'ৰেন মৌ'ত আইচেংফাৰ স'তে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সাংসদ সন্মানীয় শ্ৰীযুত গৌৰৱ গগৈ দেৱ।

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 พ.ค. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Direction & Audio Production - Xulfi Nawaz
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Josy Saikia, Suprov T Phukan, Ifty Sarwar
    Make-Up - Manash Rabha

ความคิดเห็น • 436

  • @aichengfaboruah
    @aichengfaboruah  หลายเดือนก่อน +48

    যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏

    • @karabibaruah2135
      @karabibaruah2135 หลายเดือนก่อน +2

      Gourav gogoi on demand.....teo r personality e 5 days t all episodes r record kori just 5 days t e 94 k views....aitu 1 st episode jitu moi atleast pura episode tu eku bore nuhuwa koi khatam korisu...wow. what a personality

    • @MaryBora-yl5ub
      @MaryBora-yl5ub หลายเดือนก่อน +2

      Hats off to YOU -Our JEWEL of pride -GAURAV!!

    • @monalishachiring2261
      @monalishachiring2261 หลายเดือนก่อน +2

      😊 I

  • @MoramiKaman
    @MoramiKaman 24 วันที่ผ่านมา +6

    প্ৰথমতে গৌৰৱ গগৈ ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ। আৰু শুভেচ্ছা জনালোঁ। 🙏🙏🙏🙏🙏

  • @santimoni7949
    @santimoni7949 2 หลายเดือนก่อน +162

    গৌৰৱ গগৈ অসমৰ ভৱিষ্যত । তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ🙏

    • @user-pt3vb3ul8n
      @user-pt3vb3ul8n 2 หลายเดือนก่อน +1

      আমাৰ অসম খনক কাৰোবাৰ বুলি কৈ মই ঠিকা নিদিওঁ। মোৰ অসমৰ মই ভৱিষ্যত

    • @diliptaye820
      @diliptaye820 หลายเดือนก่อน

      29:40

  • @dakhinpachirajagaonraha7586
    @dakhinpachirajagaonraha7586 2 หลายเดือนก่อน +32

    বহুত বহুত বহুত ভাল লাগিল ।এনেকৈ কথা আজিলৈকে কোনো এজনো ৰাজনিতীবিদে কোৱা দেখা পোৱা নাছিলো । গৌৰৱ গগৈ ডাঙৰিয়ালৈ শত কোটি নমস্কাৰ জনালো ।

  • @lipikaranigogoi6865
    @lipikaranigogoi6865 2 หลายเดือนก่อน +64

    সুন্দৰ কথা বতৰা,,, সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী গৌৰৱ গগৈ । মোৰ খুবেই প্ৰিয় এজন ব্যক্তি। শুভ কামনা সদাই আছে ৰাজনীতি ৰ পথাৰত সুন্দৰকৈ কাম কৰি যাবলৈ 🎉

  • @arupbahoi6185
    @arupbahoi6185 2 หลายเดือนก่อน +32

    খুব বেছি ভাল লাগিল। মূল্যবোধৰ ৰাজনীতি আৰু এখন সুস্থ সমাজ দিব পৰা নেতৃত্ব লব পৰা নেতা। আশা কৰিম অখিল গগৈ ডাঙৰীয়াক এবাৰ ৰেণমৌত পাম বুলি।

  • @bakulboruah2026
    @bakulboruah2026 2 หลายเดือนก่อน +137

    ২০২৬ ৰ অসমৰ মূখ‍্যমন্ত্ৰী।আগতীয়াকৈ অভিনন্দন জনালোঁ গৌৰৱ দা।

  • @user-vi1ck2yv1n
    @user-vi1ck2yv1n หลายเดือนก่อน +26

    আপোনাক অসমৰ মুখ্যমন্ত্ৰী হিচাবে বিচাৰো❤❤❤❤❤❤

  • @rubulsaikia4443
    @rubulsaikia4443 2 หลายเดือนก่อน +23

    গৌৰৱ গগৈ এজন ভাল মানুহ❤

  • @chetia847
    @chetia847 หลายเดือนก่อน +11

    মই আজি চাঁলো কিন্তু আইচেংফা তোমাক আৰু লগতে গৌৰৱ গগৈলৈওঁ ধন্যবাদ থাকিল ।ইমান ভাল লাগিল শুনি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে । শুভকামনা থাকিল ।

  • @bastobkalita6328
    @bastobkalita6328 หลายเดือนก่อน +15

    গগৈ পৰিয়াল মোৰ সাংঘাটিক প্ৰিয়। কি পিতৃ কি মাতৃ কি পুত্ৰ ❤️ অনাগত জীৱনৰ শুভেচ্ছা জনালোঁ

  • @monujgogoi6111
    @monujgogoi6111 หลายเดือนก่อน +11

    মৰমৰ আইচেংফা! ব ৰ ধুনিয়া/ভাললগা অনুষ্ঠান এটি ৰাইজক দিলা।মৰমৰ শ্ৰী গৌৰৱ লৈ অভিনন্দন /উত্তৰণৰ অযুত শুভেচ্ছা থাকিল।জয় আই অসম!!

  • @kartick1957
    @kartick1957 หลายเดือนก่อน +12

    ইমান সুন্দৰ পৰামৰ্শৰে সম্পৃক্ত গৌৰৱ গগৈদেৱৰ লগত হোৱা সাক্ষাৎকাৰটি উপভোগ কৰি বৰ ভাল লাগিল ।

  • @EkakshiDeka-wr9fv
    @EkakshiDeka-wr9fv หลายเดือนก่อน +10

    অসমৰ সৎ সাহসী নিকা সহজসৰল ভাৱমূৰ্ত্তিৰ অসমৰ এজন উজ্জ্বল নক্ষত্ৰ ৰাজনৈতিক নেতা গৌৰৱ গগৈ অসমৰ এজন জনপ্ৰিয় নেতা । অশেষ শুভকামনা থাকিল ।❤❤🙏

  • @user-tl4jy5vj6w
    @user-tl4jy5vj6w หลายเดือนก่อน +13

    ছাৰ আপোনাৰ কথা বোৰ সঁচাকৈ বৰ ভাল লাগে। প্ৰতিটো কথাৰ অৰ্থ বিচাৰিলে আপোনালৈ শ্ৰদ্ধা বাঢ়ি যায়। সুস্থ হৈ কৰিবলগীয়া খিনি কৰি যাওঁক

  • @GhanaBaruah
    @GhanaBaruah หลายเดือนก่อน +11

    খোব সুন্দৰ আলোচনা আৰু পৰামৰ্শ ! শুনি ভাল লাগিল ! গৌৰৱ গগৈ ডাঙৰীয়া আপোনালৈ মোৰ ফালৰ পৰা শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন জনালো। লগতে "ৰৌণ মৌ" অনুষ্ঠানলৈ - টাই ভাষাৰে মোৰ ফালৰ পৰা "নাম নাম ৰঙ বয় বয়"! চুম ৰাপ(আদৰণি) জনালো। ছেন লুঙ -অতি সুন্দৰ প্ৰাসঙ্গিক আলোচনা। ধন্যবাদ।

  • @bilashrabhabilashrabha6700
    @bilashrabhabilashrabha6700 หลายเดือนก่อน +8

    সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়ালৈ বহুত বহুত শুভেচ্ছা থাকিল।

  • @deliciousrecipecooking7085
    @deliciousrecipecooking7085 2 หลายเดือนก่อน +18

    বৰ্তমান সময়ৰ এজন সুদক্ষ ৰাজনৈতিক নেতা । তেখেতলৈ শুভেচ্ছা জনোৱাৰ উপৰিও তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰিলো ।

  • @leelahazarika7587
    @leelahazarika7587 2 หลายเดือนก่อน +8

    ধন্যবাদ আইচেংফা , সুন্দৰ সাক্ষাৎকাৰ এটা উপভোগ কৰাৰ সুবিধা কণ দিয়াৰ বাবে

  • @thanuramdas2938
    @thanuramdas2938 2 หลายเดือนก่อน +10

    সচাকৈ ভাল প্রশ্ন আৰু টান প্রশ্ন।
    ধন্যবাদ জনাইছোঁ।

  • @hazerabegum9910
    @hazerabegum9910 2 หลายเดือนก่อน +62

    সুন্দৰ অনুষ্ঠান
    গৌৰৱ গগৈ জিন্দাবাদ

    • @GamePlay-ib2cj
      @GamePlay-ib2cj หลายเดือนก่อน

      Gajwa a hind sapna sapna hoi thakijabo
      Bhagwa a Islam hobo.

  • @dhaneswartamuliphukan4873
    @dhaneswartamuliphukan4873 2 หลายเดือนก่อน +15

    নতুন যুগৰ নতুন সূৰ্য্য গৌৰৱ গগৈ ৷

  • @krishnagogoi301
    @krishnagogoi301 2 หลายเดือนก่อน +68

    গৌৰৱ গগৈৰ ব্যক্তিত্ব মোৰ প্ৰিয় ❤

  • @SangitaPhukan-sr3ek
    @SangitaPhukan-sr3ek 21 วันที่ผ่านมา +1

    নতুন অসমৰ সপোন দেখি পাইছো , মহাশয় আপোনাৰ চিন্তাধাৰা এনেকৈয়ে চিৰকাল জিৱীত হৈ থাকেযেন আশা কৰিলো , নতুন সূৰুযৰ কিৰণে সমাজৰ আন্ধাৰখিনি দূৰ কৰক । আইচেংফা আপোনাকো শুভেচ্ছা জনালোঁ আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিলোঁ

  • @pabankumar4461
    @pabankumar4461 2 หลายเดือนก่อน +26

    নিৰ্বাচনৰ পূৰ্বেই সম্প্ৰচাৰিত হোৱা হলে আৰু উপক্ৰিত হল হেতেন । ভৱিষ্যত প্ৰজন্মৰ গৌৰৱ হোৱাৰ কামনা কৰিলোঁ ।

  • @user-ru6du4mv9u
    @user-ru6du4mv9u 2 หลายเดือนก่อน +26

    গৌৰৱ গগৈ সঁচা কৈ অসমৰ মুখ্যমন্ত্ৰী হিচাবে বিচাৰো।

  • @khetraburagohain2501
    @khetraburagohain2501 หลายเดือนก่อน +12

    আইচেংফা 1988 ত তোমাৰ দেউতা আমাৰ কেশৱ ককাইদেউৱে মোক তোমালোকৰ ঘৰলৈ লৈ গৈছিল। মই তেতিয়া চাবুৱা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আছিলোঁ। তুমি সৰু ছোৱালী তেতিয়া। তোমাৰ নামতো কিয় এনেকৈ দিলে কেশৱ ককাইদেউক সুধিছিলো। ককাইদেউৱে বহুত কথা মোক কৈছিল। স্বৰনালী ভাজনী বাক সকলোৱে চিনি পায় এগৰাকী মেধাৱী ছাত্ৰী বুলি। তাতে গড়গাঁও কলেজৰ অসমীয়া বিভাগৰ পৰা স্বৰনালী বায়ে যি ফলাফল দেখুৱাব পাৰিছিল সেই কথাটো আজিও আমাৰ মনত আছে। গোটেই শিৱসাগৰ ৰাইজৰ মৰম পাইছিল বাইদেৱে। আনহাতে কেশৱ কাই সেই সময়ত ছাত্ৰ নেতা আছিল সিংহ ৰ দৰে। কেশৱ কাৰ ভাষণ শুনিবলৈ মানুহ পাগল হৈছিল। পৰাগ চলিহা ছাৰে কেশৱ কাক ভাল দৰে চকু দিছিল। মনত পৰিছে সেই কেশৱ কা আৰু স্বৰনালী বাৰ জীয়েক তুমি আইচেংফা। বহুত ভাল লাগিছে তোমাক এনেদৰে দেখি। মই ক্ষেত্ৰ বুঢ়াগোহাঁই। পুৰণি ঘৰ বকতা জৱলাটিংত, বাখৰ বেঙেনা। বৰ্তমান মই সোণাৰিতে থাকো। আখৈয়াৰ জীৱন ফুকনৰ মই এজন বন্ধু । একেলগে গড়গাঁও কলেজত পঢ়িছিলোঁ। ভগৱানে তোমাক কৃপা কৰক যাতে তুমি বহুত আগবাঢ়ি যাব পাৰা।

  • @liliborah2655
    @liliborah2655 2 หลายเดือนก่อน +10

    গৌৰৱ গগৈৰ শুভেচ্ছা থাকিল

  • @joyashreesarma7665
    @joyashreesarma7665 2 หลายเดือนก่อน +26

    best intervew of গৌৰৱ গগৈ আৰু মীৰা বৰঠাকুৰ এতিয়ালৈকে

  • @golapisaikia9982
    @golapisaikia9982 หลายเดือนก่อน +4

    প্ৰথমেই গৌৰৱ গগৈদেৱক ধন্যবাদ আৰু সুভেস্বা জনালো - অসমৰ যুৱ প্ৰজন্মৰ কাৰণে সৌৰজগতৰ ভোটা তৰাৰ স্বৰূপ - তেখেতে আজিৰ তক্ত স্বত কৈ গৈছে ইমান গধুৰ গধুৰ প্ৰশ্ন বোৰ সুধিছে - গৌৰৱ দেৱৰ এই প্ৰশ্নৰ উত্তৰ বোৰ সুনি সচাঁকৈয়ে বৰ ভাল লাগিছে - এজন ৰাজনৈতিক নেতা হ'বলৈ হ'লে সচাঁ অন্তৰৰ পৰা ওলোৱা শব্দ বাক্য - কাৰ্য্য বোৰ অন্তৰ চুই ঘৈছে - আমাৰ অসমৰ বহুতো ভাল ভাল সৎ সাহসৰ যুৱ চাম আছে -ইতিহাসৰ পাত লুতিয়াই চালে - ইয়াৰ বহুতো উদাহৰণ দি থৈ গৈছে - পণ্ডিত সকলে - গতিকে যুৱ চামলৈ মোৰ অনুৰোধ দেশখন মোঁহৰ গোৱালৰ হাঁতত এৰি দিব নালাগে নহ'লে -দেশ - দেহৈ নাথাকিব পৃথিৱী - পৃথিবী হৈ নাথাকিব

  • @swarnabhajani6884
    @swarnabhajani6884 2 หลายเดือนก่อน +18

    কুমলীয়া হ'লেও গৌৰৱ গগৈৰ ওপৰত বহু আশা,
    বহু আস্থা । অবিশ্বাসৰ মাজৰ পৰা বিশ্বাস ঘূৰাই আনিব লাগিব নতুন প্ৰজন্মৰ বাবে । ব্যক্তিৰ বাবে নহয়, সমাজৰ বাবে ৰাজনীতি ...এই আদৰ্শটো দেখা পাইছোঁ‌ গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত।
    আৰ্থ-ৰাজনৈতিক যুঁ‌জ এখনৰ বাবে বহু পৰিকল্পিত আঁ‌চনি আৰু কঠোৰ শ্ৰম অপৰিহাৰ্য । গৌৰৱ গগৈৰ দৰে মূল্যবোধ সম্পন্ন নেতাৰ দায়িত্ব বাঢ়িল ।
    আমাৰ শুভেচ্ছা আছে অফুৰন্ত ।

  • @sanahigogoi381
    @sanahigogoi381 หลายเดือนก่อน +7

    সচাকৈয়ে সহজ সৰল লাগে আপোনাক মানুহৰ ব্যৱহাৰে মানুহ পৰিচয় সুখী পৰিয়াল

  • @bulbulAxom099
    @bulbulAxom099 2 หลายเดือนก่อน +34

    গৌৰৱ গগৈৰ কথা কিনো কম ❤️। তেখেতৰ মাজত অসমৰ ভৱিষ্যত দেখা পাওঁ ❤️❤️

  • @pradiphazarika4682
    @pradiphazarika4682 หลายเดือนก่อน +1

    মহান ব্যক্তি বাবেই মহান ব্যক্তিজনৰ মহানুভৱ মহানতাৰে অনুভৱ কৰিবলৈ অসুবিধা কন পাইছো । অতি আআগ্ৰহেৰে চালো খুনিলো । ধন্যবাদ।

  • @nomiboro8325
    @nomiboro8325 หลายเดือนก่อน +3

    এজন সহজ সৰল ব্যক্তি, কথাবোৰ শুনি ভাল লাগিল। আপুনি আগুৱাই যাওঁক আমি সদায় লগত আছো .....

  • @mouchumidas9373
    @mouchumidas9373 หลายเดือนก่อน +2

    আইচেংফা বা তুমালৈ বহুত মৰম দিলোঁ আৰু 'ৰেন মৌ যাত্ৰা, আগুৱাই যাওক শ্ৰী গৌৰৱ গগৈ ছাৰ অভিনন্দন জনালো

  • @chinasreephukon7275
    @chinasreephukon7275 หลายเดือนก่อน +7

    গৌৰৱ গগৈ জিন্দাবাদ 🙏🙏🙏

  • @jibanborah3930
    @jibanborah3930 2 หลายเดือนก่อน +6

    Such a humble person gourav gogoi is ..He will be the next CM of Assam

  • @DevajitpeguDevajitpegu-nc6qn
    @DevajitpeguDevajitpegu-nc6qn 2 หลายเดือนก่อน +12

    Gaurav Gogoi future cm ❤❤

  • @swarnabhajani6884
    @swarnabhajani6884 หลายเดือนก่อน +2

    গৌৰৱ গগৈদেৱ, আপোনাৰ মুখত যেন কেতিয়াও অহংকাৰ প্ৰকাশ নাপায়। নম্ৰতা আপোনাৰ গুণ হৈ থাকক।

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u 2 หลายเดือนก่อน +13

    গৌৰৱ গগৈ অসমৰ ভৱিষ্যত, অসমৰ গৌৰৱ। তেখেতৰ দীঘায়ু কামনা কৰিলো।

  • @luitporiyavibes6476
    @luitporiyavibes6476 2 หลายเดือนก่อน +17

    শিয়ালৰ জাক জাক সিংহ এটাই!

  • @apurbadutta4261
    @apurbadutta4261 2 หลายเดือนก่อน +6

    Best interview...bohut vl lagil..ejan Nika monar netar pora bohut kotha bujilu

  • @jayantiborah603
    @jayantiborah603 2 หลายเดือนก่อน +5

    আপোনাৰ প্ৰশ্ন শিতানত অসম গৌৰৱ গৌৰব গগৈৰ কথোপকথন সম্পূর্ণ চালো। তেখেতৰ কথা ই অসম বাসীকে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ধন্যবাদ। 🙏🙏🙏

  • @sanjibkutum2652
    @sanjibkutum2652 2 หลายเดือนก่อน +9

    সুন্দৰ অনুষ্ঠান, চাই খুব ভাল লাগিল

  • @Tarali999
    @Tarali999 2 หลายเดือนก่อน +41

    একেবাৰে সহজ সৰল আৰু চিধা‌ মনৰ মানুহ❤

  • @manuranjangogoi3856
    @manuranjangogoi3856 2 หลายเดือนก่อน +10

    ভাল ব্যক্তিত্বৰ মানুহজন

  • @jiaunnaher6318
    @jiaunnaher6318 2 หลายเดือนก่อน +124

    Future CM of Assam

  • @rubuldas1219
    @rubuldas1219 2 หลายเดือนก่อน +6

    Gaurav sir buli nokou.. dada hisapa bisaro.assam r manuhor monot❤

  • @DigantaHazarika-hp9zs
    @DigantaHazarika-hp9zs 2 หลายเดือนก่อน +9

    Gourab gogoi is a great man

  • @user-po6wd1xs9g
    @user-po6wd1xs9g 2 หลายเดือนก่อน +9

    Gaurav Gogoi political man best man Gaurav Gogoi zindabad

  • @ranubora3083
    @ranubora3083 2 หลายเดือนก่อน +7

    সুন্দৰ অনুষ্ঠান

  • @dhnanjaymorang1784
    @dhnanjaymorang1784 2 หลายเดือนก่อน +7

    গৌৰৱ গগৈ জিন্দাবাদ

  • @dibakargogoi5181
    @dibakargogoi5181 2 หลายเดือนก่อน +4

    Very Very nice. Nojona buhut hikilu aru bujilu. Kisuman onarthok bhram atorai diyar babe akow dhanyawad baideo. Even we all love and like Gaurab Gogoi always.

  • @mohaswerdihingia4967
    @mohaswerdihingia4967 หลายเดือนก่อน +3

    এনে ধৰণৰ বাৰ্তালাপ পে আমাৰ অসম আগুৱাই যোৱাৰ এটা সপোন যেন লাগে

  • @bichitranarayanborah5170
    @bichitranarayanborah5170 หลายเดือนก่อน +2

    এই চিন্তা শক্তিশালী হৈ থাকক

  • @nishikeshhandique
    @nishikeshhandique 23 วันที่ผ่านมา +1

    He is so smart, intelligent , energetic,the way he deliver his speech/ideology,,love to see him as chief minister of Assam in future...

  • @user-ob1tf6im2e
    @user-ob1tf6im2e หลายเดือนก่อน +6

    বাইদেউ আপোনাক ইমান মৰম
    লাগে কথা বোৰ ইমানেই ভাল লাগে নিজকে বুজাব নোৱাৰা হৈ যাওঁ আপোনাৰ ভিডিঅ' বোৰ সদায় চাওঁ আমাৰ নতুন প্ৰজন্মৰ বাবে ভাল মানুহ এজন আগবাঢ়ি আহিছে গৌৰৱ গগৈ ডাঙৰীয়া ভাল আদৰ্শ বান সাংসদ হিচাপে পাইছোঁ নিচ্চয় আগলৈও কাম কৰি জাব বুলি আশা কৰিছোঁ প্ৰগ্ৰেম টো চাই বহুত ভাল লাগিল আৰু বাকী গগৈ কেইজনক যদি আমন্ত্ৰণ জনায় যেন আমাৰ বিধায়ক গগৈ ক চাব বিচাৰো তেওঁ কি কি বুলি নো কয় খুউব সোনকালেই আমন্ত্ৰণ জনাব বুলি আশা ৰাখিলোঁ

  • @nabajyotirabha7841
    @nabajyotirabha7841 21 วันที่ผ่านมา +1

    ভাল দূৰদৰ্শী এজন ব্যক্তি❤

  • @krishnahazarika6391
    @krishnahazarika6391 หลายเดือนก่อน +5

    Great person... I want to see him.future CM in Assam 🙏

  • @user-mp3qz3fz8q
    @user-mp3qz3fz8q 2 หลายเดือนก่อน +7

    Gourab gogoi asam tiger.he is realy son of the god.he is asam future.live long God be with you.

  • @bophazarika1947
    @bophazarika1947 หลายเดือนก่อน +5

    Mr. Gaurav Gogoi is having a decent personality. Once he will be a celebrated political leader in high capacity.

  • @jyotiprabhadevi1481
    @jyotiprabhadevi1481 2 หลายเดือนก่อน +6

    সুন্দৰ অনুষ্ঠান। ৰাজনীতিবিদ হিসাবে এজন সুন্দৰ ব্যক্তি।

  • @sanipayeng1398
    @sanipayeng1398 หลายเดือนก่อน +3

    গৌৰৱ দা জিন্দাবাদ ❤

  • @mainavlogs3407
    @mainavlogs3407 หลายเดือนก่อน +4

    Future CM of Assam🎉🎉🎉🎉

  • @BiswajitGogoi-ek8bt
    @BiswajitGogoi-ek8bt 2 หลายเดือนก่อน +7

    Eman digholia speech first time skip nakarakoi salu....Val lagil...

  • @rbgassam4422
    @rbgassam4422 หลายเดือนก่อน +2

    বৰ ধুনীয়া অনুষ্ঠান এটা চালো,ধন্যবাদ আইচেংফা❤

  • @madhabsocialist6505
    @madhabsocialist6505 หลายเดือนก่อน +3

    গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা অসমৰ ৰাজনৈতিক নেতা সকলে বহুত শিকিব লগা আছে।

  • @mf-xz6es
    @mf-xz6es 2 หลายเดือนก่อน +5

    গৈৰৱ গগৈ ❤

  • @harkhitmohan9552
    @harkhitmohan9552 หลายเดือนก่อน +2

    Bhot Val lagil

  • @bobysonowal6016
    @bobysonowal6016 2 หลายเดือนก่อน +9

    ছাৰ hodai vale থাকক দীৰ্ঘায়ু হওক amar সকলোৰে akha apuni.

  • @nafijarahman4678
    @nafijarahman4678 2 หลายเดือนก่อน +5

    Favourite ❤️❤️❤️

  • @mahantadas1874
    @mahantadas1874 2 หลายเดือนก่อน +4

    আপোনাৰ কামবোৰ ধুনীয়া হৈ গৈ আছে ৷ আপোনাৰ এই যাত্ৰা অবিৰত গৈ থাকৰ ❤

  • @Assam_majuli
    @Assam_majuli 2 หลายเดือนก่อน +4

    কুমলীয়া সাংসদ❤।আশা কৰো পৰৰ্বতী মুখ্যমন্ত্ৰী🎉🎉🎉🎉

  • @anamikabaishya3084
    @anamikabaishya3084 หลายเดือนก่อน +1

    Interview tu ses huai mn2 Bea lgi gl ...duyojn r kotha khini xuni a thakim Jen tnkua lgise..baa apuni emn dhunia kotha koi...gogoi sir amar future cm hua2 bisaru .. great person apuni..emn dhunia k koise kotha bur...apunar dore ru 5jn neta thakile amar Assam khn santire vori poribo

  • @LijaySutradhar-kt4rr
    @LijaySutradhar-kt4rr 2 หลายเดือนก่อน +5

    Gaurav Gogoi zindabad zindabad

  • @chawdggogoi8722
    @chawdggogoi8722 2 หลายเดือนก่อน +20

    গৌৰৱ চাৰ ❤
    এজন ভাল মানুহ আমি আশাকৰোঁ এদিন অসমৰ cm হৱ তেওঁ দৰে এজনো নাই mp

  • @user-ti1mk5cw3g
    @user-ti1mk5cw3g 2 หลายเดือนก่อน +3

    We expect with high hopes to see Gaurav Gogoi as the future CM of Assam or later as PM of India

  • @ranjanupadhyay9466
    @ranjanupadhyay9466 2 หลายเดือนก่อน +2

    Dhunia Interview..Thanks to Aisengfaa👍💐😘

  • @user-it8dw6te6t
    @user-it8dw6te6t หลายเดือนก่อน +4

    Garuv gogoi jindabad ru mur favourite ❤🎉❤

  • @jatishmandas8386
    @jatishmandas8386 หลายเดือนก่อน +7

    Future CM of assam

  • @DhurboPegu
    @DhurboPegu หลายเดือนก่อน +1

    Thankyou jaatra ba apunanar karone aji ami eman mohan biyokti ajonor byoiktyabo hubibo paisu nise apun amar gaurav gogoi dangoriya, thankyou jaatra baki val val aru mohan biyaktir byoiktyabo huniboloi akha rakhilu thankyou 👌

  • @rajprotimgogoi53
    @rajprotimgogoi53 2 หลายเดือนก่อน +19

    Gaurav gogoi logot ami hodai asu
    Future CM of assam

  • @bijoybhusansaikia7571
    @bijoybhusansaikia7571 2 หลายเดือนก่อน +4

    Good son of a Great Man, salute to Tarun Gogoi Ji.

  • @Niku_Mix_Vlogs
    @Niku_Mix_Vlogs 2 หลายเดือนก่อน +16

    তেখেত এজন প্ৰকৃত ৰাজনীতিবিদ আৰু সুন্দৰ মনৰ অধিকাৰী

  • @purbaligogoi5193
    @purbaligogoi5193 2 หลายเดือนก่อน +3

    One of the best impressive discussion 🙏

  • @dhanjitnath8871
    @dhanjitnath8871 2 หลายเดือนก่อน +22

    গৌৰৱ গগৈয়ে 2026t অসমৰ হৈ নেতৃত্ব দিয়ক হেমন্ত আৰু অসমত ৰজা হৈ নাথাকিব সেইটো নিশ্চিত

  • @kanakgogoi1769
    @kanakgogoi1769 หลายเดือนก่อน +2

    সচাকৈ ভাল লাগিছে । দুয়োলৈকে শুভকামনা যাছিলো ।

  • @anjaleedutta9507
    @anjaleedutta9507 27 วันที่ผ่านมา +1

    Bohut bohut xuva kamona thakil Gaurab

  • @nitupaldutta1927
    @nitupaldutta1927 หลายเดือนก่อน +2

    বা সচাই আপোনাৰ অনুষ্ঠানটি বহুত ভাল লাগে। আপুনি কথা বিলাক স্পষ্টভাবে কয় আৰু অতি সাময়িকভাবে অনুষ্ঠানভাগ চলাই নিয়ে আৰু নিজক সদায় শিৱসাগৰীয়া হিচাপে গৌৰৱ অনুভৱ কৰো

  • @dimpudas4090
    @dimpudas4090 2 หลายเดือนก่อน +3

    My favourite person GAURAV GOGOI you win or lose doesn’t matter I always have a support with you 🎉

  • @dipakgogoi8800
    @dipakgogoi8800 2 หลายเดือนก่อน +8

    ভাল ভাল মানুহৰ গঠন মূলক পৰামখ বিচাৰো ৰাজনিতি নিবিছাৰো
    ৰেণমৌ long life

    • @Dhruba142official
      @Dhruba142official 2 หลายเดือนก่อน +4

      Congress dolor 90%manuhok bya paw.
      Asar bebohar kintu GAURAV gogoi .k val pau val lage .val manuh tew. ❤

  • @manjubarman1855
    @manjubarman1855 2 หลายเดือนก่อน +7

    কি সুন্দৰ ব্যক্তিত্ব!❤

  • @niahognitaj2141
    @niahognitaj2141 2 หลายเดือนก่อน +1

    Excellent conversation and praiseworthy thought process by beloved Gaurav Gogoi, the voice of India and heart of Assam, we find a real leader in him who can represent people of Assam and India. Best wishes to Aichengpha and Hon'ble MP. A positive and fruitful discussion.

  • @himuhrishi
    @himuhrishi 2 หลายเดือนก่อน +3

    Bhal manuh bhal kotha ❤

  • @sangitapegu1675
    @sangitapegu1675 หลายเดือนก่อน +2

    Future C. M. Gourav❤❤❤❤❤love from Guwahati Assam.

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 2 หลายเดือนก่อน +3

    খুব সুন্দৰ বাৰ্তা লাপ, ভাল লাগিল,খুব সুন্দৰ ব্যক্তিত্বৰ লোকজনৰ অনুভৱবোৰ। এই কথোপকথন খিনি ভোটদানৰ পিছত কিয় দিলে?আগতেই প্ৰচাৰ কিয় নকৰিলে? আইচেংফালৈ মোৰ প্ৰশ্ন,,,,,, গৌৰৱ গগৈ ডাঙৰিয়া সদায় ভালে থাকক তাকে কামনা কৰিলোঁ 🙏🏻🙏🏻🙏🏻

    • @aichengfaboruahofficial2100
      @aichengfaboruahofficial2100 2 หลายเดือนก่อน +2

      প্ৰচাৰৰ ব্যস্ততাৰ বাবে তেখেতে অসমৰ অন্তিম পৰ্য্যায়ৰ নিৰ্বাচনৰ দিনা অর্থাৎ ৭ মে 'ৰ দুদিন আগতহে ৰেন মৌলৈ আহিব পাৰিলে। আৰু নিৰ্বাচনৰ 'Model Code of Conduct' অনুসৰি ভোট গ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে, প্ৰাৰ্থী বা ৰাজনৈতিক দলে কোনো ধৰণৰ কাৰ্য্য যেনে সভা, সাক্ষাৎকাৰ আদিত অংশগ্রহণ কৰিব নোৱাৰে যিয়ে ভোটাৰক প্ৰভাৱিত কৰিব পাৰে।
      সেয়েহে, নিৰ্বাচন আয়োগে ধৰি দিয়া ৪৮ ঘণ্টাৰ Silence Period শেষ হোৱাৰ লগে লগেই ৮ তাৰিখে সাক্ষাৎকাৰটি Upload কৰা হৈছে। সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই নিজেও আজিহে সাক্ষাৎকাৰটি 'যাত্ৰা'ৰ 'ৰেন মৌ'ৰ জড়িয়তে আপোনাসৱলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছিল। 🙏😊

    • @MonmiBaruah-lz5oc
      @MonmiBaruah-lz5oc 2 หลายเดือนก่อน

      @@aichengfaboruahofficial2100 জনোৱাৰ বাবে ধন্যবাদ 🙏🏻🙏🏻🥰🥰

  • @soonmoni6746
    @soonmoni6746 หลายเดือนก่อน +5

    ❤❤❤❤ gaurav Gogoi zindabad, মোৰ পিয় মানুহ

  • @user-ot4ly1he8j
    @user-ot4ly1he8j 2 หลายเดือนก่อน +3

    প্রিয় ব্যক্তি---চাই আছোঁ

  • @user-eq1qr9iu4s
    @user-eq1qr9iu4s 23 วันที่ผ่านมา +1

    ❤❤ Garoup Gogoi Sir God Blese You Sir Yes god