Meet my inspiration the forest man of India Padma Shri Jadav Payeng
ฝัง
- เผยแพร่เมื่อ 26 ก.ค. 2024
- #forestmanofindia
Jadav "Molai" Payeng is an environmental activist and forestry worker from Majuli, popularly known as the Forest Man of India. Over the course of several decades, he has planted and tended trees on a sandbar of the river Brahmaputra turning it into a forest reserve.
পায়েং ছাৰৰ লগতে আপোনাকো বহুত গৌৰৱান্বিত কৰোঁ। পায়েং ছাৰ আমাৰ অক্সিজেন। আৰু আপুনিও এজন মহান ব্যক্তি।❤
যাদৱ পায়েং অসমৰ গৌৰৱ ।চৰকাৰে কোটি কোটি টকা খৰছ কৰিলে গছ কিমান গজিল বা জীলে ভগৱানেও নেজানে চাগে।
আপোনালোক দুয়োকে ভাগবানে দীৰ্ঘ আয়ুস দিয়ক তাৰেই কামনা কাৰণ দুই জন আমাৰ গৌৰৱ।
মানৱ অৰণ্য যাদৱ পায়েঙ ডাঙৰীয়ালৈ শতিকাত প্ৰণাম। তেখেতৰ সৰলতা আৰু কথাবাৰ্তাৰ নথৈ আনন্দিত হলো। মানুহৰ সাজ পোচাকত মানৱীয়তা ধৰিব নোৱাৰে। ধন্যবাদ পায়ঙ ডাঙৰীয়া।
যাদৱ পায়েঙ ডাঙৰীয়াক স্বচক্ষে দেখিলোঁ আৰু তেখেতৰ বহুমূলীয়া , সাৰুৱা বাস্তব জ্ঞানৰ অভিজ্ঞতাৰ বিষয়ে শুনি বহু উপকৃত হলো।
শ্ৰী যুত পায়েং ডাঙৰীয়াৰ সু স্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ ।
জয় আই অসম !
দুয়ো জনকে ভগৱানে ভালে ৰাখক তাৰে কামনা কৰিলো ❤❤
" তাত বিশ্বৰ 195 খনৰ 13 খন দেশে ইংৰাজীত কথা কয়। বাকী সকলোৱে নিজৰ মাতৃভাষাত কথা কয়।"
নিজৰ ভাষা প্ৰতি সচেতন জাতিয়ে হে সচা অৰ্থত বিকাশ কৰিব পাৰে।
বহুত ভাল লাগিল পায়েং চাৰৰ কথা খিনি শুনি। একেৰাহে তিনি বাৰ চালো আৰু শুনিলো। শত কোটি প্রনাম জনালোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ🙏🙏🙏🙏
খুব ভাল লাগিল। অৰন্য মানবজনৰ দীৰ্ঘ জীৱন কামনা কৰিলোঁ।
ইমান সুন্দৰ কথাবোৰ তেখেতৰ।মই আজি হে শুনি ছো।❤
ধন্য ধন্য কলি কাল ধন্য নৰ তনু ভাল ধন্য ধন্য ভাৰত বৰিষে। কুশলে ৰাখক ভগৱানে আজীৱন। জয় গুৰু শঙ্কৰ, কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
His heart is so pure wonderful person ❤
Manuh Jon nijor nojor lagise ...morom lagise khura jonk ...bht bht mrm.. Assam raijo falor pora
ইমান সুন্দৰ কথাবোৰ একেবাৰে অন্ত ৰ চুই গৈছে।
🙏🙏🙏 great man of India 🇮🇳
Love from tezpur ❤️ my inspiration jadob payeng ❤❤😊
ভিডিওতোৰ বাবে ধন্যবাদ দাদা ❤।। বহুত কথা শিকিবলৈ পালো 😊
Bahut val lagil jadav payeng sirat khota khuni aru video upload kori diya karone🎉🎉tq
Eman vaal lagil kothbur huni... Huni a thakibo mon jai... Hosakoi teo bohut kotha jane... And dada apunar protyek tu video a special hoy.. Sai a vaal lage.
খুব সুন্দৰ Video। আগলৈও এই ধৰণৰ video পাম বুলি আশা কৰিলো।
Forest man of India ' Jadav payeng ' I want to meet him.
Thank you so much.
Nilakanta chandi
বিশ্বজয়ী সৰলতা ❤
এৰা এজনে অভৰায়নৈ কৰিলে ,চৰকাৰে বিয়াগোম বন বিভাগৰ বিষয়া সকলৰ যোগেদি কোটি কোটি টকা খৰছ কৰিও নোৱাৰে ।
Love ❤ from udalguri payeng sir❤
Liked this informative video. Thank you!
I love him he is my inspiration
🙏🏻💐মহান ব্যক্তি ধন্যবাদ থাকিল।
Inspiration unlimited ! Thanks !!!
Bar hundar kotha huni bar val lagil.
Bor Dhuniya video Dada
পায়েং ছাৰৰ ভিদিওবোৰ চালে চাই থাকিবৰ মন যাই ।ধন্যবাদ🙏
Frst video tumar ai2 tatya pora tumak seni pwa holu moi tumi matir manuh tumar mon2 bohut val ...MSD ❤❤
অমৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো
বহুত ভাল লাগিছে ভিডিঅ টো চাই
বহুত ভাল লাগিল🙏
Salute payeng Sir.
Bohut bhallagise
Nice information. Keep it up. God Bless you.
ভাল লাগিল পায়েঙ চাৰৰ কথা শুনি
Tumar 1ta video moi 6 bar k sau..................... because tumi mur homoy aru jiban......
God bless you.......
Adin kotha patim....
Aaji frist comant korilu..........
বহুত ধুনীয়া দাদা।
Val video ❤ Jadab Payeng 👑 Sir xodai vale thake jen 🙏
KhubVal lagil ❤
Xundar video vai
Jadap payeng is very important pation in worlth
Land of forest son,soil.let know more about J.Payang.
Jadab payeng দেবলৈ সহস্ৰ প্ৰণাম।
Bohut bhal laagil xaai....👌👌💐💐
Great man.❤❤❤❤
বহু ত ভাল লাগিছে
Nice 👍
Love india love assam ❤❤❤❤❤❤❤❤❤❤
Helpful video for me 👍
All the best 👍 from Assam Jagiroad
❤️❤️❤️❤️❤️
সুন্দৰ ❤️❤️
Nice video❤
অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙ ডাঙৰিয়াৰ লগত তোমাৰ সৈতে কথোপকথন অতি আৰ্দশনীয়.. বহুত কথা জানিব পাৰিলো vdo টোৰ পৰা ।
Dhunia ❤
Wanderfull Sir
খুব ভাল লাগিল কথাবোৰ জানি
❤❤❤
Amar gourab payeng sir ❤
Jadov sir❤❤❤
@Jadab Payeng Zindabaad
Verry nice
🙏🙏🙏
❤️❤️❤️
ধন্যবাদ
I love forest
Baideo o interview to bhal koi loise. Keep it up sister! ❤
God bless you thanks
Jadav payeng aru homoy dui favourite person hy mr
Dada eaman val
Amazing video ❤
God bless you 🙏❤❤❤❤
Very good video ❤❤❤
Vall lagil sai
বহুত বহুত ভাল লাগিল,vdo টো চাই। নজনা কথা জানিব পৰিলো। তোমাক বহুত ধন্যবাদ।
ভাল লাগিল। ধন্যবাদ।
God bless you
সহজ সৰল যাদেৱ পায়েং ছাৰলৈ শতকটি প্ৰণাম ভগৱানে কুশলে ৰাখক লগতে সময় তোমাকো কুশলে ৰাখক৷
Hom
...hom
Oy❤❤
Emn dhunia
ভাল লাগিছে❤
ভাল লাগিল শুনি।।।
❤❤❤
Great message
Xundor👌
Hats off to you Payeng Sir.
Salute u u tbr..from kashmir
Vall lagil homoy daa🙏❤
Lovely ❤
Tumi aguwai juwa
Undor kta ❤❤❤
Great news bt❤❤🎉🎉
Payeng sir real hero ❤❤❤
moja
❤❤❤❤❤❤jadob sir
❤❤❤super man
Hi Homoy, thank you for the beautiful video and the absolute truth about the nobleman. Please tell me which camera settings you use for your recording. It's apparent and lucid; as vivid as the Molai reserve forest.
God bless you 🙏
i love jadob payeng sir❤❤❤
Very nice bro
❤❤❤❤