'ৰেন মৌ'ত আইচেংফাৰ স'তে দৰদী কণ্ঠৰ জনপ্ৰিয় শিল্পী মৌচম গগৈ || EP 31 ft. MOUSAM GOGOI

แชร์
ฝัง
  • เผยแพร่เมื่อ 19 มี.ค. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Direction & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Angkan Gogoi
    Make-Up - Binita Das
    Audio Assist - Biplob Gogoi
    all rights reserved © Jaatra

ความคิดเห็น • 753

  • @aichengfaboruah
    @aichengfaboruah  3 หลายเดือนก่อน +90

    যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏

    • @padmalochangogoi1357
      @padmalochangogoi1357 3 หลายเดือนก่อน +2

      বহুত ভাল লাগে আপোনাৰ অনুষ্ঠান চাই

    • @nituboruah2647
      @nituboruah2647 3 หลายเดือนก่อน +3

      আই ঔ দেহি 😍😍

    • @musicianslife5317
      @musicianslife5317 3 หลายเดือนก่อน +3

      প্ৰতিটো খণ্ডই চাঁও মৌচম দাৰ সাক্ষাৎকাৰটো দুবাৰ চাইছো একেদিনাই, মৌচম দাৰ ব্যক্তিত্বই মোৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে বহু কেইখন মঞ্চত তেওঁৰ লগত বাদ্যযন্ত্ৰী হিচাপে সংগত কৰাৰ অভিজ্ঞতা বহু মধুৰ, মন ফাগুনী গায় গায় মঞ্চত উঠিয়েই যেতিয়া মৰমেৰে মাত লগাই " ভাইটি আহিলা" ভাবিব নোৱাৰা এক অনুভূতি।
      আইচেংফা বাইদেউ কথন শৈলী আৰু যিতো বাক চাতুৰ্য্যতা সঁচাই আচৰিত 🙏

    • @AssameseWatcher
      @AssameseWatcher 3 หลายเดือนก่อน +3

      মৌচমদাক নিজৰ জীৱনৰ অভিজ্ঞতাখিনি আত্মোন্যাস আকাৰেৰে নতুবা চিনেমাৰ ৰূপত প্ৰকাশ কৰিবলৈ কব চোন। যথেষ্ট জনপ্ৰিয় হব।

    • @user-fc3bt3vu1o
      @user-fc3bt3vu1o 3 หลายเดือนก่อน +1

      সুন্দৰ

  • @rajmoran8235
    @rajmoran8235 3 หลายเดือนก่อน +239

    মৌচম দাক কোনে কোনে ভাল পোৱা and মৌচম দাৰ আবতৰীয়া গানটো কোনে কোনে শুনিছা লাইক এটা কৰি❤❤❤ যাব ধন্যবাদ ❤❤

    • @rmusic1752
      @rmusic1752 3 หลายเดือนก่อน

      Dhurr..ki xudhe re... xokoluwe bhal pai akou

  • @bagadhartaid2389
    @bagadhartaid2389 3 หลายเดือนก่อน +51

    আমাৰ মিচিং সমাজক ইমান সন্মান কৰাৰ কাৰণে বহুত ধন্যবাদ থাকিল mosum দা, আপুনি যিমান মিছিং ঐনিতম গাইছে চব super hit love from lakhimpur, ghunasuti, Miri jiory

  • @MrDipankarGogoi0007
    @MrDipankarGogoi0007 3 หลายเดือนก่อน +39

    🙏🏻💐 সহজ সৰল ককাইদেউ, আপোনালৈ হিয়া ভৰা মৰম স্নেহ জনালোঁ।

  • @bitupanmech3284
    @bitupanmech3284 3 หลายเดือนก่อน +28

    আই ঐ দেহি । কিমান যে ভাল লাগে । এবাৰ কিন্তু আপোনাৰো ইন্টাৰভিও ও এটা বিছাৰো । কোননোবাই লওঁক । মৌচম দা সদায় প্ৰিয় ।

  • @dipankargogoi5606
    @dipankargogoi5606 3 หลายเดือนก่อน +25

    মৌচম দাৰ মাক দেউতাক সচাই নিভাজ মানুহ..❤ সচাই শলাগ লব লাগিব..বহুত বহুত মৰম.😢❤

  • @user-fi5iw8kh5r
    @user-fi5iw8kh5r 3 หลายเดือนก่อน +22

    যাত্রা ৰ অনুষ্ঠানবোৰ সেই বাবেই খুব প্রিয়। মনে ভবা মানুহবোৰ দেখা পাও। হৃদয় চুই যায়।

  • @user-ny6sp4jw7u
    @user-ny6sp4jw7u 3 หลายเดือนก่อน +28

    মন ফাগুনী আৰু মৌচম দা কেতিয়াও নাপাহৰো।😊❤

  • @jintusaikia7127
    @jintusaikia7127 3 หลายเดือนก่อน +20

    আই ঐ দেহি ,,, এই বাক্যশাৰীৰত বাৰে বাৰে প্ৰেমত পৰো। ইমান ধুনীয়াকৈ কেনেকৈ কব পাৰে বাৰু!❤❤❤

  • @DJaxom2252
    @DJaxom2252 3 หลายเดือนก่อน +27

    আমাৰ গগৈ কেইজন এনেও সহজ সৰল আৰু সংগীত জগতত এইজন সকলোতকৈ সুকীয়া ব্যক্তি,এওঁৰ গীতৰ লগত বহুতৰে গীতে ফেৰ মাৰিব নোৱাৰে তাতে আকৌ আমাৰ শিৱসাগৰৰ মানুহ✊🏻

    • @DipakGogoi-uz2ir
      @DipakGogoi-uz2ir หลายเดือนก่อน

      হয় ,হয় দেই। আৰু এগৰাকী মানস ৰবীন গগৈ,শিৱসাগৰ।মুঠতে সকলো আহোম মানুহ ,যেনে আইচেংফা বাইদেউ ও।লগতে সকলো মংগোলীয় জনজাতি ভাইসকল।

  • @user-lo4be6pr3q
    @user-lo4be6pr3q 3 หลายเดือนก่อน +8

    বহুত বহুত ভাল লাগিছে ৷
    মোৰ এই কবিতাটি দাদাৰ কাৰণে উপহাৰ দিলোঁ
    কবিতাৰ শিৰোনামঃ-
    “মৃত্যু এতিয়া সহজ”
    প্ৰৱীণ ৰাজবংশী
    জাজৰি(মৰিগাঁও)
    ************************
    সৃষ্টিৰ জীৱনৰ বাটত
    সময় বৰ কম অ’
    সেউজীয়া কবিতাৰ পথাৰখন
    মই বৰ ভাল পাওঁ সঁচাকৈ
    জীপাল সময়ৰ মাদকতা
    ভয় লাগে জানা সময় তোক
    মৃত্যু এতিয়া যে সহজ ৷
    সুন্দৰ সেউজীয়া পথাৰত
    জন্ম লভিলো এই ধুনীয়া পৃথিৱীত
    সুন্দৰতা উপভোগ কৰিলোঁ
    আৰু পালোঁ এসাগৰ প্ৰেৰণা
    পালো সঁচা মানৱতাৰ উৎসাহ
    তথাপিও ভয় লাগে জানা সময়
    মৃত্যু এতিয়া যে সহজ ৷
    জীৱন বহুত পূণ্যৰ বলত
    পালোঁ মা-দেউতা মৰম
    এবাৰ হেৰাই গ'লে নাপাম যে দুনাই
    তুমি নাহিবাচোন দেই অমানিশা হৈ
    থাকিবলৈ দিয়া মোৰ সাহস,প্ৰেৰণা হৈ
    কেতিয়াবা ভয় লাগে জানা সময়
    মৃত্যু এতিয়া যে সহজ ৷
    জানা সময়, তোমাক
    মই বৰ ভাল পাওঁ
    নাহিবাচোন মায়াৱী হৈ
    মোৰ জীৱনলৈ নিভাঁজ
    অনুভৱ শব্দৰ সপোন ভাগিবলৈ
    ভয় লাগে জানা সময়
    মৃত্যু এতিয়া যে সহজ (ৰাজ)৷৷
    ==================

  • @nanarongi
    @nanarongi 3 หลายเดือนก่อน +24

    যেতিয়া মিছিং গাঁওবোৰত লৃগাংঙত মৌচম দা ৰ গান‌ গায় মনে-প্ৰাণে নাচে, লৃগাঙত মৌচম দা ৰ গানে আনে লৃগাঙৰ বতৰা । মৌচম দা ৰ কণ্ঠই আমাক মন চুই যায়, মৌচম নহ'লে যেন মিছিং গানৰ অনুষ্ঠান আৰু লৃগাঙ আধৰুৱা আধৰুৱা যেন লাগে মোৰ বাবে। ❤️💝 মৌচম নহ'লে যেন মোৰ বুকু নভৰে । মোৰ আবতৰীয়া মনে মৌচমক বিচাৰে। দাদা ৰ গানেৰে দুখ- বেদনা, বেজাৰ মোৰ প্ৰকাশ পায়। ভৰি পিছল খাবৰ সময়তো আপোনাৰ গান। মৌচম দা ক লগ কৰিবলৈ,কথা ক'বলৈ মোৰ বুকু ভৰি আছে। ❤🙏

  • @suntobora9806
    @suntobora9806 3 หลายเดือนก่อน +13

    মৌচুম গগৈৰ দেৱৰ দুটা অনুস্থান চাইচো, দুয়োতাতে পুৱা বেলি ওলাই যোৱালৈকে অনুস্থান পৰিবেশ কৰিছে আৰু ৰাইজেও বহুত ভাল পাইছিল বুলি অনুভৱ হয়।

  • @nonirupachetia9611
    @nonirupachetia9611 3 หลายเดือนก่อน +12

    মৌচম গগৈৰ কথাবোৰ শুনি খুউৱ ভাল লাগিল। আগতেও এবাৰ শুনিছিলো তেওঁৰ কথা, তেওঁ কোৱা মনত আছে এতিয়াও, ভাৰাঘৰৰ দুৱাৰ মুখত পাতি থোৱা শিল এচটাত বৰষুণৰ বতৰত পিচল খাওঁতেই ভৰি পিচল খালে গীতটোৰ প্ৰথম শাৰীটো মনলৈ অহাৰ কথা....কেইবাবছৰ আগতেই শুনা কথাষাৰ আজিও মনত আছে.... তেওঁলৈ নমস্কাৰ 🙏

  • @Kbgohain
    @Kbgohain 3 หลายเดือนก่อน +30

    আই ঐ দেহি তো তোমাৰ মুখত বৰ ধুনীয়া লাগিছে।

  • @Dhiraj_Ray
    @Dhiraj_Ray 3 หลายเดือนก่อน +9

    ইমান ভাল লাগিল শ্বো টো , বাইদেউৰ মাতটো ইমান শুৱালা আৰু মৌচম দাৰ গান সদায় প্ৰিয় , দুয়োকে বঙাইগাঁওৰ পৰা মৰম যাচিলোঁ ❤❤❤

  • @manabjyotigogoi2937
    @manabjyotigogoi2937 3 หลายเดือนก่อน +16

    খ্ৰুপতাং, ভাল লাগিল আইচেংফা বৰুৱা আপোনাৰ অনুষ্ঠানটি চাই।

  • @ghenta443
    @ghenta443 หลายเดือนก่อน +2

    Aiooo dehi ..eijni moromu lage☺️❣️😍
    Mousum daa all time favourite ❣️

  • @kailashchsarma619
    @kailashchsarma619 3 หลายเดือนก่อน +7

    নিভাজ তথা সুন্দৰ মনৰ অধিকাৰী হোৱা বাবেই মৌচম গগৈৰ সৃষ্টি অৰ্থাৎ তেখেতৰ দ্বাৰা ৰচিত ,সুৰাৰোপিত বিহুগীত সমূহটো সেই সুন্দৰতাৰ প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায় । তেখেতৰ প্ৰায়খিনি বক্তব্যতে সৰলতা, অকৃত্ৰিম স্বীকাৰোক্তি আৰু সংস্কৃতি মৌলিকতা ৰক্ষাৰ দায়বদ্ধতা পৰিষ্ফূট হৈছে । গুণমুগ্ধ সকলৰ সৈতে মৌচম গগৈক চিনাকি কৰি দিয়া বাবে আইচেং

  • @prasantkasyap3922
    @prasantkasyap3922 3 หลายเดือนก่อน +7

    Mausam da is One of my favourite singer after Zubin Garg from my school days...His voice has an extra melody...He is totally spritual that's his voice can touches the soul... Thanks for inviting him..🙏

  • @lokeswargogoi9800
    @lokeswargogoi9800 3 หลายเดือนก่อน +10

    বাইদেও প্ৰথমে তিনিচুকীয়া গুঁইজানৰ পৰা আপোনালৈ বহুত মৰম❤।আপোনালৈ এটি অনুৰূধ অনুস্থানতটিত যিমান পাৰে সিমান অসমীয়া শব্দ ব্যৱহাৰ কৰিবচোন দেই ।গগৈদেৱে চকোৱা কথাকৈছে ।আজিৰ লৰাই চকোৱা কি নাজানে ।চোতালত চকোৱা থাকিলে কি হব,পদূলিত নঙলা নাই।এনেই ভালেপোৱা থাকিলে কি হব,প্ৰকৃত ভালেপোৱা নাই ।শেষত বহুত ❤❤❤

  • @bhabentamuly7381
    @bhabentamuly7381 หลายเดือนก่อน +1

    মৌচম দা লৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। সংগীত জগতত আৰু আগুৱাই যায় আপুনি তাৰেই কামনা কৰিলো।

  • @sunumohan
    @sunumohan 3 หลายเดือนก่อน +27

    আই অ দেহি,,, আপোনাৰ এই বাক্য শাৰী শুনি ইমান ভাল লাগে বা,, শিৱসাগৰ পৰা বহুত বহুত মৰম যাচিলো দুয়ো গৰাকী লৈ❤🔥

  • @chowdihingia01
    @chowdihingia01 3 หลายเดือนก่อน +7

    বহুত ভাল লাগিল বা,মৌচুম ককাইদেউৰ গীতবোৰ সদায়েই প্ৰিয়।আগুৱাই যাওক। 🎉

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 2 หลายเดือนก่อน +2

    বহুত বহুত বহুত বেছি ভাল লাগিল অনুষ্ঠানটো চাই। তেখেতৰ সংগীতৰ যাত্ৰাটো বৰ ৰোমাঞ্চকৰ, আৰু এটা খণ্ড হ'ব লাগিছিল তেতিয়াহে সম্পূৰ্ণ হ'ল হতেন। ভাল লাগিল,আগলৈয়ো তেখেতৰ সুন্দৰ গীত আশা কৰিলো। সদায় ভালে থাকক। আইচেংফাই সদায় বেছি কথা কয়,আজি কিন্তু শুনিছে😊

  • @TutumoniBorgohain
    @TutumoniBorgohain 3 หลายเดือนก่อน +4

    Aaichengfa tumar kothonhoili bor hundor. Aaguwai jua❤❤❤.Mausam ❤❤❤

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 3 หลายเดือนก่อน +9

    খুব ভাল লাগিল মৌচম দাৰ এই সাক্ষাৎকাৰটো ।তেওঁৰ গীত বিলাক এক সুকীয়া পৰিচয় আছে ভাল লাগে,, সচাই তেওঁ মোৰ বহুত প্রিয় ❤ সদায় ভালে থাকক তেওঁ তাৰে শুভকামনা 🤗

  • @moumitagogoi5306
    @moumitagogoi5306 3 หลายเดือนก่อน +8

    ভাল লগা শিল্পী জন। আৰু তোমাৰ আই ঐ দেহি ❤❤

  • @user-jz3ni2mc7v
    @user-jz3ni2mc7v หลายเดือนก่อน +1

    মৌচম দা জীৱনী শুনি বহুত বহুত ভাল লাগিল সচাকৈয়ে জীৱনটো ঘাত প্ৰতিঘাট মাজতে পাৰ হলেই সফল ব্যক্তি হব পাৰে নিশ্চয়

  • @minakshineog4997
    @minakshineog4997 หลายเดือนก่อน +1

    ইমান ধুনীয়া লাগিলে নহয়... অনুষ্ঠানটো চাই...কি কʼম মানে!মৌচম দাৰ কথাবোৰ শুনি চকু পানী ওলায় গ'লগে একদম...🥺যি কি নহওঁক আগুৱাই গৈ থাকক... ভালে থাকক আপোনালোক...❤️❤️❤️

  • @deepjyotykonwar906
    @deepjyotykonwar906 3 หลายเดือนก่อน +8

    Aamor dhemaji aamor gourav mausum da....❤❤

  • @sanjoydutta2643
    @sanjoydutta2643 3 หลายเดือนก่อน +3

    Bohut bhal lagil Mousam da apunar jibonor kothabur huni.... Apunak log pai jiman mohan anubhob korisilu tatkoi aji aaru bohut khini kotha janibo parilu apunar mohanotar ... Love from Dhemaji ❤

  • @kalamandirdigitalarchieveu6059
    @kalamandirdigitalarchieveu6059 3 หลายเดือนก่อน +4

    Beautiful anchor beautiful conversation with popular singer Mausam Gogoi 🌼🌿🌼🌿

  • @sushilkonwar7012
    @sushilkonwar7012 3 หลายเดือนก่อน +8

    বিহু গীতৰ কণ্ঠ -- মৌচম তোমাৰ সুৰ ত -- সুন্দৰ অনুভূতি আছে ------------------- মোৰ চইচ হে

  • @KaSiYali
    @KaSiYali 3 หลายเดือนก่อน +5

    সৰুতে কোনোবাই যেতিয়া সুধিছিল প্ৰিয় গায়ক কোন?তেতিয়া সেই অকনমানি বয়সতে মৌচম গগৈ নামটো লৈছিলোঁ।নাজানো কিয় বা ইমান ভালপাইছিলোঁ তেখেতক।আজি তেখেতৰ ব্যক্তিত্বটো দেখি আৰু বেছি শ্ৰদ্ধা বাঢ়িল❤ভালে থাকক তেখেত।

  • @chandrarabha1893
    @chandrarabha1893 2 หลายเดือนก่อน +2

    আপোনাৰ অনুষ্ঠানটি চাই বহুত ভাল লাগিল

  • @user-ob6ej7bv2q
    @user-ob6ej7bv2q 3 หลายเดือนก่อน +6

    মৌচম দাদা সঁচাই বৰ ভাল ভাল গান আমাক উপহাৰ দিছে তেঁও অনন্য।

  • @putulgogoi9954
    @putulgogoi9954 3 หลายเดือนก่อน +8

    অ মোৰ মন ফাগুনী জনী নেখেলিবি মোৰে হিয়াক লৈ উফফ 💙

  • @indrasaikia3594
    @indrasaikia3594 3 หลายเดือนก่อน +7

    মোৰ প্ৰিয় শিল্পী হিচাপে আপোনাৰ প্ৰতিতো গীতেই ভাল লাগে মৌচম দা,বা আপোনাৰ আয় ঐ দেহি বাক্য শাৰীয়ে অনুষ্ঠানটি আৰু ৰসাল কৰি তুলিছে লগতে মৌচম দা আৰু আপোনাৰ যাত্ৰা দিৰ্ঘায়ো কামনা কৰিলোঁ 💓🙏

  • @deepuofficial8566
    @deepuofficial8566 3 หลายเดือนก่อน +35

    He is a real artiste.

  • @manishadeka6600
    @manishadeka6600 3 หลายเดือนก่อน +6

    অপোনা আপুনি হাঁ‌হি এটি লাগি থাকিল গোটেই episode টো চাই থাকোতে বা🥰🥰।মৌচম গগৈ ডাঙৰীয়া সঁ‌চাই ব্যতিক্ৰমী শিল্পী-"যাত্ৰা"ৰ জড়িয়তে এই কথা গম পালো।মৰমৰ Aichengfa বা,বহুত মৰম❤️❤️❤️❤️

  • @khagenmorang5587
    @khagenmorang5587 3 หลายเดือนก่อน +5

    মৌছম দা বহুত সাধাৰণ মানুহৰ দৰে....ভাল লাগিল।

  • @user-tr9yw8oh9i
    @user-tr9yw8oh9i 2 หลายเดือนก่อน +2

    Mousum da tumi🔥🔥🔥❤️❤️❤️🙏🙏🙏

  • @mr.gogoiutpal7183
    @mr.gogoiutpal7183 3 หลายเดือนก่อน +1

    Apunar kontho tu bor hundor, val lagil apunar konthont geet tu huni

  • @bbvlogs5906
    @bbvlogs5906 3 หลายเดือนก่อน +28

    Mur favourite manuhjon❤

  • @ArindamsWorld
    @ArindamsWorld 3 หลายเดือนก่อน +6

    ৰামায়ণ, মহাভাৰত, ৰংগোলী, চিত্ৰহাৰ, VCR কেছেটত চিনেমা চোৱা, গাওঁৰ ভিতৰতেই এটা TV থকা, তামোলৰ চকোৱা, মহানন্দ মজিন্দাৰ বৰুৱা-খগেন গগৈ-ৰুবুল বৰাৰ বিহু গীত। ৮০ দশকৰ শেষ ভাগ, ৯০ দশকৰ প্ৰথম ভাগৰ মোৰ লৰালি কাললৈ ঘূৰি যোৱা যেন লাগিল!!

  • @gamejyoti6434
    @gamejyoti6434 3 หลายเดือนก่อน +3

    My favourite ❤

  • @goutomdowarah8070
    @goutomdowarah8070 3 หลายเดือนก่อน +5

    আইও দেহি ❤ its word is আৱেগ

  • @bimanphukon8579
    @bimanphukon8579 3 หลายเดือนก่อน +4

    ভাল লাগিল

  • @RomanTamuli-zc6nf
    @RomanTamuli-zc6nf 3 หลายเดือนก่อน +16

    আইচেংফা বা আপোনাৰ ভিডিঅ বিলাক অলপো Skip নকৰাকৈ চাইছো দেই বৰ ভাল লাগে!আই ঐ দেহি ইমান মৰম লাগে!

    • @lakhyajyotideka4421
      @lakhyajyotideka4421 3 หลายเดือนก่อน +2

      Mousam da babe 👍 comments subscribe

  • @bhabanigogoi3278
    @bhabanigogoi3278 หลายเดือนก่อน +2

    My.favourite.singer

  • @chutiakrishnaaxom
    @chutiakrishnaaxom 3 หลายเดือนก่อน +4

    ভাল লগা গায়ক জন, মোৰ সুন্দৰ লাগিল অনুষ্ঠানটো চাই, আৰু বা,আপোনাৰ কথা বিলাক শুনি ইমান ভাল লাগে, দুয়ুলৈকে মৰম যাচিলো।

  • @bobyborah28
    @bobyborah28 3 หลายเดือนก่อน +5

    মৌচমক ভাল পাওঁ, আৰু বেছিকৈ ভাল লাগে গীতবোৰ।"ৰেনমৌ"ৰ যাত্ৰা অব্যাহত থাকক।

  • @multivideosentertainment6535
    @multivideosentertainment6535 3 หลายเดือนก่อน +4

    OMG superb ... sweet voice oinitom

  • @biswajitchetia1828
    @biswajitchetia1828 3 หลายเดือนก่อน +7

    মোৰ জীৱনৰ বৰ প্ৰিয় শিপ্লী মৌচম দা। ❤শৈশৱ পাৰ কৰিলো বৰশী বাইছানে কোণালৈ চাইছানে সংগীৰ সৈতে

  • @gautamgoswami9723
    @gautamgoswami9723 3 หลายเดือนก่อน +5

    আইচেংফা, মৌচম আই ঐ দেহী👌✌️🌹

  • @bipulgogoi1537
    @bipulgogoi1537 3 หลายเดือนก่อน +2

    Mur priyo hilpi Mausamda... 🙏..Apunar jibon homporke hundor alukpat...Khub vaal laagil... Aichengfa, perfect host...!

  • @manjitsutradhar-sl1dn
    @manjitsutradhar-sl1dn 3 หลายเดือนก่อน +4

    Vl lagil video tu sai mousam dar kothatu xuni pahar pora belir rud ahi sokut pora kothatu xuni sowali jonir morom tu vl lagil 💞

  • @arindomdhadumia7720
    @arindomdhadumia7720 3 หลายเดือนก่อน +7

    জীৱনত মৌচম দাক এবাৰ লগ পালে মই সুখী

  • @tayungaao3167
    @tayungaao3167 3 หลายเดือนก่อน +2

    I love mousome da❤❤

  • @babulnath1081
    @babulnath1081 3 หลายเดือนก่อน +7

    মনটো ভৰি গ'ল মৌচম গগৈ দেৱক আপোনাৰ জৰিয়তে লগ পাই। বহুত প্ৰিয় শিল্পী হাজাৰ জনৰ। সততা তেওঁৰ সুন্দৰ ব্যক্তিত্ব।

  • @dipanjalgogoi8389
    @dipanjalgogoi8389 3 หลายเดือนก่อน +5

    My favourite singer ❤❤

  • @santugaming2046
    @santugaming2046 3 หลายเดือนก่อน +4

    Val lagile missing oinitom

  • @KhagenDoley-wv6ti
    @KhagenDoley-wv6ti 3 หลายเดือนก่อน +2

    My fvr singer mousam da❤❤❤

  • @jatingogoiofficial
    @jatingogoiofficial 3 หลายเดือนก่อน +3

    মৌচম দা সদায় প্ৰিয় মোৰ লগতে আইচেংফা বা লৈ শুভেচ্ছা থাকিল আৰু আগবাঢ়ি যাওঁক ধেমাজিৰ পৰা মৰম থাকিল ❤❤

  • @likhonborah3925
    @likhonborah3925 3 หลายเดือนก่อน +3

    Okhomot ajonei ase singer teu mattu kahaniu holoni noholl.ki hundor mat.Love you Mousam Da

  • @rahulaxom1.068
    @rahulaxom1.068 3 หลายเดือนก่อน +3

    মৌচম দা'ৰ কন্ঠই আমাৰ সমগ্ৰ অসমবাসীৰ বুকুত সদায়ে চিৰযুগমীয়া হৈ থাকিব❤❤ Love frome Gohpur

  • @JogdishDoley
    @JogdishDoley 2 หลายเดือนก่อน +1

    King of oi:nito voice absolutely l❤mou..

  • @jibanray1250
    @jibanray1250 3 หลายเดือนก่อน +4

    All time favorite 😍 ❤️

  • @pmudb23
    @pmudb23 3 หลายเดือนก่อน +2

    Moi sivsagar r pora Aaisengfa loi bht bht huvessya jonalu... Moushum mur otike priyo silpi.... Tmr pratitu episode sua aromva krisu...

  • @bipulroy5922
    @bipulroy5922 3 หลายเดือนก่อน +4

    খুব সুন্দৰ👌❤ ( সৰভোগৰ পৰা )

  • @abinashpritom7381
    @abinashpritom7381 3 หลายเดือนก่อน +2

    Dada apunar 10-15 years purona gan aji.u sobore mukhe mukhe axe.
    Apuni ajon all time favorite singer asomiya.r

  • @dipankargogoi5606
    @dipankargogoi5606 3 หลายเดือนก่อน +5

    যাত্ৰাৰ ধাৰা সদাই এনেকৈয়ে নিভাঁজ ভাবে অব্যাহত থাকক..❤🙏

  • @bhagyanarayan3321
    @bhagyanarayan3321 2 หลายเดือนก่อน +1

    অনুষ্ঠান ভাগ ২ দিন চাই শেষ কৰিলো খুব সুন্দৰ লাগিল, লগতে দুটামান মূহুৰ্ত্বত মোৰ চকুপানীও নিগৰি গ'ল। খুব সুন্দৰ

  • @bitupanphukan9139
    @bitupanphukan9139 3 หลายเดือนก่อน +2

    Bohut favourite Singer... Teur gan huni jibn par korisu

  • @Kasturijeeu
    @Kasturijeeu 3 หลายเดือนก่อน +4

    অন্যতম প্ৰিয় শিল্পী মৌচম দা

  • @Jitumani_Saharia88
    @Jitumani_Saharia88 2 หลายเดือนก่อน +1

    Love from Sipajhar, Darrang.. Mousam dar gaan xadai prio❤

  • @SimantaRaj-nq3jy
    @SimantaRaj-nq3jy 3 หลายเดือนก่อน +3

    Vll laga manuh jon ❤❤❤

  • @karishmasarma6919
    @karishmasarma6919 3 หลายเดือนก่อน +4

    Bhut val lagil anusthan to❤❤

  • @manojbora8325
    @manojbora8325 2 หลายเดือนก่อน +1

    আয়ৈ দেহি টোৱে সাক্ষাৎকাৰ টোৰ এটা বেলেগ আমেজ দিয়ে, তাৰ লগতে মৌচুম গগৈৰ লগত বাৰ্তালাপ, বহুত ভাল লাগিল

  • @user-yc3rj8nr5s
    @user-yc3rj8nr5s 3 หลายเดือนก่อน +1

    My favourite singer mousom. Da Assamese ,n ba mising song krone supar

  • @devidriyan5744
    @devidriyan5744 3 หลายเดือนก่อน +4

    আই ঐ দেহি...........

  • @Moran-vv2pb
    @Moran-vv2pb 3 หลายเดือนก่อน +3

    Show tu suwa aagoti like comment kori loisu dadak bohut vlpw ❤ love from Arunachal Pradesh

  • @user-xv6wc8ph3x
    @user-xv6wc8ph3x 3 หลายเดือนก่อน +1

    Mousom da mur babe abeg,morom,otit,bortoman,vobisshot,hopun,apun,,hokolu hoi,,koboloi ba,dekha boloi vakha nai.thank you ,aisengfa,apunaloi jatra anusthan tit mousom dak amar majot uposthapon korar babe.........

  • @akashrabha2453
    @akashrabha2453 3 หลายเดือนก่อน +2

    My favourite singer

  • @chandangogoi737
    @chandangogoi737 3 หลายเดือนก่อน +5

    love from dhemaji ❤❤❤

  • @bd5375
    @bd5375 3 หลายเดือนก่อน +6

    আইচেংফা বা আৰু মৌচম দা ৰ সম্পূর্ণ কথোপকথন চালো, বহুত ভাল লাগিলে।

  • @dipankargogoi5606
    @dipankargogoi5606 3 หลายเดือนก่อน +3

    Really hai hunuwali dinbur mnt pelai dile ou..❣️

  • @dipumpbora7904
    @dipumpbora7904 3 หลายเดือนก่อน +6

    Zubeen Dar past val loga manuh jon Mousam Gogoi ❤❤❤❤

  • @LakhipangingOfficial
    @LakhipangingOfficial 3 หลายเดือนก่อน +2

    কিনো কৰি বুজাম তোমাক মনৰে কথা ক'ব লগা বহুতে আছে.. Assamese বুলিয়ে নহয় আমাৰ mising oiniton ও বহুত ভালকে গায়.. Love you mousom da.. Love from Dhemaji 🥰

  • @DebojitmiliDebojitmili
    @DebojitmiliDebojitmili 3 หลายเดือนก่อน +2

    Ru alp long hole hoi video tu, emn vl lgil sai❤❤❤❤❤

  • @user-ug9ku5ni9w
    @user-ug9ku5ni9w 3 หลายเดือนก่อน +2

    Love ❤ from dhakuakhana

  • @pikupranjitvlog8540
    @pikupranjitvlog8540 2 หลายเดือนก่อน +2

    Aio dehi Apunar kotha barta bur xosake val lgise. Moi first time interview r podcast t comment dilu aru Mousam daak bohut val pao

  • @dipalidey8882
    @dipalidey8882 3 หลายเดือนก่อน +2

    ❤️❤️

  • @jyotishnaofficial7048
    @jyotishnaofficial7048 3 หลายเดือนก่อน +1

    Priyo manuh jon❤❤❤

  • @NitulBordoloi-fx2kf
    @NitulBordoloi-fx2kf 3 หลายเดือนก่อน +3

    Val lagil kothakhini huni 👌👌

  • @dhrubadao390
    @dhrubadao390 3 หลายเดือนก่อน +2

    Bhal lagil mousim dar bikhoye jani

  • @MandhabPayeng5363-qu2vy
    @MandhabPayeng5363-qu2vy 3 หลายเดือนก่อน +3

    Amazing and maindbolowing song mousam daa

  • @chetiahaflong3511
    @chetiahaflong3511 2 หลายเดือนก่อน +1

    mouchom Gogoi you r grate as you r so simple keep it up. 👍👍👍

  • @chawdggogoi8722
    @chawdggogoi8722 3 หลายเดือนก่อน +2

    বহুত ভাল লাগে