Dihanam// দিহানাম// সৰগত জিলিকে By ভাগ্যশ্ৰী দেৱী । cntc 7399692438

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 พ.ย. 2022
  • #dihanam #BhagyashreeDevi. #assamessongs
    #assamesvoktisong #2023Newassamessong #assam #horinam2023 #sangkarguru
    কণ্ঠ- ভাগ্যশ্ৰী দেবী ।, কথা- পুস্পেন্দ্ৰ কলিতা ।, সুৰ-পুস্পেন্দ্ৰ কলিতা । বাদ্যযন্তী- দেৱেশ্বৰ শইকীয়া , কৈলাশ ৰাভা , গৌতম শইকীয়া । সহ শিল্পী- সংগীতা দেৱী , দীপিকা দেৱী । অডিঅ মিস্ক মাষ্টাৰিং- চন্দন মহন্ত । ভিডিঅ গ্ৰাফি- নিকো নাথ ।
    অনুগ্ৰহ কৰি সকলোৱে মোৰ চেনেলটো Subscribe কৰিব লিংকটো চেয়াৰ কৰি ,লাইক, কমেণ্ট কৰিব । জাননী- বিনা অনুমতিত যিকোনো চছিয়েল মিডিয়াত কোনেও যাতে এই ভিডিঅটো ডাউনলোদ কৰি প্ৰচাৰ নকৰে । কেৱল এই ভিডিঅটোৰ লিংকহে share কৰিব পাৰিব যিকোনো চছিয়েল মিডিয়াত ।

ความคิดเห็น • 4.6K

  • @user-fj1wd1nx3w
    @user-fj1wd1nx3w 7 หลายเดือนก่อน +41

    ভাষা নাই।কেতিয়া কত লগ পাম তোমাক।বৰ ধুনীয়া সূৰ আৰু কণ্ঠ তোমাৰ।বহুত মৰম দিলো তোমাক।

  • @bharatiborah8630
    @bharatiborah8630 10 หลายเดือนก่อน +14

    অতি সুন্দৰ হৈছে শুনিলে শুনি থাকিবৰ মন যোৱা হৈছে কণ্ঠ অতি উত্তম আগলৈ আৰু শুনিবলৈ আশা থাকিল

  • @rajibsaikia1715
    @rajibsaikia1715 7 หลายเดือนก่อน +16

    ইমান সুন্দৰ কণ্ঠ শুনিলে শুনি থাকিবৰ মন যায়।

  • @premanandadeka8469
    @premanandadeka8469 6 หลายเดือนก่อน +20

    কন্ঠ, সুৰ শুনিবলৈ যেনেকৈ বহুত ভাল লাগে, ঠিক তেনেকৈ আটাইকেইগৰাকী দেখিবলৈয়ো বহুত ধুনীয়া।।

  • @prasujyaborah7728
    @prasujyaborah7728 7 หลายเดือนก่อน +13

    বহুত ভাল লাগে শুনি। ধুনীয়া গাইছে। বিশেষ কে প্ৰথম ইচকন্ধ কণ শুনি বহুত ভাল লাগে। ❤❤❤🙏🙏🙏

  • @numolisaikia4826
    @numolisaikia4826 8 หลายเดือนก่อน +13

    অ,মোৰ্,মৰমৰ,ছোৱালীজনীৰ,তোমাক,বহ্ৰৃত,ধণ্যবদদিছো,লগতে,আশি্বাদ,কৰিছো,তুমি, আকৃষ্ট, ক্ৰীড়া,উপহ্লাপণ,কৰিলা, আৰু,আগবঢ়ী,যোৱা,ধণ্যবাদ।

  • @KhRay-ob6ul
    @KhRay-ob6ul 7 หลายเดือนก่อน +22

    সুন্দৰ কণ্ঠ বাইদেউ আপোনাৰ মন ছাত পেলওৱা নাম উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।❤❤❤

  • @deepbailung7684
    @deepbailung7684 9 วันที่ผ่านมา +2

    Excellent অতি সুন্দৰ গীত

  • @nirusaikia7631
    @nirusaikia7631 9 หลายเดือนก่อน +11

    অতি সুন্দৰ, 🙏 🙏 কৃষ্ণ কৃষ্ণ
    ভাষা নাই ,জয় গুৰু শঙ্কৰ 🙏 🙏

  • @user-vj8qz8yd2u
    @user-vj8qz8yd2u 8 หลายเดือนก่อน +11

    বহুত ধুনীয়া হৈচে ,বৰ ধুনীয়া বাহীৰ বজাইচে❤❤❤❤❤❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +2

    খুব ভাল পাইছো ধন্যবাদ জ্ঞাপন কৰি ছোঅতিসুনদৰ,

  • @pranabjyotiphukan9783
    @pranabjyotiphukan9783 6 หลายเดือนก่อน +13

    ইমান সুন্দৰ কণ্ঠ❤❤🙏🙏🙏❤❤

  • @indrajitbaruah1676
    @indrajitbaruah1676 7 หลายเดือนก่อน +30

    সুন্দৰ পৰিবেশন , পৰিপাতি দল
    বাদ্য , গায়ন শৈলী , দলৰ সহযোগীতা সকলো ফালৰ পৰা আনন্দ দায়ক শ্ৰুতি মধুৰ হৈছে ।
    দলটোৰ উত্তৰোত্তৰ মঙ্গল কামনা কৰিছোঁ
    ধন্যবাদ ।।

  • @pawerfullmotivation251
    @pawerfullmotivation251 9 หลายเดือนก่อน +41

    সুন্দৰ কন্ঠ আপোনাৰ বাইদেউ ❤

  • @sailenbora4253
    @sailenbora4253 หลายเดือนก่อน +2

    আপোনাৰ কণ্ঠ সঁচাই অতি সুন্দৰ। শুনি অতিকে আমোদ পালো।

  • @ArunDas-yx7kw
    @ArunDas-yx7kw 7 หลายเดือนก่อน +9

    কৃষ্ণ: ইমান ধুনীয়া কন্ঠ ।😮

  • @ranjanamudoi9456
    @ranjanamudoi9456 8 หลายเดือนก่อน +17

    কৃষ্ণ অতি সুন্দৰ হৈছে🙏❤️

  • @krishnakonwar9991
    @krishnakonwar9991 8 หลายเดือนก่อน +14

    বহুত ভাল লগা গীত সুৰ বহুত ধুনীয়া লাগিছে 🙏🙏

  • @momidutta6553
    @momidutta6553 หลายเดือนก่อน +10

    সুন্দৰ কণ্ঠ অধিকাৰী ,সকলো ফালৰ পৰাই সুন্দৰ হৈছে ।শুনিলে শুনি থাকিব মন যায়।

  • @MadhuDas-cv7vn
    @MadhuDas-cv7vn 7 หลายเดือนก่อน +14

    কৃষ্ণ কৃষ্ণ দলটোলৈ বহুত শ্ৰধা আৰু শুভেচ্ছা থাকিল

  • @chandankdas5095
    @chandankdas5095 8 หลายเดือนก่อน +26

    সুন্দৰ হৈছে। মন প্ৰান ভক্তিত গদ গদ হৈ জায়। সুন্দৰ কন্ঠ। গোটেই দলটৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।

  • @user-vi9jo4sp5g
    @user-vi9jo4sp5g 7 หลายเดือนก่อน +10

    ধুনীয়া কন্ঠ🙏🙏🙏

  • @JAYGURAMNath
    @JAYGURAMNath 10 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ সু প্ৰভাত ধুবুৰীৰ পৰা আন্তৰিক শুভেচ্ছা জনাছো ।

  • @user-cs4zy9eb4d
    @user-cs4zy9eb4d 5 หลายเดือนก่อน +2

    ইমান ধুনীয়া কণ্ঠ , শুনি ভাল লাগে,বহুত বাৰ শুনিছোঁ , বাইদেও

  • @ganeshvlogs7598
    @ganeshvlogs7598 9 หลายเดือนก่อน +12

    কৃষ্ণ 🪔🪔🪔।। জয় গুৰু শংকৰ 🙏🙏🙏।। অতি সুন্দৰ প্ৰদৰ্শন কৃষ্ণ।।

  • @user-xy3xn1sw1n
    @user-xy3xn1sw1n 7 หลายเดือนก่อน +14

    সঁচাই ইমান সুন্দৰ কণ্ঠ লগতে অভিনয় চাই চাই হেপাহ নপলায়

  • @sumitradeka3599
    @sumitradeka3599 3 หลายเดือนก่อน +23

    ভাগ্যশ্ৰী আই গৰাকী সুন্দৰ কণ্ঠৰ অধিকাৰী । (Body - Language ) অৰ্থাৎ মুদ্ৰালৈ মন কৰিলে হ্নদয় চুই যায় । দলটিৰ শিল্পীবৃন্দৰ সহিতে আই গৰাকী ( শ্ৰীভাগ্যশ্ৰী দেবী ) আগলৈ আগবাঢ়ি যাওক তাকে কামনা কৰিলো ।🙏🙏🙏🙏🙏🙏

  • @hariprasadsarma5874
    @hariprasadsarma5874 หลายเดือนก่อน +2

    অতি সুন্দৰ পৰিবেশন ॥ আন্তৰিক শলাগ ললোঁ ॥

  • @pinkumoni1395
    @pinkumoni1395 10 หลายเดือนก่อน +22

    ইমান যে সুন্দৰ কন্ঠ বাইদেউ আপোনাৰ।যেন শুনিয়েই থাকিম।🙏🙏

  • @basantakonwarnagaon
    @basantakonwarnagaon 10 หลายเดือนก่อน +10

    🙏🙏🙏মই জনাইছো প্রনাম বৰ সুন্দৰ পৰিবেশন কৃষ্ণ🙏🙏🙏🙏

  • @nilakshithakuria4247
    @nilakshithakuria4247 27 วันที่ผ่านมา +2

    আপোনাৰ দিহানাম শুনি বহুত ভাল লাগিল। 🙏🙏🙏

  • @tarangineeborah
    @tarangineeborah 4 หลายเดือนก่อน +11

    অতি সুন্দৰ কণ্ঠ...!
    অন্তৰ চুই গ’ল...!
    জয় গুৰু শংকৰ...!!
    🙏🙏🙏🙏🙏🙏

  • @dhrubakalita3726
    @dhrubakalita3726 10 หลายเดือนก่อน +13

    অতি সুন্দৰ কণ্ঠ কবলৈ ভাষা নাই মোৰ ইমানেই ধুনীয়া হৈছে ভগৱানে আপোনালোকক আৰু আৰু আগবাহি যাবলৈ আশীৰ্বাদ দিয়ে যেন ❤❤❤❤

  • @kabitarajkumari2113
    @kabitarajkumari2113 10 หลายเดือนก่อน +16

    সঁচাকৈ আকৰ্ষণীয় কণ্ঠ সকলো লৈ আন্তৰিক আশীৰ্বাদ ।

  • @janardannath6401
    @janardannath6401 2 หลายเดือนก่อน +2

    বাইদেউ অতি সুন্দৰ,, বহুত ভাল লাগিছে আপোনাৰ নামটো

  • @ParasPritamMithi-tt8wf
    @ParasPritamMithi-tt8wf 4 หลายเดือนก่อน +6

    কৃষ্ণ কৃষ্ণ‌ ইমান ধুনীয়া হৈছে❤ বাৰে বাৰে চাই ও আমনি‌ লগানাই ❤😊

  • @TrishnaDas-fd3fj
    @TrishnaDas-fd3fj 7 หลายเดือนก่อน +9

    বহুত ধুনীয়া হৈছে আপোনালোকৰ নাম ফাকি
    বহুত সুন্দৰ গাইছা বাইদেউ।❤❤❤❤

  • @girinbora7820
    @girinbora7820 10 หลายเดือนก่อน +18

    অতি ধুনীয়া গাইছে।

  • @BintaNath-ji4ym
    @BintaNath-ji4ym 23 วันที่ผ่านมา +2

    সুন্দৰ কন্ঠৰ অধিকাৰী আপুনি। আপোনাৰ লগত নাম গাব খুব মন যায়।❤❤❤

  • @hemantalahan-is7vz
    @hemantalahan-is7vz 6 หลายเดือนก่อน +6

    সুন্দৰ অভিনয় কন্ঠ নিগৰাইছে

  • @hiranmoyeehaloi6826
    @hiranmoyeehaloi6826 10 หลายเดือนก่อน +19

    সচাকৈয়ে ধুনীয়া কন্ঠ। সুন্দৰ ‌গাইছে

  • @nayanjyotibora4577
    @nayanjyotibora4577 ปีที่แล้ว +33

    বৰ ধুনীয়া লাগিল ভাগ্যশ্ৰী বা,,,,,আপোনাৰ দলটোৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ ।

  • @pradipdeka6438
    @pradipdeka6438 หลายเดือนก่อน +6

    Aapuni sundor kanthar garaki pranam

  • @sunjanpawe6330
    @sunjanpawe6330 หลายเดือนก่อน +2

    Ki je hundor hongeetor humodur hurore hongeet tir probosn korila tar babe God bless you , very nice so good perpomance and ke aag bari juwa dhanyabad

  • @zenimrazzamoniahmedshirazz2939
    @zenimrazzamoniahmedshirazz2939 10 หลายเดือนก่อน +17

    সুন্দৰ কণ্ঠ আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ

  • @apurbagogoi1
    @apurbagogoi1 9 หลายเดือนก่อน +79

    কণ্ঠ আতি মিঠা,, অতুলনীয়..🙏🙏

  • @putulgogoi5386
    @putulgogoi5386 3 หลายเดือนก่อน +2

    অতি সুন্দৰ হৈছে আইসকল 🙏🙏

  • @sumitradeka3599
    @sumitradeka3599 3 หลายเดือนก่อน +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏🙏🙏🙏🙏🙏
    মৰমৰ ভাগ্যশ্ৰী আই গৰাকীৰ সহিতে স%গীবৃন্দৰ দিহানামটিৰ পৰিৱেশণ অতি সুন্দৰ হৈছে । শিল্পীসৱক প্ৰভু কৃষ্ণই কৃপা কৰক ।🙏🙏🙏🙏

  • @pinkudas7232
    @pinkudas7232 9 หลายเดือนก่อน +39

    ইমান সুন্দৰ নাম বৈকুণ্ঠত থকা যেন লাগে🙏🙏🙏

    • @bornaligogoi-nj4en
      @bornaligogoi-nj4en 5 หลายเดือนก่อน

      ইমান সুন্দৰ বৈকুণ্ঠত থকা যেন লাগে

    • @user-nz6do9bz2n
      @user-nz6do9bz2n 4 หลายเดือนก่อน

      ❤❤❤❤❤❤❤

  • @sumiborah2823
    @sumiborah2823 9 หลายเดือนก่อน +32

    এটি সুন্দৰ কন্ঠৰ দিহানাম । এবাৰ শুনিলে আকৌ এবাৰ শুনিবলৈ মন যায়। আইসকলক প্ৰণাম জনালো ❤️🙏👍

  • @HemantaSaikia-qd1ir
    @HemantaSaikia-qd1ir 15 วันที่ผ่านมา +2

    Hunile huni thakiboloi monjai. Kantha bahutbhall hoise.krishna, krishna,krishna.

  • @sumitradeka3599
    @sumitradeka3599 4 หลายเดือนก่อน +4

    জয় পৰম গুৰু শঙ্কৰ 🙏

  • @R.Creation143
    @R.Creation143 10 หลายเดือนก่อน +15

    বহুত ভাল লাগিল শুনি বাইদেউ❤❤❤ আগলৈ আৰু এনেকৈ ভাল দিহানাম শুনিবলৈ আশা কৰিলোঁ।

  • @prostutigogoi5202
    @prostutigogoi5202 ปีที่แล้ว +39

    আই গৰাকী যেনে সুন্দৰী কন্ঠও তেনে শুৱলা , নামষাৰত শ্ৰীশংকৰ গুৰু ,মাধৱ গুৰু দুজনাৰ জীৱনৰ সম্পূৰ্ণ ৰচনাৱলীৰ বিবৰন ,গুনমালা ভাগিৰ দৰেই নামষাৰত সকলোখিনি সন্নিবিষ্ট হৈছে ,সুন্দৰ !!

  • @Arupjyotiaxom
    @Arupjyotiaxom 2 หลายเดือนก่อน +2

    মন ভাল লাগি যায়।সুন্দৰ

  • @user-if7fx4be4z
    @user-if7fx4be4z หลายเดือนก่อน +2

    কণ্ঠ আৰু অভিনয় দুয়ো সঁচাকৈ অতুলনীয়।।।।।

  • @debajeetborahbiki
    @debajeetborahbiki 9 หลายเดือนก่อน +24

    জয় জগত গুৰু শ্ৰী মন্ত শংকৰ গুৰু। অতি সুন্দৰ ❤

    • @modhumitaneog
      @modhumitaneog 8 หลายเดือนก่อน +1

      এতিয়া লৈকে শঙ্কৰদেৱেক জগত গুৰু মানি লোৱা নাই আমাৰ অসমেহে। তেখেতক গুৰু মানি আহিছে
      আপুনি শঙ্কৰদেৱে শঙঘ ৰ নেকি

  • @mintugogoi7031
    @mintugogoi7031 9 หลายเดือนก่อน +16

    Very nice and worthy to be praised

  • @pinkidas9356
    @pinkidas9356 12 วันที่ผ่านมา +1

    ভাল লাগিল হৰি নাম শুনি আৰু আগবাঢ়ি যাওক 🙏🙏🙏🙏🙏🙏

  • @vailinaNath
    @vailinaNath หลายเดือนก่อน +2

    সুন্দৰ কণ্ঠ সুন্দৰ বাদন বহুত ধুনীয়া ।সকলোলৈ বহুত বহুত সুভকামনা। আগুৱাই যাওঁক।

  • @anantasingha4043
    @anantasingha4043 10 หลายเดือนก่อน +25

    Outstanding voice প্ৰথম বাৰ শুনিলো এনেকুৱা দিহা নাম হৃদয় চুই যোৱা all the best Baa love from Nagaon

  • @monikanchonyt5568
    @monikanchonyt5568 10 หลายเดือนก่อน +14

    কৃষ্ণ,,,, জয় গুৰু শঙ্কৰ।আই সকলোলৈ ধন্যবাদ জনালো ।

  • @JAYGURAMNath
    @JAYGURAMNath 10 วันที่ผ่านมา +1

    কৃষ্ণ সু প্ৰভাত ধুবুৰীৰ পৰা আন্তৰীক শুভেচ্ছা জনালো বৌ ।

  • @NilpabankalitaNilpabanka-fo6bb
    @NilpabankalitaNilpabanka-fo6bb 16 วันที่ผ่านมา +2

    Jai Sri Krishna jai srimanta sankardev ❤❤❤❤❤❤🙏🙏🙏🙏

  • @pranabsvlog9058
    @pranabsvlog9058 10 หลายเดือนก่อน +32

    তুমাৰ কণ্ঠ সুমধুৰ তুমি আগোৱাই যোৱা।❤❤❤❤

  • @bulengogoi4723
    @bulengogoi4723 ปีที่แล้ว +11

    সুন্দৰ দিহানাম ৷ বাইদেউ আৰু সংগীবৃন্দ সকলক ধন্যবাদ 🙏🙏🙏

  • @naniborah2089
    @naniborah2089 3 หลายเดือนก่อน +2

    সুন্দৰ কণ্ঠ ভাল লাগিল🙏❤🙏

  • @rajashridas1955
    @rajashridas1955 6 หลายเดือนก่อน +10

    শুনি আছোঁ দেই বৰ ভাল লাগিছে ❤ কৃষ্ণ হৰি ৰাম 🙏🙏🙏

  • @kiranborgohain3820
    @kiranborgohain3820 10 หลายเดือนก่อน +7

    বহুত সুন্দৰ ॥ শুনিলে শুনি থাকিব মন যায় আপোনাৰ কণ্ঠ ইমান ধুনীয়া

  • @gungunmahanta7560
    @gungunmahanta7560 10 หลายเดือนก่อน +20

    খুব সুন্দৰ কণ্ঠ আপোনাৰ বহুত ভাল লাগিছে নাম ভাগ শুনি❤️❤️🙏🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 หลายเดือนก่อน +3

    আপোনসবৰ এই গীতটো ৰ পৰিৱেশনোচাই খুবেই আননদিত্ হলো,, ভৱিষ্যতে ও এনে ভক্তি মূলক গীত বা দেহবিচাৰ গীত শুনাববুলি আশা কৰিলোঁ, আপৰগীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে,,,,

  • @LoknathBhuyan-jo8ge
    @LoknathBhuyan-jo8ge หลายเดือนก่อน +5

    Dhuniya kantho❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @pulinsaikia9772
    @pulinsaikia9772 8 หลายเดือนก่อน +13

    সুন্দৰ নাম পৰিবেশন কৰিছে ।।। ধুনীয়া লাগিল শুনি

  • @rinkudutta348
    @rinkudutta348 7 หลายเดือนก่อน +7

    সুন্দৰ নিদৰ্শন ৰ সুন্দৰ ফল , কৃষ্ণ ♥️♥️

  • @user-tc1qc8mv9d
    @user-tc1qc8mv9d หลายเดือนก่อน +4

    অতি সুন্দৰ কৃষ্ণ🙏🙏🙏

  • @AnusaikiaAnusaikia-yd2dr
    @AnusaikiaAnusaikia-yd2dr 3 หลายเดือนก่อน +4

    আপোনাৰ সুৰ সচাকো বহুত ধুনীয়া ❤❤❤

  • @debendraborah9276
    @debendraborah9276 9 หลายเดือนก่อน +9

    ইমান ভাল লাগে ।বুজাবলৈ ভাষা নাই। জয় গুৰু শংকৰ

  • @rupamonidas277
    @rupamonidas277 10 หลายเดือนก่อน +12

    কৃষ্ণ প্ৰভূ। হাজাৰ বাৰ শুনিম অ🥰🥰🥰🥰❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +6

    সুন্দৰ অতি সুন্দৰ হৈছে সেয়ে বহু ধনৈবাদজনাইছো,

  • @madhabikalita4404
    @madhabikalita4404 หลายเดือนก่อน +2

    সুন্দৰ কন্ঠ ভাল লাগিল

  • @madhuryabaruah6246
    @madhuryabaruah6246 9 หลายเดือนก่อน +16

    বৰ সুন্দৰ কণ্ঠ, মুদ্ৰা । খোল, তাল, নাগাৰা, বাঁহী বৰ সুন্দৰকৈ সংগত কৰিছে। সম্পূৰ্ণ মাৰ্জিত সাজপাৰ পৰিধানেৰে পৰিৱেশন শৈলী বৰ সুন্দৰ। প্ৰণাম আই গৰাকী 🙏 ।

  • @bhaiborahbhai9221
    @bhaiborahbhai9221 ปีที่แล้ว +12

    সুন্দৰ বাইদেউ। সদায় আপোনাৰ সুন্দৰ সুন্দৰ গান পাম বুলি আশা কৰিলো

  • @user-pp4hv8dv5h
    @user-pp4hv8dv5h หลายเดือนก่อน +2

    সুন্দৰ কণ্ঠ কৃষ্ণ 🙏🙏🙏🙏

  • @pallabiborah2628
    @pallabiborah2628 23 วันที่ผ่านมา +2

    I love dihanam ,, bor xundor gaisa baa

  • @akashbhuyan2201
    @akashbhuyan2201 9 หลายเดือนก่อน +39

    কৃতজ্ঞতা জনাইছোঁ আমাৰ গুৰু শংকৰদেৱক ❤🎉🎉

  • @rimikalita4306
    @rimikalita4306 7 หลายเดือนก่อน +15

    অতিকৈ মনোমোহা,বৰ ভাল লাগিল ।❤❤

  • @badanhandique508
    @badanhandique508 4 หลายเดือนก่อน +3

    হৰী নাম লৈই ❤❤

  • @roshmirobidas7617
    @roshmirobidas7617 4 หลายเดือนก่อน +3

    ইমান ধুনিয়া গান গাইছা

  • @horengogoitenpurgolaghat3703
    @horengogoitenpurgolaghat3703 7 หลายเดือนก่อน +13

    কৃষ্ণ কৃষ্ণ কীৰ্তন জনা শুনি ভাল লাগিল

  • @hiranyabaruah8515
    @hiranyabaruah8515 8 หลายเดือนก่อน +16

    জীৱনৰ ইমান ধুনীয়া এটা দিহা নাম শুনিলো সচাকৈ বহুত ভাল লাগিল।❤❤❤

  • @surendrasarma3471
    @surendrasarma3471 3 หลายเดือนก่อน +2

    অতি সুন্দৰ দিহানাম।

  • @upengogoi4699
    @upengogoi4699 8 หลายเดือนก่อน +14

    Joi guru srimanta shankardev

  • @champakklita
    @champakklita 10 หลายเดือนก่อน +8

    সদায় ৰাতি পুৱা এবাৰ হলেও শুনো । সুন্দৰ কণ্ঠ । বহুত ভাল লাগে আপোনাৰ প্ৰতিটো দিহানাম

  • @sumitradeka3599
    @sumitradeka3599 2 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dharmendradas3785
    @dharmendradas3785 6 หลายเดือนก่อน +6

    A bohot bhal gan❤❤❤❤❤❤❤️❤️

  • @jinuchawrok9178
    @jinuchawrok9178 ปีที่แล้ว +17

    আই গৰাকীৰ কণ্ঠ ইমান সুমধুৰ , শুনি আমনি নালাগে । সকলোকে সশ্ৰদ্ধ সেৱা নিবেদিলোঁ ।

  • @pranayeenath
    @pranayeenath ปีที่แล้ว +8

    ধুনীয়া হৈ ছে, বহুত ভাল লাগিল,

  • @AIAIAIAIAI964
    @AIAIAIAIAI964 3 หลายเดือนก่อน +3

    🙏🙏 হৰিনাম

  • @KalpaJyotiBorah
    @KalpaJyotiBorah 10 หลายเดือนก่อน +13

    বহুত ভাল লাগিলে শুনি বাইদেউ ❤
    মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে

  • @upamadas2356
    @upamadas2356 10 หลายเดือนก่อน +6

    ইমান সুন্দৰ কন্ঠ শুনিলে শুনি থাকিব মন জায়