'ৰেন মৌ'ত আইচেংফাৰ স'তে নৱ প্ৰজন্মৰ নিবন্ধকাৰ/গীতিকাৰ ৰাহুল গৌতম শৰ্মা | EP 25 ft. RAHUL GAUTAM

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ก.พ. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Jintu Kumar
    Make-Up - Binita Das
    Audio Assist - Biplob Gogoi

ความคิดเห็น • 347

  • @aichengfaboruah
    @aichengfaboruah  4 หลายเดือนก่อน +54

    যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏

    • @lakshyadhardas9151
      @lakshyadhardas9151 4 หลายเดือนก่อน +3

      যাত্ৰা'ৰ 'ৰেন মৌ'ৰ খন্ডবোৰ চাও বহুত ভাল লাগে লগতে বহু প্ৰেৰণা আৰু নজনা কথা শিকিব পাৰি । আপোনালোকলৈ বহুত বহুত শুভকামনা যাত্ৰা'ৰ 'ৰেন মৌ' সদায় এনেদৰে আগবাঢ়ি যাওক । আহি থকা খন্ডবোৰত ত্ৰিদিৱ ভাগৱতী , লুৰিণ দা, প্ৰনব কু বৰ্মন , অনুৰাগ শইকীয়া আদিক চাব বিছাৰো🎉🎉❤❤❤

    • @hirakkalita4141
      @hirakkalita4141 4 หลายเดือนก่อน +2

      ভূলকে ভূল কৰিব নালাগে নতুন ভূল কৰিব লাগে ❣️❣️ ভাল লাগিছে কথাখাৰি।।

    • @ashimborah4907
      @ashimborah4907 4 หลายเดือนก่อน +4

      ৰাহুল গৌতম শৰ্মাৰ কথাবোৰ শুনি ভাল লাগে।

    • @nakibahmed7220
      @nakibahmed7220 3 หลายเดือนก่อน +3

      Moi ajon tourist texi Driver mur eman giyan ni kintu aji moi apunalukor interview tu sai anekuwa lagil je moi kio poha khuna nokorilu, Rahul Gautam Sarma pora aru bohut khikibo parim buli akha thakil . jodi teuk log pau. Aru bohut kotha janibo sestha korim Dhanybad. Jodi kiba bhul koisu khoma koribo. Ako abar Dhanybad

    • @budheswarsaikia3103
      @budheswarsaikia3103 3 หลายเดือนก่อน +1

      Exceptional discussion both, either Ichengpha or Rahul.

  • @himashreebarman.
    @himashreebarman. 3 หลายเดือนก่อน +28

    অসমৰ এক "সাংঘাতিক প্ৰতিভাৱান" ব্যক্তি হিচাপে ৰাহুল গৌতম শৰ্মালৈ বহুত বহুত শুভকামনা থাকিল।

  • @tofikahmed3572
    @tofikahmed3572 28 วันที่ผ่านมา +4

    শিক্ষা, চিন্তা ,সৃষ্টি সুন্দৰ নিদৰ্শন। ভৱিষ্যতৰ সম্পদ।

  • @udipta72
    @udipta72 3 หลายเดือนก่อน +34

    শাক ভাত খোৱা video 📷 বোৰত যে ইমান views subscriber কিন্তু ইমান ধুনীয়া এটা কথোপকথন এটা views কিয় নাই, মানুহৰ ৰুচি কোন দিশে গৈছে গম পাই চিন্তনীয় বিষয় হৈছে। বিৰাট তত্ব গধূৰ বিষয়ৰ ক্ষুদ্ৰ আলোচলা শুনি বিৰাট ভাল লাগিল। ৰাতি ২-৩০ বজাত শুনি আছোঁ।

  • @pujaborah1417
    @pujaborah1417 หลายเดือนก่อน +4

    ইমান বেছি অধ্যয়ন কেনেকৈ কৰিব পাৰে... মইও ১৫ চনতে মেট্ৰিক পাছ কৰা কিন্তু বহু বাকী এতিয়াও পঢ়িবলৈ...
    ইমান সহজ অথচ ক্ষিপ্ৰ আৰু স্পষ্টবাদিতাৰে কথাবোৰ কৈছে বৰ ভাল লগা...এটা বেপোৰোৱা বহেমিয়া মন @ৰাহুলগৌতমশৰ্মা ,,, কথাবোৰ খুব বেছি ভাল লাগিল ,,, thank you Aichengfa baa

  • @Xopuntora
    @Xopuntora 4 หลายเดือนก่อน +39

    ভাল লাগে ৰাহুল গৌতম শৰ্মাক তেওঁৰ প্ৰচুৰ অধ্যয়নশীলতা আৰু স্পষ্টবাদীতাৰ বাবে।।

  • @Rontudas05
    @Rontudas05 4 หลายเดือนก่อน +18

    ৰাহুল দাৰ কথাবোৰ জুবিন দাৰ কথাৰ লগত প্ৰায় মিলে। কথা কোৱাৰ দৃষ্টিভংগী, শৈলী প্ৰায় বোৰ একেই ❤

  • @nekiburjaman2244
    @nekiburjaman2244 2 หลายเดือนก่อน +7

    অধ্যয়নশীলতা আৰু স্পষ্টাবাদী ব্যক্তিত্ব।

  • @bidyutbordoloi9535
    @bidyutbordoloi9535 3 หลายเดือนก่อน +5

    'তাই'.. গীতটো লাগে সোনকালে।।।🥰🥰🥰

  • @sanjibbaruah8411
    @sanjibbaruah8411 4 หลายเดือนก่อน +11

    ৰাহুল ৰ ব্যক্তিত্ব অলপ সুকীয়া। ভাল লাগিল video tu।

  • @sikhamonidutta2922
    @sikhamonidutta2922 หลายเดือนก่อน +2

    আইচেংফা,তুমিও সমৃদ্ধ।ৰাহুলৰটো কথাই বেলেগ।তেওঁ ভালে থাকি ভালপোৱা কামবোৰ কৰি থাকক।

  • @anjubezbaruah9999
    @anjubezbaruah9999 3 หลายเดือนก่อน +6

    এনেকুৱা অনুষ্ঠান বেয়া পোৱাজন হয় দেৱতা নহয় চয়তান । ৰাহুল আমাৰ আশা আমাৰ ভৰষা ।বহুত বহুত ভাললাগিল ।প্ৰতিটো অনুষ্ঠান ভোগ নহয় ,উপভোগ কৰিছোঁ ।এনেদৰেই ৰেংমৌ আগবাঢ়ক ।

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 4 หลายเดือนก่อน +19

    ৰেণ-মৌৰ এই অনুষ্ঠান টি খুউব ভাল লাগিল। ইমান সৰু ল'ৰা এটা বিশেষ প্ৰতিভাৰ অধিকাৰী --- সঁচাই গৌৰৱ অনুভৱ কৰিছো । আইচেংফাকো ধন্যবাদ জনালো ৰাহুলৰ বিষয়ে ভালদৰে জনাৰ সুবিধা দিয়াৰ বাবে। 'যাত্ৰা ' লৈ পুনৰ শুভকামনা জনালো।

  • @chandanadeka8599
    @chandanadeka8599 4 หลายเดือนก่อน +20

    অসম জাতীয় বিদ্যালয়ত পঢ়ি থকা সময়ত ৰাহুলক সদায় লগ পাইছিলো স্কুলৰ গেটত। কথা বতৰাতে গম পাইছিলো ল'ৰাজন বহুত অধ্যয়ণশীল বুলি। বহুদুৰ আগবাঢ়ি যোৱা ৰাহুল শুভকামনা জনালোঁ🎉 ৰোহন মোৰ ল'ৰাৰ লগৰ, অংকুৰৰ পৰা দ্বাদশলৈকে ক্লাছত একে চেকচনতে আছিল।

  • @imranhussain8512
    @imranhussain8512 2 หลายเดือนก่อน +4

    ৰাহুল দাদাৰ চিন্তা চৰ্চা, কথা, ব্যক্তিত্ব, স্পষ্টবাদি যুক্তি, ৰাজনৈতিক সচেতনতা, ইত্যাদি খুব ধুনীয়া। আগুৱাই যাওঁক দাদা
    Good job

  • @Maini395
    @Maini395 4 หลายเดือนก่อน +17

    বা, আপুনি বিশেষ বাবেই আপোনাৰ আমন্ত্ৰিত শিল্পী সকলোও বিশেষ আচলতে। খুবেই ভাল লাগে অনুষ্ঠানটি ♥️
    অতি সোনকালে ত্ৰিদীপ ভাগৱতী দাক আমন্ত্ৰণ কৰে যেন

  • @mjchetia386
    @mjchetia386 4 หลายเดือนก่อน +8

    ঘৰৰ আৰু নিজৰ দায়িত্ব বাবে দিন ৰাতি ১৮ ঘণ্টা কাম সামৰি উভতি গৈ গৈ বৰ মনোযোগেৰে চালোঁ আপ্লুত হলো বহু শিকিলোঁ বহুত ভাল লাগিল। ৰাহুল গৌতম শৰ্মা ককাইলৈ বহুত বহুত মৰম আৰু শুভ কামনা জনালোঁ। নতুন প্ৰজন্মৰ আদৰ্শ আৰু অনুপ্ৰেৰণা হওঁক। ভাল চাওঁ ভাল শুনো কান্দিলো অনুভৱ কৰিলোঁ নতুনত্বৰ সন্ধান পালোঁ।

  • @pankajdowari4285
    @pankajdowari4285 4 หลายเดือนก่อน +16

    হয়টো মোৰ কথাকিতা জোখতকৈ বেছি হব কিন্তু হলেও মই কৈ দিও - হোমেন বৰগোহাঞিৰ পিছত এজন অসমীয়া দেখিছোঁ যি কথাৰ মাজত বহুত উদ্ধৃতি দিব পাৰে বা জানে। খুব ভাল লাগিল। তুলনা কৰিব নিবিচাৰোঁ। কিন্তু হঠাতে ছাৰৰ কথাবোৰ মনত পৰিল এই ভিডিও টো চাই।

    • @dhristismitadas9083
      @dhristismitadas9083 2 หลายเดือนก่อน +1

      ময়ো ৰাহুলদাৰ কথাবোৰৰ মাজত কোনোবাখিনিত ছাৰক বিচাৰি পোৱা যেন পাওঁ ।

  • @rupanjalibordoloi4986
    @rupanjalibordoloi4986 หลายเดือนก่อน +2

    বহুত ভাল।লাগিল আইচেংফা।তোমাৰ সুন্দৰ মাতকথা লগতে ৰাহুল।ইমান জ্ঞানী লৰাটো সদায় যেন ভালেৰে আগবাঢ়ি যায়।আইচেংফা তোমাৰ অনুস্থান সদায়েই চাও।❤❤❤❤

  • @axomiyatumanjit
    @axomiyatumanjit 4 หลายเดือนก่อน +15

    কোনো এটা video সম্পূৰ্ণকৈ চোৱা নাছিলো আগতে, আজি প্ৰথম সম্পূৰ্ণকৈ চালোঁ। ভাল লাগিল।

  • @bananidevi8697
    @bananidevi8697 23 วันที่ผ่านมา +1

    বহুত সোনকালে শেষ হোৱা যেন লাগিল ৷ আকৌ দিঘলীয়া হ’লে ভাল লাগিলে হ’য় ৷ হেপাহ নপলালে কথা বোৰ শুনি ৷😊 খুৱ ভাল লাগিল

  • @chandandehingia5146
    @chandandehingia5146 25 วันที่ผ่านมา +1

    আইচেংফা, পাৰিলে লাভলীনা বৰগোহাঁ‌ই কো তোমাৰ Podcast লৈ আনিবাচোন।

  • @morommoromlagise936
    @morommoromlagise936 2 หลายเดือนก่อน +2

    সাংঘাতিক ব্যক্তিত্ব। একান্ত ব্যক্তিগত কথাবোৰ যদি একাষৰীয়াকৈ থোৱা হয়, তেওঁ জাতিৰ বাবে এক আপুৰুগীয়া সম্পদ ❤

  • @anjudevi6112
    @anjudevi6112 3 หลายเดือนก่อน +3

    তোমাৰ সৃষ্টিশীল মনৰ অনুভৱখিনি বৰ ভাল লাগিল ,ভৱিষ্যত জীৱন সুন্দৰ হওক ,লগতে ঈশ্বৰে মঙ্গল কৰক তোমাক ৰাহুল ❤️❤️

  • @assamashish771
    @assamashish771 4 หลายเดือนก่อน +12

    নৱ প্ৰজন্মৰ মাজত কিতাপ📝 পঢ়াৰ আগ্ৰহ প্ৰাই নাই বুলি এ কব পাৰি😢। অপাচি হকত এটা জালুক । ৰাহুল দা এ কিতাপৰ প্ৰতি উৎসা বঢ়াই তোলে । আশা কৰোঁ তেওঁৰ কলম কেতিয়াও যেন থমকি নৰই❤ ।
    আপোনাৰ অনুৰাগী
    আশীষ মজুমদাৰ
    North Lakhimpur

  • @gitymonigogoi8397
    @gitymonigogoi8397 4 หลายเดือนก่อน +18

    ৰাহুল অসমৰ সম্পদ। নৱ প্ৰজন্মৰ আদৰ্শ...

  • @himangshudeka1738
    @himangshudeka1738 3 หลายเดือนก่อน +4

    তুমি কোন হে, চিকুণ চুৰ...
    আজি নিবা নে? সর্বহ মোৰ।
    তোমাক নেদেখি, দেখিছো।
    নিচিনি চিনিছো, চৰণৰ ধ্বনিৰে।
    আৰে আৰে মোৰ।
    ঘুমতি ভাঙিছে বাৰে বাৰে......... মাজনিশা মোৰ এন্ধাৰ ঘৰত কোনো ঘনে ঘনে অহা যোৱা কৰে, ঘুমতি ভাঙিছে বাৰে বাৰ❤❤❤❤❤❤❤

  • @user-pu3po2yy9m
    @user-pu3po2yy9m 4 หลายเดือนก่อน +9

    আজিলৈকে চোৱা খণ্ডবোৰৰ ভিতৰত আটাইতকৈ ভাল লাগিল আজিৰ খণ্ডটো। বাকী, ৰাহুল গৌতম শৰ্মাক আজিলৈকে আবিষ্কাৰ নোহোৱা কিবা বিচাৰধাৰাত বিশ্বাসীৰ দৰে লাগে। যিটো জানিবৰ কাৰণে আমিও উৎসাহী, এদিন নিশ্চয়কৈ জানিম। বহুত বহুত শুভকামনা তেওঁৰ প্ৰতি।।

  • @nayanjyotidas-lo1qi
    @nayanjyotidas-lo1qi 4 หลายเดือนก่อน +5

    আপোনাৰ যাত্ৰাৰ সহযাত্ৰী হবলৈ পাই বহুত ভাল লাগিছে।সচাঁই কব গলে অলপ অলপকৈ জ্ঞান পাবলৈ সক্ষম হৈ আছো।ৰাহুল এজন জ্ঞানৰ ভাণ্ডাৰ।

  • @manishadeka6600
    @manishadeka6600 4 หลายเดือนก่อน +5

    বাহ!এটা ব্যতিক্ৰমী episode চালো Aichengfa বা।Rahul Gautam Sarmah সাংঘাতিক যুক্তিবাদী।ভাল লাগিল।ৰাহুল গৌতমৰ গান সদায়েই প্ৰিয়❤️❤️❤️❤️

  • @user-ym1py1kx6g
    @user-ym1py1kx6g 4 หลายเดือนก่อน +6

    ইমান ধুনীয়া ইমান মিঠা ইমান সৰল ভাষাৰে অনুষ্ঠানটো বা আপুনি চলাই আছে চাই বহুত বেছি ভাল লাগে । Jaatra সদায় আগলৈ আগুৱাই যাওক তাৰে কামনা কৰিছোঁ । মৰমৰ আইচেংফাৰ বা লৈ বহুত বেছি শুভেচ্ছা থাকিল আগলৈ এনেদৰে অনুষ্ঠানটো ভালদৰে আগুৱাই লৈ যায় যেন । লগতে আজি অতিথি ৰাহুল গৌতম শৰ্মা দাদা কথা বতৰা আৰু তেওঁ কথা বতৰাই দিয়া আমলৈ message বোৰ বহুত বেছি ভাল লাগিল। যাত্ৰা জুই🔥🔥♥️

  • @aparnabhuyanborah9177
    @aparnabhuyanborah9177 หลายเดือนก่อน +1

    অনুষ্ঠানটো চাই আপ্লুত হলোঁ। ৰাহুলৰ উজ্জল ভবিষ্যত কামনা কৰিলোঁ।

  • @lakhyajeetphukan2379
    @lakhyajeetphukan2379 4 หลายเดือนก่อน +8

    খুৱ ভাল লাগিল অনুষ্ঠানতো । বহুত নজনা কথা জানিব পাৰিলো । এনে ধৰনৰ অনুষ্ঠানে নতুন প্ৰজন্মক উৎসাহিত কৰিব শিক্ষাৰ প্ৰতি । এক আচৰিত জ্ঞানৰ ভাণ্ডাৰ "ৰাহুল গৌতম শৰ্মা" ।

  • @gayatrymaladevikhound8801
    @gayatrymaladevikhound8801 4 หลายเดือนก่อน +6

    তন্ময় হৈ শুনিলোঁ দুয়োৰে কথা বতৰা। ৰাহুল গৌতমৰ সাক্ষাৎকাৰটো চাই অনুভৱ কৰিলোঁ, তেওঁ পূৰঠ হ'ল। এতিয়া তেওঁ অসমক প্ৰতিনিধিত্ব কৰক আৰু নৱ প্ৰজন্মৰ আদৰ্শ হওক, সাংস্কৃতিক ক্ষেত্ৰখনত।

  • @De_layer
    @De_layer 4 หลายเดือนก่อน +4

    "মহাপুৰুষৰ শীল নিজৰ সংস্কাৰত সপোন কৰে ।"
    ধন্যবাদ দুয়োলৈ.. আইছেংফা বা আৰু ৰাহুললৈ। বহুল চিন্তা ধাৰা আৰু ইমান প্ৰতিভাশিল ৰাহুলক আগন্তুক জীৱনৰ বাবে শুভেচ্ছা যাছিলোঁ। ৰাহুলক ভৱিষ্যতে ব্যক্তিগত ভাৱে লগ পাম বুলি আশা ৰাখিলোঁ😊।

  • @mikumonisarmah7293
    @mikumonisarmah7293 4 หลายเดือนก่อน +5

    নিজৰ ল'ৰাৰ দৰে ৰাহুল। বহুত মৰম দেই ।ভগৱানে সদায় ভালে ৰাখক।

  • @creativesoulP
    @creativesoulP หลายเดือนก่อน +2

    Ajiloike jiman keita axamiya podcast salu যাত্ৰা hokolutkoi priyo aru byatikromi , Aisengfa bortoman priyo aatdoruta ba podcaster , Rahul r kothakhini khubei bhal lagise , teur ujjol bhobiswot kamona korilu

  • @Sabi-ta
    @Sabi-ta หลายเดือนก่อน +1

    বা আপুনি ধুনীয়া গান গোৱা দেই।
    ভাল লগা মানুহ এজন ৰাহুল গৌতম শৰ্মা।❤

  • @bulbulkonch182
    @bulbulkonch182 4 หลายเดือนก่อน +5

    যুৱপ্ৰজন্মৰ জ্ঞানৰ ভাণ্ডাৰ বুলি কলেওঁ ভুল নহব ❤

  • @moushumisoni2225
    @moushumisoni2225 4 หลายเดือนก่อน +12

    ইমান যে অধ্যয়নশীল আৰু চিন্তাশীল ল'ৰাটো ! খুউব ভাল পাওঁ ৰাহুলক । জ্ঞানৰ ভাণ্ডাৰ! ❤❤

  • @dhanjithaloi4471
    @dhanjithaloi4471 4 หลายเดือนก่อน +6

    গ্ৰন্থমেলাৰ বাকৰিত তেই লগ পোৱা ৰাহুলক 💐💐💐

  • @rituparnachetia6808
    @rituparnachetia6808 4 หลายเดือนก่อน +5

    ৰাহুল দৰে ব্যক্তি খুব প্ৰয়োজন, আচৰিত দৃষ্টি ভঙ্গী 🙏 d

  • @khanjan_Kashyap
    @khanjan_Kashyap 4 หลายเดือนก่อน +12

    Tridib Bahagabati dada and Rahul Dada both are my ideal ❤

  • @purobeegogoi1343
    @purobeegogoi1343 4 หลายเดือนก่อน +4

    Thank you Aichengfa Rahul r logot chinaki korai diyar babe. Rahul Aoxomor ata bhuta tora. Bhohut bhal lagil aaji r jaatra r onusthan Tu. Aako abar hokoluke xubheissa aaru dhanyavaad jonalu.

  • @Dennis-mh9jr
    @Dennis-mh9jr 2 หลายเดือนก่อน +1

    ৰেণ-মৌ অনুষ্ঠান চাই সদায়েই ভাল লাগে , ৰাহুলৰ এজন প্ৰচুৰ সম্ভৱনা থকা ল'ৰা , ইমান অধ্যয়ণশীল , বাক-চাতুৰ্য , বিশ্লেষণাত্মক চিন্তাধাৰা ৰ ল'ৰা নতুন প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক হ‌ওঁক । বৰ মনোযোগ দি , কথাখিনি দুই/তিনিবাৰকৈ শুনিছোঁ খুব ভাল লাগিছে । এইখিনিতে আৰু এটা কথা , ৰাহুল মোৰ বান্ধৱীৰ পুত্ৰ তথা মোৰ দাদা (গৌতমদা) ৰ পুত্ৰ । যদিও ম‌ই তাক আজিলৈকে লগ পোৱা নাই ।

  • @porishmitakoushik1237
    @porishmitakoushik1237 หลายเดือนก่อน +1

    I can listen to him all day! Beautiful conversation💚💚💚

  • @roywilliams3737
    @roywilliams3737 2 หลายเดือนก่อน +1

    This young man is a gem of Assam.
    The lady herself is so sweet & loving taking the interview. Could not skip a second.
    Kudos.

  • @sangmaryan5127
    @sangmaryan5127 หลายเดือนก่อน +1

    He is such an amazing person.... His personality is wonderfully amazing....

  • @navajyotimahanta6943
    @navajyotimahanta6943 4 หลายเดือนก่อน +4

    আমাৰ অসমীয়া ভাষাটো অসমীয়াৰ আগত চিনাকি কৰাই দিয়াৰ বাবে ৰাহুললৈ ধন্যবাদ🙏

  • @ljk6618
    @ljk6618 4 หลายเดือนก่อน +10

    সুন্দৰ অনুষ্ঠান।।
    ত্ৰিদীপ ভাগৱতীক নিমন্ত্ৰণ কৰিবচোন

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 4 หลายเดือนก่อน +6

    খুব ভাল লাগিল অনুষ্ঠানটো,এটি ব্যতিক্ৰমী মনৰ অনুভৱ বোৰ জানি খুব ভাল লাগিল।পপীয়া তৰা গীতটো শুনি থাকো কিন্তু গীতিকাৰ জনক ভালদৰে জনাৰ সৌভাগ্য আজিহে হ'ল। ধন্যবাদ সকলোলৈকে এই প্ৰতিভাশালী লোক সকলক চিনাকী কৰি দিয়াৰ বাবে।🙏🙏✨✨❤️❤️❤️

  • @rajeshnath6368
    @rajeshnath6368 4 หลายเดือนก่อน +7

    কিমান তত্ত্ব গধূৰ কথা❤🎉

  • @rajudhemaji7995
    @rajudhemaji7995 4 หลายเดือนก่อน +4

    খুব সুন্দৰ বাইদেউ বহুত ভাল লাগিল। আই অ দেহী আপোনাৰ কথাখিনি ইমান ভাল লাগে।

  • @bishalsarmadoloi822
    @bishalsarmadoloi822 4 หลายเดือนก่อน +8

    অসমীয়া শব্দৰ মিঠা পৰশ দিয়া মানুহজন ❤

  • @axomiyashort
    @axomiyashort 4 หลายเดือนก่อน +6

    বহুত দিনৰ মূৰত দেখা পায় ভাল লাগিল ৰাহুল দা

  • @nayanjyotirajkhowa4015
    @nayanjyotirajkhowa4015 4 หลายเดือนก่อน +4

    উত্তৰবোৰ বহুত উপৰৰ চিন্তাৰ ভাল লাগিল চাই podcast টো❤

  • @debajitrajkonwar8698
    @debajitrajkonwar8698 4 หลายเดือนก่อน +3

    ৰাহুললৈ আন্তৰিক অভিনন্দন ও শুভ কামনা লগতে ভবিষ্যতৰ দিনবোৰত সপোনবোৰ সুস্বাস্থ্যৰে বাস্তৱায়িত হওক তাৰেই আশা কৰিছো।

  • @silpiranibhagawati5558
    @silpiranibhagawati5558 หลายเดือนก่อน +1

    Priceless❤️

  • @madhurjyasarma623
    @madhurjyasarma623 4 หลายเดือนก่อน +3

    Matured Rahul Gautam sarma ....Bhal lagil bhaity kotha bur huni...aguwai jowa

  • @poragmoniadityasaikia
    @poragmoniadityasaikia 4 หลายเดือนก่อน +4

    ৰাহুলৰ কথাত সঁচাই বহু জানিব লগীয়া কথা থাকে। সঁচাই বৰ সুন্দৰ লাগিল।

  • @GohainputekRapper
    @GohainputekRapper 4 หลายเดือนก่อน +8

    আকৰ্ষণীয় ব্যক্তিত্ব ❤ ভাল লাগে মানুহজন

  • @animeshdeb2926
    @animeshdeb2926 4 หลายเดือนก่อน +5

    I watch this podcast only for the anchor and her command over the language... Guest comes second

  • @priyankatalukdar5012
    @priyankatalukdar5012 3 หลายเดือนก่อน +2

    গান শুনি প্ৰেমত পৰি গʼলো......☺️

  • @digantasmoments8240
    @digantasmoments8240 3 หลายเดือนก่อน +3

    অকনমানো Script নকৰাকৈয়ে প্ৰগেমটো অন্তলৈকে‌ চালো 🤗 নতুনকৈ প্ৰেমত পৰিলোঁ, নতুন মানুহ এজনৰ 🌷
    ৰাহুল‌ গৌতম শৰ্মা 🎉

  • @jitendrakumarchoudhury1224
    @jitendrakumarchoudhury1224 4 หลายเดือนก่อน +3

    বৰ ভাল লাগিল৷প্ৰশ্ন আৰু উত্তৰ ভাল হৈছে৷অৱশ্যে মই ৰাহুলৰ কথা বতৰা ভাল পাও৷তাৰ কথা বতৰাৰ পৰা আমাৰ দৰে সাধাৰণ ব্যক্তিয়ে শিকিব পাৰো৷

  • @jahnabisaikia3266
    @jahnabisaikia3266 4 หลายเดือนก่อน +3

    নৱপ্ৰজন্মৰ আদৰ্শ ৷ খুব ভাল লাগিল ৷

  • @DIPTIHAZARIKA_
    @DIPTIHAZARIKA_ 4 หลายเดือนก่อน +3

    সচাঁই খুউব সুন্দৰ ভাবে কথাবোৰ কয়। ভাল লাগে ৰাহুলৰ কথাবোৰ

  • @dibakarboruah8019
    @dibakarboruah8019 4 หลายเดือนก่อน +3

    TH-camr ৰ মজিয়াত আজিলৈকে চোৱা মোৰ এটা ভাল লগা অনুষ্ঠান ৷ ৰাহুল গৌতম শৰ্মাৰ প্ৰতিভা তথা বিশ্লেষণাত্মক চিন্তাধাৰা সচাঁই লেখত লবলগীয়া ৷ আমাৰ নৱপ্ৰজন্ম এনে চিন্তাধাৰাৰ অধিকাৰী হলে সমাজখন আগবাঢ়ি যোৱাত কেতিয়াও বাধা নাথাকিব ৷
    দুয়োলৈ শুভেচ্ছা জনালো 🎉❤

  • @rajdeepgogoi3616
    @rajdeepgogoi3616 4 หลายเดือนก่อน +2

    বৰ ধুনীয়া অনুষ্ঠান।। বৌদ্ধিক ভাৱে অতি সমৃদ্ধ এটি প্ৰতিভাৱান সম্পদ।।এদিন ত্ৰিদীপ ভাগৱতীকো মাতিব।

  • @queenradharanikrishna1
    @queenradharanikrishna1 หลายเดือนก่อน +1

    How honest he is great 👍

  • @giringogoi7517
    @giringogoi7517 4 หลายเดือนก่อน +18

    সময় গগৈক কিয় আদৰা নাই ।নে আপুনি সময় গগৈক আদৰাৰ প্ৰয়োজন নাই বুলি ভাৱে।

  • @Rakhi_debo_vlogs
    @Rakhi_debo_vlogs 4 หลายเดือนก่อน +2

    Such a intelligent man 😊 baa apunak dhanyabad diso aijon manuh r bikhoye janib xujug diya babe🎉

  • @SriSrimunidewri
    @SriSrimunidewri หลายเดือนก่อน +1

    Bahut val lagil God bless you

  • @luckyborah7485
    @luckyborah7485 4 หลายเดือนก่อน +4

    😢❤ তেওঁ মোৰ কিমান প্ৰিয় বুজাব নোৱাৰোঁ অঅঅঅঅঅ ☺️ আৰু পাৰ্বতী প্ৰসাদৰ গীত টি মইও শিকিবলৈ চেষ্টা কৰি আছো 🥺🥺🥺 ইমান ধূনীয়া গাইছে অ🥺☺️

  • @pradeepsagarsmusical1934
    @pradeepsagarsmusical1934 3 หลายเดือนก่อน +2

    I have a strong desire to sing a song of Rahul Goutam Sharma 's lyrics 🙏

  • @user-xz4md2rw6g
    @user-xz4md2rw6g 4 หลายเดือนก่อน +5

    Rahul, Rahul eai aditiyo. Love u Rahul.4m Tsk Mrg.

  • @krishnahazarika6391
    @krishnahazarika6391 4 หลายเดือนก่อน +4

    My favourite..💖
    Tewk horu pora saixu tv show..news channel Burt 👍.. Rahul r kotha bur moi explore koru

  • @purnanathborah2729
    @purnanathborah2729 3 หลายเดือนก่อน +1

    সৰু ল’ৰাটোৰ চিন্তা আৰু প্ৰতিভাক চেলুট জনাইছোঁ ৷

  • @dhrubajittalukdar8782
    @dhrubajittalukdar8782 4 หลายเดือนก่อน +3

    অতি সুন্দৰ.... অতি সুন্দৰ বা😊 বৰ ভাল লাগিল। ইমান সুন্দৰকৈ কথা বোৰ কয় বৰ ভাল লাগে 😊।

  • @hirumonikonwar1470
    @hirumonikonwar1470 4 หลายเดือนก่อน +2

    Baa apunar Vorir Payal paatje........uuffff❤

  • @infinite9328
    @infinite9328 3 หลายเดือนก่อน +3

    "tai gaan xuni val pay" it gives goosebumps

  • @nilakshnibir6679
    @nilakshnibir6679 4 หลายเดือนก่อน +2

    First time saisu jatra aru Rahul goutom r episode karone jothesto val pao teou kothabr 😊

  • @Here_Comes_the_sun8855
    @Here_Comes_the_sun8855 4 หลายเดือนก่อน +2

    He himself is an intellectual
    Has an aura

  • @nittyanandadutta345
    @nittyanandadutta345 4 หลายเดือนก่อน +4

    Blk aco nkow salu bht kotha hikilu.... So thank you ba.. ❤❤

  • @madhabinathsaikia7536
    @madhabinathsaikia7536 4 หลายเดือนก่อน +5

    আকৰ্ষণীয় ব্যক্তিত্ব। নতুন প্ৰজন্মৰ আদৰ্শ লৰা ।

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 2 หลายเดือนก่อน +1

    ভাল লাগিল!🤍
    He should definitely consider releasing songs sung by himself,, his voice is truly beautiful!

  • @geetimalikagogoi967
    @geetimalikagogoi967 4 หลายเดือนก่อน +4

    Aaicheng ,,,its a good job . Presentation is highly appreciable 🎉
    He has a very bright future ..
    Best wishes to cute Rahul G. Sharmah 😊

  • @kandorpabaruah7224
    @kandorpabaruah7224 4 หลายเดือนก่อน +3

    Bohut vl lagil Ep.. 2 Sai. Rahul 2mi aru aguwi juwa.

  • @pradeepsagarsmusical1934
    @pradeepsagarsmusical1934 3 หลายเดือนก่อน +2

    Inspired a lot Rahul 👍👍👍

  • @anurag_Kashyap_borah
    @anurag_Kashyap_borah 4 หลายเดือนก่อน +5

    Taiii song is stunning gautam da❤

  • @jinkudutta7263
    @jinkudutta7263 4 หลายเดือนก่อน +4

    মৰম আৰু শুভেচ্ছা থাকিল চাবুৱাৰ পৰা।

  • @jurideka699
    @jurideka699 2 หลายเดือนก่อน +1

    Tomar progamebor chai bahut val lage shuni thako shuni thaku lagede iman dhuniake kathabor sudha thanking you

  • @ranjitbora9556
    @ranjitbora9556 4 หลายเดือนก่อน +4

    ভাল লাগিল অ' আইচেংফা।

  • @cryptoeclectic2606
    @cryptoeclectic2606 4 หลายเดือนก่อน +3

    Rahul, you are indubitably a gem of Assam. More power and good health brother ❤

  • @rsmixture6687
    @rsmixture6687 4 หลายเดือนก่อน +2

    ৰাহুল ৰ কথা আৰু জুবিন দা কথা ৰ লগত মিল আছে.. কথাৰ ভংগী বোৰ.. শব্দবোৰ আৰু ভাল লাগে তেওঁ লিখা গানবোৰ.. শশাঙ্ক সমীৰ দাক মাতিব এবাৰ তেওঁ লিখে বুলি জানো

  • @dipalidevichoudhuri5241
    @dipalidevichoudhuri5241 4 หลายเดือนก่อน +7

    ৰাহুল গৌতম শৰ্মাৰ বহুমুখী প্ৰতিভা আছে ৷ তাক অধিক বিকশিত কৰি এদিন অধিক সুপ্ৰতিষ্ঠিত হওক ৷ ব্যক্তিগত ভাবে ৰাহুলক চিনি নাপাওঁ দেখাও নাই ৷ কিন্তু চলচ্চিত্ৰত ৰাহুলৰ অভিনয় দেখি মোহিত হৈছিলোঁ ৷ লগতে গীত আৰু কবিতাই মোহিত কৰিব পাৰে ৷ কিছু ব্যক্তিক এনে লাগে যে দাবী কৰাৰ যেন অংশীদাৰ ৰাহুল গৌতম শৰ্মা আমাৰ ৰাহুল ৷ এয়া এক অসাধাৰণ ব্যক্তিত্বৰ গৰাকী ৷ ৰাহুল গৌতমৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ৷ দুয়োপক্ষৰ সুন্দৰ কথোপকথনেৰে আজিৰ অনুষ্ঠান সুন্দৰ হৈছে ৷

  • @jitendas9995
    @jitendas9995 4 หลายเดือนก่อน +4

    বৰ ভাল লাগিল। কি কম ভাষা নাই।

  • @ritamonimohanboruah8094
    @ritamonimohanboruah8094 4 หลายเดือนก่อน +3

    Bar Sundar ❤Rahul ,iman dhuniya tumar kathan saili

  • @himadriburagohain7666
    @himadriburagohain7666 หลายเดือนก่อน +1

    Loved it❤

  • @jyotimonisaikia1195
    @jyotimonisaikia1195 4 หลายเดือนก่อน +2

    বহুত বহুত ভাল লাগিল