"ৰেন মৌ"ত আইচেংফাৰ স'তে অনন্য কণ্ঠৰ বিশিষ্ট লোকশিল্পী সন্মানীয় খগেন গগৈ। EP 20 ft. Khagen Gogoi

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ม.ค. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credit -
    Host and Concept - Aichengfa Boruah
    Video Edit - Dipankar Saharia
    Cinematographer - Nihar Ranjan, Ravi Sankar, Shyamal Gogoi
    Audio - Xulfi Nawaz
    Make-Up - Binita Das

ความคิดเห็น • 1.2K

  • @aichengfaboruah
    @aichengfaboruah  5 หลายเดือนก่อน +175

    যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏

    • @bikash9820
      @bikash9820 5 หลายเดือนก่อน +5

      সুন্দৰ অনুষ্ঠান, আগুৱাই নিয়ক......

    • @otit77rajvlogs58
      @otit77rajvlogs58 5 หลายเดือนก่อน +1

      Sound tu thik kri labo

    • @mridulkumarnath5377
      @mridulkumarnath5377 5 หลายเดือนก่อน

      8888888888988

    • @munmungogoi4149
      @munmungogoi4149 5 หลายเดือนก่อน +1

      😊 po😊😅

    • @zugomili
      @zugomili 5 หลายเดือนก่อน +4

      সদায় প্ৰিয় খগেন দা
      আৰু
      তোমাক কিন্তুু ধূনীয়া দেখিছে ❤❤

  • @rimleebora6179
    @rimleebora6179 4 หลายเดือนก่อน +31

    ৰ'দ ঘাই মানুহ, ফৰকাল মন.. উদাহৰণ শ্রদ্ধা ৰ খগেন গগৈদেৱ🙏🙏🙏🙏

  • @melomaniac5689
    @melomaniac5689 5 หลายเดือนก่อน +44

    খগেন দদাইদেউৰ দৰে মানুহ এজনক তেওঁৰ দৰেই উপস্থাপন কৰিব কেৱল আপুনি হে পাৰিছে । আপোনাক ধন্যবাদ আইচেংফা

  • @arupborah4833
    @arupborah4833 5 หลายเดือนก่อน +55

    এংকৰজনী ইমান মৰমলগা দেহি । বৰ মৰমলগা কথা বতৰা লখিমি ছোৱালী । যাৰ ঘৰৰ বোৱাৰী হ'ব খুব মৰমৰ হ'ব😍

    • @junmoniphukan8966
      @junmoniphukan8966 5 หลายเดือนก่อน +2

      Monipuror buwari

    • @Story_creators.
      @Story_creators. 5 หลายเดือนก่อน

      অহ্ বিইদেউ গৰাকী বিয়া সোমাল নি??? সছাকৈ বাইদেউ গৰাকীৰ মাতটো, তেওঁৰ কথা বতৰা বৰ মৰমলগা দুয়ো গৰাকী এ বৰ মৰমিয়াল ❤❤

    • @Jinu433
      @Jinu433 หลายเดือนก่อน

      ​Very 👍

  • @bantideka5291
    @bantideka5291 4 หลายเดือนก่อน +11

    Tumar voice tu kulir dore This line "Ayoooooo" so soweet 😊

  • @anjubezbaruah9999
    @anjubezbaruah9999 5 หลายเดือนก่อน +26

    বিয়া নপতা মানুহ বোৰৰ মনবোৰ সুন্দৰ আৰু বহল হয়নেকি বাৰু ? মানুহজনৰ সৰলতায়েই সফলতাৰ মূলমন্ত্ৰ ।ইমানবোৰ দেশলৈ আমাৰ সংস্কৃতি কঢ়িয়াই লৈ ফুৰিছে তথাপি অহংকাৰ নাই । এয়াই সচা শিল্পী ।আৰু তোমাৰ অনুষ্ঠানটো বহুত উচ্চমানৰ হৈছে ।প্ৰশ্ন ,সোধাৰ ভংগীমা সকলো সুন্দৰ ।অতিথি জনৰ ভিতৰৰ মানুহজনক সম্পূৰ্ণ উলিয়াই আনিব পৰাটোৱেই এংকৰ জনৰ কৃতিত্ব ।আগবাঢ়ি যোৱা ।আমাৰ শুভকামনা আছে ।

    • @lakshmisharma5850
      @lakshmisharma5850 4 หลายเดือนก่อน

      Actually ki jaane he is actually living a stress-free life😊

  • @rinjugogoi5969
    @rinjugogoi5969 5 หลายเดือนก่อน +91

    খুব ভাল লাগিল অনুষ্ঠানটো। ইমান ৰসাল খগেন দাৰ কথাবোৰ। শ্ৰদ্ধাৰ শিল্পী গৰাকীক ভগৱানে সুস্থ আৰু দীৰ্ঘায়ু কৰি ৰাখক তাকে কামনা কৰিলো।

    • @user-yu7np2jj7h
      @user-yu7np2jj7h 5 หลายเดือนก่อน

      th-cam.com/video/Kk7Dfp5iJb8/w-d-xo.htmlsi=GAlK8ueKl4CBKlrh

    • @amritgogoi781
      @amritgogoi781 5 หลายเดือนก่อน +1

      ❤❤❤❤❤

  • @ashimbharali6872
    @ashimbharali6872 4 หลายเดือนก่อน +15

    বৰ ভাল লাগিল । খগেন গগৈ অসমৰ বুঢ়া সিংহ।

  • @dhrubadeka7094
    @dhrubadeka7094 5 หลายเดือนก่อน +24

    Skip নকৰাকৈ ইমান দীঘল video আজিয়েই প্ৰথম চালোঁ চাগে মই ।
    অভূতপূৰ্ব ❤
    খগেন দা ভালে থাকক সদাই ।
    আৰু ধুনীয়া মইনা জনী তোমাক
    I LOVE YOU❤❤

    • @JyotismanHazarika-
      @JyotismanHazarika- 4 หลายเดือนก่อน

      Dhet Teri I love you moina joni bule 😂😂

    • @rajibgogoi-nh8td
      @rajibgogoi-nh8td 4 หลายเดือนก่อน +1

      Oi I love you boli nkobi moi kom boli vabi thoisu

    • @dhrubadeka7094
      @dhrubadeka7094 2 หลายเดือนก่อน

      @@JyotismanHazarika- 🤣🤣🤣

    • @dhrubadeka7094
      @dhrubadeka7094 2 หลายเดือนก่อน

      @@rajibgogoi-nh8td koi a dilu je

    • @rajibgogoi-nh8td
      @rajibgogoi-nh8td 2 หลายเดือนก่อน

      @@dhrubadeka7094 😆😅😅😂😂🥰

  • @junmoniborah6402
    @junmoniborah6402 5 หลายเดือนก่อน +20

    তেখেত আমাৰ সকলোৰে মৰমৰ সপ্মদ। একদম অন্তৰ খোলা মানুহ। খগেন গগৈ দা এশ বছৰ জীয়াই থাকক কুশলে থাকক।

  • @priyabgohain1206
    @priyabgohain1206 5 หลายเดือนก่อน +16

    বহুত বহুত বহুত বেছি ভাল লাগিল। মোৰ প্ৰিয় শিল্পী। ধন্যবাদ বাইদেউ এখেতক 'যাত্ৰা' ৰ 'ৰেন মৌ' ত নিমন্ত্ৰণ কৰি অনাৰ বাবে।

  • @moushumisoni2225
    @moushumisoni2225 4 หลายเดือนก่อน +6

    আটাইতকৈ ভাল লগা পদকাষ্ট। আইচেঁফাই বৰ ধুনীয়াকৈ আঁত ধৰে সাক্ষাৎকাৰবোৰ । আইচেংফালৈ শুভ কামনা থাকিল । খগেন গগৈক খুউব ভাল পাওঁ তেওঁৰ সৰলতা আৰু অকৃত্ৰিম স্বভাৱটোৰ বাবে । "যাত্ৰা ৰেন মৌ" ই উচ্চতাৰ শিখৰত উপনীত হওক❤️❤️❤️

  • @hirakkalita4141
    @hirakkalita4141 5 หลายเดือนก่อน +47

    তেখেত মোৰ গুৰু
    মোৰ বুঢ়া সিংহ
    মোৰ অৰণ্যৰ ৰজা ❤
    আজি চকুলোঁ তুকিলো
    জংকী বাৰ সেই অভিশপ্ত দৃশ্য বৰ্ণনা কৰি
    আজি অনুভৱ কৰিলোঁ
    জুবিন দাৰ ভগ্নীপ্ৰেমৰ কাহিনী
    তেঁওৰ দুখৰ বিননি 😢
    খগেন গগৈ এজন ৰজাৰ দৰে
    তেওঁৰ সাম্ৰাজ্য ভাৰ চলাই গৈছে 😊
    নন প্ৰজন্মক বিহু প্ৰেমৰ
    কাব্য পঢ়াইছে 🙏🙏
    ধন্য তেওঁৰ দৰে
    সংহক 🥰🥰🥰@jaatra

    • @user-yu7np2jj7h
      @user-yu7np2jj7h 5 หลายเดือนก่อน

      th-cam.com/video/Kk7Dfp5iJb8/w-d-xo.htmlsi=GAlK8ueKl4CBKlrh

  • @bindassjibon5756
    @bindassjibon5756 22 วันที่ผ่านมา +1

    আই আই দেহী শুনি ভাল লাগি গৈছে ❤khagen Gogoi. Bortta jonr kothabur huni vallagil dei hampurno khula khangkhaj axomia 👍from Dibrugrh dei

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 5 หลายเดือนก่อน +22

    হাৰে হিমজুৱ এগৰাকী প্ৰকৃত অসমীয়া ব্যক্তি শ্ৰদ্ধাৰ খগেন গগৈ দাদা।ঈশ্বৰে আপোনাক সুস্বাস্থৰে কুশলে ৰাখক.। ধন্যবাদ আইচেংফা🌹🥰

  • @debojitsaikia8276
    @debojitsaikia8276 5 หลายเดือนก่อน +15

    খগেন গগৈৰ নিভাঁজ কথা বিলাকে সঁচাকৈয়ে মন চুই গ'ল। বহুত ভাল লাগিল।তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।🙏🙏🙏

  • @malakaburagohain119
    @malakaburagohain119 5 หลายเดือนก่อน +3

    Apunar anusthan aji pratham dexilu, imanei Val lagil koboloi vaxanai, duyu jonoloi aantorik hiyavora huvessa jonalu,

  • @achintaborah4855
    @achintaborah4855 5 หลายเดือนก่อน +21

    বা জনিয়ে মাজে মাজে যে aioo বুলি কয় বৰ ভাল লাগে শুনি ❤❤

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 5 หลายเดือนก่อน +7

    বহুত বহুত বহুত ভাল লাগিল অনুষ্ঠানটো। সঁচাকৈ এই মহান শিল্পী জনক শতকৌটি প্ৰণাম জনালোঁ।কি নাজানে তেওঁ, সেই তেতিয়া দিনৰে পঢ়াই শুনাই আগবঢ়া,দেশ বিদেশ ভ্ৰমি ফুৰা লোক, তথাপিও অহংকাৰ নাই। বুৰঞ্জীৰো বহুতো জ্ঞানৰ ভাণ্ডাৰ তেওঁ। তেখেতৰ এই জীৱন যাত্ৰাৰ এখন কিতাপ লিখি ওলিয়াব লাগে।তেখেত সদায় কুশলে থাকক, দীঘায়ু হওঁক 🙏🙏🙏🙏🙏🙏🙏 শুনি আমনি নালাগিল আৰু শুনিবলৈ মন থাকিল ❤❤❤❤

  • @jinaborgohain1909
    @jinaborgohain1909 5 หลายเดือนก่อน +14

    1:17:19 খগেন ককাই দেউক 1:17:19 অসম অসমীয়াৰ সাংস্কৃতিক জগতৰ মহান সম্পদ বুলি কলেও ভুল নহব ছাগৈ ! বহুত ভাল লাগিল তাহানিৰ নজনা বহুত কথা জানিব পাৰিলো ।ৰেন মৌৰ এই যাত্রা যুগমীয়া হৈ উঠক তাৰে কামনা কৰিলোঁ । তেখেত সু স্বাস্হ্যৰে দীৰ্ঘায়ু হৈ লোক সংস্কৃতিৰ যাত্রা অব্যাহত ৰাখক ।অনুষ্ঠানৰ সকলোলৈকে অভিনন্দন জনালোঁ 🙏❤🙏

  • @jyotihazarika3832
    @jyotihazarika3832 4 หลายเดือนก่อน +4

    শ্ৰদ্ধাৰ খগেন গগৈ দেৱৰ কথা বিলাক জানি খূউৱ ভাল লাগিল।তেখেতৰ বিষয়ে বহুত কথা জানিব পাৰিলো।তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো। যাত্ৰা ই যাতে আমাক আৰু ন -পুৰণি শিল্পীৰ মনৰ কথা জানিবলৈ দিয়ে।

  • @rajbongshi9843
    @rajbongshi9843 5 หลายเดือนก่อน +8

    বিহু বুলি ক'লেই মোৰ মনলৈ অহা শব্দ কেইটা হ'ল খগেন গগৈ, জুবিন গাৰ্গ, মানস ৰবীন আৰু দেৱজিৎ বৰা

  • @assameseculture2486
    @assameseculture2486 5 หลายเดือนก่อน +5

    eman hundor ata anushthan sai hosake bhut val lagil baa ❤❤❤

  • @Amiyaofficial5510
    @Amiyaofficial5510 5 หลายเดือนก่อน +9

    লংপতিয়াৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল বৰদেউতা💝🍂

  • @kaushikbora9040
    @kaushikbora9040 12 วันที่ผ่านมา +1

    এইমাত্ৰ চাই শেষ কৰিলো। বৰ ভাল লাগিল। হৃদয়স্পৰ্শী।

  • @janarddansenapati8904
    @janarddansenapati8904 หลายเดือนก่อน +1

    বহুত বহুত ভাল লাগিল । খগেন গগৈ দেৱৰ লোকসংগীতৰ জীৱন যাত্ৰা সম্পৰ্কীয় কথা জানি । আইচেংফা বাইদেউ লৈও অশেষ ধন্যবাদ , বৰ মৰম লগা মিঠা মাত কথা ৰে দৰদী মন মানসিকতাৰ । ভাল লাগিল বা আপোনাক ও । দুয়ো ৰে প্ৰতি শুভকামনা শুভেচ্ছা থাকিল । জীৱন কম্ যাত্ৰা ত আগোৱাই যাওক । বা ই ।

  • @Nomad439
    @Nomad439 5 หลายเดือนก่อน +6

    Khongen da is always rock Jun joni dekhu heijoni ai mur maiki🤣🤣🌹💚🌲❤️❤️❤️

  • @hemchandrasaikia467
    @hemchandrasaikia467 หลายเดือนก่อน +1

    অতি ভাল লগা অনুষ্ঠান,আইচেংফা ও বৰ সুন্দৰ ভাৱে কথাবিলাক উপস্থাপন কৰে

  • @lakshyadharsonowal8680
    @lakshyadharsonowal8680 5 หลายเดือนก่อน +4

    ইমান ধুনীয়া অনুষ্ঠান আগবঢ়াই দিয়াৰ বাবে চেনেহকণ যাচিছোঁ। মহান লোকশিল্পীজনৰ স্বতঃস্ফূৰ্ত প্ৰকাশৰ বাবে শ্ৰদ্ধা জনাইছোঁ। লগতে হেঁপাহৰ অনুষ্ঠান 'যাত্ৰা'ৰ যাত্ৰা অবিৰত হওঁক তাকে সহৃদয়তাৰে কামনা কৰিছোঁ।

  • @SanjibKumar-gk1kq
    @SanjibKumar-gk1kq 5 หลายเดือนก่อน +4

    Uff Mur mar favourite Singer, Aru baa aponak aji Asomiya jiyarir sorbasesthra Rupohi Joni lagise ☺️☺️

  • @rimamonikonwar3369
    @rimamonikonwar3369 5 หลายเดือนก่อน +6

    খুবেই ভাল লাগিল, খগেন গগৈ ডাঙৰীয়া আমাৰ বাবে সদায়েই প্ৰিয়, লগতে নাং আইচেংফা ৰ প্ৰশ্ন উত্থাপনৰ কৌশল অতি মনোমোহা ।

  • @hgcreation4715
    @hgcreation4715 5 หลายเดือนก่อน +6

    অসমৰ বুঢ়া সিংহ খগেন গগৈ
    তেওঁৰ পৰা বহুত কথা জানিব লগা আছে শিকিব লগা আছে তেওঁক অনুভৱ কৰিহে আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ দেৱে বিহু শিকিছে.....
    খগেন বৰদেউতা মই আপোনাক ভাল পাওঁ ❤

  • @sunumohan
    @sunumohan 5 หลายเดือนก่อน +5

    "আই ও," বহুত ভাল লাগে অ এই শব্দ টো আপোনাৰ মুখত শুনি♥️🥰💫

  • @bontigogoi2622
    @bontigogoi2622 5 หลายเดือนก่อน +3

    Bohut bohut val lagil renmou aru khagendar apunaru jibonjatra bohut digoliya houk hokoluke val giyan upohar dijaouk tare kamona karilu dhoiniyabad

  • @hector169
    @hector169 5 หลายเดือนก่อน +10

    এটা লাইক দিয়ক আপুনি মোক অলেষ অযুত মৰম কৰা বুলি ভাৱি ল'ম

  • @utpalphukan582
    @utpalphukan582 5 หลายเดือนก่อน +13

    মই মাত্ৰ ২টা খণ্ড চাইছোঁ আৰু অকনো স্কীপ নকৰাকৈ এটা কুসুম কৈলাসৰ আৰু এটা এইটো খণ্ড দুইজন মোৰ প্ৰিয় মানুহ ❤❤❤

  • @jpmelodyent.
    @jpmelodyent. 4 หลายเดือนก่อน +3

    খগেন ককাইদেউৰ পৰা বহু কথা নতুনকৈ শিকিলো। সাক্ষাৎ গ্ৰহণ কৰা গৰাকীৰ কথা-বতৰা অতি মধুৰ, মিঠা, শুনি থাকিবলৈ মন যায়। মাজুলী।।।।।

  • @ripunjoysaikia6430
    @ripunjoysaikia6430 5 หลายเดือนก่อน +12

    Baa adin apuni amar atikoi moromor Chetona baidok matibo apunar showt..xokoluke birat Val pabo

    • @Tarali999
      @Tarali999 5 หลายเดือนก่อน

      Yes I agree 👍

  • @MadhabDas-oe3db
    @MadhabDas-oe3db 5 หลายเดือนก่อน +4

    ba tumi iman dhuniya tumar mat tu aru tumar ktha btra bilak bor morm loga❤

  • @rahulbhuyan6936
    @rahulbhuyan6936 5 หลายเดือนก่อน +4

    শ্ৰদ্ধাৰ খগেন গগৈ চাৰৰ বিষয়ে আজি যথেষ্ঠখিনি গম পালো। ইমান ধুনীয়াকৈ আজিলেকে গম পোৱা নাছিলো। খালি তেওঁ কণ্ঠটো আৰু মানুহজনক চিনি পাইছিলো। আজি ৰেংমৌ অনুষ্ঠানটোৱে তেখেতৰ বিষয়ে যথেষ্ঠখিনি জানিবলৈ, শিকিবলৈ অনুজ সকলক প্ৰেৰণা দিছে। বাকী 'বা' আপোনাৰ মাতটো বৰ শুৱলা। সেই তাহানিৰ ৰূপালী VCD খনত দেখিছিলো, বহুত সময়ৰ পাছতহে ধৰিব পাৰিছো। আপোনাৰ "আইও" শব্দটো বৰ শুৱলা কৈ ওলাই। আপোনাৰ এই অনুষ্ঠানটো সুন্দৰ হওঁক। আৰু আপুনিও ভালে থাকক। তাৰোপৰি শ্ৰদ্ধাৰ খগেন গগৈ চাৰ ভালে থাকক, দীৰ্ঘায়ু হওঁক।

  • @hellonaba
    @hellonaba 5 หลายเดือนก่อน +4

    দদাইদেউ, আপুনি আগবঢ়োৱা জীৱনৰ সংজ্ঞাটোৱে মন ভৰাই তুলিলে ।
    সুস্বাস্থ্যৰে দীৰ্ঘায়ু হ‌ওক, তাৰে কামনা কৰিলো ।

  • @MujiburRahman-ut3lu
    @MujiburRahman-ut3lu 5 หลายเดือนก่อน +4

    বহুত ভাল লাগিল। অসমীয়া বুলি গৌৰৱ অনুভৱ কৰোঁ। খগেনদা সদায় এনেকৈয়ে থাকক🙏

  • @dipabhuyan3684
    @dipabhuyan3684 5 หลายเดือนก่อน +3

    আপোনাৰ অনুস্থানতচাই ভাল পালোঁ ধন্যবাদ

  • @kunhientertainment
    @kunhientertainment 5 หลายเดือนก่อน +6

    খুব ভাল লাগিল আমি লংপটিয়া বাসী হিচাপে খগেন গগৈ আমাৰ গৌৰৱ।

  • @user-vk5hc7bv3l
    @user-vk5hc7bv3l 5 หลายเดือนก่อน +6

    আইও দেহি বুলি কৈছে ❤❤ ❤ বা জনিয়ে।।।

  • @karabi-ek6de
    @karabi-ek6de 4 หลายเดือนก่อน +11

    আইচেংফাজনী কিয় ইমান ধুনীয়া অ❤

    • @allinallassamese8295
      @allinallassamese8295 4 หลายเดือนก่อน

      তুমিও ধুনীয়াই,, অকনমান দেখিয়েই গম পাইছো

    • @SurprisedBaseball-nx7xw
      @SurprisedBaseball-nx7xw หลายเดือนก่อน

      Aji 2mr chennal2 subscribe kri dilo...bahut Val lagile

  • @rambalram2610
    @rambalram2610 4 หลายเดือนก่อน +6

    তোমাক দেখাত বৰ ধুনীয়া লাগিল এই episode টোত 🙂🙂😍

  • @rebankumarnath4252
    @rebankumarnath4252 5 หลายเดือนก่อน +3

    দাদাক দেখি সচাকৈ ভাল লাগিল বহুত বেছি ।। ছাৰে ৰবীন্দ্ৰ ভৱনত মোৰ দেউতাক ওজাপালি ৰ ইণ্টাৰভিউ লৈছিল ।। কিন্তু ককাইদেউ ক মই এবাৰ লগ পাব বহুত বেছি মন আছে কিন্তু আজিলৈকে পঁয়া নাই ।। ধন্যবাদ বাইদেউ আপুনি দাদাক মাটি আনি এনেকে আমাক চোৱাৰ এটি সুবিধা দিয়া বাবে ।।❤️❤️❤️ love frm darrang... Mangaldoi ..

  • @Story_creators.
    @Story_creators. 5 หลายเดือนก่อน +5

    ইমান যে ভাল লাগিল সাক্ষাৎ গ্ৰহণ টো চাই cmnt এটা নিলিখি নোৱাৰিলোঁ।।। আৰু খগেন খুড়াৰ কণ্ঠ ঊফ্ কি সুন্দৰ বিশেষকৈ বিহুগীত খিনিৰ কণ্ঠ।। আৰু ময়ো সেই বৰ্তমান নবস্থাপিত যি জিলা চৰাইদেউ তাৰেই এজন ল'ৰা।তাতে আকৌ খগেন খুড়াৰ যি লংপতিয়া অঞ্চল তাৰেই দাঁতিকাষৰীয়া অঞ্চল সৰুপথাৰৰ এজন ল'ৰা।।। আৰু বাইদেউ আপোনালৈ অশেষ ধন্যবাদ থাকিল সাক্ষাৎ টো লোৱাৰ বাবে।। আৰু খগেন খুড়াৰ সেই ধেমালি খিনি ভাল লাগিল উপভোগ কৰি।।। এনেকৈয়ে ধেমালিৰ মাজেৰে আপোনাৰ জীৱন টো আৰু আগবাঢ়ি গৈ থাকক দীঘলীয়া হৈ।।।

  • @gaurabsaikia4309
    @gaurabsaikia4309 5 หลายเดือนก่อน +4

    আকৌ কওঁ বা জনী ৰ নামতো আৰু বা জনী বৰ মৰম লগা ❤❤❤ খগেন ককাইদেউ অসমীয়া ৰ প্ৰাণত আছে , মোৰ এটি আক্ষেপ আছে এই ব্যক্তিসকলক আজিলৈকে সন্মুখৰ পৰা লগ পাব পৰা । খগেন ককাইদেউৰ সুস্বাস্থ্য কামনা কৰিলো , যাত্ৰা সফল হওক❤❤❤🎉

  • @akashborah208
    @akashborah208 5 หลายเดือนก่อน +10

    Khagen Gogoi,Jubeen daa always in my heart

    • @user-yu7np2jj7h
      @user-yu7np2jj7h 5 หลายเดือนก่อน

      th-cam.com/video/Kk7Dfp5iJb8/w-d-xo.htmlsi=GAlK8ueKl4CBKlrh

  • @anilloing9195
    @anilloing9195 4 หลายเดือนก่อน +2

    বহুত বহুত ভাল লাগিল । Long live both you .

  • @ankurjyotisarma7709
    @ankurjyotisarma7709 4 หลายเดือนก่อน +2

    খুউব ভাল লাগিল বাইদেউ

  • @MultiZebracross
    @MultiZebracross 3 หลายเดือนก่อน +3

    ৰেং মৌ ত আইছেং ফাৰ ৰ সৈতে বন্ধু khagenor সাক্ষাৎকাৰ টো ইমান ভাল লাগিল যে দুঘণ্টা কেনেকৈ পাৰ হল কব নোৱাৰিলোঁ । সঁচাকৈ খগেন বৰ প্ৰতিভাশালী ব্যক্তি মোৰ বৰ প্ৰিয় । Anusthantuk শলাগ ললো এনে এজন শিল্পীক দৰ্শকক চিনাকি কৰাই দিয়া বাবে যিসকলে খগেন গগৈৰ বিষয়ে নাজানে । ৰেংমৌলৈ ধন্যবাদ।

  • @biplabhazarika6698
    @biplabhazarika6698 5 หลายเดือนก่อน +4

    বৰ ভাল লাগিল আইচেংফা তুমিও সদায় আগবাঢ়ি যোৱা লগতে খগেন দালৈ বহুত বহুত শুভেচ্ছা থাকিল

  • @Suupa_Hot_Fire
    @Suupa_Hot_Fire 3 หลายเดือนก่อน +2

    Teyo gaan hunile najanu kyo sokur pora pani aru hridoi pora bujabor nuwarake modur hoi pore.❤

  • @rabisangkarboro783
    @rabisangkarboro783 5 หลายเดือนก่อน +6

    কেপচনত থকা বাক্যশাৰীয়ে মন চুই গ'ল বাইদেউ। I think this is the fact । সেইকাৰণে বিহু আহিলে, কেৱল থলুৱা অসমীয়াৰে গা সাত খন-আঠ খন নহয়, থলুৱা অসমীয়া মুছলমান, অৰ্থাৎ যিকনো ধৰ্ম বা সম্প্ৰদায়ৰ লোক। যিসকলে অসমক ভাল পায় অৰ্থাৎ ভূপেন দাৰ সুৰত যিসকল ন- অসমীয়া , তেওঁলোকৰ দেহ-মনটো বিহুয়ে মতলীয়া কৰে। সেয়েহে বিহু ধৰ্মীয় চিন্তা-চেতনাৰ ঊৰ্ধত, ইয়ে আমাৰ জাতীয় উৎসৱ।

  • @hadharanmanuhharmonarkotha8829
    @hadharanmanuhharmonarkotha8829 5 หลายเดือนก่อน +5

    আজি বা আপোনাক বৰ ধুনীয়া লাগিছে ❤।
    খগেন বৰতা বৰ ভাল লাগিল কথা বোৰ শুনি আপোনাৰ।

  • @kandarpasarma7929
    @kandarpasarma7929 5 หลายเดือนก่อน +9

    খগেন গগৈ দেৱক আপোনাৰ অনুষ্ঠানত দেখিব পায় বহুত বহুত ভাল লাগিল | আপোনাৰ অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰিছোঁ || ধন্যবাদ ||

  • @MoniSankarPator
    @MoniSankarPator 2 หลายเดือนก่อน +1

    খগেন গগৈ ককাইদেউৰ কথাবোৰ শুনি সঁচাই বহুত ভাল লাগিল। বহুত সহজ সৰল ব্যক্তি। তেখেতৰ সৃষ্টি কৰা বিহু গীতবোৰ কথাই সূকীয়া। ভগৱানে তেওঁক সুকলমে ৰাখক.....

  • @nilutpalphukan9147
    @nilutpalphukan9147 5 หลายเดือนก่อน +2

    Bht besi bhl lgil duijonole morom aru honman jonaisu..aru apunar mat tu emn huola hunile huni thkibo mn jai...Long live jatra❤❤..

  • @rintugogoi9693
    @rintugogoi9693 5 หลายเดือนก่อน +3

    মই তেওঁক লগ পাইছো। বৰ সুন্দৰ মনৰ মানুহ। আপোনি সদায় ভালে থাকক দদাইদেউ।
    আইচেংফা বাইদেউ লৈ ধন্যবাদ থাকিল।

  • @bhaskarmissong4370
    @bhaskarmissong4370 4 หลายเดือนก่อน +8

    আইও দেহি ইমান মৰম লগা ছোৱালী, ইমান ধুনীয়া ছোৱালী আজি প্ৰথম দেখিছো

  • @anuraggoswami4108
    @anuraggoswami4108 17 วันที่ผ่านมา +1

    Khagen da apuni jui. Khati assamiya ahum apuni. Jai ai Assam. ❤

  • @gouravborgohain947
    @gouravborgohain947 4 หลายเดือนก่อน +2

    Imn val lagil episode 2 sai.... Khogen da buli a koisu jodiu teu mur pitri tulya .... Ki j bohol monor goraki apuni... Ejon prokit hukhi manuh tak anuvab koribo pora jai.... Aru baa 2mr j kotha bur emn morom lage... Hodai ene k hahi dhemali kori thaki val val kam kori thakiba.... ❤❤

  • @dhanmanideka4524
    @dhanmanideka4524 5 หลายเดือนก่อน +12

    আই ও বুলি নকবচোন....মৰি যাম মই.....😅😊 বহুত ভাল লাগিল..... আগুৱাই যাওক আৰু.... কথাবোৰ বহুত ধুনীয়া ❤❤❤

    • @pabloescobar2018
      @pabloescobar2018 5 หลายเดือนก่อน

      Dhut bandor mukhiya.....

  • @nihar_.r._bayan6207
    @nihar_.r._bayan6207 5 หลายเดือนก่อน +3

    Baa r kotha r maje maje xei ‘Ayoo Dehi’ tu e mon sui jai 💗

  • @lakhyajitmout5531
    @lakhyajitmout5531 5 หลายเดือนก่อน +2

    Manuh jon mur khub priyo❤❤❤

  • @ritamonimedhi4431
    @ritamonimedhi4431 5 หลายเดือนก่อน +2

    Baa apunar ktha bur bht xhj xrl❤❤❤bhut bhut mrm apunaloi

  • @borah_simanta8707
    @borah_simanta8707 5 หลายเดือนก่อน +4

    যাত্ৰাৰ আজিৰ অনুষ্ঠানটি বহুত বেছি ভাল লাগিল । খগেন গগৈ দেৱৰ ৰসাল কথাবোৰৰ বাবেই বৰ আপোন যেন অনুভৱ হয় । মৰমৰ শিল্পী খগেন গগৈ দেৱৰ পৰা বহু কথাই শিকিবলৈ পালো, বহু নজনা কথা জানিব পাৰিলো । তেখেতৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ুৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো । লগতে মৰমৰ আইচেংফা বাইদেউকো বহু বহু ধন্যবাদ জনালো ইমান এটি সুন্দৰ অনুষ্ঠান আমাক উপহাৰ হিচাপে দিয়াৰ বাবে । ১ঘণ্টা ১৭মিনিট সময় কেনেকৈ পাৰ হ'ল গমকে নাপালো । "যাত্ৰা" অনুষ্ঠানৰ যাত্ৰা অব্যাহত থাকক, ৰেন মৌৰ যাত্ৰা আৰু বহু দূৰ আগুৱাই যাওক তাৰ বাবে শুভকামনা থাকিল 💐। খগেন গগৈ দেৱৰ আৰু এটি খণ্ড "যাত্ৰা" অনুষ্ঠানটিত দেখিবলৈ পোৱাৰ হেপাঁহেৰে... ❤

  • @apuassam6864
    @apuassam6864 5 หลายเดือนก่อน +9

    আই অ",,,, ,,, খুৱ মৰম লগা‌

  • @BikyBoi
    @BikyBoi หลายเดือนก่อน +1

    Khagen Gogoi interview tu sai bor bhal lagil. Bhal lagil jani teu ekhomoyot Kahilipara, Bhagadattapur, Narakasur onsolot thaki kheti korisil asol khilonjia tribal manuh buror logot. Teu purani Guwahati kenekua asil sini pai.

  • @DebajyotiChangmai
    @DebajyotiChangmai 5 หลายเดือนก่อน +5

    প্ৰগ্ৰেমটো চাই বৰ সুন্দৰ পালোঁ। খগেন ককাইদেউক অনুৰোধ কৰিম ভগৱানৰ প্ৰাৰ্থনা সমূহ তেওঁৰ গীত -মাতেৰে বাণীবদ্ধ কৰাটো বিচাৰিছোঁ কাৰণ তেওঁৰ মাতত এক বিশেষ সুকীয়া আমেজ পাওঁ।

  • @ultimatecreation....
    @ultimatecreation.... 5 หลายเดือนก่อน +6

    আইচেংফা বাক আজি ধুনীয়া লাগিছে ❤❤ ! আৰু বিশিষ্ট খগেন গগৈ চাৰৰ জীৱন শৈলী জানিলো লাইভ কেমেৰাত ৷
    বহুত ভাল লাগিল , লগতে বাপুতিসাহোন ভোগালী বিহুৰ শুভেচ্ছা আগতিয়াকৈ থাকিল ৷❤❤

  • @digantamech9647
    @digantamech9647 5 หลายเดือนก่อน +3

    Baa apuni eman dhuniyakoi axomiya bhakha tu koi bohut val lage...love you baa..

  • @lalsonowal8369
    @lalsonowal8369 5 หลายเดือนก่อน +3

    বিহু নাম আৰু বিহুগীতৰ মাজত পাৰ্থক্য আছে। জুবিনে বিহুগীত গাইছে।নাম কিন্তু গোৱা নাই। নামত যোজনা থাকে।
    এক ঐতিহাসিক সাক্ষাত।দুয়োজনাকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

  • @koushalyadeka3775
    @koushalyadeka3775 5 หลายเดือนก่อน +3

    সচাকৈ বহুত ভাল লাগিল।খগেন দাক দীঘায়ু কামনা কৰিলো।

  • @anantaborgohain3971
    @anantaborgohain3971 5 หลายเดือนก่อน +3

    আইচেংফা বাইদেৱে ইমান ধুনীয়াকৈ কথাবোৰ আত ধৰিছে বহুত ভাল লাগিছে! মৰমিয়াল! বহুত বহুত ধন্যবাদ।

  • @susantaborah8792
    @susantaborah8792 5 หลายเดือนก่อน +2

    Thanks, will run after him , will accomplish..thanks for the exposure u availed

  • @trinayanboruah9812
    @trinayanboruah9812 13 วันที่ผ่านมา +1

    বৰ্তমানলৈকে সকলোতকৈ উৎকৃষ্ট খণ্ড ৰেন মৌৰ মজিয়াত।

  • @hazarikapulak254
    @hazarikapulak254 5 หลายเดือนก่อน +3

    Onustan ti notification pai asu din hajira koru krne sabole hmoi pua nai . Aji bihur dina salu bohut val lagil sai .. Ba bihur huvaisha thakil dei ❤❤❤ love from golaghat🎉aru khogen gogoi sir ror hokolu geet ai val lage❤

  • @shanphuldas8380
    @shanphuldas8380 5 หลายเดือนก่อน +7

    King of bihu (folk) and perfect guest

  • @user-xn5su4vb1i
    @user-xn5su4vb1i 5 หลายเดือนก่อน +2

    Bahut dinr pisot khogen da k dekhilu ,vl lagil aru kathabur bahut vl lagil.

  • @kamalsaikia4827
    @kamalsaikia4827 5 หลายเดือนก่อน +2

    Khub ata dhunia ovigota lav korilu moromor baa joni❤

  • @gautamgogoi8280
    @gautamgogoi8280 5 หลายเดือนก่อน +4

    Ba.. Tumi ktha khini eman dhunia koi koisa ❤❤

  • @protivadas3486
    @protivadas3486 5 หลายเดือนก่อน +8

    ইমান ধুনীয়া খগেনদাৰ কথাবোৰ,শুনিলে শুনি থাকিবৰ মন যায়, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ

  • @user-ru6gb5ln8m
    @user-ru6gb5ln8m 5 หลายเดือนก่อน +4

    সোনাৰি পৰা বহুত বহুত মৰম আৰু হুভেছা থকিল বৰ দেউতা

  • @rubiborah3436
    @rubiborah3436 5 หลายเดือนก่อน +2

    অনুষ্ঠানটো চাই বহুত ভাল লাগিল।তোমালোক দুয়ো জনলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।🌺🌺🌺🌺

  • @arupbahoi6185
    @arupbahoi6185 5 หลายเดือนก่อน +6

    বা জনীৰ কথাবোৰ ইমান মৰমলগাকৈ কয় ভাল লাগে। সহজ সৰল কথাবোৰ ভাল লাগিল।

  • @user-nl1ke8zg9z
    @user-nl1ke8zg9z 5 หลายเดือนก่อน +3

    আপোনাৰ অনুষ্ঠান আজি প্ৰথম দেখিলোঁ। ইমানেই ভাল লাগিল কবলৈ ভাষা নাই। দুয়ো জনলৈ আন্তৰিক হিয়ভৰা শুভেচ্ছা জনালোঁ

  • @johndeori7092
    @johndeori7092 4 หลายเดือนก่อน +2

    Moja..Khagen Gogoi dada.. Bor val lagil.

  • @manashjyotigogoi1884
    @manashjyotigogoi1884 หลายเดือนก่อน +1

    Ki j mojja lagile...Bohut kothai hikai gol programme tu aa....sakur tip nomorake salu...❤❤

  • @minotisaikia1804
    @minotisaikia1804 4 หลายเดือนก่อน +4

    কি যে এক অনন্য মানৱ ! অৰ্পুব অনুস্থান ।

  • @DeepGogoi-zh5pn
    @DeepGogoi-zh5pn 5 หลายเดือนก่อน +8

    ❤❤❤ বহুত ভাল লগা মানুহজনৰ লগত, সাপেখাতী ৰহণ গোহাঁই গাওঁৰ পৰা বহুত মৰম আপোনালৈ

  • @haribaruah9280
    @haribaruah9280 4 หลายเดือนก่อน +2

    শ্ৰদ্ধাৰ খগেন দা
    আপোনাৰ কথাবোৰ নতুন প্ৰজন্মৰ বাবে অতি প্ৰয়োজনীয় হৈ ৰৱ। বিহু গাম খগেন দাৰ বিহু গীত অনুকৰণ কৰি ।

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 5 หลายเดือนก่อน +2

    Khogen Gogoi deau mon khola manuh pran khola kotha bohut bhal lagil anusthanti,Gogoi dev r dirgha aayu kamona korilo.

  • @minotichetia9972
    @minotichetia9972 5 หลายเดือนก่อน +6

    "ৰেন্ মৌ"ৰ প্ৰত্যেক টো episode বৰ সুন্দৰ হৈছে। মোৰ বহুত প্ৰিয় এটি অনুষ্ঠান।❤❤

  • @sunilgogoi2076
    @sunilgogoi2076 5 หลายเดือนก่อน +3

    Ba ..apnr loi bht bht huvesha thakil aru nisado loi bht bht huvesha thakil

  • @pradipburagohain5395
    @pradipburagohain5395 หลายเดือนก่อน +1

    Oti hundor uposthapon , Aisengpha Sister .......
    Homoyar Hod Byabohar .
    Pradip Buragohain.

  • @kasturiburagohain4349
    @kasturiburagohain4349 5 หลายเดือนก่อน +2

    Eman val lagil Aichenfa interview tu..hosai Khagen Gogoi dangoriya ejon oti hohoj horol hosa ontoror manuh..aichengfa tumaloi ru tumar Jatra team loi Bhogali Bihur antorik xubhessa thakil..