মধুময় হৰিনাম দিলা গুৰু শংকৰ হে

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.ค. 2019
  • ৰথৰ চকাত ধৰি কান্দে
    • ৰথৰ চকাত ধৰি কান্দে //...
    বৈকুন্ঠৰ হৰিনাম // নতুন দিহানাম
    • Dihanam // বৈকুণ্ঠৰ হৰ...
    আকাশে বতাহে শুনিছো হৰিনামৰ অমিয়া ধ্বনি
    • Akakhe Botahe | আকাশে ...
    Nilakantha
    • Assamese Devotional So...
    O Hari Pranor katore
    • Dihanam for Competitio...
    Borduwa Alipukhurite
    • New Dihanam || Borduwa...
    Gunamala Path
    • Gunamala Path by Amiya...
    Narasingha Rup
    • Dihanam // Narasingha ...
    অ হৰি অ কংসৰ কাৰাগাৰে
    • Dihanam // জন্মাষ্টমী ...
    Abhimanyu
    • Dihanam || Abhimanyu |...

ความคิดเห็น • 3.4K

  • @jintusaikia4256
    @jintusaikia4256 11 หลายเดือนก่อน +27

    কৃষ্ণ, কিমান বাৰ শুনিছোঁ। শুনি আমনি নালাগে ❤❤❤❤

  • @simpydutta4452
    @simpydutta4452 ปีที่แล้ว +27

    উঃ ,,,,, হৃয়স্পৰ্শী ইমান মধুৰ আপোনাৰ কণ্ঠ,,,উঃ,,,,আপোনাৰ নাম আৰু মাত ৰ সম্পূৰ্ণ মিল

  • @user-nl1rr3wc5m
    @user-nl1rr3wc5m 8 หลายเดือนก่อน +14

    বৰ ধুনিয়া গাইচে...😍🙏

  • @jugenhandique7781
    @jugenhandique7781 ปีที่แล้ว +17

    আইদেউ আপোনাৰ হৰি নাম শুনিলে আমনি নালাগে শুনিলে শুনি থাকিব মন যায় আপোনালৈ শুভেচ্ছা থাকিল ।

  • @krishnagogoi5612
    @krishnagogoi5612 10 หลายเดือนก่อน +37

    কৃষ্ণ কৃষ্ণ সঁচাকে শুনি আমনি নালাগে সুন্দৰ ❤❤❤❤❤❤❤

  • @tarunnath6195
    @tarunnath6195 ปีที่แล้ว +14

    সুন্দৰ হৰি নাম । 🙏🙏🙏 কৃষ্ণ

  • @BipulKalita-nn4eq
    @BipulKalita-nn4eq 7 หลายเดือนก่อน +10

    ইমান ধুনীয়া হৈছে অতি সুন্দৰ ❤❤❤❤❤❤

  • @reetabhuyan752
    @reetabhuyan752 ปีที่แล้ว +27

    ইমান সুন্দৰ কণ্ঠৰ হৰিনাম ,,,💗 আপোনালোকলৈ শুভেচ্ছা থাকিলঁ।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 หลายเดือนก่อน +7

    তন,মন, বিবেক,এই সকলোবোৰ কথা তথা শঙ্কৰদেৱৰ হৈ গোৱা ভক্তি মূলক গীত শুনিবলৈ পাই মনতে খুব সুখ অনুভৱ কৰিছোঁ আপোনালোকে গীত টো সচাকৈ সুন্দৰ হৈছে সেয়েআপোনালোকে গাই যাওক চোন ,ইমানেই,,,,

  • @sishuramchutia1880
    @sishuramchutia1880 8 หลายเดือนก่อน +17

    শুনিলে শুনি থাকিব মন যা‌ই, কৃষ্ণ কৃপা হওঁক।

  • @The__pranab__vlogs
    @The__pranab__vlogs ปีที่แล้ว +15

    বাইদেউ আপোনার নামখন শুনি বহুত ধুনিয়া লাগিল❤️❤️❤️❤️

  • @Bigbossdadd
    @Bigbossdadd ปีที่แล้ว +34

    তন,মন,বিবেক শান্তি কৰি দিয়া আপোনাৰ কণ্ঠ আৰু শ্ৰীমন্ত শংকৰদেৱৰ হাৰিনামৰ ৰসাল খোৱাদ।ভাল লাগি গল❤️🙏কৃষ্ণ আগুৱাই যাওক।

  • @munmicharingia4701
    @munmicharingia4701 6 หลายเดือนก่อน +7

    সছাকৈ অতি সুন্দৰ হৰি নাম ❤❤❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 หลายเดือนก่อน +8

    সচাকৈ শুনিলে শুনি থাকিবলৈ মন যায়, সকলোলৈশুভেচছা থাকিল,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 หลายเดือนก่อน +6

    সম্ভাষণ জানিব পুৱা এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়, আপোনাসবে গাই যাওক চোন, আপোনাসবৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে,

  • @ranjanborah8190
    @ranjanborah8190 8 หลายเดือนก่อน +32

    কৃষ্ণ আই গৰাকী, আপোনাৰ কন্ঠ অতি সুন্দৰ আৰু আপোনাৰ জীয়ৰীৰ কন্ঠ অতি সুন্দৰ,, ভগবানে কৃপা কৰক আপোনালোকৰ পৰিয়ালৰ

  • @mitalihazarika8235
    @mitalihazarika8235 ปีที่แล้ว +14

    ইমান সুন্দৰ কণ্ঠ শুনিলে শুনি থাকিবৰ মন যায়

  • @pranjalgogoientertainment4938
    @pranjalgogoientertainment4938 ปีที่แล้ว +9

    আজি লাহোৱালত আপোন প্ৰগ্ৰেম চাই ভাল লাগিলে।ধন্য হলো এই মহান কাৰ্যসূচী উপস্থিত থাকি।

  • @rubigogoi2299
    @rubigogoi2299 11 หลายเดือนก่อน +9

    অমিয়া বাইদেউ আপুনাৰ নাম বিলাক শুনি বৰ ভাল লাগে কণ্ঠ বৰ ধুনীয়া 🙏🙏🙏

  • @nanditapatgiri9674
    @nanditapatgiri9674 7 หลายเดือนก่อน +4

    ইমান সুন্দৰ কণ্ঠ তোমাৰ বাইডেও ভাল লাগিছে গিততি ❤

  • @bollywood1234
    @bollywood1234 10 หลายเดือนก่อน +6

    বৰ ধুনীয়া গাইছে খুড়ী.. 👌👌👌👌

  • @mruddiptapaban4769
    @mruddiptapaban4769 2 ปีที่แล้ว +11

    বৰ ভাল লাগিল,পুৱাই শুনিলোঁ

  • @umanandahazarika8872
    @umanandahazarika8872 หลายเดือนก่อน +1

    অপূৰ্ব, অদ্বিতীয়, সঁচাই এই সুৰ আৰু কণ্ঠৰ কাৰো সৈতে তুলনা নহয়,আই গৰাকীলৈ শ্ৰদ্ধা নিবেদিছো ।

  • @bipulchetia2844
    @bipulchetia2844 3 หลายเดือนก่อน +3

    ইমান সুন্দৰ গীত গাইছে আপোনাৰ গীত সুনি বহুত ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤❤

  • @user-sn7ug4ri9o
    @user-sn7ug4ri9o 2 ปีที่แล้ว +11

    Bohut vll lagisa ❤️❤️❤️❤️ .... Moi hodai ratepuwa hunu bohut vall lga 🙏🙏🙏🙏

  • @khogenbora5469
    @khogenbora5469 ปีที่แล้ว +7

    অতি সুন্দৰ, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ, কৃষ্ণ 🙏🙏

  • @RahulDas-vb4hh
    @RahulDas-vb4hh 6 หลายเดือนก่อน +4

    Your team is always happy .god bless you❤

  • @dipankarhujuri4365
    @dipankarhujuri4365 2 ปีที่แล้ว +6

    হৰি নাম ৰসে।
    বৈকুন্ঠ প্ৰকাশে।

  • @rijumgiboh2880
    @rijumgiboh2880 3 ปีที่แล้ว +15

    Wao Wao Waoo....
    I don't have words to describe this Horinaam.
    Really Great Guru Hongkor Dev🙏

  • @gopikantahazarika5593
    @gopikantahazarika5593 4 ปีที่แล้ว +10

    সুন্দৰ লাগিছে "জয় গুৰু শঙ্কৰ "
    "জয় অমীয়া নেওঁগ কলিতা" সকলোলৈকে আন্তৰিক ভালপোৱা মৰম যাছিলো 🙏 ধন্যবাদ ।

  • @jagadishkalita7192
    @jagadishkalita7192 2 ปีที่แล้ว +29

    বৰ ভাল লাগিল
    অতি সুন্দৰ কণ্ঠ আপোনাৰ
    আগলৈ আৰু এনেদৰে গাই যাব

  • @PujaBora-ge2ki
    @PujaBora-ge2ki 2 หลายเดือนก่อน +2

    সছাকৈ ইমান ধুনীয়া গাইছে 🙏🙏❤❤🙏🙏❤❤

  • @jogendasbehali9027
    @jogendasbehali9027 4 ปีที่แล้ว +16

    খুব সুন্দৰ প্ৰয়াস।
    অনাদি অনন্তলৈ হৃদয়স্পৰ্ষী হৈ ৰোৱা গীত। !!! কৃষ্ণ !!!

  • @b.dpigfarmassam8394
    @b.dpigfarmassam8394 4 ปีที่แล้ว +9

    বহুত ধুনীয়া।। মন প্ৰান শাতপৰি গৈছে ।।অপূৰ্ব ।।

  • @rajatchkalita7919
    @rajatchkalita7919 ปีที่แล้ว +8

    সুমধুৰ কণ্ঠ ৷
    ভগৱন্তই কৃপা কৰক ৷

  • @ranibora7951
    @ranibora7951 หลายเดือนก่อน +3

    Bohut Val lagil huni bohut bar hunlo

  • @dwijenbordoloi4226
    @dwijenbordoloi4226 2 ปีที่แล้ว +7

    Bhut dhunia apunr voice tu💖🙏

  • @parismitabaishya883
    @parismitabaishya883 2 ปีที่แล้ว +7

    Apunar voice tu bohut val lage ... heart touching voice ❤️❤️❤️...loves from baksa

  • @nkabita3512
    @nkabita3512 10 หลายเดือนก่อน +33

    ইমান সুন্দৰ কণ্ঠ শুনিলে শুনি থাকিব মন যায় 🙏

  • @pratuldas282
    @pratuldas282 2 หลายเดือนก่อน +1

    অতি সুন্দৰ ভক্তিমূলক দিহানাম শুনি থাকিলেও হেপাহ নপলাই।

  • @chinmoybharali7507
    @chinmoybharali7507 3 ปีที่แล้ว +10

    বাইদেউ আপোনাৰ হৰিনাম সদায় শুনো । শুনি বহুত বহুত ভাল লাগে । কৃষ্ণ 🙏🙏

  • @bornalikakati1745
    @bornalikakati1745 2 ปีที่แล้ว +30

    Best very beautiful song 🙏🏼🙏🏼

    • @nipaboruah99
      @nipaboruah99 2 ปีที่แล้ว +2

      Hunile huni thakibo monjua kontha🙏🙏

  • @user-qw6sw5tu1m
    @user-qw6sw5tu1m 2 หลายเดือนก่อน +1

    বহুত বহুত ধন্যবাদ বাইদেউ আপোনাৰ কণ্ঠ সচায়ে মধুময় ,nice kontha

  • @sunmoniphukon6329
    @sunmoniphukon6329 ปีที่แล้ว +6

    Bohut Val hoisa 🙏🙏🙏😘😘😘😘

  • @user-zj9vc4xy1p
    @user-zj9vc4xy1p 8 หลายเดือนก่อน +23

    বজালী পাঠশালা নিত্যানন্দৰ পৰা মৰম আৰু শুভেচ্ছা থাকিল... বহুত ভাল লাগিছে শুনিলে শুনি থাকিব মন যাই.. কৃষ্ণ কৃষ্ণ 🙏🙏

  • @gayatrimahanta3992
    @gayatrimahanta3992 11 หลายเดือนก่อน +10

    JAY SHREE KRISHNA 🙏 ♥

  • @user-tc6mc6js9v
    @user-tc6mc6js9v 6 หลายเดือนก่อน +3

    ❤😊😊😊😊😊😊❤❤❤ bout Val lagi gol namaste huni ❤❤❤❤❤😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

  • @user-er3rj1gr1l
    @user-er3rj1gr1l 10 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ সঁচাকে শুনি আমনি নালাগে সুন্দৰ❤❤

  • @chitraranjansaikia7777
    @chitraranjansaikia7777 3 ปีที่แล้ว +10

    আপোনাৰ ‌ কণ্ঠটো শুনি বহুত ভাল লাগিল।

  • @hemprobhatalukdar9141
    @hemprobhatalukdar9141 2 ปีที่แล้ว +11

    Very nice 👍👍🙏🙏🙏🙏

  • @bulengogoi4723
    @bulengogoi4723 ปีที่แล้ว +4

    সুন্দৰ লাগিছে বাইদেউ ৷ ধন্যবাদ আপোনাক আৰু সহযোগী সকলক 🙏🙏🙏

  • @KhRay-ob6ul
    @KhRay-ob6ul 7 หลายเดือนก่อน +5

    ধুনীয়া কণ্ঠ;শ্ৰী কৃষ্ণ

  • @pakhiponsiphukan1122
    @pakhiponsiphukan1122 ปีที่แล้ว +18

    মোৰ প্ৰিয় ❤🙏💫

    • @pancard-qj7fg
      @pancard-qj7fg 7 หลายเดือนก่อน

      Olll

    • @pancard-qj7fg
      @pancard-qj7fg 7 หลายเดือนก่อน

      😍😍😍😍😍😍😍😍😍😍

  • @djstatus6161
    @djstatus6161 3 ปีที่แล้ว +46

    কৃষ্ণ 🙏

  • @UmaktDasDas-gp6kx
    @UmaktDasDas-gp6kx 11 หลายเดือนก่อน +2

    নেওগ আই গৰাকীৰ এই ভাগী হৰি নাম ইমান সুন্দৰ সদায় বাৰে বাৰে শুনি থাকিলেও হেপাহ নপলায় । 🙏🙏

  • @RaktimBorah-de3lx
    @RaktimBorah-de3lx 11 หลายเดือนก่อน +4

    ইমান সুন্দৰ কণ্ঠ 🙏🙏🙏🙏🥰

  • @papumonimusiclover9848
    @papumonimusiclover9848 4 ปีที่แล้ว +29

    জয় গুৰু শংকৰ
    সুন্দৰ হৈছে বাইদেউ
    🙏🙏🙏🙏🙏🙏

  • @user-zc7vg9il5q
    @user-zc7vg9il5q 3 ปีที่แล้ว +45

    প্রণাম আই মাতৃ। বহুত সুন্দৰ কৈ গাইছে। উজ্বল ভ্যবিচ্যত কামনা কৰিলোঁ

  • @minaborahplzzzzsuscribemyc458
    @minaborahplzzzzsuscribemyc458 2 ปีที่แล้ว +3

    Hosa huni amoni nalage.. God gifted your voice. 🙏😊🙏

  • @punyarabha151
    @punyarabha151 ปีที่แล้ว +2

    🙏 Krishna krishna krishna 🙏🙏🙏 Hore Hore 🙏❤️.Bohut kandilu 🔥🔥 God bless you

  • @dwijenthakuria5666
    @dwijenthakuria5666 3 ปีที่แล้ว +10

    বৰ সুন্দৰকৈ গাইছে, হৃদয় প্ৰশান্তিৰে ভৰিল! প্ৰণাম যাচিছো।

    • @junukaborah9454
      @junukaborah9454 3 ปีที่แล้ว

      বাইদেউ আপুনি বৰ ধুনীয়া গাইছে মই সদায় শুনি থাকোঁ

  • @arupgogoi9873
    @arupgogoi9873 ปีที่แล้ว +9

    বাইদ আপোনাৰ হৰিনাম শুনি বহুত ভাল
    লাগে টিমটো সুন্দৰকৈ পৰিচালনা কৰিছে
    আৰু আগলৈ আগবাঢ়ি যাওক কৃষ্ণ কৃষ্ণ।

  • @mirabhuyan8843
    @mirabhuyan8843 6 หลายเดือนก่อน +4

    হয় দে শুনিলে শুনি থাকিব মন যায়। কুশলে থাকক ❤

  • @Bobitadutta-et3cs
    @Bobitadutta-et3cs 2 หลายเดือนก่อน +3

    অতি সুন্দৰ গাইছে বাইদেউ ❤❤

  • @josephbabu2249
    @josephbabu2249 ปีที่แล้ว +14

    My mother tongue was Tamil but I like assami lord Krishna song Radhey Radhey

  • @user-bh9nq6rp3n
    @user-bh9nq6rp3n 2 หลายเดือนก่อน +2

    কৃষ্ণ জয় গুৰু শঙ্কৰ

  • @user-kw1qs4ik2r
    @user-kw1qs4ik2r 3 หลายเดือนก่อน +1

    বৰ ভাল লাগিল দেই, শুনিলে মন সাত পৰি যায় । কৃষ্ণ 🙏🙏

  • @shilpiborah_official4547
    @shilpiborah_official4547 2 ปีที่แล้ว +40

    আপোনাৰ কন্ঠত সৰস্বতীৰ আশীৰ্বাদ আছে খুৰি 🙏 বহুত সুন্দৰ হৈছে ❤️

    • @TrishnaDeka-ri3rl
      @TrishnaDeka-ri3rl 9 หลายเดือนก่อน +1

      Do

    • @bikromborah205
      @bikromborah205 8 หลายเดือนก่อน +1

      ​@@TrishnaDeka-ri3rlqq❤

    • @somirbora9132
      @somirbora9132 8 หลายเดือนก่อน

      ​@@TrishnaDeka-ri3rl🎉🎉🎉🎉🎉🎉🎉😂😂😂❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 5:36 🎉 5:37 😂😂

    • @somirbora9132
      @somirbora9132 8 หลายเดือนก่อน

      ​@@TrishnaDeka-ri3rl🎉🎉🎉🎉🎉🎉🎉😂😂😂❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 5:36 🎉 5:37 😂😂🎉

    • @user-xy7lu6ec7t
      @user-xy7lu6ec7t 8 หลายเดือนก่อน

      ​@@TrishnaDeka-ri3rl❤❤❤❤❤❤❤❤❤p

  • @gtking02
    @gtking02 3 ปีที่แล้ว +18

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @user-wc2wr8pd5w
    @user-wc2wr8pd5w 4 หลายเดือนก่อน +3

    অতি সুন্দৰ গীত ❤💕💓💞🙏🙏

  • @ultimatevideo1759
    @ultimatevideo1759 11 หลายเดือนก่อน +2

    উফ কি সুন্দৰ কণ্ঠ খুনিলে খুনি থাকিবৰ এ ইচ্ছা যাই.. ভগৱানে ভাল এ ৰাখক আপোনাক..

  • @monujkumargogoi2013
    @monujkumargogoi2013 ปีที่แล้ว +28

    🙏🙏🙏🙏🙏🌺 কৃষ্ণ কৃষ্ণ, আইসকল, আপোনালোকৰ লগতে তাত উপস্থিত আটাইৰে চৰনত মোৰ কোটি কোটি ভক্তি ভৰা সেৱা জনালো, ঈশ্বৰে সকলোকে কুশলে ৰাখক 🙏🙏🙏🙏🙏🌺❤️🌷🌹🕊️

  • @dambaruhandique9851
    @dambaruhandique9851 3 ปีที่แล้ว +11

    বিভিন্ন ধৰণৰ হৰিনাম
    শুনিম বাইদেউ পুৰণি পৰৱৰ্তী কালত তেওঁ

  • @bidishaborah9265
    @bidishaborah9265 ปีที่แล้ว +3

    বহুত বহুত ভাল লাগিল বাইদেউ।

  • @jyotimadeka8454
    @jyotimadeka8454 2 ปีที่แล้ว +5

    বাইদেউ,আপুনি ইমান সুন্দৰ কৈ সঙ্গীবোৰ মিলাই লয়। বহুত ভাল লাগে।চাই থাকিবলৈ মন যায় য'ত আছে ভাৱে থাকক🙏❤️👍

  • @mridulabarmangolaghat3209
    @mridulabarmangolaghat3209 2 ปีที่แล้ว +28

    অমিয়া বাইদেউ সকলো ভক্তি মুলক গীত শুনিলে শুনি থাকিব মন যায় সচাই কি সুন্দৰ অমিয়া সুৰ ❤️😘🙏 ভালে থাকক কুশলে থাকক বা আৰু বেটি❤️❤️🙏

    • @rupkantapathori665
      @rupkantapathori665 ปีที่แล้ว +1

      অতি সুমধুৰ শুনি আমনি নেলাগে শুনি থাকিবলৈ মন যায়

    • @rahulsonowal379
      @rahulsonowal379 ปีที่แล้ว

      2And

    • @pranjaldinhingia4431
      @pranjaldinhingia4431 ปีที่แล้ว

      অমিয়া সচাই অমিয়া কৃষ্ণ

  • @utpalmedhi7795
    @utpalmedhi7795 3 ปีที่แล้ว +48

    Absolutely correct... with out contributions of Sri shankardeva & madhabdeva Assamese culture has no meaning.. your contribution also great to our culture mrs Amiya Gogoi Kalita... great salute to your team..
    .

    • @amiyaneogkalitasdihanamwor4408
      @amiyaneogkalitasdihanamwor4408  3 ปีที่แล้ว +7

      Many many thanks to you

    • @junamedhi9370
      @junamedhi9370 3 ปีที่แล้ว +2

      @@amiyaneogkalitasdihanamwor4408 pm ml 7

    • @mjmotivationalspeakers3191
      @mjmotivationalspeakers3191 2 ปีที่แล้ว +1

      @@amiyaneogkalitasdihanamwor4408 llllllllll

    • @ajitboruah2168
      @ajitboruah2168 2 ปีที่แล้ว +1

      Try try to try at try retreats here weren't yet qu

    • @mamonichutia79
      @mamonichutia79 2 ปีที่แล้ว +1

      কৃষ্ণ কৃষ্ণ 🙏 বহুত সুন্দৰ পৰিবেশন । কন্ঠ বহুত শুৱলা। সকলোকে সেৱা জনালোঁ 🙏

  • @amiyakumar9964
    @amiyakumar9964 ปีที่แล้ว +4

    বাইদেও আপোনাৰ এই শুৱলা কণ্ঠক কুলিৰ সৈতে ৰিজালো ধন্যবাদ ।

  • @user-ki2gx9ks8f
    @user-ki2gx9ks8f หลายเดือนก่อน +1

    কবলৈ আৰু ভাসা নাই...... ইমানেই ধুনীয়া কন্ঠ...

  • @susmitabordoloi6245
    @susmitabordoloi6245 4 ปีที่แล้ว +22

    বাইদেউ আপোনাৰ কণ্ঠ ইমানেই সুন্দৰ ভাষাহীন হৈ পৰিছোঁ ।ইমান মন প্ৰাণ দি গাইছে ।ভগৱানে আৰু শক্তি দিয়ক আপোনাক। আগলৈও এনেকৈ শুনিবলৈ পাম বুলি আশা কৰিলোঁ ।ইমান সুমধুৰ কণ্ঠ ।বিলীন হৈ পৰিছোঁ হৰি নাম জনাৰ মাজত ।

  • @papuborthakur5424
    @papuborthakur5424 2 ปีที่แล้ว +6

    আপোনাৰ কণ্ঠ সচাই অতুলনীয়

  • @prahladbordoloi1669
    @prahladbordoloi1669 ปีที่แล้ว +3

    কিমান মধুৰ গাইছে ধন্যবাদ কিমান মধুৰ গাইছে ধন্যবাদ দিচু 🙏🙏🙏🙏🙏💯💯💯 আৰু গাব বিখেখ নাই krishna pranam কৰিলু

  • @manashhazarika864
    @manashhazarika864 2 ปีที่แล้ว +16

    Excellent

  • @pinkukalita4649
    @pinkukalita4649 ปีที่แล้ว +11

    ইমান সুন্দৰ কথাখিনি তাতেই আকৌ আপোনাৰ বলিষ্ঠ কণ্ঠ। যিমানেই শুনো হেপাহেই নপলাই। থেৰাপী কৰিব গলে ৰোগীৰ ওচৰত আপোনাৰ দিহানাম লগাই দিওঁ। ৰোগীৰ লগতে গৃহস্থও ভাল পাই। এনেদৰে হৰিৰ নামেৰে মন্ত্ৰমুগ্ধ কৰি যাওক বাইদেউ
    #PjPinkuCreation

  • @uttambora9854
    @uttambora9854 7 หลายเดือนก่อน +5

    Nice

  • @jeutideka9317
    @jeutideka9317 2 หลายเดือนก่อน +1

    আই গৰাকীক সেৱা জনালোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @samujjalbhareli4708
    @samujjalbhareli4708 4 ปีที่แล้ว +7

    বাইদেউ ,আপোনাৰ কণ্ঠত যেন হৰিনামৰ মৌ হে বৰষে।

  • @preetyaxom7833
    @preetyaxom7833 2 ปีที่แล้ว +14

    ইমান সুন্দৰ হৈছে বাৰে বাৰে শুনাৰ পাছতো শুনি থাকিব মন যাই

  • @ankitabhuyanrollno0437
    @ankitabhuyanrollno0437 8 หลายเดือนก่อน +2

    সুন্দৰ ❤❤❤

  • @nituhazarika3774
    @nituhazarika3774 9 หลายเดือนก่อน +1

    শুনি আমনি নলগা এটি গীত. কণ্ঠ ধুনীয়া বাইদেউ

  • @manikakalita8908
    @manikakalita8908 4 ปีที่แล้ว +12

    Iman dhunia lagil sai

  • @namitasarania4674
    @namitasarania4674 2 ปีที่แล้ว +12

    সচাকৈ শুনি আমনি নালাগে
    😍

  • @KanakChandraBorah-gi2jj
    @KanakChandraBorah-gi2jj 3 หลายเดือนก่อน +1

    বৰ সুন্দৰ কণ্ঠ । সঁচাই অমিয়া ।

  • @lakhyamonihazarika5592
    @lakhyamonihazarika5592 11 หลายเดือนก่อน +7

    🙏🙏কৃষ্ণ কৃষ্ণ🙏🙏

  • @devilgril2958
    @devilgril2958 2 ปีที่แล้ว +7

    কি সুন্দৰ শুনি হেপাহ নপলাই কি সুন্দৰ👌👌👌👌😊😊

  • @mrnikhil892
    @mrnikhil892 3 ปีที่แล้ว +23

    No words.apunr krny😍😍🥰❤️❤️

  • @deepjyotiboruah3961
    @deepjyotiboruah3961 ปีที่แล้ว +4

    বৰ সুন্দৰ , সকলোৰে দিনটো ভালকৈ যাওঁক ৷

  • @utpalbora2292
    @utpalbora2292 9 หลายเดือนก่อน +4

    কি সন্দৰ কন্ঠ

  • @amritsaikiaflutistofficial9122
    @amritsaikiaflutistofficial9122 4 ปีที่แล้ว +30

    বাইদেউ আপোনাৰ কন্ঠত যাদু আছে l 😍😍

  • @dipankarentertainment206
    @dipankarentertainment206 3 ปีที่แล้ว +14

    বাইদেউ সুন্দৰ পৰিৱেশন সুন্দৰ কন্ঠ । এই মধুময় হৰিনাম আপোনাৰ কন্ঠত আমাৰ সকলোৰে মাজত জনপ্ৰিয় হৈ থাকক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো 🙏🙏🙏🙏🙏