আজি বিৰোধী ঐক্যই ক’ব কি হৈ আছে, কি হ’বগৈ? ..মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ส.ค. 2024
  • অৱশেষত মধুচন্দ্রিকাৰ অৱসান নেকি?
    হঠাৎ‍ মহাজোঁটত মহাফাট!
    ৰাজ্যৰ বিৰোধী ঐক্যৰ মাজত এতিয়া যুযুধান ৰূপ
    যুযুধান ৰূপত এফালে ভূপেন বৰা আনফালে অখিল গগৈ
    শেহতীয়া উপ-নিৰ্বাচনৰ ফলাফলক লৈ অতিআত্মবিশ্বাসী হ’ল নেকি কংগ্রেছ?
    সৰ্বেসৰ্বা হ’বলৈ গৈ অধিক অত্যুৎসাঅহী হ’ল নেকি কংগ্রেছ?
    কংগ্রেছে নিজকে শক্তিশালী বুলি ভাবিলে নে শ’লঠেকত পেলালে সহযোগী দলে?
    ‘বিগ ব্রাৰ্দাৰ’ হ’বলৈ গৈ কংগ্রেছে ক’ৰবাত কৰিলে নেকি ভুল?
    অৱশেষত মুখ খুলিলে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও
    আজি বিৰোধী ঐক্যই ক’ব কি হৈ আছে, কি হ’বগৈ?
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    #PratidinTime #Abhimat #NitumoniSaikia #AssamNews #talkshow

ความคิดเห็น • 142

  • @bakulboruah2026
    @bakulboruah2026 หลายเดือนก่อน +98

    ভুপেন বৰা আৰু কংগ্ৰেছে তৎকালীন ভাৱে নিজৰ অহংকাৰ পৰিত্যাগ কৰক।অন্ততঃ ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ লগ লাগি সমানে আগবাঢ়ক।অতি ষ্পষ্টকৈ কৈছোঁ মানুহে কংগ্ৰেছ বুলি ভোট দিয়া নাই গৌৰৱ গগৈ,অখিল গগৈ, লুৰীণ গগৈ বুলিহে ভোট দিছে।অত‍্যুৎসাহী অহংকাৰী নহব।নহলে ২৬ ত খটম হৈ যাব।ভগৱানে কংগ্ৰেছ আৰু ভুপেন বৰাক সুমতি দিয়ক।

    • @user-nw5ol5ek7v
      @user-nw5ol5ek7v หลายเดือนก่อน +1

      Ohongkari Bhupen Borar poton ahi ase

    • @user-qg9dt9zb1c
      @user-qg9dt9zb1c หลายเดือนก่อน +2

      অ' তোমাৰ নিজস্ব একো নাই !!!

  • @mofidrohman6393
    @mofidrohman6393 หลายเดือนก่อน +13

    ভুপেন বৰাক কংগ্ৰেছৰ পৰা আতৰাব লাগে, অহংকাৰ বেছি হৈছে, কংগ্ৰেছৰ অহংকাৰ হ'লে আকৌ ৰাইজে লগ এৰিবলৈ বেছি সময় নালাগে।

    • @Gunakantaboruah-up5vc
      @Gunakantaboruah-up5vc หลายเดือนก่อน

      ভুপেন বৰাক কঙগেছৰ পৰা আতৰাওক নহ'লে ডুবিব।

    • @kapiluddinahmed2306
      @kapiluddinahmed2306 13 วันที่ผ่านมา

      😅

  • @TultulBora-k3g
    @TultulBora-k3g 22 วันที่ผ่านมา +2

    অখিল গগৈদেৱৰ মন্তব্যলৈ সমৰ্থন জনালো |

  • @madhabkalita2292
    @madhabkalita2292 หลายเดือนก่อน +7

    কংগ্ৰেছৰ হাৰ দেশৰ বাবেই হিত..

  • @hiteshdeka153
    @hiteshdeka153 หลายเดือนก่อน +18

    Congress য়ে অকলে উপ নিৰ্বাচন খেলিব বিচৰা টো মূৰ্খামী হব। ভূপেন বৰা আপুনি বেছি লম্প জম্প নকৰিব,,,,,,

  • @rajibborthakur7625
    @rajibborthakur7625 หลายเดือนก่อน +4

    ভূপেনদাৰ আপোনি হাৰিজাব

  • @umeshkardong6116
    @umeshkardong6116 หลายเดือนก่อน +8

    Alice's মানে অন্য দলে কেৱল কংগ্ৰেছক MLA বনোৱা Alice's নেকি ?

  • @anjuarabegum1502
    @anjuarabegum1502 หลายเดือนก่อน +3

    BJP বাট সুগম কৰি দিব খুজিছে। ক্ংগ্ৰেছৰ ভূল সিদ্ধান্ত বোৰে ভাল নকৰিব।

  • @TarunGogoi-zt2ox
    @TarunGogoi-zt2ox หลายเดือนก่อน +7

    ইহঁতে নিজে নিজৰ ধ্বংস আনিব।

  • @bhupenbaruah1733
    @bhupenbaruah1733 หลายเดือนก่อน +9

    ২০২৬ নিৰ্বাচন ঐক্যবদ্ধ ভাবে খেলা কথা টো যদি আলোচনা হৈছে ২০২৪ত উপ নির্বাচন অকলে খেলা যুক্তি শিশুসুলভ!

  • @keshakantadas1935
    @keshakantadas1935 หลายเดือนก่อน +3

    ভাৰতত বহু দলীয় ব্যবস্থা বিলোপ কৰি দুই দল ব্যবস্থা হলে দেশৰ উন্নতি হ'ব ।

  • @monjulahon7712
    @monjulahon7712 หลายเดือนก่อน +4

    অখিল গগৈ আৰু লুৰীণজোতি গগৈৰ কথা দুৰদৰশী সম্পন্ন । প্ৰত্যেক জন বিৰোধীয়ে অখিল গগৈ আৰু লুৰীণজোতি গগৈৰ কথা গুৰুত্বপূৰ্ণ সহকাৰে মানি ল'ব লাগিব ।

  • @kumudbaruah2001
    @kumudbaruah2001 หลายเดือนก่อน +4

    গনভিত্তিহীন কিছুমান দলে কংগ্রেসৰ লগহৈ বিজেপিক প্রতিহত কৰিব বিচৰাতো ইমান সহজ নহব। কংগ্রেসৰ বোকোচাত উঠি তেওঁলোকে নিজৰ স্থিতি প্ৰতিষ্ঠা কৰাতোহে আছল উদেশ্যে। ইলেকচন খেলিবলৈ তেওঁলোকৰ গনভিত্তিয়েই নাই। এই গন ভিত্তি নোহোৱা দলবোৰ এসময়ত কংগ্রেসৰ বাবে বুমেৰাং নিশ্চয়ই হব।

  • @subhadutta5368
    @subhadutta5368 หลายเดือนก่อน +2

    ভূপেন বৰাৰ অতপালি বেছি হ'ল। আগৰ নিৰ্বাচন সমূহত তৃন মূলৰ সদস্য সকলৰ মতামত লোৱা নাছিল কিয় ?

  • @kholilurrahman1828
    @kholilurrahman1828 หลายเดือนก่อน +2

    Agree with Akhil gagoi...

  • @kartick1957
    @kartick1957 หลายเดือนก่อน +2

    যুক্তিপূৰ্ণ কথা ডাঙি ধৰিছে অখিল গগৈ দেৱে ।

  • @khokansarkar1483
    @khokansarkar1483 หลายเดือนก่อน +4

    অভিমত আৰম্ভ হ'ল।

  • @arunbora9067
    @arunbora9067 หลายเดือนก่อน +1

    আঞ্চলিকতাবাদী সকলো দ'ল মিলি হয় এটা দলত চামিল হওক নহয় আঞ্চলিকতাবাদী মঞ্চত সমবেত হৈ যুঁজ দিবলৈ সাজু হোৱা উচিত। কোনো সৰ্বভাৰতীয় বিশেষকৈ কংগ্ৰেছ আৰু বিজেপি দলে আঞ্চলিক শক্তি উত্থান নিবিচাৰে।

  • @BishnuBaruah-hr9uj
    @BishnuBaruah-hr9uj หลายเดือนก่อน +4

    AJP এটা জাতিয়তাবাদি আঞ্চলিক দল। কোনো ৰাষ্ট্ৰিয়টাবাদি দলৰ চোৱাপাত চেলেকা প্ৰয়োজন নাই।

  • @harmohansaud134
    @harmohansaud134 หลายเดือนก่อน +7

    ভূপেন বৰা এজন অলগৰ্ধ যেন পাওঁ ।

  • @dibyajitdoley545
    @dibyajitdoley545 20 วันที่ผ่านมา +1

    অখিল গগৈৰ ধাৰণাই‌‌শুদ্ধ ।

  • @user-uz2td8wm6y
    @user-uz2td8wm6y หลายเดือนก่อน +2

    অসমত তামিলনাডু, অন্ধ্ৰপ্ৰদেশৰ দৰে প্ৰকৃত আঞ্চলিক দলৰহে প্ৰয়োজন আছে বুলি জনগণে ভাবিবলৈ লৈছে।

  • @user-kd4pv9nf8s
    @user-kd4pv9nf8s หลายเดือนก่อน +1

    অখিল গগৈদেবে কংগ্রেছক গাল পাৰি থকাটো সম্পুৰ্ণভাৱে এৰক।অখিলকো কংগ্রেছে ভয় নকৰে।

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k หลายเดือนก่อน +2

    বাংলাদেশৰ উকীল বিলাক দেশপ্ৰেমী বৰ বৰ নেতা। খাল কাটি ঘৰিয়াল ছপাই না টি বিলাকক ভগনীয়া বাত মুকলি বা দে একো নাথাকিব।1951। চ নৰ বংশ ধৰ ৰ বা দে ভোটৰ পৰা বাদ দিয়ে যদি এই বৰ অসমীয়াৰ হৈ ঘৰীয়ালৰ চকু পানী ম চা নেতা বিলাকৰ অস্তিত্ব নাথাকিব।এই খন অসমৰ এটা 60 বছৰৰ বুঢ়াক সুধিলো আপোনাৰ পৰিয়াল কিমান।উত্তৰ মোক লাগি 46 জন। মাটি কিমান। 1 বিঘা।1বিঘা মাটি300 তামোল ৰুলে কী হব আমাক নিজৰ ব্ৰহ্ম ৰক্ষা কৰা । সত্য কথাৰ হুজা মানুহ। গতিকে অন্ধকাৰ অসনি স্ং কেত।।

  • @puspadhardowarah1932
    @puspadhardowarah1932 หลายเดือนก่อน +14

    আমি অকলেই নিৰ্বাচন খেলিম"বুলি"কোৱাটো এটা অহংকাৰীৰ"বক্তব্য।

    • @Gunakantaboruah-up5vc
      @Gunakantaboruah-up5vc หลายเดือนก่อน

      ভুপেন বৰাৰ অহঙকাৰ হৈছে।
      অকলে কঙগেছ জিকিব নোৱাৰে
      ই ধুৰুপ।

  • @DebojitkrboraBora
    @DebojitkrboraBora หลายเดือนก่อน +1

    ।।এৰি দিয়ক এৰি দিয়ক বিজেপিক নিপাত হ'বলৈ এৰি দিয়ক।।

  • @bimalgogoi6818
    @bimalgogoi6818 หลายเดือนก่อน +17

    কংগেছৰ দুই এক নেতাই B.J.P.ক জিকাবৰ বাবে B.J.P.ৰ লগত মিটিৰালি কৰিছে যেন লাগিচে ।

    • @Gunakantaboruah-up5vc
      @Gunakantaboruah-up5vc หลายเดือนก่อน

      ভুপেন বৰাই বি জে পিক জিকাব
      বিছাৰিছে যেন অনুমান হয়।

  • @nilimachangkakoty2981
    @nilimachangkakoty2981 หลายเดือนก่อน +1

    Right

  • @jitengogoi3048
    @jitengogoi3048 หลายเดือนก่อน

    সুন্দৰ যুক্তি দাঙি ধৰিছে।

  • @user-ss5qh6vl8d
    @user-ss5qh6vl8d หลายเดือนก่อน +2

    ভূপেন বৰাক কব বিচাৰোঁ অখিল গগৈৰ সহযোগ থকাটো অতি প্ৰয়োজন
    এক হৈ থকাটো ভাল

  • @mitaliborguhain1560
    @mitaliborguhain1560 12 วันที่ผ่านมา

    অখিল গগৈৰ কাৰণে ক্্ংগেজ জিকিল ভুপেন বড়া আকৌ হাৰিব

  • @sunitgogoi4425
    @sunitgogoi4425 หลายเดือนก่อน +1

    2024 Election ot INDIA Gathbandhan or karone he Gourav Gogoi Sir Jorhat loksabha election ot Jikiboloi hookahm hol

  • @kamaleswarbordoloi993
    @kamaleswarbordoloi993 หลายเดือนก่อน +2

    হেৰৌ গোটেই বোৰ লগ লাগি যেনিবা চৰকাৰ গঠন কৰিব কেইদিন টিকিব? আদৰ্শ নিমিলে , সকলোৱে মিনিষ্টাৰ বিচাৰিব খোৱা কামোৰা হব জানা কথা ।

  • @muhiburrahman3942
    @muhiburrahman3942 24 วันที่ผ่านมา

    MOST welcome to all of you so much gratitude for important Speeches information's carried out toward's Assam as well as INDIA. The discussion is runnings through a remarkable ways. The people's of ASSAM wants Opposition's Plateforms Might be built-in ourwill, peace and happiness of the Country's ASSAM as well as INDIA beloved Mighty Nation's INDIA Congratulations

  • @user-kd4pv9nf8s
    @user-kd4pv9nf8s หลายเดือนก่อน

    তৃণমূল পৰ্যায়ত ভেটি নোহোৱা দিলেও যদি বৰ বৰ কথা কয় কংগ্রেছে কিয় মানিব।

  • @manabjyotidas6756
    @manabjyotidas6756 หลายเดือนก่อน +2

    Bhupen Borah bhul shidhanto from Hyderabad

  • @h1239640
    @h1239640 หลายเดือนก่อน +2

    ভাগিল বুলি কোনে ক'লে 😂😂 কে...

  • @pitambarkalita7781
    @pitambarkalita7781 หลายเดือนก่อน

    লুৰিনজ্যোতি গগৈ য়ে চামগুৰিত খেলক।

  • @assamnoobgamer9752
    @assamnoobgamer9752 หลายเดือนก่อน

    আৰু একশটা মান দল গঠন কৰি ঠাকক।সব স্বাৰ্থ পৰ সবে ৰজা হব খজে।আলু গুটি টো পাবি। বিজেপি ক হেৰোৱা ইমান সহজ নহয়।😂😂😂😂

  • @tarunchandranath
    @tarunchandranath 20 วันที่ผ่านมา

    ভুপেনবৰাৰ।কৌশল।আমি।সাধাৰণ।মানুহেও।বুজিছো।।বেয়া।কথা।জোল।খাবি😂

  • @syedforidhussain90
    @syedforidhussain90 13 วันที่ผ่านมา

    Bhasku di saikia is right Bhupen Bara behave like broker as sach party will be ruind bhupen bara should manege himself other wise again INDIA will weak

  • @kutubuddinmajumdar7871
    @kutubuddinmajumdar7871 หลายเดือนก่อน +1

    Akhil right

  • @PrakhenChetia
    @PrakhenChetia 11 วันที่ผ่านมา

    ৰাইজ।নাই।বিচৰা।লপা।কথা।নকব

  • @RojitaDas
    @RojitaDas หลายเดือนก่อน +3

    Bhupen borah thakile.. Congress katiau nathake.. guarantee 100%

  • @sahidulsvlogs7862
    @sahidulsvlogs7862 หลายเดือนก่อน +2

    মোৰ মতে ভূপেন বৰা ডাঙৰীয়াৰ ভুল হৈছে। কিছুমান কথা ৰাজহুৱা কৰিব লগা হ'লেও কৰিব নালাগে।তাতে নিজৰেই ক্ষতি হয়।

  • @liakathussain8769
    @liakathussain8769 หลายเดือนก่อน

    We are equally with okhil Gogoi

  • @PrakhenChetia
    @PrakhenChetia 11 วันที่ผ่านมา

    কেজোৱেল।।কোনে।জেলত।দিলে।কঙগৈজে।দিছে।নিতোম।দা।এথপা।কি।ফতোযা।কথা।কয়।

  • @AshaBasfor-rw7et
    @AshaBasfor-rw7et 22 วันที่ผ่านมา

    Nitu da , Apukak mur pranipat .... !

  • @rubulali6864
    @rubulali6864 25 วันที่ผ่านมา

    Cong,00000akhano napai

  • @monuranjanphukon8553
    @monuranjanphukon8553 หลายเดือนก่อน +1

    Bhupen Borai B J Pik hohai koriba bisarise

  • @PrashantaDihingia-t2g
    @PrashantaDihingia-t2g หลายเดือนก่อน +1

    Apper nata jane thik kise .hakaluke pangu kariba.

  • @achyutbora8873
    @achyutbora8873 หลายเดือนก่อน +1

    ৰাজনীতি ৰাইজৰ বাবে কৰিব লাগে। কেৱল বিজেপিক হৰুৱাবলৈ লোৱা টাৰ্গেট কিয়? উন্নয়নক বাধা দিবলৈ নেকি?

  • @surenchborah5402
    @surenchborah5402 หลายเดือนก่อน +1

    Alliance hob lage

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho หลายเดือนก่อน +3

    অসমত কংগ্ৰেছৰ বাহিৰে বাকি কেইতা দলৰ সাঙ্গা থনিক কিমান সকতিখালি সেই তোহে ডাঙৰ কঠা

  • @prvawatipegu8359
    @prvawatipegu8359 หลายเดือนก่อน +1

    অখিল গগৈৰ সিদ্ধান্ত ই ভাল সিদ্ধান্ত

  • @sunitgogoi4425
    @sunitgogoi4425 หลายเดือนก่อน

    Bora Sir apuna kothabure dollok khyati koribo,

  • @user-yk3yw8ds4v
    @user-yk3yw8ds4v หลายเดือนก่อน

    Bhupen bora ohangkari nohaba

  • @Stark-c6q
    @Stark-c6q หลายเดือนก่อน

    Saikia dai hahile Daat nolai jen paiso.

  • @user-of4yf2pu7w
    @user-of4yf2pu7w หลายเดือนก่อน

    Good news👍

  • @AshimkumarBhuyan-xe8ol
    @AshimkumarBhuyan-xe8ol หลายเดือนก่อน

    It is clear that opposition has given strength only jorhat MP seat win

  • @user-fp6ud8ym5k
    @user-fp6ud8ym5k หลายเดือนก่อน

    It will be a harculian task for Congress to win alone in the coming election. Congress should give due respect to opposition party for any election to be held in Assam. Adamant decision by some of the leaders will harm Congress.

  • @mukundadas3942
    @mukundadas3942 หลายเดือนก่อน

    Hariboloi bhoy khaise akhiluddin

  • @user-bv3oj6db3p
    @user-bv3oj6db3p 28 วันที่ผ่านมา

    Ap. Partyk..assamt kunu lukei vote .nidibo.sabisor nirba.sonot 27:59

  • @manuranjan_deuri08
    @manuranjan_deuri08 หลายเดือนก่อน +1

    All opposition party should strengthen their party organisation leaders in grassroot level. Than only you can think of defeating BJP in upcoming elections. BJP grassroot level and top leaders are so strong.

  • @MainulHoque-rx7jo
    @MainulHoque-rx7jo หลายเดือนก่อน

    উত্তম।

  • @purabidas2186
    @purabidas2186 หลายเดือนก่อน

    This time congress should be careful in taking decisions on alignment... Because congress party of Assam is nothing without the name of Gaurav.... Akhil ...and Lurin... though Lurin is defeated this time...his upgrade will reflect very soon...on the other hand Bhupen Bora is not a commendable leader for congress...more often his performance affects the party badly...

  • @h1239640
    @h1239640 หลายเดือนก่อน +4

    ৰাইজৰ দলে কথা কব নাজানে 😂। ভয় খালেই , MP খেলা নাই, বেলেগত খেলিবলৈ সুবিধা চাই আছে, সেয়েহে ভয়ত অখিলে চিঞৰি আছে 😂😂কে...

  • @kamaleswarbordoloi993
    @kamaleswarbordoloi993 หลายเดือนก่อน

    মগজ থকা ব্যক্তিয়ে খেলি মেলি বাৰে খিচিৰি চৰকাৰ এখন গঠণ কৰি দেশ ধ্বংস হবলৈ কেতিয়াও নিদিয়ে । যোৰহাটৰ বিহিৰে আন কটো বিজেপিৰ নোম এদালো লৰাব পৰা নাই । বিশেষ সম্প্ৰদায়ৰ সমষ্টি কেইটা ইউ দি এফে গণ্ডগোল নকৰিলে কংগ্ৰেছৰ সেইটোৱেই উৎসাহ ।

  • @hirakjutivlog2661
    @hirakjutivlog2661 หลายเดือนก่อน

    Good thingking

  • @dhananjoyborah2041
    @dhananjoyborah2041 25 วันที่ผ่านมา

    BUJIBA AARU BAKI NAI

  • @angarajgogoi3489
    @angarajgogoi3489 หลายเดือนก่อน

    সঠিক কথা কৈছে

  • @sunitgogoi4425
    @sunitgogoi4425 หลายเดือนก่อน

    Akhomot amar jatiya ba tholuwa doll bilak mili Congress ook logot loi agbahibo lage

  • @urstatus2637
    @urstatus2637 หลายเดือนก่อน

    চিকিৎসা কেই খনৰ ওপৰত আলোচনা এটাও কৰিব লাগে

  • @WASIM0270
    @WASIM0270 หลายเดือนก่อน +1

    Bhupen bora ata fal2 ....

  • @user-rc7vk4ir1k
    @user-rc7vk4ir1k หลายเดือนก่อน

    Bhupen.bora.ahaikar.aribarlagiabor

  • @brahmanandadas-yl9cd
    @brahmanandadas-yl9cd หลายเดือนก่อน

    ম়়্ডয়োৈ়ৌ

  • @Sumivlogs74
    @Sumivlogs74 หลายเดือนก่อน

    Akhil Gogoi thik koise

  • @minatisaikia9241
    @minatisaikia9241 29 วันที่ผ่านมา

    Bhupen Bora nije jikiba paribane tak himantor dust banai diba lage.Gasat kathal uthat tel puke kamura murtu hoise sel bel..garu haron diba..Murtu gol tak barkhasta kora bhal.tar nam kk

  • @pranitaroybhuyan6186
    @pranitaroybhuyan6186 หลายเดือนก่อน +1

    কংগ্ৰেছে ওপৰত যদি ঐক্যবদ্ধ হয়। তেতিয়া তৃনমূলৰ নেতা ঐক্যবদ্ধ নহয়। দৰদামত যায়। নহ'লে এইবাৰ বিজেপি পাৰ্লিয়ামেন্টত নাহিল হেতেন। বিহালীত ২১ ত চিপিআই এম-এল আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ ভোট মিলাই দিলে লোক সভাত কংগ্ৰেছে পোৱা ভোটৰ সমান। নিৰ্দলীয় গৰাকী ২১ ত জয়ী হ'লে কংগ্ৰেছত যোগ দিব বুলি কংগ্ৰেছ নিৰ্দলীয় দুই ফালৰ প্ৰচাৰ আছিল। কংগ্ৰেছক লোকৰ ভোট লাগে কিন্তু লোকক নিদিয়ে।

  • @user-jm7nt8xg5k
    @user-jm7nt8xg5k หลายเดือนก่อน

    Bhupen borah sir cong.ot apunar kimat jonopiyota ase buli babise

  • @nawanitapator3572
    @nawanitapator3572 หลายเดือนก่อน

    চামগুৰিত যদি জিকিব নোৱাৰে আন কতোৱে জিকিব নোৱাৰে বিৰোধী য়ে.

  • @monuranjanphukon8553
    @monuranjanphukon8553 หลายเดือนก่อน

    Bhupen Bora mane congress nohoi amio ejon congress kormee

  • @kristipriyachutia1124
    @kristipriyachutia1124 หลายเดือนก่อน

    Bhupene khathatu vabi. Sab nahale. Bipad haba

  • @nirudevideka4375
    @nirudevideka4375 หลายเดือนก่อน +1

    Ms bhupen bara.kathabur alap kamkai kaba

  • @pollobikotoki7718
    @pollobikotoki7718 หลายเดือนก่อน

    Last r kotha har Val lgile sorai more roi aru manuh more koi hsake birudhi akeloge thakok tatiahe 2026 ot election r result Val hb ji raije bisari ase.

  • @user-bu3zj1wb2k
    @user-bu3zj1wb2k หลายเดือนก่อน

    A dada vy korisa

  • @rameshpayang7871
    @rameshpayang7871 หลายเดือนก่อน

    Ki tumar. Kotha esposhto nohoi nki, 😂😂😂😂 raijor dal r neta Jon koi take , esposhto 2 koi take

  • @hmhassan2600
    @hmhassan2600 หลายเดือนก่อน

    Dadai 2026 ot khelibo 126 but jikar ischa 26

  • @user-rc7vk4ir1k
    @user-rc7vk4ir1k หลายเดือนก่อน

    Bhuprn.bora.birudhi.akarmaich.bhagiabar

  • @sunitgogoi4425
    @sunitgogoi4425 หลายเดือนก่อน +1

    Moi bhabu Bhupen Bora Dangriya apuni hosai BJP Doltik Rodh koribo Bisarise ne, Apuni Amar CM Sire kuwa nisinaki appuni BJP poti Vitori dorod puhi Rakise

  • @LakrishnaChetia
    @LakrishnaChetia หลายเดือนก่อน

    Rajor dol kheli meli dekhisu

  • @HussainAli-i4n
    @HussainAli-i4n 8 วันที่ผ่านมา

    காலை

  • @bishaldas3964
    @bishaldas3964 หลายเดือนก่อน +1

    Vote for Congress

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k หลายเดือนก่อน

    গতিকে অন্ধকাৰ অসনি স্ং কেত।।

  • @mridupawanboruah6068
    @mridupawanboruah6068 หลายเดือนก่อน

    Bhupen borak bahi
    skar kariob lage, tew cm huwa aasha puron nahabo j

  • @user-pq8vz5ky6t
    @user-pq8vz5ky6t หลายเดือนก่อน

    AllianceHobaLageasperdiscussed. 6:11

  • @user-pq8vz5ky6t
    @user-pq8vz5ky6t หลายเดือนก่อน

    AllianceisrequridintheinrestofAssam. 8:45

  • @BablaiBablai
    @BablaiBablai หลายเดือนก่อน

    Raj.niti.babisil.janotayi.babani

  • @brahmanandadas-yl9cd
    @brahmanandadas-yl9cd หลายเดือนก่อน

    0:32

  • @PronabDeori-xt1wc
    @PronabDeori-xt1wc หลายเดือนก่อน

    Alop Ara dhora maj ot solibo lage.