Zubeen Garg: Most 'Candid' Podcast, UNTOLD Stories, Emotional Side, SIKAAR || Assamese Podcast - 136

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ก.พ. 2025

ความคิดเห็น • 4.9K

  • @nilamd676
    @nilamd676 4 หลายเดือนก่อน +164

    সঁচাই মৰম লগা মানুহ অ' এইজন। কথাবোৰ শুনি থাকিলে শুনি থাকিব মন যায়। তেওঁ হাঁহি থাকিলে মন টো কিবা শান্তি লাগি যায়। মন টো ভাল আচলতে জুবিন গাৰ্গ ৰ যিটো মুখ খনিত ফুতি উঠে তেওঁ। বাকী জীয়াই থাকক আপুনি দাদা।Alcohol avoid কৰক, মঞ্চত ধুনীয়াকৈ perform কৰি এলাগতিয়াল controversy পৰা দূৰত থাকক কাৰণ আপুনি সঁচাই আনত কৈ সুকীয়া। আপুনি সহজে মানুহৰ কথা বেয়াকৈ নকয়,খুব বহল মনটো আপোনাৰ। Lots of good wishes dada❤

  • @kuladipsarma6847
    @kuladipsarma6847 4 หลายเดือนก่อน +918

    বহুত podcast চালোঁ, বহুতৰ নজনা কথা জানিলো, কিন্তু আজিৰ এইটো podcastৰ নিচিনা আগতে চোৱা নাছিলোঁ । এজন বেলেগ জুবিন দাক দেখা পালোঁ আজি । এইজন জুবিন গাৰ্গক অসমৰ মানুহে বিচাৰে । এইজন জুবিন গাৰ্গৰ বাবে সমগ্ৰ অসমে প্ৰাৰ্থনা কৰে । আমাক এইজন জুবিন গাৰ্গ লাগে । আগৰ জুবিন গাৰ্গ জনক দেখিলে মনত চিন্তা এটা উদয় হয়, দাদাই নিজৰ দেহৰ প্ৰতি যত্ন নলয় নেকি কিন্তু আজিৰ interview টো চাই অনুমান হৈছে দাদাই নিজৰ কথা ভাবিব লৈছে, নিজৰ দেহৰ প্ৰতি যত্ন লৈছে । সদায় এনেকৈ থাকক দাদা । আপোনাৰ এই হাঁহিটো লাগে আমাক ।

    • @ytmixerassam
      @ytmixerassam 4 หลายเดือนก่อน +9

      Right 👍👍

    • @amarjitamar9895
      @amarjitamar9895 4 หลายเดือนก่อน +6

      ❤🙏

    • @HimanshuKumarbarman
      @HimanshuKumarbarman 4 หลายเดือนก่อน +6

      Bohut blg hoi ahise vdo t zubeen daii

    • @kuladipsarma6847
      @kuladipsarma6847 4 หลายเดือนก่อน

      @@HimanshuKumarbarman oooo bht val lagise xei krone podcast to sai

    • @kuladipsarma6847
      @kuladipsarma6847 4 หลายเดือนก่อน

      @@amarjitamar9895 ❣️

  • @devdas8542
    @devdas8542 4 หลายเดือนก่อน +63

    অবয়ব ভূঞা তুমি বহুত Lucky..//bcz জুবিন দাই দিনটো শুই সন্ধিয়া ৭ বজাত উঠি ৯ বজাত তোমাৰ লগত পদস্কাষ্ট কৰিলে... যাৰ বাবে জুবিন দাই আজি স্থীৰ, গহীন, গম্ভীৰ, শান্ত ৰূপত ধৰা দি কথা কলে আৰু আমি একান্ত মনৰে অধিৰ মগ্ন হৈ শুনিলোঁ.. Love you Zubeen দা and অবয়ব ❤

  • @nilumonigogoi7938
    @nilumonigogoi7938 4 หลายเดือนก่อน +5

    Ohhh Ratipuwa hui uthi ye sai dilu … dintule man Tu Bhal lagai lalu … thnqqq zubeen da ..❤❤❤

  • @birajkrpatar6065
    @birajkrpatar6065 4 หลายเดือนก่อน +164

    1 sec skip nkorake salu,, skip koriboi mon ngol,,,manujonk aibilk krnei vl lge ,,joi zubeen daa,, ❤❤ ZG long live

    • @ig__bhuyan_2004
      @ig__bhuyan_2004 4 หลายเดือนก่อน +3

      Sme bhai joi zubeen daa❤

    • @Ddfgjthn
      @Ddfgjthn 4 หลายเดือนก่อน +1

      Right sm 2 u

  • @devajitkalita1003
    @devajitkalita1003 4 หลายเดือนก่อน +134

    জুবিন গাৰ্গ এ এটা অতি গুৰুত্বপূৰ্ণ কথা কলে যে তেওঁ প্ৰতিটো জেনেৰেছনৰ মনস্তত্ব পৰ্যবেক্ষণ কৰি গীত বনাই সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা সেইকাৰণে 1992 ৰ পৰা বৰ্তমানৰ একেবাৰে কিশোৰ কিশোৰলৈকে সকলোৰে বাবে জুবিনৰ গীত প্ৰিয়।
    সেইকাৰণে অন্য অসংখ্য গায়ক আহে আৰু হেৰাই যায় কিন্তু জুবিন জুবিন এই হৈ ৰয়।

  • @Sanjib0612
    @Sanjib0612 4 หลายเดือนก่อน +174

    জুবিন গাৰ্গ, অসমীয়াৰ হৃদয়ত এটি চিৰসেউজ নাম। তেওঁলৈ কেৱল শিল্পী হিচাপে নহয়, অনুভৱৰ এক প্ৰতীক ৰূপে সকলোৱে প্ৰেম কৰে। তেওঁৰ কণ্ঠই যেন সুৰৰ সাগৰ বোৱাই নিয়ে, হৃদয়ৰ গভীৰতালৈ আহি প্ৰাণৰ সুৰি বাজি উঠে। অসমীয়াৰ সংগীত জগতত তেওঁ যি অবদান আগবঢ়াইছে, সেয়া অমূল্য। জুবিন গাৰ্গৰ গীতৰ শিৱিৰত মানৱীয়তা, মৰম আৰু অসমীয়াৰ হাৰ্দিক অনুভূতিৰে পৰিপূৰ্ণ এক বিশ্ব দেখা পোৱা যায়। জয় জুবিন দা ❤

  • @aristasvlog
    @aristasvlog 4 หลายเดือนก่อน +20

    I m watching from Germany ❤Khub bhal lagile sai..Enjoyed a lot 😃

    • @sudiproy5758
      @sudiproy5758 4 หลายเดือนก่อน

      Japan kot thake apuni??

    • @aristasvlog
      @aristasvlog 4 หลายเดือนก่อน

      @@sudiproy5758 Japan t nathaku ami

    • @nancy1620
      @nancy1620 4 หลายเดือนก่อน

      Germany buli kola sun 😂

  • @parashmonibhuyan9760
    @parashmonibhuyan9760 4 หลายเดือนก่อน +287

    Zubeen Garg is not just a name, It is an emotion for millions of people in India ❤ (Love from Nagaon, Assam)

    • @tolukyaHandique
      @tolukyaHandique 4 หลายเดือนก่อน +5

      Love from margherita❤

    • @AMGAMINGBH
      @AMGAMINGBH 4 หลายเดือนก่อน +3

      Yes bro❤❤

    • @pranjolboruah1480
      @pranjolboruah1480 4 หลายเดือนก่อน +1

      Toy kun jani la

    • @parashmonibhuyan9760
      @parashmonibhuyan9760 4 หลายเดือนก่อน

      @@pranjolboruah1480 Kio toi Zubeen gan xuni pua nai naki... agi lake.

    • @souravsaha3947
      @souravsaha3947 4 หลายเดือนก่อน

      Slight mistake it would be Crores of people of India

  • @kabyashreemahanta885_
    @kabyashreemahanta885_ 4 หลายเดือนก่อน +180

    এইজন জুবিন গাৰ্গক আজি বহু দিনৰ পৰাই বিচাৰি আছিলো । তেওঁৰ হাঁহি থকা মুখখন দেখা মানে তেওঁ অন্তৰৰ পৰা কৈছে নতুবা তেওঁৰ ভাললগা কিবা এটা হৈছে বুলি ধৰিব পাৰি, নাজানো কিয়, কিন্তু তেওঁক হাঁহি থকা দেখিলে মোৰ মনটোৱে যে বৰ ভাল পায়, কিবা এটা শান্তি পাওঁ। ইয়াৰ আগত যাত্ৰা চেনেলটোত তেওঁৰ বহু মনৰ কথা আগ্ৰহেৰে কৈছিল যদিও আজিৰ টো সঁচাকৈ Unexpected ❤️ তেওঁ সদায় প্ৰিয়, তেওঁ বিশেষ মোৰ বাবে, মনৰ প্ৰতিটো কোণত তেওঁ বৈ আছে । তেওঁৰ গীতটো প্ৰিয়য়েই, মানুহজনো প্ৰিয় । তেওঁৰ বিষয়ে লিখিলে মোৰ শেষেই নহ’ব ❤️❤️

  • @najanunaam5978
    @najanunaam5978 4 หลายเดือนก่อน +611

    তুমি সৃষ্টিৰ অনুভৱ
    তুমি পোহৰৰ উপহাৰ
    জীৱনৰ প্ৰতিটো খোজত
    তুমিয়েই সাহসৰ বাত ।। 🤍✨

  • @thuglife6324
    @thuglife6324 4 หลายเดือนก่อน +8

    Seriously bohut besi val lagil.. ei podcast Tut zubeen Dak kiba bohut blg plu emn cool and frankly but eta beya lagil as a zubeen da fan tumi dui line holew kiba eta gabo dibo lgisil🙂❤️

  • @bhumijabarman3056
    @bhumijabarman3056 4 หลายเดือนก่อน +62

    বহুত অপেক্ষাত আছিলোঁ জুবিন দাক এনেদৰে এবাৰ জানিবলে.... সচাঁকে তেওঁৰ যেন প্ৰতিটো কথায় কৰবাত চুই যায়..... কি নো কম শব্দ বিচাৰি পোৱা নাই... বহুত ভাল লাগিল এই prodcastটি চাই.... ভালে থাকক তেওঁ সদায়❤

  • @ridurava1486
    @ridurava1486 4 หลายเดือนก่อน +107

    জুবিন গাৰ্গ - হিয়াৰ আমঠু, সকলোৰে হাৰ্টথ্ৰব । সৰুৰ পৰা ডাঙৰ, ডেকাৰ পৰা গাভৰুৰ লৈকে মন জয় কৰা আমাৰ মৰমৰ তথা শ্ৰদ্ধাৰ জুবিন গাৰ্গ । যাৰ নামেই পৰিচয় । ড° ভূপেন হাজৰিকাৰ পিছতেই এখেত অসমৰ শ্ৰেষ্টতম শিপ্লী তথা কিংবদন্তী । জয় জুবিন দা ❤

    • @badansaikia3029
      @badansaikia3029 4 หลายเดือนก่อน +2

      ..2nd nohoy gutai world t number 1st hoy Dr. Zubin Garg....zubin Garg ai xumodhur kontho vogobane dia....je kontho Ann Kaku dia ny naki....moy kintu aji generation nohoy Dai....old generation a hoy.....moy zubin Garg k singer hisabot bohut vall paw..

  • @Pranjit_bora
    @Pranjit_bora 4 หลายเดือนก่อน +191

    সকলো অসমবাসীৰ লগতে বিশেষকৈ Aboyob দা বাবে আজি এটা সাফল্য দিন! জুবিন দাক এনেদৰে সাক্ষাৎকাৰলৈ নিমন্ত্রণ জনোৱাঁ বাবে তোমালৈ ধন্যবাদ থাকিল! ❤ আজি এই অনুষ্ঠানটো এটা একক আৰু অদ্বিতীয় অনুষ্ঠানৰূপে চিহ্নিত হৈ ৰব!

    • @mehtabhussain2072
      @mehtabhussain2072 4 หลายเดือนก่อน +1

      Exactly brother….🙏🙏

    • @ApurbaApurbadas-q7n
      @ApurbaApurbadas-q7n 4 หลายเดือนก่อน +1

      Hosake Golaghat sidot drugsr use besi .

  • @Diksha-wl9sd
    @Diksha-wl9sd 4 หลายเดือนก่อน +3

    Bohut bhal lagile ajir PODCast tu sai ,very informative episode..moi bahbisilu Jubeen da PODCast episode hobo lage. Aji complete hol..I love Jubeen da..Tekhetor puroni album r gaan evergreen hoi thakibo..thank you for bringing him on this show.

  • @priyakshisaikia4190
    @priyakshisaikia4190 4 หลายเดือนก่อน +72

    Morning 4 am hoise lgt e heavy rain nd hawa.. Still m so happy and excited to listen his story. . 🎉 My Childhood crush..God bless him.. ❤

  • @i.tushar777
    @i.tushar777 4 หลายเดือนก่อน +40

    জীৱনত যিমানবোৰ podcast চাইছো সকলোতকৈ ভাল লগা podcast টো চালোঁ আজি ❤️ বহুবছৰৰ পৰা সংগীতৰ ভগৱান আৰু অসমৰ প্ৰাণ Zubeen Garg ৰ podcast চাবৰ বাবে ৰৈ আছিলোঁ.... Thank you Aboyob Bhuyan 🙏🏻🙏🏻 and keep it up... we all are always with you brother 💞

  • @lalitborah7971
    @lalitborah7971 4 หลายเดือนก่อน +141

    জুবিন গাৰ্গ ডাঙৰীয়াক সদায় এই ৰূপতেই থকাতো কামনা কৰোঁ ৷তেখেতৰ স্বাস্থ্যৰ উন্নতি দেখি ভাল লাগিল। LOVE YOU ZUBEEN DA

  • @hiramonikalita3232
    @hiramonikalita3232 4 หลายเดือนก่อน +7

    Really no words for him... Magical voice, kind heart, pure soul.... God bless him forever with longitivity of life and power for creating more masterpieces. 🌼

  • @simplelifewithasimplegirl7852
    @simplelifewithasimplegirl7852 4 หลายเดือนก่อน +141

    মানুহজনৰ স্বাস্থ্য সঁচাকৈ আগতকৈ বহুত ভাল হৈছে,ইমান ধুনীয়াকৈ হাঁহি হাঁহি কথাবোৰ কৈছে বহুত ভাল লাগিছে,মূৰৰ চুলিৰ সমান আয়ুস হওক আপোনাৰ জুবিন দা, love you always❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @BikashdekaDeka
    @BikashdekaDeka 4 หลายเดือนก่อน +147

    Jibonat protham Skip nkorakoi video salu.allways zubeen Garg❤tq Aboyob Bhuyan

  • @sunia__das
    @sunia__das 4 หลายเดือนก่อน +82

    অস্থিৰ ,চঞ্চল,উৎপতীয়া যেন লগা মানুহজন আজি ইমান শান্ত,স্থিৰ, গহীন !!‌ ভালে থাকক ❤

  • @rajashreehazarika3169
    @rajashreehazarika3169 4 หลายเดือนก่อน +1

    I am watching this episode from Belfast, UK. This is an amazing work. Bohut val lagil zubeen da r kotha huni. Parile aku ebar matiba zubeen da r life history hunim 🙂. Joi zubeen da ❤

  • @lifesjourney.19
    @lifesjourney.19 4 หลายเดือนก่อน +18

    তোমাৰ untold এই চেনেলটো একদম প্ৰথমটো এপিচদৰ পৰাই চাইছো। ভাল লাগে তোমাক, honest, humble..অসমীয়া বহুত ভাল হৈছে আগতকৈ। ইংৰাজী শব্দ ৰ ব্যৱহাৰ কমকৈ কৰা হৈছা। It's a good and positive improvement. মানুহে টাৰ্গেট কৰিছে,কিবা blame কৰিছে এইবিলাকত hurt নহ'বা। Have faith in yourself...be humble, honest...and shine on.

  • @PolakhChangmai
    @PolakhChangmai 4 หลายเดือนก่อน +334

    ড° জুবিন গাৰ্গ ❤

    • @UshaRaninath-i6v
      @UshaRaninath-i6v 4 หลายเดือนก่อน +4

      😮

    • @PahadiGaming-o1z
      @PahadiGaming-o1z 4 หลายเดือนก่อน +5

      Bl Dr.kela value e nai ene dia degree khn

    • @Kiran-u3e
      @Kiran-u3e 4 หลายเดือนก่อน +2

      Hello sir❤❤

    • @omegasindhu8335
      @omegasindhu8335 4 หลายเดือนก่อน

      😊

    • @birajcreation1385
      @birajcreation1385 4 หลายเดือนก่อน +3

      ​@@PahadiGaming-o1ztoi 3ta man Degree loi bohi thoka ni jnu Pondit

  • @ManashKalita-e3v
    @ManashKalita-e3v 4 หลายเดือนก่อน +26

    জুবিন দাৰ Podcast এটা চোৱাৰ বহুতেই হেঁপাহ পুহি ৰাখিছিলো মনত, অবশেষত এই হেঁপাহ টো পূৰ্ণ হল। ধন্যবাদ ABOYOB দা ❤️

  • @juhisharma8340
    @juhisharma8340 4 หลายเดือนก่อน +1

    Ek hi toh dil hai kitne baar jitoge yaar 😊😊 love you zubeen da ❤❤

  • @nipubhuyan458
    @nipubhuyan458 4 หลายเดือนก่อน +34

    বহু অপেক্ষা কৰী জুবিন দা Podcast চাম চাম বুলি আজি.... Finaly ❤

  • @digantasmoments8240
    @digantasmoments8240 4 หลายเดือนก่อน +20

    যিগৰাকী ব্যক্তিক গাই গাই খাব পাৰিবি জানো বুলি সুধিছিল। সেইজন ব্যক্তিকে এদিন লগত বহুৱাই Proud of You বুলি কৈছিল। Power Of Dr Zubeen Garg ❤

  • @mintuboruah9916
    @mintuboruah9916 4 หลายเดือนก่อน +43

    সঁচাই একেবাৰে সাধাৰণ। এনেকুৱা এজন জুবিন গাৰ্গ হৈ থকাটোৱেই সদাই কামনা কৰোঁ।।

  • @digantabaruah3354
    @digantabaruah3354 8 วันที่ผ่านมา +1

    abar log paisu de sui salu bohut val gisel ❤❤

  • @BituMachari-m1j
    @BituMachari-m1j 4 หลายเดือนก่อน +14

    তিলমানো skip কৰা নাই video টো, বহুত বেছি ভাল লাগিল, কাৰণ বিশেষ মানুহজন একেবাৰে কাষতে পোৱা যেন লাগিল। সুস্থ হৈ থাকক সদায় আপুনি জুবিন দা, ৰাতি প্ৰায় 2.30 am হৈছে, সুদূৰ Bangalore ৰ পৰা চাই আছোঁ episode তো, আৰু প্ৰিয় মানুহবোৰ আপোনাৰ podcast লৈ আনক। আপোনাৰ podcast সমূহ প্ৰায়ে চাওঁ মই বহুত ভাল লাগে , ধন্যবাদ ❤❤❤🙏🙏🙏

  • @juridevi8514
    @juridevi8514 4 หลายเดือนก่อน +62

    হৃদয়ৰ পৰা ওলোৱা এটা আবেগৰ নাম "জুবিন"..অন্য মানুহে এই সাধাৰণ কথাবোৰ কোৱা হলে সিমান শুনি ভাল নালাগিলে হেঁতেন..কিন্তু এই কথাবোৰ তুমি যে কৈছা,জুবিন দা..!আমাৰ কাৰণে তুমি সদাই জুবিন দা হৈ থকা..

  • @Chesscity6066
    @Chesscity6066 4 หลายเดือนก่อน +13

    Ei episode tu amar karone ❤ bohut bohut bohut dhunia and dangor. Karon tu hol dr.Zubeen garg❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @rajeshmeiteinandeibam7375
    @rajeshmeiteinandeibam7375 4 หลายเดือนก่อน +1

    Baar Baar saiasu . Real gem of Zubeen oh Zubeen true heart

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 4 หลายเดือนก่อน +40

    আজি হে ভাল লাগিল ❤ আপোনাৰ ভিডিও জীৱনত প্রথম বাৰ গোটেই চালো 😊 চিধা কথা.... জয় জুবিন দা 🥺💟 প্রভুদেৱ ❤

    • @monsumhazarika4652
      @monsumhazarika4652 4 หลายเดือนก่อน +1

      Moiu gutei podcasts2 salu 😅❤

    • @gitarthazgmedhi.
      @gitarthazgmedhi. 4 หลายเดือนก่อน

      @@monsumhazarika4652 ❤❤‍🩹

  • @prooodipmipun70
    @prooodipmipun70 4 หลายเดือนก่อน +87

    Jai jubin daa ❤ live from যোৰহাট ❤❤

  • @FHEDITZ-v7s
    @FHEDITZ-v7s 4 หลายเดือนก่อน +138

    Humming king ❤

    • @bhargab565
      @bhargab565 4 หลายเดือนก่อน +2

      North East king 👑❤

    • @meIanchoIia
      @meIanchoIia 4 หลายเดือนก่อน +3

      King of entire realm of singing❤❤

    • @KharuMoinaDas
      @KharuMoinaDas 4 หลายเดือนก่อน +1

      ​@@meIanchoIialove you zubin da ❤

    • @bhaskarpathak8053
      @bhaskarpathak8053 4 หลายเดือนก่อน +1

      Zubeen da'r humming siroxeuj❤❤

  • @bonanimaitra8406
    @bonanimaitra8406 3 หลายเดือนก่อน +1

    Thank you so much Aboyob Bhuyan for inviting the legend.

  • @Beleg_olp
    @Beleg_olp 4 หลายเดือนก่อน +160

    জুবিন গাৰ্গ অসমৰ এগৰাকী প্ৰখ্যাত ভাৰতীয় গায়ক, সংগীত পৰিচালক, সুৰকাৰ, আৰু গীতিকাৰ! তেওঁৰ শক্তিশালী আৰু আত্মাস্পৰ্শী কণ্ঠৰ বাবে পৰিচিত, অসমীয়া, বাংলা, হিন্দীকে ধৰি বিভিন্ন ভাষাত বহু জনপ্ৰিয় গীত গাইছে।
    ভাৰতৰ উত্তৰ-পূব অঞ্চলত জুবিন গাৰ্গৰ অনুৰাগীৰ বিপুল অনুগামী আছে আৰু তেওঁক প্ৰায়ে "অসমীয়া সংগীতৰ ৰজা" বুলি কোৱা হয়। তেখেত এজন প্ৰতিভাৱান সংগীতজ্ঞ আৰু বহুতো ছবি আৰু এলবামৰ সংগীত ৰচনা কৰিছে।

    • @j4021-k5p
      @j4021-k5p 4 หลายเดือนก่อน +2

      Wikipedia pa copy 😂

  • @Biki-l9r
    @Biki-l9r 4 หลายเดือนก่อน +20

    বহুত বহুত ভাল লাগিল দেই podcast টো ❤,জুবিন দা সদায় প্ৰিয়।আজি তেখেতৰ এটা নতুন ৰূপ দেখা পালোঁ 😊,।বুজাব নোৱাৰো কিমান শান্তি পালোঁ জুবিন দাক এইদৰে দেখা পাই🥺❣️সদায় ভালে থাকক আপুনি। হাঁহি থাকক, সুস্থ হৈ থাকক 💝✨ তাৰেই কামনা। ❤❤

  • @sohailalrashid2917
    @sohailalrashid2917 4 หลายเดือนก่อน +35

    His English 👌
    Zubeen Garg is a paragon of musical excellence, with his English and pronunciation at the pinnacle of the industry. His prodigious talent is complemented by an admirable humility…his exceptional skills are evident not in his attitude but in his unwavering commitment to his craft and his profound impact on the musical landscape.

  • @rajucreation4538
    @rajucreation4538 4 หลายเดือนก่อน +1

    Thanks for inviting Zubeendaaa❤❤❤

  • @hchik-boraik6693
    @hchik-boraik6693 4 หลายเดือนก่อน +126

    মোৰ দৃষ্টিত পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ ব্যক্তি
    Dr Zubeen Garg
    ✊✊✊

  • @Bindaslife-y5c
    @Bindaslife-y5c 4 หลายเดือนก่อน +30

    এটা বিশেষ অনুষ্ঠান। বহুত enjoy কৰিলোঁ। সদায় এনেকৈ হাঁহি থাকক আপুনি দাদা নেদেখা জনৰ ওচৰত টাৰে প্ৰাৰ্থনা । আপোনাৰ সুখতে আমি সুখী❤❤❤ জুবিন গাৰ্গ is great 👍 সময়খিনি কেনেকৈ গ'ল গমেই নাপালোঁ, মোৰ দৃষ্টিত এইটো এটি শ্ৰেষ্ঠ সাক্ষাৎকাৰৰ বুলি গণ্য কৰো।

  • @GKGYANZMANTRA1989
    @GKGYANZMANTRA1989 4 หลายเดือนก่อน +28

    Zubeen or best ever interview....full mature.altu faltu eku nai.Pura sustho mogojot interview...pura raw footage....ei manuhtu eneka thakile val...

  • @maunabborah528
    @maunabborah528 4 หลายเดือนก่อน +1

    Zubin da’s philosophy of life is outstanding,” the ultimate goal of life is to be happy”.Despite being the most popular figure as an assamese, he is deep-rooted and stick to his originality. Lots of love and good wishes to Zubin da!

  • @swakharsmusicafe8897
    @swakharsmusicafe8897 4 หลายเดือนก่อน +9

    I think this is the best casual interview of Zubeen Garg till date!! I felt he is so happy..cheerful..positive..have not seen him smiling
    .laughing in a long long time...❤❤❤❤.

  • @pushpadevi-ey9vw
    @pushpadevi-ey9vw 4 หลายเดือนก่อน +14

    বৰ ভাল পালো আজিৰ Podcast tu চাই ।. জুৱিনৰ জীৱনৰ মিঠা মিঠা সচা কথাবোৰে অন্তৰ চুই গল । অবয়ব মানে চেহেৰা ! বৰ সুন্দৰ । তোমাৰ কথা , হাহি সকলো আকৰ্ষণীয় । God bless you .

  • @himangamoran7650
    @himangamoran7650 4 หลายเดือนก่อน +15

    Jubeen Daa r aitu second podcast sage jodi mur vul huwa nai... Aichengfa baar Jaatra namor anusthan tut tekhetor first podcast saisilu... Anyway bohut val lagil podcast tu sai❤

    • @hemprovaborpatra9458
      @hemprovaborpatra9458 4 หลายเดือนก่อน

      Hoi..moiu saisilu Aichengfa baa r jaatra podcast tu..

    • @ansumangogoi216
      @ansumangogoi216 4 หลายเดือนก่อน

      জুবিন দাই নিজেই কৈছে এইটো প্ৰথম পদকাষ্ট বুলি।

    • @himangamoran7650
      @himangamoran7650 4 หลายเดือนก่อน

      @@ansumangogoi216 don't take it personally... But moi jitu dekhisilu heitu koisu... Hoitu muru vul hbo pare

    • @ansumangogoi216
      @ansumangogoi216 4 หลายเดือนก่อน

      @@himangamoran7650 দেখাত মইও দেখিছিলো কিন্তু জুবিন দাই সেইটো চাগে পদকাষ্টৰ নাম দিয়া নাছিল চাগে ।এটা কথা তুমি চাবা কিমান যেনেকুৱা মানুহ হলেও অবয়বৰ লগত পদকাষ্ট কৰিলে মানুহজন গহীন হৈ পৰে।প্ৰশ্ন সুধিব লাগে ই ভালকৈ।সকলো বিষয়ৰ অলপ অলপকৈ সোধে।

    • @RimjhimBasumatary
      @RimjhimBasumatary 4 หลายเดือนก่อน

      ​@@ansumangogoi216 kisuman kotha pahori jai teu aru pahora tu swabhabik. Already aru eta podcast ase zubeen dar jatra channel t

  • @bandanasharma7132
    @bandanasharma7132 4 หลายเดือนก่อน +1

    Thank you aboyob.. ata val podcast salu.. beleg ajon zubeen dak dekha palu.. ktha khini khub val lgile ❤

  • @SantoshMohanPhukan
    @SantoshMohanPhukan 4 หลายเดือนก่อน +11

    This is Zubeen garg that we know.. And we want to see this Version of Zubeen Garg.
    When he don't drink, when he's being Series, there is no better sight than this in this world. Look at his Aura being in the show how he speaks each and everything spontaneously regarding everything ❤
    Lovely podcast this is❤

  • @Army__life9-b2p
    @Army__life9-b2p 4 หลายเดือนก่อน +21

    Atiii natun jogor upohar ❤ ,💓💫
    Zubeen Da💗😇

  • @monsumhazarika4652
    @monsumhazarika4652 4 หลายเดือนก่อน +11

    Maa kosom rati 3 ta boajt podcast 2 srt kori silu gutei2 sai dilu aru life pothom bar podcasts sai aru Zubeen dar kotha huni bohut val lagil olp hahilu😂 and love you Zubeen daaa 🌺❣️❣️

  • @rockybhai4560
    @rockybhai4560 4 หลายเดือนก่อน +2

    Bohut Bohut Besi Val Lagil Aru Bohut Zubeen Dar Nojonar kotha Janilu Hekhot Zubeen Dak Aru Aapunak hridyoir Pora Dhonyobad Jonalu Akha Koru Aagoloiu Enekuwa Podcast Saboloi Pai Thakim❤❤❤❤ (From Tinsukia)

  • @jyotishmandeka8376
    @jyotishmandeka8376 4 หลายเดือนก่อน +14

    Manuh jonor proti jimn morom dilew komi jai 🥺❤️ ..Hae a ake ukhahot koi paw Deuta buli ❤

  • @deba3225
    @deba3225 4 หลายเดือนก่อน +44

    Zubeen Da is a kind of encyclopaedia of music of all genres ❤

  • @dimpaldas28
    @dimpaldas28 4 หลายเดือนก่อน +132

    Don't know about others but I feel lucky to born in Zubeen Garg's era ❤❤

  • @dreamibarbiebhuyan4076
    @dreamibarbiebhuyan4076 4 หลายเดือนก่อน +1

    Sept 14 r dina aitu podcast saiclu.. aru next day ADRE exm t podcast tur pora 1 mark ata plu.. Zubeen dai ❤ sada r history koboloi jwte battle of Waterloo r ktha koicl.. exm t Waterloo war r ktha ahicl aru 1 mark tu confirm k paisu 😊😊 thank you ❤

  • @vlogerboyanirudha9438
    @vlogerboyanirudha9438 4 หลายเดือนก่อน +20

    জুবিন দাই যিখিনি কথা কৈছে সকলোবোৰ কথাই মোৰ বহুত ভাল লাগিল। কিমান মহান ব্যক্তি আমাৰ জুবিন দা আৰু অসম খনৰ যেন এজোপা গছ আৰু আমাক চা দি আছে আৰু গছজোপাৰ পৰা বাহিৰত নাজাব গ'লে জুই পৰা গৰমত চাই হৈ যাবা ঠিক তেনেকুৱা আমাৰ মৰমৰ জুবিন দাই। অসমৰ সৰু সৰু মানুহৰ মন বুজি পাই আৰু সিঁহতৰ সৈতে মাত মাতে।
    জুবিন দাৰ চিকাৰ অভিনয়ৰ সময়ত হৈ থকা কাহিনীৰ বোৰৰ কথা ইমান সুন্দৰকৈ কৈ ক'ত কেনেদৰে কটাইছিল বহুত ভাল লাগিল। মাজে মাজে কিছুমান ধেমালীৰ 😂😂 মজা লাগিল।
    দুটামান কথা কিন্তু বহুত ভাল দৰে জুবিন দাই ধেমালী সুৰেৰে ভাল দেছে 1. গুৱাহাটীৰ ৰাস্তাৰ কাষেৰে যে পানীৰ পাইপৰ কথাটো ভাল দেছে কথাটো😅😅😅
    2. চুমি বৰাক কোৱা কথাষাৰ😂😂😂 ভাল লাগিল।
    আৰু দীঘলিয়া নকৰো।
    মুঠৰ ওপৰত ভাল লাগিল ধন্যবাদ❤।।

  • @Simantadeka9328
    @Simantadeka9328 4 หลายเดือนก่อน +7

    The best ..we the best ... thank you Aboyob daa...tumi tumar promise rakhila...
    Tumar 1st episode or pra sua mnuh
    Atunu Bhuyan r daa r

  • @lisandeka4627
    @lisandeka4627 4 หลายเดือนก่อน +20

    Love from Morigaon.. God bless you aboyob da.. thanks for inviting our hero, our emotion ZG 😭😭😭😭😭😭😭😭😭😭

  • @uniqdgytgamer755
    @uniqdgytgamer755 4 หลายเดือนก่อน +3

    First time zubeen daak eman bhalke kotha pota hunisu ❤❤❤❤❤❤❤❤❤❤❤

  • @hirakdas4021
    @hirakdas4021 4 หลายเดือนก่อน +19

    Zubeen Garg ❎Dr. Zubeen Garg ✅

  • @satyaranjanbaruahsatyaranj9176
    @satyaranjanbaruahsatyaranj9176 4 หลายเดือนก่อน +22

    জুবিন দা আমাৰ শক্তি, আবেগ আৰু অসমৰ সম্পদ ❤

  • @dikhyamonisaikia6574
    @dikhyamonisaikia6574 4 หลายเดือนก่อน +2

    নাজানো মোৰ ধাৰণা কিমান শুদ্ধ মই ভাবো জুবিন গাৰ্গৰ গান বোৰ , শব্দ বোৰ, সুৰ বোৰ কোনো প্ৰজন্মই বেয়া পাব নোৱাৰে যোনে গানৰ অৰ্থ বুজি পায় যোনে প্ৰকৃত গান ভাল পাই ❤ আৰু মানুহ জনৰ ব্যক্তিত্বটো বুজি পাই কেতিয়াও জুবিন গাৰ্গৰ একো বস্তুএ বেয়া পাব নোৱাৰে তেওঁ লাগিলে যিমান পাছৰ প্ৰজন্মৰ মানুহ নহওঁক কিয় ❤অসমৰ প্ৰতিটো প্ৰজন্মৰ মাজত মানুহ জন অমৰ হৈ থাকিব হৃদয়ৰ মাজত সোমাই থাকিব সদায় ❤

  • @Comment_Man_Of_Assam
    @Comment_Man_Of_Assam 4 หลายเดือนก่อน +191

    Most Influential, Most Powerful, Most popular Human In Assam..

  • @rajbangshizn7
    @rajbangshizn7 4 หลายเดือนก่อน +15

    BEST INTERVIEW OF ZUBEEN GARG IN RECENT TIMES ❤️

  • @RATULHALOI156HALOI
    @RATULHALOI156HALOI 4 หลายเดือนก่อน +14

    অসমৰ জাতীয় জীৱনৰ সম্পদ
    জয় জুবিন দা
    এনেকুৱা এজন ব্যক্তি আপুনি যাৰ ভাল পোৱা সীমাহীন দুর্নীতি ভাল নোপোৱা মানুহ জন হৈছে জুবিন দা
    জুবিন দা নিৰপেক্ষ দাদাক ইমান ভাল পাও যাক নেকি কাৰো লগতে তুলনা কৰিব নোৱাৰো❤❤❤
    মই এটা অনুৰোধ 🙏 কৰু ভগবানে অপোনাক সদায় নিৰোগী কৰি ৰাখক আৰু মংগল কৰক তাৰে কামোনাৰে
    শেষত এটা অনুৰোধ কৰিছু জুবিন দা
    অসমখন গছ গছনি ৰুই সেউজীয়া কৰক আপুনি পাৰিব আমি সকলোৱে আপোনাক সহায় সহযোগিতা কৰিম ১০০% ❤❤❤
    মোৰ নাম ৰাতুল হালৈ নলবাৰী

  • @pankajbaruah674
    @pankajbaruah674 4 หลายเดือนก่อน +5

    Zubeen da is our emotion🥹☺️❤️❤️bht vl lgil। Vogobane xodai vale rakhok apunak dada😍

  • @Ratulcom-oz8zq
    @Ratulcom-oz8zq 4 หลายเดือนก่อน +30

    জুবিন গাৰ্গৰ বহুত ইন্টাৰভিও চালো আজিলৈ , কিন্তু এনেকুৱা ইন্টাৰভিও বহুত কম চাইছো.. আজি ইমান ধুনীয়াকে হাঁহি স্ফূৰ্টিৰে কথাবোৰ কৈ গৈছে... Thank you Zubeen da ,Love you ❤

  • @djcoaching6795
    @djcoaching6795 4 หลายเดือนก่อน +58

    কিবা দুখ লাগিল জুবিন গাৰ্গ ৰ গান
    প্ৰেম ত ও
    মানুহ ৰ জন্ম হলে ও
    ভূপেন হাজৰিকাৰ গীত ও
    জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতত ও
    হাৰি গলে ও জুবিন ৰ গান জিকিলে ও জুবিন গাৰ্গ ৰ গান
    মৃত্যু ত ও
    উৎসৱ ত ও
    ৰাতিপুৱা ৰ বৰগীত ও ❤
    আবেগ.......
    পাৰিলে জুবিন গাৰ্গ ৰ সৃষ্টি মোৰ সংৰক্ষণ কৰিব হৈছে Govt Should be see this

  • @Zay-Kujur
    @Zay-Kujur 4 หลายเดือนก่อน +12

    Sikar cenema khon june june sabo najai tak ghorot goi pitim.
    Joi Dr.Zubeen Daa🫵🔥🔥

  • @JuribabluGogoi
    @JuribabluGogoi 4 หลายเดือนก่อน +1

    Zubeen da apunar ktha huni bohut hahilu dei..lve u Zubeen da❤

  • @Khuss310
    @Khuss310 4 หลายเดือนก่อน +11

    Zubeen - The pure soul & very kind person , there is no one better than him ❣️

  • @manibankalitanath3648
    @manibankalitanath3648 4 หลายเดือนก่อน +47

    জুবিন গাৰ্গ... যাৰ নামেই পৰিচয়। অসম তথা ভাৰতৰ মুকুটা , উজ্জ্বল নক্ষত্ৰ । আজি প্ৰথম বাৰৰ বাবে বহু সময় তেওঁৰ কথা শুনিলোঁ। অন্তৰ ভৰি গ'ল। ইয়াৰ বাবে অবয়ব তোমালৈ ধন্যবাদ। আনৰ কথা ভাবি তেওঁ ভাবুক হৈ পৰা কথাটো মোৰ ভাল লাগিল। আৰু তেওঁ তেনেকুৱাই। তেখেতৰ সু স্বাস্থ্য কামনা কৰিলোঁ। লগতে অবয়ব তুমি আৰু বহু বেছি আগলৈ যোৱা । শুভেচ্ছা থাকিল।

  • @rhiturajkoch
    @rhiturajkoch 4 หลายเดือนก่อน +6

    দাদা, আপুনি সদায় ভাল পৰিসৰত থাকক আৰু সদায় হাঁহি থাকক। আপুনি আমাক সদায় অনুপ্ৰেৰণা দিয়েই থাকক। আপোনাৰ বাবে বহুত মৰম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ সকলো সপোন পূৰণ হ'ব। ❤❤❤ lots of love Zubeen Daa Aibar Assam le ahile apunak log korim buli Asha korisu 🫶🏻🙏🏻

  • @apurbastatus6877
    @apurbastatus6877 4 หลายเดือนก่อน +20

    Uff full episode salu ❤
    Amini nalagil kintu
    Joy Zubeen Da ❣️🙌🏻🌍

  • @Assam_tune_2.0
    @Assam_tune_2.0 4 หลายเดือนก่อน +15

    বহুত দিনৰ পৰা ৰৈ আছিলোঁ এইটো podcast বাবে ,,,, জুবিন দাক এনে কৈ দেখি বহুত ভাল লাগিল ,,, জুবিন দা সদায় ভালে থাকক ❤❤❤

  • @puspanjalitalukdar678
    @puspanjalitalukdar678 4 หลายเดือนก่อน +21

    এইজন জুবিন গাৰ্গক ভাল পাওঁ। শান্ত,সুস্থিৰ...কিমান knowledge!!
    সেই কলেজ জীৱন আৰম্ভ কৰাৰ পৰা জুবিন দাৰ গান লগত মোৰ, সুখ,দুখ,হাঁহি,কান্দোন,প্ৰেম ,বিৰহ সকলোতে জুবিন...
    আৰু এতিয়া মোৰ ছোৱালীৰ প্রিয় জুবিন ..তাইৰ ভাষাত জুবিন মামা...বহুত বেছি ভাল পায়। যোৱা বছৰ এবাৰ তেজপুৰত এটা প্ৰগ্ৰেম ত গৰিমা বৌ আহিছিল,মোৰ ছোৱালীয়ে উঠি গৈ সুধিছে তুমি জুবিন মামাক কিয় লৈ নাহিলা🤭🤭
    খুব বেছি প্রিয়। তেজপুৰ আহিলে লগ কৰেই।
    এটা বিশেষ কথাই চুই গ'ল।তেওঁ এটা অতি গুৰুত্বপূৰ্ণ কথা কলে যে তেওঁ প্ৰজন্মৰ মনস্তত্ব পৰ্যবেক্ষণ কৰি গীত বনাই,আৰু হয় সেইটোৰ বাবেই সেইটোৰ বাবেই কিশোৰ কিশোৰলৈকে সকলোৰে বাবে জুবিনৰ গীত প্ৰিয়।
    জুবিন সদায় জুবিন।
    ভালে থাকক সদায়

  • @deepbaishya8530
    @deepbaishya8530 4 หลายเดือนก่อน +752

    Dr zubeen garg ❤

    • @Attitude00006
      @Attitude00006 4 หลายเดือนก่อน +12

      Dr zubeen garg kenekoi hol

    • @anirban08
      @anirban08 4 หลายเดือนก่อน +7

      @@Attitude00006Symbol of respect

    • @CLASHOFCLAN-q2t
      @CLASHOFCLAN-q2t 4 หลายเดือนก่อน +4

      Only one Zubeen da ❤ jai aii axom

    • @dalimikalita3241
      @dalimikalita3241 4 หลายเดือนก่อน +3

      Vaal lagi gol

    • @Attitude00006
      @Attitude00006 4 หลายเดือนก่อน

      @@anirban08 mane

  • @parashmonilahon7908
    @parashmonilahon7908 4 หลายเดือนก่อน +1

    Zubeen dar life tur uporot akhon chinema ulabo lage ❤

  • @s.kstatus7739
    @s.kstatus7739 4 หลายเดือนก่อน +48

    ১ দিনৰ ভিতৰত ৩০০০ + নতুন subscriber আৰু ৩ লাখত কৈ বেছি view... যি আগতে ১৫-৩০ হাজাৰ হে view আহিছিল,,, এয়াই জুবিন দাৰ power ❤❤❤💪👍🙏 love you zubeen daa ❤

    • @enigmatic.grace4
      @enigmatic.grace4 4 หลายเดือนก่อน +5

      হয় দেই জুবিন দাৰ শক্তি আছে |

  • @kakulibora8103
    @kakulibora8103 4 หลายเดือนก่อน +22

    কথাবোৰ কই আছে শুনি থাকি আমনি নালাগে শুনিয়ে থাকিম যে🥺💓 মোৰ আটাইতকৈ ভাল লগা ব্যক্তি জন 💗💗ভগৱানে সদায় ভালে ৰাখক

  • @DEBAJIT.PATHAK
    @DEBAJIT.PATHAK 4 หลายเดือนก่อน +77

    আপোনাৰ Podcast মাজে মাজে চাওঁ,ভাল লাগে। এদিন কোনো এটি Podcast ত request কৰিছিলোঁ জুবিন দাৰ লগত এটি Podcast হওঁক ।।
    যিয়েই নহওঁক অৱশেষত জুবিন দা ❤️🤘
    মানুহৰ মাজত এজন ভাল মানুহ !
    Zubeen.Daa ❤️

    • @Coolboy44556
      @Coolboy44556 4 หลายเดือนก่อน

      Oi debajit Suduvai lecture besi diyo toi klaa emn lacture nidibi sudhuvai nohole tikat gorom luha logam

    • @Coolboy44556
      @Coolboy44556 4 หลายเดือนก่อน

      Toi gan likho ne Suduvai emn tur lacture tuk klaa pithit kub poribo

  • @Debahuti_Gogoi
    @Debahuti_Gogoi 4 หลายเดือนก่อน +5

    Eagerly waiting for "Roi Roi Binale" love you and always will Zubeen Daa. I have been writing you fan mail since I was a teen. Buhut morom apunale ❤
    Excited for Shikar all the best ❤❤❤❤

  • @BhairavSaikia-om5xt
    @BhairavSaikia-om5xt 4 หลายเดือนก่อน +16

    জুবিন গাৰ্গ মানেই কাহানিও বৈ অন্ত নোহোৱা এখন নৈ।।❤️........ভালে থাকক সদায়।❤️

  • @rajdeepsharma
    @rajdeepsharma 4 หลายเดือนก่อน +14

    আজি জুবিন দাই কথা বোৰ সুন্দৰ কৈ পাটিছে। আপুনি সদায় এনেকৈ থাকিলে বহুত ভাল লাগে দাদা। হাঁহি থাকক লগতে আমাক নতুন নতুন গান উপহাৰ দি থাকক।

  • @Hiyadas-z8w
    @Hiyadas-z8w 4 หลายเดือนก่อน +13

    Jomoni kintu manuhjon❤tammam hahisu❤vale thakok zubeen daa

    • @Nomad439
      @Nomad439 4 หลายเดือนก่อน

      Logortuwe gali di ase ki pogola nisina hahi aso buli gali di ase

  • @banamalideka8646
    @banamalideka8646 หลายเดือนก่อน +1

    জয় জুবিন দা ❤❤❤❤

  • @doliborah2248
    @doliborah2248 4 หลายเดือนก่อน +19

    ভাল লাগিল। জুবিন দাৰ স্বাস্থ্য টো ভাল দেখিলোঁ,ভালে থাকক ।

  • @dimpiray7175
    @dimpiray7175 4 หลายเดือนก่อน +6

    1:29:46 ইমান সময় লৈকে চালো তথাপি আমনি নালাগিল।আৰু অলপ জুবিন দাৰ কথাবোৰ শুনি থাকিব মন আছিল।Love you zubeen daa ❤

  • @moina_Rajbongshi
    @moina_Rajbongshi 4 หลายเดือนก่อน +44

    Love you Zubeen da❤

  • @jintudas6769
    @jintudas6769 4 หลายเดือนก่อน +16

    His smile has a different vibe❤❤❤❤

  • @smarttrick7008
    @smarttrick7008 4 หลายเดือนก่อน +14

    Waiting for the most demanded podcast for all❤

  • @Kartick839
    @Kartick839 4 หลายเดือนก่อน +9

    Non stop prodcastkhn salu khekh nhualoike only for zubeen da❤️

  • @himakshisaikia4808
    @himakshisaikia4808 4 หลายเดือนก่อน +1

    Gaan khunibo jana hua r pra atia loi, 1 jon e priyo, Teu r jega kuneu lobo nuare. ❤Zubeen da ❤

  • @bhabanabaruah4482
    @bhabanabaruah4482 4 หลายเดือนก่อน +12

    One of the best person u have ever invited to ur podcast😊😊

  • @dreamygirlsworld
    @dreamygirlsworld 4 หลายเดือนก่อน +7

    জুবিন দা সদায় প্ৰিয় আৰু সদায় চিৰসেউজ হৈ ৰব আমাৰ মাজত😍 yes প্ৰতিটো জেনেৰেচনে তেওঁ ক ভাল পায় তেওঁ ৰ গীত প্ৰিয় সকলোৰে❤ তেওঁ ৰ গীত শুনিয়ে ডাঙৰ হলো 😍ইমান ধুনীয়াকে তেওঁ কথাখিনি কৈছে ❤ভালে থাকক আপুনি সদায় 🧿✨