Ojaantric || Assamese Podcast ft. Dipen Barua || Udayan Duarah || Ep.23

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • Woolah tea buying link.....
    woolahtea.com/...
    দ্বীপেন বৰুৱা এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেখেতে বৰ্তমানলৈকে প্ৰায় ৫০খন চলচ্চিত্ৰত কণ্ঠদান কৰিছে। চলচ্চিত্ৰত গীত গোৱাৰ আগেয়ে তেখেতৰ ক্ৰিকেট খেলাৰ প্ৰতিহে তীব্ৰ আকৰ্ষণ আছিল। তেখেতে অসমৰ হৈ অসংখ্য ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰিকেট মেচত অধিনায়কত্ব কৰাৰ উপৰিও ৰঞ্জী ট্ৰফীৰ খেলতো অসমক প্ৰতিনিধিত্ব কৰিছিল।
    Follow Us On Instagram.
    / ojaantric_podcast_offi...
    / oasis_taluk. .
    / udayanudy
    Ojaantric || Assamese Podcast ft. Dipen Barua || Udayan Duarah || Ep.22
    Behind The Camera : Manash Protim
    Ankumoni Borgohain
    #ojaantric
    #dipenbarua
    #assamesepodcast
  • บันเทิง

ความคิดเห็น • 970

  • @OasisMotionFilms
    @OasisMotionFilms  3 ปีที่แล้ว +325

    Here we present before you #legend dipen barua sir. Show some love guys. Do like & share 🙏

    • @NilamjyotiSharma
      @NilamjyotiSharma 3 ปีที่แล้ว +3

      Please carry on.....we will always wait for your show

    • @rhittomdas8791
      @rhittomdas8791 3 ปีที่แล้ว +1

      Riyan parag next

    • @mungshabidyutamfidewri6707
      @mungshabidyutamfidewri6707 3 ปีที่แล้ว +3

      Aru ata bhag anibo nuwari janu ?

    • @kapilsekhar7338
      @kapilsekhar7338 3 ปีที่แล้ว +1

      Thanks ud n oasis for bringing dwipen baruah..his everysong is evergreen...i njoyed d whole episode

    • @khirod2371
      @khirod2371 3 ปีที่แล้ว +1

      Zubeen da anok ebar...all the best interview hobo...100% sure

  • @Randeep-kb1xh
    @Randeep-kb1xh 2 หลายเดือนก่อน +5

    অসমৰ সংস্কৃতি জগতৰ অন্যতম কণ্ঠ শিল্পী মহান সম্ৰাট শ্ৰদ্ধাৰ আদৰৰ দ্বিপেন বৰুৱা দেৱ ।
    বৰুৱা দেৱ দেখিলে মই মোৰ দেউতাক দেখা যেন পাও দেখাই শুনাই কথা বাৰ্তা মোৰ দেউতা ৰ দৰে ।
    অন্তৰৰ পৰা শ্ৰদ্ধা কৰোঁ ভাল পাওঁ ।

  • @thenortheasternboy5181
    @thenortheasternboy5181 3 ปีที่แล้ว +110

    আজিৰ সমাজে এনে বোৰ মানুহক পাহৰি হৈছে ধন্যবাদ আপোনালোকক তেওঁক মতাৰ বাবে

  • @bikashtalukdar9521
    @bikashtalukdar9521 3 ปีที่แล้ว +141

    ছাৰ ইমান খোলা মনৰ!
    বৰ ভাল লাগিল!
    আপোনালোকৰ অনুষ্ঠান নিজৰ ঘৰৰ মানুহে কথা পাতি থকা যেন লাগে!
    বিষ্ণু খাৰঘৰীয়া, পুলক বেনাৰ্জী তেওঁলোকক ও বিচাৰো!

    • @anilbharali8302
      @anilbharali8302 ปีที่แล้ว +1

      মই দ্বিপেন দাৰ অনুৰাগী । দ্বিপেন দাৰ ফোন নম্বৰটো আপোনালোকৰ পৰা পাম নেকি? । দ্বিপেন দাক লগ পাবলৈ দুৰ্বাৰ হেঁপাহ আছে ।

  • @deepshikhaahom9019
    @deepshikhaahom9019 3 ปีที่แล้ว +105

    আপোনালোক দুজনে অকলে অকলে host কৰিলেও ভাল নালাগে এজন যদি নিমখ এজন আঞ্জা। Keep going..more power to you guys..

  • @user-bhaiti123
    @user-bhaiti123 3 ปีที่แล้ว +54

    এনেকুৱা ইণ্টাৰভিও আগতে চোৱা নাই,, অযান্ত্ৰিক এতিয়া মোৰ প্রিয় অনুষ্ঠান,, সব কাম পেলাই হলেও চামেই।।

  • @pborah1002
    @pborah1002 3 ปีที่แล้ว +67

    I really got goosebumps when i heard the name "ki nam di matim"

  • @risingsun4417
    @risingsun4417 3 ปีที่แล้ว +73

    বহুত বহুত ধন্যবাদ Oasis da আৰু উদয়ন দা ❤️দ্বিপেন বৰুৱা চাৰক অযান্ত্ৰিকৰ অতিথি কৰাৰ বাবে 🥰😘

  • @dhruba6044
    @dhruba6044 3 ปีที่แล้ว +45

    36:17 and magic starts here ❤️🥺

  • @gargepriya6174
    @gargepriya6174 3 ปีที่แล้ว +19

    Oasis motion films 🙏 ধন্যবাদ । ভাষা নাই বুজাবলৈ মাটিৰ মানুহ । আজিৰ প্ৰজন্মই চিনি পোৱাটো অতিকৈ প্ৰয়োজনীয় ।

  • @JuntisWorld
    @JuntisWorld 3 ปีที่แล้ว +14

    জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা।। আকাশ চুবৰ মন ৰিয়েলিটী শ্ব'ত তেওৰ গীত তেওৰ মুখৰ আগত গাইছিলো।। আজীৱন মনত থাকিব।। সুস্থ ৰাখক ভগৱানে❤️❤️🙏🙏

  • @champakbarman6636
    @champakbarman6636 2 ปีที่แล้ว +4

    ইমান ধুনীয়া সাক্ষাৎকাৰৰ অনুষ্ঠান এটা ইমানদিনে লুকাই আছিল। এদিন এটা সাক্ষাৎকাৰ চালো আৰু এতিয়া প্ৰেমত পৰি গ'লো। দৈনিক ৩০ মিনিটৰো অধিক সময় এতিয়া সাক্ষাৎকাৰ চাওঁ।

  • @theracer7867
    @theracer7867 3 ปีที่แล้ว +16

    অনুষ্ঠান টো বহুত বেছি ভাল লাগিল। মই যোৰহাট আকাশবাণী কেন্দ্ৰৰ এগৰাকী ঘোষিকা,আমি সদাই দ্বিপেন বৰুৱা চাৰৰ গীত ৰেডিঅ'ত বজাও আৰু বহুত ভাল লাগে গীত খিনি শুনি। ৰাতিপুৱা ৫বজাতে যেতিয়া শীতৰ হাৰ কপোৱা জাৰত শোৱাৰ পৰা উঠি গৈ ৰেডিঅ'ৰ ষ্টুডিঅ'ত সোমাই
    সেইগীতখিনি শ্ৰোতাৰ বাবে আগবঢ়াও নিজেও বহুত উপভোগ কৰোঁ সতেজ হৈ পৰো।।। Lots of love to entire team''OJANTRIC'' Sumpi frm JORHAT❤️❤️❤️❤️

  • @pujagohain5240
    @pujagohain5240 3 ปีที่แล้ว +19

    "অযান্ত্ৰিক"লৈ বহুত ধন্যবাদ...আজি কান্দি গ'লো...দ্বিপেন বৰুৱা চাৰ অসমৰ আবেগ...উদয়ন দা,ঐছিছ দা আপোনালোক দুয়োৰে এই প্ৰচেষ্টা সফল হওঁক।
    অহাবাৰলৈ মহেন্দ্ৰ হাজৰিকা,পুলক বেনাৰ্জী আৰু বিষ্ণু খাৰঘৰীয়া চাৰক মাতিব চোন।

  • @priyakshi.7128
    @priyakshi.7128 3 ปีที่แล้ว +5

    যদিও মই ‌৯৭ত জন্ম দ্বিপেন বৰুৱাৰ ছাৰৰ গান ৰেডিঅ'ত সৰুকালত বহুত শুনিছিলো। ইমানেই শুনিছিলো যে প্ৰতিটো গানেই নিজে নিজে মুখস্থ হৈ পৰিছিল। বহুত বহুত‌ ধন্যবাদ তেওঁক ‌অযান্ত্ৰিক'লৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে।
    If possible please please invite Rupam Dutta whose book is receiving so much love and appreciation these days. He's such an interesting and inspiring personality. He'd best fit on Ojaantrik as a guest.

    • @priyakshi.7128
      @priyakshi.7128 3 ปีที่แล้ว +1

      @@TheUdayan69 Thank u so much. I'd be eagerly waiting ❤️

  • @plabitasarmah6475
    @plabitasarmah6475 3 ปีที่แล้ว +22

    অযান্ত্ৰিক...অন্তৰংগ বাৰ্তালাপ অনুষ্ঠান টোৱে খুলি দিয়ে মনৰ দুৱাৰখন ; য'ত বিচাৰি পাও কিছু ভাল লগা ব‍্যক্তিত্ব, আৰু আনুভৱ ।
    আপোনালোকৰ কথাশৈলী ইমান সৰল আৰু নিমজ যে পলকতে মনটো মুহি নিয়ে। নিজকে হেৰুৱাই পেলাও অনুষ্ঠানৰ সময় খিনিত । বাৰ্তা লাপ টিৰ সোৱাদেই সুকীয়া নাই কোনো যান্ত্ৰিকতা চাপ... প্ৰকৃততে ই অযান্ত্ৰিক।
    এতিয়া ৰ দৰে আগলৈকো সুন্দৰ বাৰ্তালাপ বোৰ আমাৰ মাজলৈ আগবঢ়াই দিয়ে যেন তাকে কামনা কৰিছোঁ....

  • @Space0jc
    @Space0jc 3 ปีที่แล้ว +4

    "কি নাম দি মাতিম" গাই দিয়াৰ লগে লগে ধন্য হৈ যোৱাৰ দৰে লাগিল..বহুত মৰম অাৰু শুভকামনা আপোনালোকলৈ.. এনেকুৱা একক আৰু অনন্য interview বোৰ দি যাওঁক..ভাল হওঁক আপোনালোকৰ 🎉🎉

  • @saratsaikia403
    @saratsaikia403 3 ปีที่แล้ว +1

    দ্বীপেন বৰুৱা দেৱক আকৌ আমন্ত্ৰণ কৰক, তেখেতৰ সাক্ষাৎকাৰ চাই- চাই শুনি-শুনি হেঁপাহ নপলাই। তেওঁৰ কথাবোৰতে সুৰ নিগৰি থাকে। ধন্যবাদ অযান্ত্ৰিক ।

  • @rupanjalxaikia6465
    @rupanjalxaikia6465 3 ปีที่แล้ว +9

    দিগন্ত দাৰ সাক্ষাৎকাৰ টো এদিন হঠাৎ চাইছিলো আপোনালোকৰ চেনেলত...
    সেইদিনাৰ পৰা সময় পালেই চোৱা হলো..
    সকলোৰেই সাক্ষাৎকাৰ বোৰ চালোঁ, বহুত ভাল লাগিল🤩 লগতে এনেধৰণৰ ব্যতিক্ৰমী অনুষ্ঠান এটাৰ উদয় কৰা বাবে বহুত বহুত শুভেচ্ছা থাকিল দুয়োলৈ।
    কিন্তু আজি বেছি ভাল লাগিল😍
    যেতিয়া মায়ে দ্বিপেন‌ বৰুৱা চাৰৰ গান শুনি ওচৰতে আহি বহিল, আৰু গোটেই অনুষ্ঠানটো প্ৰথমৰ পৰা আকৌ চালোঁ।
    ৰেডিঅৰ দিনলৈ মনত পৰি গল 🤩
    নষ্টলজিক হৈ পৰিলোঁ😍
    পাৰিলে এই যান্ত্ৰিকতাত হেৰাই যোৱা চিৰসেউজ শিল্পী সকলক মাজে মাজে আমন্ত্ৰণ কৰিবচোন, আমাৰ লগতে মা হঁতেও চাই ভাল পাব😍🤩

  • @rupambhagabati
    @rupambhagabati ปีที่แล้ว +2

    ৭০ আৰু ৮০ দশকত অসমীয়া বোলছবি গীত বুলিলে এটাই নাম সকলোৰে মনত আহে । সেয়া হ'ল দ্বীপেন বৰুৱা । অসমীয়া সোণালী গীতসমূহৰ এখনি তালিকা প্ৰস্তুত কৰিলে তাত অধিকাংশ গীত এই মহান গায়কজনৰে থাকিব । এই মহান শিল্পীজনৰ সু-স্বাস্থ্য কামনা কৰিলো । অযান্ত্ৰিকৰ এই খণ্ডতো বহুত ভাল লাগিল ।

  • @bituponbora7658
    @bituponbora7658 3 ปีที่แล้ว +14

    আৰম্ভণিৰ পৰা সকলো episode চাইছোঁ যদিও এইটো খণ্ড সকলোতকৈ মনোগ্ৰাহী আৰু আকৰ্ষণীয় ।। অশেষ ধন্যবাদ ।।

  • @dipenkumargohain5351
    @dipenkumargohain5351 3 ปีที่แล้ว +3

    অতি সুন্দৰ অনুস্থান, দ্বীপেন বৰুৱাদালৈ শ্রদ্ধা যাচিলো আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলো

  • @APrajnyaHazarika
    @APrajnyaHazarika 3 ปีที่แล้ว +16

    Jst ojaantric sai asilu Shankhuraj daar episode tu..aru ttya like notification ahi gol ojaantric ft DIPEN BARUAH ..it was ooooo❤🤩

  • @dhan__13
    @dhan__13 3 ปีที่แล้ว +18

    বহুত সাক্ষাৎকাৰ চালো, কিন্তু দিপেন চাৰৰ সাক্ষাৎকাৰটো চাই কিবা এটা বহুত বহুত ভাল লাগি গল।
    আৰু চাৰক ইয়ালৈ মাতা বাবে আপোনালোক দুয়ো জনকে বহুত ধন্যবাদ

  • @sushmitalakhi6536
    @sushmitalakhi6536 2 ปีที่แล้ว +3

    ছাৰৰ লাইভ প্ৰগেম চাইছো একদম যেন কেছেত বাজি থাকে এনেকুৱা লাগে....
    সুস্বাস্থ্য কামনা কৰিলো শিল্পী গৰাকীৰ 💐

  • @himadribaruah761
    @himadribaruah761 3 ปีที่แล้ว +14

    অলেখ শ্ৰদ্ধা তেওঁলৈ ।। সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ।।🙏🙏

  • @NangPallavi
    @NangPallavi 3 ปีที่แล้ว +28

    ছাৰৰ মাতত এতিয়াও ইমান মিঠা আছে। ধন্যবাদ উদয়ন দা আৰু অইছিছ দা।❤️❤️❤️❤️❤️❤️❤️❤️

    • @chitradevi2464
      @chitradevi2464 ปีที่แล้ว +1

      Apunar mat-katha bor eman mitha Udayan da aru Oichich da❤😊

  • @sumigogoi4678
    @sumigogoi4678 3 ปีที่แล้ว +4

    প্ৰিয় কণ্ঠশিল্পী জন, সদায় শুনিলেও যেন আমনি নালাগে, বুকুত টোপোলা বান্ধি থৈছোঁ।

  • @MontusSpecial
    @MontusSpecial 3 ปีที่แล้ว +11

    প্ৰতিটো খণ্ড‌ই চাই ভাল লাগে । দ্বীপেন বৰুৱা ছাৰৰ অনুষ্ঠানটো চাই বৰ ভাল লাগিল 😍😍

  • @avikbhattacharjee4725
    @avikbhattacharjee4725 3 ปีที่แล้ว +8

    This is the first video I have seen without fast forwarding and it was like gliding a hot knife in a lump of butter so smooth.... I didn't even realise when it ended.. long live the legend

  • @Lotighotii
    @Lotighotii 3 ปีที่แล้ว +12

    Sir, a living legend. He's a epitome of romanticism. Kudos tu Ojantrik for bringing him.

  • @D_B_00
    @D_B_00 3 ปีที่แล้ว +2

    আপোনালোকক বহুত বহুত ধন্যবাদ, এই সকল মহান শিল্পীক আমন্ত্ৰণ জনোৱা বাবে। দেউতাৰ প্ৰিয় গায়ক শ্ৰদ্ধাৰ দ্বীপেন বৰুৱাদেৱ।সেয়েহে সৰুৰেপৰাই তেখেতৰ গানেই শুনি আহিছো,কিন্ত আজি যেন তেখেতলোকক লাহে লাহে পাহৰি পেলোৱা হৈছে। এজন শিল্পীৰ বাবে ডাঙৰ ডাঙৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতাতকৈ জীৱিত অৱস্থাতেই তেখেতলোকক আমি মৰম ,শ্ৰদ্ধা জনোৱাটো বেছি উচিত বুলি ভাবো।

  • @JAYA1VIDEO
    @JAYA1VIDEO 3 ปีที่แล้ว +5

    আকৌ এদিন মাতিব দ্বীপেন দাক। কি নাম দি মাতিম শুনি goosebums আহিছে

    • @BornaliDeka-v7h
      @BornaliDeka-v7h 17 วันที่ผ่านมา

      Xasakoi akou adin xunibo mon ase Dipen dar xumadhur git but

  • @antibiotic7801
    @antibiotic7801 3 ปีที่แล้ว +2

    গীতটিৰ গুনগুননিত মোৰ গা শিঁয়ৰি উঠিছিল। চিৰসেউজ এই গীত বিলাকেই আমাৰ দুখৰ দিনতো সুখৰ হাঁহি বিৰিঙাই তোলে। বহুত বহুত ধন্যবাদ জনালো আপোনালোকক দাদা । এনে কথোপকথন বিলাকেই খুচৰি ফুৰোঁ youtube-ত। 🙏🙏

  • @kritishmitakalita195
    @kritishmitakalita195 3 ปีที่แล้ว +3

    ধন্যবাদ আপোনালোকলৈ দ্বীপেন বৰুৱা ছাৰক আমাৰ মাজলৈ আনি দিয়াৰ বাবে। অযান্ত্রিক জিলিকি থাকক সদায়।

  • @Sunshine-lg7qm
    @Sunshine-lg7qm 3 ปีที่แล้ว +16

    Oasis Da r awaj tu j eman dhunia, along with the personality.Lots of love for u🥰

  • @deypranjal
    @deypranjal 3 ปีที่แล้ว +4

    One of the gem of the Assamese music industry..Harur smriti bur manat poribo..Dipen da r gaan huni..

  • @ridipdutta4846
    @ridipdutta4846 3 ปีที่แล้ว +4

    "জীৱন মৰুৰ তুমি ছায়া" চিৰসেউজ দ্বিপেন চাৰ !...❤️❤️❤️❤️ "অযান্ত্রিক" অশেষ ধন্যবাদ !

  • @dhrubagogoi8218
    @dhrubagogoi8218 3 ปีที่แล้ว +9

    ধন্যবাদ UD & oissss দা দিপেন বৰুৱা ছাৰৰ বহু নজনা কথা জানিব পাৰিলো । খণ্ডতো আৰু অলপ সময়ৰ দীঘল হোৱা হলে নথৈ আনন্দিত হলো হেঁতেন । ☺☺ ধন্যবাদ

  • @monmiphukan5883
    @monmiphukan5883 3 ปีที่แล้ว +2

    Bht besi Val lagile Dipen Sir r anusthan tu sai...most respect to you sir🙏🙏

  • @minutpal3025
    @minutpal3025 2 ปีที่แล้ว +5

    Legendary Voice The men who connect generations ..❤️ from Dibrugarh

  • @gameboy7375
    @gameboy7375 3 ปีที่แล้ว +2

    Program 2 sai sai gan gua homoyat mur soku hemeki gol O" .eitu nohoi j mur Age 40-50 .mur Age 24 .manuh dekhi monole bohut kiba kiba ahi gol, mane emotional hoi golu , And apunalukar reaction aji bohut val lagil gan2 guar homoyat. Ojantricar eitu best show....

  • @pankajsarma8198
    @pankajsarma8198 3 ปีที่แล้ว +6

    This is the best episode till today. Kudos to the makers for inviting the legend Dipen Baruah Sir, and it's his kindness that he accepted the invitation. The new generation should know about him and many other legendary artists.

  • @kankana8552
    @kankana8552 ปีที่แล้ว +1

    অযান্ত্রিক চাবলৈ আহো কাৰণ মনটো ভাল লগাব পাৰে,,, ইতিবাচক অনুষ্ঠান

  • @pranjitbordoloi8055
    @pranjitbordoloi8055 3 ปีที่แล้ว +21

    Probably the best guest in Ojantric till date, thanks bro UD & Oasis, splendid job u r doing👍👍👍

  • @jyotimalaborah1236
    @jyotimalaborah1236 3 ปีที่แล้ว +5

    এইটো Episode আটাইতকৈ ভাল লাগিল

  • @barashachangmai7623
    @barashachangmai7623 3 ปีที่แล้ว +9

    Woww! It's a pleasure listening to him,thank you for inviting him.I watch all ur posts,both of you are brilliant in what you are doing.Best wishes,always.A big 'HELLOW' from Thailand.

  • @susmitadeka5996
    @susmitadeka5996 3 ปีที่แล้ว +2

    ৪০ মিনিট কেনেকৈ গ'ল গমেই নাপালো।আপোনালোকলৈ বহুত ধন্যবাদ ছাৰক আমন্ত্ৰণ কৰি অনাৰ বাবে।

  • @tusharronjankashyap3600
    @tusharronjankashyap3600 3 ปีที่แล้ว +6

    চিৰনতুন গায়কজনৰ লগত এইটো একদম best episode অযান্ত্ৰিকৰ।♥️♥️♥️♥️

  • @saikiaanupam85
    @saikiaanupam85 2 ปีที่แล้ว +1

    Brought tears on my eyes... Tears of unknown emotions... Ki nam di matim... So emotional...

  • @papupowgam3912
    @papupowgam3912 3 ปีที่แล้ว +3

    When dipen sir started singing OMG i can't say, what a feeling. One of my fav .. Thank you so much ojaantric for this new year gift. Thanks a ton. 🙏

  • @trigoop1788
    @trigoop1788 3 ปีที่แล้ว +1

    Jibonor first video 0% skip ot saisu ❤ rati puwai dilu aji ojaantric sai...goosebumps paisu gan tu xuni......Ontoror ekdom core or pora DHOINNOBAD❤️

  • @bhupalichoudhurymusical_2228
    @bhupalichoudhurymusical_2228 3 ปีที่แล้ว +6

    অমূল্য মনি বোৰ গভীৰ সাগৰৰ গৰ্ভৰ পৰা তুলি অনাৰ বাবে ধন্যবাদ জনাইছো 🙏

  • @bhushitaparashar7312
    @bhushitaparashar7312 3 ปีที่แล้ว +2

    Udayan da & Owasis da bohut bohut val lagil kalojoyi dipen barua devok invite kora babe..tekhetor Aikhoni gaan2 hunibo pam buli akha thakil

  • @kashyapsaikia9439
    @kashyapsaikia9439 3 ปีที่แล้ว +6

    অনাগত দিনবোৰতো যাতে ন-পুৰণি অতিথি সকলেৰে অযান্ত্ৰিকৰ মজিয়া সজীৱ হৈ থাকে তাৰে কামনা কৰিলোঁ |❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
    আজি ভাল লাগিল❤️❤️❤️❤️❤️

  • @moi_mukto8201
    @moi_mukto8201 3 ปีที่แล้ว +1

    দ্বীপেন চাৰ ইমান খোলা মনৰ মানুহ সঁচাকৈয়ে😍🙏। বৰ ভাল লাগিল। সুন্দৰ অনুষ্ঠান উপভোগ কৰিছোঁ। বৰ ভাল লাগিছে।
    সুবাসনা বাক এবাৰ আনিব ছোন💞💞😍🙏

  • @explorewithkhyatishmaan
    @explorewithkhyatishmaan 3 ปีที่แล้ว +3

    ছাৰৰ কথাবোৰ খুব ভাল লাগিল । আজিও তেখেতৰ গান শুনি ভাল পাওঁ
    তেখেতৰ সু স্বাস্হ্য লগতে দীৰ্ঘায়ু কামনা কৰিলো ।
    অযান্ত্রিক ❤

  • @dipankarmazumdar6929
    @dipankarmazumdar6929 3 ปีที่แล้ว +2

    সচাকৈ বহুত ধন্যবাদ অযান্ত্ৰিকলৈ। এনে লাগিছে যেন Sir ৰ সন্মুখত বহি গান শুনি আছো।

  • @himadribaruah761
    @himadribaruah761 3 ปีที่แล้ว +3

    ajantrik চাবলৈ লৈ স্বতস্ফুত ভাৱে হাঁহি এটা ওলাই আহে অ মুখত ।।। Lots of love to both of you ❤❤💞💞

  • @rekhaphukan2601
    @rekhaphukan2601 3 ปีที่แล้ว

    Prothomei dipen borua sirk pronam jonaisu 🙏🙏 notun bosorar xubhesha jonaisu..happy new year 2021..sir hodai vle thakok kukhole thakok take kamona krisu..Ru gan gai jauk.. Sir gan xunile xuni xuni amoni nelage...ki km mane bhakha ny..bhut bhut lagil sai ajir ep.. Sirk onar babe Ud da ru Oasis da thanks..👍👏👏 ❤❤❤❤❤❤

  • @neetalidas
    @neetalidas 3 ปีที่แล้ว +4

    Goosebumps. The legend himself. This is top-class in Ojaantric 👍❤️
    Shri Dipen Barua is irreplaceable. He is an identity to popular quality Assamese film songs. Udy & Oasis you guys slaying this podcast level❤️🔥
    I had the honour of anchoring one of his live shows decades back in Dibrugarh. My honour it was. To hear him again is nostalgia.

  • @sangitakakati2703
    @sangitakakati2703 3 ปีที่แล้ว +2

    দ্বীপেন বৰুৱা ছাৰৰ মুখত জ্ঞানমৰ নামটো শুনি ভাল লাগিল....ছাৰক মেচেজ কৰা চিন্তা টো দূৰ কৰি দিওঁ বাৰু----'জ্ঞানম' হৈছে কামৰূপ জিলাৰ সমগ্ৰ শিক্ষা ৰ সহযোগত কেইগৰাকীমান শিক্ষকৰ এক শৈক্ষিক গোটৰ দ্বাৰা প্ৰকাশিত দুমহীয়া ই আলোচনী....অহা ৯ জানুৱাৰী ত জ্ঞানমৰ তৃতীয় সংখ্যা টো প্ৰকাশ পাব...সেই সংক্ৰান্তত ছাৰৰ সাক্ষাৎকাৰ এটি লব গৈছিলোঁ জ্ঞানমৰ ফালৰ পৰা...কৃষ্ণা হৈছে আমাৰ সম্পাদক

  • @shivakaberi2756
    @shivakaberi2756 3 ปีที่แล้ว +3

    Just mesmerized after seeing this episode......thnq for bring DIPEN BARUA sir in ur show... It's 1.26 am & I'm glad to see him 🙏🙏

  • @krishnaahom5466
    @krishnaahom5466 3 ปีที่แล้ว +2

    চকু জপাই দিছো,উফফ কিমান যে ভাল লাগিল ৷বুজাব নোৱাৰা অনুভৱ

  • @nanditadevi8484
    @nanditadevi8484 3 ปีที่แล้ว +3

    শ্ৰদ্ধাৰ দ্বীপেন বৰুৱাদেৱৰ কণ্ঠ অতুলনীয় অনন্য। ৰেডিঅ'ত তেখেতৰ গান আহিলে আপোন পাহৰা হওঁ।

  • @DebabratKalita-x1c
    @DebabratKalita-x1c 3 ปีที่แล้ว +2

    দ্বীপন বৰুৱা ছাৰৰ আজিও কণ্ঠ ইমান কোমল হৈ আছে, হৃদয় চুই গ'ল। ছাৰৰ সদা- সুস্বাস্থ্য কামনা কৰিছোঁ। অনাগত দিনত ছাৰৰ পৰা নতুন গানৰ আশা কৰিছোঁ। 😊😊

  • @prodyutboruah4489
    @prodyutboruah4489 3 ปีที่แล้ว +12

    I have been following your podcast since September 2020 and have developed a connect with you both. I realised it when you both jumped out of your chairs with joy and trust me, I could feel a drop of tear in my eyes.
    I promise, jotei nathaku kio, 'moi axomia cinema sam, beya houk ba bhal houk'. God bless you both!

    • @prodyutboruah4489
      @prodyutboruah4489 3 ปีที่แล้ว

      Really humbled by your reply. Thanks 🙂

  • @rashmiekhabora6829
    @rashmiekhabora6829 3 ปีที่แล้ว +2

    Outstanding show..
    Hodai Amar majot ji thakok
    OJANTRIC.

  • @priyanka844
    @priyanka844 3 ปีที่แล้ว +6

    আপোনালোকৰ এই যাত্রা সঁচাকৈ প্ৰশংসনীয় ❣️...এই যাত্ৰা আগবাঢ়ি
    যাওঁক তাৰে কামনাৰে Love you Ojaantric😍😘

  • @samudraduttanortheast..6258
    @samudraduttanortheast..6258 หลายเดือนก่อน

    ইমান সুন্দৰ উপস্থাপন!
    বিশেষকৈ তোমালোক দুজনলৈ বহু বহু ধন্যবাদ জ্ঞাপন কৰিলো

  • @anuraggogoi2338
    @anuraggogoi2338 3 ปีที่แล้ว +3

    I instantly became a fan of Ojaantric when I first watched an episode...but when I saw Dipen Baruah Sir on your show ,the weight and respect for the show has increased immensely for me ...Dipen Baruah Sir on the show is so off track (in an awesome way ofcourse) ...I'm just amazed...! You guys are doing great...way to go..! Keep rocking 👍👍

  • @ghalibmahmudlaskar5980
    @ghalibmahmudlaskar5980 ปีที่แล้ว

    In my opinion this Living Legend deserves to be awarded with Dada Saheb Palke Award.I only want one thing that both of you who are taking the interview of this Living Legend kindly request Chief Minister of Assam Honourable Shri Himantha Bishwa Sharma to recommend Central Government for awarding this Extraordinary Remarkable Artist the most Prestigious Dada Saab Phalke Award 🙏🙏🙏🙏🙏🙏🙏

  • @jongkientertainment2115
    @jongkientertainment2115 3 ปีที่แล้ว +29

    bohut val lgil

  • @deepagogoi392
    @deepagogoi392 3 ปีที่แล้ว

    Hodai aagrohere baat sae thaku ......khub bhal loga hoisa .......Ojaantric r dirghayu kamona korisu .....logote notun bosoror bohutu morom aru hubhaeshya jonalu❤️🎉👍

  • @kamalbaishya7005
    @kamalbaishya7005 3 ปีที่แล้ว +4

    সুন্দৰ, অযান্ত্ৰিক অনুষ্ঠানটি আপোনত্ব হৈ গৈ আছে ৷ এইটো খণ্ড মোৰ বহুত ভাল লাগিলে ৰেডিঅ ৰ দিনলৈ উভতি গলোঁ ৷ সচাকৈয়ে নষ্টালজিক হৈ গলোঁ ৷
    ধন্যবাদ
    ইংৰাজী নতুন বছৰৰ ধুনীয়া উপহাৰ দিলে শ্ৰতাসকলক ৷

  • @p.k...chennal4192
    @p.k...chennal4192 3 ปีที่แล้ว +1

    Ojaantrik r ata ep. Ena sai silu ki nu buli..
    Atya mur priyo onusthan.. Bohut besi Vall lagise onusthntu.bohut nojona kotha janisu ru aapunalukor dhemalibur mur priyo hoi porise.. Aag bahi jaok ai onusthn..
    Love frm Golaghat.😍😍😍

  • @leenachangmai8430
    @leenachangmai8430 3 ปีที่แล้ว +5

    Uday da and oasis da bohut Val kam Kori ase..huge respect to both of you.

  • @assammixture5126
    @assammixture5126 3 ปีที่แล้ว +1

    Living legend..... Sir k hosai bohut bhal lage khula monor manuh tekhet

  • @chaosonju
    @chaosonju 3 ปีที่แล้ว +8

    One of the best Podcast I have ever seen.. Love and Respect.

  • @letstour1525
    @letstour1525 2 หลายเดือนก่อน

    দ্বিপেন মামা আপোনাক বহুত ভাল পাওঁ ।। ❤❤ আপুনি অসমৰ সম্পদ ।। God bless you

  • @surajitneog5464
    @surajitneog5464 3 ปีที่แล้ว +8

    I have been watching this podcast from Shanku da's episode and started loving it. But,this episode has doubled the love. Thank you so much guys for this awesome episode.

  • @himdas10
    @himdas10 3 ปีที่แล้ว +2

    Goosebumps when he started singing .. literally we are very lucky to have this legendary singer....💕💕

  • @zubeenray7512
    @zubeenray7512 3 ปีที่แล้ว +6

    অৱশেষত অযান্ত্রিকৰ এতিয়ালৈ চোৱা EPISODE বোৰৰ ভিতৰত BEST EPISODE তো চাবলৈ পাই বহুত ভাল লাগিল। দীপেন চাৰক অনাৰ বাবে বহুত বহুত ধন্যবাদ উদয়ন দা আৰু অৱেচিছ দা

  • @debasish2669
    @debasish2669 3 ปีที่แล้ว +2

    My all time favourite singer...thanq Ojaantric❤️❤️❤️ watched 2nd time... He is still young and charming.. May God bless him always..

  • @anmskrillboy2380
    @anmskrillboy2380 3 ปีที่แล้ว +3

    YOU ARE A Living Legend.
    apunar voice hunile etur paxot hetu gan huni goiia thaku. Golaghator pora shroddha aru morom❤❤

  • @parthabora8790
    @parthabora8790 ปีที่แล้ว +1

    Perhaps the best episode of ajaantric......kindly make new episode with such artists!

  • @bibhutipradhandas7913
    @bibhutipradhandas7913 3 ปีที่แล้ว +48

    UD da and Oasis da,guys you did a great job.The best guest till date

    • @nayan94539
      @nayan94539 3 ปีที่แล้ว +3

      Absolutely right..

  • @likhanjyotibora3925
    @likhanjyotibora3925 3 ปีที่แล้ว

    Xomoy khini ketiya par hol dhoriboi nuarilu... Bohut bhal lagil.. Show tu 1hour koribo sesta kribosun Udayan da aru Oasis Da. Thank you.
    Love from Golaghat

  • @amlanboruah5308
    @amlanboruah5308 3 ปีที่แล้ว +6

    চাৰক মতাৰ কাৰণে অশেষ ধন্যবাদ। বহুতো নজনা কথা জানিব পৰিলোঁ।❤️

  • @joyshreeborah2372
    @joyshreeborah2372 3 ปีที่แล้ว +1

    বহুত বহুত বহুত ভাল লাগিল এই অধ্যায়টো।❤️ ধন্যবাদ অযান্ত্রিক।

  • @tapankumardas1261
    @tapankumardas1261 3 ปีที่แล้ว +3

    শব্দবোৰ বৰ ধুনীয়া আছিলে আগৰ গানবোৰ....love u ud da and oasis da

  • @AninditaKashyap-AK
    @AninditaKashyap-AK 3 ปีที่แล้ว +2

    Episode2 ses houte mon2 bea lagi gol... Sayei thakim jen 😍😍😍

  • @nitulahmed132
    @nitulahmed132 3 ปีที่แล้ว +10

    The fastest growing channel of Assam & you guys deserve it.
    ❤️❤️

  • @madhumitaborah1744
    @madhumitaborah1744 3 ปีที่แล้ว +1

    Uffffffffff...কেনেকুৱা ধুনীয়া অনুভৱ হৈছে তেওঁৰ গান শুনি।। Ojaantric k bohut bohut thank u.

  • @bikashmusahaloi3403
    @bikashmusahaloi3403 3 ปีที่แล้ว +15

    Ojantric just went NEXT LEVEL ❤️

  • @pallabidas2406
    @pallabidas2406 3 ปีที่แล้ว +1

    ইমান ভাল লাগিল। এনেকুৱা অনুস্থান ভাল লাগে ।

  • @educationmcq2904
    @educationmcq2904 3 ปีที่แล้ว +3

    Best episode 💚💚💚.....
    Ojaantric aguai jauk.....
    Love frm Jorhat....

  • @jafrulhassan7677
    @jafrulhassan7677 2 ปีที่แล้ว +2

    Down to earth man. ❤

  • @mondipgoswami1567
    @mondipgoswami1567 3 ปีที่แล้ว +60

    মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াক আপোনালোকৰ অনুষ্ঠানত দেখা পালে ভাল লাগিব

  • @bornaliborah7200
    @bornaliborah7200 3 ปีที่แล้ว +1

    কি নাম দি মাতিম শুনি বুকুখনত অজানা কিবা এটা শিহৰিত হোৱাৰ দৰে হ'ল।emotional hoi golu o. Keep shining brothers