অসম এৰি, দিল্লীলৈ কিয় যাব ৰাহুল গৌতম শৰ্মা !
ฝัง
- เผยแพร่เมื่อ 10 ก.พ. 2022
- অসম এৰি,দিল্লীলৈ কিয় যাব ৰাহুল!
৫বছৰৰ পিছত অসমলৈ কিহৈ উভতিব প্ৰতিভাবান যুৱক ৰাহুল!
কবিৰ পৰা গীতিকাৰলৈ।
অভিনয়ৰ পৰা সংগীতলৈ।
জুবিন গাৰ্গৰ পৰা অংগৰাগ পাপনলৈ।
কটন কলেজৰ পৰা আম্বেদকাৰ বিশ্ববিদ্যালয়লৈ...
ছাত্ৰ ৰাজনীতিৰ পৰা CAA আন্দোলনলৈ।
গীতিকাৰ,অভিনেতা,গায়ক,লেখক,তাৰ্কিক,কবি, কটনিয়ান,এজন প্ৰতিভাৱান যুৱক ৰাহুল গৌতম শৰ্মা। উচ্চ শিক্ষাৰ বাবে ৰাহুল গৌতম শৰ্মা যাবলৈ ওলাইছে দিল্লীলৈ, Baartalaap Media Academy ৰ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে এক অন্তৰংগ আলাপত অংশগ্ৰহণ কৰিলে ৰাহুল গৌতম শৰ্মাই, অসম আৰু অসমীয়াৰ বাবে কিবা এটা কৰাৰ ইচ্ছা ৰাহুলৰ, ভবিষ্যতৰ পৰিকল্পনাৰ কথাও জনালে ৰাহুল গৌতম শৰ্মাই, Baartalaap বাৰ্তালাপ ৰ তৰফৰ পৰা Rahul Gautam Sharma লৈ শুভেচ্ছা জ্ঞাপন কৰিলো ।
#rahulgautamsharma #chakrapaniparashar #baartalaap #baartalaapmediaacademy
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
আমাৰ গৌতম দা আৰু চিন্ময়ীৰ ল'ৰা , ৰাহুল । ভগৱানে আৰ্শীবাদ কৰক আৰু আগুৱাই যোৱা ❤
ৰৈ আছিলোঁ ৰাহুল বাবে ।তেখেতে কথা বোৰ বৰ সুন্দৰকৈ সজায় সোৱগা কৈ কব জানে । আগবাঢ়ি যোৱা ।
ভাল মানুহ আৰু সুন্দৰ প্রতিভা....
বৰ ভাল লাগিল অনুষ্ঠান টো, ৰাহুল দা তোমালৈ বহুত শুভকামনা জনালোঁ। তোমাৰ প্ৰতিটো গীত আৰু গীতৰ কথা অন্তৰস্পৰ্ষা । আগুৱাই যোৱা ভাল ভাল কাম কৰি যোৱা ।
সাম্প্ৰতিক সময়ৰ এজন প্ৰকৃত নিকা অসমীয়া বুলি ক'লে মোৰ মনলৈ অহা- Rahul Gautam Da. Lv from Majuli ❤️👍🙏🙏
th-cam.com/video/V9shwPkZT-Q/w-d-xo.html
ABAR SABO...
Modahi no1
Mod khai staget leng khai pore ee
বৰ সুন্দৰ আজিৰ বাৰ্তালাপ ৷ ৰাহুল গৌতম শৰ্মালৈ বহুত বহুত শুভেচ্ছা জনালো ৷
Congratulations Rahul Goutam Sharma, you must be succesful in your future life, see you again. I hope that you will be wone your thinking. In Assam., thank you .
ধেমাজি পৰা মৰম জাচিলোঁ । বহুত ভাল লাগে বাৰ্তালাপ চাই । এদিন লগ পোৱা আখৰে আজিলৈ সামৰণি মৰিলো ।
তেখেতে বহুত দুৰলৈ যাবগৈ ওলাইছে সেই কথাটো শুনি বুকুৰ কোনোবা সিনিত যেন অসয্য কৰ হৈ পৰিছে। তথাপিও তেখেতৰ সপোন বোৰ পূৰণ কৰিবৰ কাৰণে যাবই লাগিব। জ্যেতিপ্ৰসাদ দেৱৰ এষাৰ কথা আজে উপজা গাওঁৰ পৰা জান জুৰি নৈ হৈ লুইতৰ পৰা মহাভাৰতৰ বাটে পৃথীৱীৰ সুবাহলৈ আগুৱাব লাগিব।আকৌ গাৱঁলৈ বুলি।আপনাৰ সপোন বোৰ যাতে পুৰণ হয় সেয়াই ভগ ৱানৰ ওচৰত পাৰ্থনা।।
আশীৰ্বাদ আৰু শুভকামনা জনাইছো
সুন্দৰ... আন্তৰিক শুভেচ্ছা জনালোঁ 💐
অপূৰ্ব, নিজকে সাজু কৰি আনক অসমীয়াক স্বভিমানীহৈ আগুৱাই নিবলৈ, আপুনি পাৰিব।
তোমালৈ শুভেচ্ছা জনালোঁ তুমি নৱ প্ৰজন্মৰ অন্য এক আদৰ্শ ❤️❤️❤️
দাদা। এই গৌতম বহুত ভাল লৰা ইয়াৰ কথাবোৰ ইমান ধুনীয়া ৷ এনেকুৱা লৰাবোৰ ভিডিঅ আপুনি বনাব চোন ৷ এই লৰাজন আমাক প্ৰয়োজন ৷ আমাৰ ল’ৰা
অপেক্ষাৰে ৰৈ আছিলোঁ অনুষ্ঠানটি বাবে৷
ৰাহুল গৌতমলৈ বহু শুভেচছা থাকিল
❤️❤️❤️খুব ভাল পালোঁ ৷ ৰাহুললৈ শুভকামনা ৷ ফেইচবুকৰ প’ষ্টটো পঢ়িলোঁ ৷ ৰাহুল ভালে থাকা ৷
ভাল লাগিল।ৰাহুল গৌতম শৰ্মালৈ শুভেচ্ছা জনালোঁ।
কথাবোৰ খুৱেই প্ৰিয় ৰাহুল দাৰ
এনেকুৱা অনুস্থান বিলাক ভাল লাগে চক্ৰ পানি দাদা আৰু চাবলৈ পাম বুলি আশা থাকিল
ৰাহুলে ভৱিষ্যতে অসমখন বহুত ওপৰলৈ লৈ যাব।। যি মূলা বাঢ়ে, তাৰ দুপাততে চিন।।
চক্র দা নাজিৰ আহমেদৰ interview লাগে।
ভাল লাগিল অনুষ্ঠানটি ❤️
সুন্দৰ অত
অতি সুন্দৰ
My favourit very telented Rahul gautam...agbahi jua..👌
Rahul Gautam Sharma. I really like the way you present your Ideas in such a simple words. May success chase you. Do well. Do well for yourself. Do well for our Assam. Do well for India. Do well for this world. Amazing person. Always admired you. And and always will.
Khub hundor Rahul..... Aguwai juwa.... Tmr pora ami bahut sristi bisaru... Baki bhale thaka....👍👍
Bohut val lagil moy ajihe Rahul dak sini palu bohute vl lagise video2 sai good bless you Rahul dada vogabane apunak mongol korak🙏🙏🙏🙏
বহুত ভাল লাগিল। ধন্যবাদ 👌
Bhal lagil program tu sai
Rahuloloi bhut bhut xuvesha thakil
ভৱেন্দ্ৰনাথ শইকীয়া ৰ ওপৰত কোৱা কথাখিনি শুনি ভাল লাগিল৷
Favorite lyricist 🥰😘😍just love you dada log pam joldi
Beautiful 🙏👍👍
ভাল লাগিল অনুষ্ঠানটি
____It's nice to hear things, thank you for giving a beautiful show.
ৰাহুল দা আৰু তৃদিব দা মোৰ অতিকৈ প্ৰিয়
Straight forward personality... So adorable
val lagil bohut❣️
Bhut bhut val lagise and special voice to bhut val
ভাল লাগিল। আগুৱাই যাওক তেওঁ ❤️
iman sundr ru Mon Pran Sui jua gaan buror lekhok mane auyai ...keep it up.. Khub Vl lagil.. Gyan r govirota.. Vasa r kumolotai... Tumar unnotir Supan houk RAHUL
Dada bht val lagile aponr video tu sai I like you
বৰ সুন্দৰ অনুষ্ঠান
He is amazing ♥️
Congratulations🎉🥳👏
Rahul Gautam did so much of good works.. Keep it up💕
Kotha khini xuni bor bhal lagil .....axirbaad thakil axomor karone ......👍👍
ভাল লাগিল।। ৰাহুল লৈ শুভকামনা🥰🥰
Bohut Val lagil..
Rahul da is a very practical person... I like it 💓👍🤟
ভাল লাগিল।👍👍
ভাল লাগিল----💚💙
চক্ৰ দা আপোনাৰ অনুষ্ঠানটো বহুত বহুত ভাল লাগে
Really touching my heart 💓💓
বহুত ভাল লাগিল
Val lagil sai .. dhemaji pora sai asu ❤️
Love from Tezpur.
Khub vl lagile chakrapani dada
Mojja dei
Aguai jua dada
মুখেই নে =সৰ্বা দাৰ কথাকে কোৱা হৈছিল
😂😂🙏
Xundor
মই এটা কথা বুজি নাপালোঁ যে এফালে কৈছে ঘৰগুনা আনফালে কৈছে মই ঘৰত বেছি সময় নকটাও ।
মই মাত্ৰ মোৰ জানিবলৈ মন হল কাৰণে সুধিছো ।
Zubeen dar voice tu pai mje mje Rahul r voice t
Bor bhal lagil
Hahi tu bhut vl lage dei Rahul dar.vl lagil program tu sai.
Multi Talented Guy!! 👍
Dada tumi jui
Sweet voice.
Xosake bohut Val laagil ♥️😚
ভাল লাগিল দাদা
Moza
ধৰ্ম এটা সেয়া হৈছে মানৱ ধৰ্ম ,জাতি দুটা,সেয়া হৈছে পুৰুষ আৰু নাৰী আচৰ্য বিনোৱা ভাৱে এই কথা কৈছিল ৰাহুলে ধৰ্মৰ কথা কোৱা বাবে এই কথা খিনি কলো,
👏👏👏
তোমাক ভগৱানে মংগল কৰক
My fvt.prsn😍😍😍😍
🔥🔥❤️❤️
Mojja
Val gahori napai. Moja moja
Val lagil dada
Bor bhal lagil. 100% satisfied.
ৰাহুল দা❤️
One of my favorite artist 👉Rahul Gautam sharma❤️
🔥🔥🔥🔥🔥
👏
নাকটো বৰ ধুনীয়া 😘
Bohut suvokamona
Joi ai axom
Bhl lgil
😍
Thanks to Bartalap 👍
Val loga yjon mnuh Rahul gautom jate hodai eneke spostobadi hoi thakok tare xuvo kamona 😊
Bor val lagil ...bohu axa korilu
Super talented boy.
Fav guy of mine 🔥
Axomia lra knekua hobo lage tare eta udaharan Rahul da ❤️
Gautam da apuni aguwai jaok apunak bht val lage
Moja kotha koise dadai
Aru lage .
Boomerang is ❤️❤️❤️
সাৱলীল, সৰল, সুস্পষ্ট কথনভংগী।। কথাখিনি শুনি থাকিলে সহজেই অনুমেয় যে অত্যধিক অধ্যয়ন কৰে।
❤❤❤❤Nagaon r pora