সময়ে বহুতৰ জীৱন সলালে...

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ธ.ค. 2024

ความคิดเห็น • 1.1K

  • @mridulduwarah7897
    @mridulduwarah7897 ปีที่แล้ว +128

    অসমৰ Best ইউটিউবাৰ কোন বুলি শুধিলে একেষাৰে কম সময়. শুভকামনা আছে সদায় থাকিব.

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 6 หลายเดือนก่อน +1

      মুঠৰ ওপৰত সময় হয় সময় গগৈ ভগৱানৰ দিতীয় অৱতাৰ ।মানিছো ।

  • @keshabtamuly6007
    @keshabtamuly6007 9 หลายเดือนก่อน +13

    শ্ৰীকৃষ্ণ অৰ্জুনৰ মহাভাৰতৰ বাৰ্তালাপ। বহুত বহুত বহুত ধন্যবাদ জনালো আৰু আশীৰ্বাদ থাকিল।

  • @khanindranath1990
    @khanindranath1990 ปีที่แล้ว +77

    এজন প্ৰকৃতাৰ্থত সুন্দৰ মনৰ মানুহ, "সময়" সদায় আগবাঢ়ি যোৱা তুমি ভগৱানে তোমাক আৰু শক্তি দিয়ে, তাকেই কামনা।

  • @mridulgogoi3457
    @mridulgogoi3457 ปีที่แล้ว +305

    অসমৰ ভাত খোৱা শাক খোৱা নৃত্য কৰা youtuber সকলে এইজনৰ পৰা শিকিব লগীয়া বহুত আছে

  • @rikanwar3781
    @rikanwar3781 ปีที่แล้ว +183

    সময় ❤ অসমৰ এজন শ্ৰেষ্ঠ ইউটিউবাৰ, আগুৱাই যোৱা, ভগৱানৰ অৱতাৰ তুমি, সময় সদায় মানুহৰ লগত

  • @parthamixarsassam6762
    @parthamixarsassam6762 ปีที่แล้ว +46

    অসমৰ বাকী ইউটিউবাৰ সকলে শিকক এইজন মহান দাদাৰ পৰা। এখেতৰ আদৰ্শ ল‌ওক ।

    • @binagogoi4463
      @binagogoi4463 8 หลายเดือนก่อน +2

      সময়ৰ একাউণ্টত মই মাহে ১০০/টকাকৈ দিম ।মোৰ শক্তি ইমানেই ।

  • @GyanBarnil28Vlogs
    @GyanBarnil28Vlogs ปีที่แล้ว +45

    ঊফফফ,,, আজিৰ দিনটোতো যে এনেকুৱা মানুহ আছে। ভগৱান আপোনাক অশেষ ধন্যবাদ প্ৰভূ🙏🙏🙏 চক্ৰপাণি দা তেখেতৰ কাৰণে মই সদায় ধুপ জ্বলাম, কাৰণ সময় দা দীৰ্ঘায়ু হওঁক।। সময় সময়ৰ সৈতে মিলি থাকক।।
    শেষত চক্ৰপাণি দা আপোনাকো বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ কাৰণে ইমান ধুনীয়া এটা অনুষ্ঠান কৰাৰ বাবে🙏

  • @rupjyotisarma7434
    @rupjyotisarma7434 ปีที่แล้ว +15

    আপোনাক প্ৰশংসা কৰিবলৈ ভাষা নাই। ইমান ভাল মানুহ থাকিব পাৰেনে বাৰু!!! ভাবি আচৰিত হৈছো। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @Hiya_Maina-w8u
    @Hiya_Maina-w8u ปีที่แล้ว +123

    বৰ্তমান সময়ৰ সচা অন্তৰৰ প্ৰকৃত মানুহ বুলি কবলে হলে "সময়" বুলি কব লাগিব৷৷ ঈশ্বৰে আশীৰ্বাদ কৰক সদায় এনেদৰে আগুৱাই যাওঁক৷৷

    • @MaheshPayeng-g6w
      @MaheshPayeng-g6w ปีที่แล้ว +3

      Very nice

    • @ProtimaDehingia
      @ProtimaDehingia ปีที่แล้ว

      প্ৰতিমা দিহিঙীয়া আশীৰ্বাদ দিছো আৰো আগ। বাৰা

  • @sumubaruah5692
    @sumubaruah5692 ปีที่แล้ว +40

    প্ৰকৃততে মানৱতা এইজন দাদাৰ লগতহে আছে। বহুত বেছি ভাল দাদাজন।❤❤

  • @amyworlds2148
    @amyworlds2148 ปีที่แล้ว +11

    Homoy assam r best youtuber.. tumak vogowan a aru hokti diyok..

  • @lizaborthakur8432
    @lizaborthakur8432 ปีที่แล้ว +18

    সময়ে কৰা কামবোৰ দেখি মোৰ দুখ লাগে ইমান খোলা অন্তৰৰ মানুহ আজিও পোৱা যায় । বিপদত পৰা মানুহক সহায় কৰাৰ পিছত কিমান আনন্দ পোৱা যায় নিজে জানো। বহুত ভাল লাগে ।

  • @gp9537
    @gp9537 ปีที่แล้ว +215

    জোতা যোৰ দাদাৰ পিন্ধি আহিছো...লাজ নকৰাকৈ ইমান সৰলভাৱে কৈ পেলাইছে 👑🙏

    • @akashamchong3394
      @akashamchong3394 ปีที่แล้ว +4

      Love you brother... bohut vl lge tmk... kori jua vl vl Kam....

    • @NeelGogoi-d8n
      @NeelGogoi-d8n ปีที่แล้ว +1

      😂

    • @KushalKalita-q8r
      @KushalKalita-q8r ปีที่แล้ว +1

      Homoy dar kathabilak bohut val lage❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

    • @bhaikonmobilecare3303
      @bhaikonmobilecare3303 ปีที่แล้ว +1

      Hosa monr manuh my bro homoy

    • @awaneeshmahanta2645
      @awaneeshmahanta2645 10 หลายเดือนก่อน +1

      মই সদায় ছাও বৰ ভাল লাগে আজি দিনত বৰ বিৰল সময়ক আশীৰ্বাদ ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

  • @nirupomanirmolia2820
    @nirupomanirmolia2820 ปีที่แล้ว +6

    দুজন সৎ ব্যক্তি গ'ল হৈ কি মে সুন্দৰ আলোচনা।মহৎ উদ্দেশ্য লৈ আগ বাঢ়ি যোৱা ব্যক্তিৰ লগত সদায় ভগৱান থাকে । আলোচনাৰ কথা বোৰ শুনি আবেগিক হৈ পৰিছো। তোমালোকৰ জীৱন বোৰ সুন্দৰ হওঁক। আশীৰ্বাদ কৰিছোঁ, ভগৱানে সু স্বাস্থ্য ও দীৰ্ঘায়ু কৰক তাৰেই কামনা কৰিলোঁ। ধন্যবাদ।সময় সময় সময়

  • @pravachutia931
    @pravachutia931 ปีที่แล้ว +40

    ভগবান মানুহৰ ৰূপত আহে ,সচাঁই তুমি ভগৱান । ৰাইজক সেবা কৰিবলৈ মন্ত্ৰী বিধায়ক নহলেও বহুত কৰিব পাৰে ।লাগে মাথোন এখন বিশাল সিদয । ধন্যবাদ

  • @lakshyajyotisaikia6072
    @lakshyajyotisaikia6072 ปีที่แล้ว +23

    দুজন সঁচা অন্তৰৰ মানুহ লগ হৈছে একেলগে ❤❤❤❤

  • @Sevengamingaxom02
    @Sevengamingaxom02 ปีที่แล้ว +8

    Axomr 1st youtuber with zero nagative comments.....HOMOY IS INSPIRESON OF OUR YOUTH

  • @joyprotimsarma8266
    @joyprotimsarma8266 ปีที่แล้ว +14

    মানুহে HOMOY দাদাৰ পৰা বহুত শিকিবলগীয়া আছে ❤

  • @lekhikaphukon
    @lekhikaphukon ปีที่แล้ว +22

    আনক নিঃস্বাৰ্থ ভাৱে সহায় কৰিব পৰা, বৰ্তমান সময়ৰ সোঁতত পৰি সলনি হৈ নোযোৱা দাদা জন😊🩷 বহুত ভাল লাগে আপোনাক। ইমান সুন্দৰ মনৰ গৰাকী,ভগৱানে সদায় কুশলে ৰাখক❤️

  • @Bastav_Basanta
    @Bastav_Basanta ปีที่แล้ว +29

    সময় গগৈ কিছুমানৰ বাবে ভগৱান 🙏❤️

  • @dulumanirabha7719
    @dulumanirabha7719 ปีที่แล้ว +30

    আপোনাৰ অনুষ্ঠানত দাদাক চাবলে বহুত মন আছিল । আজি দেখি মন ভৰিল । দাদাৰ কামবোৰ দেখি আগুৱাই যাবলৈ সাহস পাওঁ। তেওঁৰ দৰে বহুত বেছি সহায় কৰিব নোৱাৰিলেও কিছু পৰিমাণে হ'লেও সহায় কৰিবলে চেষ্টা কৰো। মোৰ অনুপ্ৰেৰণা তেওঁ লগতে আপুনি । বাৰ্তালাপ সদায় জিলিকি থাকক ।

  • @ayushdasboro8899
    @ayushdasboro8899 ปีที่แล้ว +9

    ইমান সুন্দৰ মনৰ লৰা বহুত মৰম সময় তোমালৈ৷সদায় কুশলে থাকা সুস্থ হৈ থকা৷

  • @Xopun_96
    @Xopun_96 ปีที่แล้ว +22

    কবলৈ ভাষা নাই, তোমাক ভগৱানে শক্তি দিয়ক আৰু আগবাঢ়ি যোৱা ।
    এদিন মই ও তোমাৰ দৰে হম ❤

  • @nivagogoi3327
    @nivagogoi3327 ปีที่แล้ว +11

    সময় সদায়েই ৰাইজৰ হৈ আগবাঢ়ি যোৱা।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 ปีที่แล้ว +46

    সময় অনন্য। তেওঁ খুউব ভাল কাম কৰিছে। সকলোৱে সময়ক ভাল পায় কাৰণ সময় সকলোৰে নিত্য সহচৰ। তেওঁৰ কল্যাণ হওক।

    • @hansrajgogoi230
      @hansrajgogoi230 ปีที่แล้ว +3

      সময়ৰ দৰে লৰা আমাৰ নাহৰকটীয়াত আছে, বহুত গৌৰৱ অনুভব কৰিছো। বহুত আগুৱাই যাবলৈ আশীর্বাদ কৰিছো। লগতে চক্রপানী পৰাশৰ দেৱক ধন্যবাদ জনালো। 🙏

  • @hemantabaruah3693
    @hemantabaruah3693 11 หลายเดือนก่อน +3

    বহুত বহুত ভাল লৰা,ভগৱানে কৃপা কৰক।সময়ক দুখীয়াৰ বাবেই,মানুহৰ বাবেই পৰমজনে এই ধৰালৈ পঠিয়াইছে।লৰাজন যিমান ধুনীয়া,তেওঁৰ মনটো তাতকৈও বেছি ধুনীয়া।🎉🎉🎉

  • @utpalgogoi8457
    @utpalgogoi8457 ปีที่แล้ว +18

    পৃথিৱীত জীয়াই থকাৰ সাৰ্থকতা অনুভৱ কৰিছোঁ................ ।

  • @AmarDas-lh5lg
    @AmarDas-lh5lg ปีที่แล้ว +14

    দুয়ো জন বহুত পিয় ❤❤দুয়ো মনে ভাল ভাল কাম কৰি যক❤❤

  • @dokpunmina1505
    @dokpunmina1505 ปีที่แล้ว +10

    সেই সময়ৰ শ্রেষ্ঠ ব্যক্তি জনেই হ'ল সময় গগৈ ৷
    মোৰ খুবে ভাল লগা এজন ব্যক্তি ৷

  • @sovitaboruah2033
    @sovitaboruah2033 ปีที่แล้ว +26

    সময় সদায় সময় হৈথাকক❤

  • @trvstjah2839
    @trvstjah2839 ปีที่แล้ว +15

    'Homoy', a true human being with a golden heart 💛

  • @BaishaliGogoi
    @BaishaliGogoi ปีที่แล้ว +28

    সঁচাকৈ সুন্দৰ মনৰ অধিকাৰী, তেওঁৰ কামবোৰ সঁচাই বহুত ভাল লাগে। সদাই আগবাঢ়ি যাওঁক তেওঁ। ❤️❤️❤️

  • @kushdeepcreation2852
    @kushdeepcreation2852 ปีที่แล้ว +29

    সময়দাৰ কাৰনে এটা like❤🙏

  • @Sanjida156
    @Sanjida156 ปีที่แล้ว +22

    TH-camr bohut ase.Ghore ghore youtuber buli kole u bea nohoi Kintu eijon r Kotha e Hukia.........Bohit val lora dai kobole word nai.....Belege youtuber poisa pai gari loi,nijor lifet agbahi jai .Kintu homoi e ji korise manuhr ontorot jega paise.Bohut val lagile ❤

  • @superhithindisongs3563
    @superhithindisongs3563 ปีที่แล้ว +17

    দাদাৰ উদ্দেশ্য আত্মাৰ সৈতে মোৰ উদ্দেশ্য আত্মাৰ ১০০ শতাংশ ই মিল আছে ময়ো এনেদৰে দুখীয়া লোক সকলক আৰু জীৱ-জন্তুক সহায় কৰিব বিচাৰো, দাদালৈ অশেষ শুভকামনা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤️❤️❤️❤️💚💚💚❤️❤️💜💜💜💜💛💛💛💛

  • @amordaw3728
    @amordaw3728 ปีที่แล้ว +41

    সময় দা সদায় ৰাইজৰ প্ৰিয় হৈ থাকক❤

  • @nabanitaborah1147
    @nabanitaborah1147 ปีที่แล้ว +16

    তেখেতৰ কামবোৰ চিন্তাবোৰ খুব ভাল লাগে। তেওঁক দেখি এনে লাগিছে মোৰ সপোনবোৰ তেওঁ আগতীয়া কৈ আৰম্ভ কৰিছে❤❤

  • @mohantaid2428
    @mohantaid2428 ปีที่แล้ว +10

    সময় দা আগুৱাই যোৱাৰ তাৰে কামনা

  • @SusmitaChutia-b3c
    @SusmitaChutia-b3c ปีที่แล้ว +22

    সুন্দৰ মনৰ মানুহ দুজনক ভগৱানে যেন লক্ষ্যত উপনীত কৰাই । কুশলে ৰাখক দুয়োকে🙏🙏🙏

  • @DarshnadekakalitaDarshna
    @DarshnadekakalitaDarshna 3 หลายเดือนก่อน +2

    ভগৱান ৰূপী সময়.... আমাৰ বাবে এক আদৰ্শ.... বহু শিকিব লগা আছে আমিবোৰে.... পেৰনা পাইছো বহুত❤❤

  • @dibyangshusarmahronie3268
    @dibyangshusarmahronie3268 ปีที่แล้ว +18

    সুন্দৰ মনৰ মানুহ
    সময় সদায় অনন্য
    সদায় ভাল হওঁক
    আগুৱাই যোৱা ❤

  • @indranigogoi4233
    @indranigogoi4233 ปีที่แล้ว +19

    মোৰ খুব ভাল লাগে সময়ক। ভগৱানে সদায় ভালে ৰাখক তোমাক❤🙏

  • @Mamonigogoi-l6c
    @Mamonigogoi-l6c ปีที่แล้ว +18

    সময় , নতুন প্ৰজন্মৰ নতুন পৰিকল্পনাৰ এগৰাকী মহান মনৰ যুৱক৷ মই নাহৰকটীয়াৰ শংকৰদেৱ সংঘৰ অধিবেশনত প্ৰথম দেখিছিলো ভাগৱত ভ্ৰমণত সময়ে ধুনীয়াকৈ কেমেৰা কৰি আছে 🎉🎉🎉

  • @bondanadas7407
    @bondanadas7407 ปีที่แล้ว +21

    সময় ❤খুব সুন্দৰ এটা নাম।।তেওঁ কাম বোৰ বহুত শলাগিব লগীয়া।। তেখেতৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।।আৰু ভাল ভাল কাম কৰি যোৱা আমাৰ আশীৰ্বাদ সদায় থাকিব।।👌🙏🙏

  • @kaushiksaikia2005
    @kaushiksaikia2005 ปีที่แล้ว +13

    সময় দাদা❤️‍🩹 তুমি সঁচাকৈ বহুত ভাল। ভগৱানে তোমাক সদায় কুশলে ৰাখক❤️‍🩹😊

  • @Xyz44ss
    @Xyz44ss ปีที่แล้ว +10

    বৰ্তমান সময়ৰ ভাল কাম কৰি থকা লৰা জন সময় গগৈ❤বহুত বেছি ভাল লাগে

  • @kaberimoran5496
    @kaberimoran5496 ปีที่แล้ว +9

    তোমাৰ দৰে মানুহৰ আছে বাবে আমি জীয়াই আছু।ভাইতি তোমি ভালে থাকা।

  • @DiptiGogoi-ob8ux
    @DiptiGogoi-ob8ux 5 หลายเดือนก่อน +1

    Val lagil Kathabor huni God bless you ❤❤

  • @mridulpegu9199
    @mridulpegu9199 ปีที่แล้ว +5

    Homoy is a great person ❤ salute you brother 🙏👍😘

  • @bhaskarphukon968
    @bhaskarphukon968 ปีที่แล้ว +9

    ঈশ্বৰ, সময়ৰ সাৰথি হওক,মোৰ ফালৰ মাত্ৰ হিয়া উজাৰি মৰম❤❤

  • @BarnilAssam
    @BarnilAssam ปีที่แล้ว +36

    এই মানুহজন সঁচাকৈ ভাল মনৰ মানুহ ❤❤❤

  • @parineetaskitchen9383
    @parineetaskitchen9383 ปีที่แล้ว +6

    জীৱনৰ প্ৰতি পল সময় আমাৰ মূল্যবান । অনুস্থানটো ভাল লাগিল । দুয়োজনেই মোৰ প্ৰিয় । শুভাশীষ থাকিল ।

  • @Nirmalisvlog
    @Nirmalisvlog ปีที่แล้ว +20

    ইমান সুন্দৰ অন্তৰ ।❤ ভগৱানে ভালে ৰাখক দুয়োজনকে । 🙏❤️

  • @jubinmili5173
    @jubinmili5173 ปีที่แล้ว +1

    Manujonor kotha bohut vl lge jar nam homoy....osakoi namor lgot kam kore....vl lge homoy

  • @tinytittoo8474
    @tinytittoo8474 ปีที่แล้ว +17

    Salute sokropani daa for inviting this amazing person ❤️

  • @rabinkalita-zw6st
    @rabinkalita-zw6st 6 หลายเดือนก่อน +2

    Moromor yutuber ,apnk bhut dhanyabad

  • @nirusaikia7631
    @nirusaikia7631 ปีที่แล้ว +26

    চক্ৰপাণি আৰু সময় দুয়োজন অতিকে আপোন ❤ , চক্ৰ পাণি মানে ভগৱান। সময় , সময়েই অতীত, বৰ্তমান আৰু ভবিষ্যৎ ।সময়ে সকলো সলনি কৰে। তেনেদৰে সময়ে ও সমাজত মানুহ ৰূপে মানুহৰ কাম কৰিবলৈ ভগৱানে পঠিয়াইছে। সচাকৈ পৃথিৱীত মানুহ জন্ম লৈ যদি সাধ্য অনুসৰি সহায় কৰিব পাৰিলেহে মানুহৰ জন্ম লোৱা সাৰ্থক হয় বুলি মই ভাবো।

  • @kangkansarma4345
    @kangkansarma4345 ปีที่แล้ว +8

    সময়ৰ মানৱ দৰদি চিন্তা ধাৰা বোৰ বৰ্তমান সময়ত তেনেই তাকৰ। তেখেতৰ কাম বোৰ বহুতৰ বাবে প্ৰেৰণা হোৱা উচিত। ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যে তেখেত ভালে ভালে থাকক আৰু বহুত ভাল ভাল কাম কৰি যাওক

  • @junmoniborah6402
    @junmoniborah6402 ปีที่แล้ว +37

    সময় তুমি আনৰ কাৰনে কৰিছা, তোমাৰ বাবে ভগৱান সদায় আছে। তোমাৰ মা, দেউতা, বহত ভাগ্যবান। ❤❤❤❤❤

  • @karabisaikia8087
    @karabisaikia8087 หลายเดือนก่อน

    সুন্দৰ ব্যক্তি সময়লৈ বহুতো শুভকামনা🎉

  • @PallabiBoruah-u6s
    @PallabiBoruah-u6s ปีที่แล้ว +4

    বহুত ভাল লাগে দুয়ো জনক । লগপোৱা আশা আছে দুয়োকে ।

  • @naomikamarmajuli6367
    @naomikamarmajuli6367 ปีที่แล้ว +4

    ‌সময় তোমাক ভগৱানে মংগল কৰক।তাৰে কামনা কৰো।মাজুলীৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ।আগবাঢ়ি যোৱা।।।।।

  • @pijushsaikia5167
    @pijushsaikia5167 ปีที่แล้ว +8

    Goosebumps.....while you say about Sunor Axom❤

  • @jadabBharali
    @jadabBharali ปีที่แล้ว +10

    ভাল মানুহ বহুত দেখিছো,, কিন্তু ইমান ভাল মানুহ প্ৰথম দেখিছো ❤❤❤।।।

  • @USELESS9707
    @USELESS9707 ปีที่แล้ว +7

    একক,অনন্য আৰু পৃথক।। আগুৱাই যাওক আপুনি।।

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 ปีที่แล้ว +21

    কমেণ্ট নকৰাকৈ থাকিব নোৱাৰিলোঁ, সময় দা তুমি সচাই মানৱ ৰূপী ভগৱান।মই আৱেগিক হৈ পৰিলোঁ তোমাৰ কথাবোৰ শুনি ইমান ভাল মনৰ মানুহ 😢 তোমাক বহুত ভাল পাওঁ ❤মোৰ মনটোও তোমাৰ দৰেই খং নুঠে কিন্তু বহুত বেছি আবেগিক হৈ পৰো ।। সঁচাই মোৰ ভাষা নাই আজি বুজাবলৈ ভাষাবিহীন তুমি মোৰ বাবে আৰু সদায় আগুৱাই যোৱা তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম 🥰🙏🤗

  • @apurbadutta9448
    @apurbadutta9448 ปีที่แล้ว +4

    সময়ৰ মহান কৰ্ম সমূহলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। আশা কৰো সকলোয়ে মহান কৰ্ম সমূহলৈ সহযোগীতা আগবঢ়াব।
    বাৰ্তালাপৰ এই অনুষ্ঠানটো বৰ ভাল লাগিল। চক্ৰপাণি পৰাশৰ দেৱে বাৰ্তালাপ শ্ৰেণীকোঠাৰ অনুষ্ঠানত সময়ক সকলোৰে লগত পৰিচয় কৰোৱাৰ বাবে তেখেতলৈ আন্তৰিক ধন্যবাদ জনালোঁ।
    পুনৰ দুয়োজনলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।

  • @ranudevimorang9103
    @ranudevimorang9103 ปีที่แล้ว +2

    মানুহে মানুহৰ বাবে ৷ সচাঁকৈয়ে সময় এজন দুখীয়াৰ দেৱদূত ৷ ভাল লাগিল ৷

  • @himadriboruah4849
    @himadriboruah4849 ปีที่แล้ว +36

    সময়ে লক্ষ্যস্থানত উপনীত হ‌ওঁক,তাৰ বাবে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ🙏🙏🙏

  • @usharanirabha8158
    @usharanirabha8158 6 หลายเดือนก่อน +1

    হৈ সঁচা কথা কলে আপুনি চাৰ লগতে সময় গগৈ ❤

  • @rulamonisarmah3758
    @rulamonisarmah3758 ปีที่แล้ว +5

    সময়ৰ কথা বোৰ বৰ ভাল লাগিল বৰ ভাল ল'ৰা তুমি‌ ‌ভাল ‌হক তোমাৰ

  • @parthajitborah674
    @parthajitborah674 10 หลายเดือนก่อน

    Homoy u r great ❤❤❤

  • @ratanmedak8430
    @ratanmedak8430 ปีที่แล้ว +4

    ইমান ধুনীয়া মনৰ মানুহ তুমি,ভগৱনে তোমাৰ কামক আশীৰবাদ দিয়ক

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw 6 หลายเดือนก่อน

    Homoy, salute 🙏..........

  • @Abongohain
    @Abongohain ปีที่แล้ว +9

    এজন প্ৰকৃত মানুহ.....ভালে থাকক❤

  • @bornaligogoi7742
    @bornaligogoi7742 ปีที่แล้ว +2

    ❤ ইমান সৰল আৰু বহল অন্তৰ ৰ মানু্হ জন ভালে থাকক।আগুৱাই যাওক😊

  • @RajInteriorscreative
    @RajInteriorscreative ปีที่แล้ว +9

    সময় দা সদায় আনতকৈ পৃথক । সময়ে সকলো সলনি কৰি দিব পাৰে।সকলোৰে চিন্তাবোৰ এনেকুৱা হলে অসম খন নতুন ৰূপত দেখিবলৈ পাম। বহুত দিনৰ পৰা তোমাৰ video চাই আহিছোঁ। ❤ From যোৰহাট
    #মানুহে_মানুহৰ_বাবে

  • @simabaruah426
    @simabaruah426 17 วันที่ผ่านมา

    Great job. Thank you. God bless you

  • @rinjugogoi5969
    @rinjugogoi5969 ปีที่แล้ว +7

    খুব ভাল লাগিল অনুষ্ঠানটো। এনেকুৱা ভাল মানুহেৰে অসমখন ভৰি পৰক। সময়ৰ সপোন বোৰ পূৰণ হ ওক , শুভেচ্ছা জনালো।

  • @AnjuDoley-f7i
    @AnjuDoley-f7i 6 วันที่ผ่านมา

    Homoy r khata huni bohut val lagil ❤❤

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 7 หลายเดือนก่อน +7

    আজিৰ দিনত মোৰ হ ওক মোৰ হ ওক আমি 90 শতাংশ ই ভাবো এনে সময়ত সময়ৰ দৰে দেৱতা সদৃশ ল'ৰা এজন আমি দেখা পালো কোটি কোটি সেৱা জাছিলো

  • @SumitraGogoi-l5v
    @SumitraGogoi-l5v หลายเดือนก่อน

    Homoy tumi iman bhal kaam kori goi.asa dekhi xuni aru tumar kothabilak xuni bohut besi bhal lage you are best youtiuber ❤❤❤👌👌🙏🏽🙏🏽

  • @rakeshgam7479
    @rakeshgam7479 ปีที่แล้ว +3

    অসমৰ এজন মহান ইউটিউবাৰ আপুনি ভালে থাকক

  • @dkvvlogs7806
    @dkvvlogs7806 ปีที่แล้ว +1

    Youtub ৰ পৰা সকলো মানুহএ পইচা ঘটিব বিচাৰে বা বহুতে টকা ঘটি আছে, প্ৰথম বাৰৰ বাবে দেখিবলৈ পাইছো যিজন মানুহে মানুহ আৰু জীৱ- জন্তুৰ কাৰণে কাম কৰি আছে। বহুত ভাল লাগিল আপোনালোক দুয়োজনৰ অনুষ্ঠান টো চাই, দুয়োগৰাকী মোৰ মনৰ মানুহ আৰু বহুত প্ৰিও।❤❤❤❤❤

  • @hirennathe6185
    @hirennathe6185 ปีที่แล้ว +7

    সঁচাকৈ তুমি এজন সুন্দৰ মনৰ অধিকাৰী।ঈশ্বৰে তোমাৰ মঙ্গল কৰক 🙏🏻

  • @dimbeswargogoi1920
    @dimbeswargogoi1920 ปีที่แล้ว +1

    সময় , সময় নামে কামে একে ৷ তোমাৰ বিষয়ে ক’বলৈ হৃদয়ত ভাষাৰ অভাৱ ৷ মূক মৌনতাই মোৰ ভাষা ভাইটি ৷ তুমি বিৰলৰো বিৰল ৷

  • @TAPASH.R
    @TAPASH.R ปีที่แล้ว +211

    Dadak bohut val pau . Tekhetor kam dekhile comment ata nokorakoi mon2 a jabo a nidiye. Comment tu dilehe val lage mon2. Bohut bohut val val kam korise dadai. Val houk dadar ru agoloike tarei kamona korilu🙏🙏🙏

  • @GarqisVloq乂
    @GarqisVloq乂 ปีที่แล้ว

    Thank you dada bahut bahut monor pora ..

  • @tutumonibordoloi8513
    @tutumonibordoloi8513 ปีที่แล้ว +14

    ভগৱানে সময়ৰ সকলো আশা সোণকালে পূৰণ কৰি সুসাস্থ্য কৰি ৰাখে যেন ।

  • @dibakarphukan8536
    @dibakarphukan8536 ปีที่แล้ว +1

    সুন্দৰ পদক্ষেপ। লুৰিণজ্যোতি গগৈ দাক লাগে।

  • @67Vijay67
    @67Vijay67 5 หลายเดือนก่อน +1

    LOVE FROM BORSOLA 💜✅

  • @anisaikia8348
    @anisaikia8348 ปีที่แล้ว +34

    সময় শুভক্ষণৰ সময় হৈ ৰওক। কাম কৰিবলৈ ভগৱানে আৰু শক্তি দিয়ক ❤

  • @jyotibailung662
    @jyotibailung662 6 หลายเดือนก่อน +1

    Dada k bohut vl lg mur 🥰 bohut vl Kam kora ♥️

  • @bineetahazarika6375
    @bineetahazarika6375 ปีที่แล้ว +4

    "সময় " তোমাৰ আশা বোৰ সম্পূৰ্ণ হওঁক। ইমান positivity... চকু পানী ৰাখিব নোৱাৰিলোঁ

  • @biplislittleworld5090
    @biplislittleworld5090 ปีที่แล้ว +2

    আত্মকেন্দ্রিক বৰ্তমান সমাজ খনৰ আপুনি এজন ভগৱান ইমান সুন্দৰ মন।

  • @Rajdeepsaikia244
    @Rajdeepsaikia244 ปีที่แล้ว +15

    Next level মই আকদম আবেগিক হৈ গলো 🥺👍🔥🙏মইও আজিৰ পৰা সহায় কৰিব চেষ্টা কৰিম

  • @_priyanka_das
    @_priyanka_das ปีที่แล้ว

    Homoy k bht valpau ...Dhonyobad thakil homoy r interview luar krne

  • @babitaborthakur7125
    @babitaborthakur7125 ปีที่แล้ว +17

    বহুত সুন্দৰ মনৰ সুন্দৰ কাৰ্ম কৰা সময় নামৰ ল'ৰাটোৰ সকলো দিশতে ভাল হওক,কুশল কৰক ঈশ্বৰে, বহুত ভাল লাগিল...💐💐💐

  • @monalishaduttasaikia3025
    @monalishaduttasaikia3025 ปีที่แล้ว

    Homoi r besi vag vdo saisu,bohut vl Kam kori ase teu .God bless him 🙏🙏🙏

  • @ArpanaKalita10
    @ArpanaKalita10 ปีที่แล้ว +31

    ভগৱান এই নিভাজ হৃদয়খনৰ সাৰথি হৈ ৰওক❤

    • @juridutta4451
      @juridutta4451 ปีที่แล้ว

      Very very good boy God bless you

    • @juridutta4451
      @juridutta4451 ปีที่แล้ว

      Very very good boy God bless you

    • @juridutta4451
      @juridutta4451 ปีที่แล้ว

      Very very good boy God bless you

    • @juridutta4451
      @juridutta4451 ปีที่แล้ว

      Very very good boy God bless you