়ে শ্মশান শালে
মানৱী দেহা নিয়ে শ্মশান শালে
হৰিত শৰণ লোৱা হৰিত শৰণ'
সাধু সঙ্গে বহি কৰা কৃষ্ণৰ কীৰ্তন
মানৱী দেহা নিয়ে শ্মশান শালে
এ মানৱী দেহা নিয়ে শ্মশান শালে
মানৱী দেহা নিয়ে শ্মশান শালে
অ হৰি হে এ,,,,,,
এ,,,,, হৰি ৰাম নাৰায়ণ
এ ৰাম হৰি অ,,,অ,,,, অ,,, হৰি ৰাম নাৰায়ণ
এ দেহা দিনক দিনে ভটিয়াই
যায় দেহা দিনক দিনে ভটিয়াই যায়
এনো নৰদেহা
অ.....মোৰ মনাই অ
এবাৰ গুচি গলে
অ..... মোৰ মনাই অ
আকৌ হলে পাবলৈ নায়
মনাই দিনক দিনে ভটিয়াই
যায় মনাই
দিনক দিনে ভটিয়াই যায় ।।
অ ....ৰাম জয় হৰি কি এ জয়
জয় হৰি গোপাল গোবিন্দ ৰাম
#viral
#ankurjyoti
#jibon_namor_bonti_gosi
#ankurjyoti
#voktigeet
#devotional
#devotionalsongs
#trending
#trendingshorts
#trend
#krishnabhajan
#viral
#assmesesong
#voktimulok
#dehbisargeet
#tukarigeet
#NewAssamesehorinam
#newdihanam
#newhorinam
#newbhoktimulokgeet
#dihanam
#dehenam
#dihanam
#ankurjyotidihanaam
Jibon Namor Bonti Gosi
Anupam Bitupon
Ankur Jyoti Official
Ankur Jyoti
tukari geet
bhokti geet
bhokti mulok geet
krishnak huai thoi
krishna banamali
New Assamese horinam
new dihanam
new horinam
new bhokti mulok geet
বিশেষ কৃতজ্ঞতা:- শ্ৰী শ্ৰী আউনিআতি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী , ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামী প্ৰভু আৰু কমলা গগৈ দেৱ
কৃতজ্ঞতা :- মা , দেউতা , সুদীপ্ত ভূঞা ,চক্ৰপানী বৰুৱা, প্ৰিয়ম তামুলী , চিন্ময় বৰুৱা, মৃগাংক দত্ত, হীৰক জ্যোতি ভূঞা , পলাশ জ্যোতি ভূঞা , নৱজ্যোতি বৰা , ৰাজু তামুলী ,অৰ্পণ বৰা, আলোক জ্যোতি শইকীয়া , অসীম কুমাৰ হাজৰিকা , ধ্ৰুৱজ্যোতি ভূঞা, বিনয় বৰা, জ্ঞানদীপ বৰুৱা , অংশুমান বৰা তথা গীততোৰ লগত জড়িত বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগ বঢ়োৱা আৰু সমূহ শুভাকাংখী ৰাইজৰ ওচৰত চিৰ কৃতজ্ঞ ।।
Krishna 🙏🏿bohot vl lagel huni ❤🙏🏿
বৰ সুন্দৰ কণ্ঠ ভগবান আল্লাই তোমাক কুশলে ৰাখক🎉🎉🎉🎉🎉❤❤❤❤❤
অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা🙏🙏
বহুত সুনীল 🙏 জয় যাদৱ ৰায়
ভাল লাগিছে
❤❤❤❤❤
অতি সুন্দৰ হৈছে ভগৱানে আৰু শক্তি দিয়ক আগবাঢ়ি যাবলৈ,
অশেষ ধন্যবাদ❤
খুউব ভাল লাগিছে । কৃষ্ণ
অশেষ ধন্যবাদ জনালোঁ❤️🙏
Very2nice hoise
Bohut val lage huni thakib le mon jai mur 🙏🙏❤
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ❤️❤️🙏🙏
Horinam murbohut priyo,❤ anekua horinam hunile hiya jur pori jai ,logote bohut dukh Lage ❤🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀♥️
অশেষ ধন্যবাদ🙏🙏🙏
💚💛🧡💙💜🤎🖤🤍♥️💕💞💓💗💖❣️🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹💐💐💐💐🌹🌹🌹🌹💐💐💐
Nice Dada 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
আতিকৈ সুন্দৰ ❤🙏🙏🙏🙏
Nice
Dhunia lagise 🥰
সুন্দৰ লাগিল আগলৈ এনেধৰণৰ ভক্তি মুলক গীত শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ। কৃষ্ণ বিষ্ণু হৰি ৰাম।
Nice 🎉🎉🎉🎉
VereyNice
🙏🙏🙏🙏
Krishna Krishna 🙏🙏🙏
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
🙏🙏🙏🙏🙏
মজা❤❤❤
ধন্যবাদ ❤️
Hundra❤
ভাল লাগিছে😊😊😊😊😊😊🎉🎉🎉😢😢😢😢😢❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉😂😂😂😂😂😂😂😂😂😂🎉
Ki hundor voice aapunar👌
কৃষ্ণ বৰ সুন্দৰ
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ❤️❤️🙏🙏
Bohut val lagasa krishna krishna
Nice song dada👍👌
অতি সুন্দৰ কণ্ঠ লগতে নিৰ্বাচন ❤, আগুৱাই যোঁৱা 💕
অশেষ ধন্যবাদ ❤️❤️🙏
Bahut val lagise
Bohut hundor krishno ram
Krishnoo 🙏🙏
🎉বৰ সুন্দৰ কণ্ঠ । কৃষ্ণ প্রভূ কৃষ্ণ।
Krishno hundor
Krishna aru aguwai juwa bhal hoise
Bahut Sundar 🔱🙏🙏❤❤
🙏🙏🙏
সুন্দৰ সুন্দৰ শতকুতি আশীৰ্বাদ কৰিছো আগুৱাই যাওক ❤❤❤❤❤❤
Bhut vl lagel aru suni Thakibo mon Jai 🙏🙏
Krishna Prabhu horiboi
Krishna Krishna Krishna
pleasing bhakti geet.
Jai Hani dev
Krishna Krishna Krishna ❤❤❤🙏🙏🙏
Krishnoo🙏❣️
Bohut dhunia lagisse
অশেষ ধন্যবাদ 🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ শুনি বহুতো ভাল লাগিল।🙏🙏🙏🌹
Hundar
Mynamis jiban barbhallagil. Jaisrikisna. Radhe🥀🌷🌹🍁💐🌻🌾🌼🌸💮🌞💟💚💙♥️💟💟💟💟💟💟👍🙏
Krishno krishno
Uff voice❤.. Aru aguwai jua 2mi
Thank you ❤️❤️
❤❤❤❤
Huni bhut val lagel. 🙏🙏
Krishno❤
Bohut hundar. Gaijua
Thank you 🙏🙏
অতি মজা গাইছে। আমাৰ শুভেচ্ছা জনালো। যোৰহাট।
Ram Krishna🙏🙏🙏♥️♥️♥️
চিন্মই দা যত সুন্দৰ পৰিবেশন হয়। কৃষ্ণ ভাল লাগিল।।❤
ধন্যবাদ🙏🙏❤️
সূন্দৰ কণ্ঠৰ গৰাকী। ঈশ্বৰে আৰ্শীবাদ কৰক আগুৱাই যোৱক।🙏🙏🙏🙏🙏।
অশেষ ধন্যবাদ❤️❤️🙏🙏
সুন্দৰ হৰি নাম গাইছা
অশেষ ধন্যবাদ🙏❤️
Bohut dhunia hoise
Om bhagavte vasudeva namah 💅💅💅💐💐🌺🌸🏵️🌺🙏🙏🌹🌹💐🌺🌸
অতি সুন্দৰ ভাৱে প্ৰকাশ পাইছে বহুত ভাল লাগিল,,,কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻
অশেষ ধন্যবাদ❤️🙏🙏
🕌🕌🕌🕌
Aru aguwai juwa akhirbad thakil bohut val lagise khuni
সুন্দৰ , কৃষ্ণ কৃষ্ণ •••••
ধন্যবাদ🙏
❤❤❤🙏🙏🙏
Hundur ❤
Bahut bhal lagil tumar kantha haday enekewa bhakti geet ani thakiba buli akha karilu jai aai akham.
Thank you so much 🙏🙏
বহুত ভাল লাগিল🙏🙏
Krishna val lagile xoni ..ot xundur kontho..🙏🙏🙏🙏🙏🙏
অতি সুন্দৰ ৷
🙏🙏🙏
KRISHNA KRISHNA BAPBHAKTA PARBHOU PARNAM PRABHU
Krishna huni vl lgil
কি সুমধুৰ কণ্ঠ।
অশেষ ধন্যবাদ❤️
Bahut dhuniya gaisa ❤❤❤
Thank you ❤️🙏
Vl hoise hundor kontha❤
Nice song😊😊😊
কৃষ্ণ কৃষ্ণ | ভাল লাগিল |
Krishno ,provu jonai kunjagar jonabosun ❤❤❤from nazira❤❤❤
Kakojan, Jorhat ❤️🙏
Krishno🙏krishno🙏bap bohut bal ligease🙏❣️
🙏🙏🙏
ভাল লাগিল ❤
❤❤❤😮😮😮😮🎉🎉🎉🎉
But,fora, 💜💜❤❤🌹🌹💐💐🏩🌹🌹😍😍😍😍😍😍😍😍😍😍😍😍🎈🎈🎈🎈🎈🎈🎈🎈💜💜💜💜💜💜💜💜💜💜🌹💐🥰😍🤩🥳
Krishna Prabhu tumar charanat sahachra kuti pranam janashu ❤❤❤❤❤❤❤❤❤❤❤
Krishnooo krishnoo🙏🙏🙏
Krishna Krishna
সুন্দৰ,কৃষ্ণ🙏
Thank you ❤️🙏
বৰ্তমান যুগৰ উঠীয়হা যুৱক সকল হৰিনাম লোৱা বাবে অতি সুন্দৰ হৈছে।প্ৰভু ভগৱন্তই কৃপা কৰা ।
অশেষ ধন্যবাদ🙏❤️
বৰ সুন্দৰ হৈছে। কণ্ঠ মধুৰ।
Nice,dada@@ankurjyotiboruah3426
Krishna 🙏🙏
Emn.dhunia...krishno...amnie.nalga.
অশেষ ধন্যবাদ🙏❤️
শুনি বহুত বহুত বেছি ভাল লাগিল আৰু আগুৱাই যাওঁক আপুনি ❤️🙏
অশেষ ধন্যবাদ জনালোঁ❤️❤️🙏🙏
Xundr
Krishna ❤❤❤
Super bro Val lagile
ভাল লাগিল হৰি নামটি কণ্ঠ মধুৰ ।
অশেষ ধন্যবাদ❤️🙏
ধুনীয়া লাগিছে
🙏🙏
Excellent❤❤❤
ইমান ধুনীয়া দাদা হতে ইমান ধুনীয়া কৈ গাইছে আৰু ইমান দুখ লগাকে গাইছে 😭😭🪔🪔🪔🙏🙏🌹🌹🌻🌻 কৃষ্ণ প্ৰভু কৃষ্ণ বাঁহীৰ মাটো ধুনীয়া লাগিছে
অশেষ ধন্যবাদ জনালোঁ❤️❤️🙏🙏
ধুনীয়া কৈ গাইছা কাৰণেহে কৈছোঁ ধন্যবাদ দিব নালাগে দিয়া মই তোমাতকে সৰু খালী ধন্যবাদ দিয়াৰ কাৰণে ভাল পালোঁ দাদা
❤️❤️🙏🙏
Bohut Val gaise
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
Krishna Krishna 🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️
🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna🙏🙏🙏🙏🎉
, বৰ সুন্দৰ কণ্ঠ আৰু শুনি বৰ ভাল লাগিল শুভেচ্ছাশীববাদ জনাইছো।
Krishna Makhan 🙏🙏
😮❤
Krishna❤
Krishno🙏❤❤ huni vl lagil 🥰