মই সিহতক সৰুতে বিচৰা একো বস্তুৱেই দিব নোৱাৰিলোঃ

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ต.ค. 2024
  • মই সিহতক সৰুতে বিচৰা একো বস্তুৱেই দিব নোৱাৰিলোঃ কেমেৰাৰ সন্মুখত উচুপি উঠিল মৃণালিনী দেৱী...

ความคิดเห็น • 404

  • @kankana8552
    @kankana8552 ปีที่แล้ว +54

    ইমান ভাল লাগিল আইতা আপোনাক। আপোনাৰ সন্তান বাবে আজি হিমন্ত বিশ্ব শৰ্মা হল আজিৰ সময়ত। এনে মাতৃ পোৱাটো সৌভাগ্য

  • @tanmaysarmaunique5344
    @tanmaysarmaunique5344 ปีที่แล้ว +83

    মই বৰ্তমান বহুত অভাব পাই আচু । লগৰবোৰক দেখি নিজকে বহুত অভাবী যেন লাগে । এদিন প্ৰয়োজনীয় সকলো কৰিম আৰু আনৰো সহায় কৰিম ।

    • @padminiborah5570
      @padminiborah5570 ปีที่แล้ว +8

      Bhagwan hodai tumak ashirwad koribo

    • @Jieun...777
      @Jieun...777 ปีที่แล้ว +5

      Right

    • @BharatiBorthakur-os4vc
      @BharatiBorthakur-os4vc 2 หลายเดือนก่อน

      Mur votija suali Joni sakori nuhua Lora lgt bia hoi dukh durgoti limit nikia hol....votija Joni double graduate .... supervisor sakori tu dim dim buli nidile ....tution Kori pua Toka keita sakori namot aei gol supervisor.. husband aew bóhut kosto die , physical and mental vabe okhanti die...respected sir suali Joni r olp mongol khadhona korok suali Joni r upokar khadhi...🙏

    • @gunguninassam5871
      @gunguninassam5871 2 หลายเดือนก่อน

      Moi u bhabu apunar dore ...bohut khini abhabor majot dangor hoisu sakori atar bohut poyujon ma deutar abhab dur korar logot a aan abhabi manuhok jate hohai r hat agbohabo paru take bhabi kiba ata koribo sesta kori axu nijoke bhorokha d kintu ktyaba kisuman poristhiti ahe j Bhangi poru moi ,anekua lage j mur bhal din likha ase ne jibonot ...akou nijoke bujai porha teblt bohu😢.

  • @BimalaKonch
    @BimalaKonch 3 หลายเดือนก่อน +3

    মা আপোনালৈ কোটি কোটি নমস্কাৰ 🙏 ভগৱানে আপোনাক আৰু শক্তি দিয়ক।

  • @rashmiborah1103
    @rashmiborah1103 ปีที่แล้ว +37

    বৰ্তমান সময়ৰ বাবে এটি সুন্দৰ সাক্ষাৎকাৰ বহুত ভাল লাগিল 🙏🙏🙏

    • @bogadhargohain3420
      @bogadhargohain3420 ปีที่แล้ว

      AW byy 😡😁xD

    • @lalitabora912
      @lalitabora912 ปีที่แล้ว +1

      xomax kori jura ai tumi nisikoni geet kintu xoixobor

    • @lalitabora912
      @lalitabora912 ปีที่แล้ว +1

      he !probhu eshor tumi kot asa now Iam kintu anok tution kori kori he ahiasu and show rosito kobita juniyr bos xobo ortho bisari bisari milai di ahiasu dher my show rosito kobita diasu xirunam onyny aru onynya

  • @atikulislam6579
    @atikulislam6579 ปีที่แล้ว +5

    ভাল লাগিল সাক্ষাৎকাৰটি । অনুপ্ৰেৰণাদায়ক । 🙏

  • @kuntaladevi6378
    @kuntaladevi6378 ปีที่แล้ว +6

    ভাল লাগিল, সেৱা জনালোঁ 🙏🙏

  • @KusumprovaBuragohain-rt1qg
    @KusumprovaBuragohain-rt1qg ปีที่แล้ว +33

    আই আপুনি মহিয়সী নাৰী ।
    ধন্য,ধন্য আপোনাৰ জন্ম ।
    হে সুপুত্ৰ জন্ম দায়িনী মাতৃ , আপোনাৰ সু-স্বাস্থ্য ,দীৰ্ঘায়ু
    কামনাৰে প্ৰণাম জনাইছোঁ ।

  • @MiraDevi-f2g
    @MiraDevi-f2g ปีที่แล้ว +15

    বহুত কষ্টৰ মুৰত সুখ পাইছে।বহুত ভাল লাগিল।

  • @anitadevi6061
    @anitadevi6061 ปีที่แล้ว +51

    ধন্য তুমি মাতৃ,জননী, তোমাৰ আদৰ্শৰে সন্তানক সফল কৰিলা।সেয়ে জনালোঁ শ্ৰদ্ধা সহকাৰে ধন্যবাদ তোমাক মাতৃ।🙏

    • @lalitabora912
      @lalitabora912 ปีที่แล้ว +1

      siro senehee bhaxa jononir my matri zodiyu you ars 4/four sons zodiyu dr himonto bishocorma is very bed boy kotha ase dher at fast my daughtr roshmi borah joma diye all docoments for posting sub;social science 60% b.a. with m.a and b.a b.T 42% ronjon bordoli is runnig contract ual teacher zodiyu 60% roshmi borah with tet pass zodiyu no posting khatir nai my cubhakangkhi all matri gute bohut cayu borociboi aru borociboi bohut ase my cadhu purux ba arceebad di ahi asi koise nomu nomu narayno proconno hoyuko hori apunar mohimako apuni prokaco koriya jeeboko koriyu yudharo ami cobe mili corai ag bohay ahiasilu zodiyu punor ghucona koriase at pementu bos comajoli ag bohay asu zodiyu koiase buyse bap apunar aigorakee ba bohut socisl worker and iam runnig worki g

    • @lalitabora912
      @lalitabora912 ปีที่แล้ว +1

      my runnig preyd zodiyu iam working only one in my house and iam grihinee zodiyu bos cooking koru 3 p.m all day and night i am worki g zodiyu sleeping 10 p.m

    • @lalitabora912
      @lalitabora912 ปีที่แล้ว +1

      ba ajiloike tumar moromor himu dai cooking cooking cookung .cooking kori ahiasil one moyh 4 bar aru cooking kore ba we are boath girl and boy bos ruti and bhajee ba bohut dhuniya

    • @lalitabora912
      @lalitabora912 ปีที่แล้ว

      we. are all cooking girls and cooking boys khatir nai

  • @asharanidas6723
    @asharanidas6723 ปีที่แล้ว +12

    ধন্য আপুনি মাতৃ, ধন্য আপোনাৰ গৰ্ভ। আপুনি বহুত সৌভাগ্যশালিনী । প্ৰণাম আপোনাক।

  • @reetamishra6170
    @reetamishra6170 ปีที่แล้ว +6

    বৰ ভাল লাগিল, আদৰ্শ মাতৃ। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু আপোনাক প্ৰণাম জনাইছোঁ 🙏

  • @utpalbaruah6968
    @utpalbaruah6968 ปีที่แล้ว +5

    আপুনি সচাই এগৰাকী আর্দশবান, মৰমীয়াল, যথেষ্ট জ্ঞানী আৰু সকলো গুনৰ অধিকাৰী মাতৃ, নিজৰ মাৰ দৰে লাগিল, বর্তমান সময়ত প্রতিগৰাকী মাক আপোনাৰ দৰে হলে সমাজত হৈ থকা বহু উশৃঙ্খলতা কমিলে হেতেন, শেষত বহুত বহুত শ্রদ্ধাৰে সুখী আৰু দীর্ঘায়ু কামনা কৰিলো ।

  • @sumantadey7718
    @sumantadey7718 ปีที่แล้ว +14

    এজন প্ৰকৃত মাতৃৰ দায়িত্ব পালনত তেখেত ১০০% সক্ষম !

  • @ashimbhattacharjee3042
    @ashimbhattacharjee3042 ปีที่แล้ว +6

    আইতা আপোনাৰ কথাখিনি শুনি বহুত আবেগিক হলো।😢😢

  • @ddhemali2.040
    @ddhemali2.040 ปีที่แล้ว +13

    বহুত কথাই শিকিলোঁ আই গৰাকীৰ পৰা।
    তেওঁৰ অন্তৰখন খুবেই বহল।

  • @dhrubajyotisarma9035
    @dhrubajyotisarma9035 ปีที่แล้ว +11

    এগৰাকী সফল মা, এক বাৰ্তা বহনকাৰী সাক্ষাৎকাৰ

  • @debajitphukon9720
    @debajitphukon9720 ปีที่แล้ว +33

    মা আপুনি অসমৰ এগৰাকী মহান মাতৃ ৷আপোনাক আমাৰ সকলো মাতৃয়ে অনুসৰণ কৰা উচিৎ ৷

  • @mriduldutta8000
    @mriduldutta8000 ปีที่แล้ว +28

    সঁচাকৈ বহুত ভাল লাগিল চাই। মাজতে কেইটামান কথাত আৱেগিক হৈ পৰিলোঁ। সঁচাকৈ তেওঁ এগৰাকী সফল মাতৃ। তেওঁক দূৰৰ পৰাই প্ৰণাম জনাইছোঁ।❤

    • @lakhi1269
      @lakhi1269 ปีที่แล้ว +1

      বহুত ভাল লাগিল। সুন্দৰ সংস্কাৰ দিছিল সন্তানসকলক, সেৱা ধৰিলো,, 🙏উত্তৰ গুৱাহাটীৰ পালনামত আই মাতৃ গৰাকীৰ লগত কথা পাতিছিলো। আৰু ফটোও উঠিছিলো।বহুত সুন্দৰকৈ শাস্ত্ৰৰ তত্ত্বমূলক ভাষণ দিছিল।

  • @sabitrisvlog721
    @sabitrisvlog721 ปีที่แล้ว +23

    মা আপুনি বহুত ভাগ্যৱান । সেৱা জনালোঁ আপোনাক, সছাকে আপুনি মাতৃ সেৱাৰ যোগ্য।

    • @worldfans20
      @worldfans20 ปีที่แล้ว +1

      ভাইগভান নহৈ ভাইগভান বনাব লাগে

  • @shyamaliburagohain6665
    @shyamaliburagohain6665 ปีที่แล้ว +2

    ভাল লাগিল কথাখিনি শুনি। শিকিব পাৰিলো বহু কথা। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছো।

  • @tanmaysarmaunique5344
    @tanmaysarmaunique5344 ปีที่แล้ว +40

    অভাব লাগে মানুহক । মই সচা অৰ্থত বুজি পালো । ধন্যৱাদ আইতা ।

    • @prasannabora7644
      @prasannabora7644 2 หลายเดือนก่อน

      Umm....Tumar atia ji obhab hoise....aru obhab houk...tarei kamona😂

  • @kalpanahazarika7631
    @kalpanahazarika7631 ปีที่แล้ว +2

    বহুত ভাল লাগিল।আই প্ৰণাম।

  • @junumonisaikia2500
    @junumonisaikia2500 ปีที่แล้ว +6

    আপুনী সফল মাতৃ মাঁ ।সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ ।

  • @charudevromaisaikia726
    @charudevromaisaikia726 ปีที่แล้ว +4

    ভাল লাগিল wait for next

  • @hemantaphukon7578
    @hemantaphukon7578 ปีที่แล้ว +16

    এগৰাকী সফল মাতৃ । ধন্যবাদ ।

  • @palashpratim2809
    @palashpratim2809 ปีที่แล้ว +2

    ম‌ই আৰু মোৰ পুত্ৰ‌ই যদি আপোনাৰ দ্বৰে আটাইতকৈ সৌভাগ্যশীল মাতৃ পালোহয় যদি , কাৰণ ম‌ই আপোনাক মোৰ মাৰ মা , মানে মোৰ আইতাৰ দ্বৰেই দেখিবলৈ পাইছো । ধন্য এনে মাতৃ হে ‌ঈশ্বৰ । 😢😢😢

  • @assamboyjt3126
    @assamboyjt3126 ปีที่แล้ว +1

    শুনি বহুত ভাল লাগিল।
    ধন্যবাদ মাতৃ

  • @barbaligirlshighschool1942
    @barbaligirlshighschool1942 ปีที่แล้ว

    ধন্য মাতূ। বহুত ভাল লাগিল। পৰমপিতাই কুশলে ৰাখক

  • @anjalimoran8578
    @anjalimoran8578 ปีที่แล้ว +3

    মাতৃক পুত্ৰৰ সফলতায়ে কোনো পৰিবৰ্তন আনিব পৰা নাই। সেই তাহানিৰ মাতৃই তেওঁ আজিও। বহুত ভাল লাগিল সাক্ষাৎকা টো চাই। এনে সাক্ষাৎৰ আগলৈও চাবলৈ আশা থাকিল।

  • @bantilaskar1354
    @bantilaskar1354 ปีที่แล้ว +18

    সহস্ৰ কোটি প্ৰণাম পুণ্যৱতী মা,আপোনালৈ। long live you.❤❤❤

  • @pranoykumar5712
    @pranoykumar5712 ปีที่แล้ว +14

    Hats off to Sharma Family, we should learn from this❤

  • @madhusmitamedhi4964
    @madhusmitamedhi4964 ปีที่แล้ว +30

    এগৰাকী সফল আৰু সৌভাগ্যবান মাতৃ।। ❤

    • @lalitabora912
      @lalitabora912 ปีที่แล้ว +3

      bohut gunowti matre zodiyu bos singer ?

  • @mridusmitabarman4903
    @mridusmitabarman4903 ปีที่แล้ว +18

    এগৰাকী সফল মাতৃ 🙏🙏🙏

  • @hirakgoswami2592
    @hirakgoswami2592 ปีที่แล้ว +17

    Excellent interview.... Everyone should watch... This interview conveys a great message....

  • @ankurrabayan7518
    @ankurrabayan7518 ปีที่แล้ว +10

    মাতৃ দেৱীৰ অন্তৰ খন সাগৰৰ দৰে সঈমআসঈন।

  • @sumandasgupta5322
    @sumandasgupta5322 ปีที่แล้ว +6

    Excellent interview! Salute to the proud mother!🙏 Her philosophy of life is so practical and scientific! No wonder she has successfully mothered such illustrious sons including one of the most popular and influential CMs of India! Bravo!

    • @lalitabora912
      @lalitabora912 ปีที่แล้ว +1

      ai tumar lora himonto ba bohut beya karon mukhosto nai korotolo komolo komolo dolonoyno bhobo dobo gohono bon xoyno

  • @khanindradeka9641
    @khanindradeka9641 ปีที่แล้ว +2

    ভাল লাগিল অনুষ্ঠানটো চাই।মাকযে কেতিয়া লগ পাম। দেউতা সম্পৰ্কে কিছু জানিব মন আছিল।

  • @nilimagogoi276
    @nilimagogoi276 ปีที่แล้ว +17

    অভাবেই আবিষ্কাৰৰ মুল

  • @bimansaikia4305
    @bimansaikia4305 ปีที่แล้ว +6

    আপোনাৰ নম্মতা বাবে বহুত ভাল লাগিল ।

  • @dhrubajyotisarma9035
    @dhrubajyotisarma9035 ปีที่แล้ว +6

    আই ,আপোনালৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ।

  • @Bidbeast
    @Bidbeast ปีที่แล้ว +41

    লৰা ছোৱালী একে মাক দেউতাকৰ মনত।সৰুতে বেছিকৈ জকাই খং কৰা কথা কৈ বিদ্ৰোহী কৰে।লৰা ছোৱালীক সৰুতে বেছিকৈ জকাব নালাগে।জীৱনৰ বাটত যি খিনি শিক্ষা লাভ কৰিব সেই শিক্ষা এখন উপন্যাস পঢ়ি পোৱা শিক্ষাৰ কোনো গুণে কম নহয়।মাক দেউতাকৰ শিক্ষাৰ সমান কোনেও দিব নোৱাৰে।বিপদৰ সময়ত মাক দেউতাকৰ অন্তৰ কান্দে ।হাজাৰ জন মূৰ্খ বন্ধু থকাত কৈ এজন গীয়ানি শত্ৰু থকা বেছি ভাল। ধন্য বাদ।

  • @dipensaikia5794
    @dipensaikia5794 ปีที่แล้ว +1

    ধন্যবাদ জনালো আই।বৰ ভাল লাগিল আপোনাৰ বহুমূলীয়া পৰামৰ্শ মূলক ইন্টাৰভিউ ।সেৱা জনালোঁ আপোনাক লগতে দিঘায়উ কামনা কৰিলো।

  • @munindeka3213
    @munindeka3213 ปีที่แล้ว +1

    বহুত ভাল লাগিল, সাক্ষাৎকাৰটোই চাই

  • @nonihazarika1900
    @nonihazarika1900 ปีที่แล้ว +1

    ধন্যবাদ জনালো আই।সচাকৈয়ে সফল মাতৃ।

  • @minusaikia9795
    @minusaikia9795 ปีที่แล้ว +1

    ভাল লাগিল সেৱা জনালো।

  • @srassamvlog7962
    @srassamvlog7962 2 หลายเดือนก่อน

    ❤❤❤ আইতা ভালে থাকে যেন তাকে দুৱা কৰিছো ❤❤❤

  • @dipupatangia9860
    @dipupatangia9860 ปีที่แล้ว +3

    অতি সুন্দৰ।

  • @himanibarman9201
    @himanibarman9201 3 หลายเดือนก่อน +1

    বহুত বহুত ভাল লাগিছে ।❤

  • @rabitadeka1074
    @rabitadeka1074 2 หลายเดือนก่อน

    Bhal lagil kothakhini suni. God bless u

  • @abanikaneog8481
    @abanikaneog8481 ปีที่แล้ว +7

    সফল মাতৃৰ উদাহৰণ আপুনি।

  • @punakondutta7972
    @punakondutta7972 2 หลายเดือนก่อน

    বুহুত ভাল লাগিল আপোনাৰ নিচিনা সকোলো মা এনেকুৱা হওঁক

  • @HemantakumarDeka-c8i
    @HemantakumarDeka-c8i ปีที่แล้ว +15

    সফল মাতৃ🎉

  • @explorewithdiggu
    @explorewithdiggu ปีที่แล้ว +4

    Bahut kotha xikilu🙏🙏❤️❤️

  • @priyankaphukan6560
    @priyankaphukan6560 ปีที่แล้ว

    অতি আদৰ্শ ৱান মাতৃ ।তেখেতক প্ৰণাম জনাইছোঁ।🙏

  • @rimpiborah8167
    @rimpiborah8167 ปีที่แล้ว +2

    বহুত ভাল লাগিল।

  • @dipikagogoi-n1v
    @dipikagogoi-n1v ปีที่แล้ว

    ধন্য সঁ চাই মাতৃ । বহুত ভাল লাগিছে ।

  • @gitasaikiabora4260
    @gitasaikiabora4260 3 หลายเดือนก่อน

    Bhal lagil kathabor suni God bless u aita

  • @binagohain9329
    @binagohain9329 ปีที่แล้ว +1

    Bht vl lagil dhonyabad jonalu ako huniboloi essa ase Baideo

  • @mukulbaruah9755
    @mukulbaruah9755 2 หลายเดือนก่อน

    বহুত ভাল লাগিল.বহুত জানিলো

  • @mriduljx8769
    @mriduljx8769 ปีที่แล้ว +3

    সকলোতকৈ শ্ৰেষ্ঠ

  • @majanikalita6025
    @majanikalita6025 ปีที่แล้ว +19

    বেছি ধনী মানুহৰ ৰাতি চকুত টোপনি নধৰে।😊😊😊😊😅

    • @utpaldeka6306
      @utpaldeka6306 ปีที่แล้ว

      মহাশয় আপুনি হেইকণহে বুজিলে নেকি, ধন্যবাদ

    • @bishwajitborah6817
      @bishwajitborah6817 ปีที่แล้ว

      Mukesh ambanir tuponi dhore dekhun😮😮😮😮😮😮😮😮

  • @pradyumyakalita8394
    @pradyumyakalita8394 ปีที่แล้ว +4

    Valll Lagil Saiiii...
    🥰

  • @rupalibaruah5479
    @rupalibaruah5479 ปีที่แล้ว +6

    আই আপোনাক ইয়াৰ পৰাই সেৱা জনাইছো

  • @dharmendrachaudhury9703
    @dharmendrachaudhury9703 ปีที่แล้ว +7

    বৰমা সু-স্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলো❤

  • @taramaiphukan8785
    @taramaiphukan8785 ปีที่แล้ว +2

    মা আপোনী সৌভাগ্যৱতী। আপোনাক শত নমস্কাৰ। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।

    • @protimadutta2890
      @protimadutta2890 ปีที่แล้ว

      সেই পুলিছৰ সাজত থকা জন---ডকাইত হেন লাগে ।

    • @gupalsonowal6452
      @gupalsonowal6452 ปีที่แล้ว

      @@protimadutta2890 right...

  • @MintuKr-l5c
    @MintuKr-l5c 2 หลายเดือนก่อน

    🎉আপোনালৈ আশিবাদ আৰু মৰম যাছিলো

  • @mihirbarooah8451
    @mihirbarooah8451 ปีที่แล้ว +10

    কথাখিনি শুনি ভাল লাগিল বৰমা।আপোনাৰ দীঘায়ু’ কামনা কৰিলোঁ৷🙏💕

  • @naimaakhter710
    @naimaakhter710 ปีที่แล้ว +1

    Bht bht bht bht bhal lagil huni❤

  • @champaknath5690
    @champaknath5690 ปีที่แล้ว

    Bahut bahut Val lagise ❤❤❤❤❤❤❤ mon soi gol.

  • @santanuchanda122
    @santanuchanda122 3 หลายเดือนก่อน

    Khub bhal lagil, 😢chakur pani ulai gol, Amar protyek ghar gharor kahini, Amar MA sate anekuai acile, saral -soja ,Mahik mur ashesh sradhya aru pronam 🙏💕Amar MA sate kiman dukh sahibo loga hoicil, ji nahauk Pachat lora sate mak -dautak sukh dibo lage, Mahir sujogya putra sakalor pora sabor sikibo lage! ❤

  • @latumonisaikia6852
    @latumonisaikia6852 ปีที่แล้ว +1

    মাতৃগৰাকীলৈ প্ৰণাম জনাইছোঁ ।🙏🙏🙏

  • @chinamoniduwarirajkonwari9323
    @chinamoniduwarirajkonwari9323 ปีที่แล้ว +3

    বহুত ভাল লাগিল 🙏

  • @tulikalahkar4784
    @tulikalahkar4784 ปีที่แล้ว

    Kotha khini xuni bor val lagil, apunak Pranam jonalu

  • @trishnakalita4154
    @trishnakalita4154 ปีที่แล้ว +3

    আদৰ্শ আপুনি। সফল মাতৃ 🙏🏻

  • @preetirekhaborah7834
    @preetirekhaborah7834 ปีที่แล้ว +1

    Bht bhal lagil..emn xohoj xorol aaitajoni....

  • @subhasisborthakur9500
    @subhasisborthakur9500 2 หลายเดือนก่อน

    Val a thakok aita

  • @debasishghosh57
    @debasishghosh57 2 หลายเดือนก่อน

    আপুনি এজন সফল মাতৃ।আপোনালৈ শতকোটি নমস্কাৰ।

  • @ashimbhattacharjee3042
    @ashimbhattacharjee3042 ปีที่แล้ว +5

    অভাবেই আবিষ্কাৰৰ মূল।❤

  • @kashmiridas8667
    @kashmiridas8667 ปีที่แล้ว +5

    Bahut val lagise.

  • @bhargabdeka2429
    @bhargabdeka2429 ปีที่แล้ว +1

    Bahut vl lgil aji ai Vdo2 sai.

  • @GameshDawo-g4r
    @GameshDawo-g4r ปีที่แล้ว

    Real Mother.Thank so much.❤

  • @ChakradharSaud-qq1rj
    @ChakradharSaud-qq1rj ปีที่แล้ว +8

    Really a good interview for the present time.

  • @madahida
    @madahida ปีที่แล้ว +1

    Val lagile interviewtu xuni,,,💌💌love fro jarabari, Baksa

  • @bimaladas7604
    @bimaladas7604 ปีที่แล้ว +2

    ধন্য মাতৃ আপোনাক সশ্ৰধ্বা প্ৰণাম

  • @santanujaishreeram7582
    @santanujaishreeram7582 2 หลายเดือนก่อน

    সুযোগ্য সন্তানৰ এগৰাকী সুযোগ্য মাতৃ 🎉
    আপোনাৰ সু স্বাস্থ্য কামনা কৰিলোঁ

  • @sanjibdas506
    @sanjibdas506 ปีที่แล้ว +2

    হে মহান মাতৃ আপুনি সুস্থ হৈ থাকক

  • @pankajchetia2742
    @pankajchetia2742 ปีที่แล้ว +2

    Apuni adorkho akhomiya aru akhomor...apunar husaisthya kamona korilu...

  • @KishorkumarSaloi
    @KishorkumarSaloi ปีที่แล้ว +6

    আপুনি মহান

  • @pgoswami5378
    @pgoswami5378 ปีที่แล้ว +11

    সঁচাকৈয়েই কথাবাৰ্তাবোৰ শুনি
    বৰ ভাল পালোঁ। বহুত কথাই জানিলোঁ।

  • @beautyborah5118
    @beautyborah5118 2 หลายเดือนก่อน

    বৰ ভাল লাগিল

  • @SantanaChetia-s9w
    @SantanaChetia-s9w ปีที่แล้ว +3

    Nice Interview ❤❤❤

  • @bontibharali2918
    @bontibharali2918 ปีที่แล้ว +1

    Bohot bhal lagil Aita.Abhabe hosak manuhok strong kori tule.Mak hodai maak hoie thake❤

  • @Victoriaebyt
    @Victoriaebyt ปีที่แล้ว +7

    She is so sweet. ❤great episode. Very progressive women and so smart. ❤

  • @lnl6069
    @lnl6069 ปีที่แล้ว +1

    Bahut val lagil. Apunar Kotha bur jani khuni...

  • @DulalKalita-k2p
    @DulalKalita-k2p ปีที่แล้ว +5

    🙏🙏🙏 hodai vala thkok apuni.

  • @rtlamd3507
    @rtlamd3507 ปีที่แล้ว +1

    Salute From my Heart .

  • @creativesoulP
    @creativesoulP ปีที่แล้ว +5

    Eigoraki swonam dhanya matrik xotokouti pronam 🙏🙏🙏

  • @gunajitpathak536
    @gunajitpathak536 ปีที่แล้ว +7

    হে মাতৃ আপোনাক প্ৰনাম🙏❤️

  • @jurikalita9362
    @jurikalita9362 ปีที่แล้ว

    Interview tu khub sundor hoise... Khub vl lgil sai..

  • @arabindodas2009
    @arabindodas2009 หลายเดือนก่อน

    luckey. and. great Maa