ডুবাইত বগৰী গছ ৰুব যাদৱ পায়েঙে... Digital Forest Dubai
ฝัง
- เผยแพร่เมื่อ 18 เม.ย. 2022
- অসমীয়া জাতিক কিয় কেঁকোৰাৰ লগত তুলনা কৰিলে অৰণ্য মানৱ গৰাকীয়ে?
যাদৱ পায়েংৰ ঘৰটো কিয় সম্পূৰ্ণ নহ'ল?
৭.৫০ লাখ টকাৰ কৰ কাক দিব লগা হ'ল ?
যাদৱ পায়েংৰ কৰ্মৰাজীৰ স্বীকৃতি সমূহ সংৰক্ষণৰ অভাৱত শেষ হৈ যাব নেকি?
পশু-পক্ষী,বতাহ-বৰষুণ,নদ-নদীয়ে গছ ৰুব জানে: যাদৱ পায়েং
পুৱাৰ পৰা ৰাতিলৈ যাদৱ পায়েংৰ ব্যস্ততাপূৰ্ণ জীৱনৰ A to Z
"মলাই" নাম কোনে দিছিল যাদৱ পায়েংক ?
যাদৱ পায়েংক কোনে প্ৰথম গছ ৰুবলৈ কৈছিল?
যাদৱ পায়েংৰ হাতেৰে গছ ৰুলে কিয় নমৰে ?
#jadavpayeng #forestman #padmashrijadavpayemg #chakrapaniparashar #baartalaap #dubaidigitalforest
---------------------------------------------------------------
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
যাদৱ পায়েঙ চাৰৰ ওপৰত এখন চিনেমা নিৰ্মাণ হ'ব লাগে,জয় আই অসম
Appreciate
Asa to short film
Yes Film akhon hb lage
লাগে দাদা
হয় হয় 🙏🙏
বহুত ধন্যবাদ চক্ৰপানী দা। ইমান মহান ব্যক্তি এজনক চিনাকি কৰাই দিয়া বাবে
গছ থাকিলেহে মানুহ থাকিব...............!
❤️❤️❤️❤️❤️❤️❤️❤️
অধীৰ অপেক্ষাৰে লৈ আছিলোঁ এইটো episode লৈ।
যাদৱ পায়েং ছাৰ সচাই কৈ এজন মহান ব্যক্তি আপোনাৰ কথা যিমান জানিলেও আৰু জানিব মন যায় ভগৱানে আপোনাক সদায় সুষ্ট কৰি ৰাশে যেন এই য়ে ভগৱানৰ ওচৰত সৰল প্ৰাথনা জনালোঁ।
বহুত ভাল লাগিল । মোৰ প্ৰিয় মানুহজন , যাদৱ পায়েং ছাৰ 💚🙏 । ধন্যবাদ সকলোলৈকে ।
বহুত দিনৰ পৰা চাম চাম বুলি ভাবি থকা মানুহ গৰাকীক দেখি বহুত ভাল লাগিল, ধন্যবাদ চক্ৰপানি ছাৰ আৰু যাদৱ পায়েং ছাৰ❤️❤️❤️❤️❤️
এনেবোৰ ব্যক্তিৰ প্ৰতিভা সদায় ব্যতিক্ৰম।
পায়েং ডাঙৰীয়া ও এগৰাকী ভগৱান । তেখেতৰ প্ৰতিটো কথা সৰোগত কৰি পৃথিৱী আগ বাঢ়িলে এই ধৰা সৰগ হ'ব! তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনাৰে ...🙏
সঁচাকৈ মানুহ জন বহুত ভাল লাগে। তেওঁৰ কৰ্ম অতুলনীয়।
তেওঁৰ প্ৰতিটো শব্দই সচাই গুৰুত্বপূৰ্ণ বহুত ভাল লাগিল❤️🙏
এজন প্রিয় ব্যক্তি ।ভাল লাগিল❣️😍😍😍
নতুন পৃথিৱীৰ ভগৱান তেঁও ... God Of The New World❤
প্ৰিয় যাদৱ পায়েঙলৈ শ্ৰদ্ধা জনালোঁ ।
আৰু চক্ৰপানী পৰাশৰলৈ বহুত ধন্যবাদ বাৰ্তালাপৰ জৰিয়তে এজন সচা মানুহক লগ কৰোৱাৰ বাবে । 🙏
বাৰ্তালাপক বহুত বহুত ধন্যবাদ এনেকুৱা এজন মহান লোকৰ লগত বাৰ্তালাপ কৰাৰ বাবে,,, তেখেতৰ কথা বিলাক শুনি এটা নতুন জীৱন পোৱাৰ নিছিনা লাগিল,,
নববৰ্ষৰ প্ৰাক ক্ষণত এজন সঁচা মানুহৰ নিভাজ কথাৰে সাক্ষাৎকাৰটি উপহাৰ দিয়াৰ বাবে চক্ৰ দালৈ অশেষ ধন্যবাদ ❤️
ছাৰ কথা বোৰ শুনি বহুত ভাল লাগিল ময়ো আজিৰ পৰা এটা কৈ গছপুলি ৰুবলৈ চেষ্টা কৰিম জয় আই অসম
এনেকুৱা এজন মহান ব্যক্তিৰ অনুষ্ঠান উপভোগ কৰিব পাই নথৈ আনন্দিত হৈছোঁ ❤️❤️❤️❤️❤️
Same feels
প্ৰকৃতি প্ৰেমী যাদৱ পায়েং ছাৰ মোৰ প্ৰিয় মানুহ বুলি ভাৱো ,কাৰণ ময়ো পায়েং ছাৰৰ নিচিনা কৈ সৰুৰে পৰাই গছ পুলি 🌲🌳🌴ৰোই ভাল পাওঁ 🤗🤗🥰🥰 সেই বাবে মহা মানৱ শ্ৰীযুত যাদৱ পায়েং ছাৰ 🙏🙏💝💝 মোৰ প্ৰিয় ছাৰ 👍❤️❤️❤️❤️❤️
এই অনুষ্ঠানৰ আটাইতকৈ ভাল লগা অধ্যায়
প্ৰকৃতিৰ মানুহ মানেই আচল মানুহ
দেশ-খনে মোক কি দিয়ে সেইটো ডাঙৰ কথা নহয়,দেশখনক মই কি দিব পাৰোঁ আৰু কৰিব পাৰো সেইটোহে ডাঙৰ কথা🙏
-যাদৱ পায়েং🙏
Satyabachan 🙏
আলোচনা টো বহুত দেৰিকৈ চালোঁ, বহুত বহুত ভাল লাগিল। দাদা আপোনাকো বহুত বহুত ধন্যবাদ থাকিল।
অসম চৰকাৰে অতি সোনকালে এই মানুহজনক Congarvatar of forest post দিব লাগে।
আপোনাৰ কথাখিনিয়ে হৃদয়ৰ চুই গ ল আৰু অলপ দীঘল হোৱা হলে ভাল আছিল ।
ৰঙালীৰ কথাৰে বাৰতালাপ অনুষ্ঠানটিলৈ বিশেষ ধনয়বাদ😎😍😜♥️🤗🤩😇যাদৱ পায়েং( চাৰ) নহয় অসমৰ মহামানৱ মহাশয় বা শিক্ষাগুৰু
বৰ ভাল লাগিল। তেখেতৰ সৰলতা ভৰা কথা ,উচ্চ মানসিকতা ,প্ৰকৃতিৰ প্ৰতি থকা অকৃত্ৰিম মৰম দেখি ভাল লাগিল। নমস্কাৰ জনাইছো
কি বুলিযে ধন্যবাদ দিম আপোনাক, ক্ষন্তেক সময়ৰ বাবে বেলেগ এখন পৃথিৱী চকুৰ আগত দেখিলোঁ ।।
প্ৰকৃতি ভাল পোৱা মানু্হ জনৰ কথা বোৰ শুনিলে শুনি থাকিবৰ মন যায় ❤️❤️
যাদৱ পায়েঙ চাৰলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । চাৰ আপোনাৰ নিচিনা মানুহ থাকিলে আমাৰ অসমতে নহয় গোটেই ভাৰতবৰ্ষতে সেউজীয়া হৈয় থাকিব বুলি মই ভাৱো। ধন্যবাদ চাৰ।
সুস্থ শৰীৰ অধিকাৰী হওক ছাৰ।
এখেতক এবাৰ সাক্ষাৎ কৰাৰ সৌভাগ্য হৈছিল। তেখেত আমাৰ বিদ্যালয়লৈ আহিছিল। আমি তেখেতক প্ৰশ্ন সুধিছিলো। এটি প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিল তেখেতৰ অনুভৱৰ এখন কিতাপ লিখিব।
বৰ্ষ শ্ৰেষ্ঠ বাত্তালাপ। দুয়ো জনলৈ কলিজাৰ পৰা শুভকামনা ও সুশ্বাস্থ কামনা কৰিলো
বহুত কথাই শিকিব পৰিলোঁ। ভাল লাগিল।
Hakhyatkar ti sai Bohut val lagil.jadav payeng dangoriyar budhimottak salute jonaisu.
Really great jadov payeng sir😘😍😍❤
First View💚Respect Our Forest Man💚💚💚💚💚💚
বহুত বহুত ধন্যবাদ থাকিল যাধব পায়েংলৈ💚💚💚💚💚💚🌴🌳🌳🌲🌾🌾🌱
ইমান ধুনীয়া সাৰুৱা বাৰ্তা লাপ জীৱনত আজিহে শুনিলো দেই পৰাশৰ চাৰৰ কৃপাত বহুত বহুত শুভেচ্ছা থাকিল দুই য়ো জনলৈ ভালে কুশলে থাকক সদায়েই
Xundar Xundar kotha kole bohut bohut dhanyabad thakil siroloi aru onusthantu hat dhora Chakrapaani Porakhor dadaloi
ছাৰক দেখা পাই ধন্য হ'লো ❤❤🙏🙏
ছাৰৰ কথা কোৱা সুৰতো কিন্তু বেলেগ দেই । uncommon ........💚💚💚💚
সহজ সৰল মানুহ,,,, বিশাল মনৰ মানুহ,,,,
অৰণ্য মানৱ যাদৱ পায়েঙ চাৰৰ কথাবোৰ শুনি বৰ ভাল লাগিল। এনে এজন পায়ে হ'লে নহ'ব , আমি সকলোৱে পায়েঙ চালৰ দৰে হ'ব লাগিব ।
অসম চৰকাৰে পায়েঙ চাৰক কিমান সন্মান দিছে জনাই দিবাচোন।
তেখেতলৈ শতকোটি প্ৰণাম জনাইছোঁ 👏
তেখেতৰ ভাষ্যৰ প্ৰতিটো শব্দই সাৰুৱা 🌲🌲🌲🌴🌴
Val lagil
সচাকৈ বাৰ্তা আলোচনা চাই বহুত ভাল লাগিল। বিভিন্ন কথা বিলাক ইমান ধুনীয়া কৈ বুজাই দিছিল শুনি আমনি নালাগে।। পৰিবেশ দিৱসত এনে এজন ব্যক্তিক আমি সন্মানে জনাম।পুনৰ( অৰণ্য পিতাক) ধন্যবাদ জনালো।🙏🌳🌲🌱🌴🌵🌿🦌🐃🐅
Sir val lagil sai...bohut kotha gom palu ❤️❤️❤️❤️❤️🙏🙏🙏🙏
Ultimate video..... agole anekowa video pam buli akha thakil❤️❤️
Proud Jadov Payeng Sir Love From Phulani KarkiChuk Majuli ❣️❣️
গহপুৰৰ পৰা মৰম যাচিলো চক্রপানি দা❤ বহু নজনা কথা জানিব পাৰিলো।
Love you jadob payeng sir.....long live 🤟🤟
It's a best episode of " Bartalap "
Thnqqq sooo much For this wonderful episode ❤️
Go ahead " Bartalap "
It is a best episode of Baartalaap
Love you payeng sir we proud of you and always great full to you
Beautiful nature
তেওঁৰ কথা শুনি অন্তৰ চুই গল।
গছ থাকিলে মানুহ থাকিব, জয় আই অসম
অসমী আইৰ সুযোগ্য সন্তান পায়েং ডাঙৰীয়াক শত শত প্ৰণাম 🙏
ভগবানৰ আন এটা ৰূপ 💚💚
বহুতো নজনা কথা শিকিলোঁ... ধন্যবাদ থাকিল বাৰ্তালাপলৈ🙏
🌲 গছ থাকিলেও আমি থাকিম💚
একজোপা কাটিলে 💯 এশজোপা ৰোবা💚#Kaushikeditz
💚💚Greenery world 💚💚
প্ৰিয় মানুহজন 💚 এদিন লগ পোৱাৰ আশাৰে..
মজা দাদা অসমত এনুকুবা গছ ৰোপন কৰিবলীযা মানুহ লাগে ❤❤❤❤
যাদৱ পায়েং মহাশয় লৈ নমস্কাৰ 🙏🙏 ইমান প্ৰয়োজনীয় কথা জনোৱা বাবে । লগপাবলৈ বৰ ইচ্ছা আছিল ।
Original Hero 🙏🙏
ইমান সুন্দৰ আলাপ৷বৰ ভাল লাগিল ৷
Bohut bohut dhanyawad Chakra da Sir r ae tatta godhur kotha khini huni hasake muhita hoisu tekhetor derghayu aru husathaya kamona korilu . 🙏🏻🙏🏻🙏🏻❤️❤️
নমস্কাৰ মহোদয় ।আপোনাৰ নিচিনা মানুহ কোনো নাই । সাংবাদিক জনলৈও ধন্যবাদ ।এনোকোবা 𝓷𝓮𝔀𝓼 দি থাকিব।
Vl lagil dai bohut nojona kotha janibo parilu 👍❣️❣️
First time I fully enjoy Bartalap program due to Great Indian Forest Man openly shares his beautiful throught....
অনুস্হানতো বহুত ভাল লাগিল ...
ধন্যবাদ যাদৱ পায়েং ছাৰ বহুত ভাল লাগিল ❤❤❤
মোৰ আটাইতকৈ প্রিয় মানুহজনলৈ 🙏🙏 ।সদায় সুস্থ সবল হৈ থাকক এইয়াই কামনা ।
Only Baartalap with the finest personality... 💚💚💚
Egoraki nivaj aru nihsahartho prokriti premik , jadob payeng sir apunak nomoskar jonaisu aru cokropani sir apunak bohut bohut dhonyobad jonaisu. .💅🙏😍
Bahut val lagil 🥀🥀🥀
প্ৰিয় মানুহ।🌲🌿🍃
আমি বাংগালোৰত লূগাংত ছাৰক লগ পাই বহুত ভাল লাগিল
সঁচা কথা আমি কিয় ইংৰাজী কব লাগে আমাৰ ভাৰতবৰ্ষত নিজৰ হিন্দী ভাষা আছে। আৰু অসমতো অসমীয়াই হব লাগে। আজি কালি যে ভাৰতৰ ইংৰাজী নাজানিলে কামে নাই।
A truly appreciated Payeng Sir
Moja lagil yadhab payengor kotha huni...jai hind. Jay ai axom
I'm also gohpur, beautiful natural I love natural environment. Very nice, bhut njana ktha janibo prilu, Thank you 💚 anekua bhl video xdy dibo buli aunaloi AXA thakil so Thanks again 🙏🙏🙏🙏
Hosake bht val lgil dei imn ajon mohn mnuhr anuthan sai 👍❤
Great collection
Payeng sir kotha huni bohut val lagil🙏🙏🙏🔥🔥🔥🔥
অন্যন্য প্ৰতিভা ।
Faltu video বোৰত views বহুত ,কিন্তু ককাইদেউ ভাল ভাল কথা কৈ ভাল topic ওপৰত video bonai সেইবাবে eman views নাই ,কি কব আৰু ককাই বহুত নজনা কথা জানিলো ভাল লাগিল
ঠিক কথাই কৈছে
Q
I respect Yadav payeng for his best contribution for environment preservation. May God bless him.
সুন্দৰ অনুষ্ঠান💚
Proud of you payeng sir ❤️
Dhuniya lagise❤
Long live Payeng sir
ভিল লাগিল।
Salute মোৰ প্ৰিয় জাদৱ পায়েং ছাৰক, আমাৰ অসমৰ এজন প্রিয় মিছিং বিশিষ্ট ব্যক্তি যাক নেকি আমি Forest Man of India🇮🇳 বুলি কোৱা হয়।
❤🎉❤ The Forest man of India'.He was real Hero of our society. He was knowledge of History and Environment.
আপোনালৈ বহুতো ধন্যবাদ জনালোঁ
ধন্যবাদ চাৰ | ইমান ৰসাল কথা শুনোৱাৰ বাবে | ধন্য যাদৱ পায়েং চাৰ আপুনি আমাৰ ভাৰতত জন্ম লোৱাৰ বাবে |
Finally Jadov paying sir
Bohut Bhaaall Lagil❤❤❤❤🙏🕉🕉🕉🙏❤❤❤❤
যাদৱ চাৰলৈ ধন্যবাদ জনাই 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
আপোনাৰ কথা বোৰ বহুত ভাল লাগিলে ।