TALKSHOWৰ মাজতে ব্যক্তিগত আক্ৰমণ ৰূপজ্যোতি কুৰ্মী-শৃংখল চলিহাৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ค. 2021
  • ▶️ NKTVৰ ষ্টুডিঅ'ত অভাৱনীয় পৰিৱেশ
    ▶️ TALKSHOWৰ মাজতে ব্যক্তিগত আক্ৰমণ ৰূপজ্যোতি কুৰ্মী-শৃংখল চলিহাৰ
    ▶️ কোনে কাক 'পাগল' আখ্যা দিলে?
  • บันเทิง

ความคิดเห็น • 3.6K

  • @hungryboys4057
    @hungryboys4057 3 ปีที่แล้ว +57

    ৰূপজ্যোতি কুৰ্মী য়ে কাৰো কথা নুশুনে এনে আবুল তাবুল বকি আছে তেওঁ এজন প্ৰকৃত মানসিক ৰোগী।

    • @user-ko8pk8fr6q
      @user-ko8pk8fr6q 27 วันที่ผ่านมา +3

      R..kurmi azon janowar

  • @duluborah1525
    @duluborah1525 3 ปีที่แล้ว +216

    আশা কৰো মৰিয়নিবাসী ৰাইজে এজন জ্ঞানী ,ভদ্ৰ আৰু দূৰদৰ্শী ব্যক্তিক বাচনি কৰিব ।

    • @mrinmoybarman6133
      @mrinmoybarman6133 3 ปีที่แล้ว +7

      Aajir raajnitit gyaani, bhodro aaru bhaal maanuhor sthaan naai.

    • @MusicBeats_
      @MusicBeats_ 3 ปีที่แล้ว +1

      @@mrinmoybarman6133 heye tu India t development r namaot comedy hoi ase

    • @bhesojbaruah8725
      @bhesojbaruah8725 3 ปีที่แล้ว +2

      হয়
      তেনেকুৱা হলেহে ভাল হব পাৰে কিন্তু এজন ও দেখা পোৱা নাই এতিয়ালৈকে ।

    • @greenplanetraaj9024
      @greenplanetraaj9024 5 หลายเดือนก่อน

      Like Rupjyoti Kurmi

    • @RajaAllie
      @RajaAllie หลายเดือนก่อน

      ​@@mrinmoybarman6133Aaq

  • @monjitboruah8401
    @monjitboruah8401 4 หลายเดือนก่อน +29

    2024ত কোনে কোনে চাই আছা 👍

    • @sitadeb7968
      @sitadeb7968 3 หลายเดือนก่อน

      Pagal vihari ai jon manu

    • @monjitboruah8401
      @monjitboruah8401 3 หลายเดือนก่อน

      @@sitadeb7968 ekdom koboi nlge ru

  • @user-ys6vz8gb6k
    @user-ys6vz8gb6k 3 ปีที่แล้ว +26

    ৰূপজ্যোতি ক জেগাত দিলে শৃংখল দাই অখিল দা জিন্দাবাদ

  • @axomafridi7758
    @axomafridi7758 3 ปีที่แล้ว +357

    কমেণ্ট পঢ়িব অহা সকল অলপ সময় বহিব চাহ আৰু বিস্কুটৰ ব্যৱস্থা কৰা হৈছে🥱

  • @godabinashmda3603
    @godabinashmda3603 3 ปีที่แล้ว +72

    চিংশল চলিহা 🤘🤘👍👍👍👍 ৰুপজ্যোতি কুৰমি পাগল হ'ল বি.জে.পি ত গৈ,, আগতে থিক আছিল কিন্তু এতিয়া আমিও সমৰ্থন নকৰোঁ

  • @debasishbhuyan3217
    @debasishbhuyan3217 3 ปีที่แล้ว +36

    অহংকাৰেই যে পতনৰ মূল... তাৰ এক জ্বলন্ত উদাহৰন হ'বলৈ গৈ আছে # Rupjyoti Kurmi.

  • @jaychankarboro4439
    @jaychankarboro4439 3 ปีที่แล้ว +6

    I have enjoined the talk. It is just মাৰা মাৰি with হুলাবাৰি at নলবাৰি ।

  • @mozahidurrahman4140
    @mozahidurrahman4140 3 ปีที่แล้ว +325

    ৰূপজ্যোতি দাক আগতে ভাল পাইছিলো কিন্তু এতিয়া তেঁওক ভাল নাপাওঁ। দাইৰেক কথা। কাৰণ তেওঁ ডলাৰ বগৰী 👍👍

    • @axom..tezpur3975
      @axom..tezpur3975 3 ปีที่แล้ว +9

      Yes bro

    • @ARUNKALITA
      @ARUNKALITA 3 ปีที่แล้ว +5

      Bjp jikibo...

    • @mousumibhattacharjee8710
      @mousumibhattacharjee8710 3 ปีที่แล้ว +2

      ৰাজনীতি কি বোজা নাই নেকি আজিলৈকে ? ৰাজনীতিত পাৰ্টি বেলেগ বেলেগ, মানুহ একেই জনেই থাকেই।
      উপমা দিবলৈ গলে- তুমি আজি বেলেগ কাপোৰ আৰু কাইলৈ বেলেগ কাপোৰ পিন্ধিলে তুমি বেলেগ হৈ নোযোৱা ।

    • @mozahidurrahman4140
      @mozahidurrahman4140 3 ปีที่แล้ว +2

      @@mousumibhattacharjee8710 ৰাইজ নীতি কৰি কৰি অসমখন শেষ কৰি পেলালে। আৰু কি কৰিব বাকী আছে।

    • @pulinshyam4750
      @pulinshyam4750 3 ปีที่แล้ว +3

      Mur monor kotha kole apuni..

  • @monigogoi8157
    @monigogoi8157 3 ปีที่แล้ว +22

    মজা লাগিলে।ধন্যবাদ NKTV ,👌👌👌

  • @prasenjitchakravarty5070
    @prasenjitchakravarty5070 3 ปีที่แล้ว +6

    I used to think that among 126 MLAs of Assam, Rupjyoti da was the best man by heart and he was honest. But after his joining BJP, I understood that he is also a selfish politician who is ignoring the verdict of the people of his constituency. He himself once said in a video that he would not provoked by any means but it is clear that he has compromised somewhere. Very sad to see such changes. Srinkhal is a good leader and we have some expectations from him in future. But leaders should be calm & polite and not short tempered like him.

  • @shishankusarmah2557
    @shishankusarmah2557 3 ปีที่แล้ว +10

    Results will tell everything 😂why this people waste their time by self promoting,😂this is the kind of leader's whom we have to follow 😀🙏

  • @pranabjyotikalita4584
    @pranabjyotikalita4584 3 ปีที่แล้ว +45

    ৰূপজ্যোতি কুৰ্মী ক আৰু দিব লাগিছিল।

  • @kalpajyotitravelassam3252
    @kalpajyotitravelassam3252 3 ปีที่แล้ว +12

    ধুনীয়া শ্ব আয়োজন কৰিছে অসমবাসীক বহুমূলীয়া বিনামূলীয়া জ্ঞান দিছে।ধন্যবাদ।

  • @hemantabhuyan8044
    @hemantabhuyan8044 5 หลายเดือนก่อน +7

    এই জন ৰাইজৰেই প্ৰতিনিধি নেকি? মৰিয়নি ৰ ৰাইজে এনেকুৱা জন প্ৰতিনিধি আশা কৰা উচিত নে?

  • @realhero5657
    @realhero5657 4 หลายเดือนก่อน +6

    মৰিয়ণিৰ অন্ধ ভক্ত সকলৰ বিধায়ক ৰূপ কৰ্মী 😅

  • @dailyliferefreshment711
    @dailyliferefreshment711 3 ปีที่แล้ว +56

    এইয়া নৱ প্ৰজন্মৰ বাবে আদৰ্শ নে বাৰু ।।।
    এইদৰে Talk Show হোৱা উচিত নহয়......

  • @user-db3gw6gd8s
    @user-db3gw6gd8s 3 ปีที่แล้ว +44

    যিয়ে নহওঁক আমি দৰ্শকসকলে আমোদ পালো,‌ আমাক এনেদৰে মনোৰঞ্জন কৰা বাবে দুয়োজনকেই ধন্যবাদ জনালো

  • @NortheastExplorerRH
    @NortheastExplorerRH 4 วันที่ผ่านมา

    🙏 হে ভগৱান! !

  • @rcbaxom6296
    @rcbaxom6296 3 ปีที่แล้ว +12

    Outstanding fight 🔥🔥🔥

  • @kamanbimal1446
    @kamanbimal1446 3 ปีที่แล้ว +108

    ৰাম ৰাম এজন বিধায়ক ৰূপে ইমান আবেগ অনুভোতী |যোগ্যতা অৰ্জন বহুত কম দেকুন

  • @palashmonidutta8638
    @palashmonidutta8638 3 ปีที่แล้ว +118

    আজি ওচৰত থকা হলে দুয়ো দুয়োৰে মাজত তুমুল যুদ্ধ হল হয়

  • @Randeep-kb1xh
    @Randeep-kb1xh 4 หลายเดือนก่อน +4

    শৃংখল চলিহা ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মিক নিৰ্বাচন হৰোৱাৰ পণ লওক অসম বিধান সভা লৈ যোগ্য প্ৰকৃত অসমীয়া সভ্য লোকক বিধায়ক হিচাপে জয় যুক্ত কৰাই আনক ।

  • @PadumNeog-vx4vr
    @PadumNeog-vx4vr หลายเดือนก่อน

    Aie buraine rajnoitik natene xuni laj lagise anekua netak raije punar bhut dibane janata hajag hauk❤❤❤❤

  • @gogoiassam1235
    @gogoiassam1235 3 ปีที่แล้ว +49

    ৰূপজ্যোতি কূৰ্মী এইবাৰ হাৰিলে অহংকাৰ নাইকীয়া হব ।।
    সেইবাবে উপনিৰ্বাচনত এইবাৰ কূৰ্মী হৰাতো অতি প্ৰয়োজন

    • @RaijulIslam-bu2ru
      @RaijulIslam-bu2ru 5 หลายเดือนก่อน

      Labouror jonohoinkhya besi je😂

    • @pgcreation4658
      @pgcreation4658 5 หลายเดือนก่อน

      ​@@RaijulIslam-bu2ruMiya nki toi😅

    • @RaijulIslam-bu2ru
      @RaijulIslam-bu2ru 5 หลายเดือนก่อน

      @@pgcreation4658 britishe 500 labour anisile etiya tohotor jonohoinkhya 1 cr

  • @bimalfc5129
    @bimalfc5129 3 ปีที่แล้ว +116

    তাৰমানে দুয়োকে কাজিয়া কৰিব দি অনুপন চক্ৰৱতী দাঙৰীয়াই চাই আছে দেখো....

  • @arupsonowalsaikelvlog6549
    @arupsonowalsaikelvlog6549 3 ปีที่แล้ว

    👍👍rupjyoti kurmi ru singkhol solihar toroko protijugita khon sai mojaaa lagil👍👍next ru 1khon eneykuwa torko protijugita saboley bisaru👍👍

  • @ataburstar530
    @ataburstar530 2 ปีที่แล้ว +4

    I love you sinkhal soliha.

  • @ridipsaikia2727
    @ridipsaikia2727 3 ปีที่แล้ว +185

    ৰূপজ্যোতিক আগতে ভাল লাগিছিল । কিন্তু এতিয়া হাঁহি উঠে তেওঁৰ কথা শুনি 😂😂😂নাটক কৰিব পাৰিব তেওঁ ভ্ৰাম্যমান থিয়েটাৰত ।

    • @AtiqueIslamOfficial
      @AtiqueIslamOfficial 3 ปีที่แล้ว

      নাটক কৰিছে youtube ত search কৰিলে পাব

    • @ridipsaikia2727
      @ridipsaikia2727 3 ปีที่แล้ว

      @@AtiqueIslamOfficial উমম.,ভাওঁনা কৰে বুলি গম পাওঁ ।

    • @khirensharma8666
      @khirensharma8666 3 ปีที่แล้ว +1

      এ বে বেবে কব পাৰিব ছাগলীটো

    • @amritgogoi62
      @amritgogoi62 3 ปีที่แล้ว +1

      Hosai

    • @majulianamika3530
      @majulianamika3530 3 ปีที่แล้ว +1

      ঠিকে কৈছে👌👌👌👌

  • @asanulhoque3442
    @asanulhoque3442 3 ปีที่แล้ว +81

    ৰূপজ্যোতি এইবাৰ হাৰিব

  • @bibhadas5050
    @bibhadas5050 5 หลายเดือนก่อน +5

    যিমান চিঞৰিছে ৰূপজ্যোতি মুৰ্চা যাব এতিয়া ।

  • @paponbhowmick6592
    @paponbhowmick6592 3 ปีที่แล้ว +2

    Moi Mariani pora koisu ...Rupjyoti Sir we are always with you

  • @pulumonidas5201
    @pulumonidas5201 3 ปีที่แล้ว +370

    ৰূপজ্যোতি নিজৰ পৰিচয়
    ৰাইজক দেখাই দিলে ।
    মানসিক ৰোগৰ এজন
    বিধায়ক আছিল ।

    • @elchapo7720
      @elchapo7720 3 ปีที่แล้ว +5

      Madam mental bidhayok jon aan ajon asil ni... A.G. 😝😝😝

    • @tikhortheassameseboy8436
      @tikhortheassameseboy8436 3 ปีที่แล้ว +20

      মানসিক ৰোগীক 4 বাৰ কৈ ৰাইজে এনেই নাইজিকোৱা বাইদেউ,জাতিৰ কথা কৈ কৈ কোনে সুবিধা লৈ আছে অসমৰ ৰাইজে দেখি আছে

    • @pulumonidas5201
      @pulumonidas5201 3 ปีที่แล้ว +11

      @@tikhortheassameseboy8436
      ৰূপজ্যোতি কূৰ্মিযে মৰিয়নি
      ৰাইজক ঢুকা দিলে সেই টো
      কি বুলি কোৱা । পালটি
      মাৰিব বুলি ৰাইজে ভোট
      দিয়া নাছিল এইটো ভাল
      কৰিলে জানো

    • @elchapo7720
      @elchapo7720 3 ปีที่แล้ว +3

      @@pulumonidas5201 By electiont jodi Rupjyoti ticket pai tau ako mandate bisari Mariyani publicr usorot jabo lagibo. Aru jodi tatia ako aebar mandate pai tar mane party change kora karone public khunno nohoi aru jodi hare tatia buja jabo public khunno.
      Dhoka dise ne nai by election resulte kobo. Jika Bidhayok (4th consecative term) ajone resign kori party change kora agot publicr logot kotha napatibo ne ? 4th termr karone jika bidhayok ajon amateur politician nohoi.

    • @tikhortheassameseboy8436
      @tikhortheassameseboy8436 3 ปีที่แล้ว +7

      @@pulumonidas5201 কি বুলি দিছিল ভোট ,ৰাইজক এতিয়া উন্নয়ন লাগে,ক্ষমতা ৰ ৰাজনীতি কোনেও নিবিচাৰে,শৃংখল চলিহা ধোঁৱা তুলসী ৰ পাত বুলি ভাবিছে নেকি,অখিল গগৈৰ যোৱাকালিৰ মন্ত্যৱ্য শুনি কি কব ,ভণ্ড জাতীয়তাবাদ দেখুৱাই নিজৰ স্বাৰ্থ সিদ্ধি কৰা কোনো মানুহে অসমৰ ৰাইজৰ প্রিয় নহয়

  • @sanjibgogoi3054
    @sanjibgogoi3054 3 ปีที่แล้ว +106

    ইমান উত্তেজিত ইমান উগ্ৰ হ'লে যদি মন্ত্ৰী ক্ষমতা পালে কি হব ।

    • @chandangogoi4526
      @chandangogoi4526 3 ปีที่แล้ว +2

      Amar problem Amie solv koribo lagibo kunu singkhol soliha n rupjuti kurmie nokore

  • @kishorkumar-indian4982
    @kishorkumar-indian4982 3 ปีที่แล้ว +15

    অহংকাৰে অধপতন। উদাহৰণ স্বৰূপে আংগুৰলতা

  • @indratayegam9059
    @indratayegam9059 3 ปีที่แล้ว +2

    মাক MLA হোৱাৰ বাবেই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া MLA হৈছে যেন লাগিছে । কাৰণ ৰাইজৰ প্ৰতিনিধি হ'লে কথা বতৰা বোৰ অলপ ভদ্ৰ হব লাগে। আমি কেতিয়াও পাহৰিব নালাগে যে অহংকাৰেই পতনৰ মূল কাৰণ । আৰু এনেধৰণৰ দল বাগৰা নীতি আদৰ্শ নোহোৱা নেতাবোৰ অতি সোনকালেই সমাজৰ পৰা নাইকিয়া হৈ যায় - এইটো কথা ইতিহাসে কয় । জয় আই অসম । CAA আমি নামানো .....🙏🏻

    • @durgeswarphukan8498
      @durgeswarphukan8498 ปีที่แล้ว

      এনে মানুহো বিধায়ক হয়নে?

  • @dharmeswarsarmah6298
    @dharmeswarsarmah6298 3 ปีที่แล้ว +123

    সচায়ে ৰূপজ্যোতি কুম্মীএজন অসভ্য ব্যক্তি এইজনক যদি মৰিয়নি বাসীৰ ৰাইজে ভোট দি জিকাই তেতিয়া বুজি পাম যে মৰিয়নিত মগজু থকা মানুহৰ অভাব। ৰূপজ্যোতি আচলতে জন্ম গত ভাবে অসভ্য। সভ্য সমাজত বাস কৰা কোনো ব্যক্তিয়ে জনপ্ৰতিনিধি হিচাপে নিবিচাৰে।ই আচলতে শিয়ালৰ দলৰ প্ৰতিনিধি হোৱাৰ যোগ্য।এই জনক কোনো ৰাজনৈতিক দলে প্ৰাৰ্থী ত্ত্ব দি মৰিয়নি সমষ্টিৰ শিক্ষিত লোকসকলক অপমান নকৰিবলৈ অনুৰোধ জনালোঁ।

    • @ratulsaikia237
      @ratulsaikia237 3 ปีที่แล้ว +3

      Rupjoyti hosai ata mosta pagle homosti raije laj kora ujit

    • @sanghamitrahazarika9585
      @sanghamitrahazarika9585 3 ปีที่แล้ว

      মৰিয়ণীত কেইজন পেলেৰ জন্ম দিলে হয় কুৰমী,আপুনিহে তেজ দিছে ,কামৰ খতিয়ান নিদিব,ৰাইজে বিচাৰ কৰিব,

    • @anukulkalita1605
      @anukulkalita1605 4 หลายเดือนก่อน

      Right

  • @manashpratimassam8879
    @manashpratimassam8879 3 ปีที่แล้ว +433

    ভ্ৰাম্যমাণ থিয়েটাৰ চাই থকা যেন লাগিছে😄😄😄😄

  • @zomunarajbongshiyadav2
    @zomunarajbongshiyadav2 5 หลายเดือนก่อน +2

    শৃংখল চলীহা দাদা আপুনী জয় হ'ব আমাৰ আশিৰ্বাদ থাকিল জয় আই অসম 💪🏾 💪🏾 💪🏾 আৰু ৰূপজ্যোতি কুৰ্মী পাগলৰ নিচিনা বকি আছে😂😂😂

  • @AnuragBora-wx9zk
    @AnuragBora-wx9zk 4 หลายเดือนก่อน +2

    মৰিয়নি সমষ্টিত ভদ্ৰ মানুহৰ অভাব যেন পাও

  • @abubakkarsiddique4180
    @abubakkarsiddique4180 3 ปีที่แล้ว +35

    শৃংখল চলিহা ধন্যবাদ 👍👍👍

  • @rajibkamalkantalouson5617
    @rajibkamalkantalouson5617 3 ปีที่แล้ว +54

    Rup da😁😁😁...আমিও তেজ দিওঁ খালি পাগলৰ দৰে nisoru...

  • @bikantadey7853
    @bikantadey7853 3 ปีที่แล้ว +6

    Rupjyoti: Mur beleg show ase🤣🤣

  • @dilipmahanta8479
    @dilipmahanta8479 3 ปีที่แล้ว +4

    বহু তথাকথিত নেতাৰ একো বিষয়ৰ ওপৰত একো গিয়ান নাই।অসয়ভালি বেছি।অসমীয়া সংস্কৃতিৰ অঙশীদাৰ নহয়।

  • @girindasarmah8003
    @girindasarmah8003 3 ปีที่แล้ว +21

    কোনো এজন ধোৱা তুলসী পাত নহয় সকলোবোৰ একে সকলো বোৰ একেই

  • @jintugogoi5699
    @jintugogoi5699 3 ปีที่แล้ว +57

    প্ৰথম অৱস্থাত মই কুকুৰে ভুকিছে বুলি ভাবিছিলো

  • @sandhyaranidas41
    @sandhyaranidas41 3 ปีที่แล้ว +2

    এনেকুৱা talk show নকৰিলে ভাল হয় ।

  • @sanjoyopswelofficial4976
    @sanjoyopswelofficial4976 3 ปีที่แล้ว +2

    ummmm *mZaa* news hole anekua hbo lage....💪

  • @bidishabharali5153
    @bidishabharali5153 3 ปีที่แล้ว +63

    এই জন বিধায়ক নে🤣🤣 এখেতক নীতি শিক্ষা প্ৰয়োজন।

  • @kandarpakeot7670
    @kandarpakeot7670 3 ปีที่แล้ว +75

    শালীনতা বজাই যুক্তিসংগত ভাবে আলোচনাবোৰ হলে ভাল । উত্তেজিত হলে বুদ্ধি ভ্ৰষ্ট হয় ।

  • @deepjyoti5917
    @deepjyoti5917 3 ปีที่แล้ว +12

    বীৰ লাচিত সেনা জিন্দাবাদ 🔥❤️❤️

    • @TumanPhukan-ti5jp
      @TumanPhukan-ti5jp 4 หลายเดือนก่อน

      জয় আই অসম ✊✊✊✊ বীৰ লাচিত সেনা অসম ✊✊✊

  • @surajitgogoi6346
    @surajitgogoi6346 3 ปีที่แล้ว +1

    চাকৰি লগে উন্নয়ন লগে এইটো নহয় যে আন্দোলন নকৰোঁ জাতি চাৰ্থত কৰিব লাগিলে আন্দোলন কৰিব লাগিব

  • @anuradhadas5494
    @anuradhadas5494 3 ปีที่แล้ว +76

    নিলাজ বিলাক আৰু কিমান তললৈ নামিব ৰূপ নামৰ কালিকা তো।

  • @santoshborah6757
    @santoshborah6757 3 ปีที่แล้ว +59

    এটাও কম নহয় । দুই সমান । এনে অনুষ্ঠান নকৰিব অসমৰ গৌৰৱ হেৰাব ।

  • @ramdhenudhunia1507
    @ramdhenudhunia1507 3 ปีที่แล้ว +1

    Srinkhal saliha r dom ase manuh janar. Anekua neta hob lage. I like this man.

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 3 ปีที่แล้ว +2

    TRP বঢ়াবলৈ কৰা কাজিয়া যেন হে লাগিছে । আতধৰোতাই যেন ভাল পাই চায় আছে । কাৰো কথা কোনোই শুনা নাই , অৱশ্যে কাঠে কাঠে পৰিছে । 😂😂😂😂😂😂

  • @hirakjyotideori8002
    @hirakjyotideori8002 3 ปีที่แล้ว +132

    3:24 অনুপময়ে ধুনীয়াকে কাজিয়াখন লগাই দিলে 😂😂

  • @sketchersammyy1342
    @sketchersammyy1342 3 ปีที่แล้ว +82

    এইয়াই আমাৰ অসমৰ বিধায়ক 👏👏

    • @realhero5657
      @realhero5657 4 หลายเดือนก่อน +4

      মৰিয়ণিৰ অন্ধ ভক্ত সকলৰ বিধায়ক ।

    • @user-jc9iv7cw2d
      @user-jc9iv7cw2d 3 หลายเดือนก่อน

      অসমৰ নহয়। অসমৰ ভিতৰত মৰিয়ণীৰ বিধায়ক হে হ'ব বুলি ঘোষণা কৰা 😊❤❤

    • @sketchersammyy1342
      @sketchersammyy1342 3 หลายเดือนก่อน

      @@user-jc9iv7cw2d হয়,হয়।

  • @himalayanridersre8275
    @himalayanridersre8275 3 ปีที่แล้ว +4

    "আপুনি বিৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সভাপতিৰ সৈতে কথা পাতি আছে"😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😆okay ককাইদেউ

  • @rmb1689
    @rmb1689 3 ปีที่แล้ว +1

    কাজিয়াখন ভাল লাগিল একেবাৰে গাওঁত হোৱা দৰে

  • @bhaskarkalita2777
    @bhaskarkalita2777 3 ปีที่แล้ว +34

    কʼৰোণা কাৰণে থিয়েটাৰ বহুত দিন চাবলৈ পোৱা নাই যদিওঁ আপোনালোকে দুয়োজনে কৰা খিনি থিয়েটাৰ দেখা পালোঁ

  • @kalpajyotiborah6130
    @kalpajyotiborah6130 3 ปีที่แล้ว +73

    সকলো এক হওক এইজন অভদ্ৰ মানুহক হৰুৱাক

    • @salilmarak3694
      @salilmarak3694 3 ปีที่แล้ว +2

      Hoi de ekebareh obodroh mahu,

  • @rubilaskar8874
    @rubilaskar8874 หลายเดือนก่อน +1

    ৰূপজ্যোতি যদি আকৌ জয়ী হয় তেতিয়া ভাৱিম মৰীয়নীৰ ভোটাৰ সকল ৰূপজ্যোতিতকৈ ওপৰ লেবেলৰ পাগল হব লাগিব ।

  • @srspidy3105
    @srspidy3105 หลายเดือนก่อน

    Singkhol Is Best And Nice Faith Tekhete Karu Kotha Nukhune

  • @kbaruahao4604
    @kbaruahao4604 3 ปีที่แล้ว +61

    ৰূপজ্যোতি কুমী এজন পাগল।

  • @siddiqueahmed8755
    @siddiqueahmed8755 3 ปีที่แล้ว +112

    ৰুপজুতি কুৰমি,,,,, পাৰিলে এপাক তেজপুৰলৈ আহি,,😇😄,,

    • @riktimchowdhury5337
      @riktimchowdhury5337 3 ปีที่แล้ว +3

      ৰূপজ্যোতি কুৰ্মি তেখেতৰ নামটো। আৰু Ki hol tezpur ahile ki hbo...kot thaka tumi tezpurr..

    • @ranujpanging9243
      @ranujpanging9243 3 ปีที่แล้ว

      Rupjyuti ye log dound tespur jabo pora nai .himan nisiringobo.apuni saribar m l oleou srikol da oman gyan nai. Apuni nepung gor.aru srikoda dakun abaru utai nai kanekoi jikibo .kurmiye bom bukise

    • @ranjankurmi4771
      @ranjankurmi4771 3 ปีที่แล้ว +3

      Tezpur আহিলে কি হব Tezpur ৰূপজ্যোতিৰ কুৰ্মিৰ লগত সকলো আছে ,
      Rupjoyti kurmi ক Open ভাবকি দিব বিছাৰ নেকি.......

    • @ritukonwar9152
      @ritukonwar9152 3 ปีที่แล้ว +7

      @@ranjankurmi4771 ককায়েৰ যেন পাইছো তোৰ..এখানে তোৰ দাদা গেছি😂😂

  • @dhrubikadeka4417
    @dhrubikadeka4417 3 ปีที่แล้ว +56

    ৰূপজ্যোতি চিঞৰি থকা হে শুনা গল। ৰূপজ্যোতি ৰ ডিঙি টো চাগে ফালিছে।

  • @deepjyotih37
    @deepjyotih37 3 ปีที่แล้ว +67

    চাৰি বাৰ বিধায়ক হ'ল
    কিন্তু কেনেকৈ কথা কব লাগে তাকো নাজানে,,😆😂🙏

  • @romizuddin5557
    @romizuddin5557 3 หลายเดือนก่อน +1

    কুৰ্মি ডাঙৰীয়া আপুনি এজন জেষ্ঠ বিধায়ক হিচাপে, আপুনি আপোনাৰ কথা কোৱাৰ মানসিকতা হেৰাই পেলাইছে,,, ধিক্কাৰ জনালোঁ আপোনাক!!

  • @mriduexplain2003
    @mriduexplain2003 5 หลายเดือนก่อน +1

    ৰূপজ্যোতি কুৰমিক comment এটা নিদিয়াকৈ থাকিব নোৱাৰি , এজন বিধায়ক ৰূপজ্যোতি ‍কুৰমি কিমান উচ্চমানৰ জ্ঞান আছে সেয়া আৰু ভালকৈ কব নালাগে ইমান নিম্ন মানৰ মানুহে কেনেকৈ বিধায়ক হল সেইটো কিন্তু ভাবিব সময় হল

  • @monujgogoi6919
    @monujgogoi6919 3 ปีที่แล้ว +44

    ভবিষ্যতে এইজন যদি মুখ্যমন্ত্ৰী হয় কি হব অসম আৰু অসমীয়া ৰ।
    এবাৰ এনে ভাবি চাওক।দিনতে আন্ধাৰ আন্ধাৰ লাগিব।

  • @khirensharma8666
    @khirensharma8666 3 ปีที่แล้ว +49

    Tarun gogoi 3 bar cm hoi u aneke siora nasil rupjyoti a 4 bar MLA hoi jiman siorise

  • @nature6576
    @nature6576 3 ปีที่แล้ว +3

    আধা পাগল ৰূপজ্যোতি ।।ভয় খাইছে।

  • @pallabhazarika3758
    @pallabhazarika3758 3 ปีที่แล้ว

    দুয়োজনকে মানসিক ৰোগীৰ দৰে লাগিছে।

  • @mustakalom9366
    @mustakalom9366 3 ปีที่แล้ว +26

    Shrinkhol soliha r kotha bilak bohut val lagil da joy ai axom

  • @kulamongohain1977
    @kulamongohain1977 3 ปีที่แล้ว +94

    দাদা আপুনি অসমত ৰূপজ্যোতি কুৰ্মী নামৰ কমেডি শ্ব' এটা খুলি লৱ পাৰে তামাম চলিব 😌 আপুনি কি কয় ! আমিও হাহি থাকিব পাম 🤓

  • @rafelsalpak6672
    @rafelsalpak6672 3 ปีที่แล้ว

    Rupjoyti Dada ai hosaka atya ha buji paisa ja BJP kiman bhal... 👍👍Good bless you brother.

  • @user-xf7wb8cn6z
    @user-xf7wb8cn6z 5 หลายเดือนก่อน

    RJK moja manuh .i love ..anakuwa ajon manuh hoi june xodai hokoluke vl pai

  • @borahbipul3595
    @borahbipul3595 3 ปีที่แล้ว +254

    ৰূপজ্যোতি ৰ মানসিক চিকিৎসা প্ৰয়োজন আছে ই সছা পাগল

    • @HindutwaKattar
      @HindutwaKattar 3 ปีที่แล้ว +14

      Aakhil Gogoi aru sringhal misoliyak Tezpur mental hospital t bhorti koribo lge

    • @mohanandabagree4658
      @mohanandabagree4658 3 ปีที่แล้ว +6

      Akhil Gogoi aru Singkhal Chaliha ai deutak jail ot bhorai khub pitiboo lage . Ai ketai ahom khon barbad koriley . Ai bilak hol sanda party .

    • @mitumedhi4429
      @mitumedhi4429 3 ปีที่แล้ว +8

      @@HindutwaKattar Bixekh Pryujon Apunak Nibo Lage neki

    • @silentboy287
      @silentboy287 3 ปีที่แล้ว +15

      বেলেগক নিব পয়োজন কি।।। তহঁতক নিব লাগে।।।। mental hospital 😃😃😁😁😄😄অখিল গগৈ জিন্দাবাদ ✊✊✊✊✊✊

    • @namalhazrika4699
      @namalhazrika4699 3 ปีที่แล้ว +1

      Jatir sarthat teulook dutai nahoy rajniti jikibr karane jatir katha koi karma hangsthapon napai jatir katha koi rajniti kari jibikar ata bitti

  • @mustafachoudhury3565
    @mustafachoudhury3565 3 ปีที่แล้ว +54

    6 বাৰ গৌতম ৰায় এম এল এ হৈ তেও হাৰিব লগা হৈছিল আপনি মাতো চাৰিবাৰ।

  • @jdsharma4988
    @jdsharma4988 3 ปีที่แล้ว

    I like rupjyoti da.... He is the man who always give support his constituency

  • @AjCreation11
    @AjCreation11 2 หลายเดือนก่อน

    Srikhal Da...mojja 🔥🔥🔥

  • @terimerikahani1484
    @terimerikahani1484 3 ปีที่แล้ว +9

    এইবাৰ ৰূপজ্যোতি দেখা যাব তোক। অসমীয়া এক গোট হব লাগিব

    • @anjandas6207
      @anjandas6207 3 ปีที่แล้ว +1

      Aagote nije axomiya hoi lo, ajmol aaru, Akhil Ali r logot log hoi, axomiya k ek got hobo upodexh dibo nalage

    • @sanjalivlogs3190
      @sanjalivlogs3190 3 ปีที่แล้ว

      Ghenta khatir nokoru

  • @geetalibasumatary6328
    @geetalibasumatary6328 3 ปีที่แล้ว +72

    মৰিয়নিৰ মানুহে চাই ল‌ওক কেনেকোৱা মানুহক তেখেতলোকে বিধায়ক বনাইছে🤣🤣

    • @bolingogoi1268
      @bolingogoi1268 3 ปีที่แล้ว +1

      তুমি তেনেকে নকবা তুমি কোন

    • @mohanthengal6898
      @mohanthengal6898 3 ปีที่แล้ว

      Tumi ki morioni manuhok hahisa neki tumi morionir. Bikhoya kiba jana neki

  • @digantadeka7201
    @digantadeka7201 6 หลายเดือนก่อน +8

    2024 t akou salo 😂😂😂😂mozza lagil😂😂

    • @assameseboy4782
      @assameseboy4782 9 วันที่ผ่านมา

      Moi aji sai aasu 😂 johora rupjyoti karmik😅

  • @krishnarajkashyap6802
    @krishnarajkashyap6802 3 ปีที่แล้ว +1

    শেষৰ কথাখিনি সচাঁকৈ গ্রহণযোগ্য..

  • @mendisbapu8450
    @mendisbapu8450 3 ปีที่แล้ว +50

    4 bar MLA
    aponi God hol neki

    • @alakeshkeotpoemworld6402
      @alakeshkeotpoemworld6402 3 ปีที่แล้ว +5

      তাকে সি নিজকে ৰজা বুলি ভাবেই কিজানি

    • @devika5177
      @devika5177 3 ปีที่แล้ว +4

      Hahaha, nilaz

    • @madhujyagogoi2615
      @madhujyagogoi2615 3 ปีที่แล้ว +2

      4 bar MLA oooo

    • @AlphaRJ6
      @AlphaRJ6 3 ปีที่แล้ว +3

      Southr gunda tu nsna lge

    • @parikshitgogoi2649
      @parikshitgogoi2649 3 ปีที่แล้ว +2

      ভগৱান lite

  • @dipaliboruahbhuyan6237
    @dipaliboruahbhuyan6237 3 ปีที่แล้ว +45

    এনেধৰণৰ talk show মই ভাল নাপাওঁ, এফালে উচুতাই আনফালে দুকুৰা দপ্ দপিয়া জুই 😄uff 😄😄

  • @mahendrabordoloi_
    @mahendrabordoloi_ 5 หลายเดือนก่อน +1

    এই বিলাক নতুন কথা নহয়। আজিৰ দিনত সাধাৰণ কথা।

  • @hridoyjdas7528
    @hridoyjdas7528 3 ปีที่แล้ว +1

    আমাৰ ধনু মেইন৷

  • @chandantalukdar9465
    @chandantalukdar9465 3 ปีที่แล้ว +9

    নাটক খন দুবাৰ চালোঁ ... ভাল লাগিছে। বহুত দিন নাটক চোৱা নাছিলোঁ ।

  • @amirulofficialyt2827
    @amirulofficialyt2827 3 ปีที่แล้ว +76

    ৰূপজ্যোতি কুৰ্মীয়ে ৰূপ সলাই এতিয়া ভাওনা কৰি ফুৰিছে।চকুৰ পৰা পানি ওলাই বানপানী হব

    • @mired1364
      @mired1364 3 ปีที่แล้ว

      BJP r paani lole Rupjyoti

  • @ankurtamuly6595
    @ankurtamuly6595 3 ปีที่แล้ว +3

    Singkhol soliha main....❤️

  • @Ranjanbora-vd5lv
    @Ranjanbora-vd5lv 4 หลายเดือนก่อน +1

    Rupjyoti Kurmi manuhjan bhal chage xeikarane jiki thake. Jaiho Rupjyoti

  • @TechJobinfoAssam
    @TechJobinfoAssam 3 ปีที่แล้ว +11

    আগৰ দিনত এষাৰ কথা আছিল। ওপৰলে পানী চতিয়ালে নিজৰ গাত হে পৰে।
    অনুমান কাহানিও ভূল নহয় যেন লাগে.............।

  • @mriduldeka8648
    @mriduldeka8648 3 ปีที่แล้ว +20

    Rupjotiy আপুনি অলপ সময়ৰ বাবে এই ভিডিও টো ছাৱা নিজে বুজিৱা । সৰৱা দা কি অসমীয়া নাছিল নেকি ও পাগল ৰু প

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm 18 วันที่ผ่านมา

    মৰিয়নীবাসীয়ে এইজনক বৰ্জন কৰিবৰ হ'ল ।

  • @ilovetravel9542
    @ilovetravel9542 หลายเดือนก่อน

    Ako aji aitu saisu..13/05/2024....Kurmi dngoriya Jegat jodi olp val mnuh ata ahe hriboi

  • @bidyutbikashhatiboruah613
    @bidyutbikashhatiboruah613 3 ปีที่แล้ว +23

    ই সচাঁ কে এটা পাগল দেই।

  • @pborah562
    @pborah562 3 ปีที่แล้ว +70

    আৰু এবাৰ দুইজন একেলগ হ’লে ৰূপজ্যোতি পেনে ছেনে মুটিব বে

    • @axomtune806
      @axomtune806 3 ปีที่แล้ว

      😝😂

    • @ridipborthakur6106
      @ridipborthakur6106 3 ปีที่แล้ว

      Sorry 2say that ,plz don.t mind it ,brother, moi kunu party manu nohoi,but its a truth ,reality,rupjyoti ,fight kra manu,eman voi kora manu nohoi.

    • @ridipborthakur6106
      @ridipborthakur6106 3 ปีที่แล้ว

      Anyway anupom da,a talk show 2 sai vhal lagil bru.