Exclusive Interview of Singer Dr Mausumi Saharia With Manash Pratim Deka
ฝัง
- เผยแพร่เมื่อ 7 เม.ย. 2024
- 📌 অসমৰ সংগীত জগতৰ এটি উজ্জ্বল নাম ড০ মৌচুমী চহৰীয়া
📌 ইমানদিনে ক’ত, কেনেকৈ ব্যস্ত আছিল তেওঁ?
📌 সংগীতৰ পৰা তেওঁ কিয় হঠাৎ বিৰতি লৈছিল?
📌 আজি ড০ মৌচুমী চহৰীয়াৰ জীৱনৰ বহু নজনা কথা...
📌 ষ্টুডিঅ’ত ড০ মৌচুমী চহৰীয়া আৰু এটা SURPRISE
📌 NEWS EDITOR মানস প্ৰতিম ডেকাৰ সৈতে আজিৰ HASHTAG
#assam #assamesesong #assamesesinger #MausumiSaharia #manashpratimdeka #exclusive #assamesenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
খুউব সুন্দৰ অনুষ্ঠান , প্ৰিয় নাৰী গৰাকীক আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে লগ পাই সুখী হৈছোঁ , অনন্য ব্যক্তিত্বৰ অধিকাৰী মৌচুমী চহৰীয়া , তেখেতৰ 'মা' ক সেৱা জনাইছোঁ , আঁৰৰ ব্যক্তিগৰাকীক সকলোৰে লগত চিনাকি কৰি দিয়া বাবে ধন্যবাদ জনাইছোঁ , এনেকৈয়ে সুৰীয়া হৈ থাকক তেওঁৰ জীৱন 🙏
She is so natural n down to earth .I love her personality 😊❤
মৌচুমী নামটো ৰ লগত তেখেতৰ ব্যক্তিত্বৰ সাদিস্য আছে। এটি সুন্দৰ অনুস্থান উপভোগ কৰিলোঁ, ভাল লাগিল 🙏
Madam you are a Fantastic Singer for a very long time I will see.Thank you for Manash.
We are proud of you
God bless you
খুউব সুন্দৰ অনুষ্ঠান । অনুষ্ঠানটি চাই বহুত ভাল লাগিল । প্ৰিয় শিল্পী মৌচুমী চহৰীয়া বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলো ।
👌❤ baa
বৰ ভাল লাগিল দেই
My favourite singer ❤
আন্তৰিক শুভকামনা মৌচমীলৈ 🌹
বহুত দিনৰ পাছত বাইদেউক দেখি ভাল লাগিল,মই সৰু থাকোতেই তেওঁৰ গান শুনিছিলো
অনুষ্ঠানটো চাই ভাল লাগিল
My favourite singer
Bhal lagil
অনুষ্ঠানটি চাই ভাল লাগিল। চহৰিয়া বাইদেউলৈ শুভকামনা থাকিল।
Anustan tu sai babud val agil.. Mousumi ba r bahud kotha gom Palo.. Mousumi ba r geet moi bahud val pao, agoloiko ane kuwa anusthan dekhibo pam bali akha kori Manash da.Thank you.
প্ৰথমে ডঃমৌচুমী চহৰীয়ালৈ মোৰ আন্তৰিক অভিনন্দন, মৰম ও শুভেচ্ছা জনাঁলো। ভগৱানৰ আশীৰ্বাদ সদায়েই লগত থাকক আৰু জীৱনৰ বাটত আগুৱাই যাওঁক তাৰে কামনা কৰিলো। তেওঁ মোৰ আন্তৰৰ শিল্পী, তেওঁৰ কথা কোৱা শৈলী বৰ ভাল লাগে। গানটো কবয়ে নালাগে প্ৰতিটো গানেই শুনিছো। বহুদিন বিৰতিৰ পিছত অনুষ্ঠানটো একেবহাই চালো। ভগৱানে তেওঁৰ সংসাৰৰ লগতে পৰিয়ালটোক সুস্হ ও দীৰ্ঘায়ু কৰি ৰাখক।
অতি ভাল লগা অনুষ্ঠান এটি উপভোগ কৰিলো। বহুত ভাল লাগিল।
Kiman j val loga episode ❤
Interview bohut bhal lagil ❤❤ agote বিস্ময় আলোচনী পঢ়োতে মই মৌচুমী বিষয়ে পঢ়িছিলোঁ পুৰণি দিনবোৰ মনত আহিল ❤❤ আৰু ভাল lagil কাৰণ মই নিজে এজন সৈনিক!!!
Bshut val lagile dai
বহুত ভাল লাগিল ❤
মোৰ সকলোতকৈ ভাল লগা শিল্পী গৰাকীক মাতাৰ কাৰনে ধন্যবাদ।
Real life kotha xuni bor bhal lagil.
মোৰ প্ৰিয় শিল্পী গৰাকীক লগ পালো ...বহুত ভাল পা ও মৌচুমী তোমাক❤
Xuper n sweet❤❤❤❤❤
Mur atikoi ❤ Priya singer's.
Bohut val lagil bidew
মৌচুমীলৈ মোৰ বহুত মৰম যাচিলো ৷মাক মোৰ সেৱা জনালো ৷
Most welcome Mousumi.হেৰাই পালো আমি
Bahut val lagil
Keidinmanorpora ND24 airtel dish channel 637 no t oha nai, its free to air, tothapiu kio oha nai, add koribo pora nai
Val.lagil
Bahut bahut dhanyabad
❤❤
❤❤❤❤
My favourite singer 🥰🥰🥰
Sundar
Sakolotkai val paw mousumik
Ami bisari furisu baideur geet xomuh
Mur val loga hilpi
My most favourite & adorable silpi....khu bhl pao .....she is very balanced on her own... salute to her ❤
Mouchumiba apuna phon nobartodibane aponarpragem saithako
Ki buli Kom apunak?