Rahul Gautam Sharma EXPLICIT - on Controversy, Alcohol, Zubeen Garg || Assamese PODCAST - 111

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024

ความคิดเห็น • 477

  • @rintudas-pd5mi
    @rintudas-pd5mi 4 หลายเดือนก่อน +61

    IPL ৰ ফাইনেল মেচ এৰি তুহাৰ কথা শুনি আছো ৷

  • @mousumichoudhury7409
    @mousumichoudhury7409 4 หลายเดือนก่อน +31

    মৰমৰ ভাইটি আৰু সঁচা অৰ্থত ভাৰতীয় নাগৰিক দুজন তোমালোক দুয়ো জনৰ কথা বোৰ আলোচনা বোৰ আকৌ এদিন ৰাইজৰ আগত লৈ আহিবা বুলি আশা ৰাখিলোঁ। ঈশ্বৰে তোমালোক ক কুশলে ৰাখক।

  • @Jyotinip
    @Jyotinip 4 หลายเดือนก่อน +5

    Salute RGS❤ এনে লাগিছে যেন দিনটো শুনি থাকিলেও বোৰ নালাগিব, এনে লাগিছে যেন তোমাৰ এই চিন্তা ধাৰাই নৱপ্ৰজন্মক বাৰুকৈয়ে প্ৰভাৱিত কৰিব।

  • @kakalidas7450
    @kakalidas7450 4 หลายเดือนก่อน +19

    অসাধাৰণ যুবক, আশীৰ্বাদ থাকিল

  • @therupamaxom
    @therupamaxom 4 หลายเดือนก่อน +18

    কিতাপ পঢ়া মানুহ যে সেইবাবে চিন্তাধাৰা বোৰ বহুত গহীন।❣️
    আপোনাৰ ভাষাৰ গহিনত্ব বুজা মানুহ বহুত কম ওলাব... 😊

  • @smritientertainment43
    @smritientertainment43 4 หลายเดือนก่อน +30

    "সুখটো আলহি,দুখটো ঘৰ" wow epic ❤🔥

  • @BinaBorakhaund
    @BinaBorakhaund 4 หลายเดือนก่อน +45

    তোমাৰ কথাই মানুহক পাগল কৰি দিব ইমান উচ্চতৰ চিন্তাধাৰা তুমি অসমৰ সম্পদ আগুৱাই যোৱা তোমাৰ এষাৰ কথা খুব মনত ৰৈ গল সুখ আলহী। দুখ ঘৰ। ভগবান তোমাক ভালে ৰাখক

    • @ranusharma8014
      @ranusharma8014 4 หลายเดือนก่อน

      Hindu muslim view tu moi mani lobo pora nai, karon bortaman babor base korile nohobo, practically chabo lagibo

    • @akkivinter5122
      @akkivinter5122 20 วันที่ผ่านมา

      @BinaBorakhaund tekhete pise bhogoban namane

  • @Jane_Austenn
    @Jane_Austenn 4 หลายเดือนก่อน +8

    The three grand stories -fascist, communist, and liberal - that he talked about are from the book 21 Lessons for the 21st century written by Yuval Noah Harari.

  • @DharmendraDeka63
    @DharmendraDeka63 4 หลายเดือนก่อน +4

    বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলো। Finally. .
    ❤❤🔥🔥🔥🔥🔥🔥🔥💥

  • @dipjyotisarma2310
    @dipjyotisarma2310 4 หลายเดือนก่อน +16

    শেষত গানটো শুনি সঁচাকৈ তথাকথিত বহুতো জনপ্ৰিয় মানুহৰ মুখৰ প্ৰতিচ্ছবি মনত ভাহি আহিল....

  • @zeal6360
    @zeal6360 4 หลายเดือนก่อน +29

    Power of books ,power of knowledge

  • @jumisarma4999
    @jumisarma4999 4 หลายเดือนก่อน +38

    প্ৰথমটো episodeৰ পৰা আৰম্ভ কৰি 1,2টা episodeৰ বাদে প্ৰায় সকলো episodeয়ে চাইছো কিন্তু আজিৰ episodeটো সঁচাকৈয়ে বিশেষ।
    Rahul Gautam Sharmaৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দৰ পৰা আমি শিকিবলগীয়া আছে।
    বাকী HSLCৰ গণিতৰ প্ৰশ্ন কাকত খনৰ লগত একে ধৰণৰ ঘটনা মোৰো হৈছিল😅
    কিন্তু এতিয়া ভাল লাগে নিজকে কলা শাখাৰ ছাত্ৰী হিচাপে পৰিচয় দি ❤️
    Love From Tihu, Nalbari ❣️

  • @nabanitachakravorty8525
    @nabanitachakravorty8525 4 หลายเดือนก่อน +9

    একমাত্র currency টো পইচা নহয়
    মৰম হয় , সন্মান হয় এই শাৰীটো 🔥
    ভালে থাকা তুমি সদায় ❤❤❤❤

  • @chayadas7654
    @chayadas7654 4 หลายเดือนก่อน +6

    জীৱনত ভালপোৱা মানুহৰ তালিকাত আপোনাৰ নাম সন্নিৱিষ্ট হৈ ৰʼল ৰাহুল দা🌸 ভালে থাকক আপুনি 🌸

  • @dulumanirabha5496
    @dulumanirabha5496 4 หลายเดือนก่อน +11

    তেওঁৰ লিখনী বোৰ সদায় প্ৰিয় , মানুহ হিচাপে আজি বহুত ভাল লাগিল। ধন্যবাদ অৱয়ৱ এনেধৰনৰ আলোচনা কৰা বাবে❤

  • @monikadas3103
    @monikadas3103 หลายเดือนก่อน +2

    Sorute left book porhi brain wash gol, poor boy , talent ase, left concept bure brain wash kore

  • @SasankaBorah-kx6uu
    @SasankaBorah-kx6uu 4 หลายเดือนก่อน +19

    বহুত অপেক্ষাৰ পাছত আজি ৰাহুল দা ❤ LOVE FROM TINSUKIA ❤

  • @ujjalthakur5896
    @ujjalthakur5896 4 หลายเดือนก่อน +11

    বহুত ভাল লাগিল.ৰাহুল ইমান সৰুলৰাটোৰ চিন্তাধাৰাৰ স্তৰটো বহুত ওপৰত.তুমি আৰু আগুৱাই যোৱা ভাইটি.অৱয়ব তোমাৰ প্ৰতিটো ভিডিঅ চাও বৰ ভাল লাগে.আজিৰ ভিডিঅটো বহুত বেছি ভাল লাগিল.অকনো স্কিপ নকৰাকে চালো.

  • @suraz7207
    @suraz7207 4 หลายเดือนก่อน +27

    bro is literally influenced and got uplifted by zubeen daa itself and tried ignoring zubeen da also 😂

    • @pranjalblogs6641
      @pranjalblogs6641 4 หลายเดือนก่อน +2

      Zubeen dai soboke sinaki korai dile eyak atiya tar lebel sharma vs sharma😂

    • @suraz7207
      @suraz7207 4 หลายเดือนก่อน +1

      @@pranjalblogs6641 xe dui ek bosor zg da r lgt kam kri e nijok zg r level t put kri ktha bur koi ase

    • @dipankarthakuria5075
      @dipankarthakuria5075 4 หลายเดือนก่อน +1

      Over smart dekhai bht

    • @uttaram7648
      @uttaram7648 4 หลายเดือนก่อน

      Tohotor brain e dhuki napai o ..gorudhwoj hot

  • @Neverbeen17
    @Neverbeen17 4 หลายเดือนก่อน +6

    "God is a man made Idea" never heard of this but he terms it. That's the power of knowledge.

  • @dhirendas9596
    @dhirendas9596 4 หลายเดือนก่อน +17

    মই এজন মাছৰ বেপাৰী হও,, কিন্তু graduate,, ৰাজনীতি বিজ্ঞান major subjects আছিল,,
    গোটেই ভাৰততে যি ৰাজনীতি চলিছে সেইয়া ক'ব উপাই নাই
    দূখ লাগে মোৰ অসমীয়া ৰ মানুহৰ দূখ দেখি,, কেৱল কথা ৰ ফুলজাৰী ৰে ৰাজনীতি কৰা আমাৰ মূখ্যমন্ত্ৰী,,
    উন্নয়নৰ আঁচনি ৰ নাম দি ,, হাজাৰ হাজাৰ ৰাজহ লুট কৰা আমাৰ চৰকাৰলৈ ধন্যবাদ,,
    নিৰক্ষৰ জনতাই বুজি পোৱা নাই,, আৰু শিক্ষিত জনতা নিৰ্বাক,,
    বুদ্ধিজীৱী ৰ বিষয়ে আমাৰ ভাইটিয়ে
    গালে,,
    জাগা অসমীয়া,,

    • @gautamgoswami9723
      @gautamgoswami9723 3 หลายเดือนก่อน

      সুদক্ষ কৰ্মবীৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ ।

  • @Bishal00023
    @Bishal00023 4 หลายเดือนก่อน +1

    এই মহান পন্দিত জনেই কৈছিল...মই ভাগৱত গীতাৰ দৰে কিতাপ নপঢ়ো...বাবা তুমাৰ ভাগৱত গীতা পঢ়ি বুজি পাবলৈ ইমান মাথা ও নাই

  • @mallikagogoi2362
    @mallikagogoi2362 4 หลายเดือนก่อน +15

    Rahul Gautam sharma is an unique person...Like him❤

  • @monalishasrecipes2914
    @monalishasrecipes2914 4 หลายเดือนก่อน +10

    তোমালোক আমাৰ ভবিষ্যত। বৰ ভাল লাগিল ইন্টাৰভিউটো

  • @REAL-GURU
    @REAL-GURU 4 หลายเดือนก่อน +18

    গীতিকাৰ আৰু গায়ক হিচাপে ৰাহুল গৌতম খুব প্ৰিয় ৷ তেওঁৰ স্পষ্টবাদী কথন শৈলীও খুব ভাল লাগে৷ কিন্ত তেওঁৰ ৰাজনৈতিক আদৰ্শক সম্পূৰ্ণ ৰুপে সমৰ্থন কৰিব নোৱাৰিলোঁ৷ এই যে তেওঁ কৈছিল “বাবৰে হিন্দুক একো কৰিব নোৱাৰিলে“ বাবৰে হিন্দুৰ ওপৰত কি কি অত্যাচাৰ কৰিছিল সেইবোৰ চাগে তেওঁ নজনা নহয়৷ কিমান ত্যাগ আৰু বলিদানৰ শেষত আমি শান্তিৰে ভাৰতত বাস কৰিব পৰা হৈছোঁ৷ এতিয়াও islamisation তেওঁলোকৰ মূল উদ্দেশ্য গতিকে বিজেপিয়ে বাবৰৰ সেই দিনৰ পুনৰাবৃত্তি নহওঁক বুলি যি পদক্ষেপ লৈছে সেয়া ভাৰতৰ সভ্যতা সংস্কৃতি ৰক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয়৷ আৰু এই যে Dictatorship চলি থকা বুলি কৈছে সেয়া সচাঁই চলা হৈ তেওঁ ইমান মুকলিকৈ মোডী অথবা বিজেপিৰ বিৰুদ্ধে কথা ক’ব নোৱাৰেলে হেতেন৷

    • @Anuragborah-b1k
      @Anuragborah-b1k 4 หลายเดือนก่อน

      apuni budhijibi neki

    • @BobitaSonowal-m8p
      @BobitaSonowal-m8p 4 หลายเดือนก่อน +2

      Q No 1) What is Islamisation??
      Q No2) what steps r being taken by ur BJP govt. to counter it??
      Plz clarify....

  • @mousumichoudhury7409
    @mousumichoudhury7409 4 หลายเดือนก่อน +32

    আজি ৰ সুন্দৰ এশাৰী - সুখ আলহী আৰু দুখ ঘৰত থাকেই। 😊

  • @J003M
    @J003M 4 หลายเดือนก่อน +3

    আকাশ খনক বিশাল বুলি মানিলোৱেই যেনিবা
    তৰা গণি থাকিলেতো ভাতমুঠি নোলায়
    তাতকৈ পথাৰকে সাৱটি ল'
    গা- মুৰে লেটি ল' বোকা, অজস্ৰ সেউজীয়া
    মাটিত থাক মাটিত
    #এতিয়ালৈ ইমানেই..by RGS

  • @sponditaneog4851
    @sponditaneog4851 4 หลายเดือนก่อน +1

    Such a brilliant young mind.
    Has such radical thinking.
    Loved the episode.

  • @KapilKBorah
    @KapilKBorah 4 หลายเดือนก่อน +7

    ৰাহুল গৌতম শৰ্মাৰ পডকাষ্ট টোলৈ অপেক্ষা কৰি আছিলো। পডকাষ্টটো চাই বহুত ভাল লাগিল । 🫠❤️

  • @dhimanbhagawati3456
    @dhimanbhagawati3456 4 หลายเดือนก่อน +104

    He is one of the most brilliant boy right now in Assam 🎉❤

    • @debology1
      @debology1 4 หลายเดือนก่อน +11

      Dude relax

    • @ankursarma3725
      @ankursarma3725 4 หลายเดือนก่อน +10

      Most brilliant tu kuna declear korila ....

    • @hngaming2667
      @hngaming2667 4 หลายเดือนก่อน +8

      Aru toi most illogical

    • @birajdas4577
      @birajdas4577 4 หลายเดือนก่อน

      Baah dhiman da ❤

    • @phukandixit
      @phukandixit 4 หลายเดือนก่อน

      I agreed❤

  • @pparthana3204
    @pparthana3204 4 หลายเดือนก่อน +6

    দুয়ো আমাৰ চহৰৰ সন্তান, অপূৰ্ব হৈছে,অনুপ্ৰাস অলংকাৰৰে সমৃদ্ধ কেনে আছা তুমিলৈ অলেখ ভাল পোৱা, ভালে থাকা

  • @gh-my4ut
    @gh-my4ut 3 หลายเดือนก่อน +1

    ভাবা নহয় ভবা, পাৰা নহয় পৰা, পাঢ়া কি বস্তু পঢ়াহে।ইমান ভাল কথা পাতি যদি এইবোৰ শব্দৰ খিচিৰি ভাল নহয়

  • @alakeshbarmanbarman7049
    @alakeshbarmanbarman7049 3 หลายเดือนก่อน +1

    One of the best podcast I have ever seen

  • @pallavisharma40574
    @pallavisharma40574 3 หลายเดือนก่อน +3

    নহয়,, ইয়াতে পাতিবা দেই,,, মোৰ দৰে বহু মা' কে তোমালোকৰ দৰে ল'ৰাহতৰ চিন্তা বোৰ বুজিব খোজো।।। বহুত ভাল লাগিল।।"মই ঠিকাদাৰ শুনি আমাৰো চকুলৈ বহুতো, আৰু মনলৈ বহুত কথা আহিছে। আমাৰ বোৰ কবলৈ নাই,, তোমালোকৰ সৈতে মিলিলে ভাল লাগিব।।আকৌ লগ পাম বুলি আশা ৰাখিছো❤

  • @threesister3457
    @threesister3457 4 หลายเดือนก่อน +10

    ৰাহুলক ক'বলৈ ভাষা নাই ❤he is great

  • @Tanayaborah.
    @Tanayaborah. 4 หลายเดือนก่อน +8

    My 3nd most favorite podcast of untold ❤️...Ankua podcast ru anibo lge❤

  • @shyamaljitsarmah6216
    @shyamaljitsarmah6216 4 หลายเดือนก่อน +2

    Our culture has deteriorated so much. Very sad to see young men talking like this.

  • @New-li9qh
    @New-li9qh 4 หลายเดือนก่อน +4

    Hekhot ganntut bhall roast kri thoi gol 😂😂😂 honmukha honmukhi k roast kra mjh yei blk 😅😅😅😅😅gaantuye bhut ktha ru bohutor mukh dekhai thoi gl....😅😅😅😅bhal lagil hekhor bhag epic dile kin2

  • @bandanabora6499
    @bandanabora6499 4 หลายเดือนก่อน +3

    Eta bhal loga episode❤️ ....Jimane criticise korok I like Rahul Gautam Sharma ..Brilliant one ...Ki Answer ki dialog wah..😂..Go ahead bro.. Best wishes ...❤From Tinsukia

  • @dipankarthakuria5075
    @dipankarthakuria5075 4 หลายเดือนก่อน +1

    Bht a val buli koi ase lora tuk...kintu moi val napao....teu zubin daak toi buli mate n zubin daar lgt thki atia nijok bht over smart dekhai.....baki xomoye kobo kiman dur aguwai jai

    • @Dhemon-cx3mh
      @Dhemon-cx3mh 4 หลายเดือนก่อน

      Somewhat I agree

  • @Ne3l06
    @Ne3l06 4 หลายเดือนก่อน +4

    Sharp brain. Straightforward yet sweet talking.Brilliant

  • @apolloyt8023
    @apolloyt8023 4 หลายเดือนก่อน +3

    Coment নিদিয়াকৈ থাকিব নোৱাৰিলোঁ বহুত কথাই বুজি পালোঁ।
    মোৰ হৃদয়ৰ vl লগা এজন মানুহ।

  • @krishnahazarika6391
    @krishnahazarika6391 4 หลายเดือนก่อน +1

    Jodi para Zubeen da (legend)r interview eta kora

  • @hiyayoutubechannel3799
    @hiyayoutubechannel3799 4 หลายเดือนก่อน +7

    তোমাৰ প্ৰতিটো পদকাষ্ট চাওঁ।।। দুই গৰাকীৰ কথা বতৰা ভাল লাগিল ❤❤

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 4 หลายเดือนก่อน +7

    Listening to him is always a thrill! His perspective is so unique and refreshing. Shine on, RGS!🤍

  • @ankitaborah7499
    @ankitaborah7499 4 หลายเดือนก่อน +1

    Bahh bahh deii bhtt bhl lgil Abboyob Daa ❤️

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 4 หลายเดือนก่อน +3

    I was literally waiting for this episode!
    👍🏻🤍

  • @DipjyotiGogoi-js1qc
    @DipjyotiGogoi-js1qc 4 หลายเดือนก่อน +3

    আজি প্ৰথম কাট নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চালোঁ বহুত বহুত ভাল লাগিল। শেষত গানটো বেছি ভাল লাগিল ভাল দি গ'ল ৰাজহাড়ৰ নথকা বোৰক😂

  • @creativesoulP
    @creativesoulP 4 หลายเดือนก่อน +3

    Khub bhal kotha kole poisatu prithibit ekmatro currency nohoi , morom hoi xonman hoi , aru kole amar ajiloike ekhon gariu nai , kiman mature , kiman xomriddho , it shows his Class and upbringing ❤❤

  • @iamnikubaruah
    @iamnikubaruah 4 หลายเดือนก่อน +2

    Rahul dar kothabur mor bht vl lge... Unique kotha koy... Most talented ❤❤❤

  • @poribd7457
    @poribd7457 4 หลายเดือนก่อน +4

    বহুত বেছি ভাল লাগিল আজিৰ Episode টো চাই..

  • @nizorajuri8163
    @nizorajuri8163 4 หลายเดือนก่อน +2

    Rahul is like my brother, Rahul'k moi first Zubeen dar ghrt log paisilu, khub ejon hohoj horol lora and rahul'r lgt ktha patile gom pua jai asolote j kiman brilliant hoi hi loratu..Aguai jua bro, keep shining 💫✨.. Hokolue emn positive response dise val lagise..

  • @mandeepmusical
    @mandeepmusical 4 หลายเดือนก่อน +3

    19:03 The way rahul da answered, immediately after that Aboyob da asked him something ... Rahul da ignored that question so smoothly, because he answered to that question few seconds back, it was a boom☠️☠️☠️

  • @UditPhukan-k3i
    @UditPhukan-k3i 4 หลายเดือนก่อน +2

    Rahula suwali t ka basi gyan suda😂

  • @jyotishmandeka8376
    @jyotishmandeka8376 4 หลายเดือนก่อน +2

    সুখ আমাৰ আলহী দুখ আমাৰ ঘৰ।।❤️❤️ Birat a dhuniya lagil...olpu skip nokorake salu ...Borhiya ...Baki RGS mutke dangar buli vabi asilu 😁 same Age.. Ane manuh pale adda marar moja a beleg . Great work Aboyob❤️....aru val howk ....

  • @magicornsreview
    @magicornsreview 4 หลายเดือนก่อน +22

    Riyan paragk lage next ❤❤

    • @mr__1950
      @mr__1950 4 หลายเดือนก่อน +1

      Hoii hoiii

  • @abonboruah6745
    @abonboruah6745 3 หลายเดือนก่อน +1

    তোমাৰ ওচৰত দেধাৰ প্ৰতিভা আছে।।ইমান সৰু লৰা হৈ এনেকুৱা মদাহী হলা কিয়।। ভগৱানে তোমাক সুমতি দিয়ক। মদাহী হৈ অসমত জিলিকিব নালাগে নিজৰ প্ৰতিভাৰে জি লি কি❤ উঠা।।ডিগবৈৰ মঞ্চৰ ঘটনাটোৰ পুনৰাবৃত্তি নিবিচাৰো। আগবাঢ়া।।সমুখত সেন্দুৰীয়া পথ পৰি আছে।।

  • @AssamesevideoSong
    @AssamesevideoSong 3 หลายเดือนก่อน

    Horbo bharitio porjayot godi medi ....Akhomot khetrot atonou bhuyan ..... Atanu bhuyan nisina sutmarani bostu nai kela ....himanatar koni supi thake

  • @__upasna__5570
    @__upasna__5570 4 หลายเดือนก่อน +4

    Dukh tu constant hukh bur alohi ❤️woww! Rgs must compile all his one liners.. whenever we feel bored or maybe tired we scroll reel..he is so different definitely someone to look upon

  • @LakhiPrasadSaikia-uq9df
    @LakhiPrasadSaikia-uq9df 4 หลายเดือนก่อน +1

    Very nice love you both

  • @silayactez5440
    @silayactez5440 4 หลายเดือนก่อน +4

    Shyamkanu mahanta sirok lage podcast ot

  • @__shyamol_borah_
    @__shyamol_borah_ 4 หลายเดือนก่อน +5

    জুবিন দাক লাগে🙏❤️❤️❤️

  • @sangmaryan5127
    @sangmaryan5127 4 หลายเดือนก่อน +4

    I really admire his personality. He is highly intellectual. Love n Respect to him.

  • @rajdeep0999
    @rajdeep0999 4 หลายเดือนก่อน +1

    Intresting manhu logot thakilae hodai notun hikibo pora jai, Guru huwa rastat juwa jai, Goru nohoi, lots of love sexy bois❣️

  • @jyotikamallsvlog
    @jyotikamallsvlog 4 หลายเดือนก่อน +5

    Ufff 🔥🔥🔥 ভাষা নাই । বহুত ভাল লাগিল ❤ । বিশেষকৈ গানটো উফ 🔥🔥

  • @Rahulali499
    @Rahulali499 4 หลายเดือนก่อน +1

    কথা বোৰ ভাল লাগিল শুনি বহুত খিনি কথা শিকিলোঁ বুজিলো জানিলো,, কিন্তু ৰাজনীতি আলোচনা বোৰ নকৰিবা ভাল নালাগে বাকি চব ঠিকে আছে ভালকৈ কাম কৰি যোৱা শুভেচ্ছা থাকিল?

  • @mridusmita_jaankonwar6680
    @mridusmita_jaankonwar6680 4 หลายเดือนก่อน +1

    no no no anekua geju korile nohobo amaku lage episode hekh huwar pisorkhini

  • @Sabi-ta
    @Sabi-ta 4 หลายเดือนก่อน +7

    চিধা মানুহ চিধা কথা । ভাল লাগিল চাই।❤

  • @birajvlogs9433
    @birajvlogs9433 4 หลายเดือนก่อน +1

    বাকী সকলো ভাল লাগিল কিন্তু মা দেউতাৰ skip কৰি দিয়া কথাখিনি ভাল নালগিল ।এইটো মানে ইয়াকে বুজাই তুমিও তোমাৰ ল'ৰা ছোৱালীৰ পৰা সেইটো আশা কৰিবা । তুমিও স্বাধীন চিন্তাৰ নহয় ।

  • @unpredictable_.
    @unpredictable_. 18 วันที่ผ่านมา

    গভীৰ চিন্তাশীল এনেধৰণৰ ধাৰা কিছুমানৰ ব্যক্তি সমাজখনক কোনো এক মূহুৰ্তত বাৰুকৈয়ে প্ৰয়োজন...

  • @timesoflove8139
    @timesoflove8139 4 หลายเดือนก่อน +2

    Mod to khai je Police officer keijonik jukabo goi staget bagori porisili, bopai monot asene🤣🤣🤣🤣🤣

    • @manikabarman5732
      @manikabarman5732 4 หลายเดือนก่อน +3

      এটা ভুলৰ বাবে গোটেই জীৱন regret কৰি বহি থাকিব লাগিব নেকি তোমাৰ মতে

  • @samujwalsvlogs4385
    @samujwalsvlogs4385 4 หลายเดือนก่อน +2

    জুবিন দাৰ বাবে কেইটামান মনপৰশা hindi গান লিখিব লাগে৷ ৰাহুল দালৈ অনুৰোধ থাকিল🙏

  • @manjuhazarikadas2685
    @manjuhazarikadas2685 4 หลายเดือนก่อน +2

    ৰাহুলৰ উচ্চ চিন্তাৰ কথাবোৰে আপ্লুত কৰিলে। দুয়োগৰাকী আগুৱাই যোৱা।

  • @morommoromlagise936
    @morommoromlagise936 3 หลายเดือนก่อน +1

    বেলেগ ধৰণৰ এটা Positivity পাওঁ ৰাহুল গৌতমৰ কথাবোৰ শুনি থাকিলে....আগতেও চাইছো ৰাহুলৰ পডকাষ্ট কিন্তু অবয়ৱ ভূঞাই সাম্প্ৰতিক সময়ৰ প্ৰাসংগিক বিষয়সমূহ সামৰিব জানিছে....একে বয়সৰ কাৰণে হয়তো vibes টো মিলিছে। নতুন প্ৰজন্মৰ প্ৰতিনিধি দুজনলৈ শুভকামনা

  • @Bingoooo605
    @Bingoooo605 7 วันที่ผ่านมา

    Kerala t communist govt. e temple r vitorot shoe pindhi muslim k eid patibo dise...ei kotha tut toi ki kobi..sure kiba liberal logic eta uliabi. Kintu ganesh puja r aarti hunile hihotor haram hoi..hilguti doliai..kintu eibur hua pasotu thtor mote RSS fascist. Nijor dharma karone jodi tur nisina tuk kati u pelai..tetiayu RSS jindabad. Baki quran aru communist manifesto khon bukut bandhi mal 1peg khai hui thak

  • @dayswithpronami1027
    @dayswithpronami1027 4 หลายเดือนก่อน +4

    বাৰে বাৰে চাব পৰাকৈ,শুনিব পৰাকৈ ভাললগা।এতিয়ালৈকে চোৱা সকলোতকৈ ওপৰত।❤❤

    • @suraz7207
      @suraz7207 4 หลายเดือนก่อน

      i love Pranami... please abar bhal paw buli kuwa na

  • @RakeshDas-ie1ym
    @RakeshDas-ie1ym 4 หลายเดือนก่อน +1

    Modor nisat lang khai pori thoka tu a nohoi janu e😅

  • @subheswarbarman9244
    @subheswarbarman9244 4 วันที่ผ่านมา

    Aboyob k mojja lgise tistibo pora ny milai thoka jen lagise 😂
    Val talent lora Rahul goutom
    By d way' Aboyob pariba Tumi lagi thaka

  • @tanuzworld9837
    @tanuzworld9837 4 หลายเดือนก่อน +1

    Imanei godhur godhur boktyobo ,xuni mur brain tu godhur hoi gl...bdw nice podcast 😮

  • @AmitASSAM
    @AmitASSAM 3 หลายเดือนก่อน

    Rahul r kotha bilakor lgt moi connect koru kintu manhu tuk moi dogla admi jen lage ...kobo nuwaru moi bohut try koriau manhu tuk bujibo kintu para nai...🧐🤨

  • @ppcycleridervlogs2895
    @ppcycleridervlogs2895 4 หลายเดือนก่อน +1

    অবয়বৰ অলপ study কৰাৰ প্ৰয়োজন আছে।

  • @alakeshdeka7596
    @alakeshdeka7596 4 หลายเดือนก่อน +2

    very practical thought process.... and what a expression of thought😮

  • @jinadasdeori5895
    @jinadasdeori5895 3 หลายเดือนก่อน +1

    বুদ্ধিজীৱি হব নালাগে চিন্তাজীৱি হোৱা ভাল লাগিল।আৰু এটা সুখ বোৰ আলহি দুখ বোৰ ঘৰ। শেষত গান wow.

  • @jharnakalita7638
    @jharnakalita7638 4 หลายเดือนก่อน +1

    মই মাজে কবিতা লিখোঁ ভাল নহয় হলেও লিখোঁ । কেতিয়াবা শব্দবোৰ চিন্তাবোৰ নাহে মনলৈ
    তেতিয়া ৰাহুল গৌতম শৰ্মা দাদাৰ কবিতা পঢ়ো গান শুনোঁ ।
    তেওঁৰ এটা কবিতাৰ আলমত মই এটা কবিতা লিখিছোও ।
    এইবোৰ নিজা কথা এৰিলোঁ।
    কিন্তু আমাৰ কথা এইখিনিয়ে যে
    যুৱ প্ৰজন্মক শিকাব পৰা শিকিব লগা যথেষ্ঠ আছে দাদাৰ ছাত ।
    লগ পাব মন আছে ।
    ভালে থাকক ।

  • @monuranjangohain9452
    @monuranjangohain9452 3 หลายเดือนก่อน

    ৰাহুল এটা নাম নহয়, এখন "অভিধান" মই মাত্ৰ জানিব বিচাৰো যে তেওঁ এতিয়ালৈকে কিমান কিতাপ পঢ়িছে..? পৰৱৰ্তী সময়ত আহিলে সুদিবা !

  • @bastobkalita6328
    @bastobkalita6328 2 หลายเดือนก่อน

    Search kori saisu for Rahul daa.... jatraa t complete saisu

  • @pahisarmah8075
    @pahisarmah8075 4 หลายเดือนก่อน +4

    অসাধাৰণ ব্যক্তিত্বৰ মানুহ❤❤😊

  • @giteephukan2612
    @giteephukan2612 4 หลายเดือนก่อน +1

    খুওব ভাল লাগিল এপিচোদ টো চায়। তোমালোক দুয়ো ল'ৰাৰ বয়সৰ। আশীৰ্বাদ থাকিল দুয়োলৈ❤️❤️। তোমালোকেই আমি সপোন দেখা শিক্ষিত অসমৰ ভবিশ্যত!!!আগোয়াই যোৱা সত সাহসেৰ।

  • @tradingwithpraxx5047
    @tradingwithpraxx5047 2 หลายเดือนก่อน

    Apunaluke je koise je viral hua t kba eta 2 thke buli..xei2 miu biswas krslu bt bado badi gan2 viral huar pra bisakh kon krbt herai gl..

  • @rajibbhatt5698
    @rajibbhatt5698 4 หลายเดือนก่อน +1

    Unlearn / Detox word and tar meaning tu bhal lagil. Very interesting.

  • @kapilsekhar7338
    @kapilsekhar7338 4 หลายเดือนก่อน +1

    What a video.... Both r very good.. Rahul, u r genious... Just b d same always

  • @damayantiboro3809
    @damayantiboro3809 4 หลายเดือนก่อน +1

    I liked his point of view regarding saturation point as an artist he described it very nicely.

  • @banashrigogoi7296
    @banashrigogoi7296 4 หลายเดือนก่อน +1

    birat bhal lagil....intellectual episode

  • @KonmoniNath-b9s
    @KonmoniNath-b9s 20 วันที่ผ่านมา

    Ei sarma bilakok zubine usort rakhib nalagisil.. ei bilak bahut denger hoy

  • @diptideka1657
    @diptideka1657 4 หลายเดือนก่อน +1

    বহুত বেছি ভাল লাগিল ❤❤ দুয়ো আগবাঢ়ি যোৱা,, আশীৰ্বাদ থাকিল।।

  • @Mister-Nath
    @Mister-Nath 4 หลายเดือนก่อน +1

    Rahul Da e Guwa song tur name kii .... please kowk 😊

  • @BishalBaruah-v7o
    @BishalBaruah-v7o 4 หลายเดือนก่อน +1

    মানুহক ভাগৱনেই সৃষ্টি কৰিছে । ভগৱান সৰ্বশ্ৰেষ্ঠ

  • @hirakkalita4141
    @hirakkalita4141 4 หลายเดือนก่อน

    Class 9 ot moi o mod khaisu 😢but mur back ot zubeen da nasil ba nai sei babe hoito moi likha gan to xur huwa nai ba moi agot jabo paro nai 😊

  • @bidyutdas3385
    @bidyutdas3385 20 วันที่ผ่านมา

    Awesome podcast....💞love from Manas❤️baksa

  • @SD.9883
    @SD.9883 4 หลายเดือนก่อน +1

    Gunjan bhardwajk lagee