কিছুমান মানুহ আছে এনেকুৱা যি নিজৰ ভুলৰ বাবে গোটেই জীৱন এনেকৈ নিজৰ লগতে পৰিয়াল টো ক ও এনেকৈ শেষ kori দিয়ে...তুমি ইমান খিনি সহায় কৰাৰ পাছত ও বাপেক টো হৈ এনেকুৱা কাম kori আছে কি কম ভাষা নাই
If his father is not guilty thn .. just let it be .. from where his father get money to buy liquor... ..this is totally not acceptable but love you sir for your efforts and your positivity I m also belong from adivasi community.. but seriously sir u did more thn enough but .... Parents are irresponsible ... Hello adivasi community where are you now .... Come forward....... And support him.... He really need support... To bring big change.. humanity still exists.. i believe big fan... See you soon ..sir
Bapek tu Bohut Bodmas hoi...Gom palu Vdo Sai... But Dada Eta kotha kom Apuni Lora tu Sauk..but Bapek tu Val nhy bujisu. Bapeke olopo dhyan Narake Lora tur.. Gotike Opatrot Daan nokoribo Dada..
দেউতাক জন ভাল হ'ব লাগিব। নহ'লে ঘৰ সাজি লাভ নাই।
দেউতাকৰ পৰা ৰাকেশৰ স্বাস্থ্য এই দৰে হ'ল। দেউতাকৰ ওচৰৰ পৰা ৰাকেশক আতৰাই ৰখা চেষ্টা কৰক।
Right.pagol bapek
তাৰ এই অৱস্থাটোৰ বাবে মদাহী দেউতাকজনেই জগৰীয়া।
মাক বাপেক ৰ ভুলৰ কাৰণে লৰা ছোৱালী অৱস্থা এনেকুৱা হয় যদি দায়িত্ব ল'ব নোৱাৰে জন্ম দিব নালাগে
ৰাকেশ ৰ দেউতাক এজন মদাহী সেই বাবে তাক দেউতাকৰ লগত নথবা 🙏
দেউতাকৰ কাৰনে লৰা জনৰ জীৱনতো শেষ হৈছিল 😭😭😭😭😭😭
হয়
সি মদাহী নিজৰ চুলিকে কতা নাই পুতেকক কত গুৰুত্ব দিব । টাক কৰি দী লাভ নাই সময় 🙏🙏🙏
বাপেক টোয়ে গুৰুত্ব নিদিলে তোমাৰ কষ্ট অথলে যাব।সোন।
মদাহী বাপেকে লৰাটো সুস্থ হৈ উঠাতো সমূলি গুৰুত্ব দিয়া নাই ৷ বেয়া লাগিল৷
ৰাকেশ আজি এনেকুৱা হোৱাৰ কাৰণ তেওৰ নিজৰ দেউতাক যেন লাগিছে। কাৰণ এই অলপ কেইদিনৰ ভিতৰত যি অৱস্থা কৰি দিছে তেন্তে চিন্তা কৰক ১৮ বছৰত কিমান কৰিব পাৰে। ৰাকেশক দেউতাৰ পৰা দূৰ কৰাৰ ব্যৱস্থা কৰক।
এনেকোৱা বাকেপবোৰ মাৰ খোৱাৰ যোগ্য কিন্তু সঁচা কথা কৈছোঁ ছাল্লা লʼৰা জন্ম দিলেই নহয় দায়িত্ব পালন কৰিবলৈ পাৰিব লাগিব
দেউতাকৰ স্বভাৱ চৰিত্ৰ ভাল নেদেখিলো
দেউতাকৰ লগত ৰাকেশক ৰাখিব নেলাগে। ৰাখিলে লৰাটো বহুত কষ্ট পাব।
দেউতাকক ডাঢ়ি চুলি খিনি কটোৱাই মানুহৰ নিচিনা কৰক ।তাৰহে দম কথা দেখুন ।দয়া মৰম নাই দেউতাকৰ অন্তৰত ।
ভগৱানে আপোনাক সদায় ভালকৈ থৈ যাতে
Best TH-camr only homoydaa amr naharkotia😘😘❤️
এনেকুৱা মাক বাপেকৰৰ কাৰণে লৰা ছোৱালী বোৰ এনেকুৱা অৱস্থা হৈ
ঘৰটো বনাই দিলেও জানো মদপী দেউতাকে তাক শান্তিত থ'ব ।
পুলিচৰ ভয় দেখুৱাব অলপ, কি ধৰণৰ যে অবুজন মানুহ নহয় এইবোৰ, সময় দা অলপ সাৱধান হব পাছত কোৱা কথাবোৰ মই কোৱা নাছিলো বুলি কয় দিব, বিশ্বাস নাই মদাহী মানুহৰ, অলপ ভয় দেখুৱাব তেতিয়াহে কিবা এটা হয় যদি হব।
বাকী সদায় আছো আপোনাৰ লগত ❤
এই দেউতাক নহয় যম যেন লাগিল।
কিছুমান মানুহ আছে এনেকুৱা যি নিজৰ ভুলৰ বাবে গোটেই জীৱন এনেকৈ নিজৰ লগতে পৰিয়াল টো ক ও এনেকৈ শেষ kori দিয়ে...তুমি ইমান খিনি সহায় কৰাৰ পাছত ও বাপেক টো হৈ এনেকুৱা কাম kori আছে কি কম ভাষা নাই
এৰাপাই!এষাৰ কথা আছে,কাৰোবাক ভাল কৰিবা বুজাই-বঢ়াই। কাৰোবাক ভাল কৰিবা লাঠিৰে কিলাই।গতিকে দেউতাক চিধা হব লাঠিৰে,নহলে লৰাটো বাচি নাথাকিব। দেউতাক বেয়া মানুহ যেন লাগিল। নমস্কাৰ।
বহুত দুখ লাগিল । মেন বাপেক বাপেক ভাল হ'ব লাগিব ।
Maa jaga kunu bapaka lobo nuara.. Love you maa😚
দেউতাক জন মহা বদমাছ। তাৰ লগত থব নালাগে।
Hoi nki
ইয়াৰ বাপেকক আজাৰণ দি দিয়কচোন । কি ফালটো মানুহ এইচব ।
দেউতাক জনৰ বাবে ৰাকেশৰ এই অৱস্থা। বৰ দুখ লাগি গ'ল
আমাৰ বাগানীয়াবোৰ অকল মদহে চিনি পায় উদাহৰণস্বৰূপে দেখিলেই ।
এইটোক বুজাই লাভ নাই এইটো মানুগ নহয়
দেউতাক জন ভাল মানুহ নহয় সেই কাৰনে ৰাকেশ মাকে এৰিলে
হয়😢
বাপেকক পুলিচৰ ভই খুৱাই ৰা কেশক আপোনাৰ লগত লৈ যাওক, আইনৰ khohai লওক সময় ভাই
মদাহী বাপেকৰ কথা নলব আপুনি মানুহৰ সহায়ৰ ওপৰত কাম কৰক
Hoi
দেউতাকে নকৰে বুলি গম পাইছিলো ।
দেউতাকৰ গুৰুত্ব কম । মোৰ মতে তাৰ এইটো অৱস্থা দেউতাকৰ গুৰুত্ব নাই কাৰনে তাৰ এইটো অৱস্থা হৈ আছে। মোৰ মতে লৰা জনক পাৰিলে বেলেগ কৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে।
❤প্ৰম মাজুলী সদায় ❤️
ভগবানে তুমাখক কশলে ৰাখক ৰাকেচদা
দেউতাকে এনেকৈয়ে তাক এই অৱস্থালৈ লৈ আনিলে।
Tumi ji korisa kori juwa . Upor Jona tumak khodai ja val ka aru aguwai loi jai . Tumar val frend hoi
বাপেক দুচাত মান দি অটৰাই দিব লাগে ওচৰৰ ভাল মানুহক দায়িত্ব দিলে ভাল হয়
Rakesh or khobor tu janibole roi asilu 👍👍🥰
বাপেক জনৰ মানসিক অসুবিধা আছে
Bohut bohut morom apunale❤️...rakeshok dekhi bohut dukh u lagise🥺
Bht val kam kri ase dada. . Deutakar logot thobo nalage tak.
Very nice video সময় দা
সময় দা মুৰ মুৰ অবসটা বেয়া অকণমান সহাই কৰীবনী
God bless you সময় দা
Rakesh'r modahi bapekor babe aji tar aii obstha😢
Modahi bur anekuwai thke 😡okol mot khuwa tu he jne😡
@@Crazy.Bhupal sorkare modahir uporot fine logai kintu mod tu bondho nokora
@@Kurmiff04👍
Right 😢😢
Kotha to nohowa nohoi
Tomar sesta manisu. Salute. kam kari thaka . tomar tulana nai.
Dada তুমি এনেকে কাম কৰি আগুৱাই জোৱা আমি তোমাৰ লগোত আছু ।
Ghor bonai dibo nlge ..rakeshk krbt di diyok ..cz modahi bapekok Tue teulukr ghr axn holeu Tak vlke Naraxibo ..
Xomoi da mnuh nhy Vogoban
Apuni abar election Khelokk apunar nisina montri lage tetiya ami mnuh hbo parim
Bastorvor bhogowan Homoy Gogoik mur khub val lage o🙏🙏🙏
দাদা... আমি যে তোমাক কি বুলি ধন্যবাদ দিম.....🙏🙏l ইমান সহায় কৰাৰ বাবে........l
Thank you .Tumi Rakeshar karaneEmankhini Karisha God bless you 🙏🙏🙏
Dada apuni bhut val kam kori ase
Xubidha napale kole hoy,,, upay nay toka poysare nay,,, atiya xobhida payse,, atiya aako abhela,,,, xhmy da aapuni xhday jiliki thakk...❤
ৰাকেশক সহায় কৰক দেউতাকৰ লগত থাকিলে আকৌ একেই অৱস্থা হব
God bless you ❤❤❤
Homoy da tumi best❤
Homoy da dhoinyo bad ❤
Tar val howk 😊
Pranam dada
Homoy da bohut val kam kore asa apune ❤❤❤
Dada apuni bhogban 🙏🙏🙏
Ee anaka thik nohoi. Rakesh will be in danger with this man, tak loi juok bapekor usr r pora. He is just using Rakesh to fill his owm stomach
If his father is not guilty thn .. just let it be .. from where his father get money to buy liquor... ..this is totally not acceptable but love you sir for your efforts and your positivity
I m also belong from adivasi community.. but seriously sir u did more thn enough but .... Parents are irresponsible ... Hello adivasi community where are you now .... Come forward....... And support him.... He really need support... To bring big change.. humanity still exists.. i believe big fan... See you soon ..sir
This is the real picture of Assam.. Mama Sauk apuni. Lakhpati Baidow baad diok
Jua kali apunak dekhi silu digboi te dada big fan from DIGBOI ❤️
Tak deutakor logot nothoba....deutakor logot thakile tar obostha ru beya hoi jabo
Bhohut vl km kori ase dada
God bless you 😇
Jodi future t kiba olp holeu hohai koribo paru ba homoy dada apunar lgt olp kam koriboloi pale bht hukhi hom ❤️🥰.....love from dergaon❤️
Love you Bhai
Dada u r the best you Tuber in the world ❤❤❤❤❤🎉🎉🎉
We contribute for eye
মদাহী মানুহক বুজায় লাভ নাই দাদা।
যদি তেওঁৰ ল'ৰা টোৰ প্ৰতি মৰম থাকিলে হেতেন তেন্তে তেওঁ তোমাৰ কথা মতে চলিলে হয়।
Homoy Da❤🙏
Val lagil dada
Always love you 💝😘
Nice ♥️😢
Bapek tu Bohut Bodmas hoi...Gom palu Vdo Sai... But Dada Eta kotha kom Apuni Lora tu Sauk..but Bapek tu Val nhy bujisu. Bapeke olopo dhyan Narake Lora tur.. Gotike Opatrot Daan nokoribo Dada..
Dulraj da aru homoy da bohut val manuh ❤❤
কেনেকুৱা মূৰ্খ দেউতাক এইটো, তাৰ পৰা আতৰাই আনক নহলে দেউতাকৰ বাবেই ভাল নহ'ব।
Bohut val lagil
Rakeshr দেউতা modahi aru modahi manuh k mod pale hol aru ako nlage mod aribo parile hea rakeshr suwa sinta kribo paribo ।
❤❤❤❤❤ Dada ILove you
Aguai jua homoi dada🥺💓
এক থাপৰ মাৰি দিয়ক ইয়াক
এইটো বাপেকৰ ওচৰত নথব।মদাহীচৱক ঘৰ বনাই দি লাভ নাই।
Mon tu bea lgi gol dada😢
Apuni rakes ok sabu bapeke sabule hole tar jibonto hekh hoi jabu dada apuni ye tar jibon apuni ye tar vhogoban bapekor akht didibo 🙏
Jie help lage koba bhaiti. Dibrugarh jodi tak ani thobo pari moi hudhi sam baru 🙏🏾
Keep it up bro 👍
Homoy dada আপোনাৰ video সদায় চাও বহুত বেছি ভাল লাগে Video টো চাই মই আপোনাক কও j এই ৰাকেশ দৰে আমাৰ ঘৰৰ ওচৰৰ ভাইটি এটা আছে যদি পাৰে এবাৰ আহিব নেকি আমি আহিলে ভাল পাম ঠিকনা মৰাণ ঔফুলিয়া চাৰিআলি. জিলা ডিব্ৰুগড়. সমষ্টি .টিংখাং
Dada 🙏 আমাৰ গাঁওৰ এজন লৰা ডিব্ৰুগড় মিডিকেল চিকৎসালয়খনত আছে অলপ সহায় লাগিছিল দাদা যদি অকণমান সহায় কৰে বৰ দুখীয়া ঘৰৰ ল'ৰা। গাঁওৰ ল'ৰা বোৰে পইছা ja যোগাৰ চলাই ase
❤❤❤❤ thank you homoy da
NGO ASILE BRO GUWAHATI T
Dada❤❤❤❤❤
Ghar bonai dibo nalage dada, loratuk belegot rakhar bebostha kori dile val hobo, nohole sob othole jabo toka poisa apunar kosto xokolo🙏
Mja❤
Homoy is vy vy good man