BJP o toh bhal kotha koisil......sorkar noha agot....atiya..... BJP sorkar a beya hol......iyar pisot Congress sorkar jetiya ahibo..... Congress sorkar o beya hobo......tetiya Congress ko beya pabi.......agote toh Congress sorkar asil.....iman bosor.....tar pisot BJP sorkar kiyo bonale public a.........polician bur sob akei...... prothomote thikei thake tar pisot...... selfish hoy......😂😂😂
সুন্দৰ অসম গঢ়াৰ পৰিকল্পনাৰে আপুনি আগবাঢ়ি যাওক তাৰ আশাৰে।ভাল চিন্তাশক্তি ও দূৰ্নীতি মুক্ত ৰাজনৈতিক ব্যক্তিয়ে যি কোনো সমস্যা সমাধান সূত্র আৱিস্কাৰ কৰিবলৈ সক্ষম হয়। আপোনাৰ সেই শক্তি আছে বুলি অনভৱ কৰো। আশা কৰো অসমৰ বহুত সমস্যা আছে সেই সমস্যাৰ সূত্র উলিয়াব পাৰিব।
মোৰ ও এনেকুৱা interview বোৰত গৈ কথা কব মন যায় । লগতে বাইদেউ আপুনি আমাৰ মাজত বেছিভাগ অচিনাকি মানুহৰ লগত কথা পতা video দিয়ে আৰু তাৰ পৰা বহুত খিনি শিক্ষা ও লাভ কৰোঁ তাৰ কাৰণে আপোনাৰ ধন্যবাদ।
Mr.Gogoi the future of Assam needs you, your leadership. Good Luck. We have a request please keep an watch on bhupen bora his Activities are suspicious.
2026 ৰ অসমৰ মূখ্যমন্ত্ৰী জন।ইমান নম্ৰ-ভদ্ৰ,উচ্চ শিক্ষিত, সংস্কাৰী লোক।কোনো অহংকাৰী কথা নকয়।BJP ৰ অহংকাৰী কেইজনমানে গৌৰৱৰ পৰা বহুত শিকিবলগা আছে।পুনৰবাৰ অসমৰ পৰৱৰ্তী মূখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক আগতীয়াকৈ শুভেচ্ছা জনালোঁ।
বহু ৰসাল কথা কোৱা আৰু হুধা বাবে অনুষ্ঠান টো ভাল লাগিল
100% Right BJP r 90% ahonkari aru corrupted
Upcoming CM
BJP o toh bhal kotha koisil......sorkar noha agot....atiya..... BJP sorkar a beya hol......iyar pisot Congress sorkar jetiya ahibo..... Congress sorkar o beya hobo......tetiya Congress ko beya pabi.......agote toh Congress sorkar asil.....iman bosor.....tar pisot BJP sorkar kiyo bonale public a.........polician bur sob akei...... prothomote thikei thake tar pisot...... selfish hoy......😂😂😂
Good
গৌৰৱ গগৈ Next CM
Set buliye kolu aru
Koni tu @@ধেৎতেৰি07
@@ধেৎতেৰি07Profile Radha-Krishnan Kotha hun na tar. RSS r members Jen lagise
@@Humsafar-GRSS e dekhun okol Hindu kotha k koi thake 😂..tahati h okol hindu jeniba
@@ধেৎতেৰি07হিন্দু বাংলাদেশী নাইবা কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াই এনেকৈ কয়।
বহুত ভাল লাগিল। গৌৰৱ গগৈক আমাৰ অসমৰ C M হিচাবে বিচাৰো ।💛👍
গৌৰৱ দা নমস্কাৰ। বহুত বহুত শুভেচ্ছা থাকিল।
গৌৰৱ গগৈ তিনিবাৰৰ মূখ্যমন্ত্ৰীৰ পুত্র হৈও গুৱাহাটীত এডোখৰ সামান্য মাটি আৰু এটা সাধাৰণ ঘৰৰ বাহিৰে আন একো সম্পত্তি নাই।এজনে তিনিবছৰ মূখ্যমন্ত্ৰী হওঁতেই তেওঁৰ পৰিয়ালে অসমৰ আধা মাটি সম্পত্তি কিনি পেলালে।বাকী সিদ্ধান্ত ৰাইজৰ।জয় আই অসম।
@@bakulboruah2026 420 gazetted keita kar candidate aasil ba
Right 100
@@sharbeshali7296 obviously aali will reply 😅
Hsa koise dei
Rokhal kotha kuwa easy baat.......kaam kori practically dekhuwatu tan.....iman easy nohoy.........aitu koribo lage...aitu hobo lage....aitu huwa usit....aibur purani kotha........
অসমৰ next CM গৌৰব গগৈ. 2026
Yes
গৌৰৱ গগৈৰ ভবিষ্যতে অসমৰ মুখ্যমন্ত্ৰী হ'ব।👍👍👍👍👍
বহুত বহুত বহুতেই ভাল লাগিল ৷ গৌৰৱ গগৈৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ ৷৷
গৌৰব গগৈ য়ে বৰ সুন্দৰ কথা কয় , ❤❤❤
গৌৰৱ গগৈ দাদাক দেখিলে আমাৰ মৰমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱক দেখা পাও।
Right
Sarbanas😢😢😢😢
যদি অনাগত দিনত কেন্দ্ৰত কংগ্ৰেছ দলৰ চৰকাৰ হয় গৌৰৱ গগৈয়ে নিশ্চিত ভাৱে এক শক্তিশালী কেবিনেট পদ লাভ কৰিব ।
সুন্দৰ অসম গঢ়াৰ পৰিকল্পনাৰে আপুনি আগবাঢ়ি যাওক তাৰ আশাৰে।ভাল চিন্তাশক্তি ও দূৰ্নীতি মুক্ত ৰাজনৈতিক ব্যক্তিয়ে যি কোনো সমস্যা সমাধান সূত্র আৱিস্কাৰ কৰিবলৈ সক্ষম হয়। আপোনাৰ সেই শক্তি আছে বুলি অনভৱ কৰো। আশা কৰো অসমৰ বহুত সমস্যা আছে সেই সমস্যাৰ সূত্র উলিয়াব পাৰিব।
অহংকাৰহীন চহা ৰাজনিতীবিদ,ভবিষৎ ঈশ্বৰে সহায় কৰক।
২০২৬ ত অসমৰ মুখ্যমন্ত্ৰী হোৱাতো ১০০% নিশ্চিত দাদা
Leu leu leu 😅😅😅
ইমান সহজ সৰল ভাবে কথা বিলাক কয় আগলৈ তেওঁ সদায় এনেকৈ ভাল কাম কৰি যাওঁক চিন্তা ধাৰা বিলাক সদায় ৰাইজৰ হৈ মাত মাতি যাওঁক আশীৰ্বাদ জনালোঁ 🙏 গৌৰৱ গগৈ জিন্দাবাদ
মোৰ বোধেৰে এই বছৰৰ যোৱা সাংসদ হিচাপে নিৰ্বাচিত হোৱাত বিশেষকৈ তিনিটা কৃতিত্বয়ে সাংসদ পদত অধিষ্ঠিত হ'ল। ইয়াৰ প্ৰথম কৃতিত্ব হ'ল স্বৰ্গীয় তৰুণ গগৈ দেৱৰ ভাৱ মূৰ্ত দ্বিতীয়তে যোৱা সময় চোৱাত দেখুওৱা সংসদৰ মজিয়াত কৃতিত্ব আৰু তৃতীয়তে শিক্ষাগত যোগ্যতা লগতে শান্তি প্ৰিয় ভাৱ মূৰ্ত প্ৰকাশ ভংগী।
সহজ সৰল মনৰ ব্যক্তি গৌৰৱ গগৈ।
আপুনি সচাকৈ ইমান মূল্য বান যিটো আপুনাৰ ভগবান ৰ দান। চাৰৰ য়েনেদৰে খং নুঠে আপুনাৰো উঠা দেখা নাই। কি অমূল্য দান অসমে পালে। আমি সকলোৱে শুভেচছা জনাইছো পৰবতী মূখ্য মন্ত্রী হিচাপে পাও।।।
আপুনি এটা কথাই মনত ৰখা উচিত যে ইমান দাঙৰ মানুহ ৰ লগত কেনেকৈ কথা কব লাগে ! গৌৰৱ গগৈ আমাৰ গৌৰৱ
Love from Jorhat ❤❤... গৌৰৱ গগৈ জিন্দাবাদ ❤👍
Dhruv rathee ❤like
😂😂😂😂1 present o nhy😂
Kun hetu
নম্ৰতা ভদ্ৰতা শিষ্টতা যেনিবা গৌৰৱ গগৈ ডাঙৰীয়াৰ ভূষণ। এই বোৰে তেখেতক বহু দূৰলৈ আগুৱাই লৈ যাব বুলি মোৰ বিশ্বাস। ❤
অখিল গগৈ দা মেডিয়াৰ আগত কেতিয়াবা দলৰ ভিতৰুৱা কথাবোৰ যি তি কৈ দিয়ে,আপুনি অখিল দা ৰ লগত আলোচনা কৰিব ।কিয়ানো আপোনালোকে মিলিজুলি ইলেকচন খেলিলে।ধন্যবাদ ।সাহসৰে আগবাঢ়ি যাওক ।
সুন্দৰ ব্যক্তিত্বৰ অধিকাৰি এজন ৰাজনীতিবিদ । সকলো সময়তে ভদ্ৰ ভাবে কথা পাতে ।
এনে কথা বিলাক শুনি বৰ ভাল লাগে। এনে আলোচনা হ'ব লাগে। আগুৱাই লৈ গৈ থাকক। আৰু চাই গৈ থাকিম।
Gaurav sir bohut bohut val lagil apunar sinta dhara bor dekhi.. 🎉🎉❤❤❤
বৰ্তমান মই বিজেপিৰ saport কিন্তু মই গৌৰৱ গগৈ ডাঙৰীয়াক বুহত ভাল মানুহ
এদিন nisoi CM হোৱাতো খাটাং 💪💪💪💪💪💪
2014 মডেলৰ স্কৰপিঅ এখন বাদ দি গৌৰৱ গগৈৰ বেলেগ গাড়ী নাই, এওঁৰ মাক সাধাৰণ ফ্লেট এটাত থাকে,, বৰ সহজ সৰল মানুহ এওঁ
অতি সুন্দৰ interview । বৰ ভাল লাগিল ।
My favorite politician
বহুত বিচক্ষণ ব্যক্তিত্বৰ অধিকাৰী গৌৰৱ গগৈ দাঙৰীয়া। ভাল লাগিল।
গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী❤❤❤
As a political leader Gaurav Gogoi ajan val manahu❤❤❤
Bhal manuh bhal sanskar👍
Great man
And Great work
❤🎉🎉 বহুত ভাল লাগিল । বহুত বহুত শুভেচ্ছা জনায়ছো
Mur bobut besi bhal loga ajon Byokti..bobut bhal lage Gourab Goigoik ...hodai bhalei thakok ru hodai bhal kaam kori jauk homajor krne ..God bless you sir 🙏🙂❤❤❤
গৌৰৱক দেখিলে প্ৰয়াত তৰুণ গগৈ চাৰলৈ মনত পৰে ৷২০০১ চনত প্ৰথমবাৰ মূখ্যমন্ত্ৰী হোৱাৰ সময়ৰ কথা পাণ্ডু দলঙ পাৰ হৈ বহুতো জনসাধাৰণে তেখেতক চাবৰ বাবে ৰাস্তাৰ দুয়ো কাষে হাতে হাতে ফুল গামোচা লৈ ৰৈ আছিল ৷তাৰ মাজতে এটি দৃশ্যই সকলোৰে অন্তৰ চুই গৈছিল ৷এটি ৫/৬ বছৰীয়া কণমানিয়ে হাতত গামোচা এখন আগবাঢ়ি আহিল ৷পিন্ধাবৰ বাবে ঢুকি নেপায় ৷গগৈচাৰে লৰাটিক দাঙি লৈ গামোচা পিন্ধাবলৈ দিলে আৰু সেই গামোচা খনেৰে কণমানিটোৰ ৰদত ঘামি থকা মুখখন মোহাৰি ও দিলে ৷ আমি টিভিত প্ৰতক্ষ্য কৰিলো ৷আজিও পাহৰিব পৰা নাই সেই দেৱদূতৰূপী মূখ্যমন্ত্ৰীজনৰ এটি সৰু কথা ৷ তেখেতৰ সুযোগ্য সন্তান গৌৰৱ ও আমাৰ গৌৰৱ ৷
আমি অনাগত দিনত গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হিচাবে বিচাৰো। মই সাক্ষাৎকাৰ চাওঁ চৰাইদেউ সাপেখাতি বালিখেতীয়া গাঁও।
😢😢😮😢😢😢
Gorob gogoi jindabaad
So humble...so honest❤❤❤ bhori tu matit rakhibo bisaru....ahonkar bhab tu jen ketiya o naahe.. .so real ❤❤❤❤
Gaurav gogoi ❤m j kimn wait kre asu interview ❤sabole
মোৰ ও এনেকুৱা interview বোৰত গৈ কথা কব মন যায় । লগতে বাইদেউ আপুনি আমাৰ মাজত বেছিভাগ অচিনাকি মানুহৰ লগত কথা পতা video দিয়ে আৰু তাৰ পৰা বহুত খিনি শিক্ষা ও লাভ কৰোঁ তাৰ কাৰণে আপোনাৰ ধন্যবাদ।
Bohut hundor❤❤
This is what we want
Assam is no way far to be known as one of the developed state of India .
Such a clear vision ,hats off to you Sir
The great person of Assam ❤❤
মই দেৱব্ৰতৰ সৈতে একমত।কিন্তু এইখন চৰকাৰযে সাম্প্ৰদায়িকতাৰ বীজ ৰূপণ কৰাতহে বেছি আগ্ৰহী তাত কোনো দ্বিমত নাই।দেৱব্ৰতৰ মুখত আমাৰ পুৰুধা ব্যক্তিসকল, আমাৰ গল্প উপন্যাস চিনেমা ভাষা সকলো সামৰি কৰা আলোচনাটি শুনি খুউব ভাল লাগিল। অভিধানৰ দ্বিতীয় সংস্কৰনটি সোনকালে ছপাশালৰ পৰা ওলায় আহক।শুভেচ্ছা থাকিল।দেৱব্ৰতৰ পৰা আৰু বহুত কিবা আশা কৰিলো। অঞ্জুমাক ধন্যবাদ এটা ধুনীয়া podcast উপহাৰ দিয়াৰ বাবে।
হিমাশ্ৰীৰ কথনশৈলী বৰ সুন্দৰ। উপস্থাপন শৈলী ভাল। তোমাৰ অনুস্থান বৰ ভাল লাগে।
কিছুমান অন্ধ ভক্ত লোকে গৌৰৱ গগৈ ডাঙৰীয়াৰ উত্তান দেখি খুব জ্বলে কিন্তুু গগৈ ডাঙৰীয়া এজন নম্ৰ ভদ্ৰ মানুহ তেওঁ ৰাজনৈতিক ভাৱে যোগ্য ব্যক্তিত্যৰ কাৰণে অসমৰৰাইজে এইবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে । গৌৰৱ গগৈ ডাঙৰীয়া জিন্দা বাদ ।
😢😢😢😢😢
Mr.Gogoi the future of Assam needs you, your leadership. Good Luck. We have a request please keep an watch on bhupen bora his Activities are suspicious.
হাতৰ মুদ্রাবিলাক সচাই দেউতাকৰ নিচিনা কাকো চাৰে আঙুলি টোৱাই কথা কোৱা নাছিল পুত্র য়ো বতমান তেনেকুৱা দেখা পাইছো কিন্তু বতমান মুখ্যমন্ত্রী য়ে বিষয়া, পুলিছ, ইত্যাদি সকলোকে তেওঘৰৰ লগুৱাৰ দৰে কথা কয়।
Aji kali r jone sb njor control t rakhibo bisare
We are extremely happy to your Chanel due to interview Hon'ble Gaurab gogoi....prominenet Leader of India .
Next cm gaurov gogoi
গৌৰৱ গগৈ আপুনি যাতে সদায় এনেকৈ থাকে ❤
সোন ফুলিলে উজ্বল হয় ,বি জে পি ৰ জুয়ে গৌৰব গগৈ ডাঙৰিয়াক উজ্বল কৰিলে, তেওঁৰ পিতৃৰ ব্যক্তিতয়ো বহ্নত সহায় কৰিলে ।
🎉🎉🎉 great talk about social media........joy ai akhom
মাননীয় গৌৰব গগৈ মোৰ। কাৰাটে। এজন। বিশেষ। ব্যতিক্ৰমী। ব্যক্তি। ৰাইজৰ। কাম কৰোতা। তেখেতৰ কাৰানে মই। লিখি যাম জনা তাৰ। দুৱাৰে দুৱাৰে। গায়। যাম। আপোনাৰ। গান
বৰ সুন্দৰ কথাবোৰ ।আমাৰ অসমৰ গৌৰৱ ।
Gourob Gogoi is king of Assam ❤
Gaurav Gogoi ❤
Podcast anusthanot gourab gogoi suror kotha bilak huni khubaí 48:31 val laga thankyou sir àpunàr dirghayow kamona korílu
গৌৰৱ গগৈ ❤ জিন্দাবাদ
Gaurav jindabad
সীমাশ্ৰী তোমাৰ interview চাই বহুত ভাল লাগে।
সীমাশ্ৰী নহয় হে হিমাশ্ৰীহে 😅😅😅😂😂😂😂
Gaurav Gogoi is the best, most successfull, most popular and the longest served Chief Minister of Assam ❤
Our Next CM #gauravgogoiasm❤
Next cm gaurav gogoi
I am proud for your positive reply .God bless you and long live.from golaghat.
EVM ক লৈ দিয়া ধনাত্মক উত্তৰটো খুবেই সন্তুোষজনক ☺️ অনাগত সময়ত অসমৰ মুখ্যমন্ত্ৰী হিচাপে দেখা পোৱাৰ আাশাৰে .....
Love from naharkatia ❤❤❤❤❤
May God bless him for 26 chief minister
Bhal lagil ❤❤❤❤❤
তেখেত সদায় প্ৰিয় ❤️
Bohut vaal lagil❤❤❤
Great Inspiration❤
অসমৰ next CM গৌৰব গগৈ, 2026 🎉
Congratulations...🎉 Looking forward...
Next CM Of Assam❤❤❤
বশহূত ভাল লাগিল পুনৰ সোনকালে এইখন তে।।।
Good Gourav Dada MashaAllah
Very positive personality Gaurav Gogoi. Very good conversation.
Inspirable and also constructive discussions.....
Congratulations sir your valuable feedback speech.sir your life long live.
এনেএজন সহজ সৰল মানুহক বেয়া পোৱাতোও টান !
ভাল লাগিল🙏🙏🙏👍👍👍
এটা কথা সঁচাকে কৈছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰতি সপ্তাহত মাতিব। বহুত ভাল লাগে
Simple living high thinking .Gourav Gogoi jindabad .
Gaurav Gogoi future cm of Assam.
I was a Voter of Gaurav Gogoi ❤ ( Deserving Candidate)
Gourove Gogoir pora prokrit gyan lave koribo parisu.Haxyatkarti khuove bhal lagil. ___D. Kaman
Next CM গৌৰৱ গগৈ ❤❤❤
Gaurav Da aapunak bhut vl lage aapunar ktha bur huni vl lagil dei❤️😊
Future CM of Assam.......Going to be a good statesman in future ❤
Bohut val lagil ❤
Mr Gaurav Gagoi is one' of the finest sincere polite intelligent leader ever produced. He should be next CM.
One of the best podcast ❤
Fun podcast ..such a gentleman
Bahut vl lagill kathabur huni ajjir gorab gogoi namra vadra 🎉
Mojja lagil ❤❤❤❤❤❤❤
Nxt assam r CM Gowrav Gogoi
Himashree Ba, apuni Jorhat r buli janibo pari bohut val lagil,Love 😘 from Jorhat and Long live for JSS❤
Enjoyed the interview ❤❤❤😊