ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

বহুকেইদিন পল্টনবজাৰ ষ্টেচনত থাকিব লগা হৈছিল, তাৰ পিছত কেনেকৈ হ'ল সফল?

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ส.ค. 2024

ความคิดเห็น • 383

  • @rajashreeborgohain5998
    @rajashreeborgohain5998 ปีที่แล้ว +23

    জীৱনত প্ৰথমবাৰৰ বাবে এটা সংগ্ৰাম ৰ জীৱন পঢ়িলোঁ।এটা কথাও শুনি আমনি নালাগিল।একেবাৰে নিষ্ঠুৰ বাস্তৱক দাঙি ধৰিছে তেওঁ।সঁচা জীৱনৰ বৰ্ণনা দিছে তেওঁ।দুখ লাগিল শুনি কিন্তু শান্তি পালোঁ মনত।আৰু পালোঁ সাহস,নিজৰ জীৱনৰ চকা ঘূৰাবলৈ।আৰু এটা কথা কিজানি তেওঁৰ বন্ধুজন ভগৱানৰে এক ৰূপ আছিল।দু সময়ত সংগ দিবলৈ।তাৰ কাম শেষ গতিকে আজিও সন্ধান নাই ,হেৰাই গল অচিন দেশত।

  • @BornaliBorgohain-cn6gr
    @BornaliBorgohain-cn6gr ปีที่แล้ว +14

    সাগৰ নীল দাৰ সংগ্ৰামৰ কথা খিনি খুব বেছি দুখ লাগিল... শেষৰ কথা খিনিয়ে অন্তৰ চুই গল...❤❤

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 ปีที่แล้ว +19

    বহুত বহুত সুখী হোৱা ,মনে বিচৰা ধৰণেৰে সকলো তোমাৰ হাতত আহি পৰক, অফুৰন্ত শুভ কামনা জনালোঁ।

  • @Niharikaburagohaindeori
    @Niharikaburagohaindeori ปีที่แล้ว +71

    কষ্টৰ ফল সদায় মিঠা ♥️ আপোনাৰ জীৱন সংগ্ৰামৰ কথাখিনি শুনি দুখ লাগিল সচাই 🥺

    • @user-lg9th9pt7g
      @user-lg9th9pt7g ปีที่แล้ว +1

      😊

    • @sashiprovadas2509
      @sashiprovadas2509 ปีที่แล้ว +1

      কষ্টৰ ফল সদায় মিঠা।মঙ্গল কামনা কৰিলোঁ

    • @utpalsonowal2998
      @utpalsonowal2998 9 หลายเดือนก่อน

      ​@@sashiprovadas2509অপশন

    • @merinabegum1543
      @merinabegum1543 9 หลายเดือนก่อน

      ​@@sashiprovadas2509😢.❤😊😊😊😊b❤

  • @mainikhandadhara
    @mainikhandadhara 10 หลายเดือนก่อน +6

    আপোনাৰ ধৈৰ্য্য শক্তিক শত কোটি প্ৰণাম 🙏🙏🙏 আগুৱাই যাওঁক দাদা 🌠 ৰাধিকা এদিনো মিছ নকৰাকৈ চালোঁ...মোৰ প্ৰিয় অভিনেতাসকলৰ মাজৰ আপুনিও এজন 💚💚

  • @purobeegogoi1343
    @purobeegogoi1343 ปีที่แล้ว +6

    তোমাক এনেই ভাল লাগে , কিন্তু সচাঁখিনি জানি আৰু ভাল লাগিল। বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। সদায় এনেকৈ থাকিবা

  • @jinugungun6917
    @jinugungun6917 ปีที่แล้ว +8

    প্ৰিয় অভিনেতা জন ❤️ কথা বোৰ শুনি আৰু বেছি ভাল লাগিল

  • @mintubaishya6462
    @mintubaishya6462 ปีที่แล้ว +16

    দাদাজনক লগ পাবলৈ মন গৈছে। বহ বহুত বহুত শুভেচ্ছা জনালোঁ কুশলে থাকিব সদায়,লগ পাম নিশ্চয় 🙏💪🌼

  • @paharisvlogs5633
    @paharisvlogs5633 ปีที่แล้ว +10

    দাদা, আপোনাৰ কাহিনী বিশেষ।। সাহস পাইছো নিজৰ জীৱনৰ কাইটীয়া বাটচোৱা পাৰ কৰি নিবলৈ।।আপোনি আৰু আগুৱাই যাওক সদায়।।👍🏻👍🏻 আশা কৰো আপোনাৰ বন্ধুজন আকৌ ঘুৰি আহক।। 😊

  • @ranjukalita474
    @ranjukalita474 ปีที่แล้ว +4

    প্ৰিয় অভিনেতা সাগৰ,এৰি অহা জীৱনৰ কাহিনী বোৰ শুনি দুখ লাগিল।

  • @polisaikia6921
    @polisaikia6921 ปีที่แล้ว +10

    একেবাৰে skip নকৰাকৈ চালো , সঁচাই বহুত দুখ লাগিল❤

  • @mondirabaruah5414
    @mondirabaruah5414 ปีที่แล้ว +5

    আপোনাৰ জীৱন হাঁহি কান্দোন আৰু প্ৰতিঘাটেৰে ভৰাৰ পাছত বহুত ভালকৈ সফল হৈছে।ভাল লাগে আপোনাৰ অভিনয় চাই।কষ্টৰ ফল সদায় মিঠা হয়।ইমান বাধা, কষ্ট অহাৰ পাছতো আপুনি হাৰ মনা নাছিল । আৰু আগবাঢ়ি যাওক। শুভেচ্ছা থাকিল।

  • @loknathboruah1812
    @loknathboruah1812 ปีที่แล้ว +7

    বৰ ভাল লাগিল। বহুত positive energy আছে।মন চুই গ'ল।

  • @likeit8446
    @likeit8446 ปีที่แล้ว +11

    ইমান মৰমলগা লৰাটোৰ অতীত যে ইমান কষ্টকৰ মই ভবাই নাছিলো ৷ আগুৱাই যোৱা সাগৰ ৷বহুত বহুত শুভেচ্ছা আৰু শুভাশীষ তোমালৈ

  • @sagarikakataki762
    @sagarikakataki762 ปีที่แล้ว +12

    বহুত ভাল লাগিল সফলতাৰ জখলাডাল বগাব ইমান উজু নহয় বহুত বেছি কঠিন ! কষ্টৰ ফল সদায় মিঠা ।

  • @gankurvlogaxom2339
    @gankurvlogaxom2339 ปีที่แล้ว +9

    বহুত show salu দাদা লগত এই Show টো 10 বাৰ চালো . অন্তৰ চুই গল ! ❤

  • @munu2505
    @munu2505 ปีที่แล้ว +4

    বহুত ভাল লাগিল চাই। সংগ্ৰামৰ আন এক নাম জীৱন।সাগৰ নীলৰ অভিনয় চাই সঁচাকৈ বহুত ভাল লাগে।।। আগুৱাই যাওঁক সদায়।।। শুভেচ্ছা থাকিল সদায়।।

  • @bobitaborah1356
    @bobitaborah1356 ปีที่แล้ว +4

    বহুত ভাল লাগিল কথাবোৰ শুনি, ইমান কষ্ট কৰি জীৱনটো আগবঢ়াই নিয়াজন আনবাবে আদৰ্শ ।আশীৰ্বাদ কৰিছো ভৱিষ্যত টো সুন্দৰ হওঁক ।

  • @Topicless985
    @Topicless985 ปีที่แล้ว +6

    সাগৰ নীল দাৰ কথাবোৰ সঁচাকৈ Impressive.... ❤

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc ปีที่แล้ว +10

    তেখেতৰ জীৱন জীনাৰ সংগাম খিনিয়েই দেখোন এখন চিনেমা হ'ব , তেওঁ ৰ ধৈয কিন্তু মানিব লগীয়া আৰু আগুৱাই যাওক তাকে কামনা কৰিছোঁ 👏👏👏👏

  • @krishmarai1871
    @krishmarai1871 ปีที่แล้ว +6

    আপোনাৰ জীৱন কাহিনীৰ পৰা বুজিলো যে কষ্টৰ ফল সদায় মিঠা। সদাই হাঁহি থাকা জীৱনত আগুৱাই যোৱা । তোমাৰ হাঁহিটো বৰ মৰমলগা 😊

  • @mb.divine5992
    @mb.divine5992 ปีที่แล้ว +6

    সাগৰ তোমাৰ জীৱন কাহিনী শুনি বহুত আবেগিগ হলো ।তোমালৈ হিয়া উজাৰি শুভেচ্ছা জনালোঁ ।ভৱিষ্যত উজ্জল কামনা কৰিলো ।বহুত বহুত আগবাঢ়ি যোৱা পিছলৈ উভতি নাচাবা ।❤

  • @rashmihazarika7288
    @rashmihazarika7288 ปีที่แล้ว +8

    সঁচাই ধুনীয়া অভিনয় কৰে।কথা শুনি ধৈয্যৰ প্ৰমান পালো।কষ্ট কৰিলে ৰত্ন পায়।

  • @mamonipatar4851
    @mamonipatar4851 11 หลายเดือนก่อน +3

    বহুত ভাল লাগিল। এতিয়া ৰাজকুমাৰী চাই আছোঁ। কথা বোৰ, সংলাপ বোৰ বহুত ভাল লাগে।

  • @nirmalihazarika5770
    @nirmalihazarika5770 ปีที่แล้ว +5

    Aijon sagar neel huar agt kiman besi struggle krile bapree blv e kribo para nai.. Hats off to you Sagar neel da

  • @nijorapatangia7797
    @nijorapatangia7797 ปีที่แล้ว +26

    ভাল লাগিল সাক্ষাৎকাৰ টো চাই । মোৰ প্ৰিয় অভিনেতা সাগৰ । তেওঁৰ এৰি অহা জীৱনৰ কাহিনী শুনি বহুত দুখ লাগিল । আগুৱাই যাওঁক সফলতাৰ দিশেৰে ।

  • @priyankahazarika1197
    @priyankahazarika1197 ปีที่แล้ว +4

    One of my fvrt actor❤️🥰 vl vl film pabo lage ekhete..such a good actor

  • @Sadhana-fr5ih
    @Sadhana-fr5ih 10 หลายเดือนก่อน +3

    ধন্যবাদ, অত্যাধুনিক যুৱ প্ৰজন্মৰ তুমি যেন পথ প্ৰদাশক হৈ ৰোৱা। বহুত ভাল লাগিল।

  • @depalitamuli4012
    @depalitamuli4012 11 หลายเดือนก่อน +3

    তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো । তোমাৰ অভিনয় বহুত ভাল লাগে । আগবাঢ়ি যোৱা । পাৰ হৈ যোৱা বিলাক পাহৰি যোৱা । নতুনক আদৰি লোৱা ।

  • @kasturichangmai4033
    @kasturichangmai4033 11 หลายเดือนก่อน +2

    ভাইটি জনৰ কথা বোৰে মনটো চুই গৈছে দুখ লাগিছে

  • @LolitBora-iz5vn
    @LolitBora-iz5vn ปีที่แล้ว +3

    সাগৰ দা নদীৰ পৰা সচাঁ সাগৰ খনলৈ ঈশ্চৰে লৈ জওক তাকেই এই অভাজনে ঈশ্চক প্ৰথনা জনালো। আপোনাৰ চেনেলৰ উওৰ উওৰ কামনা জনালোঁ। জীৱনটো আগুৱাই নিয়াতৰ নিজৰ আদ্যম হেপাহ আৰু ঈশ্চা হৱ লাগিৱ । মই বুজিব পালো। জয়াই অসম মই অসমীয়া। (ডা ভূপেন হাজৰিকাৰ কথাৰে) ।

  • @Inudutta-cy9cj
    @Inudutta-cy9cj ปีที่แล้ว +4

    বহুত দুখ লাগিল আজি এওৰ কথাবোৰ ।

  • @sanchitaborua2507
    @sanchitaborua2507 11 หลายเดือนก่อน +6

    তোমাৰ কাহিনীটোৱে সঁচাকৈয়ে কন্দুৱালে.. আগুৱাই গৈ থাকা ❤

  • @hemalatadevi6210
    @hemalatadevi6210 ปีที่แล้ว +7

    সাগৰ নীল , আপোনাৰ ভবিষ্যৎ জীৱনলৈ শুভকামনা জনালোঁ । আগুৱাই যাওঁক উন্নতিৰ শিখৰলৈ । এইখিনিতে আপোনালৈ এটা অনুৰোধ, আপুনি যিহেতু ইতিমধ্যে উল্লেখ কৰিছে যে আপোনাৰ সেই বিশেষ বন্ধুজনৰ ঘৰ যোৰহাটত। গতিকে নিশ্চয় আপুনি বন্ধুজনৰ ঘৰৰ ঠিকনা জানে । এবাৰ আপুনি তেখেতৰ যোৰহাটৰ ঘৰত খবৰ কৰিলে নিশ্চয় তেখেতৰ খবৰ পাব ।

  • @pekillergaming5294
    @pekillergaming5294 ปีที่แล้ว +2

    সাগৰ তোমাৰ এই সাক্ষাৎকাৰটো চাই তোমাৰ জীৱনৰ সংগ্ৰামৰ কথা শুনি আপ্লুত হলো আৰু তোমাৰ জীৱনৰ কষ্টৰ কথা শুনি মোৰ চকুৰে কবনোৱাৰাকৈয়ে চকুলো ওলাই গৈছে৷ কষ্টৰ ফল সদায় মিঠা৷ তুমি জীৱনত কৰা সংগ্ৰামৰ ফল পাইছা৷ ভগৱানে তোমাক আৰু আগুৱাই যাবলৈ যেন শক্তি দিয়ে৷ মই তুমি অভিনয় কৰা প্ৰায়খিনি ধাৰাবাহিকই চাইছো৷ তোমাৰ অভিনয় মই বহুতভাল পাওঁ৷ এদিন তোমাক ওচৰৰ পৰা চাই কথা পাতিবলৈ বহুত মন আছে৷ কিন্তু পামনে নাপাম নাজানো৷ তোমাৰ ফোন নম্বৰটো পাম নে? মই তোমাৰ এজন প্ৰিয় দৰ্শক৷

  • @PujaDas-sy8nz
    @PujaDas-sy8nz 11 หลายเดือนก่อน +2

    বহুত বেছি ভাল লাগিল কথা খিনি শুনি সঁচাকৈ কান্দিব লগা অৱস্থা হৈ গৈছে মানুহে অলপ চিনি পাবলৈ বহুত কষ্টৰ প্ৰয়োজন আজি ভালকৈ বুজি পালোঁ বহুত সংগ্ৰাম কৰিছে আপুনি জীৱন পথত।আৰু আপোনাৰ অভিনয় মোৰ বহুত ভাল লাগে আপুনি থকা যিকোনো বস্তু মই চাওঁ আৰু আগলেও চাই থাকিম ❤🤗💕

  • @uttaratamuli6194
    @uttaratamuli6194 11 หลายเดือนก่อน +2

    মোৰ প্ৰিয় অভিনেতা সাগৰ। জীৱন কাহিনী শুনি বহুত লাগিল

  • @bandanabora6499
    @bandanabora6499 ปีที่แล้ว +5

    আপোনাৰ কথাখিনি শুনি চকুপানী ওলাই গল আপোনাৰ অচিন চিনাকি চাই বৰ ভাল লাগিছিল আপোনাৰ কাৰণেই চাইছিলো প্রিয় অভিনেতা আপুনি ....উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ🎉

  • @dikshyaborahshorts2314
    @dikshyaborahshorts2314 ปีที่แล้ว +6

    কথাখিনি শুনি বহুত দুখ লাগিল।চকুপানী ওলাই গৈছে

  • @user-js6gl5ie4w
    @user-js6gl5ie4w ปีที่แล้ว +2

    আপোনাৰ জীৱন পৰা প্ৰেৰণা পাইছোঁ। নেদেখা জনক প্ৰাৰ্থনা কৰিছোঁ আপুনি আৰু আগুৱাই যাওক

  • @Grihini123
    @Grihini123 ปีที่แล้ว +8

    বহুত কষ্ট কৰি সফল হোৱাটোৱে জীৱনৰ লক্ষ্যত উপনীত হৈছে। একটিং চাই খুব ভাল পাওঁ। অংগীকাৰ খন চাই আচু।

  • @monithakuria1849
    @monithakuria1849 ปีที่แล้ว +3

    Radhika khnt bht vl lgisile❤❤ata episode mis nkrak saisilu..... Aguwai juwa❤❤

  • @pahariborah7928
    @pahariborah7928 ปีที่แล้ว +4

    Interview tu sai hosakoi khub val lagil.. Logote dukh lagil Struggle bur gom pai.. Motivational interview 👍👍

  • @seemapathak475
    @seemapathak475 ปีที่แล้ว +11

    One of my favourite actor .

  • @dikshitatalukdar8802
    @dikshitatalukdar8802 ปีที่แล้ว +3

    Asin sinaki.. Favorite serial mur.. Dada apunar kotha khini sosai heart touching... Keep shining dada...

  • @debarajbarua5121
    @debarajbarua5121 ปีที่แล้ว +3

    সাগৰদাৰ সংগ্ৰামৰ কাহিনীয়ে সাহস দিলে।ভাল লাগিল সচাকৈয়ে

  • @swapnaliakakh2449
    @swapnaliakakh2449 ปีที่แล้ว +14

    মানুহজনক ভাল লাগে ❤️

  • @baishnabeedevi8695
    @baishnabeedevi8695 ปีที่แล้ว +5

    Real hero apuni ❤

  • @manjitbora5016
    @manjitbora5016 ปีที่แล้ว +3

    Interview tu sai bhut val lagil..neel dar acting sai hasai val lage..aguai jaok neeldaa..vagabane unatir jakhaladal bagaboloi sadai sahash aru sakti diok

  • @anantamonafurontamusical3230
    @anantamonafurontamusical3230 10 หลายเดือนก่อน +1

    বহুত স্মাৰ্ট লৰা সকলো ঠিকেই আছে বাৰু পিছে এটাদুটা মিচা কথাও কৈছে চাগে তেনেকুৱা লাগিছে জেনেৰেলি সাইকোলোজি বস্তু টো অকন বেছি মোৰ

  • @pangkajdeka6510
    @pangkajdeka6510 ปีที่แล้ว +9

    Sagar daa salute to u 🤗🤗🤗

  • @depakgogoi789
    @depakgogoi789 11 หลายเดือนก่อน +2

    পাহৰিছো কোন খন চিৰিয়েল আছিল, প্ৰথম দেখিয়ে মনে কৈছিল এইগৰাকী ভাল অভিনেতা হ'ব| আজি জীৱনৰ যুদ্ধ খনৰ কথা শুনি চ্যেলুট এটা মাৰিছো|

  • @kaustovgamer4959
    @kaustovgamer4959 ปีที่แล้ว +2

    খুব ভাল লাগিল চাই। অৱশ্যে বহুত দুখ লাগিল।

  • @Inudutta-cy9cj
    @Inudutta-cy9cj ปีที่แล้ว +4

    এতিয়া তুমি যিমানেই বন্ধ পোৱা সেইজন প্ৰকৃত বন্ধ আছিল কেতিয়াও তেওক পাহৰি নাজাবা ।

  • @richabharadwajsharma4598
    @richabharadwajsharma4598 ปีที่แล้ว +3

    Iman xohoj xorol koi koise kothakhni
    Bor bhal lagil kothakhni
    Inspiring
    Loads ans loads of love❤

  • @bhaylinasaikia5940
    @bhaylinasaikia5940 ปีที่แล้ว +8

    লগৰজনক মনত থাকি গ'ল ,ফেচবুকত হ'লেও বিচাৰিব নোৱাৰি নে! তেও বা কেনে আছে!

  • @aratidevi3590
    @aratidevi3590 11 หลายเดือนก่อน +3

    মন দাৰ অভিনয় বহুত ভাল্ লাগে,,, ৰাজকুমাৰী ত্

  • @niyor-7483
    @niyor-7483 10 หลายเดือนก่อน +2

    ডুলিয়াজান কলেজত পঢ়োতে লগ পোৱা এজন ভাল বন্ধু ।। ভৰত -বুলি পৰিচিত।।বন্ধু..... তোমাৰ কথাবোৰে মন চুই গল।

  • @deepjyotinath4240
    @deepjyotinath4240 10 หลายเดือนก่อน

    আগুৱাই যোৱা, খোলা কৈ সকলো কৈছা, দুখ লাগিল । ইমান দুখৰ দিন গ'ল তোমাৰ সাগৰ। ভগৱানে সহায় কৰক তাৰেই কামনা কৰিলো।

  • @KaSiYali
    @KaSiYali ปีที่แล้ว +7

    Down to earth মানুহজন❤বৰ ভাললাগিল।

  • @minakshibhagabati9530
    @minakshibhagabati9530 10 หลายเดือนก่อน

    তোমালৈ বহত মৰম দিলো সাগৰ। আজিৰ পৰা৩/৪ বছৰমান আগতে নুমলীগড়ৰ কল্পৰ বিয়াৰ দৰাযাত্ৰীৰ লগত তোমাক দেখিছিলো।তাৰ আগতে তোমাকত অৰ্দ্ধাংগিনীত দেখিছিলো। সিদিনা তোমাক সাধাৰণভাৱে তোমাৰ অভিনয় ভাল হৈছে বুলিও তোমাক কৈছিলো। কিন্ত তেতিয়া লৈ তুমি ইমান কষ্ট স্বীকাৰ কৰিব পৰা সৎ সাহসী ল'ৰাৰ বুলি জনা নাছিলো। সৎসাহস ৰ বাবেই তুমি সকলো কথা সহজ ভাবে কৈ আৰু কোনোবা জন অভাবী কিন্তু প্ৰতিভা শালী ল'ৰাক আগ বাঢ়িবলৈ উৎসাহ যোগাইছা।ধন্যবাদ তোমাক। আকৌ কেতিয়াবা কল্পৰ ঘৰলৈ আহিলে আমাৰ ঘৰলৈ আহিবা। তেওঁৰ শহুৰৰ নিচেই ওচৰতেই আমাৰ ঘৰ।

  • @jayantachetia4488
    @jayantachetia4488 10 หลายเดือนก่อน +1

    তোমাৰ সাহস আৰু ধয শলাগিৱ লগা ধণ্যবাদ আগুৱাই য়োৱা

  • @kritiman3578
    @kritiman3578 ปีที่แล้ว +3

    Bht bhal acting kare❤

  • @ARJUNRAY143
    @ARJUNRAY143 ปีที่แล้ว +3

    Kandhi dilu dada😢 god bless you❤ 😍

  • @pranjoldutta7038
    @pranjoldutta7038 10 หลายเดือนก่อน

    আপোনাৰ অভিনয় ❤ অভিনয় ইমান ধুনীয়া 🥰 আৰু শব্দসমুহ, একেৱাৰে গাঁৱৰ ল'ৰা, অ অভিনয় সমুহত প্ৰকাশ পায়

  • @asomiyasuwaligita3106
    @asomiyasuwaligita3106 9 หลายเดือนก่อน

    Bahut besi val lagile dukhu lgil. Dada jnoloi bahut bhut morom jasilu. Agbahi jua dada 🙏

  • @nabanitaray3261
    @nabanitaray3261 ปีที่แล้ว +1

    Sagar daa r kotha khini vl lagil 👍👍👍

  • @user-yx1kb6ux5m
    @user-yx1kb6ux5m 8 หลายเดือนก่อน

    মই তেজপুৰৰ পৰা কৈছোঁ মই তোমাৰ অভিনয়বোৰ ভাল পাও ♥️ আগুৱাই যোৱা বাবা আশীৰ্বাদ কৰিছো

  • @sureyakhatoon1038
    @sureyakhatoon1038 11 หลายเดือนก่อน +2

    কাহিনী শুনি ভাল লাগিল আৰু দুখো লাগিল

  • @pallabiborsaikia1505
    @pallabiborsaikia1505 11 หลายเดือนก่อน +2

    কথা বোৰ বহূত দুখ লাগিল দাদা অভিনয় মই বহূত ভাল পাও

  • @minakshineog4997
    @minakshineog4997 10 หลายเดือนก่อน +3

    Val lagil sai...but dukhu lagil....sagar dar acting moiu bht vl pau...vale thakok...❤

  • @udayan0738
    @udayan0738 10 หลายเดือนก่อน +1

    বহুত দুখ লাগিল,ইমান কষ্ট কৰি এতিয়া তুমি বহুত আগবাঢ়িল aa

  • @csblg6294
    @csblg6294 ปีที่แล้ว +2

    Bhut besi vl lagil❤❤

  • @priyompriyabora5362
    @priyompriyabora5362 ปีที่แล้ว +3

    My fvrite Actor Hagor nil da😍

  • @suntobora9806
    @suntobora9806 4 หลายเดือนก่อน

    কবলৈ ভাষা নাই, আগুৱাই যাওক শুভকামনা থাকিল।

  • @karabitaborah6222
    @karabitaborah6222 10 หลายเดือนก่อน

    আপোনাক বহুত ভাল লাগে, শুভেচ্ছা থাকিল

  • @anamikaboravlog2863
    @anamikaboravlog2863 ปีที่แล้ว +1

    Bahut vl lge tumr avinoi...specialy Ardhangginir siddharth r role tur pora...❤

  • @aaisu_1657
    @aaisu_1657 10 หลายเดือนก่อน +1

    সদায় ভাল হওঁক আপোনাৰ সাগৰদা 🙏

  • @rupalisonowal2143
    @rupalisonowal2143 ปีที่แล้ว +1

    Bohut val lagil , Dhuhku lagil tumar kahini huni, Acting bohut vl lage ,,

  • @amritahazarika5202
    @amritahazarika5202 ปีที่แล้ว +1

    Bohut vl lge Sagar dar acting

  • @deepgogoi4024
    @deepgogoi4024 11 หลายเดือนก่อน +4

    Boohuut dukh lgil apnr struggle huni aru boohuut motivate krile🙏

  • @HumenBoruah2003
    @HumenBoruah2003 ปีที่แล้ว +8

    Frist views JSS । Love from Assam dhemaji 😊
    JSS CHANEL TU SAI VALPUWA HOKOLE ATA LIKE PLZ

  • @bulbulisarmah1530
    @bulbulisarmah1530 11 หลายเดือนก่อน +5

    সংগ্ৰাম কৰিলে জীৱনত সফল হোৱাতো স্বাভাৱিক মাথো আমি হতাশ হৈ যাও❤❤❤

  • @bidishaborah340
    @bidishaborah340 9 หลายเดือนก่อน

    Bohut val lagil sai...best show

  • @krishnakhound6354
    @krishnakhound6354 ปีที่แล้ว +4

    বৰ সৰল লৰাটো

  • @HimakhsiKalita-lz4mz
    @HimakhsiKalita-lz4mz 11 หลายเดือนก่อน +1

    Tumar khotha kuni soku pani ulai goisa. Tumak bohut val laga good blass u❤

  • @jumanmunna7464
    @jumanmunna7464 ปีที่แล้ว +3

    Big friend sagor daa
    Kampur

  • @rodalidevi2862
    @rodalidevi2862 ปีที่แล้ว +1

    Xosakoi bht besi bhl lagil video 2 sai. Dada apuni jibon batot aru agbahi jauk takei akha korisu. Xodai nijor uporot bisash rakhibo aru bhogoban r uporot bisash rakhibo sabo apuni aru jibon batot agbahi jabo paribo. Lots of love from Tezpur🥰🥰

  • @dipanjaligoswami911
    @dipanjaligoswami911 10 หลายเดือนก่อน

    Bohut bhal lagil. Dukh o lagisil kintu pisot bhal lagil. Aru aguai jua. Tumaku bohut morom

  • @bikalpadutta
    @bikalpadutta ปีที่แล้ว +2

    Baa apunar video sai bohut besi bhal lage love from dibrugarh ❤️‍🔥

  • @Labany098
    @Labany098 ปีที่แล้ว +19

    Kotha khini Huni katiya sokur pani ulai gol gomai napalu.... Val lagil sai baa

  • @jayantagogoi2785
    @jayantagogoi2785 ปีที่แล้ว +1

    Bohut bhal lagil .Sagar nil r acting moi bohut bhal Pau.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว

    Absolutely 110% Correct kotha koise

  • @gitushreevolg4001
    @gitushreevolg4001 10 หลายเดือนก่อน +1

    আৰু তুমাৰ বন্ধু জনো জত আছে ভালে থাকক আৰু ভগৱানে দুয়োকে মিলাই দিয়ক

  • @kailashbharali5604
    @kailashbharali5604 หลายเดือนก่อน

    Aponae story jani bhut upalbdh krilo. Childhoodr para after merrige truble storu running hoiye ase wife yeo 9years sowali gucsi gaise sowalijani 16 years h.s.l.c 1st division pask kri sciencet stady running. My. Life very2 strazedy my brother . Thank you.

  • @ranjitahazarika2140
    @ranjitahazarika2140 9 หลายเดือนก่อน

    সাগৰ তোমাৰ কথা কোৱাৰ যিটো ধৰন খুব ভাল লাগে

  • @dhirajdeka2593
    @dhirajdeka2593 10 หลายเดือนก่อน

    সাগৰ দাৰ জীৱন সংগ্ৰামৰ কাহিনী শুনি মোৰ বহুত দুখ 😢লাগিল । কিন্তু সাহস ও পালোঁ । আৰু ভাল কাম কৰি আগুৱাই যোৱা 🙏🙏

  • @kalpanarai77M
    @kalpanarai77M ปีที่แล้ว +1

    Val lagil sai from, Nepal 🇳🇵 ❤️🙏🏻

  • @dipikagogoi9483
    @dipikagogoi9483 ปีที่แล้ว +1

    বহুত সুন্দৰ

  • @soniadeka4617
    @soniadeka4617 10 หลายเดือนก่อน +2

    My favorite actor❤❤