Dihanam// কৃষ্ণদেউ বৈকুণ্ঠলৈ গল by Bhagyashree Devi . cntc 7399692438

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 มิ.ย. 2023
  • #dihanam #BhagyashreeDevi. #assamessongs
    #assamesvoktisong #2023Newassamessong #assam #horinam2023 #sangkarguru
    কণ্ঠ- ভাগ্যশ্ৰী দেবী ।,
    কথাসুৰ- পুস্পেন্দ্ৰ কলিতা ।
    পৰিচালক-কমল শইকীয়া ।,
    বাদ্যযন্তী- দেৱেশ্বৰ শইকীয়া ,
    কমল শইকীয়া , কৈলাশ ৰাভা , গৌতম শইকীয়া ।
    সহ শিল্পী- মৃদুপংখি ডেকা দেৱী ,সংগীতা দেৱী , দীপিকা দেৱী ।
    অডিঅ মিস্ক মাষ্টাৰিং- Bhaskar opswel .
    ভিডিঅ গ্ৰাফি- নিকো নাথ ।
    অনুগ্ৰহ কৰি সকলোৱে মোৰ চেনেলটো Subscribe কৰিব লিংকটো চেয়াৰ কৰি ,লাইক, কমেণ্ট কৰিব । জাননী- বিনা অনুমতিত যিকোনো চছিয়েল মিডিয়াত কোনেও যাতে এই ভিডিঅটো ডাউনলোদ কৰি প্ৰচাৰ নকৰে । কেৱল এই ভিডিঅটোৰ লিংকহে share কৰিব পাৰিব যিকোনো চছিয়েল মিডিয়াত ।

ความคิดเห็น • 815

  • @PallobBorah-wl5ul
    @PallobBorah-wl5ul 11 หลายเดือนก่อน +11

    শিৱসাগৰ পৰা নমস্কাৰ কৃষ্ণ

  • @NanditaBaro-tc8dt
    @NanditaBaro-tc8dt 7 หลายเดือนก่อน +16

    বা তোমাৰ নাম বোৰ শুনি মনত বহুত শান্তি লাগে আগলৈ আৰু এনেকুৱা নাম শুনিব পাম বুলি আশা কৰিলো ❤❤

  • @jagatmedhi206
    @jagatmedhi206 11 หลายเดือนก่อน +11

    কৃষ্ণ কৃষ্ণ 🙏শুনি বৰ ভাল লাগিল আই গৰাকী আপুনি আৰু আগুৱাই যাক 🙏🙏🙏🙏

  • @binandakonwar3929
    @binandakonwar3929 11 หลายเดือนก่อน +10

    কৃষ্ণ 💕💕💕।
    আগুৱাই যাওক তাৰেই কামনা কৰিলো🙏।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 หลายเดือนก่อน +13

    Very nice performance. Go ahead way to your journey. God bless you ❤🎉❤

  • @nitulsaikia8129
    @nitulsaikia8129 11 หลายเดือนก่อน +11

    ইমান সুন্দৰ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏🙏

  • @pall_589ff
    @pall_589ff 11 หลายเดือนก่อน +15

    অতি সূন্দৰ আপুনাৰ কণ্ঠত মুগ্ধ হলো"❤️❤️❤️🙏

  • @user-bj9ii8zb7i
    @user-bj9ii8zb7i 9 หลายเดือนก่อน +4

    Khub bhal lagil

  • @pompitamuli7773
    @pompitamuli7773 10 หลายเดือนก่อน +2

    Bahi bojuwa Dada jona khub dhuniya bahi bojaisa ❤hosakoi bohut vall lagil huni 😊

  • @Biplob565
    @Biplob565 7 หลายเดือนก่อน +7

    Jai shree Krishna ❤🙏🙏❤

  • @mongaonkhowa8922
    @mongaonkhowa8922 10 หลายเดือนก่อน +4

    O ba apunar nam khunila khunia thkibo mon jy......... Bohut dhuniya kontho tumar

  • @sagipray6927
    @sagipray6927 11 หลายเดือนก่อน +6

    কৃষ্ণ 🙏
    জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ

  • @probinbora135
    @probinbora135 11 หลายเดือนก่อน +20

    অতি সুন্দৰ পৰিবেশন কণ্ঠ শুৱলা । দলতিলৈ বহুত বহুত শুভেচ্ছা জনালোঁ ।

  • @banashrikalita6217
    @banashrikalita6217 11 หลายเดือนก่อน +7

    baydyo apunar nambor eman val lagy sunily suni thakibor mon jay ooo

    • @anitagogoi5508
      @anitagogoi5508 11 หลายเดือนก่อน

      Very good

    • @gnanadadevi135
      @gnanadadevi135 10 หลายเดือนก่อน

      ধুনিয়া

  • @kunalinamezing644
    @kunalinamezing644 8 หลายเดือนก่อน +11

    ❤ বীপ্ৰ দামোৰদেৱৰ এটি নাম আশা কৰিলো ake কণ্ঠত, সুমধুৰ কণ্ঠ ❤❤❤

  • @rinadeka8529
    @rinadeka8529 11 หลายเดือนก่อน +6

    কৃষ্ণ 🙏💐💐💐
    বহুত ভাল লাগিছে

  • @rinkudutta1512
    @rinkudutta1512 10 หลายเดือนก่อน +5

    অতি সুন্দৰ প্ৰদৰ্শন হৈছে।🙏🙏🙏🙏🙏

  • @RijuMahanta-li7ho
    @RijuMahanta-li7ho 11 หลายเดือนก่อน +6

    অতি সুন্দৰ সুৰ

  • @user-it4uz1zf4e
    @user-it4uz1zf4e 10 หลายเดือนก่อน +6

    বৰ সুন্দৰ প্ৰদৰ্শন ।মন মুহি পেলালে আপোনাৰ কন্ঠ ই

  • @dharmeswarsaikia4858
    @dharmeswarsaikia4858 10 หลายเดือนก่อน +19

    এইয়া ভগৱানৰ দান, সুন্দৰ ৰছনা, সুন্দৰ কণ্ঠ, সুন্দৰ পৰিবেশন, সকলো মনোমহা, god bless you &your family & Team

  • @utpalkalita7418
    @utpalkalita7418 6 หลายเดือนก่อน +9

    কৃষ্ণ কৃষ্ণ নমস্কাৰ মোৰ ফালৰ পৰা বহুত বহুত শুভ কামনা জনালোঁ উতপল কলিতা মঙ্গলদৈ।

  • @biplabsaikia
    @biplabsaikia 8 หลายเดือนก่อน +5

    ভাল লাগিল শুনি।❤❤❤❤

  • @maxjyotiboro5889
    @maxjyotiboro5889 10 หลายเดือนก่อน +8

    Bahut bahut dhunia hoise.

  • @jyotishnath3186
    @jyotishnath3186 11 หลายเดือนก่อน +9

    বহুত দিনৰ পিছত তোমাৰ নাম শুনা পায় বৰ ভাল লাগিল আৰু আগুই যোৱা তাৰে আশীৰ্বাদ কৰিলোঁ

  • @user-vy3fl9xc8d
    @user-vy3fl9xc8d 11 หลายเดือนก่อน +3

    Hosai Dhunia lagil, Bhogobane Apunak aru aaguwai juwat hohai korok tarei hubhokamona jonaisu ..

  • @puspomalaneog4362
    @puspomalaneog4362 11 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ প্ৰদৰ্শন। শুভেচ্ছা আৰু শুভকামনা জনালোঁ

  • @krishnagogoi1657
    @krishnagogoi1657 11 หลายเดือนก่อน +4

    সুন্দৰ | কৃষ্ণ কৃষ্ণ আই | জয় গুৰু শংকৰ |

  • @jyutishmanborah-hj2ny
    @jyutishmanborah-hj2ny 11 หลายเดือนก่อน +4

    ধুনীয়া 🙏🙏

  • @hemantagogoi694
    @hemantagogoi694 10 หลายเดือนก่อน +3

    সুন্দৰ কণ্ঠ বাইদেউ ভাল লাগিছে

  • @Mitashri_Khaund
    @Mitashri_Khaund 11 หลายเดือนก่อน +21

    ইমান সুন্দৰ মাত টো কি কম মানে শুনিলে শুনি থাকিব মন যাই❤❤ ৰাতি পোৱা সন্ধিয়া সদায় শুনি এবাৰ হলেও মনটো পবিত্ৰ লাগে । আগলৈ এনেকৈ আশা কৰিছোঁ। জয় গুৰু শঙ্কৰ🙏

  • @manuranjangogoi4426
    @manuranjangogoi4426 11 หลายเดือนก่อน +3

    সুন্দৰ অতি সুন্দৰ মধুৰ সুৰ

  • @user-zr4xx1kf2g
    @user-zr4xx1kf2g 8 หลายเดือนก่อน +3

    সুন্দৰ❤❤

  • @miramazumder9815
    @miramazumder9815 10 หลายเดือนก่อน +2

    খুওব সুন্দৰ কণ্ঠ । দিহানামৰ কথাখিনিও সচৰাচৰ শুনি থকা নহয় ।ভাল লাগিছে

  • @manujanirban3743
    @manujanirban3743 8 หลายเดือนก่อน +6

    🎉🎉Bor Bhal Lagise xundor

  • @hemantadas7564
    @hemantadas7564 11 หลายเดือนก่อน +5

    হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি
    নমো নন্দ গোপৰ কুমাৰ।।।।
    কৃপাময় শ্ৰীগোবিন্দ। তযু পদ-অৰবিন্দ
    কৰো মই লক্ষ নমস্কাৰ।।।

  • @subhashnathentertainment4595
    @subhashnathentertainment4595 11 หลายเดือนก่อน +5

    অন্তৰ চুই গল আই। সদৌটিলৈ শুভ কামনা জনালোঁ। আপোনাৰ ঘৰ কত আই

    • @BHAGYASHREEDEVIOfficial
      @BHAGYASHREEDEVIOfficial  11 หลายเดือนก่อน +2

      ধন্যবাদ দাদা

    • @BHAGYASHREEDEVIOfficial
      @BHAGYASHREEDEVIOfficial  11 หลายเดือนก่อน +2

      মোৰ ঘৰ মৰিগাওত । আপোনি মোৰ ঘৰৰ ওচৰত অনুস্থান কৰি গৈছে । বৰঙাবাৰি লখিমন্দিৰত

  • @dipakdevnath1452
    @dipakdevnath1452 9 หลายเดือนก่อน +2

    অতি সুন্দৰ । বহুত ভাল লাগিল ।

  • @user-cx2vv3sd8h
    @user-cx2vv3sd8h 9 หลายเดือนก่อน +3

    বহুত ভাল লাগিল দাই বাইদেও নামটো এনেকৈ আগ বাঁহী যাক আশীবাদ থাকিল কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @debagogoi7061
    @debagogoi7061 2 หลายเดือนก่อน +3

    বাইদেউ কণ্ঠত শুনি থাকিলে শুনি থাকিবলৈ মন যায়

  • @AboniHazarika-bg3dk
    @AboniHazarika-bg3dk 10 หลายเดือนก่อน +3

    বহুত ভাল লাগিল।শব্দ উচ্ছাৰন স্পষ্ট হৈছে।

  • @Antukakoty3677
    @Antukakoty3677 11 หลายเดือนก่อน +25

    কিযে সুমধুৰ ,শ্ৰুতি সুমধুৰ মুগ্ধ হ'লো।শব্দ উচ্চাৰণ স্পষ্ট,গোৱা শৈলী অনবদ্য হৈছে।বহু মৰম আৰু অভিনন্দন ভাগ‍্যশ্ৰী 🙏💐💕❤️

  • @pronabboruah7111
    @pronabboruah7111 9 หลายเดือนก่อน +4

    Bohut dhuniya gaise dei apuni 🙏🙏

  • @user-vy3fl9xc8d
    @user-vy3fl9xc8d 11 หลายเดือนก่อน +1

    Krishna 🙏🙏🙏🙏 hosai huni bohut val lagil , apunar konthot jadu ase, aru aaguwai jauk apuni tarei hubhokamona jonalu

  • @prabhatdutta1485
    @prabhatdutta1485 8 หลายเดือนก่อน +2

    অতি সুন্দৰ ❤

  • @gobindanathgoswami9203
    @gobindanathgoswami9203 11 หลายเดือนก่อน +5

    ভাল লাগিছে

  • @bipulborah-fe4df
    @bipulborah-fe4df 8 หลายเดือนก่อน +10

    very nice voice

  • @jilimaborah2979
    @jilimaborah2979 10 หลายเดือนก่อน +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @gurudas459
    @gurudas459 8 หลายเดือนก่อน +9

    ❤❤❤

  • @user-nr7jf1hh8e
    @user-nr7jf1hh8e 4 หลายเดือนก่อน +2

    ইমান ধুনীয়া কণ্ঠ, শুনিলে শুনি থাকিব মন যাই ❤❤❤

  • @daisyrabha2343
    @daisyrabha2343 11 หลายเดือนก่อน +2

    Krishna Krishna🙏🙏 oti xundor🙏🙏

  • @raidiongiaphulogurikhagari5187
    @raidiongiaphulogurikhagari5187 11 หลายเดือนก่อน +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
    অতি সুন্দৰ জয় শুৰু শংকৰ

    • @BARSHAMAA
      @BARSHAMAA 6 หลายเดือนก่อน

      মজা

  • @tulsithengal8994
    @tulsithengal8994 11 หลายเดือนก่อน +4

    চাউদাঙৰ পৰা কৈছো...ভাল লাগিল❤❤❤

  • @kankanbaishya1723
    @kankanbaishya1723 11 หลายเดือนก่อน +11

    শুনিলে শুনি থাকিবৰ মন যায় সুন্দৰ প্ৰতিভা, আপোনাৰ এই সুন্দৰ প্ৰদৰ্শন আৰু আগুৱাই যাওঁক, 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @basudevsewasamitiadhyatmik1372
    @basudevsewasamitiadhyatmik1372 10 หลายเดือนก่อน +3

    Jai shree radhey shyam ji 🙏🙏🌼 bahut bahut hi sundar 👌👌

  • @bhagirathhandique5309
    @bhagirathhandique5309 11 หลายเดือนก่อน +2

    সুন্দৰ হৈছে।

  • @biswaneog617
    @biswaneog617 11 หลายเดือนก่อน +2

    Tothastru ....om nomu bhagowòte

  • @user-bz3vc5im9q
    @user-bz3vc5im9q 11 หลายเดือนก่อน +2

    ধুনীয়া

  • @PronabKalita-lf6ve
    @PronabKalita-lf6ve 11 หลายเดือนก่อน +6

    সচাকৈ এই হৰিনাম‌ যেনেকৈ সকলো চুকে কোনে চিত্তৰঞ্জন আপুনি তেনেকৈ আগবাঢ়ি যায়.....

  • @ritachetri5819
    @ritachetri5819 11 หลายเดือนก่อน +19

    ইমান সুন্দৰ কণ্ঠ বাইদেউ আপোনাৰ,শুনি থাকিলে শুনি থাকিবই মন যায় 🙏❤️

  • @parthamixarsassam6762
    @parthamixarsassam6762 11 หลายเดือนก่อน +15

    সচাই আপোনাৰ কন্ঠত কিবা যাদু আছে বাইদেউ। শুনি থাকিলে ভক্তিৰ সাগৰত ডুব যোৱাৰ দৰে হয়। জয় গুৰু শংকৰ🙏🙏🙏

  • @santanudas6387
    @santanudas6387 11 หลายเดือนก่อน +20

    আপোনালৈ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ বাইদেউ । সুন্দৰ কণ্ঠ 🙏

  • @Saswati9495
    @Saswati9495 11 หลายเดือนก่อน +12

    Val hoise agoleu enekua nam apunar konthot xunible pam bli axa thakil 🙏 Mur deuta apunar big fan hoi alipukhurite podumor kolite sai nam bhag dintut komkeu 2bar teu xune bht vl lage apunar nam xuni .. Bhgobane apunak hdai vale rakhok 🙏🙏

    • @BHAGYASHREEDEVIOfficial
      @BHAGYASHREEDEVIOfficial  11 หลายเดือนก่อน +3

      ধন্যবাদ🙏🙏🙏🙏

    • @sankardeka3426
      @sankardeka3426 10 หลายเดือนก่อน

      ​@@BHAGYASHREEDEVIOfficial😮
      Put ppp

    • @gargeswardas7803
      @gargeswardas7803 10 หลายเดือนก่อน

      সুন্দৰ কণ্ঠ আৰু ভঙ্গিমা

  • @dilip_baruah1108
    @dilip_baruah1108 9 หลายเดือนก่อน +5

    অতি সুন্দৰ❤❤❤

    • @pankhibora
      @pankhibora 8 หลายเดือนก่อน

      4o

  • @BikashDoley-rc5ru
    @BikashDoley-rc5ru 8 หลายเดือนก่อน +5

    Very nice ❤

  • @bitulbori918
    @bitulbori918 10 หลายเดือนก่อน +1

    Bohut val lagile..... Krishna Krishna 🙏🙏🙏

  • @amrtkonwar6176
    @amrtkonwar6176 11 หลายเดือนก่อน +5

    কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল।🙏🙏🙏

  • @user-fp2xl6ys4c
    @user-fp2xl6ys4c 10 หลายเดือนก่อน +10

    বহুত ধুনীয়া হৈছে .....আপোনাৰ কণ্ঠ অতি সুমধুৰ ....শ্ৰী কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @simantabora.6999
    @simantabora.6999 11 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @JituponHazarika-km4is
    @JituponHazarika-km4is 11 หลายเดือนก่อน +2

    Bhut vl lagil❤❤❤

  • @ranjitkumargogoi1275
    @ranjitkumargogoi1275 11 หลายเดือนก่อน +1

    বৰ ভাল হৈছে। অতি সুনদৰ ।

  • @binudgogoi1375
    @binudgogoi1375 11 หลายเดือนก่อน +2

    Bahut dhuniya hoise baideu

  • @kamalakantanath2896
    @kamalakantanath2896 10 หลายเดือนก่อน +2

    Bahut bhal hoise. Shumadhur kantha .Dhanyhad janalu

  • @user-dx7im9lk2n
    @user-dx7im9lk2n 11 หลายเดือนก่อน +1

    বৰ ধুনীয়া হৈছে তোমালোকৰ দিহা নাম ভাগি।আগলৈ আৰু আগ বাঢ়ি যোৱা।

  • @krishnadaskrishnadas3656
    @krishnadaskrishnadas3656 9 หลายเดือนก่อน +6

    বাইদেউ আপোনাৰ কণ্ঠ টো বহুত ভাল লাগে ,,❤,❤ৰাতিপুৱা গধূলি মই সদাই শুনি থাকো ,, আমাৰ ঘৰৰ সকলোৱে আপোনাৰ কণ্ঠ টো ভাল পাই মোক সদাই লগাব কয়,, দেক t sodai ৰাতিপুৱা গধূলি শুnu ❤❤

  • @Hemantadeka2356
    @Hemantadeka2356 11 หลายเดือนก่อน +3

    আইগৰখকীৰ নামভাগ ভাল লাগিল কৃষ্ণ

  • @binasarmah5137
    @binasarmah5137 11 หลายเดือนก่อน +1

    অতি সুন্দৰ অলপ শব্দ উচ্চ াৰনৰ পতি মন দিৱা

  • @rupamtamulikaku6271
    @rupamtamulikaku6271 11 หลายเดือนก่อน +11

    শিল্পী গৰাকীক বহুত বহুত অভিনন্দন জনালোঁ।। ভৱিষ্যতে এনে ধৰণৰ সুন্দৰ সুন্দৰ গীত পৰিৱেশন কৰি যায় যেন🙏🌼

  • @arunasaikia2584
    @arunasaikia2584 11 หลายเดือนก่อน +5

    হিয়া-মন জুৰ পৰি গৈছে!

  • @pompitamuli7773
    @pompitamuli7773 10 หลายเดือนก่อน +2

    Bohut Dhuniya lagil huni ❤😊

  • @nayanjyotikotoky7625
    @nayanjyotikotoky7625 หลายเดือนก่อน +1

    বহুত ভাল হৈছে। অতি সুন্দৰ ❤❤

  • @prunimabharali8677
    @prunimabharali8677 11 หลายเดือนก่อน +1

    Khub Hundar lagile

  • @jayantadeka4824
    @jayantadeka4824 11 หลายเดือนก่อน +2

    সুন্দৰ।।। কৃষ্ণ প্ৰভু।।।

  • @anantadasdas8389
    @anantadasdas8389 9 หลายเดือนก่อน +3

    ধুনিয়া কৃষ্ণ

  • @puspanjalikonwar6165
    @puspanjalikonwar6165 10 หลายเดือนก่อน +2

    আপোনালৈ হিয়া ভৰা মৰম আৰু শুভেচ্ছা থাকিল❤বাইদেউ

  • @jyotishmitadutta-on4mw
    @jyotishmitadutta-on4mw 11 หลายเดือนก่อน +1

    সুন্দৰ বাইদেউ 😊😊

  • @ankitadeka-sb6xz
    @ankitadeka-sb6xz 10 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ পৰিবেশন।

  • @bikashjyotigayan4886
    @bikashjyotigayan4886 11 หลายเดือนก่อน +2

    Hundor 👌👌👌

  • @r.hazarika9231
    @r.hazarika9231 11 หลายเดือนก่อน +15

    কৃষ্ণ কৃষ্ণ,খুবেই সুন্দৰ কণ্ঠ,শুনিলে শুনি থাকিবলৈ মন যায় ❤🙏🙏🙏

  • @nitubora6275
    @nitubora6275 11 หลายเดือนก่อน +2

    Bohut dhunia lagil

  • @user-zn1db2cc3l
    @user-zn1db2cc3l 9 หลายเดือนก่อน +1

    অতি সুন্দৰ ৱৌ আগুৱাই জোৱা‌ আশাকৰোঁ।

  • @anantasaikia828
    @anantasaikia828 10 หลายเดือนก่อน +2

    অতি সুন্দৰ প্ৰদৰ্শন

  • @atulokalita4134
    @atulokalita4134 11 หลายเดือนก่อน +3

    অতি সুন্দৰ নাম পৰিবেশন। কৃষ্ণ কৃষ্ণ

  • @lakhikantasutradhar4474
    @lakhikantasutradhar4474 10 หลายเดือนก่อน +1

    বহুত ধুনিয়া লাগিল ধন্যবাদ আগলৈ এনেদৰে আগবাঢ়ি যয়া ❤❤

  • @Ritu_vlogs_
    @Ritu_vlogs_ 11 หลายเดือนก่อน +2

    Krishno ❤

  • @khargeswarkalita4630
    @khargeswarkalita4630 6 หลายเดือนก่อน +7

    তোমাৰ কণ্ঠই তোমাৰ পৰিচয় ভাগ্যশ্ৰী, বহুত ধুনীয়া, সদাই তুমি ভালে থাকা ভগৱন্তৰ ওচৰত সেয়াই প্ৰাৰ্থনা

  • @chansdeep69vlog
    @chansdeep69vlog 10 หลายเดือนก่อน +4

    সুন্দৰ কণ্ঠ বাইদেউ ♥️♥️

  • @pompibordoloidhun7145
    @pompibordoloidhun7145 11 หลายเดือนก่อน +3

    Xunder hoise❤❤ aguyai jua aru 🙏

  • @digantaborah5949
    @digantaborah5949 11 หลายเดือนก่อน +1

    সুন্দৰ 🙏🙏🙏

  • @Kalpana-bp9fy
    @Kalpana-bp9fy 11 หลายเดือนก่อน +1

    Bhal lagise joi siri Krishna🌺🏵️💐🙏🙏🙏

  • @sabitriduttas9249
    @sabitriduttas9249 11 หลายเดือนก่อน +15

    সুপ্ৰভাত অতি সুন্দৰ নাম ভাগ বহুত ভাল লাগিলে শ্রৱণ কৰি সুন্দৰ কন্ঠ ভাল লাগিল কৃষ্ণ ❤কৃষ্ণ ❤কৃষ্ণ ❤