Dihanam // দিহানাম //হৰি নামৰ ধাৰা ASSAMES Dihanam @Bhagyashree Devi

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • #Dihanam #BhagyashreeDevi #assamessongs #voktimulok #zubeensongs #assamesdihanam #sangkarguru #horinam
    কণ্ঠ- ভাগ্যশ্ৰী দেৱী ।
    কথা সুৰ-পুস্পেন্দ্ৰ কলিতা ।
    Audio mixing- চন্দন মহন্ত ।
    Video editing- দেৱা বৰদলৈ
    বাদ্য যন্ত- কমল শইকীয়া , কমল দাস, উত্তম নাথ
    Cntc number- 7399692438
    হৰি নামৰ ধাৰা বৈকুণ্ঠৰে পৰা
    বোৱালে শংকৰে আশী ভকতীৰ অমীয়া প্ৰদিপ জালিয়া
    নাম দিলা জগতে প্ৰকাশী ।। তুমাৰ নামৰ ধ্বনি প্ৰতি ঘৰে ঘৰে
    নামৰে মহিমা দিলা নামঘৰ সাজিলা মণিকুট থাপিলা
    ৰাম নামৰ অমৃত মথিলা ।। নগাক আনিলা আসনে বসাইলা
    ভকত পাতিবৰ মনে নৰোত্তম নাম দি মুলত বসাইলা
    ৰাম নামে তুমি নিস্তাৰিলা ।। গাৰুক আনিলা আসনে বসাইলা
    ভকত পাতিবৰ মনে ভূতৰ দামোদৰক আদৰি আনিলা
    ৰাম নামে তুমি অমৃত বৰশিলা ।। গুৰু গোৱিন্দক বৈষ্ণৱৰ সংগত
    ভকতিৰ মালা দিলা চাংসাইকো মাতি নামঘৰৰ মধ্যে
    লাইখুটা স্থাপন কৰিলা ।। সাতো বৈকুণ্ঠৰে চিহ্ন আকি দিলা
    নামঘৰ শুৱনি কৰি
    নাম ঘৰে ঘৰে সিংহাসন থাপিলা
    নামৰে ধৰিলা গুৰি ।। গায়নে বায়নে অ গাণিকা গোৱালা
    ভকতিৰ পাতিলা মেলা জগত সভাত আহি বাৰ বৈষ্ণৱ বহি
    চিহ্নযাত্ৰা ভাওঁনা পাতিলা ।।
    মণিকুটে গৃহ বান্ধিলা শংকৰ
    ভকতে জুৰাব বুলি কীৰ্ত্তন দশমৰে ভেদ ভাঙি দিলা
    লোৱা সবে হীদয়তে তুলি ।। ভকতিৰ তত্ত্ব হৰি নামে মাত্ৰ
    হৰি নামৰ মহিমা অপাৰ
    ভকতিও আধাৰ হৰিনাম মূলাধাৰ
    নামৰ বিনে মুকুতি অসাৰ ।।
    শ্ৰী গুৰু শংকৰ কীৰ্ত্তন ভাগৱতত
    ভকতীৰ তত্ব পাইৱা
    কলি যুগে ভনে হৈয়া সাৱধানে
    মায়া চুৰি ভকতি কৰিবা । । । Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use."

ความคิดเห็น • 627

  • @rafikali9163
    @rafikali9163 3 ปีที่แล้ว +142

    বহুত বন্ধু বান্ধবীয়ে ৱাটছাপত বিভিন্ন video link বোৰ দিয়ে থাকে তাৰে কিছুমান চোৱা হয় আৰু কিছুমান নোচোৱাকৈ ৰৈ যায়।কিন্তু আজি এটা video link open কৰি এটি সুন্দৰ দিহানাম উপভোগ কৰাৰ সৌভাগ্য হল।উপস্হাপন সুন্দৰ,পৰিবেশন সুন্দৰ,কণ্ঠ সুন্দৰ আৰু লেখক জনৰ সৃষ্টিও অনন্য।ইমান তত্বগধুৰ নাম শুনিয়ে থাকিবৰ মন যায়।মহাপুৰুষজনাৰ সৃষ্টিৰাজি বৰ সুন্দৰকৈ উপস্হাপন কৰিছে।ইমান ৰসেৰে পৰিপূৰ্ণ নাম প্ৰথমবাৰ শুনিলোঁ।আগলৈও এইজনা মহান লেখকৰ নাম শুনিবলৈ পাম বুলি আশা ৰাখিলো আৰু দলটোৰ সকলোকে মোৰ শ্ৰদ্ধাভৰা প্ৰনাম নিবেদিলো।

    • @BHAGYASHREEDEVIOfficial
      @BHAGYASHREEDEVIOfficial  3 ปีที่แล้ว +11

      আপোনালৈয়ো দলটোৰ প্ৰতিজন সদস্য ফালৰ পৰা অশেষ ধন্যবাদ থাকিল

    • @rafikali9163
      @rafikali9163 3 ปีที่แล้ว +8

      @@BHAGYASHREEDEVIOfficial আপোনালোক সদৌটিলৈ শুভকামনা সদায়ে থাকিব।মাথোঁ আপোনালোকে দেশ,সমাজ আৰু জাতিটোৰ ভাল কিবা কৰি যাওক।

    • @rafikali9163
      @rafikali9163 3 ปีที่แล้ว +6

      @@puspendrakalita449 আপোনালোক সদৌটিলৈ শুভকামনা সদায়ে থাকিব।মাথোঁ আপোনালোকে দেশ,সমাজ আৰু জাতিটোৰ ভাল কিবা কৰি যাওক।

    • @BHAGYASHREEDEVIOfficial
      @BHAGYASHREEDEVIOfficial  3 ปีที่แล้ว +7

      আপোনাৰ কমেণ্টতো আমাৰ কাৰনে আশিৰ্বাদ স্বৰুপ । নিশ্চয় আমি আপোনাৰ মূল্যবান কমেণ্টতোৰ কথা ৰাখিম। ধন্যবাদ

    • @puspendrakalita449
      @puspendrakalita449 3 ปีที่แล้ว +4

      Tq so much for ur valuable comment

  • @JonalipeguGogoi
    @JonalipeguGogoi ปีที่แล้ว +4

    ❤বহুত মৰম দিলো❤

  • @indugogoi9234
    @indugogoi9234 ปีที่แล้ว +10

    সুন্দৰ কণ্ঠৰ সৈতে নামৰ গভীৰতা আৰু তোমাৰ গাম্ভীৰ্যতা সঁচাকৈয়ে শলাগিবলগীয়া ৷ আগবাঢ়ি যোৱা শুভকামনা সদায় আছে ৷

  • @manikdax2858
    @manikdax2858 ปีที่แล้ว +2

    Krishna... Huni thakileo mon novore

  • @sewalihazarika4187
    @sewalihazarika4187 ปีที่แล้ว +3

    Bahut basii vl lagila baaa❤️✨

  • @pradipgogoi3182
    @pradipgogoi3182 ปีที่แล้ว +7

    সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্। কৃষ্ণ কৃষ্ণ কৃষ্ণ আই।

  • @NarendraDas-h6g
    @NarendraDas-h6g ปีที่แล้ว +1

    শুনি বৰ ভাল লাগিল দিহাতো

  • @nirmolandnibirdas1500
    @nirmolandnibirdas1500 ปีที่แล้ว +10

    অতি সুন্দৰ হৈছে দিহানাম ষাৰ আপোনাৰ সুৰ সুমধুৰ শুনি থাকিবলৈ মন যায়।

  • @rumantikadancestudio
    @rumantikadancestudio ปีที่แล้ว +9

    অনন্য সুন্দৰ কণ্ঠ। আপ্লুত হ'লোঁ। আগুৱাই যাওক দলটি।

  • @DeepakTamuli
    @DeepakTamuli 4 หลายเดือนก่อน +3

    Maan jurai gol ,emaanei bhal lagil, Krishna ❤❤❤🪔🪔🪔🙏🙏🙏🙏🙏🙏🙏

  • @pachaniaxom1155
    @pachaniaxom1155 ปีที่แล้ว +5

    অমৃত বৰষ কণ্ঠ।মহাপ্ৰভূৱে এনেদৰে সুন্দৰ স্বাস্থ্য অটুট ৰাখক।

  • @munmikataki7036
    @munmikataki7036 ปีที่แล้ว +3

    সুন্দৰ ❤️🥰

  • @RabinJun
    @RabinJun ปีที่แล้ว +4

    আপোনালোকৰ ভিডিও বোৰ চায় ভাল লাগে। সচাই অতি সুন্দর ।

  • @RitupanRabha-h8l
    @RitupanRabha-h8l ปีที่แล้ว +4

    Bahut bahut val lgil xuni ❤

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 2 ปีที่แล้ว +8

    দিহা নাম ভাগ খুব সুন্দৰ। পৰিবেশন ৰ লগতে সুৰ শৈলী আৰু সংগীবৃন্দ অতি সুন্দৰ। সন্ধিয়া সময় কন ত শুনি মন প্ৰফুল্ল হ'ল। আশীৰ্বাদ কৰিলো আই সবক। কৃষ্ণ কৃষ্ণ 🙏🏼🪔🙏🏼

  • @GulapiSaikia-s4b
    @GulapiSaikia-s4b ปีที่แล้ว +4

    বৰ সুন্দৰ হৈছে বোৱাৰী

  • @BiplabChutia-hb1uc
    @BiplabChutia-hb1uc ปีที่แล้ว +3

    Imnyi hundr huni mur saku pani oulai gol oooo

  • @HirakjyotiDas-nw2tq
    @HirakjyotiDas-nw2tq 3 หลายเดือนก่อน +2

    বহত ভাল লাগিছে বাইদেউ

  • @sishuramchutia1880
    @sishuramchutia1880 2 ปีที่แล้ว +8

    কৃষ্ণ 🙏 বৰ সুন্দৰ হৈছে ।

  • @harakumarnarah8726
    @harakumarnarah8726 2 ปีที่แล้ว +5

    Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Nice job More More again Bhagya shree DeVi sugar🌺🌺🌺🌺🌺🌺🌺🌺🌺

  • @jitumoniphukan844
    @jitumoniphukan844 2 ปีที่แล้ว +8

    বহুত ভাল লাগিছে দিহানাম ভাগ শুনি। ঈশ্বৰে আশীৰ্বাদ কৰক ।

  • @JodumoniBorah-g3s
    @JodumoniBorah-g3s 8 หลายเดือนก่อน +3

    অতি মধুৰ লাগিল।কৃষ্ণ

  • @srigurudsa9521
    @srigurudsa9521 ปีที่แล้ว +4

    বহুত ভাল লাগিল নামটো শুনি

  • @RitaDas-k5m
    @RitaDas-k5m ปีที่แล้ว +3

    অতি সুন্দৰ। কৃষ্ণ 🙏🙏

  • @gobinbhuyan2158
    @gobinbhuyan2158 2 ปีที่แล้ว +3

    Maan jurai gol ,emaanei bhal lagil, Krishna 🙏🙏🙏

  • @HareshNath-tt7rv
    @HareshNath-tt7rv 8 หลายเดือนก่อน +2

    অতি সুন্দৰ হৈছে দিহা নাম ষাৰ আপোনাৰ সুৰ সুমধুৰ আপুনি আগবাঢ়ি য়াযক

  • @uddhabdas3864
    @uddhabdas3864 ปีที่แล้ว +2

    Bohut dhuniya,, krishna

  • @najrulhussain1021
    @najrulhussain1021 3 ปีที่แล้ว +3

    বহুত ধুনীয়া হৈছে আৰু আগুৱাই যাব লাগিব

  • @harakumarnarah8726
    @harakumarnarah8726 2 ปีที่แล้ว +5

    Kisno Kisno Kisno so Suit Bhagyashree Devi More More again👌👌👌👌👌🌺🌺🌺🌺🌺🌺🌺🌺

  • @JitenBharali-o4g
    @JitenBharali-o4g ปีที่แล้ว +7

    কৃষ্ণ কণ্ঠ অতি সুমধুৰ আগলৈ এইদৰে আগবাহি যোৱা ।ভগৱানে সহায় কৰিব।

  • @arundutta9013
    @arundutta9013 ปีที่แล้ว +1

    ইমান সুন্দৰ হৈছে।।।

  • @jayanta5182
    @jayanta5182 4 วันที่ผ่านมา +1

    Apuna hobor ujjwal bhabisyat kamona korilu. Dhunia hoise word less I am...

  • @LakshmanKrRay
    @LakshmanKrRay 3 ปีที่แล้ว +6

    সচাকৈ বহুত বহুত ধুনীয়া হৈছে ॥ বহুত ভাল লাগিল একদম মজা

  • @balingogoi4341
    @balingogoi4341 ปีที่แล้ว +4

    dhuniya hoi ... 🙏🙏🙏

  • @mintubaishya6462
    @mintubaishya6462 ปีที่แล้ว +5

    কৃষ্ণ আই ,জয় গুৰু শংকৰ,তেৰাই কৃপা কৰক ,অনুপম 🌼🙏

  • @pranabhazarika4985
    @pranabhazarika4985 3 ปีที่แล้ว +13

    কি সুন্দৰ কন্ঠ॥ আশিৰ্বাদ জনালো আগুৱাই যাওক🙏🙏

  • @monaboravideo781
    @monaboravideo781 ปีที่แล้ว +4

    Bahut bahut val lagil baido

  • @BipinBorah-f3u
    @BipinBorah-f3u 10 หลายเดือนก่อน +3

    খুব সুন্দৰ হৈছে

  • @Rekhamonrkonwar
    @Rekhamonrkonwar ปีที่แล้ว +4

    সুন্দৰ লাগিছে

  • @happiestgirljimi6303
    @happiestgirljimi6303 3 ปีที่แล้ว +3

    Xundor ashis vaity lgte xklure dhunia hyse xewa jnaisu xkluke 🙏

  • @akshaykumardas1928
    @akshaykumardas1928 3 ปีที่แล้ว +15

    Mind blowing voice & excellent DIHANAM

  • @himanibanikya8168
    @himanibanikya8168 ปีที่แล้ว +2

    VERY2 nice দিহা নাম আপোনাৰ নাম শুনি থাকো চাচ্ ক্ৰাইব কৰিছো Godbless all of u❤❤❤❤❤❤❤❤

  • @vaskarsaikia4491
    @vaskarsaikia4491 9 หลายเดือนก่อน +3

    অতি সুন্দৰ❤

  • @PpermitaBora
    @PpermitaBora 11 หลายเดือนก่อน +1

    Bahut dhuniya lagise ❤❤❤❤❤❤ Hunile huni thakiba mon jai

  • @momibora548
    @momibora548 2 ปีที่แล้ว +4

    Iman dhunia Kontha he Bhagavan...sunile suni thakibale mon jai

  • @NipenGogoi-vd5fe
    @NipenGogoi-vd5fe 10 หลายเดือนก่อน +1

    Vall liga apunar horinam bilak huni bt very very nice baideo 😍😍😍🙏

  • @nilamranjanborah6410
    @nilamranjanborah6410 ปีที่แล้ว +4

    খুবেই ভাল লাগিল শুনি

  • @royalstar6417
    @royalstar6417 3 ปีที่แล้ว +10

    খুওব সুন্দৰ পৰিবেশন ॥ আপোনাৰ দিহানাম দলৰ সকলোলৈকে অভিনন্দন জনালোঁ ॥

  • @debojeetcr794
    @debojeetcr794 ปีที่แล้ว +2

    Krishna Krishna🙏🙏🙏

  • @gulsanengti6184
    @gulsanengti6184 2 ปีที่แล้ว +4

    Bhut.dhuniya.hoise.mat2.bhut.dhuniya

  • @manturamdasmonalisha2145
    @manturamdasmonalisha2145 2 ปีที่แล้ว +8

    বৰ সুন্দৰ কন্ঠ

  • @manjuray1284
    @manjuray1284 2 ปีที่แล้ว +3

    Xumodhur poribexon 🙏🙏🙏🙏bahi khubei dhuniya bojaise ahhhhaaa Eman xundor poribexon 🙏🙏🙏

  • @lenintalukdar7314
    @lenintalukdar7314 ปีที่แล้ว +3

    Krishna 🙏 ai vl lagil

  • @dilipgogoi2312
    @dilipgogoi2312 2 ปีที่แล้ว +5

    বৰ সুন্দৰ লাগিল বাইদেউ।আজি নাৰায়্ণপুৰৰ ফুলনিথানত শুনি আপ্লুত হলো।

  • @babuborah6314
    @babuborah6314 2 ปีที่แล้ว +6

    Dhuniya hoise..🙏🙏🙏🙏🙏🙏

  • @monikanchonyt5568
    @monikanchonyt5568 ปีที่แล้ว +4

    কৃষ্ণ,,,,জয় গুৰু শঙ্কৰ

  • @ptdutta3036
    @ptdutta3036 ปีที่แล้ว +3

    আপোনাৰ কণ্ঠ সঁচাই শলাগ লৈছোঁ।আগুৱাই যাবলৈ ভগৱন্তযে সদায় শক্তি দিয়ক।

  • @KunjaBora-mh3jg
    @KunjaBora-mh3jg ปีที่แล้ว +2

    Bohut Sundar mat tu khsai val lagise

  • @prasantabora4558
    @prasantabora4558 2 ปีที่แล้ว +3

    Dhuniya Hoisy

  • @osinakimon3073
    @osinakimon3073 ปีที่แล้ว +1

    Bohut dhuniya kantho....Krishna 🙏🙏🙏

  • @BinuDutta-vd4uo
    @BinuDutta-vd4uo 5 หลายเดือนก่อน +2

    Bohut dhuniya hoisa ❤❤❤❤

  • @deeptideka8218
    @deeptideka8218 ปีที่แล้ว +4

    কৃষ্ণ সুন্দৰ হৈছে 🙏🏻🙏🏻🙏🏻

  • @NabinChDeka
    @NabinChDeka 2 ปีที่แล้ว +3

    Bhal lagil. Dhannabad

  • @arupkalita-zb7gd
    @arupkalita-zb7gd ปีที่แล้ว +1

    সুন্দৰ অতি সুন্দৰ আজিৰ ৰাতিপুৱাটো সুন্দৰ ভাবে পাৰ হব

  • @bhadragogoi2351
    @bhadragogoi2351 2 ปีที่แล้ว +4

    Dhuniya haise

  • @RashmiBania-hr4mx
    @RashmiBania-hr4mx 11 หลายเดือนก่อน +1

    Bohot bhal hoise

  • @jugeswarkaleta9929
    @jugeswarkaleta9929 ปีที่แล้ว +4

    Eman dhuniya kontho huni thaki or monjai

  • @Manujkumar69.
    @Manujkumar69. ปีที่แล้ว +4

    সকলোবোৰেই সচাই বৰ সুন্দৰ , সুপ্ৰভাত জনালোঁ বাইদেউ 💐💐💐

  • @psworld7875
    @psworld7875 ปีที่แล้ว +2

    Veri nice kanth ,god bless you.D s

  • @violeenalaskar3742
    @violeenalaskar3742 ปีที่แล้ว

    কৃষ্ণ,ভকতিৰ পথাৰত সদায় জিলিকি থকা। সুন্দৰ পৰিবেশ ন।মন চুই গৈছে। শুভেচ্ছা থাকিল।ৰাম ৰাম,।।

  • @timesassam2761
    @timesassam2761 3 ปีที่แล้ว +7

    বহুত ধুনীয়া হৈছে ।

  • @KrishnaBoruah-n6t
    @KrishnaBoruah-n6t 3 หลายเดือนก่อน +1

    Bhut dhuniya lagise xuni.. Krishna, 🙏🙏🙏🙏

  • @pariboruah3099
    @pariboruah3099 3 ปีที่แล้ว +6

    ।।গুৰুজনাৰ অনুপম সৃষ্টিৰ সুন্দৰ উপস্থাপন।।

  • @binitapathak7377
    @binitapathak7377 3 หลายเดือนก่อน +2

    বহুত ভাল লাগিল

  • @ruliborah4594
    @ruliborah4594 2 ปีที่แล้ว +4

    গুৰু মা , প্ৰণাম |

  • @pranabjyotidutta1837
    @pranabjyotidutta1837 2 ปีที่แล้ว +6

    বহুত সুন্দৰ দিহা , লগতে আপোনাৰ কণ্ঠৰ জাদুৰ তুলনা কৰিব নোৱাৰি 🙏🏿🙏🏿🙏🏿

  • @nabanitamahanta6448
    @nabanitamahanta6448 3 ปีที่แล้ว +5

    Dhuniya hoisi baido 🥰🥰🥰

  • @rajibsaikia5725
    @rajibsaikia5725 3 ปีที่แล้ว +12

    বহুত বহুত ভাল লাগিল বাইদেউ। শুনিলে শুনি থাকিবলৈ মন যোৱা কণ্ঠ আপোনাৰ। পুৱাতো জীপাল কৰি তোলে আপোনাৰ কণ্ঠই ।আগলৈ আৰু আশা কৰিলো। কৃষ্ণ কৃষ্ণ।

  • @nayanmonisaikia9537
    @nayanmonisaikia9537 ปีที่แล้ว +5

    ভাল লাগিল ❤❤❤❤❤❤❤❤❤

  • @KoshakantaDutta
    @KoshakantaDutta ปีที่แล้ว +1

    Krisna kirpa moi.....🙏🙏🙏🌹🌹

  • @nakuldasofficial9304
    @nakuldasofficial9304 3 ปีที่แล้ว +7

    সচাকৈ আপোনাৰ কণ্ঠ অতি সুন্দৰ ❤️👍

  • @gautambora403
    @gautambora403 2 ปีที่แล้ว +8

    ধুনীয়া লাগিছে। শুভেচ্ছা থাকিল তোমালে।।।ঘৰ কত তোমাৰ।

  • @bharatborah3762
    @bharatborah3762 3 ปีที่แล้ว +3

    Krisn krisn val hoise

  • @HimantaGogoi-g4z
    @HimantaGogoi-g4z ปีที่แล้ว +1

    Dhuniya haise baideo

  • @simelikakati5903
    @simelikakati5903 2 ปีที่แล้ว +6

    বহুত ভাল লাগিল বা

  • @Fojivloger763
    @Fojivloger763 หลายเดือนก่อน +1

    বহুত আনন্দ উপভোগ কৰিলোঁ আপোনাৰ নাম শুনি

  • @binasonowal-uv3qn
    @binasonowal-uv3qn ปีที่แล้ว +3

    Jai shree Krishna 🙏❤️

  • @nalinisaharia4856
    @nalinisaharia4856 ปีที่แล้ว +3

    সুন্দৰ প্ৰদৰ্শন আই সকলৰ🙏♥️🙏❤️🙏❤️🙏❤️🙏

  • @bikramsaikia7721
    @bikramsaikia7721 ปีที่แล้ว +2

    Val hoise .....

  • @rekhaborpujari6344
    @rekhaborpujari6344 ปีที่แล้ว +6

    বৰ সুন্দৰ কন্ঠ। 👌 🙏শুনি থাকিবৰ মন💖

  • @dibyakhanikar2256
    @dibyakhanikar2256 ปีที่แล้ว +1

    সঁচাকৈ বহুত ভাল লাগিল

  • @BishnupriyaBordoloi
    @BishnupriyaBordoloi ปีที่แล้ว +2

    ভাল গাইছা

  • @pasantakakita7527
    @pasantakakita7527 3 ปีที่แล้ว +9

    সুন্দৰ কণ্ঠ, শুনি বহুত আপ্লুত হ'লো, দিনবোৰ এনেকৈ হৰি নাম শুনিবলৈ পালে মনটো নিকা হৈ যায় , আগলৈ এনেদৰে পৰিৱেশন কৰি যাবা । উপস্থাপন, লেখনি ,কণ্ঠ সকলো এক সুন্দৰ মিলনৰ সৃষ্টি কৰিছে, লগতে দলটো ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ, জয় গুৰু শঙ্কৰ।

  • @pranabjyotidutta1837
    @pranabjyotidutta1837 2 ปีที่แล้ว +4

    বহুত বহুত সুন্দৰ দিহা , লগতে আপোনাৰ লোকৰ বাদ্য যন্ত্ৰী আৰু সংগী সকলো কো নসলাগি নোৱাৰি

  • @anilnath3188
    @anilnath3188 ปีที่แล้ว +1

    ধুনীয়া৷হৈছে গুৰু অবিহনে একো নাই নিয়ম নাপাহৰিব কৃষ্ণ

  • @hiramonibhuyan1847
    @hiramonibhuyan1847 ปีที่แล้ว +4

    Moja dihanam 👏👏👏👏😭

  • @ankurtamuli
    @ankurtamuli ปีที่แล้ว +2

    Bohut dhunia kontho

  • @prabalbania4477
    @prabalbania4477 2 ปีที่แล้ว +10

    Nice voice excellent performance . God will bestow his blessings open you and your team.

  • @srimantadas8919
    @srimantadas8919 ปีที่แล้ว +2

    Ati xumadhur

  • @ratulborah9760
    @ratulborah9760 3 ปีที่แล้ว +3

    Bohut Val lagise