মহা-বিপদত বিজেপি চৰকাৰ। যিকোনো মুহূৰ্তত ভংগ হৈ যাব পাৰে বিজেপি নেতৃত্বাধীন চৰকাৰ।

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ส.ค. 2024
  • মহা-বিপদত বিজেপি চৰকাৰ। যিকোনো মুহূৰ্তত ভংগ হৈ যাব পাৰে বিজেপি নেতৃত্বাধীন চৰকাৰ। দুই কিং মেকাৰ নীতিশ-নাইডুয়ে অংকত লগাইছে জংক-পংক।
    Content Declaration:
    =================
    This Video Made for News and Information purpose only. There may be some disturbing scene and may be harmful or traumatizing to some audiences. Which we use for the story demand...
    Mail us if you have any Questions : onlinerelated@gmail.com
    Our Social Media- News Trend Assam
    Facebook Page:- / newstrendassam
    facebook:- / dorbesh.ali.50
    Instagram:- / dorbesh.ali
    Disclaimer:-
    This video is for educational purpose only.Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.All Credit For Copyright Material Use In The Video Goes To Respected Owner.
    THANKS FOR WATCHING...
    #NewsTrendAssam

ความคิดเห็น • 60

  • @Rana-hg8hg
    @Rana-hg8hg หลายเดือนก่อน +42

    উপ নির্বাচনৰ আগতেই সুবিধা লব নোৱাৰিলে পাছত নীতিশ নাইডুয়ে ললিপপ চুপিব লাগিব

  • @bhabendoley6151
    @bhabendoley6151 หลายเดือนก่อน +12

    এ ইবাৰ ৰাম কলেও নহব ,জয় জগৰ নাথ কলেও নহব।পইচা লগে পাপা। ১০লাকৰ চোলা খুলিলেহে থাকিব গাধি।

  • @bantidas2403
    @bantidas2403 หลายเดือนก่อน +7

    আগুৱাই থাকক শক্তি আৰু জ্ঞান বুদ্ধি লৈই এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয়

  • @umeshkardong6116
    @umeshkardong6116 หลายเดือนก่อน +3

    কেৱল তহতৰ দৃষ্টিত হে বিজেপিৰ দুৰ্বল টো দেখা পায় । মই কেৱল বিশ্বাস কৰো News 18 ।

    • @pratimasarma1737
      @pratimasarma1737 หลายเดือนก่อน

      অন্ধ ভক্ত নহ ও।

  • @Jun_Photography
    @Jun_Photography หลายเดือนก่อน +8

    moja hoisa

  • @puspadhardowarah1932
    @puspadhardowarah1932 หลายเดือนก่อน +5

    বৰ আনন্দৰ বাতৰি।এইটোকে ভাবি আছিলো আৰু সেইটোৱেই হবলৈ গৈ আছে।মাছ ধৰিব নোৱাৰিলেও পানীকে ঘোলা হওক!!!

  • @RabhaRaju
    @RabhaRaju หลายเดือนก่อน +1

    Good news

  • @jibonjyotidutta622
    @jibonjyotidutta622 หลายเดือนก่อน +3

    Nice

  • @ruhitdihingia8210
    @ruhitdihingia8210 หลายเดือนก่อน +1

    মোদী ডাঙৰীয়াক চৰকাৰ বহুত প্ৰয়োজন। গতিকে চৰকাৰ চলি থাকিব।

  • @taidtriluchan
    @taidtriluchan หลายเดือนก่อน

    Very good Diciason

  • @JunAliKumarAshique
    @JunAliKumarAshique หลายเดือนก่อน +1

    Good neuz

  • @birenburagohain8132
    @birenburagohain8132 หลายเดือนก่อน

    বিজেপি দলৰ নতুন আৰু পুৰণা এই বিবাদ থাকিলে দলৰ ক্ষয়তি হ'ব আৰু হৈছে। এতিয়া সকলো পুৰণা কৰ্মি সকলক সসন্মানে বিদায় দি নতুন সকলৰ হাতত ক্ষমতা দিব লাগে। দেশৰ প্ৰধান মন্ত্ৰী যুৱক হ'ব লাগে।

  • @hiteshnath8287
    @hiteshnath8287 หลายเดือนก่อน +1

    পুনৰ নিৰ্বাচন অনুষ্ঠিত হব লাগে

  • @dilipmahanta8479
    @dilipmahanta8479 หลายเดือนก่อน +2

    Assam should get a package of 40 thousand crores, Assam is flood ravaged state with different communities.More than 200 k m s international boundary,a population with 70% is still involved with agriculture.

  • @bantidas2403
    @bantidas2403 หลายเดือนก่อน +1

    হয় অসভ অসভ হয় এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ ভয় নকৰিব কাৰণ অন্ধ মানুহ অন্ধ হয় এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ চৰকাৰ চৰকাৰে হয় শক্তি আছে গূৱাহাটি মহানগৰৰ আৰু অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ হাৰ নামাণিব ৰাইজ সমাজ আৰু অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য লগত আছে আৰু আছোও এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম আগ বাঢ়ি থাকক এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় ভাৰত জয় ভাৰটিয় জনতা পাৰ্টীৰ অসম এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয়

    • @pratimasarma1737
      @pratimasarma1737 หลายเดือนก่อน

      কি বকিছা এই বোৰ?

  • @jitendrarabha4660
    @jitendrarabha4660 หลายเดือนก่อน +5

    ধেৎতেৰি ------ এইবোৰ বাতৰি শুনি শুনি বমি বমি লগা হ’ল৷ৰাজনীতিৰ কথাবোৰ ভাল নলগা হ’ল৷কাকনো বুলিবি ককা,আটাইৰে ----------৷

  • @bharatbaruah5702
    @bharatbaruah5702 หลายเดือนก่อน +6

    আমাৰ মামাৰ একো দাবী নাই মাথোঁ সকি খন লাগে

  • @bokulkarmakar7784
    @bokulkarmakar7784 หลายเดือนก่อน

    Good News.....

  • @RupamGogoi-tl5pb
    @RupamGogoi-tl5pb หลายเดือนก่อน

    A mojjaa

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw หลายเดือนก่อน +8

    হু হু হা হা bjp চৰকাৰ।😅😅😅😅

  • @ranbahadurrai2863
    @ranbahadurrai2863 หลายเดือนก่อน

    100( percent

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 หลายเดือนก่อน

    Very very good .

  • @Axom758
    @Axom758 หลายเดือนก่อน +2

    এনেই কেলৈ মিছা বাতৰি পৰিৱেশন কৰ

  • @Kiran-si2bf
    @Kiran-si2bf หลายเดือนก่อน

    জমিছে,

  • @user-ty6dx9ls9i
    @user-ty6dx9ls9i หลายเดือนก่อน

    Rahul..Gandhi... zindabad

  • @mitonmalakhar2972
    @mitonmalakhar2972 หลายเดือนก่อน +1

    BJP❤❤❤❤❤❤❤❤❤❤

  • @ujjalchaliha2793
    @ujjalchaliha2793 หลายเดือนก่อน +1

    এই বাতৰি বোৰ শুনি শুনি কাণ ঘোলা হৈছে,বিহাৰীৰ কোব বাহিছে।

  • @jitulsaud9050
    @jitulsaud9050 หลายเดือนก่อน

    Chacha ji ka achli sehra aa gaya... Good...

  • @rameshdeka6603
    @rameshdeka6603 หลายเดือนก่อน +3

    Sakalobesiba atia

  • @JayPegu321
    @JayPegu321 หลายเดือนก่อน

    এইবাৰ mosti mews...😮

  • @tigerjang2673
    @tigerjang2673 หลายเดือนก่อน

    OPS lagu koron Modi ji 400 seat par ho jaw

  • @mahimuddinlaskar4939
    @mahimuddinlaskar4939 หลายเดือนก่อน +1

    মিছা বাতরি
    মিছা বাতরি
    মিছা বাতরি।।
    অন্তর্বর্তী নির্বাচন হব লাগে।

  • @biplabray6304
    @biplabray6304 หลายเดือนก่อน +1

    B j p bohut val kam kori ase ki balor news di thaka bjp jindabad

  • @hemalatachetia3765
    @hemalatachetia3765 หลายเดือนก่อน

    অ ভণ্টি,,যি চৰকাৰ গঠন হয় হৈ থাকক,,,অসম,,অসমীয়াৰ ভাষা,,কৃষ্টি ,সংস্কৃতিৰ,,জাতি ,মাটি,,ৰক্ষা কৰিব,,সেই চৰকাৰ গঠন কৰিলে হ'ল।।তুমি ইমান চিঞৰ বাখৰ নকৰিলেও হ'ব।

  • @Kamalkamal-jj7xz
    @Kamalkamal-jj7xz หลายเดือนก่อน +1

    একো নহয় এইবোৰ চৰকাৰ ঠিকেই চলি থাকিব... তহঁতবোৰেহে চিঞৰি চিঞৰি মৰিবি...

  • @myway3433
    @myway3433 หลายเดือนก่อน

    I N D I A zinda bad Rahul Gandhi ji zinda bad .

  • @lakhikrchintey5693
    @lakhikrchintey5693 หลายเดือนก่อน

    কেলেঙকাৰি শৰ্মা ক মাত্ৰ গাদি লাগে

  • @LachitSaikia-bd9vi
    @LachitSaikia-bd9vi หลายเดือนก่อน

    0

  • @manojtalukdar6647
    @manojtalukdar6647 หลายเดือนก่อน

    🐴🐴🐴🐎🐎🐎 এনেকুৱা অসংখ্য আছে @ ধন যাৰ মূলক তাৰ 👺 ❗❓❗❓❗💯💯💯 হৰ্ষ ট্ৰেডিং বনাম এছ ট্ৰেডিং 😋😋😋😋😋

  • @user-rz9op3zp6b
    @user-rz9op3zp6b หลายเดือนก่อน +1

    pap ko nas korega bjp😊

  • @krishnokachari7913
    @krishnokachari7913 หลายเดือนก่อน +1

    Dhui....bad de kela aibilak G hoy ..hoy thakok...aru kela tohoti siyori thaki ki Ghenta dal pabi 😅😅😅Kela kunuba Mora, Kota lagi Mori golew aku dangor kotha nhoy....srkar vonga to bad de kela... Kunuba morilew aku nhoy....😅😅😅

  • @DewanVlog22709
    @DewanVlog22709 หลายเดือนก่อน

    Yeibur xuni xuni amoni lagise aru,,, yeibur Xokolu misa

  • @priyanathlagachu5049
    @priyanathlagachu5049 หลายเดือนก่อน

    Tumar channel tu break hob pare

  • @user-sq7gl6jt2w
    @user-sq7gl6jt2w หลายเดือนก่อน

    Ankoa news moi moti dem kala.

  • @RameswarBoro-ds2lv
    @RameswarBoro-ds2lv หลายเดือนก่อน

    Bhonti batori porhi bhagori goisa jen paisu

  • @fakerulislam3750
    @fakerulislam3750 หลายเดือนก่อน

    আমার অসমর এম পি সকলে কি করিছে।

  • @gh12138.
    @gh12138. หลายเดือนก่อน +1

    Bjp 2029 tu prai naikia hobo

  • @kumudbaruah2001
    @kumudbaruah2001 หลายเดือนก่อน +2

    কুকুৰৰ দৰে কিয় ইমান ভুকিছে? কিবা বাস্তব ইছু থাকিলে বেলেগ কথা। নৰেন্দ্ৰ মোডী য়ে শপত লোৱাৰ আগৰ পৰাই এতিয়া লৈকে ভুকি থকাৰ অৰ্থ কি?

  • @user-bb3wh4jg5w
    @user-bb3wh4jg5w หลายเดือนก่อน

    Ko be iman repeat koribo nalage oo😊

  • @mirzataku1251
    @mirzataku1251 หลายเดือนก่อน

    Paltu news

  • @jitulsaud9050
    @jitulsaud9050 หลายเดือนก่อน

    Tor do chale ko..

  • @sitadeviray5007
    @sitadeviray5007 หลายเดือนก่อน

    Faltu lecture

  • @mukutmalakar6178
    @mukutmalakar6178 หลายเดือนก่อน

    Kiman misa kathabilak koyhe.

  • @user-ep3px6zr1x
    @user-ep3px6zr1x หลายเดือนก่อน +1

    Good news

  • @janardhantaid6455
    @janardhantaid6455 หลายเดือนก่อน

    Good news