সমাজৰ অৱহেলিত শ্ৰেণীকো নিজৰ সৈতে খোজ মিলাই লৈ গৈ আছে সময়ে

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ส.ค. 2024

ความคิดเห็น • 350

  • @majanibegum3739
    @majanibegum3739 10 หลายเดือนก่อน +102

    সময় দাদা বহুত ভাল মানুহ হয়। আশাকৰোঁ সকলো মা দেউতা ই সময় দাদা নিচিনা ল'ৰা ছোৱালী পাওক ।।🙏🙏

  • @Mrumesh2.0
    @Mrumesh2.0 10 หลายเดือนก่อน +55

    আপুনি তেখেতক নিমন্ত্ৰণ কৰিব বুলি যানিছিলো সচাকৈয়ে তেখেতৰ ভিডিঅ' বোৰ চাই বহুত ভাল লাগে।❤

  • @trvstjah2839
    @trvstjah2839 10 หลายเดือนก่อน +40

    'Homoy', man with a golden heart 💛

  • @yolojobs3777
    @yolojobs3777 10 หลายเดือนก่อน +158

    Tumer dore jodi amar minister bur hol heten .dekhor bohut unnoti hol hoi . God bless you bro.

    • @Kingdom158
      @Kingdom158 10 หลายเดือนก่อน +6

      💯

    • @AnkurJoyti123
      @AnkurJoyti123 10 หลายเดือนก่อน +6

      প্ৰায় বোৰ Minister প্ৰথম অৱস্থাত ভাল মনৰ আৰু সঁ‌চা মানুহ হিচাপেই সমাজত খোজ পেলাই। কিন্তু পিছলৈ তেওঁলোকে ক্ষমতাৰ ৰাগিত মাতাল হৈ পৰে।

    • @Nosto08
      @Nosto08 10 หลายเดือนก่อน +3

      Axomor CM HOMOY🥰❤

    • @BantiDas-ki5xl
      @BantiDas-ki5xl 10 หลายเดือนก่อน +1

      Thik a hoise

    • @sanjoyofficial20
      @sanjoyofficial20 10 หลายเดือนก่อน +4

      Hosa da next Assam chief minister hobo laga

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 10 หลายเดือนก่อน +24

    তেওঁ কৰা মহান কামবোৰ প্ৰসংশাৰ উৰ্দ্ধত ৷ আজিৰ প্ৰজন্মৰ এজন যুৱক হিচাপে তেওঁ যি কাম কৰি আছে সেয়া এক মহান আদৰ্শ ৷ এইদৰে কাম কৰি আগুৱাই যাবলৈ ঈশ্বৰে তেওঁক অধিক শক্তি দিয়ক ৷

  • @user-ez6kh3iz9m
    @user-ez6kh3iz9m 10 หลายเดือนก่อน +18

    সময় তুমাক আগোৱাই য়োৱাত ভগৱানে শক্তি দিয়ক । তোমাৰ কৰ্ম দেখি এনেকুৱা লাগিছে যেন মানুহৰূপি ভগৱানহে আহিছে পৃথিৱীলৈ ।

  • @dutta22
    @dutta22 10 หลายเดือนก่อน +41

    *গৰিবৰ বন্ধু 🙏❤️🙏 ভগৱানে সদায় কুশলে ৰাখক*

  • @pilygoswami9414
    @pilygoswami9414 10 หลายเดือนก่อน +6

    সময় সঁচা অন্তৰৰ সঁচা মানুহ ।ভগৱানে এনে ধৰণৰ সন্তান সকলো মানুহকে দিয়ক ।বাহ্যিক দিশত সময় যেনেধৰণৰ ধুনীয়া অন্তৰ খন তাতোকৈ বেছি ধুনীয়া ।ভগৱানে তেওঁক দুখীয়াক সহায় কৰিবলৈ সদায় শক্তি দিয়ক ।

  • @vivekvlog5053
    @vivekvlog5053 10 หลายเดือนก่อน +15

    অসমৰ best TH-camr homoy da ❤

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 8 หลายเดือนก่อน +8

    ইমান উদাৰ মনৰ মানুহ তুমি মানৱতাই পৰম ধৰ্ম আমি কৰিব নোৱাৰা কাম তুমি কৰি আছা দেই সচাই বৰ মহান অ তুমি

  • @nilutpalsaikia9957
    @nilutpalsaikia9957 10 หลายเดือนก่อน +35

    ভাল মনৰ সময় তুমি আগুৱাই যোৱা ❤❤❤

  • @bhudevdas3834
    @bhudevdas3834 10 หลายเดือนก่อน +4

    সময়, তোমাৰ প্ৰতিটো শব্দ প্ৰতিটো কথা বহু মূল্যৱান। তুমি কথাবোৰ অন্তৰৰ পৰা কোৱা। সেই বাবে আনৰ অন্তৰ স্পৰ্শ কৰে। সুন্দৰ সাক্ষাৎকাৰ। আগুৱাই যোৱা। তোমাৰ মা দেউতা বহু সংস্কাৰ আছে। মা দেউতা মহা ভাগ্যবান।

  • @prabitachutia448
    @prabitachutia448 10 หลายเดือนก่อน +10

    ভগৱানে তোমাক আৰু শক্তি দিয়ক , ভাল লাগিল , আগলৈ

  • @MunuGogoi-ey1ol
    @MunuGogoi-ey1ol 10 หลายเดือนก่อน +13

    সময় দাৰ ভিদিও সদায় চাও বহুত ভাল লাগে লগতে তোমালৈ বহুত মৰম যাচিলো দাদা❤

  • @AnkurJoyti123
    @AnkurJoyti123 10 หลายเดือนก่อน +14

    নামটো বৰ সুন্দৰ। নামটোৰ দৰেই দাদা জনৰ মনটোও বৰ সুন্দৰ।

  • @sandhyadas7651
    @sandhyadas7651 10 หลายเดือนก่อน +13

    সময় তুমি সদায় এনেকৈ থাকিবা দেই,

  • @amiyamazudermazumder5301
    @amiyamazudermazumder5301 10 หลายเดือนก่อน +4

    Homoi r dore aru lora ulai ahile akhom khan hosai peaceful hobo. Good luck to Homoi.

  • @rumidas6338
    @rumidas6338 10 หลายเดือนก่อน +12

    সচাকৈ তুমি ভগৱান ❤❤❤❤

  • @rajmoran8235
    @rajmoran8235 10 หลายเดือนก่อน +14

    বৰ্তমান সময়ৰ সচা অন্তৰৰ প্ৰকৃত মানুহ বুলি কবলে হলে ''সময়''বুলি কব লাগিব। ঈশ্বৰে আশীৰ্বাদ কৰক সদায় এনেদৰে আগবাঢ়ি যাওক ধন্যবাদ 🙏🙏🙏

  • @Dusto.lora5338
    @Dusto.lora5338 10 หลายเดือนก่อน +15

    সময় দাদা মোৰ ভাৱ ধাৰা আৰু চিন্তা ধাৰা আপোনাৰ লগত হুবহু মিলে কিন্তু উপাই বিহীন মই আৰ্থিক কিছু অসুবিধাৰ বাবে আপোনাৰ দৰে কাম কৰিব পৰা নাই । তথাপিও আজি প্ৰযন্ত যিমান পাৰোঁ কৰি আছোঁ । গছ পুলি ৰুৱাই হওঁক বা মানুহক সহায় কৰাই হওঁক বা জীৱ জন্তুক চোৱা চিতা কৰাই হওঁক কৰি গৈ আছোঁ । কিছুমানে হয়তো ভাবিব এনেয়ে কৈ আছোঁ এটা এটা প্ৰমাণ আছে দাদা । দাদা মোৰ এটা আশা আছে আপোনাৰ লগত থাকি এনেকুৱা ধৰণৰ কামবোৰ কৰিব পৰাকৈ এটা প্লেটপ্ৰম পাম । কিয়নো মোৰ সেইবোৰ কৰিব পৰাকৈ আৰ্থিক ভাবে ইমান সবল নহয় ।

    • @BinaBorgohain-fk8ep
      @BinaBorgohain-fk8ep 10 หลายเดือนก่อน

      সময়ক সময়ে পৰিচয় কৰি দিলে , বৰ্তমান প্ৰজন্মৰ আদৰ্শ হৈ ৰওক , ভগৱানে শক্তি দিয়ক তেওঁক , কুশলে ৰাখক তাৰে কামনাৰে

  • @mdvofficial9815
    @mdvofficial9815 10 หลายเดือนก่อน +17

    সময় দা বাবে like কৰি দিছোঁ❤❤❤

  • @sangitrabha3374
    @sangitrabha3374 10 หลายเดือนก่อน +9

    Bahut val lagile video Homoy da love you ❤❤

  • @rupjyotidutta927
    @rupjyotidutta927 10 หลายเดือนก่อน +17

    সময়ক ওচৰত চাবলৈ মন যায় ভগৱানে দেৱদূত হিচাপে দুখীয়াৰ দুখমোচনৰ বাবে
    মানুহৰূপে পঠাইছে ।

    • @minakshisaikia8428
      @minakshisaikia8428 10 หลายเดือนก่อน +2

      সঁচাকৈয়ে 👍👍😊

    • @buhabuhinagayannarayanpur1745
      @buhabuhinagayannarayanpur1745 4 หลายเดือนก่อน

      আশীৰ্বাদ তোমাৰ লগত থাকিল

  • @puspadhardowarah1932
    @puspadhardowarah1932 5 หลายเดือนก่อน +4

    মই বৰ্তমান সময়ত পৰোপকাৰী মানুহ নাই বুলি নাই বুলি ভাবিছিলো আৰু দেখাও নাছিলো।প্ৰথমবাৰৰ এনে এজন পৰোপকাৰী ভাইটিক দেখা পাই ভুল ভাগিল।এখন কিতাপত পাইছিলো ভগবানে আমাক কি কৰিবলৈ কৈছে বা কয়?উত্তৰ আছিল--আনৰ উপকাৰৰ অৰ্থে কিবা কৰিবলৈ।বোধহয় ভাইটিটোৱে তাকেই কৰিছে।ভাইটিৰ দীৰ্ঘায়ুও সু স্বাস্থ কামনা কৰিলো।

  • @rashmirekhabaruah3128
    @rashmirekhabaruah3128 10 หลายเดือนก่อน +9

    আৰু আগবাঢ়ি যোৱা Homoy 🙏

  • @parthamixarsassam6762
    @parthamixarsassam6762 3 หลายเดือนก่อน +2

    অসমৰ একমাত্ৰ সৎ, নিষ্ঠাবান আৰু বহল অন্তৰৰ গৰাকী। এওঁৰ মানৱতা এক বিশেষ বৈশিষ্ট।

  • @deepaphukan1251
    @deepaphukan1251 10 หลายเดือนก่อน +6

    বহুত ভাল লৰা হয়, ভবিষ্যত উৎজ্বল কামনা কৰিলো ❤❤

  • @hydradpdynamo2059
    @hydradpdynamo2059 10 หลายเดือนก่อน +7

    Homoi God bless you 🙏🙏🙏

  • @KeshobGogoi-wr8nh
    @KeshobGogoi-wr8nh 10 หลายเดือนก่อน

    দাদাৰ কথাবোৰ শুনি সচাকৈ বহুত ভাল লাগিল।দাদা আৰু আগলৈ এনেদৰে আগুৱাই যাৱক তাকেই কামনা কৰিছো আৰু আপোনালৈ বহুত ধন্যবাদ থাকিল কিয়নো এই অনুষ্ঠানত দাদা নথকা হ'লে বহুত জ্ঞান আধৰুৱা হৈ ৰল হেঁতেন।

  • @anshumanbharali2303
    @anshumanbharali2303 10 หลายเดือนก่อน +4

    Dada apuni xosake manuhrupi vogoban hoi xday agouai jua tumi ❤

  • @gitanjalilifestylevlog1287
    @gitanjalilifestylevlog1287 10 หลายเดือนก่อน +7

    Xosakoi tumak bohot val lage ❣️ dei mur lora tu tumar dorei houk amiu jiman paru xohai koru

  • @biplabsangma3303
    @biplabsangma3303 10 หลายเดือนก่อน +2

    My dear brother you are a great and beautiful soul, you are the inspiration to young generation to build up a healthy and beautiful society, may The Almighty always be with you and bless you more.

  • @PrasantaKutum.
    @PrasantaKutum. หลายเดือนก่อน +1

    The dearest god of Assam Homoy Daaa ❤

  • @trishu7
    @trishu7 10 หลายเดือนก่อน +2

    Val lagil interview tu sai...aaru bht aguai jaok dada ....god bless you ❤❤

  • @JadumonidowarahJadumonidowarah
    @JadumonidowarahJadumonidowarah 2 หลายเดือนก่อน

    🙏Homoior tikonidal jidore agfale thik tenedore homoi gogoi da hunor axomr ajon ispostobadi vabdharar mohan biokti..i love you homoi da ❤️tumiu ajon axomr bikhyat mohan bioktir namot ag sthan pai jen ..isyore arkhibad die jen 💯❤️👍

  • @rimjimsworld
    @rimjimsworld 10 หลายเดือนก่อน +6

    বহুত ভাল লাগিল❤

  • @kalpanarai77M
    @kalpanarai77M 10 หลายเดือนก่อน +5

    he is a great man 🙏🙏salute bhai🫡love from, nepal 🇳🇵 ❤❤❤❤

  • @bindaassonowaldaa3192
    @bindaassonowaldaa3192 10 หลายเดือนก่อน +3

    আগলৈ আৰু ভাল কাম কৰিবলৈ নেদেখাজনে শক্তি দিয়ক তোমাক।
    তোমাৰ দৰে মানুহ বহুত কম সংখ্যকহে আছে পৃথিৱীত।
    তোমাৰ দিঘায়ু কামনা কৰিছো।
    এটা কথা বুজিলো যে এই ভিডিওৰ Views দেখি ভাল কাম কৰা মানুহক বহুতে হিংসা কৰে।
    তোমাৰ আশে-পাশে থাকিও তোমাৰ বেয়া হোৱাটোৱেই কামনা কৰে।
    🙏🙏🙏

  • @jodumonidewri7144
    @jodumonidewri7144 10 หลายเดือนก่อน +1

    Homoi da bohut bhal manuh texet. Texetor dore manuh thoka2 hubei prouujon prithibit . Love from morigaon.

  • @bhagawansarma4953
    @bhagawansarma4953 7 หลายเดือนก่อน +1

    Homoy.....time.
    You are supper man. Go ahead for the poor people god bless you

  • @sangitatamuli5046
    @sangitatamuli5046 10 หลายเดือนก่อน +1

    সচাঁ দেই সয়ম দা এজন ভাল মানুহ হয় দেই.তুমি সদায় ভালেই থাকা,তোমাৰ দৰে মানুহ আজিদিন নাই..❤❤👌👌🙏🙏

  • @sumi13775
    @sumi13775 10 หลายเดือนก่อน +1

    Manuhor namot vogoban hoi apuni dada 🙏😌😊🤗❤..love from bongaigaon ❤

  • @BhaskarGohain-mf6ps
    @BhaskarGohain-mf6ps 7 หลายเดือนก่อน +2

    Good talking brother ❤ God bless you 🙏

  • @user-wr5zr6co8w
    @user-wr5zr6co8w 10 หลายเดือนก่อน +9

    সময় তোমাৰ মনটো বহুত ভাল ❤

  • @beautykonwar427
    @beautykonwar427 10 หลายเดือนก่อน +16

    সময়,সময় টিকনি সদাই আগত

  • @dmanta5218
    @dmanta5218 10 หลายเดือนก่อน +5

    সময় তুমি দুখিয়াৰ দিন বন্ধ ।তোমাৰ কৰ্ম দেখি মই বহুত অভিভূত হৈছো।

  • @_tu.li.ka_
    @_tu.li.ka_ 10 หลายเดือนก่อน +3

    Bht vl lga apunak @homoy da...✨

  • @himashreebarua6251
    @himashreebarua6251 10 หลายเดือนก่อน +1

    Video2 sai bhut besi happy,,,,,,,,mn2 beya lagi asil,,, video2 sai kiba beleg ata vl lagise re,,,,,,, love from sipajhar 🦋

  • @rakhigogoirakhigogoi7057
    @rakhigogoirakhigogoi7057 10 หลายเดือนก่อน +1

    সময় দা আপুনি মহান 😊 ভগবানে আপোনাক সদায়ে সহায় কৰি যাওক ,,,

  • @DiptiGogoi-ob8ux
    @DiptiGogoi-ob8ux หลายเดือนก่อน

    Val lagil Kathabor huni God bless you ❤❤

  • @tinytittoo8474
    @tinytittoo8474 10 หลายเดือนก่อน +5

    Homoy daa back to back podcast❤proud of u😊

  • @MadhurimaDreamvlogs
    @MadhurimaDreamvlogs 10 หลายเดือนก่อน +1

    Mon sui gol hosakoi.anekuwa val manuh khub komei thake.tew aguwai jauk

  • @anjudadhora7839
    @anjudadhora7839 2 หลายเดือนก่อน

    Samai da k bhagabane vaale rakhak. Himashri baa ku bhut bhut dhanyabad.

  • @jgogoi925
    @jgogoi925 10 หลายเดือนก่อน +4

    Moi j kiba ata kom mur vakha nuhuwa hoi jai moi j video bur sale kandi kandi sai thaku...anekuwa ajon new generation r manuh dekha nai aikhon Assam t, apuniye sage tare ajon, moiyu bohot emotional hoi najanu ki koribo paru apunr dore nuwaribo paru tothapio koribo karone sesta korim mur maa deota hodai jiyai thakibo karone parthona koribo ji bilake mur comments bur pohibo mur maa dotai mur babe ishor

  • @Imonkalyanvlogs1185
    @Imonkalyanvlogs1185 10 หลายเดือนก่อน +2

    দা দা সকলো কথা মন চুইযাই দা দা সদাই ভালে কুশল থকাটো বিচাৰিছোঁ ❤️

  • @pranjalneog5376
    @pranjalneog5376 10 หลายเดือนก่อน

    Bohut vl kori axa dada. Apunar lakhiya second ajon youtuber kotu nulabo aru. Jiya nijor kotha nabhabi anor kotha bhaba. You are great ❤❤❤❤ lv u ....

  • @a2zok300
    @a2zok300 10 หลายเดือนก่อน

    HOMOY dada bhut val monor manu HOMOY dadak যেন bodi beldingt dekha paw tar karone opekha korim

  • @kasturichangmai4033
    @kasturichangmai4033 10 หลายเดือนก่อน +2

    সময় সকলোৱে কাৰনে ভগৱান হৈ আহিছে ❤😊 ভগৱানে ল'ৰা জনক ভালে ৰাখক,❤❤

  • @sandhyahazorika1142
    @sandhyahazorika1142 2 หลายเดือนก่อน

    Aji video to cai bahute val lagile aru tumar luk doyue jate aru agole aag bari juwa take kamona koriso Thank you

  • @assamboy3636
    @assamboy3636 10 หลายเดือนก่อน +2

    Hosa ai dada jonor lekhiya lora bur hl heten kimn vl hl hoy hokoluwe narik honman korile heten...ai dada jnk hsi bht besi vl lagil hy abar log pabo mn asil...tekhetr mongol krk vogobane

  • @BornaliGogoi-bo1iy
    @BornaliGogoi-bo1iy 10 หลายเดือนก่อน +3

    Homoy gogoi👍👍👍

  • @user-up4oh9wi3h
    @user-up4oh9wi3h 10 หลายเดือนก่อน

    Tq homoy dak j matila bohut Val lagil

  • @sameersonaryoutubechannelv2263
    @sameersonaryoutubechannelv2263 10 หลายเดือนก่อน +1

    Namskar 🙏🙏 Homoy Bro. All The best, Very Nice Vlogs, Your Very Great 🤞❤❤ I m From North Lakhimpur.

  • @babybabyborah1916
    @babybabyborah1916 10 หลายเดือนก่อน +5

    Good job bro

  • @evaborgohain4202
    @evaborgohain4202 2 หลายเดือนก่อน

    Atia apuni best karma Kari ase God bless you

  • @rubulnath3988
    @rubulnath3988 10 หลายเดือนก่อน +1

    Hundor monor bondhu jon,,, Essore Hodai kuxole rakhok tumak,,,,

  • @user-ye9cu7nn7r
    @user-ye9cu7nn7r 2 หลายเดือนก่อน

    Dada jone bohut bhal Kam kori ase 🙏🙏👍

  • @Nosto08
    @Nosto08 10 หลายเดือนก่อน +2

    AXOMOR NUMBER 1 TH-cam R HOMOY ❤🥰🥰🥰🥰💐💐💐😌😌😌😌😌

  • @minatipatar2255
    @minatipatar2255 9 หลายเดือนก่อน

    Moi videotu hompurno salu bohut val lagigil,kusuma nojona kothau janilu bohut dhonyobad, ভগৱান শিৱৰ কৃপাত আগুৱাই যোৱাৰ কামনা কৰিলোঁ তোমাক 👌🙏♥️

  • @user-qc3iu8qz8j
    @user-qc3iu8qz8j 2 หลายเดือนก่อน

    Homoy daa apuni bohut vl ❤

  • @user-bo4vt5wm2x
    @user-bo4vt5wm2x 10 หลายเดือนก่อน +1

    All assam best youtuber Homoi gogoi....daa...........i love homoi daa❤

  • @dboysbest9255
    @dboysbest9255 10 หลายเดือนก่อน +2

    Val Lage dadak...Ane manuhok matib lage

  • @RekhashreeChutia-bc2sm
    @RekhashreeChutia-bc2sm 10 หลายเดือนก่อน +1

    সময় দা সদায় প্ৰিয় হৈ ৰওক ,,, 🥰

  • @sibuboruah6240
    @sibuboruah6240 10 หลายเดือนก่อน +1

    বহুত ভাল সময়, ভগবান আৰু আখিবাদ কৰক

  • @bornaliborah4599
    @bornaliborah4599 2 หลายเดือนก่อน

    Tumak mur bohut val lage Homoy 🙏aguwai juwa

  • @Imonkalyanvlogs1185
    @Imonkalyanvlogs1185 10 หลายเดือนก่อน +1

    Dada jonok bhotu vll pw ❤️💚

  • @benhimronghang5837
    @benhimronghang5837 2 หลายเดือนก่อน

    Axomor number 2 best TH-cam r hbo nki xomoy da ❤❤

  • @hemantadas2357
    @hemantadas2357 10 หลายเดือนก่อน

    Ajon hosa Manuhor interview luwar babe Himadree k. dhanyabad

  • @bishalbivaanlaskar8433
    @bishalbivaanlaskar8433 10 หลายเดือนก่อน +3

    Thanx for inviting him

  • @user-ly4rs1cr5t
    @user-ly4rs1cr5t 2 หลายเดือนก่อน

    Great job.God bless you.

  • @user-kf4kk1fp6i
    @user-kf4kk1fp6i หลายเดือนก่อน

    Bht val lage dada vidieo to

  • @dimpisaikia5555
    @dimpisaikia5555 10 หลายเดือนก่อน

    Bohut val kotha koise aji kali aneke sinta kora lora nai apunak vogobane bohut hokti diyek

  • @dipalidutta9600
    @dipalidutta9600 10 หลายเดือนก่อน +2

    Hosake Kothabur huni beleg val lagile

  • @bulbulipegu7485
    @bulbulipegu7485 10 หลายเดือนก่อน +2

    Homoy da proud of you

  • @musicloverwithlovestory7711
    @musicloverwithlovestory7711 8 หลายเดือนก่อน +1

    Real hero ❤❤❤❤❤❤

  • @ritwickgogoi6118
    @ritwickgogoi6118 10 หลายเดือนก่อน +1

    Val.lagil.sai

  • @dilipchetia6736
    @dilipchetia6736 10 หลายเดือนก่อน +2

    ❤❤❤❤❤❤❤ bless u❤❤❤❤

  • @ManoranjanDas-uv4kq
    @ManoranjanDas-uv4kq 10 หลายเดือนก่อน +1

    Tumi eman val hoi Kiya,❤️❤️❤️❤️

  • @bijukhan4540
    @bijukhan4540 10 หลายเดือนก่อน +1

    I'm big fan dada you & MSD ❤❤❤

  • @mohanminuhandique6829
    @mohanminuhandique6829 10 หลายเดือนก่อน +3

    সময় তুমি সছাকৈ বৰ ভাল ।

  • @renukarayrenukaray1278
    @renukarayrenukaray1278 10 หลายเดือนก่อน +1

    Homoy tumi any.ana vogobane aru xokti diyok

  • @gudu0728
    @gudu0728 10 หลายเดือนก่อน +4

    Love you dada 🙏🙏🙏

  • @abdulrajek249
    @abdulrajek249 10 หลายเดือนก่อน +2

    Real Human....

  • @realname_Ryan
    @realname_Ryan 10 หลายเดือนก่อน +1

    Bor hundor lora ❤❤❤❤❤❤❤❤❤❤❤❤

  • @Neelanjal262
    @Neelanjal262 10 หลายเดือนก่อน

    Homey Da ❤mjahhhh kth koisa huni vl lagil kth bur ❤❤❤

  • @user-fx2mo6cm2s
    @user-fx2mo6cm2s 10 หลายเดือนก่อน +15

    কোনো স্বাৰ্থৰ নোহোৱা মানুহ জন।

  • @NELUP695
    @NELUP695 10 หลายเดือนก่อน +1

    Very good person 👍💯🇮🇳

  • @dipanjolidihinginya4265
    @dipanjolidihinginya4265 10 หลายเดือนก่อน +3

    তোমাক মোৰ বহুত ভাল লাগে ভাইটী।

  • @arunkurmi93
    @arunkurmi93 10 หลายเดือนก่อน +1

    Love you সময় ❤❤❤

  • @kandarpakalita7623
    @kandarpakalita7623 6 หลายเดือนก่อน

    Very good
    Success early fr yr life
    Somoy is a very good boy