বিয়াৰ পাছত সকলো সলনি হৈ গ'ল 😥 মই নিজকেই পাহৰি গ'লো Dr Mausumi Saharia interview singer

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ก.ย. 2023
  • ✅ Guest - Dr Mausumi Saharia
    Instagram
    sshemimahmed?ig...
    Facebook -Shemim Ahmed siddiki
    Twitter - Shemim Ahmed Siddiki
    @ShemimSiddiki
    ✅any business enquiry -
    shemim.ahmed2@gmail.com
  • บันเทิง

ความคิดเห็น • 368

  • @jinaborgohain1909
    @jinaborgohain1909 9 หลายเดือนก่อน +15

    বহুত ভাল পোৱা এগৰাকী গায়িকাক চেমিমৰ জৰিয়তে দেখা পাই বৰ ভাল লাগিল । শালিনতাৰে ভৰা কথাবোৰ শুনি নিজকে ধন্য মানিছো। দুয়ো বহু দূৰ আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ ❤❤

  • @nirusaikia7631
    @nirusaikia7631 9 หลายเดือนก่อน +6

    মৌচুমী চহৰীয়া বাইদেউলৈ বহুত বহুত মৰম থাকিল 🌹 ভগৱানে কৃপা কৰক 🙏 আজিৰ দিনত এনেধৰণৰ সৰল মনৰ এগৰাকী সাহসী,ধয্যশীলা,মৰমীয়াল,উদাৰ মনৰ মানুহ , মুঠৰ ওপৰত কবলৈ ভাষা নাই, পাবলৈ নাই। অলপ কিবা এটা পালেই অহঙকাৰী হয়।গানৰ, কামৰ মাজৰে পুনাকণ দুটিৰ লগত সংসাৰ খন ভাল দৰে আগবাঢ়ি যাবলৈ ভগৱানে শক্তি দিয়ক🙏 ছেমিনৰ এটি সুন্দৰ অনুস্থান। ভাল লাগিল 🌹🙏

  • @SearchAgain-1111
    @SearchAgain-1111 9 หลายเดือนก่อน +31

    ভাল মানুহ আমন্ত্ৰণ কৰিছে আজি । খুব শালীন, ৰুচিপূৰ্ণ; কথা আৰু ব্যৱহাৰ অতি মাৰ্জিত ।

    • @user-cd4cv9up7u
      @user-cd4cv9up7u 9 หลายเดือนก่อน +1

      Kotha khini xuni bahut val lagil

  • @bhabanikalita1535
    @bhabanikalita1535 9 หลายเดือนก่อน +7

    বহুত ভাল লগা ব্যক্তিত্বৰ অধিকাৰি মৌচুমী চহৰীয়া ❤❤

  • @jayashriborah9719
    @jayashriborah9719 9 หลายเดือนก่อน +4

    মৌচুমী চহৰীয়া মোৰ ভাল লগা এগৰাকী কণ্ঠ শিল্পী। চেমিম তোমাক অশেষ ধন্যবাদ জনাইছো কাৰন তোমাৰ দ্বাৰাই মৌচুমীক দেখা পালো আৰু মৌচুমীৰ সুৱদি কণ্ঠ শুনিবলৈ পালো। অত্যন্ত সুখী হ'লো চেমিম। ঈশ্বৰে মৌচুমীৰ লগতে তোমাকো যেন মনৰ জোখাৰে সুখী কৰে ❤❤❤❤

  • @rubirubi8599
    @rubirubi8599 9 หลายเดือนก่อน +13

    চেমিম তোমাক বহুত বহুত ধন্যবাদ আজি এনে এগৰাকী গায়িকাক তোমাৰ অনুষ্ঠানলৈ আমন্ত্রণ কৰি আনিলা। মৌচুমী বাইদেউক মই কিমান ভাল পাওঁ শ্ৰদ্ধা কৰোঁ ভাষাৰে বুজাব নোৱাৰিম। কথাবোৰ যে ইমান মৰম লগাকৈ কৈছে আঐ শুনিলে শুনি থাকিবৈয়ে মন যায়। ইমান পৰিপাতি , ইমান মৰম ল'গা।ৰাতিপুৱাই অনুষ্ঠানটো চায় মনটো সাংঘাতিক ভাল লাগি গ'ল জানা।অনুষ্ঠানটো চায় আবেগিক হৈ গলো।তোমাক আকৌ এবাৰ ধন্যবাদ দেই।

    • @Nobulmoon__shorts
      @Nobulmoon__shorts 9 หลายเดือนก่อน

      সঁচাই, ময়ো সহমত পোষণ কৰিছো।

    • @rock29471
      @rock29471 9 หลายเดือนก่อน

      so grateful

  • @hiramonisutradhar7174
    @hiramonisutradhar7174 9 หลายเดือนก่อน +11

    বৰ ভাল লাগিল ,কথাবোৰ শুনি থাকিবলৈ মন যায় ।

  • @anjanamoon6427
    @anjanamoon6427 9 หลายเดือนก่อน +5

    মই ভাল পোৱা শ্ৰেষ্ঠ গায়িকা এনেদৰে দেখি বৰ ভাল লাগিল। আগৰে পৰা দেখি আহিছো এখেতৰ সাজ- পোছাক ইমান মাৰ্জিত বৰ ভালে। এখেতৰ সু- স্বাস্থ্য কামনা কৰিলোঁ।

  • @sudhakarankonhain6946
    @sudhakarankonhain6946 8 หลายเดือนก่อน

    প্ৰিয় ব্যক্তি গৰাকীৰ প্ৰিয় বক্তিত্বক সুন্দৰ ভাবে তুলি ধৰি আমাক আনন্দ দিলে বাবে চেমিম মহোদয়ালৈ বহুত বহুত ধন্যবাদ । আগলৈ এনে ভাল অনুষ্ঠান পোৱাৰ আশাৰে ।

  • @jayashreekalita425
    @jayashreekalita425 9 หลายเดือนก่อน +2

    This is called interview. Aagoloi o aenekuwa interview sabo pam buli aakha thakil. Bohut dhoinobad @shemim Ahmed siddyki Mam👍

  • @jurikalita1502
    @jurikalita1502 9 หลายเดือนก่อน +3

    আজিৰ অনুষ্ঠানটো চাই অভিভূত হৈ পৰিলোঁ। দুয়ো গৰাকীলৈকে অশেষ ধন্যবাদ জনালো।

  • @priyojonorbandhun
    @priyojonorbandhun 9 หลายเดือนก่อน +3

    মৌচুমী তোমাক দেখা পায় মই আচৰিত হৈ প্ৰথমে।বহুত বছৰৰ মূৰত তোমাৰ গীত শুনি ভাল লাগি গ'ল।তোমাৰ কিমানযে মনৰ কথা শুনিলো।আকৌ গীত গোৱা নতুন নতুন গীত।তোমাক দেখাৰ বাবে ছেমিমক ধন্যবাদ যাঁচিলো।এই অনুষ্ঠানত আকৌ যেন এদিন অকল গীতকে শুনিম তাৰে আাশাৰে "শুভৰাত্ৰি"।

  • @bhanukalita9146
    @bhanukalita9146 9 หลายเดือนก่อน +2

    বহুত ভাল লাগিল মৌচুমী চহৰীয়াৰ কথাবোৰ। কুশলে থাকক তেখেতৰ পৰিয়ালটো।

  • @S.M.8439
    @S.M.8439 9 หลายเดือนก่อน +6

    জনপ্ৰিয় গীতৰ গায়কক দেখি সুখ পালো।

  • @bharatiborah8630
    @bharatiborah8630 9 หลายเดือนก่อน +1

    মৌচুমী চহৰীয়াক বহুত দিনৰ আগতে ঢেকীয়াজুলীৰ শিঙৰী মন্দিৰত লগ পাইছিলোঁ আজি আকৌ দেখা পাই ভাল লাগিল তুমি বুলি তেতিয়া কৈছিলোঁ এতিয়াও কৈছো ইমান খিনি গুনৰ অধিকাৰী হোৱাৰ পিছতো ইমান অমাইক কথা বিলাকো ইমান সহজ সৰল ভাবে উপস্থাপন কৰিছে বহুত বহুত ধন্যবাদ আকৌ লগ পোৱাৰ আশা থাকিল।

  • @bobyborah28
    @bobyborah28 9 หลายเดือนก่อน +2

    বহুত দিনৰ পৰা ম‌ই ভাবি আছিলো মৌচুমী জনী ক'ত গ'ল ,ক'ত গ'ল আৰু আনকো সুধিছো ।আজি দেখি বহুত বহুত ভাল লাগিল।

  • @aradhyasaikia5105
    @aradhyasaikia5105 9 หลายเดือนก่อน +5

    মৌচুমি চহৰীয়াক বহুতদিনৰ পিছত দেখাপাই ভাল লাগিল।

  • @dipanjalidasgoswami1768
    @dipanjalidasgoswami1768 9 หลายเดือนก่อน +3

    মৌচুমী
    বহুত বছৰৰ পিছত আকৌ তোমাৰ মাত শুনিলোঁ, ভাল লাগিল। ভালে থাকা।

  • @bobyborthakur5431
    @bobyborthakur5431 9 หลายเดือนก่อน +3

    She is my all time favourite...I love and respect her...she is extra talented 💖

  • @bandanabhuyan
    @bandanabhuyan 9 หลายเดือนก่อน +2

    বহুত বহুত ভাল লাগিল তেখেতৰ কথা বোৰে মানুহক বহুত অনুপ্ৰেৰণা দিব।

  • @mainusblog2547
    @mainusblog2547 9 หลายเดือนก่อน +2

    ইমান ভাল লাগিল বাইদেউ আপোনাৰ কথাবোৰ শুনি।।। আপুনি সদায় ভালে থাকক।

  • @barnalidutta8210
    @barnalidutta8210 9 หลายเดือนก่อน +2

    খুব ভাল এটা অনুষ্ঠান উপভোগ কৰিলো আজি, দুয়ো গৰাকীলৈ ধন্যবাদ ।

  • @purabiraychowdhury7342
    @purabiraychowdhury7342 9 หลายเดือนก่อน +2

    ইমান ভাল লাগিল ভিডিঅ টো চাই শুনি বহুত বহুত মৰম🎉❤ মৌচুমী চহৰীয়া

  • @utpalasaikia1435
    @utpalasaikia1435 9 หลายเดือนก่อน +2

    প্ৰিয় গায়িকা গৰাকীৰ জীৱনত যে ইমানবোৰ ঘটনা হৈ গ'ল জনা নাছিলো ।ভগৱানক বহুত ধন্যবাদ আমাৰ মৰমৰ মৌচুমীক আমি আকৌ ঘুৰাই পাইছো ।কুশলে থাকা ।

  • @gouridaimary4940
    @gouridaimary4940 9 หลายเดือนก่อน +2

    🙏❤️❤️❤️❤️❤️hoy, moi mor vontir lora ajon xorur porai salo,bortoman Indian Army, Mousumi a koya kotha khini loratoyeo koy, dhonyobad Semim,aaguyai joya

  • @bidyutbikashboruah2588
    @bidyutbikashboruah2588 9 หลายเดือนก่อน +3

    Khub নম্ৰ মানুহ তেখেত।ইমান ভাল গায়িকা হৈয়ো ইমান simmple...

  • @pinkysworld3583
    @pinkysworld3583 9 หลายเดือนก่อน +1

    মৌচুমী বাৰ জীৱনৰ কথা জানিব পাৰি ভাল লাগিল ধন্যবাদ থাকিল তোমাক তেওঁৰ interview লোৱাৰ কাৰণে

  • @nilutpaladeka6591
    @nilutpaladeka6591 9 หลายเดือนก่อน +1

    অতি মৰমৰ মোৰ বা জনী, সদায়ে
    সুখী হৈ থকা
    যাতে তুমি এইয়া ই মোৰ আশা,তোমাৰ কষ্ট তোমাৰ চেষ্টা যেন সাৰ্থক
    হওঁক বা।

  • @puspanjalisarma4418
    @puspanjalisarma4418 9 หลายเดือนก่อน +1

    মৌচুমী বাক বহুত দিনৰ পিছত দেখিলোঁ। সচাকৈ বহুত বহুত ভাল লাগিল মনতো ❤️

  • @archanasarma7740
    @archanasarma7740 9 หลายเดือนก่อน +1

    প্ৰথমতে তোমাৰ অনুষ্ঠানটোলৈ বহুত ধন্যবাদ এনে এগৰাকী প্ৰতিভা ক অনা বাবে । মৌচুমী বাইদেউৰ প্ৰতিটো কথা ভাল লাগিল। বহু দিন তেখেতৰ বিষয়ে জনা নাছিলো একো।

  • @goodinfo6909
    @goodinfo6909 9 หลายเดือนก่อน +1

    ইমান সুন্দৰ কে এগৰাকী শিক্ষাৰ জ্ঞানেৰে জ্ঞানীহে কব পাৰে, অলপো অহংকাৰ নাই, মৌচুমী চহৰীয়া বৰ সন্মানীয় আৰু আমাৰ মৰমৰ কণ্ঠশিল্পী।

  • @momofreyaansh754
    @momofreyaansh754 9 หลายเดือนก่อน +1

    Best interview ever on your channel. Iman dhuniya kothabur tekhetor xuni thakibolei mon jai. Bohut bhal lagil tumi teuk invite korila. Ajir generationor agot tekhetor sinaki disa. Xanghatik positive attitude tekhetor. Bhut bhal lagil sai. God bless you Shemim.

  • @binapanisengupta9162
    @binapanisengupta9162 9 หลายเดือนก่อน +1

    Thankyou,Samim for taking a very good interview with Mousumi.❤❤❤🙏🙏🙏

  • @nirmalichowdhry855
    @nirmalichowdhry855 9 หลายเดือนก่อน +2

    বহুত ভাল এটা অনুষ্ঠান চালো। হিয়া মন ভৰি গল ❤️😍

  • @silpishikhakonwar3307
    @silpishikhakonwar3307 9 หลายเดือนก่อน

    ইমান সুন্দৰকৈ কথাবোৰ কৈছে। বহুত মৰম আপোনালৈ বাইদেউ।

  • @ratnakalita3020
    @ratnakalita3020 9 หลายเดือนก่อน +2

    মৌচুমী ইমান সৰল মনৰ , ইমান মৰম লগা বহুত বেছি ভাল লাগে

  • @bivasaikia1987
    @bivasaikia1987 9 หลายเดือนก่อน +1

    বহুত ভাল লাগিল । শিল্পী গৰাকীৰ সাক্ষাৎকাৰ ।🙏

  • @supriyabora3157
    @supriyabora3157 9 หลายเดือนก่อน +2

    ❤❤❤khub bhal laga mousumi saharia baidew k

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 9 หลายเดือนก่อน

    বহুত ভাল লাগিল। আপোনাৰ অনাগত দিনবোৰ উজ্বলি উঠক তাৰেই কামনা কৰিছো্ঁ 🌹🌹

  • @mrslabhita5297
    @mrslabhita5297 9 หลายเดือนก่อน +1

    ভাল লাগিলে সাক্ষাৎকাৰ টি,মৌচুমী বা.. বহুত মৰমিয়াল ও সকলোৰে লগত সহজে মিলি যাব পাৰে।মই মুম্বাই ত থাকোঁতে ওচৰৰপৰা লগ পোৱাৰ সৌভাগ্য হৈছিলে ❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 9 หลายเดือนก่อน

    ❤🎉❤ grand salute to him. Go ahead way to your journey. My favourite female singer. Moushumi was honest and intellectual singer. All the best wishes to all. Always be positive and happiness. God bless you all 🎉

  • @Bidbeast
    @Bidbeast 9 หลายเดือนก่อน +3

    বহুত বিৰতিৰ পাছত কণ্ঠ শিল্পী গৰাকীৰ আলোকপাত দেখি অভিভূত হৈছোঁ।

  • @palashmanigogoi6850
    @palashmanigogoi6850 9 หลายเดือนก่อน +1

    It's call all round performance. Best of luck Mousumi.

  • @mandiragogoi9027
    @mandiragogoi9027 9 หลายเดือนก่อน +2

    বৰ ভাল লাগিল প্ৰিয় কণ্ঠশিল্পী,নাৰীগৰাকীৰ সাক্ষাৎকাৰ 🥰

  • @daisyphukan7058
    @daisyphukan7058 9 หลายเดือนก่อน

    Mousumi ma'am best.....best wishes for your upcoming projects...... eagerly waiting..

  • @Danirojasfc6
    @Danirojasfc6 9 หลายเดือนก่อน +1

    অতি সুন্দৰ বিশ্লেষণ।

  • @db-of2kt
    @db-of2kt 9 หลายเดือนก่อน

    Interview টো চাই অনুভৱ হল বিন্দু তেই সিন্ধু আছে ।অতিকৈ ভাল লাগিল ।ধন্যবাদ ।

  • @ditimonibhuyan9282
    @ditimonibhuyan9282 9 หลายเดือนก่อน

    বৰ ভাল লাগিল । দুয়োগৰাকীক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ ❤❤

  • @mahanta1873
    @mahanta1873 9 หลายเดือนก่อน +1

    বহুত ভাল লাগিল।মোৰ প্ৰিয় শিল্পী গৰাকীলৈ বহুত বহুত মৰম দিলো।

  • @sewaligoswami4673
    @sewaligoswami4673 9 หลายเดือนก่อน +1

    Mousumi,i really very happy to hear you after such a long time ,since we .met frequently in college and hostel.😍be healthy, wealthy and happy always and forever 💞

  • @becreative613
    @becreative613 9 หลายเดือนก่อน +1

    Bohut Val lagil Mousumi baa k dekha pai, kothabur xunile xuni thakibor mon jai❤

  • @purnimabongjang3286
    @purnimabongjang3286 9 หลายเดือนก่อน +2

    বহুত ভাল লাগিল কথা বোৰ❤❤❤

  • @sunitathakuria3427
    @sunitathakuria3427 9 หลายเดือนก่อน +2

    Thank you so much for inviting ma'am ❤

  • @ritamonikonch944
    @ritamonikonch944 9 หลายเดือนก่อน

    Kothabur khub bhal lagil Mousumi ma'am... very inspiring...

  • @mayurigogoi7490
    @mayurigogoi7490 9 หลายเดือนก่อน

    Shemim tumak bohut dhanybad mausumi baak mota babe.bohut dinr murot dekha pai val lagil.mausumi baa kotha bur bohut mormilal hoi❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @sandhyadevi9094
    @sandhyadevi9094 9 หลายเดือนก่อน +1

    মৌচুমী এগৰাকী সুন্দৰ শিল্পী মনৰ গায়িকা ৷😊

  • @binudevi02
    @binudevi02 9 หลายเดือนก่อน

    চেমিমক ধন্যবাদ। মৌচুমী ৰ পৰা বহুতো নজনা কথা জানি লো আৰু শিকিলোঁ।

  • @sunishakalita53
    @sunishakalita53 9 หลายเดือนก่อน +7

    Semim, aji soasun kunba eta negative comment ahiseniki baru? Asolote bhal manuh sobei bhal pai. Manuhr manashikata bea hua buli je koi vultu dekhuai dile, seitu jar asovyali bor sabo nuari tak he koi. Enekua manuhr interview lole enekua manuhk sewa koribo non jai. Amar choice val seikarane asovyali bor sabo nuaru. Amar manashikota thikei ase. Iman educated manuh, bhal job kore nije, iman toka poisa thoka egoraki manuh Mousumi ba, husbnd iman dangr officer, kintu lebel dekhilane ? Ki marjito dress pati. Sanman koru enekua manuhak.

  • @jharnaghandique8729
    @jharnaghandique8729 9 หลายเดือนก่อน +2

    one of the most favourite person . Bor vaal lage mouchumi baa k

  • @nanghunpha
    @nanghunpha 9 หลายเดือนก่อน +1

    বাইদেউক আজি দেখি সুখী হৈছো ।গান শুনি আৰু ভাল লাগিব

  • @sunishakalita53
    @sunishakalita53 9 หลายเดือนก่อน +3

    Ataibor singer actor jodi enekua sahaj saral holheten. Ki sundar personality. Ki marjito kotha batara aru poshak. Bahut bhal lagil Mousumi bak dekhi. ❤

  • @textret9971
    @textret9971 9 หลายเดือนก่อน

    অন্তৰৰ আশীৰ্বাদ থাকিল ।সৰ্বতোপ্ৰকাৰে তোমাৰ মংগল হওঁক ।

  • @rijukakati8162
    @rijukakati8162 9 หลายเดือนก่อน +1

    মোৰ অতিকৈ প্ৰিয় মানুহ গৰাকীৰ সুন্দৰ সাক্ষাৎকাৰটি বৰ ভাল লাগিল❤❤❤

  • @kanaklatasaharia1634
    @kanaklatasaharia1634 9 หลายเดือนก่อน +1

    Bhogoban e tumak aguai jaboloi xhay korok God bless ❤❤

  • @withsangita
    @withsangita 9 หลายเดือนก่อน

    Hosai koisu bohut besi besikoie val lagi gol aji ..teur maat tu iman mitha .mur maar favourite hoi aru muru ..moi mousumi gaan tu horur pora hunisilu etia huni mur goosebumps ahi gol ...kothabur iman positive iman morom lagil ..vale thakok hodai .you are my always favourite..you r unique..love from jorhat ..bhal lagi gol ekdom

  • @dipalihazarika4250
    @dipalihazarika4250 9 หลายเดือนก่อน

    বৰ ভাল লাগিল আজি | বহুদিনৰ পাছত মৌচুমী চহৰীয়াৰ বিষয়ে জানিব পাৰিলো | তেওঁ এগৰাকী সফল মহিলা |

  • @aditihazarika4847
    @aditihazarika4847 9 หลายเดือนก่อน +1

    Mousumi r interview 2 jate hokolue sauk bujok .jibonot janibo loga kotha koise bohut Thanks aru. Samim akou aber diba

  • @ritumonidas6224
    @ritumonidas6224 9 หลายเดือนก่อน +3

    কথাত যেন মৌবৰষিছে❤❤

  • @kulendas5688
    @kulendas5688 9 หลายเดือนก่อน

    বহুত বহুত ভাল লাগিছে বা ধন্যবাদ মৌচুমী বা

  • @Podumi-fw9du
    @Podumi-fw9du 9 หลายเดือนก่อน +2

    ❤ so. Natural proud. Of. Mangaldoi

  • @user-bm6cv8no5n
    @user-bm6cv8no5n 9 หลายเดือนก่อน +1

    বহুত ধুনীয়া অনুষ্ঠান।

  • @haimabatikakati4041
    @haimabatikakati4041 9 หลายเดือนก่อน

    Very nice interview Shamim. Many many thanks to u nMausumi.

  • @reekiborkatoky1534
    @reekiborkatoky1534 9 หลายเดือนก่อน

    Iman je bhal lagil...bohut hahilu dei...Mousumi akei hoi asa..kiman je tumar gun xunu ..iman bhal pau...kintu nupuwa holu bohut din...atiya bujilu xokolu...anekoi hahi thaka..xukhi hoi thaka..maina 2 taloi bohut morom dei...Desh rokhya kori durot thoka juwailoiu bohut bohut xuvesha jonalu...samim tumak bohut dhynobud dei...❤❤❤

  • @kabyashriphukon5105
    @kabyashriphukon5105 9 หลายเดือนก่อน

    বিদ্যালয়ৰ আজৰি সময়ত আৰু মোৰ পাকঘৰত সদায় বাজি থাকে প্ৰিয় শিল্পী গৰাকীৰ গান । আজি তেঁওৰ নিজৰ মুখেৰে তেঁওৰ কথাবোৰ শুনি অভিভূত...কিমান যে positive ব্যক্তিত্বৰ গৰাকী তেঁও ।

  • @rajatrabha8666
    @rajatrabha8666 9 หลายเดือนก่อน

    অতি সুন্দৰ অনুষ্ঠান। ভাল লাগিল। নমস্কাৰ জনাইছোঁ

  • @mamonibora2837
    @mamonibora2837 9 หลายเดือนก่อน

    মোৰ ভাল লাগে । খুউব সৰল মনৰ হৃদয় যেন লাগে । এই সৰলতাৰ যুগ যুগান্তলৈ থাকক।

  • @jutikachakrabartyofficial3843
    @jutikachakrabartyofficial3843 9 หลายเดือนก่อน +1

    SEMIM baa thanks,Mouchumi baideur interview lowa karane.teur bixoye bahut janilo

  • @simantadas8441
    @simantadas8441 9 หลายเดือนก่อน

    অতি সৃন্দৰ গীত।ইমান ৰসাল্ ভিদিওটো চাই বহুত ভাল লাগিল।

  • @dipalibaruah3832
    @dipalibaruah3832 9 หลายเดือนก่อน

    Tumak bohut ashirbad disu Mousumi tumi aru aguwai juwa.

  • @kalpanachoudhury3973
    @kalpanachoudhury3973 9 หลายเดือนก่อน +10

    মৌচুমী এজনী আদর্শৰ বোৱাৰী ❤

    • @junmonigohain16
      @junmonigohain16 9 หลายเดือนก่อน +1

      My all time favourite Evergreen Mousumi ❤❤❤❤

    • @jayshreedas2561
      @jayshreedas2561 9 หลายเดือนก่อน

      ​@@junmonigohain16iy

    • @jayshreedas2561
      @jayshreedas2561 9 หลายเดือนก่อน

      ​@@junmonigohain16u

  • @AxomTom-Jerry
    @AxomTom-Jerry 9 หลายเดือนก่อน

    Biraat besi val lagile interview tu ...iman positive ba❤❤.. and thanx for inviting such a lovely personality women and making us know such lovely and ups and dowms experiences❤️

  • @KaSiYali
    @KaSiYali 9 หลายเดือนก่อน +1

    প্ৰিয় মানুহগৰাকী❤

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 9 หลายเดือนก่อน +2

    ❤🎉❤এক সময়ত এডাল গেছে গাৰ ৰং ৰূপ হেৰুৱায় আকাশৰ ফালে চাই ৰৈ কতায় দেখিৱ কেইদিনমান পাছতে প্ৰকৃতিৰ আৰ্শীষ লৈ জিলিকি উঠে অধিক গুৰুত্বৰে চিৰসেউজ হৈ,, শুভৰাতী ❤🎉❤

  • @kabyakabyashreedevi6859
    @kabyakabyashreedevi6859 9 หลายเดือนก่อน +1

    বহুত দিনৰ পিছত ভাল video ata salo.ba.❤️❤️❤️❤️❤️❤️

  • @sandhyadeka3434
    @sandhyadeka3434 9 หลายเดือนก่อน +3

    আজিৰ অনুষ্ঠান চাই বৰ ভাল লাগিল এখেতৰ ওচৰত সঙ্গীত শিকিব পাৰিনে জনাবচোন

  • @udayan0738
    @udayan0738 9 หลายเดือนก่อน

    খুব ভাল লাগিল বহুতদিনৰ মূৰত দেখিলোঁ❤❤❤❤❤

  • @himakshidas2691
    @himakshidas2691 9 หลายเดือนก่อน +2

    Shemim bar dara mousumi bak bohut bosoror murt aneke dekhi bht bht vl lgil ❤️

  • @arundeka7343
    @arundeka7343 9 หลายเดือนก่อน +4

    মই ভাল পোৱা এগৰাকী শ্ৰেষ্ঠ গায়িকা। সু-স্বাস্থ্য অটুট থাকক । কথোপকথন বোৰ শুনি বহুত ভাল লাগিল। দুয়োগৰাকীলৈ অলেখ -অযুত শুভ কামনা জনালোঁ 🙏

  • @miminathnaskar
    @miminathnaskar 9 หลายเดือนก่อน +1

    Bahut dhainiya hoisa interview to....😊❤#kolkata

  • @xavier6231
    @xavier6231 9 หลายเดือนก่อน

    First or pora End loike salo olopu amoni nalagil mowsumi ba aru semim baloi bohut morom thakil.❤❤❤

  • @afiyazannat4849
    @afiyazannat4849 9 หลายเดือนก่อน

    Bht bht bht besi vl lagil....kotha bur xuni thakibor mon goise.....

  • @arabegum5167
    @arabegum5167 9 หลายเดือนก่อน

    Tekhetor journey to amar babe bohu preronadaiok. Thank you shemim for this interview

  • @jatindeka6978
    @jatindeka6978 9 หลายเดือนก่อน

    বৰ ভাল লাগিল। তেখেতৰ সৰ্বতোপ্ৰকাৰৰ মঙ্গল কামনা কৰিলো।

  • @kanans3209
    @kanans3209 9 หลายเดือนก่อน

    sakupani tukilo aru logote bahut tan tankoi hahilo..miss u momi..lv from bangaloru.

  • @adnisthastudy7346
    @adnisthastudy7346 9 หลายเดือนก่อน

    অনুষ্ঠানটো বহুত ভাল লাগিছে।

  • @prithvirajkidsshow2135
    @prithvirajkidsshow2135 9 หลายเดือนก่อน +1

    Mausumi baa, aponar kantha jiman xuwala aaponar katha batarao ximanei mitha,bahut val lagil,bahu dinor pisot aaponak Palo, dhanyawad

  • @sangeetamayur7375
    @sangeetamayur7375 9 หลายเดือนก่อน +1

    HS ত stand কৰা ,আৰু সুন্দৰ গান গোৱা সেই বা জনী তেতিয়াৰ পৰাই মোৰ প্ৰিয়। ভালে থাকা বা তুমি। বহুত মৰম তোমালৈ।

  • @manjulasaikia5329
    @manjulasaikia5329 9 หลายเดือนก่อน

    Nice mousumi tumar programmatic bahut val lagil agaloi aru aguai jua God Bess you ❤❤

  • @dharitriroy3316
    @dharitriroy3316 9 หลายเดือนก่อน +20

    মৌচুমী তুমি ভাল গায়িকাই নহয় বহুত ভাল মনৰ এজনী মানুহ

  • @PadumiDevi-lv8vs
    @PadumiDevi-lv8vs 9 หลายเดือนก่อน +1

    Dhuniya
    Love
    From
    Chipajhar❤❤❤